'ৰেন মৌ'ত আইচেংফাৰ স'তে Masterchef India'23 ৰ বিজয়ী নয়নজ্যোতি শইকীয়া

  Рет қаралды 27,455

Jaatra

Jaatra

Күн бұрын

Пікірлер: 58
@parineetadas8
@parineetadas8 9 күн бұрын
বা, আজি আপোনাক বহুত ধুনীয়া লাগিছে 😍😍
@AviGohain
@AviGohain 9 күн бұрын
যাত্ৰা মোৰ বাবে সদায়ে বিশেষ ❤ যাত্ৰাৰ সকলো episode চাই আহিছো । আৰু আহিব লগিয়া সকলো বোৰ episode চাবলৈ চেষ্টা কৰি যাম বা । বা আপোনাৰ বাবে মোৰ এটাই অনুৰোধ হয়টো এই কেইদিন social mediat গণশিল্পী তথা জাতি মাটিৰ বাবে গীত গাই যোৱা । ৰাজীৱ সদীয়া ককাইদেউ আমাৰ মাজৰ পৰা হঠাত নোহোৱা সই গল। ৰাজীৱ ককাইদেউৰ দৰে হয়টো আৰু বহুত শিল্পী ওলাব এই অসমত ।যি গীতত বহুতো অৰ্থ লোকাই আছে । যিয়ে নেকি জীয়াই থাকোতেই জনপ্ৰিয়তা পোৱা নাই। মোৰ বুধেৰে আপোনালৈ এটাই অনুৰোধ। আপোনাৰ যাত্ৰাত সেই শিল্পীসকলক নিমন্ত্ৰণ কৰিব বুলি আশা কৰিলো । মই যিহেটো শিৱসাগৰ। শিৱসাগৰ বকতাৰ দিগন্ত মহন ককাইদেউক আপোনি চিনি পাব লাগে । তেওঁৰ সেই মৰমৰ উপহাৰ, সোণৰে আঙঠি ,গামোচাতে ইত্যদি গীত বোৰ এবাৰ সুনিব চোন ইউ tub ত।তেওঁকো এবা যাত্ৰালে মাতিব চোন বা । আমাৰ নৱপ্ৰজন্মৰ বাবে চিনাকী হৈ পৰিব। বাকী একো নকও আপুনি আগুৱাই যাওঁক❤ পাৰ্থনা কৰিছোঁ নেদেখা জনৰ ওচৰত 🙏
@Trishnabarman-ve7oi
@Trishnabarman-ve7oi 11 күн бұрын
যাত্ৰাৰ সদায় সহযাত্ৰী হিচাপে আছো‌।‌যাত্ৰা সদায় বিশেষ ❤️ মোৰ এটা অনুৰোধ পাৰিলে আগৰ ব্যক্তিবোৰক নিয়ন্ত্ৰণ কৰিৰ চোন ❤
@jurijhakaria
@jurijhakaria 7 күн бұрын
খুউব ভাল লাগিল
@Rishi-bc4mb
@Rishi-bc4mb 11 күн бұрын
Have to say ...looking stunning Salute to Nayan
@junumonimsaikia3559
@junumonimsaikia3559 11 күн бұрын
NayanJyoti 😍❤
@anamikagogoi711
@anamikagogoi711 12 күн бұрын
খুব ভাল লাগিল...আইচেংফা বৰুৱা... আপোনাৰ এই যাত্ৰা অনুষ্ঠানটো যেতিয়াই চকুত পৰে তেতিয়াই অকণো কাট নকৰাকৈ চাওঁ.. বহুত বেছি ভাল লাগে। আজিৰ অনুষ্ঠানটোও খুব ভাল লাগিল... সহজ সৰল অকণো অহংকাৰ নথকা নয়নজ্যোতি শইকীয়াৰ কথা বতৰাবোৰো খুব নম্ৰ❤❤ দুয়োলৈ শুভকামনা সদায় আছে।
@abhijitnath871
@abhijitnath871 12 күн бұрын
আপোনালৈ এটা অনুৰোধ থাকিল আপুনি ভাল ভাল video দিয়ে, বহুত কথা শিকোঁ তাৰ পৰা, পাৰিলে ৰাজীৱ শদিয়া দৰে গণ শিল্পীবোৰক মানুহৰ ওচৰত চিনাকী কৰাই দিব চেষ্টা কৰিব চোন, এইকেইদিন তেওঁ কথা শুনিছোঁ, বেয়া লাগিছে এইটোতে যে চিনি পোৱা দেৰি হল, নিয়তিৰ পৰিহাস যি হল হৈ গল, আৰু বহুতো এনে শিল্পী আছে এতিয়াও আশা কৰিম আপুনি এই ক্ষেত্ৰত সজাগ হব, অনুৰোধ কৰা কাৰণ হল আপোনাক বহুতে চাই , সেইবোৰ চালেই জানিব বুজিব সকলোৱে, আমিও বিহু অনুষ্ঠান আদি সামাজিক কামত নিমন্ত্ৰণ দি সহায় সহযোগ কৰিব পাৰিম, কোৱাৰ বাবে বেয়া নাপাব। পইছাটো পিছত ৰাখি কেতিয়াবা জাতিটো বাবেও ভাবি চাব চোন। মই এজন তেজপুৰৰ সাধাৰণ লৰা। ধন্যবাদ। জয় আই অসম♥️
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 11 күн бұрын
নিশ্চয় , গণশিল্পী ৰাজীৱ শদিয়াকো আমন্ত্রণ কৰিম বুলি ভাৱিছিলোঁ বহাগৰ আগে আগে ... কিন্তু নিয়তিৰ কি যে পৰিহাস ! 😔
@fatbikeriderarunabh9276
@fatbikeriderarunabh9276 8 күн бұрын
ভাল লাগিল
@abinashdeka72
@abinashdeka72 9 күн бұрын
অতি সোনকালে আপোনাৰ এই যাত্ৰাৰ মজিয়ালৈ বিষ্ণু খাৰঘৰীয়া আৰু হিৰণ্য ডেকা দুয়োজনকে একেলগে বহুৱাব... দুয়োজনে মুনিন বৰুৱা দেৱৰ প্ৰায় চিনেমাত অভিনয় কৰি আজিও আমাৰ মনত বহুত বেছি আপোন হয় আছে।। লগতে যদি হিৰণ্য ডেকা(তেওঁ বেহৰবাৰীত আছে ব্যস্ত হয়)ক সুধিব আজিৰ দিনত KK অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা অভিনয়ৰ হাস্যৰসৰ ক্ষেত্ৰত বহুত চিনাকি কিন্তু সেই সময়ত ৯০দশকত হিৰণ্য ডেকাই অভিনয়ৰে বহুতো অসমীয়া ছবিত দর্শকক হহুৱাইছিল আৰু আজি যেন কৰবাত দেখা পোৱা নাযায় সেই আগৰ হহুৱাই ভাল পোৱা হিৰণ্য ডেকাক... যেন গহীন, গম্ভীৰ আগৰ সেই চৰিত্ৰত চাব বিচাৰো পাৰিলে তেওঁক আগৰ অভিনয় এটাকো কৰি দেখাব দিব... তেওঁৰ Interview মই বিচাৰিছোঁ কিন্তু পোৱা নাই আজিলৈ তেনেকৈ.. আশা কৰোঁ আপোনাৰ যাত্ৰা মজিয়াত দেখিব পাম সোনকালে...
@neenagohain7205
@neenagohain7205 9 күн бұрын
Beautiful program❤❤
@Ddddd-e2o
@Ddddd-e2o 9 күн бұрын
Vhal loga Baidew joni❤
@bidikha
@bidikha 11 күн бұрын
বৰ ভাল লাগিল চাই ।।
@bontigogoi8505
@bontigogoi8505 6 күн бұрын
Bor Val lagil video tu
@r.hazarika9231
@r.hazarika9231 12 күн бұрын
খুব ভাল লাগিল ❤️
@rajumonisaikia2623
@rajumonisaikia2623 12 күн бұрын
bhal lagil sai episode 2.
@bhanimakalita7323
@bhanimakalita7323 14 күн бұрын
Moi Nayanjyoti r show to gutei saisilo❤️ emn je val lage mur just loved with lots of respact❤🎉
@GitimoniGogoi-n4h
@GitimoniGogoi-n4h 13 күн бұрын
Bohut val lagil ❤❤❤❤❤❤ love from dibrugarh
@joyprakashmedhi532
@joyprakashmedhi532 14 күн бұрын
morom lga baa joni ❤️
@rimibora8162
@rimibora8162 11 күн бұрын
এবাৰ লগ কৰিব মণ আছে নয়ন জ্যোতি ক
@Kbgohain
@Kbgohain 13 күн бұрын
Bohut val lagil
@assamesevloggerpk3809
@assamesevloggerpk3809 14 күн бұрын
🥰🥰🥰🥰 বা ভোগালী বিহু শুভেচ্ছা জনালোঁ
@sachindrasonowal
@sachindrasonowal 13 күн бұрын
Mojja baa ❤❤❤❤❤
@subhamsaikia8100
@subhamsaikia8100 13 күн бұрын
Bhut Bhal Lagel Sai
@binadeka5317
@binadeka5317 13 күн бұрын
অনুস্থানটো চাই বৰ ভাল লাগিল।
@utpalakalitabharali755
@utpalakalitabharali755 12 күн бұрын
Ba aako matibo sun Dadak.ajir video Tu sai vhal lagil. Aapunar anusthanor jugedi rondhar haru haru tips keitaman jonabor babe aako ebar matibo ❤
@rajeshbarapatre7698
@rajeshbarapatre7698 13 күн бұрын
Bhal lage
@jyotidas9869
@jyotidas9869 13 күн бұрын
নয়ন দা এতিয়াও ভয় লাগি আছে নেকি বাৰু 😅 ভাল লাগে ❤❤
@dipugogoi2215
@dipugogoi2215 13 күн бұрын
Nayanjyoti jotei ulai imaan vaal lage sai ,kotha bur huni bor vaal lage . Nayan r instant protitu video saisu ru notun ketiya upload koribo take vabi thaku...🫶🫶🫶 Ru jatra r karone hodai roi thaku❤❤ aisengfaa baa namaskar 🙏🙏 মই (শিৱসাগৰৰ ) আগতে আছিল মাইবেলা ৰ পৰা চাইছো।
@DigantaBora-yv4ez
@DigantaBora-yv4ez 13 күн бұрын
❤🎉🎉
@mrigankadas1919
@mrigankadas1919 8 күн бұрын
Debojit Bora (singer, writer) k lage
@DipankarDaimary-u9j
@DipankarDaimary-u9j 13 күн бұрын
Ba Apunar video sai bohut val lage Neel akash da invite kora plz bhugali bihu bohut hubhesha morom jasilu from Gogamukh Dhemaji
@DaisyMoran-l6g
@DaisyMoran-l6g 13 күн бұрын
❤❤
@AijoneePori
@AijoneePori 13 күн бұрын
খুব ভাল লাগিল
@Barokhamoran
@Barokhamoran 11 күн бұрын
Aaio voyatur loratu😄 voi voi k jen koi asa tenekuwa lgse😂anusthantu sai val lgil dei baa❤
@BijitGogoi-b9t
@BijitGogoi-b9t 14 күн бұрын
🎉🎉❤❤
@bijitbijit65
@bijitbijit65 14 күн бұрын
ইমান ধুনীয়া বনাই
@Comment_Man_Of_Assam
@Comment_Man_Of_Assam 14 күн бұрын
Come On North East United FC ❤❤
@bimiraj-b4c
@bimiraj-b4c 14 күн бұрын
Mayer fof
@MreedutaGogoi
@MreedutaGogoi 12 күн бұрын
নয়নৰ ইমান বিলাক বৰ্তকাসৰ ভিতৰত এইটো আটাইতকৈ উত্তম হৈছে ।
@pallabikhaund9888
@pallabikhaund9888 13 күн бұрын
ভোগালীৰ ওলগ জনালো।ধুনীয়া অনুষ্ঠান উপভোগ কৰিলো।
@PoliDeka-x5u
@PoliDeka-x5u 10 күн бұрын
❤❤❤❤❤❤❤😂🎉🎉
@romakantogogoi1883
@romakantogogoi1883 14 күн бұрын
আপোনাৰ প্ৰায় ভাগ podcast চাওঁ যদিও comment box তোলৈ চকু প্ৰিয় বা মধুৰতম বাৰ্তা লাপ তো চাওঁ তেতিয়া যেন পলকতে এটা সাহিত্যৰথী সুবাস এটাই মোক জুকাৰি যায় আৰু লিখিবলৈ আৰম্ভ কৰো ।❤ Podcast টোৰ অনুভৱৰ বিষয়ে দুষাৰ 😊❤❤ মানে বহুত ভাল লাগিল ....…...
@biswajitgogoi7686
@biswajitgogoi7686 13 күн бұрын
Ya Julfi ami u ready 😅
@Essayoflife
@Essayoflife 13 күн бұрын
Timeline dile val hoy olp
@sudiptagogoi8420
@sudiptagogoi8420 7 күн бұрын
বৰষা বাক copy কৰে নিকি বাৰু অলপ?
@Ddddd-e2o
@Ddddd-e2o 14 күн бұрын
Mur uw .... Manuh hor agot kotha koboloi laj kio lage,,,,, bhoi bohut lage kio njanu.
@ManashiBorah-e1q
@ManashiBorah-e1q 14 күн бұрын
Yes Julfi moi reddy 😂
@rabinkumarroy6473
@rabinkumarroy6473 14 күн бұрын
I ❤ গাহৰি "also fry.boiled.ঔ টেঙা গাহৰি.মাটি মাহ গাহৰি,পালেঙ গাহৰি,লাই গাহৰি,বেহৰ,পুৰাদি,কঠাল,বগৰি, মূলা,কাচ কল,all is one pork.❤❤❤❤❤❤❤ 😅😅😅😅😅
@Axomiyalora-c8z
@Axomiyalora-c8z 12 күн бұрын
kzbin.info/www/bejne/boiZd2mLpc91jNUsi=U-2uf_fVBdUAXdUQ eya sua raiz axomiya cinema r progress 💥
@jayashreedas8657
@jayashreedas8657 13 күн бұрын
Khub bhal lagil
@parismitachutiavlogs9530
@parismitachutiavlogs9530 12 күн бұрын
❤❤❤
@sumeswargogoi6303
@sumeswargogoi6303 14 күн бұрын
🎉🎉❤
@Junumoni_Bhuyan
@Junumoni_Bhuyan 13 күн бұрын
Bohut val lagil
@chaocheng5076
@chaocheng5076 11 күн бұрын
❤❤
@sandhyamohan7470
@sandhyamohan7470 14 күн бұрын
🎉🎉❤
@hritikadas6467
@hritikadas6467 10 күн бұрын
❤❤❤❤
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН