যুৱ সাংবাদিক এঞ্জেলা চাংমাই | শংকৰদেৱ বিদ্যা নিকেতন,মৰিগাঁও | Angela Changmai | Live At Morning |

  Рет қаралды 204,395

Axomiya Lora Prince

Axomiya Lora Prince

Күн бұрын

মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতন
বাৰ্ষিক বিচিত্ৰানুষ্ঠান ২০২৪ বৰ্ষ
নিৰ্দিষ্ট বক্তা -এঞ্জেলা চাংমাই, যুৱ সাংবাদিক ND24
#angela_changmai
#angela_changmai_video
#angela_changmai_live
#assamesevideo
#youtubevideo
#trending
#trendingvideo
#motivation
#motivationalvideo

Пікірлер: 329
@mpapercraft600
@mpapercraft600 Ай бұрын
সময়োপযোগী। শিৰাই শিৰাই সোমাই গৈছে। বিশেষকৈ ভাল লাগিছে শংকৰ সংঘৰ কথা উপস্থাপনত। 🙏🙏
@angelachangmai1209
@angelachangmai1209 Ай бұрын
হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো 🙏। মনৰ দুই এটা কথা আলোচনাহে কৰিছো , গতিকে গ্ৰহণ কৰা নকৰা আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব । ইমান সুন্দৰ মন্তব্য আগবঢ়াইছে সকলোৱে , ধন্যবাদ। সুস্থ সমাজৰ যুঁজ খন মোৰ নহয় আমাৰ । সহযোগিতা কাম্য, কথাৰে কামেৰে আমি কৰি দেখুৱাব লাগিব। মোক আপোনালোকৰ পৰামৰ্শ, সহযোগিতাৰ প্ৰয়োজন। প্ৰান্তত এঞ্জেলা চাংমাই
@debajitchutia4645
@debajitchutia4645 Ай бұрын
Hunile huni thakibor mon jaai tumar kotha bilaak.... Ajir homajor Baastob rup... 🎉🎉
@kishorkrbaishyavlogs7820
@kishorkrbaishyavlogs7820 Ай бұрын
🙏জয় কৃষ্ণগুৰু🙏 সমাজ সংস্কাৰৰ বাবে কষ্ট হয় কিন্তু তাত ঈশ্বৰৰ কৃপা থাকে, থাকে আত্মিক শান্তি। আগবাঢ়ি যাওক।
@pranabborah4893
@pranabborah4893 Ай бұрын
Lecture marile India khon solibo neki baido Mur mote nosole....babul Borah bula jone lecture Mari Mari ki korile dekhise ne aru apunar dore lecture Mora manuh aru ase aru hai hokolor sarito bur lahe lahe dekhisu ...apunar meeting buror oha jua khrs Kune bohon kore nijei krene baru gotike please lecture bur komabo onurudh thakile
@lilamayeegoswami8005
@lilamayeegoswami8005 Ай бұрын
ৱব্বভেজকে2জ্জউই😅😅😮 2:45 😅
@rinipatgiri7993
@rinipatgiri7993 Ай бұрын
❤❤
@probhawotiboruah586
@probhawotiboruah586 28 күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰীয় আই গৰাকীলৈ হিয়া ভৰা মৰম শ্ৰদ্ধা ভক্তি ভৰা সেৱা নিবেদন কৰিলো ।ইমানপ্ৰাঞ্জল সত্য সুন্দৰ কথাবোৰে আশী বছৰিয়া জীৱনটো ধন্য হোৱা যেন অনুভৱ হৈছে😊ভগৱন্তৰ কৃপা হক সু স্বাস্থ্য। দিয়ক সদা সুখী হৈথাকক ভগৱন্তৰ চৰণত প্ৰাথনা জনাইছো কৃষ্ণ
@user-ce7gh1xy5q
@user-ce7gh1xy5q 17 күн бұрын
ধন্যবাদ বাইদেউ আপোনাৰ কথাবোৰে বহুত শিক্ষা দিব নতুন প্ৰজন্ম ক এনেকুৱা অনুস্থান বোৰ দি থাকিবচোন 👍👍👍
@gajendranathsaloi5362
@gajendranathsaloi5362 Ай бұрын
এঞ্জেলা ভণ্টি,তোমাৰ ভাষণটো শুনি বৰ ভাল লাগিল-আপ্লুত হৈছো।আগুৱাই যোৱা শুভেচ্ছা থাকিল।
@user-yj4gd4cj8k
@user-yj4gd4cj8k 6 күн бұрын
Xosakoi mai tmk kritoigyata jonalu bhu vl lagil aru aguai jua ❤❤❤
@BhaktaDas-z9n
@BhaktaDas-z9n 22 күн бұрын
সুন্দৰ উপদেশ বাইদেউ
@bijumonikalita588
@bijumonikalita588 Ай бұрын
বহুত বহুত ভাল লাগিছে বাইদেউ ধন্যবাদ ❤❤
@mayachoudhury3570
@mayachoudhury3570 26 күн бұрын
সুন্দৰ বাণী শুনালে আই ❤❤❤
@pranjitbora3516
@pranjitbora3516 12 күн бұрын
বহুত বহুত ভাল লাগিল তোমাৰ কথা খিনি শুনি।
@DurlovGogoi-
@DurlovGogoi- Ай бұрын
Anjela tumak bhut val paw tumi aru aguai jua tumaly dhanybad thakil tumak log paboly bohut akha ase....dibrugarhpora kaysu.........
@TariniDas-od3kb
@TariniDas-od3kb 2 күн бұрын
😊😊😊
@munindragogoi2586
@munindragogoi2586 20 күн бұрын
সামাজিক ৰাজনৈতিক সকলো দিশত স্পষ্ট সত্য কথাৰে এক গঠন মূলক বক্তব্যৰে আগবাঢ়ি যোৱা শুভ কামনা জনাইছো
@rajudeka5573
@rajudeka5573 Ай бұрын
সুন্দৰ কথা বাইদেউ । আপোনালৈ ধন্যৱাদ ।
@bitu986
@bitu986 Ай бұрын
কথাবোৰ বৰ সুন্দৰ।এই কথাবোৰ আমি পালন কৰিব পাৰিব লাগিব।এই কথাবোৰ সকলোৱ পালন কৰিব পাৰিব যেতিয়া ভাগৱতৰ কথা শুনিব।
@lalitalahkar6163
@lalitalahkar6163 Ай бұрын
অতি সুন্দৰ আপোনাৰ অনুভৱ ,শুনি সুখী হৈছোঁ
@user-os3qh5kn9c
@user-os3qh5kn9c Ай бұрын
Hi❤❤❤❤❤❤❤❤❤❤❤❤❤
@natsv565
@natsv565 2 күн бұрын
অন্তৰৰ পৰা তোমাক আশীৰ্বাদ দিছো। বত্তৰ্মান সমাজত তোমাৰ বহুত প্ৰয়োজন আছে।
@lota340
@lota340 27 күн бұрын
অন্তঃকৰণে আশীৰ্বাদ কৰিছোঁ আই,আগবাঢ়ি যাওক,বহু প্ৰয়োজন হৈছে,আপোনাৰ দৰে উদাক্ত কণ্ঠৰ যুৱ কণ্ঠক। কৃষ্ণ হৰি ৰাম ❤❤❤
@assamnamrup8867
@assamnamrup8867 Ай бұрын
বহুত বহুত ধন্যবাদ তোমালৈ ভাল লাগিল কথা বিলাক শুণি তাৰ মাজেৰে তোমাৰ মা দেউতা লৈ সেৱা জনালো ।
@champaktalukdar4571
@champaktalukdar4571 17 күн бұрын
ভাল লাগিল। সুন্দৰ বাৰ্তা
@JiteDeka
@JiteDeka 22 күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰীয় আই গৰাকীলৈ হিয়া ভৰা মৰম শ্ৰদ্ধা ভক্তি ভৰা সেৱা 🎉❤
@omprakashbora993
@omprakashbora993 Ай бұрын
আপোনাৰ আৰু বহুত কৰিবলগীয়া কবলগীয়া ও বহুত আছে, শক্তি প্ৰদান কৰক ভগৱানে।
@user-vz6qh5px9e
@user-vz6qh5px9e 18 күн бұрын
Bahut bhal lagise baideo apunar kathakhini khuni
@mohanhandique1140
@mohanhandique1140 Ай бұрын
আপোনাৰ এই সুন্দৰ ভাষণেৰে উঠি অহা প্ৰজন্মক উপকৃত কৰিব। সঁচাই আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল।
@dipalipathak3565
@dipalipathak3565 29 күн бұрын
অন্তৰৰ পৰা কৈছোঁ বহুত ভাল লাগিল ।আপোনাক ধন্যবাদ জনালোঁ।
@user-dj8sn7qd3i
@user-dj8sn7qd3i Ай бұрын
আপোনাক বহুত বহুত ধন্যবাদ আপুনি ইমান কথা জানে আপেনাৰ কথা শুনি থাকিবৰ মন গৈ থাকে
@Tarali__gogoi
@Tarali__gogoi 25 күн бұрын
আপোনাৰ কথাবোৰ বৰ ভাল লাগে
@user-lr8dc1jb4n
@user-lr8dc1jb4n Ай бұрын
বহুত বহুত ধন্যবাদ তোমাক এনেকুৱা ভাষণ দিয়াৰ বাবে । কাৰণ মোৰ মনত এইকথাবোৰ বাজি থাকে । কিন্তু কথাবোৰ কেতিয়াবা কোনোবা এজনৰ আগত ব্যক্ত কৰা হয় । কিন্তু সমাজত হৈ থকা ভুলবোৰ আঙুলিয়াই দিব নোৱাৰাৰ বাবে কেতিয়াবা দুখ লাগে ।
@user-os3qh5kn9c
@user-os3qh5kn9c Ай бұрын
❤❤❤❤❤🎉🎉🎉🎉🎉😢😢😢😢😢😊😊😊😊😊😊😊😊
@MintuNath-z7d
@MintuNath-z7d Ай бұрын
Dhuniya lage Baideo Apunar Kotha bur khuni..... Xosai❤
@user-pb3kq4we2w
@user-pb3kq4we2w Ай бұрын
ইমান সুন্দৰ লাগে তোমাৰ কথাবোৰ শুনি।
@debalatahazarika1030
@debalatahazarika1030 Ай бұрын
এঞ্জেলা ইমান সুন্দৰ কথা মোৰ হৃদয়ৰ ভাল লাগি গৈছে।
@NijuBorahazarika-rx7tr
@NijuBorahazarika-rx7tr 11 күн бұрын
বহুত ভাললাগে কথাবোৰ শুনি
@MRINALIBEZBARUAH
@MRINALIBEZBARUAH Ай бұрын
সুন্দৰ কথা। আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ।ভাল লাগে আপোনাৰ কথা বোৰ শুনি।
@ranjusaikia8456
@ranjusaikia8456 Ай бұрын
অতি সুন্দৰ উপস্থাপন, সময় উপযোগী
@user-ug6dl4gm6w
@user-ug6dl4gm6w 17 күн бұрын
Bohut val lagil huni ❤❤❤
@mahanadamili7334
@mahanadamili7334 25 күн бұрын
‌‌krishna krishna bahut val lagil
@purnimanath53
@purnimanath53 Ай бұрын
Baidew apuni koa kothabor bohut val lage aru kowk sunil🙏🏻
@mrigendeka9010
@mrigendeka9010 20 күн бұрын
সুন্দৰ ৷ কৃষ্ণ🙏
@rakeshdutta4834
@rakeshdutta4834 Ай бұрын
Baidew apunak bhut Val lagise kthabur huni karon apuni bhut jidha ktha koise.frm jorhat
@rumidas4087
@rumidas4087 Ай бұрын
আপোনাৰ কথাবিলাক ভাল লাগে৷❤❤ বহুত বহুত ধন্যবাদ৷
@bijuli628
@bijuli628 Ай бұрын
Apunar kotha bilak bohut hundor.Bohut motivation.
@bhaskargogoi1477
@bhaskargogoi1477 28 күн бұрын
apunar kotha bilak huni bohut val lagil aru aguwai jok vogbanor usort hewa jonaisu
@ranjitamahanta7707
@ranjitamahanta7707 10 күн бұрын
আপোনাৰ ভাষন শনিলে বহুত উপকৃত হৈছো
@debajanidekadeka8086
@debajanidekadeka8086 12 күн бұрын
এঞ্জেলা বা আপোনাৰ কথা বোৰ মোৰ ভাল লাগে আপোনাক লগ পাব মন কৰিছে। আপোনাৰ কথা বোৰ শুনি থাকিব মন যায়।
@Haripriyakurmi
@Haripriyakurmi Ай бұрын
সময় উপযোগী বক্তৃতা আই
@ParthaGogoi-so9nd
@ParthaGogoi-so9nd Ай бұрын
Baa apunak bohut 2. Dhanyabatt . Ajir botromant hokolu dikhot apunar dore homaj bibosther uporat anekua moulik kotha ,bhkha Gyan khubei proujon.
@MamtazChoudhury-h9z
@MamtazChoudhury-h9z Ай бұрын
Bht bht bhal lagise baideu ...❤
@Trishna-te4vy
@Trishna-te4vy Ай бұрын
Bhot bhot val lagil baideo kota bor xuni
@prahladray3339
@prahladray3339 27 күн бұрын
তোমাৰ প্ৰতিটো কথাই অন্ত ৰ চুই যায়,,,তোমাৰ দৰে যদি আজি আমাৰ সমাজৰ 100% ৰ 20% মানুহে ভাবিলে হেঁতেন বা ভবা ধৰণে হল হেঁতেন তেন্তে কিমান যে সমাজ খন ভাল হলহেতেন,,,,তোমাৰ ভাষণ হাজাৰ জনে শুনি ছে বা শুনি আছে কিন্তু তাৰে কিমান জনে বাৰু তোমাৰ কথাবোৰ হৃদয়গম কৰিছে,,,,সেই যে হাতীৰ খোৱা দাত বেলেগ আৰু দেখুওৱা দাত বেলেগ,,,,,বহুত বহুত মৰম আৰু শুভ কামনা থাকিল 2মালৈ,,,God bless you 🙏🙏🙏
@keshabsaikia7962
@keshabsaikia7962 8 күн бұрын
Xokolu manuhe jodi kotha bur apunar dore vabi xua hole 😢Amar Axom khon xosakoi xunor hoi porile hoi❤
@pankajjyotiborah6023
@pankajjyotiborah6023 Ай бұрын
তোমাৰ ৰসাল বক্তৃতা বহুত ভাল লাগিছে । ধন্যবাদ জনাইছোঁ তোমাক।
@kutuburrahman-yb2fq
@kutuburrahman-yb2fq Ай бұрын
Sangmai baidew moja anekuwa kotha khuniboloi agoloi akha thakil
@JunuBorah-t7k
@JunuBorah-t7k 18 күн бұрын
Bhut val lage apnar kotha bur ...❤
@bipingogoi2166
@bipingogoi2166 24 күн бұрын
বহুত ভাল লাগিছে। বাইদেউ।
@BinudaDihingia-rl6we
@BinudaDihingia-rl6we 26 күн бұрын
আপোনালৈ কৌতি কৌতি বাৰ নম্কাৰ আমাৰ ফালৰ পৰা
@barnalidekavideos
@barnalidekavideos 16 күн бұрын
Bohut bohut mrm 🎉🎉
@dharmeswarsaikia176
@dharmeswarsaikia176 2 күн бұрын
Thank you very good
@PinkiBoruah-ck6xi
@PinkiBoruah-ck6xi Ай бұрын
Hosaii niketon r din bur bht mnt pre.🥺❤️‍🩹
@user-kz8np7mw2q
@user-kz8np7mw2q 13 күн бұрын
আপোনাৰ কথাবোৰ ভাল লাগিল
@nilimachoudhury8040
@nilimachoudhury8040 24 күн бұрын
Very good advice for all.keep it up.We all are with you. ❤
@pranabjyotihazarika7145
@pranabjyotihazarika7145 Ай бұрын
বহুত ভাল লাগিল দেই ❤
@niranjankalita4493
@niranjankalita4493 28 күн бұрын
Bahut bahut dhuniya. Anjela Changmailoi hiya bhara morom o sneh thakil. Dhanyabad.
@taidjadabtaid
@taidjadabtaid 20 күн бұрын
সুন্দৰ
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
Really motivational speech.
@anilzbaruah4135
@anilzbaruah4135 21 күн бұрын
আপোনি আগোৱাই যাওঁক
@jitukonbhuyan3622
@jitukonbhuyan3622 29 күн бұрын
Bohut vl lage apunar kotha bur
@jantuchetia4380
@jantuchetia4380 28 күн бұрын
আপোনাৰ কথা বিলাক শুনিলে শুনিবলৈ মন গৈ থাকে | ভাল লাগিল আগলৈ আৰু এনেকে শুনিবলৈ পাম বুলি আশা থাকিল |
@harakantatamuli1053
@harakantatamuli1053 29 күн бұрын
Anjela , tumar kothabilak bor bhal lage . 🎉🎉🎉 May God bless you .❤❤❤
@bhaskarnarzary9123
@bhaskarnarzary9123 22 күн бұрын
আপোনাৰ কথা শুনি মনতো ভাল লাগে বাইদেউ।
@BhaikonKatoki
@BhaikonKatoki 16 күн бұрын
Bhl lagise baideu
@mrinaldas8164
@mrinaldas8164 28 күн бұрын
Val lagil
@user-fg3mb5hy9x
@user-fg3mb5hy9x 29 күн бұрын
Apunar kotha bor bohut bhal lage
@jayantaphukon802
@jayantaphukon802 8 сағат бұрын
Baa Tumi bohut val kotha kua hunile huni thakibo mon jai
@MintuNath-z7d
@MintuNath-z7d Ай бұрын
Xosai.... Bahut Dhuniya lage Baa... Apunar kotha r pritito Khabda a mon sui jai..... Agoloi aru anekua video pam buli Aakha karilo.. ❤
@girindakataki2199
@girindakataki2199 29 күн бұрын
Bhout xundor kotha koise.axomiya xipinr buwa gamusa khon dekhi val lagise ajikali bahiror gamusa xomador besi hoise
@DevokantaHazarika
@DevokantaHazarika 29 күн бұрын
সুন্দৰ বাইদেই == আপুনি কোৱা উপদেশ খিনি সচাকৈ আমি মানিব লাগে
@mitaliBora-pb8ru
@mitaliBora-pb8ru 17 күн бұрын
Bohut bhal lagil aponar kothabor
@BijuliBaishya
@BijuliBaishya 27 күн бұрын
আপোনাৰ কথাখিনি হৃদয় চুই যায়।
@user-hn2vd4ml6i
@user-hn2vd4ml6i 29 күн бұрын
অ মা শুদ্ধ অন্তৰৰ গৰাকীৰ ভগৱান সদায় সহায় হয়,। সাহসেৰে আগবাঢ়ি যোৱা, তোমাৰ ওপৰত নিৰ্ভৰ কৰিব পৰাকৈ আমি কিবা বিছাৰি পাইছোঁ। শুভ কামনা থাকিল ।
@jaydeepkonwar8223
@jaydeepkonwar8223 Ай бұрын
❤ সুন্দৰ . আপুনি বহুত স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী❤
@PopyGogoi-n2h
@PopyGogoi-n2h 26 күн бұрын
Apunar kothabur bohut val lage baa..apunak log puar bohut akha thakil..mur ghor jorhat khonamukh..
@bhoirobtayegam6109
@bhoirobtayegam6109 10 күн бұрын
Thanks 🙏🙏🙏
@anupambora8332
@anupambora8332 Ай бұрын
Aapunar kotha xuni mur sokur pani ulai goise, khub sundor kotha
@DeepkonwarDeepkonwar
@DeepkonwarDeepkonwar Ай бұрын
Baidew apuni Best Of Best apuni vogobanor avatar moi janu apuni Best❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@JyotishMedhi-b7q
@JyotishMedhi-b7q 29 күн бұрын
Thankiyou.dei.❤❤❤.bohut.bohut.thankiyou.
@TrinaSaikia-ib7pd
@TrinaSaikia-ib7pd 24 күн бұрын
Apunar katha xune bohut vl lagese da xune
@batasharma6410
@batasharma6410 29 күн бұрын
Dhunia bhut2 dhunia lagise kothabur hini,
@sankarofficial3951
@sankarofficial3951 29 күн бұрын
Bohut anuprerona holu baidew apunar kothar pora khorukalor kotha monot poril baidew❤
@user-zl7tl2nm8r
@user-zl7tl2nm8r Ай бұрын
শুনিলে শুনি থাকিবৰ মন যাই বাইদেও
@Babu-n7z
@Babu-n7z 22 күн бұрын
Ba 2mi bohut vall bhakhon diye I love you Baa
@babulboro6253
@babulboro6253 Ай бұрын
সুন্দৰ❤
@NikunjaLahon
@NikunjaLahon Ай бұрын
Val lagil apunar kotha bur
@DillrajKour-io2ht
@DillrajKour-io2ht 25 күн бұрын
Bohut dhuniya kotha koise baidew
@bidyotborah4664
@bidyotborah4664 26 күн бұрын
Bohut vl lagil baa ❤
@ritikaritikadas4695
@ritikaritikadas4695 24 күн бұрын
Baideo aponar kotha bor bohut val lage.
@user-xz8tv6bm2p
@user-xz8tv6bm2p Ай бұрын
তোমাক বহুত ধন্যবাদ তোমাৰ দৰে যদি আৰু বহুত ৰ সৃষ্টি হোক তাৰেই কামনা কৰিলে।
@amlansarmah1283
@amlansarmah1283 Ай бұрын
তোমাৰ কথা শুনিলে‌ শুনি থাকিবৰ মন যায়
@minatihazarika8663
@minatihazarika8663 29 күн бұрын
এঞ্জেলা আপোনাৰ বক্তব্য কেইষাৰ সময়োপযোগী ।আজিকালি মাক বাপেক বোৰে প্ৰতিযোগিতা দৌৰত আগবাঢ়িবলৈ সদায় ইংৰাজী মাধ্যমত হেপঢ়ায় ।
@user-bx6di9vz8y
@user-bx6di9vz8y 28 күн бұрын
আপোনাৰ কথা বোৰ বহুত ভাল লাগিছে।
@dipadevi4060
@dipadevi4060 Ай бұрын
baa,tumar protitu sobdoi mur hridoy sui jai,tmr sinta dharak moi সন্মান koru. tmr pora enebur vdo pai thakile val lge.tmk অত্যন্ত valpau.tumi vale thakiba baa❤️
@kalpanadeka8192
@kalpanadeka8192 26 күн бұрын
সুন্দৰ বক্তৃতা🎉❤❤
مسبح السرير #قصير
00:19
سكتشات وحركات
Рет қаралды 11 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 11 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 34 МЛН
A Day In The Life Of A Farmer | ANGELA CHANGMAI
26:46
ND24
Рет қаралды 164 М.
Village Rockstars At ND24 Studio With Angela Changmai
41:23
مسبح السرير #قصير
00:19
سكتشات وحركات
Рет қаралды 11 МЛН