Рет қаралды 10,516
হুঁচৰিত বজোৱা ঢোলৰ চেও শিকোঁ আহক - assamese dhol tutorial
আজিৰ ভিডিঅ'ত হুঁচৰিত বজোৱা ঢোলৰ চেও সমুহৰ ওপৰত প্ৰস্তুত কৰা হৈছে। হুঁচৰি গাওঁতে মঞ্চতে হওক বা গৃহস্থৰ চোতালতেই হওক বিভিন্ন ধৰণৰ নাচনী চেও বজোৱা হয়। তাৰে এটা মাত্ৰ চেও বজায় দেখুওৱা হৈছে। আশাকৰোঁ ন-শিকাৰু সকল উপকৃত হ'ব 🙏