ছাত্ৰৰ বেগত এইয়া কি?? দুকোব দিওঁতেই শিক্ষকলৈ ল'লে চোঁচা

  Рет қаралды 199,735

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Күн бұрын

Пікірлер: 397
@hareswarhandique2096
@hareswarhandique2096 2 ай бұрын
সময়ৰ উপযোগী । উপদেশ মূলক । শিক্ষকৰ চৰিত্ৰত অভিনয় কৰা জনলৈ শতকোটি প্ৰণাম জনালোঁ ।
@siddharthasankarphukan3978
@siddharthasankarphukan3978 2 ай бұрын
চেকনীৰ আগতহে শিক্ষা । ছাৰে বৰ সুন্দৰ কথা কলে । ধন্যবাদ ছাৰ ।
@ranjanborah5983
@ranjanborah5983 2 ай бұрын
মনৰ মাজত সোমাই থকা কথা খিনি উলিয়াই দিয়াৰ বাবে বহুত ধন্যবাদ৷ লৰা-ছোৱালীৰ ধংসৰ মুল কাৰণ অভিভাৱক৷ মই নিজেও শিক্ষক আছিলো দোষ কৰিলে শাস্তি দিবলৈ ভয় নকৰো ৷ নিজৰ লৰা ছোৱালীকহে নিজৰ বুলি ভৱাৰ কাৰনেই সমাজত এই নৈতিক স্খলন ঘটিছে৷ নিজৰ লৰা ছোৱালীক শাসন কৰক তেতিয়াই সমাজ সলনি হব৷
@amanurrahman1042
@amanurrahman1042 2 ай бұрын
বৰ্তমান সময়ত আমাৰ সমাজত চলিত আধাৰত নিৰ্মিত। অতি সুন্দৰ।
@manafact
@manafact 2 ай бұрын
শিক্ষক জনক বহুত বহুত ধন্যবাদ। এচাৰি আগত শিক্ষা। সন্মান ছাএই বুজি নাপাই। এতিয়া , "চৰিএ" পাঠ বিষয়টো অতিকৈ প্রয়োজন হৈছে।
@jantihira9356
@jantihira9356 2 ай бұрын
শিক্ষক অভিনয় কৰাজনক মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ..সূনদৰ প্ৰতিচ্ছবি ডাঙি ধৰিছে।
@nilshankharaj5703
@nilshankharaj5703 2 ай бұрын
দেৰিকৈ বুজি পাই অভিভাবকে। ল'ৰা ছোৱালীক দোষ দিলে বেয়া পাই বাবে এই গতি। বৰ সুন্দৰ উপস্থাপন 👍🏾👍🏾
@dolihazarika2605
@dolihazarika2605 2 ай бұрын
সমগ্ৰ শিক্ষক সমাজৰ হৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক । ইমান সুন্দৰকৈ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত video টো আগবঢ়ালে তাৰ বাবে নথৈ সুখী হৈছোঁ...
@ghanakonwar609
@ghanakonwar609 2 ай бұрын
মহাশয় আপোনাৰ কথাবিলাক বৰ ভাল লাগিল, ধন্যবাদ।
@bogadharshyam4089
@bogadharshyam4089 2 ай бұрын
সচা কথা,বৰ্তমান যুগত প্ৰতি গৰাকী শিক্ষকৰ হাতত বেত লোৱাৰ প্রযোজন ।
@freefireindiaoffcial-nx2kt
@freefireindiaoffcial-nx2kt 2 ай бұрын
❤❤❤প্ৰতিজন শিক্ষা গুৰুৰ প্ৰতি মোৰ এটাই অনুৰোধ যে , সেকনিৰ আগত বিদ্যা দিয়ক
@PranabkumarDas-l2t
@PranabkumarDas-l2t 2 ай бұрын
ইমান সুন্দৰ সত্যতা দাঙি ধৰিছে আপুনি 🙏🙏🙏
@ashokdas8961
@ashokdas8961 2 ай бұрын
আপোনালৈ অভিনন্দন, শুভেচ্ছা তথা শুভ কামনা জনালোঁ। কিন্তু এটা কথা সকলোৱে জানে বা জনাটো আৱশ্যক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক বা সমাজৰ অন্যান্য সকলোৱে যেতিয়ালৈকে নিজৰ দোষ বা ভূল নেদেখে বা নিজক নিজে নোশুধৰাই তেতিয়ালৈকে সমাজ শুদ্ধ নহয় ..।। ধন্যবাদ ।।
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 2 ай бұрын
🙏 আপোনাৰ নিতিশিক্ষাৰ নাটক খন সময়উপযোগী হৈছে অতি সুন্দৰ অভিনয় বত্তমানৰ সমস্যা বোৰ ৰোধ কৰা আৰু অভিভাৱক সকল সচেতন হোৱাত যথেষ্ট ফলপসু হব ।
@manikasom3552
@manikasom3552 2 ай бұрын
শিক্ষক জনক অশেষ ধন্যবাদ।মই ও এজন শিক্ষক,ব্যক্তিগত খণ্ডৰ।নিজৰ সন্তানক নিৰ্দোষী সাব্যস্ত কৰিব বিচৰা,সন্তানৰ পক্ষত থিয় দিয়া অভিভাৱক কেইবাজনো লগ পাইছোঁ এতিয়ালৈকে।
@MintuBarman-u8q
@MintuBarman-u8q 2 ай бұрын
কি বুলি যে ধন্যবাদ দিম !আমি শিক্ষক সকলে দৰ মহা কিমান পাওঁ তাৰ হে হিছাপ ৰাখে ।
@anjumonikakoti7250
@anjumonikakoti7250 2 ай бұрын
সময়োপযোগী এক শক্তিশালী বার্তা আগবঢ়ালে 👏👏
@pabitranath4675
@pabitranath4675 2 ай бұрын
সময়োপযোগী অনুষ্ঠান। চাই বৰ ভাল লাগিল।
@homenphukon9474
@homenphukon9474 2 ай бұрын
বাস্তৱিকতাৰ সুন্দৰ প্ৰকাশ।। সন্মতি আছে আপোনাৰ কথাত।।
@mondirabora9140
@mondirabora9140 2 ай бұрын
চেকনিৰ আগত বিদ্যা এই কথাষাৰ যেন সকলো য়ে জনা উচিত।শিক্ষকৰ অভিনয় কৰা জনলৈ বহুত বহু ধন্যবাদ জনালো।
@MidulBoruah-l5y
@MidulBoruah-l5y 2 ай бұрын
শ্ৰীমন্ত দাদা বৰ্তমান শিক্ষক আৰু অভিভাৱকৰ যিটো দুৰত্ব আহি পৰিছে তাক আপুনি ইমান সুন্দৰ ভাৱে অভিনয় যোগেদি দাঙি ধৰিলে তাৰ কাৰণে আপুনি ধন্যবাদৰ পাত্ৰ।
@jadavchandranath7072
@jadavchandranath7072 2 ай бұрын
শিক্ষক জনলৈ বহুত বহুত ধন্যবাদ
@rajibsaud3757
@rajibsaud3757 2 ай бұрын
সুন্দৰ উপস্থাপন। এক অতি যোগাত্মক সময়োপযোগী বাৰ্তা।।🙏👍🙏👍
@sachindeka9546
@sachindeka9546 2 ай бұрын
অতি সুন্দৰ সময়োপযোগী নিদৰ্শন, শিক্ষক জনৰ বক্তব্য সঁচাকৈয়ে আদৰণীয়।🙏
@mridulsaikia7875
@mridulsaikia7875 2 ай бұрын
সময় উপযোগী চিন্তা চৰ্চাৰ আৰম্ভ, ধন্যবাদ ❤
@gakulgogoi9558
@gakulgogoi9558 2 ай бұрын
বৰ সুন্দৰ হৈছে। সময়োপযোগী। মইতো প্ৰথমে সঁচা ঘটনা বুলিয়ে ভাৱিছিলো। A genuine message to the teachers and parents.
@bulukantadutta8912
@bulukantadutta8912 2 ай бұрын
ভিডিঅ টো সময় উপযোগী হৈছে ।শিক্ষক ৰ অভিনয় কৰাজনলৈ বহুত বহুত ধন্যবাদ ।
@kripalibhuyan5326
@kripalibhuyan5326 2 ай бұрын
সকলো শিক্ষক সমাজৰ মনৰ কথা এয়া । হয়, সকলোৱে যেন শিক্ষকসকলকে চকু দি থাকে । কিমান উদণ্ড ল'ৰা ছোৱালীক বিদ্যালয়ত চম্ভালি থাকিব লাগে, অভিভাৱকে এবাৰ ভাবে নে? অভিনয় সকলোৰে বৰ ভাল হৈছে
@ProbodhGoswami-k8e
@ProbodhGoswami-k8e 2 ай бұрын
ঠিক সময়ত ঠিক বিষয় এটাৰ ওপৰত আলোচনা হৈছে । শিক্ষকক সমালোচনা কৰোতে কৰোতে ল'ৰা ছোৱালী ৰসাতলে গৈছে ।
@anibchutia4418
@anibchutia4418 2 ай бұрын
সাম্প্ৰতিক সময়ৰ পৰিস্থিতিকলৈ অতি প্ৰয়োজনীয় যোগাত্মক চিন্তাৰে সময়োপযোগীকৈ অভিভাৱক সকলৰ প্ৰতি উপদেশমূলক বাৰ্তা প্ৰেৰণ কৰিলা , বহুত ভাল লাগিল চুটি ভিডিঅ’টি চাই ৷ বহুত বহুত শুভেচ্ছাৰে অভিনন্দন জনালোঁ আটাইকেইজনলৈ ৷
@bharatisaikia1388
@bharatisaikia1388 2 ай бұрын
অভিভাৱক সতেতন হবৰ হব।এই নীতি শিক্ষা নাটকখন বৰ্তমান সময়ৰ উপযোগী। সকলোৱে স্বেৱাৰ কৰক। বহুত ধন্যবাদ দাদা ।
@rinjumonigogoi6289
@rinjumonigogoi6289 2 ай бұрын
এটা বাস্তব সমস্যা।বৰ সুন্দৰকৈ উপস্থাপন কৰিছে।সকলোৰে অভিনয় বৰ সুন্দৰ।
@JadObDoley-h2z
@JadObDoley-h2z 2 ай бұрын
সময় উপযোগী ধন্যবাদ,🙏
@NirmaliDutta-js4yl
@NirmaliDutta-js4yl 2 ай бұрын
মিলন আৰু শ্ৰীমন্তক বহুত বহুত ধন্যবাদ।সময়োপযোগী ।hundor অভিনয়।
@AnjumoniGogoi-lk8il
@AnjumoniGogoi-lk8il 2 ай бұрын
শিক্ষক জনক অশেষ ধন্যবাদ । লগতে বাইদেউৰ ব্যৱহাৰ ভাল লাগিল ।
@saramakalita8051
@saramakalita8051 2 ай бұрын
শিক্ষা গুৰু জনলৈ বহু বহু ধন্যবাদ
@arunpathak2120
@arunpathak2120 2 ай бұрын
সমযয়োপযোগী কাহিনীৰ আধাৰত সমাজলৈ এক শুভ বাৰ্তা। ধন্যবাদ থাকিল।
@DhanChutia-dx3fj
@DhanChutia-dx3fj 2 ай бұрын
Excellent গোটেই কিতা কথাই বহুত বহুত মূল্যবান চৰকাৰে এতিয়া কি হাতত লয় সেইটো হে আচল কথা ।
@kunjogogoi579
@kunjogogoi579 2 ай бұрын
সমাজলে এটা শুভ বাতা্ গৈছে দেই ভাল লাগিল।
@ujjalchaliha2793
@ujjalchaliha2793 2 ай бұрын
সময়ৰ উপযোগী ভাল লাগিল,অভিভাৱক সকল সচেতন নহলে ল'ৰা ছোৱালী ধংসৰ পথত।
@ProbalKhataniar
@ProbalKhataniar 2 ай бұрын
ইয়ে হৈছে প্ৰকৃততে,সুন্দৰ🎉
@RanjanaGogoi-ed7xw
@RanjanaGogoi-ed7xw 2 ай бұрын
বহুত ধন্যবাদ ছাৰ মনৰ কথা বোৰ প্ৰকাশ পালে
@rumineog6736
@rumineog6736 2 ай бұрын
সুন্দৰ । সময়ৰ উপযোগী । শিক্ষক সমাজ হৈ ধন্যবাদ জনাইছো
@dalimiboruah4100
@dalimiboruah4100 2 ай бұрын
শিক্ষক অভিনয় কৰা চাৰ জনক বহুত বহুত ধন্যবাদ,। সময়ৰ উপযোগী ভিডিও।
@jitumonigogoi5816
@jitumonigogoi5816 2 ай бұрын
মিলন দাই আপোনাৰ ভিডৰ চাই ভাল লাগিল🙏🙏🙏🙏🙏
@pronobprokash86
@pronobprokash86 2 ай бұрын
আপোনাৰ যোগাত্মক video সমূহ আৰু বাস্তৱিক অভিনয় শৈলী খুবেই মনোগ্ৰাহী। আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগবঢ়াই লৈ যাওক আমি উপভোগ কৰি যাম।
@diptibaruah7062
@diptibaruah7062 Ай бұрын
সুন্দৰ অনুষ্ঠান। সময়োপযোগী বাৰ্তা বহুত ধন্যবাদ দুয়ো জনলৈ।
@krishnasarmah6510
@krishnasarmah6510 2 ай бұрын
সময়োপযোগী ,সুন্দৰ উপস্থাপন
@bipulsaikia4260
@bipulsaikia4260 2 ай бұрын
অতি সুন্দৰ,পদক্ষেপ।❤❤
@dr.pradipkumarsaikia6748
@dr.pradipkumarsaikia6748 2 ай бұрын
বহুত ভাল লাগিল। চেকনিৰ আগত বিদ্যা। সকলো শিক্ষকলৈ প্ৰণাম। 🙏🙏🙏
@dineshachandrarabha7158
@dineshachandrarabha7158 2 ай бұрын
সময়োপযোগী এক অনুষ্ঠান।
@rebotisaikia661
@rebotisaikia661 2 ай бұрын
মাননীয় ছাৰৰ সকলো কথা জানিব পাৰি নথৈ সুখি হ’লোঁ ৷ মইয়ো এগৰাকী প্ৰাথমিৰ বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী আছিলোঁ ৷ এনে ধৰণৰ দুই এজন অভিভাৱকে আহি আমাকো আমনি দিছিল ৷তেনে কথাত আওকাণ কৰি সময়ত কতব্য ত আগুৱাই গৈ কৰ্ম জীৱন সামৰনি মাৰিলোঁ ৷ কিন্তু এটা কথা তেনে অভিভাৱকৰ ছাত্ৰক সফলতাৰ বা উন্নতিৰ আশা বহুত দূৰত৷ শেষত ছাৰলৈ ধন্যবাদ আৰু দীঘায়ু কামনা কৰিলোঁ ৷🙏🙏🙏🙏
@PutaliSaikia-k6k
@PutaliSaikia-k6k 2 ай бұрын
প্ৰতি জন শিক্ষকলৈ প্ৰণাম জনোৱা ৰ লগতে অভিভাবক সকল সচেতন হবলৈ অভিভাবক হিচাপে অনুৰোধ থাকিল।
@sewaliborthakur5145
@sewaliborthakur5145 2 ай бұрын
অতি সুন্দৰ অভিনয়ৰ লগতে সমাজলৈ সুন্দৰ বাৰ্তা
@dadulborah8413
@dadulborah8413 2 ай бұрын
সুন্দৰ বাৰ্তা এটি জনসাধাৰণৰ মাজত ভিডিঅ মাধ্যমেৰে প্ৰচাৰ কৰা বাবে বহুত বহুত ধন্যবাদ ।
@JisoJiso-jf3ec
@JisoJiso-jf3ec 2 ай бұрын
মহাশয় আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাক ভগবানে কৃপা কৰক।
@protimaborah5325
@protimaborah5325 2 ай бұрын
100% পালেও এনে অভিভাৱকৰ ল'ৰাই সমাজৰ সুনাগৰিক হব নোৱাৰে |
@UjjwaljyotiBora
@UjjwaljyotiBora 2 ай бұрын
অতিকৈ গুৰুত্বপূৰ্ণ বিষয় ।ভাল লাগিল।
@pranjalbhuyan1098
@pranjalbhuyan1098 2 ай бұрын
সময়ৰ উপযোগী।বহুত ভাল লাগিল।
@Mri770
@Mri770 2 ай бұрын
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
@nizuskitchen5415
@nizuskitchen5415 2 ай бұрын
ইমান সুন্দৰ অভিনয় সচা যেন লাগিছে সমাজৰ বাবে সময়উপযোগি আমিও শিক্ষকৰ মাৰ খাই ডঙৰ হৈছিলো চেকনিৰ আগত বিদ্যা ৷ পিতনত কান্দি কান্দি চকুৰ পানী নাকৰ পানী একাকাৰ হৈ যায় তথাপিও মা দেউতাই কোনোদিনে আপত্তি কৰা নেদেখিলো ৷ আজিও সেই শিক্ষক সকলোক সন্মান কৰো আজিও চাৰ বুলি মাতো
@a_hannan9101
@a_hannan9101 2 ай бұрын
সুন্দৰ হৈছে। সময়োপোযোগী।
@jugaraniphukon8369
@jugaraniphukon8369 2 ай бұрын
সুন্দৰ উপস্থাপন ।বহুত ভাল লাগিগ।
@mgmusic.3483
@mgmusic.3483 2 ай бұрын
বাস্তৱ চিত্ৰখন ফুটাই তুলিলে ৷ ভাল লাগিল ৷
@madhumita-dg2qi
@madhumita-dg2qi 2 ай бұрын
সময় উপযোগী ভিডিও। খুউব সুন্দৰ বাৰ্তা সমাজলৈ।🙏🙏
@monumotigogoi1101
@monumotigogoi1101 2 ай бұрын
আপোনাৰ কথাবোৰে হৃদয় চুই গৈছে
@seemaborgohain1077
@seemaborgohain1077 2 ай бұрын
সুন্দৰ উপস্থাপন।সময় উপযোগী হৈছে।
@SABITA1176
@SABITA1176 2 ай бұрын
বৰ সুন্দৰ আৰু সময়োপযোগী ৷ এটা সুন্দৰ বাৰ্তা পালোঁ ৷ আজিৰ ছাত্ৰ কাইলৈৰ দেশৰ ভৱিষ্যত ৷
@K.B.KASHYAP
@K.B.KASHYAP 2 ай бұрын
বৰ্তমান প্ৰতিজন শিক্ষকৰ মানসিক যি অৱস্থা সেয়া সমাজে অনুধাৱন কৰিব নোৱাৰিলে দেশৰ ভৱিষ্যত ছাত্ৰ সমাজ কি দিশলৈ গতি কৰিব হয়তো বুজাব পৰা নাযাব। নাটক খন অতি সময়োপযোগী আৰু অভিনয় শৈলী সুন্দৰ হৈছে ।
@riturajkalita2767
@riturajkalita2767 2 ай бұрын
বৰ্তমান সময়োপযোগী ভিডিঅ'। খুবেই ভাল লাগিল চায়। নৱপ্ৰজন্ম তথা প্ৰতিজন অভিভাৱক লৈ এক বাৰ্তাবাহক কাহিনী।
@manashjyotigogoi5378
@manashjyotigogoi5378 2 ай бұрын
সূন্দৰ বাৰ্তা 👍🏼 অতি সুন্দৰ উপস্থাপন👌🏼
@munmunsarmah9183
@munmunsarmah9183 2 ай бұрын
অতি সুন্দৰ আৰু নীতিশিক্ষামূলক কাহিনী।
@AtulGogoi-k7n
@AtulGogoi-k7n 2 ай бұрын
বহুত সুন্দৰ ভিডিঅ' শিক্ষক চৰিত্ৰত অভিনয় কৰা ব্যক্তিৰ জনলৈ অষেশ ধন্যবাদ জ্ঞাপন কৰিলোঁ, এনে ধৰণৰ ভিডিঅ'পুনৰ আশা কৰিলো
@rbhuyan4140
@rbhuyan4140 2 ай бұрын
সুন্দৰ উপস্থাপন ,সময় উপযোগী চাই ভাল লাগিল।
@riku94083
@riku94083 2 ай бұрын
সুন্দৰ উপস্থাপন আপোনালোকলৈ বহুত ধন্যবাদ ।
@mamonigogoi2087
@mamonigogoi2087 2 ай бұрын
অতি উত্তম
@DITIMONIBURAGOHAIN
@DITIMONIBURAGOHAIN 2 ай бұрын
সঁচা কথা কৈছে ৷ ভাল লাগিল বহুত ৷
@dhrubajyotihazarika780
@dhrubajyotihazarika780 2 ай бұрын
মন চুই গল ভিডিঅটো চাই,ময়ো এজন হাইস্কুল পৰ্যায়ৰ শিক্ষক লগতে দৰংৰ বাসিন্দা সেইবাবে দৰংত হৈ যোৱা ঘটনাটো আৰু এজন শিক্ষক হিচাপে কথাবোৰ উপলব্ধি কৰিছো।আগলৈয়ো এনেকুৱা অনুপ্ৰেৰনামূলক ভিডিঅ পোৱাৰ আশা ৰাখিছো ।
@BhadreswarChautal
@BhadreswarChautal 2 ай бұрын
সুন্দৰ বহুত ভাল লাগিল।
@dipaliborthakur1474
@dipaliborthakur1474 2 ай бұрын
শিক্ষক জনৰ অভিনয়ে বৰ আবেগিক কৰিলে।ধন্যবাদ জনালোঁ।
@sinmoikrneog3132
@sinmoikrneog3132 2 ай бұрын
Milon da, apunalukor video tu Sai val lagil. Hosakoi teacher hokolok adal Anu hakhonor betor proyujon hoisei.
@ankurdutta-l7n
@ankurdutta-l7n 2 ай бұрын
V D Oটো ভাল লাগিল ।সময়ৰ উপযোগি হৈছে ।নিৰ্ভীক আৰু স্পষ্টবাদি হোৱাটো আৱশ্যক ।আপোনালোকৰ V D Oআগতেওঁ চাইছো ।ধন্যবাদ থাকিল ।❤
@monjurikagogoi1406
@monjurikagogoi1406 2 ай бұрын
Srimonto motivator ৰ VDO বোৰ বাস্তৱ সময়ৰ উপযোগী বাৰ্তা।VDO টো চাই বহুত ভাল লাগিল। ধন্যবাদ।🎉
@habibuahmed6944
@habibuahmed6944 2 ай бұрын
বৰ সুন্দৰ vedio,parents teachers students related, very knowledgeable for present society, thanks, specialy teacher character person.
@classroomofpankajsir7064
@classroomofpankajsir7064 2 ай бұрын
এনে অভিভাৱকৰ বাবেই শিক্ষকেহে ছাত্ৰলৈ ভয় কৰিব লগা হৈছে। ব্যক্তিগত বিদ্যালয় আকৌ অভিভাৱকৰ কথা মতেই চলে। তাতে আকৌ চাকৰি যোৱাৰ ভয় থাকেই।
@RupamoniDutta-l1n
@RupamoniDutta-l1n 2 ай бұрын
সুন্দৰ অভিনয়। বহুত ভাল লাগিল।
@rashminath-sp4xq
@rashminath-sp4xq 2 ай бұрын
বহুত ভাল লাগিছে অনুষ্ঠানটি চাই
@pulinborthakur664
@pulinborthakur664 2 ай бұрын
আপোনাৰ প্ৰতিটো অভিনয় সুলভ দৃশ্য শ্ৰব্য মোৰ বৰ ভাল লাগে। এবাৰ আপোনাক দেউৰীচুকৰ এখন সভাত লগ পাইছিলো। আকৌ এবাৰ লগ পোৱাৰ ইচ্ছা আছে।
@DulalDulakhariaDulalDulakharia
@DulalDulakhariaDulalDulakharia 2 ай бұрын
Apunar video Sai Val lagil Agoloi pum buli akhara korelu
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 ай бұрын
সুন্দৰ বিষয়বস্তুৰ সুন্দৰ উপস্থাপন 👏👏🙏
@সমাহাৰ
@সমাহাৰ 2 ай бұрын
অতি সুন্দৰ উপস্থাপন🎉
@purnimabaro2865
@purnimabaro2865 2 ай бұрын
Ati khundar Hoishe.Dekhi / khuni Khikibo Lage 🙏
@DebendraChowhan-c6b
@DebendraChowhan-c6b 2 ай бұрын
বহুত ভাল লাগিল video খন চাই।
@nripenborgohain201
@nripenborgohain201 2 ай бұрын
নীতি শিক্ষা কথোপকথন শুনি ভাল লাগিল ।
@dulalchandraboruah9434
@dulalchandraboruah9434 2 ай бұрын
Natural acting. Created natural situation. Good message for society. Very good.
@user-fe9yi5sp9b
@user-fe9yi5sp9b 2 ай бұрын
যি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষা গুৰুক সম্মান দিব নাজানে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনত কোনো দিন উন্নতি কৰিব নোৱাৰে ।
@utpalborah2896
@utpalborah2896 2 ай бұрын
Best representation in line with what is going to happen in our academic institutions....many many thanks !!
@prasantabhatta3428
@prasantabhatta3428 2 ай бұрын
Sundor. Somoy upojugi video.
@DilipDutta-f1c
@DilipDutta-f1c 2 ай бұрын
Enekua anusthan bur bortoman bor somoi upojugi.Dhanyabad.
@rupakonwar7299
@rupakonwar7299 2 ай бұрын
বৰ সুন্দৰ আৰু সময়োপযোগী ভিভিঅ বাৰ্তা ।
@UNIVERSALENTERTAINMENT-bx3nq
@UNIVERSALENTERTAINMENT-bx3nq 2 ай бұрын
সময়ৰ বহুত উপযোগী হৈছে । বৰ ভাল লাগিল । সকলোলৈকে ধন্যবাদ জনাইছোঁ ।
@debojitdas9256
@debojitdas9256 2 ай бұрын
বহুত ভাল লাগিল । ছাৰ সতৰ বেতৰ মাৰ খাইয়ে বহুত কথাই বুজিলো এতিয়া ২৭ বছৰ বয়সতো সেই স্কুলৰ দিনকেইটা লৈ মনত পৰে । ছাৰ বাইদেউ হতক দেখিলে আকৌ এবাৰ পঢ়িব মন যায় সেই স্কুলত
@rituraj__mahanta_16
@rituraj__mahanta_16 2 ай бұрын
বৰ্তমান সময়ত এনে পৰামৰ্শমূলক ভিডিঅ' আগবঢ়োৱা টো বহুত প্ৰয়োজনীয় । 😊😊
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 28 МЛН
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 15 МЛН
路飞做的坏事被拆穿了 #路飞#海贼王
00:41
路飞与唐舞桐
Рет қаралды 26 МЛН
17 - John Dalli (It-Tieni Podcast) | Ricky Caruana Podcast
1:51:21
Ricky Caruana Podcast
Рет қаралды 12 М.
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 28 МЛН