৬নম্বৰ দফা ৰূপায়ণৰ সম্পৰ্কে প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ MLA অমিয় কুমাৰ ভূঞাৰ মন্তব্য N18V

  Рет қаралды 8,564

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

শেষ হ'ব অসমৰ জাতীয় সমস্যা ৷
অহা বছৰৰ ১৫এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হব অসম চুক্তিৰ ছয় নম্বৰ দফাৰ সকলো পৰামৰ্শ ৷
অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ সম্পৰ্কে প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ মন্তব্য ৷
এক আচুতীয়া সাক্ষাৎকাৰ
#dramiakumarbhuyan #news18assamoriginals #assamaccord
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 29
@sofikulislam7533
@sofikulislam7533 Ай бұрын
দাদা,কাৰ্যকৰী কেনেকৈ হল,ৰাজ্য চৰকাৰৰ আলোচনা কৰোতে লাগিব ৮মাহ কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰোতে কিমান মাহ লাগিব কোনে কব।মুঠতে 26ৰপিছত,সৰৱ মানুহ বোৰ নিৰব হৈ থকাৰ কৌশল ৰচনা
@kangkankhakhalary-se7rg
@kangkankhakhalary-se7rg Ай бұрын
বিপ্লৱ শৰ্মাৰ আয়োগ কেন্দ্ৰীয় চৰকাৰেহ গঠন কৰিছিল ৷ কাৰ্যকৰীকৰণ কেন্দ্ৰীয় চৰকাৰে কৰি দেখুৱাউক ৷
@chandrakantabaishya9595
@chandrakantabaishya9595 Ай бұрын
প্ৰতিবেদন খনকেই আজিলৈ কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰাই নাই ।কাম শেষই বাপেৰে বাপ ,,,,।
@RanjitDeka-b9i
@RanjitDeka-b9i Ай бұрын
বিদেশীসংস্থাপিত হোৱাৰ পিছত সংবিধানিক ৰক্ষা কবচ ? অসমীয়া খিলঞীয়া সাংখ্যালঘু হোৱাৰ পিছত সংখ্যা গুরুক শাসন কৰিব ? কৰবাত বিদেশীক নাগৰিকত্ব দি সংস্থাপিত কৰি অসমীয়াক সুৰক্ষিত কৰে ? অসম মুলুকতহে সম্ভৱ |
@happychiring3538
@happychiring3538 Ай бұрын
Bor dukh lage.news cenel bilakor sthiti dekhi
@HiteshwarBorah
@HiteshwarBorah Ай бұрын
কৰা নাই কৰিম বুলিহে কৈছে
@assa516
@assa516 Ай бұрын
ভেকোভাউনা কৰিব৷লক্ষ্য মাত্ৰ 2026 পাৰ কৰা৷
@manujyotidihingia8652
@manujyotidihingia8652 Ай бұрын
চীলা পথাৰত চহীদ বেদী কাৰ দীনত ভাঙিলে কথা কয় B J Pৰ দীনত অসমীয়া সুৰক্ষিত লাজ লগা নাই
@Jaduram-o7p
@Jaduram-o7p Ай бұрын
ই এটা তেলিয়া।ইয়াৰ মন্তব্য লোৱা সাংবাদিক সেইটাও তেলিয়া।
@AbhijitChutia-n2u
@AbhijitChutia-n2u Ай бұрын
জুন মণি ৰাভা ৰ কেছ টো কথা এইজনে কিবা গম পায় নেকি ৰাইজ,,আৰু 2026ৰ ললিপপ আমাক নালাগে
@sonuojha9972
@sonuojha9972 Ай бұрын
Axom hurokha ak matro upai ilp lage
@jitenpatowary18
@jitenpatowary18 Ай бұрын
Good
@tanuramdas1946
@tanuramdas1946 Ай бұрын
অসম খন চাহ
@nripenborgohain201
@nripenborgohain201 Ай бұрын
এইজনৰ ভাওনা দেখা -
@BAdla-de6yh
@BAdla-de6yh Ай бұрын
Aasu zindabad❤ moi boro manu hoi hodai amiyo aasu
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
বাদলা দে বড়ো নেকি ? সঁচা নাম লিখিবলৈ কিহৰ ভয় ?
@harrisnarahcreation3355
@harrisnarahcreation3355 Ай бұрын
Baalor Jat mati bheti rokhya hoise 😂😂😂
@kailashbharali5604
@kailashbharali5604 Ай бұрын
Hate kame prasasnr jariyte budbhi saklk lagt lok. Ami khilanjia asoai.
@arunmissong432
@arunmissong432 Ай бұрын
এই জন মহ গোৱাল , কবলৈ আহিছ
@HarirarKalita
@HarirarKalita Ай бұрын
Jonmonik khale
@AbdulMannan-sr8dv
@AbdulMannan-sr8dv Ай бұрын
ললী পপ
@MridulBorah-o2b
@MridulBorah-o2b Ай бұрын
অসম চুক্তি ছয় নং দফা মানে অসমীয়া আবেগ। বিপ্লৱ শৰ্মা প্ৰতিবেদন খন আজি প্ৰায় ১ বছৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নেই নকৰিলে । অথচ কি যুক্তিত কেন্দ্ৰীয় চৰকাৰে ছয় নং দফা ৰুপায়ন কৰিব ? ছয় নং দফা মানে অসমৰ নামঘৰ,মঠ মন্দিৰ,দেৱালয়, বুৰঞ্জীপ্ৰসিদ্ধ কীৰ্তিচিহ্ন সমুহ ৰক্ষণাবেক্ষণ কৰা ,সত্ৰ মাটি বেদখল মুক্ত কৰা এনেধৰণৰ কাম বিলাক আমাৰ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত হোৱা চৰকাৰে কৰিব লাগে। এই বিলাক ছয় নং দফা ফল বুলি কৈ ললি পপ দিলে ভূল হ'ব বুলি ভাবো। কাৰণ যেতিয়া আমি সম্পদ, মাটি,তেল জাত সামগ্ৰী, ৰাজনৈতিক অধিকাৰ,ভাষা আৰু সংস্কৃতিৰ অধিকাৰ আদি বিভিন্ন সমস্যা জড়িত অসম খন যদি সুৰক্ষা নহয় তেনেহলে আমি ভাবিব লাগিব যে এই সকলো ৰাজনৈতিক পাকচক্ৰ বাহিৰে আন একো নহয়।
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
ড: অমিয় ভূঞা এজন সুবিধা বাদি লোক, বাৰে বাৰে CM ক তৈলমৰ্দন কৰি খায় থকা লোক। ২০২৬ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা এই ৬ নং দফা ।
@nagenbarman1002
@nagenbarman1002 Ай бұрын
BJP Zindabad
@prasantasaikia-n7b
@prasantasaikia-n7b Ай бұрын
Flop Flop..
Which team will win? Team Joy or Team Gumball?! 🤔
00:29
BigSchool
Рет қаралды 15 МЛН
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 28 МЛН
СОБАКА ВЕРНУЛА ТАБАЛАПКИ😱#shorts
00:25
INNA SERG
Рет қаралды 3,8 МЛН
Which team will win? Team Joy or Team Gumball?! 🤔
00:29
BigSchool
Рет қаралды 15 МЛН