যিহে দাম, চাম আৰু যাম...,বজাৰলৈ আহি গ্ৰাহকৰ হাহাকাৰ

  Рет қаралды 40,662

News Live

News Live

Ай бұрын

🔴 যিহে দাম, চাম আৰু যাম...,বজাৰলৈ আহি গ্ৰাহকৰ হাহাকাৰ।
🔴 দাইল-মিঠাতেল, সুৰাৰ পৰা শাক-পাচলিলৈ সকলোৰে মূল্যবৃদ্ধি, কেমেৰা দেখিলেই খং উঠে পাচলিৰ বেপাৰীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 178
@Nishamanitalukdar-ql1hk
@Nishamanitalukdar-ql1hk
ধুনীয়া কথা কৈছে বেপাৰী কেইটাই মজা দিছে ৷
@prabhasray9952
@prabhasray9952
জিকা 100 কিওঁ 200 হব লাগে চাকৰিয়াল কেইটাক যে দৰমহা বঢ়াই দিছে পাচলিৰ দাম নাবাৰিব কীও খেতিয়ক কেইটাৰ 8 pay commission হল গে এতিয়া আকৌ এবাৰ মোদী চৰকাৰ
@7gc970
@7gc970
ডাম আৰু বাঢ়িব লাগে কৃষক সকলে বহুত কষ্ট কৰি ৰাইজক খুৱাই আছে ।
@MajuliMisingsuwali
@MajuliMisingsuwali
দাম বাহিচে যদি নিজে কৰি খালে হল।বেপাৰিক দাম বহায়চে বুলি কয় কি লাব। নিজে নকৰিলে এয়াই হব।
@prataprabha374
@prataprabha374
আমাৰ নিচিনা পাচলী খেতি কৰি দিনত ২০০/ ৩০০টকাহে পায় হজিৰায়ে নহয় আৰু জনতাই কয় দাম বৃদ্ধি।
@dipjyotideka6137
@dipjyotideka6137
শাকঁ পাচলী বেপাঁৰী Rock.সাংবাদিক shocked
@dhirajrabha.
@dhirajrabha.
আৰু Arunodai আঁচনি বিতৰণ কৰক 😂
@PrabalKalita-wd9eh
@PrabalKalita-wd9eh
মইনা আঁচনিৰ পুৰস্কাৰ এয়া 😂
@bantidas2403
@bantidas2403
সকলোও ক্ষেত্ৰত সকলোও হয় এই আৰু অণুৰোধ থাকিল এই আৰু কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এটা শব্দ মই নকাও এই আৰু অণুৰোধ থাকিল টকা আছে বস্তু কিনক না ই জদি উপাই নাই এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bantidas2403
@bantidas2403
এই ক্ষেত্ৰত একোও নকাও এই আৰু অণুৰোধ থাকিল কৃষ্ণ
@draupadkashyapvlogs3023
@draupadkashyapvlogs3023
BJP jindabad.. Modi jindabad..kole dam komi jabo
@upasanasaikia1186
@upasanasaikia1186
Khub val kotha koise
@jagatgogoi3281
@jagatgogoi3281
শাক পাচলি খেতি ঘৰতে কৰক, তেতিয়াহে দাম কমিব।
@user-rn6wd9jh6r
@user-rn6wd9jh6r
চৰকাৰে মূল্য বৃদ্ধি হ্ৰাস নকৰিলে চৰকাৰে পদত্যাগ কৰক।
@mukundadas9892
@mukundadas9892
বজাৰত বস্তুৰ দাম বাঢ়িছে ভাল হৈছে কাৰণ আমাৰ অসমীয়া সকলে উৎপাদিত কৰিবলৈ লাজ কৰে মোনা লৈ খোৱা কিনিবলৈ যায় কিন্তু মুছলমান সকলে বিক্ৰী কৰিবলৈ হে যায়, অসমীয়া ক দিবা মোবাইল টিপি টিপি সময় পাৰ কৰিবলৈ। মই ৰবিবাৰে সমগ্ৰ বিধানসভা টো বাইক লৈ ঘূৰিলো অসমীয়া বাৰীৰ মাটি এনেই পৰি আছে লাউ এজোপাও নাই আৰু যতে মুছলমান দুঘৰ দেখিবলৈ পালো বাৰীত লাউ,জিকা সকলো আছে,
@mizanurchannel4080
@mizanurchannel4080
চৰকাৰে সুৰা বিক্ৰি কৰি আছে আৰু কৃষকে নিজে উপাৰ্জন কৰে দাম বাৰিবৈ
@bantidas2403
@bantidas2403
হয় হয় কথাটোও কিন্তু সচা কথা হয় কিন্তু এটা কথা ম ই ক ও এই আৰু অণুৰোধ থাকিল কৃষ্ণ কথাটোও হ'ল আনৰ জোৰ বাৰু কেনেকৈ কৰো এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল কৃষ্ণ
@lankeswardas1542
@lankeswardas1542
Mojja koise modor kotha
@PabanNath-dv7wi
@PabanNath-dv7wi
বহুত দুৰ্ভাগ্যৰ কথা অসমৰ প্ৰায় ৬০ % মানুহ কৃষিৰ লগত জড়িত । তথাপিও নিজৰ প্ৰয়োজনীয় শাক-পাচলি কেইতাও গৌতাই ল'ব নোৱাৰোঁ। অসমৰ ৬০ % মাথো নামত কৃষক কামত নহয়। আৰু এটা বিচিত্ৰ কথা শাক-পাচলি দাম বাঢ়িলে মানুহে প্ৰতিবাদ কৰে। ৬০% তকৈ বেছি মানুহ কৃষিজীৱি হোৱাৰ পিছতো শাক-পাচলি মুল্যত হাবাথুৰি খাই কথাতো বহু দুৰ্ভাগ্যৰ কথা ।
@anilborah8375
@anilborah8375
হব,ই জদি সকলোৱে লোকৰ ওপৰত নিৰ্ভৰশীল হলে,সকলোবোৰে বেছি দামত খাব,ই লাগিব
A teacher captured the cutest moment at the nursery #shorts
00:33
Fabiosa Stories
Рет қаралды 54 МЛН
📌#StreamingNow ~ #MorningPrimeTime
News Live
Рет қаралды 31
A teacher captured the cutest moment at the nursery #shorts
00:33
Fabiosa Stories
Рет қаралды 54 МЛН