প্ৰথমা পত্নীৰ অসুখৰ সুযোগ লৈ দ্বিতীয় বিবাহ কৰা চৰিত্ৰহীন পুৰুষৰ অৱস্থা চাওক

  Рет қаралды 2,727

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Күн бұрын

Пікірлер: 13
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 ай бұрын
নমস্কাৰ শ্ৰীমন্ত ছাৰ। সমাজলৈ এটি সুন্দৰ যোগাত্মক বাৰ্তাৰ লগতে আপোনাৰ অভিনয়--- শলাগৰ ভাষা নাই👏👏👏👏👏🙏🙏
@RumiDutta-t7h
@RumiDutta-t7h 2 ай бұрын
সমাজক কিছুমান মানুহক সুন্দৰ পদক্ষেপ । ভাল লাগিচে ।
@kripalibhuyan5326
@kripalibhuyan5326 2 ай бұрын
বৰ সুন্দৰ হৈছে অভিনয়, এইবাৰ খাটাং আৰু..... সুন্দৰ শিক্ষা দিছা , ভাল লাগিল
@anjumonikakoti7250
@anjumonikakoti7250 2 ай бұрын
বৰ সুন্দৰ বার্তা আগবঢ়ালে। আৰু অভিনয় , অতি সুন্দৰ আৰু নিখুঁত 💕👌👏
@Zaasc
@Zaasc 26 күн бұрын
বৰ সুন্দৰ অভিনয় ❤ভাল লাগিল👍
@jinagogoi118
@jinagogoi118 2 ай бұрын
ভাল লাগিল।
@barnalidutta5866
@barnalidutta5866 2 ай бұрын
বৰ সুন্দৰ অভিনয়। ভাল লাগিল।
@nobinboruah6855
@nobinboruah6855 2 ай бұрын
নিখুঁত অভিনয়।
@aparajitaborthakur8174
@aparajitaborthakur8174 2 ай бұрын
সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে।
@debikaborpujari6748
@debikaborpujari6748 2 ай бұрын
অভিনয় নিখুঁত দেই।
@chandanadeka2650
@chandanadeka2650 2 ай бұрын
অভিনয় ভাল হৈছে দাদা।সমাজলৈ এক ইতিবাচক বাৰ্তা।কিন্তু আপুনি বেমাৰৰ অভিনয় কৰিলে দুখ লাগে দাদা,পাৰিলে!!বেয়া নাপাব আপোনাৰ প্ৰতি আন্তৰিকতা থকা বাবেহে ক'লো।ভালে থাকক সদায়।
@beautidevi7783
@beautidevi7783 2 ай бұрын
Ki xundor ovinoy sir.. pise dhemali eta koru dei.. ei tini no. goraki sai dim ni baru ontotoh potipal koribo paribo 😂
@RinkumoniGogoi-cb6nl
@RinkumoniGogoi-cb6nl 2 ай бұрын
ভাল লাগিল।
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 2,4 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 28 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 2,4 МЛН