যুৱক যুৱতীয়ে শৰণ ভজন নোলোৱাকৈ ভাগৱত পাঠ কৰিব পাৰেনে

  Рет қаралды 193,684

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 209
@DSqrtda
@DSqrtda Ай бұрын
কৃষ্ণ ! ধৰ্ম পুথি পঢ়িবৰ বাবে শৰণ বা ভজন ভাগি ল'ব লাগিব বুলি মই নেভাবো। ধৰ্ম পুথি বিলাকত আমাক সদাচাৰ, সংযমী, হিংসা ইত্যাদি বিলাকৰ পৰা বিৰত থাকিবৰ বাবেহে লগতে সৎকৰ্মৰ যোগেদি আমি কি দৰে একোজন আদৰ্শবান ব্যক্তি হ'ব পাৰো তাকেহে কৈছে। যদি মই শৰণ বা ভজন ভাগি ললো, তিনি বস্ত্ৰ পৰিধান কৰি, শিৰত তুলসীৰ মালা, কপালত চন্দনৰ তিলক লৈ এজন পূৰ্ণাঙ্গ ভকত। কিন্তু মনৰ পৰা যদি আসুৰিক চিন্তা আঁতৰ নকৰোঁ,তামসিক আহাৰ গ্ৰহণ কৰো, গধূলি অলপমান ৰঙা পানী খাই নিজক লেকাম নোহোৱা ঘোঁৰাৰ দৰে এৰি দিওঁ, তেনে ভক্তিৰ কিবা অৰ্থ থাকিব পাৰে নে ? আপুনি সৎ পথত থাকি, সৎ উপাৰ্জনে, শান্তিৰে পৰিয়ালৰ লগত বা আত্মীয় সকলৰ বা সমাজৰ লগত মিলি থাকিলেই স্বৰ্গ সুখ পাব। আচলতে অন্তৰৰ পৰা আপুনি ভগৱানক বিছাৰিছো নে বাহ্যিক ভাবে লোকাচাৰ কৰি হে ঈশ্বৰ ভজিছোঁ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব। এই কলিৰ যুগত ভগৱানৰ প্ৰতি মানুহৰ ভক্তি বাঢ়িছে। ভাগৱত পাঠ, ব্যাখ্যা অনুস্থান বাঢ়িছে, ভাগৱত ব্যাখ্যা কাৰী বহুত হৈছে। কিন্তু তেখেত সকলে অনুষ্ঠান ভাগিলৈ আমন্ত্ৰণ কৰিলে কিয় নিজৰ মাননীৰ কথা কয়? মানে তেখেত নিজেই মায়া, মোহত আৱদ্ধ। গতিকে তেখেতে আপোনাক কি দৰে মাৰ্গ দেখুৱাব পাৰিব ? আপুনি অনুষ্ঠান ভাগিলৈ আহিছে, মূৰত পাগুৰী, চুলি ৰং কৰি, দাড়ি খুড়াই সুন্দৰকৈ আহিছে। মানে আপোনি মায়া আৰু মোহত আবদ্ধ। গতিকে আপুনি কি দৰে ভগৱান প্ৰাপ্তি হ'ব ?
@JayantaBasumatari-u5w
@JayantaBasumatari-u5w Ай бұрын
আপুনি মুৰ মনৰ কথা কৈছে
@rhiturajpathak8351
@rhiturajpathak8351 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ।সেৱকীৰ সেৱা ভাগি গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ
@SayamborGohain
@SayamborGohain Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ বহুত বহুত ধন্যবাদ।
@rajudutta6401
@rajudutta6401 Ай бұрын
আধ্যাত্মিক জগতত প্ৰবেশ কৰাৰ প্ৰথম খোজটোৱেই হৈছে শৰণ ।অশৰণীয়াই শাস্ত্ৰ পঢ়িব পাৰে । কিন্তু বিষেশ লাভ নহ'ব । যিহেতু আমি মায়ামৰা ‌সমাজৰ ভক্ত গতিকে মহাপুৰুষে দেখুৱাই যোৱা পথ কেই অৱলম্বন কৰিলেই হ'ল । আমি ‌নাজানিলেও‌ নিতী নিয়মৰ‌ মাজতেই তত্বকথাবিলাক ‌সোমাই‌ আছে । ভক্তি মঙ্গল ঘোষা শাস্ত্ৰ ভাগিতেই ভকতৰ গ্ৰহনীয় বৰ্জনীয় ,গুৰু কোন, ঈশ্বৰ কোন ,শৰণ কিয় ল'ব লাগে ,নললে কি হয় আদি ।
@PahiHandique-df2ji
@PahiHandique-df2ji Ай бұрын
হই 😊
@swapnagogoi8702
@swapnagogoi8702 Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ
@tirthanathborgohain8036
@tirthanathborgohain8036 Ай бұрын
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি সি অনুষ্ঠান সমস্থে কৰিলে ,নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমূহ ভৈল আশাক যিজনে পিঠি দিলে ।। শুৰ মাত ভাল হ'লেই ,যেই তেই শাস্ত্ৰ পঢ়িলে ফল নধৰে ।নামত শৰণ লৈ ভক্তি কৰিব লাগিব।কিন্তূ ইটো মহাধম্ম এক নামেসে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাত ।।
@jitenkonwar2942
@jitenkonwar2942 15 күн бұрын
🙏 জ্যোতি ময় প্ৰভূ জনাৰ চৰণত আমি অধমে সেৱা নিবেদন কৰিছো 🙏🙏🙏🙏
@polashjyotikhound7373
@polashjyotikhound7373 Ай бұрын
কৃষ্ণ কৃষ্ণ, আপোনাক এটা প্ৰশ্ন কৰিব খুজিছো. সকলোৱে কয় আৰ হাতেৰে নাখাবা তাৰ হাতেৰে নাখাবা, এই বাতবিচাৰ নিচ জ্ঞান, শাস্ত্ৰত বা প্ৰভূ ভগৱন্তে কৈছে. অনুগ্ৰহ কৰি ইয়াৰ উত্তৰ দিব নেকি
@DSqrtda
@DSqrtda Ай бұрын
সেইটো বিচাৰ কৰিব নজনা জনক কি বুলি কয় ?
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।
@poragboruah4156
@poragboruah4156 Ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@keshabbora7742
@keshabbora7742 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
আগৰ যুগত মানুহ বিলাকক শাস্ত্ৰ ভাগৱত পঢ়িবলৈ বাধা প্ৰদান কৰে যাৰ বাবে পৌৰাণিক ধৰ্মীয় নীতি নিৰ্দেশনা সমূহ চলি আছে এই আধুনিক যুগত। এতিয়াও ভেকুলীৰ দৰে বোপাককাৰ দিনৰ নিয়ম সমূহ এৰিব পৰা নাই ।
@bubulgogoi3852
@bubulgogoi3852 Ай бұрын
কৃষ্ণ বাপ দাসৰ ভক্তি সেৱাভাগী গ্ৰহণ কৰিব 🙏 🙏 🙏 🙏
@Basantakumarnath-n5d
@Basantakumarnath-n5d Ай бұрын
পিতৃৰ স্বভাৱৰ লগত পুত্ৰৰ স্বভাৱৰ মিল হব বুলি কোনো কথা নাই। নহলে ভক্ত প্ৰহ্লাদ কেনেকৈ হ'ল?
@ashokkumardutta7850
@ashokkumardutta7850 Ай бұрын
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@ThaneswarBorah-z8y
@ThaneswarBorah-z8y 2 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ নমো নাৰায়ণ প্ৰভু আমি কৃপা প্ৰাৰ্থী হৈ ৰলো
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণৰ কৃপাত নাম বৈকুণ্ঠত বাপ জনাৰ মুখ পদ্মে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুবিধা পালোঁ l বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা ও বাখ্যা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🙏🙏🙏🙏
@DhrienPhukon
@DhrienPhukon Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
@mantukalita-ig2dm
@mantukalita-ig2dm Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো প্ৰভু।মনৰ,আশা ,পুৰন,কৰক, প্ৰভূ।❤❤❤❤❤
@gautamdas5705
@gautamdas5705 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ ৰাম 🙏🙏🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ ❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@Tonmoydewri
@Tonmoydewri 29 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপজন ।উত্তৰ সুন্দৰ ভাৱে দিছে।সেৱা জনাইছোঁ।
@saratgogoi5339
@saratgogoi5339 Ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
@r.ctalukdar1659
@r.ctalukdar1659 Ай бұрын
কৃষ্ণ প্ৰভূ ঈশ্বৰ ভাগৱত হেনো বেলেগ কৈ লিখা হৈছে, মন্তব্য এটা পঢ়ি বেয়া লাগিল।নানা মুনিৰ নানা মত। গগৈ বাপ জনালৈ সেৱা ধৰিলো। কৃষ্ণ।
@dibyajyotibaruahdibyajyoti6312
@dibyajyotibaruahdibyajyoti6312 Ай бұрын
মানুহ গৈ চন্দ্ৰ পালেগৈ , মানুহে মঙ্গল গ্ৰহত বসবাস কৰাৰ বাবে চিন্তাচৰ্চা চলি আছে । এইজনাই আকৌ সচাই মিছাই এসোপা বুজাই মানুহক মূৰ্খ সজাই আছে
@DSqrtda
@DSqrtda Ай бұрын
চন্দ্ৰত ঘৰ লোৱা পাতিলে মাতিব।
@dibyajyotibaruahdibyajyoti6312
@dibyajyotibaruahdibyajyoti6312 Ай бұрын
তহঁতৰ নিচিনা জধামূৰ্খ সোপা গৈ কি কৰিবি ???
@DebajitTaye-u6w
@DebajitTaye-u6w Ай бұрын
যাৰ যিমান বুজা শক্তি থাকে, সেই সিমানে বুজি পাব ৷ মূখ বুজাই লাভ নাই ৷
@mrinmoy13
@mrinmoy13 27 күн бұрын
Apunak moi challenge korisu.. Jodi imane apuni science mani sole, then, apuni edin kunuba eta Namghrt goi aaxon khonot goor mari di ahibo paribo lagibo.. Tetia bhagawan kun, aru science ki gom pai jaabo..
@DulalSaikia-v4y
@DulalSaikia-v4y Ай бұрын
সকলো আই বাপ যুৱক,যুৱতি উপকৃত হব লাগিব পালন মানিব লাগিব বচন।কৃষ্ণ, কৃষ্ণ কৃষ্ণ ।
@Nishanvlogs-u6k
@Nishanvlogs-u6k Ай бұрын
অতি সুন্দৰ ব্যাখ্যা
@debajithandique8669
@debajithandique8669 Ай бұрын
পুৰণা ভাগৱত ভাগৰ লগত নতুন ভাগৱত কিছুমান কথা অমিল যেন দেখা পোৱা হয় কিন্তু নতুন ভাগৱত ভাগি ইন্টাৰনেটত পোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ গোলাঘাট জিলাশাখা দ্বাৰা প্ৰকাশিত হেই ভাগৰ লগত মিল দেখা যায়। পুৰণা ভাগৱত ভাগিৰ লগত শংকৰ সংঘৰ যিবোৰ কথা মিলা দেখা নাজাই সেই কথাবোৰ আঁতৰাই নতুন কৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ সকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত মিল যোৱাকৈ লিখি পেলোৱা হৈছে নেকি।
@DarimbaJyotiGogoi
@DarimbaJyotiGogoi Ай бұрын
নিশ্চিতভাৱে এয়া সন্দিহান হৈ পৰিছে । বাপজনৰ প্ৰায়খিনি ভাগৱত বাখ্যা মই চাওঁ… ভালো পাওঁ …কিন্তু কোনোবাখিনিত যেন তেওঁ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘকহে যেন প্ৰতিনিধিত্ব তথা প্ৰতিষ্ঠাপন কৰিব বিচাৰে তাৰ উমান পোৱা যায় । মায়ামৰা সমাজেই হওঁক কিম্বা অন্য সমাজৰ লগত শংকৰদেৱ সংঘৰ নীতিগত কিছুমান পাৰ্থক্য দেখা পোৱা যায় আৰু তেওঁৰ কথাত তাৰেই প্ৰতিফলন হয় । এক কথাত কবলৈ গলে , তেওঁৰ মতাদৰ্শহে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব বিচৰা যেন অনুমান হয় ।
@mondiramech899
@mondiramech899 Ай бұрын
কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@JituHazarika-o3i
@JituHazarika-o3i Ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@bidhanbhadhara5784
@bidhanbhadhara5784 16 күн бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Official_baby-1
@Official_baby-1 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে
@probinbhuyan2182
@probinbhuyan2182 Ай бұрын
Krisno, Gogoi bapjonar baikhya. xundor, baikhya digholia hole, maje maje geet,namkhowa aadi amoni nalagibor babe aai bap xokole hai thoka bibostha koribo lagay. Geet nambur xoru xoru aakarot booklet chopa kori ataibur namghorot xokoluaye puwar jugut koribo lagay. Booklet Kom porile Deka gavorua mobilot loi gabo pare
@khirodbhuyan5967
@khirodbhuyan5967 Ай бұрын
Krishna 🙏
@SaikiaPabitra-u1f
@SaikiaPabitra-u1f 24 күн бұрын
Krishna Krishna 🙏🏿🙏🏿🙏🏿😊😀😃❤
@kanakdas2050
@kanakdas2050 Ай бұрын
কৃষ্ণ পৰম ঈশ্বৰ। ❤
@monipradipchetia8821
@monipradipchetia8821 Ай бұрын
Oti hundor ....biyakhya...Hari Bol
@nonichutia3034
@nonichutia3034 Ай бұрын
সুন্দৰ ব্যাখ্যা গগৈ বাপ
@PahiHandique-df2ji
@PahiHandique-df2ji Ай бұрын
ৰাম কৃষ্ণ 🙏🙏🙏🙏
@runusaikia4409
@runusaikia4409 8 күн бұрын
বাপ জনাৰ জ্ঞান মাৰ্গ দৰ্শনত শত কোটি প্ৰনাম
@govinda593
@govinda593 17 күн бұрын
Hare Krishna
@purnimadas7779
@purnimadas7779 Ай бұрын
🙏🙏কৃষ্ণ🙏 কৃষ্ণ 🙏🙏 🙏🙏কৃষ্ণ 🙏কৃষ্ণ 🙏🙏
@bhadreswarbania2140
@bhadreswarbania2140 Ай бұрын
কৃষ্ণ । বাপ অশোক বনখনৰ বিষয়ে জানি মন গৈছে । কৃপাকৰি বাখ্যাৰ মাজতে কেতিয়াবা জনাব চোন । কৃষ্ণ
@dilipdas8112
@dilipdas8112 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল ❤
@ratul-g9e
@ratul-g9e Ай бұрын
প্ৰশ্নটৌ বহুত গুৰুত্বপূৰ্ণ।।????
@krishnagogoi1657
@krishnagogoi1657 Ай бұрын
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ |
@hemendas9287
@hemendas9287 21 күн бұрын
JOY SHREE KRISHNA JI
@amiyabaruah3534
@amiyabaruah3534 21 күн бұрын
আপোনাৰ তুলনাটোত ছোৱালী জনিৰ উদাহৰন দিয়া বেয়া কথা ৷
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c Ай бұрын
পঢ়ি বাক লাগি গৈলা প্ৰভু ছাঁ ত্ৰ হৈয়া। সা নদিপনী গুৰু শিক্ষাই লন্ত্ স বে শাস্ত্ৰ।।পাছ ব ছৰ বয়সত কৃষ্ণ আৰু বলো ই যমুনা ত স্নান কৰি দীঘল দি সাষ্টংগে সেৱা কৰি শ ৰণ আৰু পাচত ভজন 64 সৌশস্থি দিন।। বিনা গুৰু শৰণ সনাতন পৰী পন্ঠী ।প্ৰাথমিক শিক্ষা নোলোৱা কৈ m A admission কত? নাৰায়ণ নং নমষ্টোতে নমুনমহ।।কৃষ্ণ এৰিলত ইটো ভূমণ্ডল অধ্বৰ্ম্মে যুৰিল ৰাজ।শ্ৰী ধৰ্ম ধৃতি স ত্য নীতি কৃষ্ণৰ লগতে গৈ ল।। অন্ন বস্ত্ৰয় নুজুৰিব। অক্ থকি কথকীি হৈ ব।। উদ্ধৱ মহন্তক দিয়া মাৰ্গ অনুসৰণ দুৰূহ........ ....
@Nezukoxhetia
@Nezukoxhetia Ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা 🙏🙏🙏
@KabitaRabha-g4m
@KabitaRabha-g4m 13 сағат бұрын
Krishna Krishna Krishna 🙏🙏🙏♥️♥️♥️
@KukilSaikia-x4r
@KukilSaikia-x4r Ай бұрын
Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏
@kilipp7870
@kilipp7870 Ай бұрын
Krishna Krishna Krishna 🙏🙏🙏 l
@munindraborgohain6054
@munindraborgohain6054 Ай бұрын
Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻
@MayuriTamuli-c4q
@MayuriTamuli-c4q Ай бұрын
Krishna
@binaprovasaikia8555
@binaprovasaikia8555 27 күн бұрын
সুন্দৰ বতমান সময়ৰ
@bipulsutradhar8145
@bipulsutradhar8145 Ай бұрын
কৃষ্ণ🙏🌷🙏🌷🙏🌷
@DilipChDutta
@DilipChDutta Ай бұрын
বাপ এই অমৃতময় বায়ক নামানে কৃষ্ণ কৃষ্ণ
@RAJANIKANTARABHA-t1c
@RAJANIKANTARABHA-t1c 26 күн бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@jitulchetia2946
@jitulchetia2946 Ай бұрын
🙏🙏🙏
@ramcharandeka9143
@ramcharandeka9143 Ай бұрын
Madhaba Ram Krishna Hari Gopal Jagannath Keshab Krishna Madhava Ram.
@gargisonowal17
@gargisonowal17 Ай бұрын
বাপ জনা এটা মোৰ প্ৰশ্ন অনিৰুদ্ধদেৱৰ গুৰু দেৱৰ বিষয়ে অকণমান ক'লে ভাল পাম অনুৰোধ কৰিলো
@GirinbaruahGirinbaruah
@GirinbaruahGirinbaruah 16 күн бұрын
এখেতে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিষয়ে জনাব পাৰিবনে ??
@JayantaDhing-py2to
@JayantaDhing-py2to Ай бұрын
কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ
@DSqrtda
@DSqrtda Ай бұрын
আপুনি শব্দ কেইটা শুদ্ধকৈ লিখিব জনা নাই, বাকীখিনি বাদ দিয়ক।
@DSqrtda
@DSqrtda Ай бұрын
গৰু কাক কৈছে ?
@jayantadutta165
@jayantadutta165 Ай бұрын
আমি জনাত হৰি নাম লোৱাত কোনো নিয়ম নীতি নাই বুলি পাই অহিছো।কৃষ্ণ বাপ সমস্ত।
@DipakSaikia-v6u
@DipakSaikia-v6u Ай бұрын
🙏
@NityanandaRay-j1d
@NityanandaRay-j1d Ай бұрын
Krisna
@ManalisaBordoloi-m5i
@ManalisaBordoloi-m5i 25 күн бұрын
Kisnnar🎉
@HoreswariDas-j2g
@HoreswariDas-j2g Ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@BasantaDas-b9g
@BasantaDas-b9g 7 күн бұрын
Krishna krishna krishna
@GulapiSonowal-f3n
@GulapiSonowal-f3n 24 күн бұрын
Khisno 🙏🙏🙏
@BabliGogoi-j6l
@BabliGogoi-j6l Ай бұрын
Hare Krishna 🙏🙏 Prabhu
@dipjyotigogoi8981
@dipjyotigogoi8981 24 күн бұрын
সুন্দৰ কন্ঠ নহলে ভাগৱত পঢ়িব নোৱাৰি নেকি..??
@giridharidas4816
@giridharidas4816 Ай бұрын
Hare.krishna
@parthakonwar8119
@parthakonwar8119 29 күн бұрын
উওৰ বিলাক পুনপতিয়াকে দিব লাগে
@jatinkalita6619
@jatinkalita6619 Ай бұрын
কৃষ্ণ প্রভূ বহ্যেতো কথা জানিব পারীলো ভাল লাগিল
@anuraggoswami4108
@anuraggoswami4108 Ай бұрын
যগ্যো উপবিত ধাৰণ নকৰাকে বেদ আদি শাস্ত্ৰ পঢিব পাই জানো দাদা।
@DSqrtda
@DSqrtda Ай бұрын
এজনে প্ৰশ্ন কৰিছে শৰণ, ভজন নোলাৱাকৈ পাঠেকী বা ব্যাখ্যাকাৰ হ'ব পাৰে নে ? উত্তৰ হ'ব লাগে পাৰে বা নোৱাৰে । গৰুৱে আগ খোৱাৰ পৰা ভেকুলী য়ে টোৰ টোৰোৱা লৈকে বুজালে। মানে আমাৰ পূৰ্বৰ পৰা চলি অহা প্ৰথা অনুযায়ী হে নোৱাৰে । নহয় জানো ?
@rajurajbanshi8727
@rajurajbanshi8727 6 күн бұрын
Uttar to pare ba noware ki kole buji a npalo mi
@Plabitadas21
@Plabitadas21 Ай бұрын
Paribo😊
@rajakonwar600
@rajakonwar600 Ай бұрын
rramram
@tilakdeka5551
@tilakdeka5551 Ай бұрын
❤❤❤
@priashmitabharali1931
@priashmitabharali1931 Ай бұрын
কৃষ্ণ বাপ
@rekhagogoi322
@rekhagogoi322 Ай бұрын
Krishna Krishna Krishna 🙏.
@JungogoiJugogoi
@JungogoiJugogoi 24 күн бұрын
কৃষ্ণ ঐ
@BuluBaruah-u4s
@BuluBaruah-u4s Ай бұрын
🙏 Kishano 🪔
@gajenborah-ee8yl
@gajenborah-ee8yl 29 күн бұрын
Krishna bapbor Val lageel
@biswajyotipayun8218
@biswajyotipayun8218 Ай бұрын
Krishna Krishna Krishna
@DeeopjutiWasamiskomiti
@DeeopjutiWasamiskomiti Ай бұрын
❤❤❤❤ken
@arabindodas2009
@arabindodas2009 Ай бұрын
Hi Bap krishno. krishno
@Mahananda.Hazarika.
@Mahananda.Hazarika. Ай бұрын
Sumitra Gogoi Krishna Krishna Krishna Bap 6❤🙏
@kumudinisaikia1979
@kumudinisaikia1979 Ай бұрын
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🪔
@NabajyotiGogoi-u9p
@NabajyotiGogoi-u9p Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@GitaliBora-j8z
@GitaliBora-j8z Ай бұрын
মাইকী মানুহে ভাগৱত পাঠ কৰিব পাৰেনে, যদি পাৰে তেন্তে কোনখিনি মহিলা য়ে পঢ়িব পাৰে জনাবচোন।
@renuborah7236
@renuborah7236 Ай бұрын
Vl
@jalendrarabha9474
@jalendrarabha9474 Ай бұрын
Krishna bap 🙏
@TaraliDihingia
@TaraliDihingia Ай бұрын
10000000 vagei hosa. Koisu. Horon. Bhojon. Nololeu. Bhagovot. Path. Koribo. Pari.
@akhilmahanta2524
@akhilmahanta2524 Ай бұрын
অনিৰুদ্ধ দেৱ গুৰু হয়নে নহয় সি প্ৰানজিৎ ভাগৱত ভট্টাচাৰ্য্যই কি কয় ? শঙ্কৰ গুৰুয়ে আপোনাকো প্ৰত্যক্ষ জ্ঞান দিলেনিকি ?
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
@@akhilmahanta2524 গোপাল দেৱ, হৰিদেৱ, অনিৰুদ্ধ দেৱ আদি সকলো চীৰনমস্য় । তেওঁলোকৰো অসমীয়া সমাজত বহু দান দিছে। কিন্তু মহাপুৰুষ মাধৱদেৱৰ অৰিহণা সকলোতকৈ বেছি যিজনাৰ দ্ৱাৰা সৃষ্ট গ্ৰন্থ নামঘোষাভাগি আজি বিদেশতো গৱেষণা কৰিছে, যিখন গ্ৰন্থৰ পদসমূহ ভকতৰ মুখত অবিৰাম কীৰ্তন হৈ থাকে, যিখনৰ প্ৰাৰ্থনা সমূহ বিদ্যালয়ত পৰিবেশন কৰে্ আদি যিসমূহ কৈ শেষ কৰিব নোৱাৰি । সেই মাধৱদেৱেই মহাপুৰুষ শংকৰদেৱক চিনাকী কৰি থৈ গৈছে। মাধৱদেৱে নামঘোষাত লিখিছে " ৰাজা প্ৰজা জানিলেক ভক্তিপথ, শঙ্কৰৰ পথ শুদ্ধ। সিটো মত চাড়ি আন আছৰয় পৰম সিটো মূগূধ ।। আকৌ লিখিছে " শঙ্কৰে সঙশয় ছেদি, শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাঙ্ক এৰি কি কাৰণে........."গতিকে কেৱল মুখেৰে শঙ্কৰদেৱ মাধৱদেৱৰ নাম লগেই নহ'ব তেওঁলোকৰ বিহিত বচন সমূহ পালনৰ গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ভাবোঁ। কৃষ্ণ।
@TaraliDihingia
@TaraliDihingia Ай бұрын
Jitu. Prosno. Likha. Thake. Hei. Prosnoto. Uttorhe. Hudhokoi. Dibo. Lage
@DSqrtda
@DSqrtda 9 күн бұрын
আপুনি যদি এজন পূৰ্ণাঙ্গ ভকত হৈ ৰঙা পানী কন খাব পাৰে, তেনে হলে জ্ঞান অৰ্জনৰ বাবে শৰণ- ভজন নোলোৱাকৈ ভাগৱত পঢ়া একো বেয়া কাম নহয়।
@kamaleswardas8507
@kamaleswardas8507 Ай бұрын
অনা শংকৰীয়াসকলে কাজ কৰ্মত খাদ্য বিলালে শংকৰীয়াসকলে খাদ্য গ্ৰহণ নকৰে। মোৰ অঞ্চলত এনেকুৱা ঘটনাৰ মই প্ৰত্যক্ষদৰ্শী। এই ক্ষেত্ৰত আপোনাৰ কিবা বিধান বাপ!!!!
@bhagabanchandradas8892
@bhagabanchandradas8892 18 күн бұрын
আপোনাৰ প্ৰতি উত্তৰ দিবলৈ এখেতৰ হাতত সময় তেনেই কম।। কাৰণ এখেত হৈছে দেৱ দেৱীৰ বিৰোধী এজন মহান পণ্ডিত হয়।।
@nitulbora374
@nitulbora374 3 күн бұрын
কৃষ্ণ ৱাপ জন।
ধলা আজোখা নামঘৰ part 1 @জ্যোতিময়Jyotimoy
52:15
জ্যোতিময় Jyotimoy
Рет қаралды 7 М.
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 10 МЛН
КОГДА К БАТЕ ПРИШЕЛ ДРУГ😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 7 МЛН
Real Man relocate to Remote Controlled Car 👨🏻➡️🚙🕹️ #builderc
00:24
Bhagawat||মৰিগাঁওpart2||Pallab Chutia||@জ্যোতিময়Jyotimoy
1:30:52
জ্যোতিময় Jyotimoy
Рет қаралды 406 М.
মিলনপুৰ চেপন @জ্যোতিময়Jyotimoy
38:15
জ্যোতিময় Jyotimoy
Рет қаралды 168 М.
Part2বৰপেটা হাউলী @জ্যোতিময়Jyotimoy
53:19
জ্যোতিময় Jyotimoy
Рет қаралды 107 М.
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 10 МЛН