অগ্নিনাভ মন্দিৰত ৰুদ্ৰ ৰূপ লৈ অহা কোন এই গৰাকী মহিলা, Agninav Shiv Mandir, SMJ24,

  Рет қаралды 69,957

SMJ 24

SMJ 24

Күн бұрын

Пікірлер: 235
@bhupenchoudhury1182
@bhupenchoudhury1182 7 ай бұрын
JAI AGNINAV BABA ❤
@dipankarkalita288
@dipankarkalita288 Ай бұрын
❤❤❤
@mbboy5705
@mbboy5705 7 ай бұрын
Har har Mahadev 🔥🔥
@JashudaBoruah
@JashudaBoruah Ай бұрын
🙏🙏🙏
@MatuGogoi-x9t
@MatuGogoi-x9t 2 ай бұрын
Jay agninav baba
@PranabLahon-e3n
@PranabLahon-e3n 2 күн бұрын
Har Har mahadev❤❤❤ eku nko aiburok provu e anekua ketiau nkrai nije korise aibur kru buli mur mahadev nirakar vokto horirt probex nkre vokto k marg dorkhon ha ha kri solai nia aru aibur koru buli kri ase moi u mahadev arodhyo hoi teo vokto hobo nuarim u sage gutei jibon teo aradhona kri❤❤❤
@joyakutum
@joyakutum 2 ай бұрын
Jai Agniinav baba 🙏🙏🙏
@pratapdeka6829
@pratapdeka6829 2 ай бұрын
Kripa Kariba baba
@JunaliPhukan-h6u
@JunaliPhukan-h6u 3 ай бұрын
🙏🙏🙏🙏🙏🙏
@Pahi1111
@Pahi1111 3 ай бұрын
Baba 🔱🌺🙏🏻🙏🙏🙏🏾🙏🏾🙏🏾
@phalgunipatowary441
@phalgunipatowary441 Ай бұрын
Jay agninav baba kirpakoriba tumi baba❤❤❤❤❤
@monojroy5251
@monojroy5251 3 ай бұрын
Jai Aganiva baba
@manshrikumar2885
@manshrikumar2885 Ай бұрын
Jay agninav baba 🙏🙏🙏 Jay agninav baba 🙏🙏🙏 Jay agninav baba 🙏🙏🙏 Jay agninav baba 🙏🙏🙏 Jay agninav baba 🙏🙏 🙏
@jintumonimoran6285
@jintumonimoran6285 Ай бұрын
He bhogowan mahadev...tumar bhokti opar..tumak hewa jonaisu probhu..kripa koriba...kintu anei jodi obhinoy hoy tumi taru bisar koriba..heya tumar opoman hobo..aaru tumar jodi eya mahima hoy..tumak hewa jonaisu probhu..
@youtuber-xw1tb
@youtuber-xw1tb 2 ай бұрын
Joy,agninav,baba,parbhu
@renugogoi-gy6pk
@renugogoi-gy6pk 3 ай бұрын
Om namah Shivay
@karbirajbongshi-kj3tu
@karbirajbongshi-kj3tu 3 ай бұрын
Om
@JashudaBoruah
@JashudaBoruah Ай бұрын
Har har Mahadev 🙏
@bhaskargogoigogoi1802
@bhaskargogoigogoi1802 8 ай бұрын
❤🔱
@abhinobbhuyan6785
@abhinobbhuyan6785 2 ай бұрын
Bhandami
@sweetymedhi8587
@sweetymedhi8587 3 ай бұрын
Jai baba Agninav 🌺🕉️🙏
@GjjsvshsVsuhsxijd-of6ww
@GjjsvshsVsuhsxijd-of6ww 5 ай бұрын
Tomar mahima bahut pravo
@BhaskarBhuyan-e2d
@BhaskarBhuyan-e2d 8 ай бұрын
Jai agninav baba
@bandanakonwar664
@bandanakonwar664 8 ай бұрын
এক্টিং ভাল
@pranjalgogoi3314
@pranjalgogoi3314 8 ай бұрын
এই জনীয়ে কিমান টকাত বিক্ৰী হৈ ৰুদ্ৰ ৰূপ ললে 😂😂😂😂😂😂😂😂😂😂
@akashankitofficial
@akashankitofficial 8 ай бұрын
মহাদেৱে কাতিয়াৰ পৰা বেজালি কৰা হল । যদি ইমানেই শিখা বাইদেউৰ মন্দিৰত গলে বেমাৰ ভাল হৈ যায় অসমত ডক্তৰ কিয় লগে ।আমাৰ শিখা বাইদেউ আছে নহয় ।সকলো ভাল কৰি দিব । পৃথিৱীৰ সকলো মন্দিৰতে পূজা কৰে মহাদেৱ সকলো মন্দিৰত মানৱ দেহত আবিৰ্ভাৱ নহয় কিয় ? ঋষী মুনি সকলে আগতে জীৱন ভৰ তপস্যা কৰিও মহাদেৱক পোৱা নাছিল । এই কলি যুগত ১০ বছৰ পূজা কৰিয়ে বাবাক পাব নেকি ? মই নাজানো কিন্তু ডাঙৰ মানুহে কয় গীতা ভাগৱতত লিখি থৈ গৈছে বোলা যেতিয়া মানুহে ভগৱানৰ নামত বেপাৰ বাণিজ্য আৰম্ভ তেতিয়াৰ পৰা কলি যুগ আৰম্ভ হব এয়া কলি যুগৰ আৰম্ভ নেকি ৰাইজ । মই যদি কিবা ভুলকৈ কৈছোঁ বা কৰোঁ বাৰ মনত আঘাত পোৱা যে কৈছোঁ মোক সমা কৰি দিব সকলোৱে । আমি দেশৰ নৱপ্ৰজন্ম আমি যদি অন্ধবিশ্বাস কৰোঁ আমাৰ ভবষ্যত কি হব । ভক্তি কৰিব লাগে কিন্তু অন্ধবিশ্বাস আৰু বেপাৰ নহয় ।
@MoinaNath424
@MoinaNath424 8 ай бұрын
এইবোৰ‌ প্ৰতিভা অসমৰ বাহিৰে ক'তো নাই😆😆😆
@PhanindraNeupane
@PhanindraNeupane 7 ай бұрын
জয় অগ্নিনাভ বাবা কৃপা কৰা প্ৰভু 🙏🙏
@user-wb6pb2df1z
@user-wb6pb2df1z 8 ай бұрын
Om namah shivay
@Chimpeedeka
@Chimpeedeka 8 ай бұрын
এটা কথা মনত ৰাখিবা শিৱ বাবাই কেতিয়াও শৰীৰত প্ৰৱেশ নকৰে। জয় মহাকাল 🙏
@worldmemechanter2247
@worldmemechanter2247 8 ай бұрын
মই এজন শিৱ পূজাৰী হয়।। এইবোৰ চব নাটক কৰি আছে।।কাণতলিয়া চৰ এটা দিলে তাইৰ ভন্দামী পকৰে বাহিৰ হৈ যাব।।শিৱ ইমান শাস্তিয়া নহয় কাৰোবাৰ গাত আহি প্ৰৱেশ কৰিব।।শিৱ সাক্ষাৎ বাবে কাৰোবাৰ গাত প্ৰৱেশ কৰিলে শৰীৰ জ্বলি ভস্ম হৈ যাব।। মানুহৰ শৰীৰৰ ইমান যুগ্যতা নাই শিৱক ধাৰণ কৰিবলে।। দ্বিতীয়তে শিৱ সকলো যেগাৰ লগতে মানুহৰ আত্মাটো বিৰাজ মান হৈ আছে।।সেইগৰাকী গাত একো লগা নাই।। আৰু লাগিছে যদিও কোনোবা আত্মা হে লাগিছে।।শিখা বুলি কোৱা গৰাকীয়ে শিৱক বহুত অপমান কৰিছে।।শিৱক মানুহৰ উচৰত বহুত শস্তিয়া ভাবে প্ৰচাৰ কৰিছে।।সেই গাৰাকীয়ে এদিন ভাল শাস্তি পাব
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 8 ай бұрын
আপুনি আজি yo yo advicer নামৰ চেনেলত ভিডিঅ' এটা দিছে এই সম্পৰ্কে চাব বুলি আশা ৰাখিলোঁ। ভগৱান ৰ ভক্ত হিচাপে আমি এইবোৰ বিৰোধী কৰা উচিত।
@DF1111DM
@DF1111DM 8 ай бұрын
Moiu Shiv Bhakt... bohut beya koi pabo tai...Shiv r naam bhondami korile kunu xari jabo nuware....
@rimpibaruah6057
@rimpibaruah6057 5 ай бұрын
Jai agninaav baba 🙏🙏🙏 kripa koriba Prabhu har har Mahadev baba mor sakori tu huai dia aur akebare luatu kori dia Prabhu divorce tu huai dia Prabhu Om namah shivay 🙏🙏🙏
@queenmonigogoi1030
@queenmonigogoi1030 8 ай бұрын
যি কেইজনে বিতৰ্ক কৰিছে আপুনি ভষ্ম কৰি দিলেই হ'লচোন ।কি ইমান চিঞৰী থাকিব লাগিছে ।
@malobikadutta2235
@malobikadutta2235 8 ай бұрын
😆😆
@kasturib6008
@kasturib6008 8 ай бұрын
Dhet teri 😂😂😂
@allassamesemixture4296
@allassamesemixture4296 8 ай бұрын
মই বৰ ভক্তি কৰিছিলো কিন্তু এই শিৱ লম্ভা কথাটো মই বিশ্বাস কৰিব বিচাৰো
@mamonirabha5516
@mamonirabha5516 8 ай бұрын
Hobo de
@smritirekha6820
@smritirekha6820 8 ай бұрын
এইজনীয়ে ইমান চিঞৰিছে অ'। কাৰ লগত কাজিয়া কৰিছে😊😊😊
@pranabkakati3991
@pranabkakati3991 8 ай бұрын
Baba tumi oti sunkale iyar bisar korok
@DebojaniDas-m3z
@DebojaniDas-m3z 8 ай бұрын
Om nom siv
@BRabha2
@BRabha2 8 ай бұрын
বুচখন জহৰী
@PulinSewali
@PulinSewali 8 ай бұрын
ভেকচন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাব । দিলে ভাল হয় ।
@malobikadutta2235
@malobikadutta2235 8 ай бұрын
অ শিখা তুমি সাক্ষাৎ বাবাক পালা তুমি মিঠা মিঠা মাতেৰে মনুহটোৰ খং হে কমাবলৈ বৰ ললা😂😂😂 আকাশ দ্বীপ নহয় আকাস আন্ধাৰ হে হল অন্ধ বিশ্বাসত 😂
@mercypassion9769
@mercypassion9769 8 ай бұрын
😂😂😂😂😂
@PMBMix
@PMBMix 8 ай бұрын
তামাম জমনি
@taranatandralinagogoi6652
@taranatandralinagogoi6652 8 ай бұрын
আকৌ ভাওনা কৰিছে নেকি এই জনী য়ে😂😂
@mridusmitasaikia83
@mridusmitasaikia83 8 ай бұрын
জনপ্ৰিয় অভিনেতা নহয়,,, জনপ্ৰিয় অন্ধ বিশ্বাসী এতিয়া😂😂😂☝️
@alankitabora2514
@alankitabora2514 8 ай бұрын
Toi hagi lo jaaa ...nastik😂
@mridusmitasaikia83
@mridusmitasaikia83 8 ай бұрын
@@alankitabora2514 toi বৰ ভগৱান বিশ্বাসী ন,,,,সেই নাটক বোৰ k শিৱ বাবা r rup কৈছ,,, শিৱ বাবা তেনে টোলোঙা ৰূপ ন,,,,,,,
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 8 ай бұрын
শিখা ৰ নতুন নায়িকা এইজনী। এইজনি ৰ বেচি দিন নাই আৰু শিৱ বাবাই এইবোৰ সহিব নোৱাৰে নহয়।তেজ বমি কৰি মৰিব।
@mridusmitasaikia83
@mridusmitasaikia83 8 ай бұрын
@@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন তাকেই পাই শিৱ বাবা ৰ অস্তিত্ব আমি বেছি বুজো বাবে ই আমি সেই বিলাক মানি nolou,,,কিন্তু সেই পাগল এটা নে এজনী লৈ চাওক☝️☝️ কি কৈছে,, এটা চৰ যেন দিবা,,নাস্তিক হেনো,,, অন্ধ পাগল এই সব
@GauravDas-us3ty
@GauravDas-us3ty 8 ай бұрын
​@@alankitabora2514comment bur pahi hosai val lagise de .....😅😅
@PurnimaBorboruah
@PurnimaBorboruah 8 ай бұрын
Hoh hor mhadab
@Jubigogoi
@Jubigogoi 8 ай бұрын
ৰুদ্ৰ ৰূপী মহিলা
@marcuslabuschagne1256
@marcuslabuschagne1256 8 ай бұрын
বিতৰ্ক নকৰিব অনুৰুধ কৰিছে ৰুদ্ৰ ৰূপ লৈ। 😂😂😂
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 8 ай бұрын
অ মন্দিৰত ভাওনা ও হয় নেকি? পিছে নাটক খনৰ ৰচক, পৰিচালক শিখা নে আন কোনোবা। বন্ধ কৰক অ এইবোৰ। মোৰ সচাঁ আজি এইবোৰ ভগৱানৰ নামত ভণ্ডামী দেখি চকুপানী ওলাই গৈছে। নাপায় দেই।চাব ইয়াৰ প্ৰতিফল সোনকালেই পাব। কৃষ্ণ প্ৰভু তুমি সৰ্ব শক্তিমান। ইহঁতৰ এইবোৰৰ ফল তুমি দেখাবা। তোমাৰ হৈ বেপাৰ আমি সহিব নোৱাৰোঁ।
@malobikadutta2235
@malobikadutta2235 8 ай бұрын
Right
@theonehindu011
@theonehindu011 8 ай бұрын
Bhalei lagil sai bhauna khon
@bibekdas1166
@bibekdas1166 8 ай бұрын
Har har mahadev
@anjugogoi6536
@anjugogoi6536 8 ай бұрын
মজ্জা অভিনয় । হেৰ কলিত হৰি নামেই ৰক্ষ্যা অ ।
@huntusingingstar781
@huntusingingstar781 8 ай бұрын
ভাল acting কৰিছে, অস্কাৰ দিব পাৰি, লগতে পুৰুষ এটা ও কান্দি থকা ভাল acting কৰিছে
@AbulHussain-dl6og
@AbulHussain-dl6og 8 ай бұрын
🤑🤑🤑 iyake koy adhunik jugor vigyan aru projuktibidya 🤪
@RashmiSaikia-z7r
@RashmiSaikia-z7r 8 ай бұрын
Silkhai.bor.dhuniakoi.manage.korisa.tothapiu.manuahbura.buji.napai.ki.koriba.?
@evagoswami8826
@evagoswami8826 8 ай бұрын
তাই ভাওনা কৰিছে আমি চাই আছো।
@biswaxnokoribo2172
@biswaxnokoribo2172 8 ай бұрын
কমেডি ভাল কৰিছে দেই, মহিলা গাত ভগৱান😂😂😂😂😂😂😂
@runupamahandique6554
@runupamahandique6554 8 ай бұрын
মানুহ বোৰ নগলেই হ'ল দেখুন!
@kalpanadikudailyvlogs7032
@kalpanadikudailyvlogs7032 8 ай бұрын
Ki natok he
@julisaikia9934
@julisaikia9934 8 ай бұрын
Hosake dei
@alankitabora2514
@alankitabora2514 8 ай бұрын
Nastik toi sup. Thk ..tur bsi hoise niki haaa ,😡😡😡😡 dom ase jodi babar front t goi ko jaaa ...
@nikhiborah-u7j
@nikhiborah-u7j 8 ай бұрын
Olp khtabur vabe kobosun maa kiba ata notokaka eman Manu ana tat najai
@marshisaikia5479
@marshisaikia5479 8 ай бұрын
Hosa😂😂😊
@Resma230
@Resma230 8 ай бұрын
Theke kyse apuni
@mridusmitasaikia83
@mridusmitasaikia83 8 ай бұрын
কলি যুগ ত নাম ৰেই সাৰ,,,,,,
@monjulahon7712
@monjulahon7712 8 ай бұрын
শিৱৰ সঙ্গী ভূত , প্ৰেত কিছুমান থাকে যে , সেইজনীৰ গাত আবিৰ্ভাৱ হৈছে , সাৱধানে সেৱা পূজা ভাগ আগবঢ়াব ।
@akbro5380
@akbro5380 8 ай бұрын
Val ovinay koribo janisu kintu😂😂😂😂😂😂
@evagoswami8826
@evagoswami8826 8 ай бұрын
নাটক কৰিছে নেকি।
@ipshita9737
@ipshita9737 8 ай бұрын
Duplicate Maal 😂 Aijonik kunubai pisfalor pora madhomaar eta mari matha phali nidile kiyo
@chintuchetia3365
@chintuchetia3365 8 ай бұрын
ৰাইজ উৰুলি দিয়ক
@nilkamalsarmah2505
@nilkamalsarmah2505 8 ай бұрын
নাটকৰ শেষ নাই দে 😅
@rinkigogoi7455
@rinkigogoi7455 8 ай бұрын
ভগৱান এক।আমি বাবাক বিশ্বাস কৰো,সেৱা কৰোঁ,কিন্তু এনে নাটক কেতিয়াও গ্ৰহণযোগ্য নহয়।
@chintuchetia3365
@chintuchetia3365 8 ай бұрын
ভাল অভিনয় কৰিছে 😁 কিমান লৈছে এতিয়া ..
@shakship3103
@shakship3103 8 ай бұрын
Bhogowanor naamot bhondaami
@malobikadutta2235
@malobikadutta2235 8 ай бұрын
এইজনিক্ দুকুব দি দিব লাগিছিল
@monjulahon7712
@monjulahon7712 8 ай бұрын
অন্ধ ভক্ত বোৰক বুৰ্বক বনালে গমেই নাপালে ।
@guwahatigirl3929
@guwahatigirl3929 8 ай бұрын
Acting bapre।।
@RAJUBAKTI
@RAJUBAKTI 8 ай бұрын
He vogowan ki dekhaisa ai bilak 😂😂😂😂
@Karabidutta98
@Karabidutta98 8 ай бұрын
হে ঈশ্বৰ এইসোপাক সুমতি দিয়ক 😂
@dipikaroy8258
@dipikaroy8258 8 ай бұрын
হেঃ, বাবা এনেকৈ আহিব নেকি😊বাবাক আৱিৰ্ভাৱ হোৱা আশা কৰিলে শিখা তুমি বহুত ষ্ট্ৰাগল কৰিব লাগিব।বুজি পালা ভনী😊🕉️বেয়া নাপাবা🕉️🙏
@rulipriyaborah4460
@rulipriyaborah4460 8 ай бұрын
Babak moiu bissax koru🙏😇 kintu aibur vondami bissax koribo nuari aru deii😂🙏🙏
@snigdhajyotibaro
@snigdhajyotibaro 8 ай бұрын
ভগৱানক বিশ্বাস কৰোঁ কিন্তু .....এইবোৰ ৰাম ফকতিয়া বুলিহে কলো আৰু । মানসিক চিকিৎসাৰ প্ৰয়োজন এইগৰাকীক। সহজ পদ্ধতিত এইবোৰ ভগৱানৰ নামত বেপাৰ । আমাৰ অসমীয়া মানুহ কিছুমানৰ গাতহে ভগৱান লম্ভিব পায় 😂 অসমীয়া মানুহ কিছুমান এলেহুৱা যে সহজ পদ্ধতিত টকা ঘটা মাথা মাৰি থাকে। সৰুৰে পৰা ভোলেবাবাক মানি আহিছো। মন্দিৰ দেখিলেই আপোনা-আপোনি মূৰটো দ খাই আহে। অগ্নিনাভ বাবাক ও বহুত বিশ্ৱাস কৰো, কিন্তু ভগৱানৰ নামত এনেকুৱা বহুৱালি ভাল নালাগে। ভগৱান ইমান মুল্যহীন নহয় যে মায়া মোহত বন্দী মনুস্যৰ গাত স্থিতি ল'ব। ভগৱানৰ কৃপা লাভ কৰিবলৈ ক'তো যাব নালাগে। একো নাথাকিলেও একান্ত মনেৰে নিজৰ ঠাইত থাকি ফুল জল দি ভক্তি কৰিলে তেওঁ সন্তুষ্ট হয়।
@taranatandralinagogoi6652
@taranatandralinagogoi6652 8 ай бұрын
নাটক খন ভাল জমিছে দেই
@monuranjanbharali3393
@monuranjanbharali3393 8 ай бұрын
ভগৱানে ও বাতৰি চাই 😅
@probinborah5731
@probinborah5731 8 ай бұрын
মহাদেৱে এইবোৰ দেখি ভাবিছে চাগে কি কি যে দেখিব লৈ পাম 🤭..
@dulumonijunborah9585
@dulumonijunborah9585 8 ай бұрын
Ram Krishna ki dekhisu aibur
@foodlovervlog9983
@foodlovervlog9983 8 ай бұрын
Apunar acting khini kiman dinot hikile...val koise
@NarayanDeka-wn8is
@NarayanDeka-wn8is 3 ай бұрын
Ram Ram napai napai Mohadev eman olp kothate Rudra rop loise je. Buje PUWA ny Baba bholanath kinu mohima tumar.
@murchanabordoloi3065
@murchanabordoloi3065 8 ай бұрын
No doubt this a pure insane drama😂 🤣our epics are an witness that to attain god and divinity how the great saints and sages have meditated in the most impossible ways but still some of them couldn't succeed and now these people think that God and goddesses will possess someone anyway 😂 this is a case of multiple personality disorder. Go to the hospital immediately.
@majonisaikia8603
@majonisaikia8603 8 ай бұрын
Poisa karone manuhe j ki ki koribo pare 😂😂😂😂😂
@Itsmandee.
@Itsmandee. 8 ай бұрын
Ondho vokto..moja ovinoy😂😂😂😂😂
@localfishing3142
@localfishing3142 6 ай бұрын
Kiman bhandami koriba adin nijei matir lagt mihali jaba ...manuhak thogai kiman dhoni hoba sei sob adin ari matir lagt mihali jaba ...mandirar business bandha kora ..
@rupaliborthakur2491
@rupaliborthakur2491 8 ай бұрын
ফকতিয়া নাটক
@kakusaikia623
@kakusaikia623 8 ай бұрын
Mahadev tumi bisar koriba Aru aii bur ki kori ase
@aparajitatamuli7273
@aparajitatamuli7273 8 ай бұрын
❤কৃষ্ণ❤ কলি যুগৰ ৰাম নামেই সাৰ ❤ৰাম নামে কুৰি থৈছে জগত উদ্ধাৰ❤কৃষ্ণ মহাদেৱ❤
@pbtiensgroup4208
@pbtiensgroup4208 8 ай бұрын
জয় অগ্নিনাভ বাবা জয় 🙏🙏🙏🙏🙏🙏🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤
@MoinaNath424
@MoinaNath424 8 ай бұрын
ভগৱানক বহুত বিশ্বাস কৰোঁ‌। কিন্তু এইবোৰ নাটক বিশ্বাস নকৰোঁ হাঁহি উঠিছে😆😆😆😆
@priyankalalung1232
@priyankalalung1232 8 ай бұрын
Karubar hoite siori siori kajiya kora Jen he lgise....😂
@nitugogoi8133
@nitugogoi8133 8 ай бұрын
Akou adin mohima dekhabosun ..next level
@rimjimdevi6606
@rimjimdevi6606 8 ай бұрын
Vondami sb agte mnuhr pora mondir tu kotha xuni xsa buli vbisilu atia he bujisu
@createwithkrishnaa8488
@createwithkrishnaa8488 8 ай бұрын
সদাশিৱৰ এই ৰূপ কেতিয়াও হব নোৱাৰে৷ ইমান ভয়ংকৰ ৰূপ | সুমতি দিয়া প্রভু সকলোকে
@mintugogoi1444
@mintugogoi1444 8 ай бұрын
Aibar baba ahil..krishno gol..
@not_extinct
@not_extinct 8 ай бұрын
😂😂😂দুই চৰ শোধাই নাকে কাণে তেজ উলিয়াই দিলে চিঞৰী থকা মানুহ জনী ঠিক হৈ যাব। তোৰ ভগৱান কি মহিমা দেখুৱাই চাওচোন। তোৰ দৰে ৰূদ্ৰৰূপী ব্যৱসায়ীক ঘেণ্টাও গুৰুত্ব নিদিও।
@AbinasboruahAbinashboruah
@AbinasboruahAbinashboruah 8 ай бұрын
Bhogobanor namot kuch bhii😂🙂
@pabitraarandhara0001
@pabitraarandhara0001 8 ай бұрын
মদ খালি নি
@diilooamawat5959
@diilooamawat5959 8 ай бұрын
Kun Khon Vaonar Akhora Nu, Ne Kunuba Fatekor Pora Polai Ahil
@jalaramcochin9009
@jalaramcochin9009 8 ай бұрын
Ba ki hob oi tur rudra rup haluwa asaria thik karib
@DF1111DM
@DF1111DM 8 ай бұрын
Hahaha 😆 😂 😆 😂 dusaat maan logai dibo lagisil... aasol ruup t ghuri aahil heten...
@smita1664
@smita1664 8 ай бұрын
Baba okl sikhar babe he tair krne prithibik ulai ahise vgbn je ase prmn diba kenekwa abhinoy duta kan fata sor dili ole jbo sikhar ksto soijo krba nra hy geisi nedekha vgbaneo
@malobikadutta2235
@malobikadutta2235 8 ай бұрын
😂😂😂
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 18 МЛН
ROSÉ & Bruno Mars - APT. (Official Music Video)
02:54
ROSÉ
Рет қаралды 243 МЛН
MAGIC TIME ​⁠@Whoispelagheya
00:28
MasomkaMagic
Рет қаралды 35 МЛН
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 18 МЛН