যদি ভুল কৈছোঁ ক্ষমা কৰিব || My Opinion - TENGA NIDIBA

  Рет қаралды 300,485

TENGA NIDIBA

TENGA NIDIBA

Күн бұрын

Пікірлер: 4 000
@tenganidiba9970
@tenganidiba9970 3 жыл бұрын
যদি ভুল কৈছোঁ ক্ষমা কৰিব জয় আই অসম❤️
@barshabaruah8426
@barshabaruah8426 3 жыл бұрын
তুমি aku ভুল কোৱা নাই দাদা 👍😊
@ranjansaikia7743
@ranjansaikia7743 3 жыл бұрын
You are right . Tumar kothat jukti asee 👍👍👍🙏🙏🙏
@bornalikachari5661
@bornalikachari5661 3 жыл бұрын
Tumi bhut vl hoi dada tumr aku vul hua ni❤
@barshadas2023
@barshadas2023 3 жыл бұрын
Tumi aku vul kuwa nai dada right kotha koisa 👍
@Dergaonboys
@Dergaonboys 3 жыл бұрын
Tumi aku vhull kotha kua nai dada 🙏🏻🥺
@hiiirok...05
@hiiirok...05 3 жыл бұрын
ঠিক কৈচা তুমি ভাই , সচাই বহুত দুখ লাগিল , তেখেতৰ আত্মাই যাতে শান্তি পাওক , 😥
@mousombhuyan7216
@mousombhuyan7216 3 жыл бұрын
বহুত বেয়া লাগিল কথা টো শুনি😭 , তেওঁৰ আত্মাই শান্তি পাওক😭
@nitukarmakar8170
@nitukarmakar8170 3 жыл бұрын
তাৰ আত্মাই চিৰ শান্তি পায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিচু🙏🙏🙏😭😭😭
@neharikachetia5677
@neharikachetia5677 3 жыл бұрын
আপুনি ঠিকেই কৈছে দাদা যেতিয়া লৈকে মানুহৰ নিজৰ লগত এনেকুৱা নহয় তেতিয়া লৈকে কোনো বুজি নাপায় মানুহৰ জীৱনৰ মূল্য কিমান... সকলোৱে কেৱল নিজকে শুদ্ধ বুলি ভাৱে.. একো চালি জাৰি নোহোৱাকৈ সিদ্ধান্ত লৈ লয় কোনোবাই যদি কাৰোবাক মৰা দেখিছে , কাৰোবাৰ লগত যদি কাজিয়া কৰা দেখিছে সেই কাজিয়া ৰোৱাৰ সলনি তাত আৰু কাজিয়া লগাবলৈ হে যায় ..... সেইদিনা যদি মানুহবোৰে অলপ কথাবোৰ বিচাৰ কৰি চালে হয় তেন্তে আজি অনিমেষ দাদা আমাৰ মাজত জীয়াই থাকিলে হয় 😭............. অনিমেষ দাদা তুমি যতেই আছা তোমাৰ আত্মাই যেন চিৰশান্তি লাভ কৰে🙏🙏
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/jWW1l6Kgq51gm8U
@Localcomedyboy1240
@Localcomedyboy1240 3 жыл бұрын
Dada video to buhot val lagele
@mallikabegum9008
@mallikabegum9008 3 жыл бұрын
ক্ষোভৰ বহিঃপ্ৰকাশ। ধন্যবাদ।
@dhritirekhanath7567
@dhritirekhanath7567 3 жыл бұрын
Right kotha koise apuni
@biyahobanaki6716
@biyahobanaki6716 3 жыл бұрын
মনত বহুত কষ্ট পাইছোঁ এজন সতীথক আজি এইখন অসমতে এনেদৰে দিন দুপৰতেই হেৰুৱাই____🥺😢😢 from ❤️🇩 ㋛︎🇾 🇦 ✔︎ Official Fan Club❤️
@rahulaxm661
@rahulaxm661 3 жыл бұрын
Bohut Bea lagise
@pihuriyan3427
@pihuriyan3427 3 жыл бұрын
Ek dom dhunya answer disa tme ....aituk koi answer 👍👍👍👍👍.... always support u bro.....joy ai axom..
@biyahobanaki6716
@biyahobanaki6716 3 жыл бұрын
@@pihuriyan3427 🙏
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/jWW1l6Kgq51gm8U
@bhabeshkaibarta1202
@bhabeshkaibarta1202 3 жыл бұрын
Sam to you
@ankurjyotihazarika1777
@ankurjyotihazarika1777 3 жыл бұрын
Doya দা তুমি যি কৈছা একদম সঁচা কথা কৈছা। এনেকুৱা মানুহক ফাঁচী দি দিব লাগে। এনেকুৱা মানুহ জীয়াই থকাৰ একো অৰ্থ নাই। যদি সহায়ৰ হাত আগবঢ়াব নোৱাৰে তেনেহলে জীয়াই থাকি একো লাভ নাই এইবোৰ মানুহৰ। Love from Lakhimpur❤️..... ✊জয় আই অসম✊
@JunGahnoi-he8gx
@JunGahnoi-he8gx Жыл бұрын
Maajjaa ❤❤❤❤❤❤
@missmajuli334
@missmajuli334 3 жыл бұрын
সচাঁকৈ বহুত দুখ লগা কাৰোবাক সহায় কৰিবলৈ গৈ নিজে মৰিবলগীয়া হল.. পৃথিৱীত মানৱীয়তা হেৰাই গল কাকো এৰি দিব নালাগে বনৰাকিটাক মাৰি পেলাব লাগে.. কাৰোবাৰ জীৱন বৰবাদ কৰিবলে কাৰো অধিকাৰ নাই গতিকে সেই বনৰাকিটাকো জীয়াই ৰাখিব নালাগে😥🙏🙏
@rupjyoti1156
@rupjyoti1156 3 жыл бұрын
Ki Karibi pariba aru comment a diya 😡
@missmajuli334
@missmajuli334 3 жыл бұрын
@@rupjyoti1156 are bhai tumer ako ki hol Kiyo tumer vl lagisenki😡😡
@pinku8307
@pinku8307 3 жыл бұрын
তুমি ঠিক কৈছা অনিমেশদাৰ আত্মাই চিৰশান্তি লাভ কৰক
@namborvlog8874
@namborvlog8874 3 жыл бұрын
Kukur gitak fashi diboi lagai
@missmajuli334
@missmajuli334 3 жыл бұрын
@@namborvlog8874 mm hoxake
@3bparaghazarika685
@3bparaghazarika685 3 жыл бұрын
"যিদিনা বুজিবা, সেইদিনা বিচাৰিবা" সৰুৰে পৰা এচাতো মাৰ নোখোৱা ল'ৰাটো আনৰ মাৰ খাই তেজ বমি কৰি আজি গুচি গ'ল এখন অচিন দেশলৈ। সপোনবোৰ যেন থমকি ৰ'ল মাথো এৰি থৈ গ'ল বহূ প্ৰশ্ন যাৰ উওৰ নাই কাৰো ওচৰত, আনক সহায় কৰি ভাল পাইছিল আনৰ দূখত দুখী হৈছিল কিন্তু আজি সেই ল'ৰাজনে আনক সহাঁয় কৰিব গৈ কেইজনমান নৰ পিশাচৰ অত্যাচাৰত নিজৰ প্ৰাণ ত্যাগ কৰিব ল'গা হ'ল। থমকি ৰ'ল মাতৃৰ কোমল হৃদয়খন, থমকি ৰ'ল নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে কৰা প্ৰবল কষ্টবোৰ। গুচি গ'ল মাতৃৰ বুকু ওদং কৰি।। কিমান আৰু এনেকৈ হাজাৰ হাজাৰ মাতৃৰ বুকু ওদং হ'ব। অভি-নীল, নন্দিতাই ন্যায় নাপাঁওতে আকৌ একেখন অসমতে সংঘটিত হ'ল এক জঘণ্য কাণ্ড। জীৱ শ্ৰেষ্ঠ মানুহে আজি পশুৰ দৰে কৰে আচৰণবোৰ, এনেকৈ আৰু ন'হব আমিও বিচাৰো এখন সভ্য সমাজ য'ত নাথাকিব কোনো হিংসা, ভেদ-ভাৱ আৰু অমানৱীয় কৰ্মবোৰ থাকিব কেৱল মৰম-ভালপোৱা, শান্তি আৰু মানবীয়তাবোৰ। প্ৰশাসনক এটাই অনুৰোধ দোষীক উচিত শাস্ত্ৰি দিওঁক।। ন্যায় দিওঁক "অভি-নীল, নন্দিতা আৰু অনিমেষ" ৰ দৰে সপোন দেখি ভালপোৱা কেইজনক। শেষত, -----চিৰবিদায় অনিমেষ দা----- তুমাৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছো। অচিন দেশখনত ভালকৈ থাকিবা।🥺💔
@pinku8307
@pinku8307 3 жыл бұрын
🙏😭😭😭😭
@sangla948
@sangla948 2 жыл бұрын
😭😭
@wasimahmed6834
@wasimahmed6834 3 жыл бұрын
অনিমেষ দাদাৰ আত্মাই চিৰ শান্তি লাভ কৰিবৰ বাবে প্ৰাৰ্থনা কৰিছোঁ 🙏
@beautykonwar427
@beautykonwar427 3 жыл бұрын
ভাল মানুহ হক বেয়া মানুহ হওঁক সকলোকে বিপদত সহায় কৰাটো কৰ্তব্য। মই হোৱা হ'লে মাজতে সোমাই দিলোঁ হেতেন
@bobyphukonbobyphukon4048
@bobyphukonbobyphukon4048 3 жыл бұрын
তেওঁৰ আত্মাই যাতে শান্তি পাওক 🥺🙏
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/jWW1l6Kgq51gm8U
@debasishborah6824
@debasishborah6824 3 жыл бұрын
তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক🥺😞😔😭
@jishusgamar1814
@jishusgamar1814 3 жыл бұрын
Sutmari here bur
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/jWW1l6Kgq51gm8U
@manchi2340
@manchi2340 3 жыл бұрын
আগতে ঘৰৰ বাহিৰত ছোৱালীবিলাক unsafe আছিল, এতিয়াতো লৰা মানুহো unsafe হল 😔... মানবতাৰ খাটিৰত বেলেগ এজনক help কৰিবলৈ যাবলৈও ভয় হল 🙂..... অনিমেষ দা ৰ আত্মীয় শান্তি লাভ কৰক 😔🙂 We want justice.....
@ghanashyamtaye1636
@ghanashyamtaye1636 3 жыл бұрын
তোমাৰ কথা কোৱা টো বহুত ভাল কথা হৈছে। কাৰ ভুল কাৰ ভুল নহয় ইটো উদি লব লাগে। আৰু পুলিচে নিয়া দিব নোৱাৰে পাব্লি ক দিয়া । আমি আজো আছোঁ।
@arpitasharma6716
@arpitasharma6716 3 жыл бұрын
Right 👍মানৱতা নামৰ একোৱেই নাই আজিৰ দিনত 🙂🙂
@lxpriyankaofficial6495
@lxpriyankaofficial6495 3 жыл бұрын
rip ..hanti pawk . dadajne. ✨✨✨😢😢😢😢😢😢😢😢😢
@Hiyamani-mh9ed
@Hiyamani-mh9ed 3 жыл бұрын
আজিৰ শিক্ষিত সমাজত জন্তুৰ দৰে আচৰণ কৰে 😔 তেখেতৰ আত্মাই যেন শান্তি পায় 🙏
@Uddipanbailung54
@Uddipanbailung54 10 ай бұрын
Kebol hikhito kintu gyani nohoi. Kevol sakori lage.🤬🤬🤬
@luckydutta2012
@luckydutta2012 3 жыл бұрын
Justices নালাগে নিজৰে দেশত অলপ মুকলি উশাহ লাগে, যদি দিব পাৰে ক'ব! নিজৰে ককাইদেউক মৰিয়াই মাৰি পেলালে ভনী জনীৰ সুৰক্ষা দিব পাৰে যদি ক'ব।।। গৰ্বৰে স্বৰাজৰ গান গাম বুলি কন্ঠ নলী যিদৰে উদাত্ত কৰিছিলো, এতিয়া সেই কণ্ঠনলীৰেই স্বৰাজৰ নহয় সিংহৰ কলিজা লৈ আন্দোলনৰ ধ্বজা উৰুৱাম, আন্দোলনৰ জয় গান গাম।। ৰখাব পাৰিলে আহিব!! মানৱৰ মাজত যদি দানৱে আকৌ হুংকাৰি উঠে, এইবাৰ দানৱৰ শেষকৃত্য সম্পন্ন নিজ হাতে কৰিম।।। We went Justices লিখি ভাগৰি পৰিছো, যদি জীৱনত কেতিয়াবা সুযোগ পাঁও, এটা নৰপিশাচক জীয়াই জীয়াই জ্বলাম, আৰু সেইদিনা মই চিঞৰিম 'This Is JUSTICE'
@Junmoni702
@Junmoni702 3 жыл бұрын
সচাকৈ বৰ আচৰিত ঘটনা, এইখন আমাৰ অসম এই হয় নে কি আচৰিত আৰু বেছি দিন নাই মানুহেই মানুহক কামোৰি খাব 🥺🥺🥺 মানে একো ক'বলৈ ভাষা নাইকীয়া হৈছে 😟🥺🥺 অনিমেষ দাৰৰ আত্মাই শান্তি কামনা কৰিলোঁ 🙏🙏 জয় আই অসম ✊✊
@pritidas2271
@pritidas2271 3 жыл бұрын
তুমি থিক কৈছা ভাইতি
@sumanpator188
@sumanpator188 3 жыл бұрын
আমাৰ অসম বেছি দিন নাযায় আৰু যেন পাইছোঁ 😭 জয় আই অসম কৈ ও লাভ নাই যত মানুহৰ কোনো মূল নাই । কিমান দিন আৰু এনেকুৱা ঘটনা দেখা দিব অকো ধৰিব পৰা নাই 😭 i love assam ❤️
@madhujyamd3393
@madhujyamd3393 3 жыл бұрын
অনিমেষ দাদাৰ লগত সমগ্ৰ অসমবাসীৰ আশিৰবাদ আছে , তেওঁ যতেই থাকিব শান্তিৰে থাকিব ।। 🙏🙏🙏🙏🙏🙏
@akashchutiaformdhakuakhana1078
@akashchutiaformdhakuakhana1078 3 жыл бұрын
Lura hoi hai gita maksuda hoi haigita Jona maresa haigita rastar majot langta kore mareba laga
@madhujyamd3393
@madhujyamd3393 3 жыл бұрын
@@akashchutiaformdhakuakhana1078 akdom hosa klaaa 🤬
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/jWW1l6Kgq51gm8U
@jyoshnadutta2023
@jyoshnadutta2023 2 жыл бұрын
🙂🙂😔😔😔🥺🥺
@jaandas8565
@jaandas8565 3 жыл бұрын
ভাল কথা কৈছা তুমি সকলো মানুহৰ মন, চিন্তা চৰ্চা বোৰ যদি তোমাৰ নিচিনা হল হয় অসমখন আজি আৰু আগবাঢ়ি গ'ল হয় ।😔
@GGMixer
@GGMixer 3 жыл бұрын
একদম সছা কথা কৈছা দয়া। বহু দুষৰ কথা । এইবোৰ মানুহ ৰুপি দানৱ হয়। মানুহৰ মুখা পিন্ধা দানৱ হয়। তেখেতৰ বিদেশী আত্মাই সতগতি পাওক তাৰেই কামনা কৰিলো 🙏🙏 #ggmixer
@bornalikachari5661
@bornalikachari5661 3 жыл бұрын
Joi ai axom✊❤🥺bhut bya lgile kisumn mnuhr krone amr axom khn bodnam hoi porise hai mnuh bhut hasti dibo lge🙏
@dibya__creation09
@dibya__creation09 3 жыл бұрын
সেই নৰপিশাচ কেইটাক অতি সোনকালে ধৰি ফাঁচী দিয়ে যেন🤕😔😖 নৰপিশাচ কেইটাক যাতে প্ৰশাসনে টকাৰ বাবে মুক্ত কৰি নিদিয়ে পশাসনলৈ এইটোৱেই অনুৰোধ😖😔//সিহঁতক যদি মুক্ত কৰি দিয়ে আকৌ এনেকুৱা ঘটনা কৰিবলৈ কোনেও ভয় নকৰিব গতিকে সিহঁতৰ ফাঁচী হোৱাটো বিচাৰোঁ.......🤧🤧😠 অনিমেষ ভূঞাৰ আত্মায়ে চিৰশান্তি লাভ কৰক😔😥
@swagata_deka
@swagata_deka 3 жыл бұрын
একদম সছা কথা কৈছা তুমি ❤️😭✌️✌️✌️
@lunasvlogassam3995
@lunasvlogassam3995 3 жыл бұрын
বহুত ভাল লাগিল তোমাৰ কথাখিনি শুনি, অনিমেষৰ আত্মাই চিৰসান্তি পাই যেন
@pmpfun8624
@pmpfun8624 3 жыл бұрын
মনৰ কথা কৈছে দাদা। যি কেই জন এ এই ঘটনাটোত জড়িত হৈ আছিল কুকুৰহঁতক অসম বাসী বুলি ক'লে আমাৰ অসমখনক অপমান কৰা হ'ব
@priyankshuborchetia9927
@priyankshuborchetia9927 3 жыл бұрын
Tumi thik koisa bro 🤜.... We went justice ✊✊
@munukalita8711
@munukalita8711 3 жыл бұрын
তেখেতৰ আত্মাই শান্তি পাই যে 😔🥺🙏কথাটো শুনি বহুত বেয়া লাগিল 🥺😔
@ajmolhoque6482
@ajmolhoque6482 3 жыл бұрын
Tmi ktha khini bhut vle kola daya bt hay 50 tak abar log pua hoi
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/jWW1l6Kgq51gm8U
@mridusmitaborah6819
@mridusmitaborah6819 3 жыл бұрын
দিনক দিনে কি হ'ব ধৰিছে অসম খন🥺🥺... তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰে জেন🥺🙏
@pranitaboiragi4781
@pranitaboiragi4781 3 жыл бұрын
এতিয়া কোনোবাই কিবা কলেও তলমুৰকৈ উভতি আহিব লাগিব এইখন অসমত🥺তাৰবাদে একো উপায় নাই 😢 জয় আই অসম 🙏
@santanusvlogs7520
@santanusvlogs7520 3 жыл бұрын
তোমাৰ কথা একদম সঁচা ❤️💔
@mrpartho9338
@mrpartho9338 3 жыл бұрын
কি কম আৰু কুকুৰ হতক তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🥺
@bbkelectronic586
@bbkelectronic586 3 жыл бұрын
Jai ai axom 👍
@Memories.896
@Memories.896 3 жыл бұрын
সঁচাকৈ মানৱীয়তা হেৰাই গ'ল সহায় কৰিবলৈ গৈ নিজৰ জীৱন হেৰুৱাব লগীয়া হ'ল🥺😥. ৰঘু দা তোমাৰ আত্মাই শান্তি পাই যেন🙏🏻🥺🥺
@shadowdodgaming2007
@shadowdodgaming2007 3 жыл бұрын
Nice bro
@lolboys1181
@lolboys1181 3 жыл бұрын
শান্তি পাবলি আমি বুৰ লাগিব
@dikshadevi372
@dikshadevi372 3 жыл бұрын
মাৰো বুলিয়েই মানুহ মাৰি দিয়ে।আৰু চবেই কেলা ভিদেও কৰি থাকে মোবাইল উলিয়াই দানৱ হয় টামাছা দেখি থকা গোটেইবোৰ কেলা।তেতিয়াই ভূপেনদাই কৈছে অসম ৰখাটলে যাব বুলি আৰু আজি সেই দিন আহি গল।মানুহ বোৰ দানৱ হল।নন্দিতাৰ কেচ একো নহল অভি নীল দাৰ কেচ একো নহল আৰু অনিমেষ দাৰ কেচ ও একো নহয় 100% গেৰাণ্টি।আৰু অনিমেষ দা তুমি এই দানৱ বোৰৰ মাজৰ পৰা গুচি গলা বহুত ভাল হল যতে থকা শান্তিৰে থকা।😢😭😭😭😭😭😭😭😭
@Trxx_x_
@Trxx_x_ 3 жыл бұрын
Joi ai ashom dada 🙏🙏🙏🙏
@dhmajiloravolge9780
@dhmajiloravolge9780 3 жыл бұрын
সছা কথা । অসমৰ ল'ৰা হয় কাকো খাতী নকৰোঁ কেলা । ভালকৈ ফালন দিয়ক । আজিকালি মানুহবোৰ অকল ভিদিয় বনোৱাত ব্যৱস্থ এটা ল'ৰা মৃত্যু হৈ গ'ল আৰু আমাৰ অসমৰ মানুহৰ কাম ভিদিয় বনাই aplot কৰিব লাগে । এনেদৰে আৰু মৃত্যু হ'ব দিব নোৱাৰি আমাৰ অসমত । ধেমাজি পৰা মৰম জাচিলো 🙏
@ANIMESH_GAMERZ
@ANIMESH_GAMERZ 3 жыл бұрын
কিছুমানে আমাৰ যোৰহাট ৰ মানুহক বহুত বেয়া কে কৈছে দাদা। তোমাৰ কথা বোৰ ভাল লাগিল শুনি।🙂❤️
@dreamqueen6621
@dreamqueen6621 3 жыл бұрын
Right❤️🥺..মানৱতা নামৰ বস্তটোৱে নাই আজিকালি
@tutuupadhaya2671
@tutuupadhaya2671 3 жыл бұрын
যোৰহাট!! শিক্ষাৰ পোহৰত জিলিকি উঠা চহৰ যোৰহাট।। কিন্তু আজি প্ৰমাণ কৰিলে যে সেই শিক্ষাৰ সীমাবদ্ধতা কেৱল কিতাপৰ পাততেই,সেই শিক্ষা কেৱল মাৰ্কশ্বিট খনত। গোটেই যোৰহাটবাসীৰ কথা নকওঁ, ভাল মানুহবোৰ এতিয়াও হৃদয়ৰ একোণত, কিন্তু সেই দলবদ্ধ হত্যাকাৰীবোৰ। বৰ্বৰতা চাই নিমাতে থকা আন সেই পশুবোৰ।। আজিৰ একবিংশ শতিকাত হাই হাই যোৰহাট....
@devilisback7043
@devilisback7043 3 жыл бұрын
যোৰহাট জিলাখনক দোষী আৰোপ নকৰিব । প্ৰতিখন সমাজত ভাল আৰু বেয়া দুই ধৰণৰ মানুহ আছে । পৰা হ'লে বেয়াবোৰক সমাজৰ পৰা দলিয়াই পেলালো হয় ।
@madhusmitanath13
@madhusmitanath13 3 жыл бұрын
যোৰহাট খনক উদেশ্য কৰি নকব শুনি দুখ পাওঁ কাৰণ মইও যোৰহাটৰ ৰে ছোৱালী 🥺কথা টো শুনি মইও দুখ পাইছোঁ । সকলোৱে টো এইটো কাম কৰা নাই
@SanyBlogger
@SanyBlogger 3 жыл бұрын
ধনিয়া দয়া দাদা এনে কয় কোৱা তোই উচিত 🙏🙏🙏🙏🙏
@rinigogoi2297
@rinigogoi2297 3 жыл бұрын
আজি কালি কিছুমান মানুহক বিশ্বাস কৰিবলৈ তান হল অনিমেষ দাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিলোঁ 😥😥😥😭😭
@ronakrk4232
@ronakrk4232 3 жыл бұрын
NXT LEVEL DOYA DAA THIKE KOISA❤❤
@mainusarma7098
@mainusarma7098 3 жыл бұрын
ঠিকেই কৈছে আপুনি দাদা👍👍👍
@madhabdas1118
@madhabdas1118 3 жыл бұрын
Mur bhut val lagiss tumr kotha huni
@mainusarma7098
@mainusarma7098 3 жыл бұрын
@@madhabdas1118 Thanks dada😍
@manasprotim5989
@manasprotim5989 3 жыл бұрын
বহুত কষ্ট পাইছো মনত এই খবৰ শুনি 🥺🥺🥺🙏।যে,ইমান এখন ভাল অসমত এনেকুৱা ঘটনাৰ খবৰ শুনি 🙏😔।সচাকে, নীল দা‌ আৰু অভিদাৰ আত্মাই আজিলৈকে চিৰশান্তি লাভ নকৰিলে আৰু নকৰে😔🙏 যেতিয়ালৈকে,অসমত জ্ঞান নথকা নৰপিশাচবোৰ জীয়াই থাকে তেতিয়া লৈকে অসমত অনিমেষ দাৰ লিখিয়া ভাল মানুহবোৰ safety ত নেথাকে। অনিমেষ দা তোমাৰ আত্মাই যেন চিৰ শান্তি লাভ কৰক🙏❤️🥺
@rupjyotidas2912
@rupjyotidas2912 3 жыл бұрын
Oi guteu tu joli poki asa
@rupjyotidas2912
@rupjyotidas2912 3 жыл бұрын
Khong uthiboi atiya ami aituyi protibad korib lagib baki keitaku jate fasi diye aru anekuwa Animex jate herai najai amar pora
@porisaikia52
@porisaikia52 3 жыл бұрын
কেইটামান দানৱৰ কাৰনে যোৰহাট খনৰ সন্মন মাটিত মিলি গল। আমি যোৰহাট বাসী বুলি কবলৈ লাজ লগা হৈছে। সেই দানৱ কেইটাৰ অতি সোনকালে ফাঁচি হোৱাতো বিচাৰো। অনিমেষ দা আত্মাই শান্তি পাওঁক। 🙏🙏🙏
@nihhalgogoi7856
@nihhalgogoi7856 3 жыл бұрын
Really las palu Ami aiburkarona
@bibekboruah137
@bibekboruah137 3 жыл бұрын
Yes you are right ✅
@junbhrali7636
@junbhrali7636 3 жыл бұрын
তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰা🙏🙏
@ahomboy4877
@ahomboy4877 3 жыл бұрын
50 তা নৰপীসছে গোটেই যোৰহাটৰ নাম বদনাম কৰি দিলে । এতিয়া বাহিৰৰ মানুহ যোৰহাট আহিবলৈ ভয় কৰিব । নিজকে যোৰহাটৰ নাগৰিক বুলি কবলৈ আজি সাহস হোৱা নাই । 2019 ত TEOK ত Dr. এজন , 2020 ত দেবাসীস দাদা আৰু 2021 ত এইয়া । মাটি কেইটা মান নৰপিশাসৰ কাৰণে আজি যোৰহাট বাসী লজ্জিত ।। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।।
@symbhi3358
@symbhi3358 3 жыл бұрын
অনিমেষ দাদা ৰ‌‌ আত্মাই চিৰ শান্তি পাই তাৰে কামনা কৰিলো 🙏🙏। বহুত বেয়া লাগিছে😞😭😭 । কুকুৰৰ পুতেক সোপাৰ কাম -বন‌ নাই নেকি বাৰু ? এনেদৰেই যদি হৈ থাকিবলে তেন্তে মানুহ ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰিব ।
@dhirajborah2840
@dhirajborah2840 3 жыл бұрын
দুখিয়ে উপযুক্ত শাস্তি পাব লাগে। । জয় আই অসম। ।
@akasha2z35
@akasha2z35 3 жыл бұрын
সচাই ভাই তুমি যি বোৰ কথা কৈচা একেবাৰে সত্য ॥ জয় আই অসম😘❤
@royalpb3203
@royalpb3203 3 жыл бұрын
বহুত বেছি দুখ লাগিল। আমাৰ গাঁৱৰ এটা হাঁহি হেৰাই গল। এই নৰপিশাচ কেইটাক একে ঠাইতে ফাঁচি নতুবা এনকাউন্টাৰ কৰিব লাগে। তেতিয়া হে আৰু এই বিলাক ঘটনা সংঘটিত নহয়। যদি একমত জনাব কমেন্ট কৰি। আমাক ন্যায় লাগে ।
@angshumanentertainment1803
@angshumanentertainment1803 3 жыл бұрын
👍
@protikshagondhia14
@protikshagondhia14 3 жыл бұрын
You are right 🙏tewar atmai hanti pai😥
@nilakhiborah5809
@nilakhiborah5809 3 жыл бұрын
Xosake bohut dukh lagil bujabo nuari
@bornaliphukon7669
@bornaliphukon7669 3 жыл бұрын
দয়া দা তুমি ভুল কোৱা নাই মই Deepjyoti phukon 😭😭😭🙏🙏🙏🙏
@AssamBoy-lx4en
@AssamBoy-lx4en Жыл бұрын
❤❤❤❤❤❤❤❤🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@switynath2006
@switynath2006 3 жыл бұрын
তুমি একেবাৰে সঁচা কথা কৈছে 😭😭বহুত দুখ লাগিল কথা টো শুনি সিহঁতৰ গা নকপিল নে এনেকুৱা কে মাৰিবলৈ😭😭😭
@mrjatin1527
@mrjatin1527 3 жыл бұрын
তুমি ভুল নাই কোৱা ❤️ জয় আই অসম ❤️🙏
@barshabaruah8426
@barshabaruah8426 3 жыл бұрын
Thik kotha koisa doya daa😊👍 তেওঁৰ আত্মাই শান্তি পাই যেন🥺🥺
@krishnborakrishnbora1471
@krishnborakrishnbora1471 3 жыл бұрын
Thk koisa
@MONUVLOGS65
@MONUVLOGS65 3 жыл бұрын
Right 😢
@korobidas5121
@korobidas5121 3 жыл бұрын
তুমি ঠিক কথাই কৈছা👍👍👍👍👍
@Olivia-l6h5l
@Olivia-l6h5l 3 жыл бұрын
Justice for Animesh Bhuyan 🥺✋🏼👍🏻
@rupjyoti1156
@rupjyoti1156 3 жыл бұрын
Fancy Diya set 😡😡😡
@Olivia-l6h5l
@Olivia-l6h5l 3 жыл бұрын
@@rupjyoti1156 morile aji hi 🌚
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/jWW1l6Kgq51gm8U
@bishwajitbora7859
@bishwajitbora7859 3 жыл бұрын
You are right bro👍.... We want justics✊
@deep_axom
@deep_axom 3 жыл бұрын
Hosa kotha koisa bro👍❤️ জয় আই অসম ❤️✊
@prastutidas7167
@prastutidas7167 3 жыл бұрын
❤vl lagil 👍
@luckydutta7767
@luckydutta7767 3 жыл бұрын
You are right ....dada..... তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক🙏🙏🙏
@sundarchetia2307
@sundarchetia2307 3 жыл бұрын
Vl kotha koisa vi
@yadabnath3209
@yadabnath3209 3 жыл бұрын
দাদাৰ আত্মাই শান্তি লাভ কৰক 😭😭😭
@gamingwithrahul7081
@gamingwithrahul7081 3 жыл бұрын
তেখে তৰ আত্মমা জাতে শান্তি পাষ😔🙏🙏
@sibanidevi9865
@sibanidevi9865 3 жыл бұрын
Ekdom thik kotha koisa tumi....জয় আই অসম....
@manishabaishya8375
@manishabaishya8375 3 жыл бұрын
তুমি ঠিকেই কৈছা দাদা 😒তেওঁৰ আত্মাই চিৰশানতি পাওক😢😢
@borshabora7025
@borshabora7025 3 жыл бұрын
Tumi eku bhul kua nai doya da 😔tumi ekdom thik kotha koisa 😔তেওঁৰ আত্মাই শান্তি পাওক তাকে কামনা কৰিলোঁ 😭🙏
@pubaliduttasaikia4160
@pubaliduttasaikia4160 3 жыл бұрын
যোৰহাট অত জন্ম বুলি সদায় গৰ্বিত কৰিছিলোঁ কিন্তু এতিয়া ঘিণ লাগিছে.. এতিয়া গম পালো যোৰহাটৰ যিটো ঘটনা হৈ গল তাত যিমান মানুহ হে ঘটনা তো প্ৰত্যক্ষ কৰিছিল চাই থকা মানুহ খিনি কি hijra আছিল নেকি. তাত তো অন্তত 200 মানুহ আছিল সেই 50 60 টা মানু্হক ৰখাব বা উদ্ধাৰ কৰিব নোৱাৰিলে.. ৰং চাই থাকক এনেকৈ নিজৰ যেতিয়া আপোন জন হেৰুৱাব তেতিয়া বুজি পাব.. শেষত এটা কথা কওঁ অনিমেশ এই খন অসম ইয়াত আৰু দ্বিতীয় জনম noloba...
@AsifAli-qj4gi
@AsifAli-qj4gi 3 жыл бұрын
আমি ‌একমত , বহুত ভাল কথা ক‌ইচা ভাইটি
@rishagogoi7502
@rishagogoi7502 3 жыл бұрын
ঠিক কৈছা,,,মানৱতা শেষ হ'ল 🙂😕 মানৱ হৈ পৰিছে দানৱ 😌
@manashdutta2696
@manashdutta2696 3 жыл бұрын
Doya da Tumi bohut kom koisa .....moi jorhat r hoi Tumi aro ai topic tur uporot aro video bonuwa ............. 😭😭😭😭ahetok jelot nohoi Amar majot Ari dibo lage .....
@user-ri8nw2rr8e
@user-ri8nw2rr8e 3 жыл бұрын
অসম আৰু ভাল নহয়। 😔😔😔 আজি ক'ব ভাল হম । কালি আকৌ একে। কি হ'ব আৰু অসমত । ২০১৯ ত মোৰ ইমান মনত নাই Diphu ত এনেকৈ দুজন ল'ৰাক মাৰিছিল । ছুতমাৰাণি সকল তহঁতক কেলা ফাছি দিম । কিবা ভুল ক'লো হ'লে ক্ষমা কৰিব ।🙏🙏🙏😔😔
@ringkikhonikor6968
@ringkikhonikor6968 3 жыл бұрын
Mojaa🥺👏
@minachangmai9713
@minachangmai9713 3 жыл бұрын
Doya da u r the bestt..n u r right 😭
@urionbaruah8136
@urionbaruah8136 3 жыл бұрын
দদা মইও যোৰহাটৰ .....কিন্তু লাজ লাগিছে কবলে যোৰহাটৰ বুলি! তেখেতৰ আত্মাই শান্তি পাওক 🙏🙏🙏
@pnajoy84737
@pnajoy84737 3 жыл бұрын
Same dada laj loga hol aru jurhat or buli Kobo loi 😩😭😭😭
@chittakamalbora1332
@chittakamalbora1332 3 жыл бұрын
তোমাৰ দৰে আমাৰো হৃদয় জলি আছে 💝🙏
@diiplacky603
@diiplacky603 2 жыл бұрын
Dada apuni xosa kotha koisa aji kali karobak xohai kora tu O mane vul hy 💯😓💯💝
@kobitadeka3400
@kobitadeka3400 3 жыл бұрын
অনিমেষ দাদাৰ আত্মাই শান্তি পাওক তাকে আশা কৰিলো 😭🙏🙏 জয় আই অসম 🙏🙏🙏🙏🙏🙏 ধন্যবাদ
@krishnapriya6037
@krishnapriya6037 3 жыл бұрын
তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🙏
@rumibhuyan4751
@rumibhuyan4751 3 жыл бұрын
তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🙏
@Rajasaikia-f5d
@Rajasaikia-f5d 3 жыл бұрын
কেলা চোৱাখুৱা হতৰ লাজ নাই বণৰা হঁতৰ কেলা অসমৰ মানুহ হৈ অসমীয়াকে মাৰে মানে একেবাৰেই মাৰিয়েই পেলাই । কেলা ভিডিও কৰিছে কেলা সুত মাৰণি হতে কাইজা খন ভাঙিব যাব নোৱাৰিলে আজি কালি এনেকুৱা মানুহৰ কাৰণেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে মানুহ ।এনেকে আৰু কিমান দিন থাকিব মানুহ সিহঁতক আচলতে ফাঁচী দিব লাগে ।আৰু এই নিঠৰোৱা দাদা জনে যাতে আত্মাই চিৰসান্তি লাভ কৰক 🥺🙏
@monalisagogoi3063
@monalisagogoi3063 3 жыл бұрын
সচা কেনেকুৱা ফতুৱা মানুহ বোৰ
@podumiborooboroo2283
@podumiborooboroo2283 3 жыл бұрын
Good, vl ktha koisa bro🤘👍👍👍👍👍
@duleswarmech110
@duleswarmech110 3 жыл бұрын
জয় আই অসম 🙏
@Filmyfairyme
@Filmyfairyme 3 жыл бұрын
You r right, 👍 I agree with you
@mantukamanofficial2008
@mantukamanofficial2008 3 жыл бұрын
Zhongkar শইকীয়া, অভি-নীল, ঋতুপৰ্ণ পেগু, সনাটন ডেকা আৰু আজি অনিমেষ ভুঞাঁ ইয়াৰ পিছত কোন? আপুনি বা মই...... 😭😭😭😭😭😭কেতিয়া huddhar hbo... #JAI AII ASSAM
@jharnadowaridowarijharna5090
@jharnadowaridowarijharna5090 2 жыл бұрын
Joi aii axom 🙏🙏
@partho2.3official32
@partho2.3official32 3 жыл бұрын
বহুত ভাল কথা কৈছে আপুনি 🥺
@zx.oxxyop8213
@zx.oxxyop8213 3 жыл бұрын
দাদা অসমত কেনেকুৱা হৈ থাকিব যেতিয়ালৈ এনেকুৱা জহৰা বিলাক থাকিব।।
@tutukathar9273
@tutukathar9273 3 жыл бұрын
তেওঁৰ আত্মাই চিৰ শান্তি পাওক 🙏🏿🙏🏿
@priyankakarmakar6410
@priyankakarmakar6410 3 жыл бұрын
দাদা আপুনি একো ভুল কোৱা নাই 👍👍👍 জয় আই অসম 🙏🙏🙏🙏
@bbeditx6411
@bbeditx6411 3 жыл бұрын
বহুত বেয়া লাগিছে কথাটো শুনি😭🥺।। জয় আই অসম❤
@Saikiaaaa
@Saikiaaaa 3 жыл бұрын
Jorhat or buli kobo laj lgise aji 🙂upai ny kisumn Ch*tia mnuh r krne gutai jorhat r mnuhe laj paise🙂.... rip Animesh da❤😢
@Rocky444-t6i
@Rocky444-t6i 3 жыл бұрын
Dada bohut val kotha koisa amaru mat matibo mon jai aiburt but ki krim amr tu ankuwa utube plat frm nai tumi bohut val kam korisa aitu vdeo pora bohuta kotha khini buji pabo aru ai kla danob hupak........ kla vakha nai aru ✨kun tumr lgt asa njnu ami asu ankuwa topicr uprt mat mti juwa aru jodi kunubai vaba kla liker viewsr krna krisa hatu ai gitatkau Bikhasto nija kribo nuwarila anor trol dia hatru aku luwra adhikar nai love frm jorhat ❤️🌻nijor jorhatok loia loojito hoisu aji 💔
@deepjyotiphukan5543
@deepjyotiphukan5543 3 жыл бұрын
Mojja Dada val kota kola val lagel aponar kota hune👍👍👍
@shantasingha5381
@shantasingha5381 3 жыл бұрын
Really its very upset for the people of Assam.And its an imporrtant question for accuesed persons whether they are the son of this land ?
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
muk sor maribo 😔
2:58
RIYA
Рет қаралды 4,7 М.
Inside India’s TALLEST waste dump! (my scariest video 😨)
20:00
700k কাৰণে 😍 News Channel ত Live Cake কাতিলোঁ
18:13
I Love Travel and Food
Рет қаралды 354 М.
CLASS | Zakir khan | Stand up Comedy | Sukha Puri 8
24:07
Zakir Khan
Рет қаралды 5 МЛН