Zero পৰা Hero হোৱা এজন সফল অসমীয়া।সফলতাৰ কাহিনীটো শুনিবচোন

  Рет қаралды 14,856

Biplab Neog

Biplab Neog

Күн бұрын

Пікірлер: 41
@MrDehingia-c1f
@MrDehingia-c1f 4 сағат бұрын
এটা কথা ডাঙৰীয়া , আপোনাৰ অতীতত যেতিয়া হাত ভাঙিছিলে তেতিয়া হস্পিটেল নাছিল সেইটো আপুনি অভাৱ অনুভৱ কৰিছিলে আৰু এতিয়া মানুহৰ হস্পিটেল থাকিও ভাল চিকিৎসা ৰ অভাৱ , চৰকাৰী হস্পিটেল ৰ চিকিৎসকে বেচৰকাৰী হস্পিটেলত ঠিকেই চিকিৎসা কৰে , এতিয়া মধ্য বিত্ত আৰু দুখীয়া শ্ৰেণী মানুহৰ আপোন লোকৰ হস্পিটেল ৰ দৰে দামী হস্পিটেলত চিকিৎসা কৰাবলৈ টকাৰ অভাৱ , আপুনি যদি অতীত পাহৰি যোৱা নাই তেন্তে এই শ্ৰেণী মানুহৰ কাৰণে আপুনি আপোনাৰ হস্পিটেলত কিছু ৰেহাই ব্যবস্থা কৰে যেন 🙏
@sashibhatta5198
@sashibhatta5198 4 сағат бұрын
ইফালে নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ পৰা সেইজনৰ চিকিৎসালয়লৈ গৈ HERO ৰ পৰা ZERO হৈ গৈয়ে থাকিব ৷
@SwapnaDevi-i5s
@SwapnaDevi-i5s 5 сағат бұрын
ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাতকৈ এজন ভাল মানুহ হবলৈ শিকাওঁক ।
@Healthylife7788
@Healthylife7788 2 күн бұрын
মিঠা মিঠা কথা কৈ মানুহক লুটি আছে ।
@utpalgogoi8457
@utpalgogoi8457 16 сағат бұрын
মিঠা মিঠা কথা কৈ থাকিলেই নহব বাস্তৱত..........
@AnubhabBorah-x6p
@AnubhabBorah-x6p Күн бұрын
সাধাৰণ মানুহৰ বাবে একো নকৰিলে। যিটো সময়ত চৰকাৰী চিকিৎসালয়ত নিউৰ'লজি বিভাগত তেওঁ সাধাৰণ ৰোগীৰ বাবে প্ৰয়োজন আছিল সেই সময়ত তেওঁ ওলাই আহি সাধাৰণ মানুহ যাব নোৱাৰা এখন নাৰ্ছিং হ'ম আৰম্ভ কৰি বেপাৰ আৰম্ভ কৰিলে।দেশৰ সাধাৰণ জনগণে পৰিশোধ কৰা কৰৰ টকাৰে চৰকাৰী প্ৰতিষ্ঠানত পঢ়ি তেওঁ সাধাৰণ জনগণৰ প্ৰতি দায়বদ্ধ কোনখিনিত হ'ল? চৰকাৰী প্ৰতিষ্ঠানটোৰ প্ৰতি দায়বদ্ধ কোনখিনিত হ'ল? গতিকে তেওঁ হিৰ' কেনেকৈ হ'ল ?
@sashibhatta5198
@sashibhatta5198 21 минут бұрын
মুখাখন খুলি দিব লাগে ৷
@nishantakashyap4942
@nishantakashyap4942 17 сағат бұрын
দূখীয়াৰ কাৰণে এখেতে একো ডাল নকৰিলে।
@Immantu
@Immantu 4 сағат бұрын
বহুত সুন্দৰ
@Wwk2197
@Wwk2197 2 күн бұрын
বৰ ভাল লাগিলে কথা খিনি শুনি ❤❤❤
@biswajitsonowal5148
@biswajitsonowal5148 2 күн бұрын
Dokait kela….. natok aibur
@Wwk2197
@Wwk2197 Күн бұрын
ডকাইত নে ডক্তৰ😂😂
@RukmaChetia
@RukmaChetia Күн бұрын
কেনেকে
@biswajitsonowal5148
@biswajitsonowal5148 Күн бұрын
Okol KZbin jogotot nathakibo apunaluk ! Ground reality janibo !
@biswajitsonowal5148
@biswajitsonowal5148 Күн бұрын
@@Wwk2197bhal j english Buji pale dei ‘ 🤣
@AmiyaBarman-ms2ne
@AmiyaBarman-ms2ne 9 сағат бұрын
Sîuuiii​@@biswajitsonowal5148
@probinkumarkakati6151
@probinkumarkakati6151 20 сағат бұрын
এই মানুহ জনে নিজৰ অতীত পাহৰিযোৱা ব্যক্তি তেওৰ বিষয়ে জানিবলৈ বা চাবলৈ মন নাযায় ?
@rajatboruah347
@rajatboruah347 6 сағат бұрын
Roton tata nisina kunu hobo nuware
@vestigejlteam9047
@vestigejlteam9047 8 сағат бұрын
Sadharon manuh jabo nuware ow ekhetor tate
@ispitamixedentertainment5976
@ispitamixedentertainment5976 Күн бұрын
Heaviest manpower ❤❤❤
@NILABARO-t8z
@NILABARO-t8z 7 сағат бұрын
GNRC dokait hospital hoi
@nituldutta3682
@nituldutta3682 Күн бұрын
Great
@tanumoran2484
@tanumoran2484 22 сағат бұрын
Mitha mitha koi kintu luti loy
@BarnaliDas-f3e
@BarnaliDas-f3e 5 сағат бұрын
Right
@nripenchandradas2482
@nripenchandradas2482 4 сағат бұрын
GNRC should be black listed because doctors are this hospital are not highly qualified .only business 😅
@shamimakhtar1741
@shamimakhtar1741 22 сағат бұрын
Kosai khana khulise... Hospital nohoi
@paragthakuria1995
@paragthakuria1995 6 сағат бұрын
🙏🙏🏻🙏
@RubuRakesh
@RubuRakesh 22 сағат бұрын
real hero
@satyajitkakati1454
@satyajitkakati1454 Күн бұрын
❤❤❤❤❤❤❤
@JGVlogs6
@JGVlogs6 Күн бұрын
❤❤❤
@gopalbora310
@gopalbora310 2 күн бұрын
❤❤❤❤❤❤❤❤❤
@TolanGogoi-s3u
@TolanGogoi-s3u 2 күн бұрын
🎉
@greateffort1234
@greateffort1234 17 сағат бұрын
😂😂....
@barendranarzary8565
@barendranarzary8565 9 сағат бұрын
private Hospital kuli Dokaid 24 Dr,
@latifali9650
@latifali9650 19 сағат бұрын
Gnrc ye lute manuhok
@NipuLahkar-qv1jq
@NipuLahkar-qv1jq 23 сағат бұрын
Kunuba Jone ru Aponk Dokait buli Comment dise......😂😂
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 1,8 МЛН
哈哈大家为了进去也是想尽办法!#火影忍者 #佐助 #家庭
00:33
火影忍者一家
Рет қаралды 130 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 58 МЛН
ঠিকনা | Assamese Video | PANJ Creator
10:12
PANJ Creator
Рет қаралды 4,5 М.
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 1,8 МЛН