সঁচাকৈ ষড়যন্ত্ৰৰ বলি হৈছে নেকি জীয়াউৰ ৰহমান?

  Рет қаралды 84,995

Asom Live 24

Asom Live 24

Күн бұрын

সঁচাকৈ ষড়যন্ত্ৰৰ বলি হৈছে নেকি জীয়াউৰ ৰহমান? পত্নীৰ অভিযোগ অনুসৰি নিজ দুই সন্তানৰ দায়িত্ব নলয় নেকি জীয়াউৰ ৰহমানে? 'মোৰ আগৰ পত্নীক ব্যৱহাৰ কৰি আছে বিজেপিয়ে'
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 459
@dipakkalita7034
@dipakkalita7034 3 ай бұрын
এই অসম লাইভ চেনেইলটোৱে আপোনাৰ বিৰুদ্ধে বেছিকৈ দেখাইছে । নিউজ চেনেলে সদাই নিৰপেক্ষতা অৱলম্বন কৰা দৰকাৰ ।
@chinmoydas4475
@chinmoydas4475 3 ай бұрын
ছোৱালী দুজনীৰ এজনীকৈ লগত ৰখাৰ ব্যৱস্থা কৰা আৰু সিহঁতক পঢ়ায় মানুহ কৰা। দুই মহৰ যুজঁত বিৰিণাৰ মৰণ হ'ব নালাগে।
@ThanuramBorah-ey6ld
@ThanuramBorah-ey6ld 2 ай бұрын
Bhi
@yrgvGdcb-sn5he
@yrgvGdcb-sn5he 3 ай бұрын
দুত কা দুত,পানী কা পানী কৰি দিলে দেখোন জিয়াউৰ ৰহমানে । আৰু নো কি থাকিল। আচলতে পুৰুষ এজনেও যে নিযাতনৰ বলি হব পাৰে তাৰ নিদিষ্ট উদাহৰণ জিয়াউৰ ৰহমান।।
@diptidevi4055
@diptidevi4055 3 ай бұрын
আপোনাৰ পত্নীক ব্যবহাৰ কৰি আপোনাক ধ্বংস কৰিব বিচাৰিছে।
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 3 ай бұрын
Aponi real namto likhok
@gunajitsarma5579
@gunajitsarma5579 3 ай бұрын
😂😂 ki hoi ayjon teok barbad koribole.
@budheswarnath6516
@budheswarnath6516 3 ай бұрын
আপুনি এতিয়াও না জানে নেকি এওঁ কোন হয় ? 😅😊🤓🤪​@@gunajitsarma5579
@dharmendramumatdas9867
@dharmendramumatdas9867 2 ай бұрын
Patnir question r Answer ki dibo nuwarile.
@jobforassam10
@jobforassam10 3 ай бұрын
ত‌ইও কম নহয়,,, ছোৱালী দুজনীৰ ভবিষ্যত কি হ'ব, ছোৱালী দুজনীৰ দায়িত্ব নলৈ আকৌ ত‌ই বিয়া পাতিলি আকৌ দুটা জন্ম দিবি।।।
@AnupDas-ef2cx
@AnupDas-ef2cx 3 ай бұрын
Characterless
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 3 ай бұрын
Tar ma bapak legi sinta.. Oi johra Api 2 ta sinta nai neki .. Toi kimn johra mal moi njno
@nuruzzamalhoque4461
@nuruzzamalhoque4461 3 ай бұрын
Apunar Maiki jodi belokr logat homporoko thake apuni ki krib
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 3 ай бұрын
@@nuruzzamalhoque4461 beta toi o muslim na....toi 3 ta biya krisa na....khujeti Mari asah na..seibbe khujeti marak support kri asah
@jobforassam10
@jobforassam10 3 ай бұрын
@@nuruzzamalhoque4461 অই মিয়া তোৰ কিয় ইমান গাত লাগিছে,,, চুদন মাষ্টাৰ
@minaraHussain1
@minaraHussain1 3 ай бұрын
কি হৈছে, কোন সঁচা , কোন মিছা…নাজানোঁ।কিন্তু বৰলদুখ লাগিছে ইমান সৰু ছোৱালীজনী এই বয়সত পইচাৰ কথা বাপেকক সুধিব লগা হৈছে। মাক গৰাকীয়ে নিজে দেখোন ফোনত কথা পাতিছে, তেতিয়াহ’লে ছোৱাসীজনীক দি কিয় ফোন কৰাইছে। আপোনালোক দুয়োজন মাজৰ মতানৈক্যৰ বাবে ছোৱালীদুজনীয়ে নিজৰ সুন্দৰ শৈশৱ হেৰাব লগীয়া হৈছে
@ultra8142
@ultra8142 3 ай бұрын
Maak kee sakori koree
@bibidevi6027
@bibidevi6027 3 ай бұрын
এই বিলাক পুৰুষে দেশ কেনেকৈ শাসন কৰিব। নিজৰ সংসাৰ খন নিয়ন্ত্রণ কৰিব নোৱাৰে।
@MondiaBorgohin
@MondiaBorgohin 3 ай бұрын
আপুনি পমান সহকাৰে দি দিলে ভালেই কৰিলে আজি কালি অকল মতা মানুহকে দুখ দিয়ে
@ashmarahman4260
@ashmarahman4260 2 ай бұрын
জিয়াউৰ ৰহমানে আত্মপক্ষ সমৰ্থণ কৰা কথাবিলাক সচাকৈয়ে হৃদয় চুই গৈছে । বহুত মহিলাই বিয়া হৈ বিবাহ বিচ্ছেদ কৰি টকা ৰ জোৱাৰ কৰিব বিছাৰে আৰু পাইছে ও । সকলো কথাবিলাক কেই সমাজত বহু ক্ষতি কৰিছে । উপস্নাপন বিলাক অতি সুন্দৰ ভাৱে বিশ্লেষণ কৰিলে ! ভাল লাগিল ।
@aminulislam2286
@aminulislam2286 3 ай бұрын
আজিকালি নাৰী নিৰ্যাতনতকৈ পুৰুষ নিৰ্যাতনৰ সংখ্যা বেছি।
@saifullahSheikh123
@saifullahSheikh123 2 ай бұрын
Yes
@sabinaalia2318
@sabinaalia2318 3 ай бұрын
APJ Abdul Kalam sir e egoraki o biya napatile, apuni 2 nd marriage kora tu ki essential asil . Apunar suali dujonir uporot ki responsibility palon korile? Apunar beya wife gorakiye kintu atiauo 2nd marriage hua nai, suali dujoni loi akole ase , kun bhal kun beya Nijei bhabok sun ?
@niranjantaye5869
@niranjantaye5869 2 ай бұрын
Baa Miya Miyai oh hihote jimn dingit gamusa loleu axomiya hbo nuare
@shawnmichael2754
@shawnmichael2754 3 ай бұрын
Miya news channel ketai jiyaur.k val dekhai ase😂😂😂😂😂😂😂
@tweetstodae
@tweetstodae 3 ай бұрын
Akhom r miya hol akhomiya
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 3 ай бұрын
ফটুৱা ভণ্ডামি যেন লাগে ৷ইয়াৰ চৰিত্ৰ ঠিক নহয় মুখখন দেখিলেই গম পোৱা যায় ৷এইবোৰ ভণ্ডামিৰ দাৰা ৰাজনীতি নচলে ৷বদৰৰ চুৱা চেলেকি চতুৰালি শিকি সমাজ ধ্বংস কৰিব ওলাইছা ৷ছোৱালী দুজনী জন্মদি পাপত পচি মৰিব ওলাইছা ৷তোমাক আৰু বিশ্বাস কৰা নাযায় ৷
@bhoveshpathak9782
@bhoveshpathak9782 3 ай бұрын
ই জাতীয়বাদী নহয় ই হৈছে তালিবানী
@parishmitachoudhury930
@parishmitachoudhury930 3 ай бұрын
Nijor hongkhar khnei bosabo nuwarile teu jatiyatabadi kotha koi Akhom bosabo ahe...😅😅
@KCB39
@KCB39 3 ай бұрын
ছোৱালী দুজনীৰ কথা কওঁতে আপোনাক অকনো আবেগিক হোৱা নেদেখিলো ,,,,
@kingcobragaming7689
@kingcobragaming7689 3 ай бұрын
Bia korai tirik kio rakhiba noara jadi tiri beya hoise bhal Kori laba nowara kio
@pranjitsaikia8263
@pranjitsaikia8263 3 ай бұрын
Aaponi nije jonom diya sowali 2 nir logat hetali nekhelibo .aapuran okno beya nalage ne sowali 2 joni loi .
@AnupDas-ef2cx
@AnupDas-ef2cx 3 ай бұрын
👍
@basingofficial6757
@basingofficial6757 3 ай бұрын
তই এজনী ছোৱালী জীবন বৰবাদ বাৰি সংবাদ মেল পাতিব লাজ লগা নাই| নিজৰ জীয়েক দুজনীৰ ভবিষ্যৎ কি হব | গাত শক্তি থাকোতে এইবোৰ পাগলামি কৰি আছা | যেতিয়া বিছনাত পৰি থাকিবা বুজিবা | দুজনী ছোৱালী জন্ম দি তই কুকুৰ আৰু এজনী বিয়া পাতিব আহিছ তোক ঘুচা নামাৰে কি কৰিব. ফাঁচি দিব লাগে
@JagatSaikia-j8z
@JagatSaikia-j8z 3 ай бұрын
Apunar potnir kotha bur ami saisu.. ata kotha kou agoraki nari hoi u tekhete 2jonikoi hontanor daito loi hokolu palon kori ahise.. apuni eman a val manuh jodi kio hontanor daito noloi nijor hongi bisarile..proti2 khujot tekhete gom kiman ghat porotighat khaise..apunar done ajon sotur manuhe ki buji pabo..moi u agoraki mohila bujisu hokolu..jimanei ji lohouk teu nijor daito palon korise apuni akl apunar bhobisyotr kotha he koi thaka hunilu ..
@gunajitsarma5579
@gunajitsarma5579 3 ай бұрын
😂😂 bhul Jia kore praman o bohut thake .jihe2 aponi budhiyak praman thakibo a diak
@SSharma-t4g
@SSharma-t4g 3 ай бұрын
Apuni bhal huwa hole 2 nd bibah nokore suwali 2 joni loi sukhi hoi thakil hoi...apunar suwali le kitrim morom
@anjugogoi6222
@anjugogoi6222 3 ай бұрын
ছোৱালী দুজনী লৈ হেতালি খেলিব নাপায়
@AnupDas-ef2cx
@AnupDas-ef2cx 3 ай бұрын
👍
@ultra8142
@ultra8142 3 ай бұрын
Maak keeu Seitu kotha Bhabibo lagee... Sokolu Duty kebol Mota Manuhor hee neki
@akhilmahanta2524
@akhilmahanta2524 3 ай бұрын
ভাল নালাগে এই বোৰ NEWS হলে ৷ আপোনাক মানিলোহেতেন যদিহে ২য় বিবাহ নকৰিলেহেতেন ?
@dhritirekhadas2757
@dhritirekhadas2757 3 ай бұрын
সি কৈ আছে কাৰণে মই কৈছোঁ বুলিহে কোৱা শুনিলোঁ অডিওটোত ৷ কাগজ লাগিব মহিলাগৰাকীক কাৰণ সন্তানৰ দায়িত্বৰ কথা আছে ৷ আপুনিচোন সেই বিষয়টো এৰাই থৈছে ৷
@kids_tv735
@kids_tv735 3 ай бұрын
Miya soritra change nohol aru
@BinaGohain-un2ot
@BinaGohain-un2ot 3 ай бұрын
Apuner kotha bilak huni vl lagil dhonyobad jonalu
@madhabkalita2292
@madhabkalita2292 3 ай бұрын
যিমান বকি থাকিলেও সত্যটো ৰাইজে বুজি পাইছে.. সত্যক ঢাকিব নোৱাৰি..আপোনাৰ চৰিত্ৰ ৰাইজে বুজি পাইছে
@JehetulIslam-m6h
@JehetulIslam-m6h 3 ай бұрын
নাৰীৰ মহিমা ভগৱান শ্ৰীকৃষ্ণয়ো ধৰিব পৰা নাছিল
@saifullahSheikh123
@saifullahSheikh123 2 ай бұрын
Yes
@p.barman4796
@p.barman4796 3 ай бұрын
বিস্বাস হোৱা নাই 😅
@AnupChutia-sf8rs
@AnupChutia-sf8rs 3 ай бұрын
জীঊৰ ; দুয়োজনীকে বুজাই বঢ়াই মকা মিলা কৰিএকে লগে থাকা।গাত বল বুদ্ধি থকালৈকেহে এইবোৰ!
@NayanDeka-u9u
@NayanDeka-u9u 3 ай бұрын
ইহঁতৰ চৰিত্ৰ তিনি চাৰিজনী বিয়া পতাৰ
@akhilmahanta2524
@akhilmahanta2524 3 ай бұрын
নিজৰ চাফাই কাৰনে Act ৰ গান গাই লাভ নাই ইমান নৈতিকতা স্পষ্ট সাংবাদিক হলেও লাজ লাগিৱ লাগে প্ৰথমা পত্নী দুজনী ছোৱালী থাকোতেও আৰু এজনীৰ বিয়া কৰা কোনো অসমীয়াৰ সমাজৰ বাঞ্ছনীয় নহয় ৷জাতীয় পৰিষদ অসম অসমীয়াৰ ইয়াৰ কথাক এই সংগঠনৰ লগত জড়িত কোনেও নকৰে যেন ৷
@chandanrajbongshi4624
@chandanrajbongshi4624 3 ай бұрын
Apuni val natok koribo pare he mohasoi
@bornalihazarika8294
@bornalihazarika8294 3 ай бұрын
Your wife without marrying another one ,taking care of her two daughter.SHE IS A GOOD LADY AND WE SUPPORT HER.
@Tired524
@Tired524 3 ай бұрын
Absolutely
@bontisarmah7541
@bontisarmah7541 3 ай бұрын
অ বোপাই যি হল হল আৰু তুমি তোমাৰ 👭 দুজনীৰ দয়িত্ব লোৱা আৰু সিহঁতক পঢ়াশুনা বিয়া বাৰু লৈকে দয়িত্ব লোৱা
@AnupDas-ef2cx
@AnupDas-ef2cx 3 ай бұрын
👍
@ultra8142
@ultra8142 3 ай бұрын
Divorce Huar Pisot akoo kihor Dayitto Dharmashala khuli Thuua naai nohoi...
@gautambaruah9882
@gautambaruah9882 3 ай бұрын
Nijoki cm buli bhabise je......Sob misa kotha koise...... tumi oti salu..... kothate him pai...... emn dangr leaderu nohoi dei.....
@basingofficial6757
@basingofficial6757 3 ай бұрын
কথা এটাই মাইকী থকাৰ পাছত আন এজনী মাইকী চকু দিয়া মানে অপৰাধ
@Anilbora-d8e
@Anilbora-d8e 3 ай бұрын
Maiki dekgile Mia robo nuare.
@AnupDas-ef2cx
@AnupDas-ef2cx 3 ай бұрын
👍
@kushaldoley4590
@kushaldoley4590 3 ай бұрын
Eijon lompot mohagoru
@JunamoniBaruah
@JunamoniBaruah 3 ай бұрын
😂😂😂😂😂😂😂tumi nu kiman dangor neta j tumak xorojontro koribo😂😂😂😂
@jesminsultana7457
@jesminsultana7457 3 ай бұрын
Apuni anar patni keijani xeitu bad diyok nijor keijni xeitu kouk sowali dujanir kotha navabile
@Pinuri2222
@Pinuri2222 3 ай бұрын
Wife looking so innocent and no one can deny her truthful words
@kapilbharali441
@kapilbharali441 3 ай бұрын
Muslime 2joni ki 6jonike bia paat
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 3 ай бұрын
Talk show t ki bl kriba aha.toi tv t nahiba
@PabitrakrNath
@PabitrakrNath 3 ай бұрын
পৃথিবীত কিমানদিন জীয়াই থাকিব। গতিকে সকলোবোৰ কথা দুয়োজনে মিলি আগৰদৰেই থাকিবলৈ অনুৰোধ জনালো।বিষেশকৈ ছোৱালী দুজনীৰ বাৰে আকৌ লোগ হওক ।ভগৱানে আপোনালোকক আকৌ সুখৰ সংসাৰ কৰি দিব।পৱিত্ৰ কুমাৰ নাথ গুৱাহাটী ।
@dasrunu1678
@dasrunu1678 2 ай бұрын
নিজৰ পাৰিবাৰিক অশান্তিৰ কাৰণে সংবাদ মেল কৰিবলৈ লাজ নাপায়নে,তাকো বুকু ফিন্দাই। এইবোৰ কৰি নিজকহে তললৈ নমাই আছে। সাংবাদিক সকলৰ একো কাম নাই হ'বলা। গতিকে এইবোৰকে কৰি ঘূৰি ফুৰে।
@statusboy9985
@statusboy9985 3 ай бұрын
ছোৱালী দুজনী কথা চিন্তা নকৰিলে এতিয়া আনৰ আগত কথা শুনা তেওঁ ।
@rustanabegum7310
@rustanabegum7310 3 ай бұрын
Misoliya tumi...
@minudutta2200
@minudutta2200 3 ай бұрын
Hindu Muslim ki ase......manuh manuh a.......biya krua niyom blg hbo pare.....kintu divorce hokolue babe ake .......court case r jugedi hle bliv
@jagonathpegu3658
@jagonathpegu3658 3 ай бұрын
2number maiki
@JunamoniBaruah
@JunamoniBaruah 3 ай бұрын
Ajmal bridha hol babe Lurinr negurot dhori oximot miya raj soluwar xorojontro ai bopurar
@manjugohain6786
@manjugohain6786 3 ай бұрын
দুখৰ বিষয় । সত্য আৰু নিষ্ঠা সহকাৰে আগুৱাই যাওক । ভগৱানে সহায় কৰিব । এই সকলোবোৰ ষড়যন্ত্ৰ জঢ়িত ।
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 3 ай бұрын
O Miya tor Laj ase ne nai
@abdurrouf2996
@abdurrouf2996 2 ай бұрын
Kak biswas korim.Allah knows.Ami murukh mati..Eibor Nohole bhal.Dui dinor duniya.
@bobydas5167
@bobydas5167 3 ай бұрын
Netar. Kotha. Kobo. Nalagy. Tur. Kothabur. Ko
@rajibkumarchowdhury1639
@rajibkumarchowdhury1639 3 ай бұрын
ছোৱালী জনীৰ মাত শুনোতে বুকু খন হেঁচা মাৰি ধৰা যেন লাগিছিল । সিহঁত দুজনীৰ কাৰণে আপোনালোক দুয়োটাই কি ত্যাগ কৰিলে? ৰাজনৈতিক ষড়যন্ত্ৰ ওফোৰাই দিবলৈ কিয় সাহস নহ'ল ? কিহৰ স্বাৰ্থত জানি-শুনি ৰাজনৈতিক ষড়যন্ত্ৰ বলি হ'ল ? নিজৰ সংসাৰ খন থান-বান কৰি , বিশেষকৈ শিশু দুটিক আলাই অথানি কৰি কিহৰ ৰাজনীতি কৰেহে ? ১০ কোটি টকা যদি দলিয়াই দিব পাৰিছিল তেনেহ'লে শিশু দুটিৰ কাৰণে ৰাজনীতিও বাদ দিব লাগিছিল । সিঁহতে দেউতাকৰ বুকুৰ মাজত থাকিল হেঁতেন । সন্তানৰ খৰছ বহনতেই দেউতাকৰ দায়িত্ব শেষ নহয় । সিহঁতৰ মানসিক উৎকৰ্ষণত (ভগৱানে নকৰক) যদি জতিলতা আহে তাৰ বাবে আপোনালোক দুয়োজনে দায়ী হ'ব আৰু তাৰ বিচাৰো এদিন হ'ব । কিন্তু এতিয়া আৰু ইয়াত নহয় । মোৰ লিখাখিনি কেৱল কেৱল কেৱল মাত্ৰ শিশু দুটিক কেন্দ্ৰ কৰিহে ! সিহঁতক এখনি সুস্থিৰ আৰু জীপাল শৈশৱৰ চোতাল দিয়ক ! য'ত খেলি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব পাৰে । বঞ্চিত নকৰিব সিহঁতক । তাৰ কাৰণে যি ত্যাগ কৰিব লাগে কৰক । বি:দ্ৰ: কোনো ৰাজনৈতিক দলৰ প্ৰতি মোৰ আনুগাত্য নাই ।
@AnupDas-ef2cx
@AnupDas-ef2cx 3 ай бұрын
Ji dekhilu I ata characterless hoi aru dekhun suwali bole bapek r lagat he besi val.I suwali keijonir kotha vabibo lagisil.
@mintutamuli9980
@mintutamuli9980 3 ай бұрын
Fate diya toi o miyagiri dkhi dili, Jatiyatabadi leksar diya din gel tur ar😂
@KishnaPanging
@KishnaPanging 2 ай бұрын
লাজ নাইকীয়া মানুহ। আৰু কেইজনী গোটাব। দেশ চলোৱা মানুহ। ছিঃ ছিঃ ৰহমান।
@jayantabsarma
@jayantabsarma 2 ай бұрын
ই বৰ বদমাছ। কাৰ দুগৰাকী পত্নী ক'ব ধৰিছে। কি কি আহি ওলায়। এইবোৰ বেবেৰিবাং শুনিব নোৱাৰি।‌ যি শুনিলো সিমানেই আতিছে।
@akmulhussain1336
@akmulhussain1336 3 ай бұрын
Duta biya kio koribo lge?😊
@JunamoniBaruah
@JunamoniBaruah 3 ай бұрын
Tur Kokai vai kiman kosun
@susilsonowal7687
@susilsonowal7687 3 ай бұрын
লাজ নাইকিয়া কেমেৰাৰ সন্মুখত পেক পেকাই থাকি লাভ নাই , দুজনী হ'লেই আৰু কেই‐‐‐‐‐‐‐‐‐‐? দুই নলীয়া । গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াক ৰাজনৈতিক ৰূপ দিবলৈ অকণমানো লাজ লগা নাই ।
@pd3414
@pd3414 3 ай бұрын
Eman public r babe kam koro, vabo jadi second biya napatile hoisil... Maiki lage eyak
@AnupDas-ef2cx
@AnupDas-ef2cx 3 ай бұрын
👍
@manmohanmech4036
@manmohanmech4036 3 ай бұрын
আপোনি ছোৱালি দুজনীক টকা পইছা দি সহায় কৰিব লাগে।সেইখিনিতো আপোনি কৰিব লাগে।বাকি তালক চালাক লৈ থাকক
@madhumitalimbu8882
@madhumitalimbu8882 3 ай бұрын
Nijor wifek sovalibo nuwarile anko ki hikhy .
@dhanadabarua8434
@dhanadabarua8434 3 ай бұрын
Anekua onoborote mukhot hahi loi fura mnh bilak bht sotur, pindhonot hubhro boga, mukhot mitha hahi aru telia kotha kua mnh besivagei bodmas😂
@shamiranbaroi5656
@shamiranbaroi5656 3 ай бұрын
Apuni nijor ghor rakhibo pora nai, Rajnity t danghor danghor katha patibo ahese. Laz nai......
@cutegirl-ss8xo
@cutegirl-ss8xo 3 ай бұрын
Miya puwali aru ki Joni tuk lage
@SSharma-t4g
@SSharma-t4g 3 ай бұрын
Hehehe hahaha
@devikagogoi2898
@devikagogoi2898 3 ай бұрын
সেইবাবে কিছুমান মানুহে এইবোৰত সোমাই থকাতকৈ এনেকুৱা মাইকী মাৰি পেলোৱাটোৱে শ্ৰেয় বুলি ভাবি চৰম সিদ্ধান্ত লৈ পেলায় ।
@nuruzzamalhoque4461
@nuruzzamalhoque4461 3 ай бұрын
Right dada but nijor hatot low tuli lobo nalage
@abanirajbongshi
@abanirajbongshi 3 ай бұрын
তোৰ আগৰ ছোবালী দুজনী কাৰ পাগল
@sanjoygogoi8375
@sanjoygogoi8375 3 ай бұрын
Tumi bohut val Acting kora
@Barnalidas-kg8su
@Barnalidas-kg8su 2 ай бұрын
Character loose manuh aru eibr manuhk lgt loi lurin jyotie rajniti kri ase... Si si si. Kothat fuljari... Baki eku km ny..
@dhritirekhadas2757
@dhritirekhadas2757 3 ай бұрын
ঘৈণীয়েকৰ ফোন ৰেকৰ্ড কৰে 😡 বদমাছ ৷
@ultra8142
@ultra8142 3 ай бұрын
কিঅ মাইকী বোৰৰ কলা চৰিত্ৰ খানি যে উদঙাই দিলে ৰেকৰ্ডিং শুনাই শুনি লাজ লাগিছে ন 😂😂😂😂 মাইকী মানুহৰ কাণ্ড দেখি লাজ লাগিছে ন hahaha 🤣
@dhritirekhadas2757
@dhritirekhadas2757 3 ай бұрын
​@@ultra8142ৰেকৰ্ডিংত একো কলা চৰিত্ৰ ওলোৱা নাই ৷ গিৰিয়েকে সময়ত টকা পইচা নিদিয়াত ফোন কৰি খুজিব লগা হৈছে ৷ এইটোক কলা চৰিত্ৰ বোলে নেকি? আপুনিও মানে একেই ধৰণৰ নেকিহে ?
@dhritirekhadas2757
@dhritirekhadas2757 3 ай бұрын
চৰকাৰে মন কৰিৱ কাগজ নোপোৱাকৈ দ্বিতীয় বিবাহ কৰিছে , সন্তানৰ দায়িত্ব নিষ্পত্তি নকৰাকৈ বিবাহ কািছে গতিকে এনে মানুহবোৰক 20 yrs জেল দিয়ক ৷ কিহৰ হিন্দু , মুছলমান বেলেগ বেলেগ আইন ৷ হিন্দুৱে হাজাৰটা সমস্যাত পৰিলেও দ্বিতীয় বিবাহ কৰিৱ নোৱাৰে আৰু মুছলমানক সকলো সা সুবিধা দি আনন্দ উৎসৱ কৰিৱ দিছে ৷
@ultra8142
@ultra8142 3 ай бұрын
কিঅ দায়িত্ব লোৱা নাই 😂😂😂😂 প্ৰতিমাহে ৮ হাজাৰ টকা Ex Husband এ দি আছে as a Maintenance Amount... তাই নিজে চৰকাৰি চাকৰি কৰে, চাকৰি কৰি খুজনিয়াৰ নিচিনা পইছা খুজিবলে লাজেই পাব লাগে, তথাপিটো বাপেক বুলি নিজৰ দায়িত্ব পালন কৰি আছে তাইৰ মুখ চাই পইচা দিয়া নাই, লৰা ছোৱালী ২ তাৰ মুখ চাই হে পইছা দিছে আৰু কিহৰ কাগজ, Muslim Marriage Act বেলেগ, সকলো কথা হিন্দু দৃষ্টি ভংগীৰে চালে হব নেকি ১ জনীক বিয়া কৰে বাঁ ১০ জনীক কাৰো একো আপত্তি হব নালাগে, তেওঁৰো এটা life আছে, তাইৰ আগে পিছে শৰাই বঁটা লৈ ঘূৰি ফুৰাটো এই তেঁওৰ কাম নহই নহই, ভালেই কৰিছে দ্বিতীয় বিবাহ কৰি এতিয়া তেঁওৰ দ্বিতীয় পত্নী তেঁওৰ আচল পত্নী, প্ৰথমজনি নহই আৰু একো লুকাই চুৰকৈ বিয়া পতা নাই, Court marriage কৰিছে এতিয়া তেঁওৰ Life ত interfere কৰাৰ Ex wife ৰ একো অধিকাৰ নাই
@mijanurali1973
@mijanurali1973 3 ай бұрын
আপনার কিও ইমান জলিসে
@dhritirekhadas2757
@dhritirekhadas2757 3 ай бұрын
​@@ultra8142ডিভোৰ্চ নোহোৱাকৈ কেনেকৈ বিয়া পাতে ? 😡😡
@sunmoniborahdjdjdj..8768
@sunmoniborahdjdjdj..8768 3 ай бұрын
Dukh tu apunare
@dipankarhazarika5213
@dipankarhazarika5213 3 ай бұрын
আপোনি আছ্ল কথাবোৰ কওক। চালেবেৰে কোবাই থাকি লাভ নাই। এনেই সময় নষ্ট নকৰিব। এনেইও আপোনি কথা কব জানে।
@DipaBora-t9p
@DipaBora-t9p Ай бұрын
দ্বিতীয় বিবাহ কিয় কৰিলে তেওঁতো কৰা নাই ছোৱালী ২জনি কি হব????
@dasrunu1678
@dasrunu1678 2 ай бұрын
আপুনি যে শাহুমাক মাৰিছিল কিয়, এতিয়া ধোঁৱা তুলসীৰ পাত সাজিব নালাগে। মহিলাৰ গাত হাত দিছিল কিয়।লাজ নাপায়নে। আপোনাৰ বাকচাতুৰ্য বেলেগ কিন্তু মানিছো।
@ilasaikia7305
@ilasaikia7305 3 ай бұрын
জিয়াউল val মানুহ । পুৰুষক ইমান কষ্ট দিব নালাগে।
@debajanisarma1673
@debajanisarma1673 3 ай бұрын
Wife bohut dhuniya suali..kintu character beya
@Indian23537
@Indian23537 3 ай бұрын
Faltu aijon
@Ramjanali-i6n
@Ramjanali-i6n 3 ай бұрын
Ata maiki eri oin ata maiki biya karato aponalokar swabhab
@khembiswakarma8897
@khembiswakarma8897 3 ай бұрын
Nijor suwali 2 jonir uporot ki bhabise kheitu spostikoron diyok.
@leenatdas
@leenatdas 2 ай бұрын
What are the steps of the Muslim law ,only sending 3 notices and divorce granted ?You must be having the divorce grant copy as well ?
@ridipbaishya9267
@ridipbaishya9267 3 ай бұрын
2 sowalir bapek
@TiluDas-w6s
@TiluDas-w6s 2 ай бұрын
Brother kabtak sup rahangi.mari adalat.i am very sad brother.god be with you.one day you will be wine.
@thedreamwannafly2000
@thedreamwannafly2000 2 ай бұрын
আৰু পিতিব লাগিছিল।😂 এজনী ছোৱালীক বিয়া কৰাই দুজনী কন্যা সন্তান জন্ম দিয়াৰ পিছত সেই ছোৱালীজনীক কন্যা সন্তান দুটিৰ লগত অকলে থাকিবলৈ এৰি দি পুনৰ এগৰাকীক বিয়া কৰোৱা এনে অসভ্য কলংক বোৰক পত্নীয়ে মুখত ঘুচা নামাৰি কি কৰিব? I wish আৰু পিতিব লাগিছিল 😂 কলংক কৰবাৰ।
@thuleswarpegu658
@thuleswarpegu658 2 ай бұрын
Suwali dujjonir bhobiishot dhongho nokoriba Mr. Jiahur. Mili juli thaka.
@kushalkaibarta5461
@kushalkaibarta5461 2 ай бұрын
Jiur , এইটো কি ডাঙৰ কথা, তহতৰ ২/৩-------টা - তিৰি থাকেই দেখোন
@Assam_majuli
@Assam_majuli 2 ай бұрын
মুছলিমে এজনীত অন্তুুষ্ট নহয় কিয়?লাজ পাব লাগে।
@parbinsultana5644
@parbinsultana5644 3 ай бұрын
aaponar gat bohut dokh aase.apuni sowali dujoni jonmo d kio khobor nai.
@dhritirekhadas2757
@dhritirekhadas2757 3 ай бұрын
যিটো দলে ক’তো এখন চিট জিতা নাই সেইটো দলৰ ব্যক্তিক টাৰ্গেট কৰি সময় খৰছ কোনোবা ৰাজনৈতিক দলে কৰাৱ নে ? মূৰ্খ পাইছে মানুহক ? আদালতত সকলো নিষ্পত্তি নকৰাকৈ , ছোৱালীৰ দায়িত্ব নিষ্পত্তি নকৰাকৈ দ্বিতীয় বিবাহ কেনেকৈ কৰিলে ? আপোনাৰ পত্নীৰ টো দ্বিতীয় বিবাহ হোৱা নাই ৷
@gunajitsarma5579
@gunajitsarma5579 3 ай бұрын
100% ayjone rayjok murkh buli bhabise sage 😂😂
@nababeharidas4822
@nababeharidas4822 3 ай бұрын
Jadihe Sarkare Bibah ba Divorce bandha rakha buli apuni janisei, apuni aru kisudin dharja dhari agar janik ,Sowali dujanir Mukhaloi sai Roi nidile kiya, Natun janik bujai diba nowarile kiya, je bartaman bandha ase Bibah karowatu...Doura douri lagi gol, Sowali dujaniko pahari gol sei khini samayat...khang , Rag, kagiya,Bhul buja buji kar Sansarat nalage...Sei khiniye jadi Sambhliba noware aru ki Sambhali diba apuni.... Aponar para ako akha koneo kariba noware....beya napaba....
@pranjalkalita2990
@pranjalkalita2990 3 ай бұрын
মনে মনে থাক
@KimLong-o4r
@KimLong-o4r 3 ай бұрын
You are a big liar 😅
@nitishdoley9288
@nitishdoley9288 3 ай бұрын
নিজৰ পত্নীক চম্ভালিব নোৱাৰে। তেন্তে এখন ৰাজনৈতিক দল কেনেকৈ পৰিচালনা কৰিব। ৰাইজে বিশ্বাস নকৰে। তোমাৰ নেতা গিৰি কাম নাই।
@JunAliKumarAshique
@JunAliKumarAshique 3 ай бұрын
Aji kali maikik somvalibo loga hole geriak sakoror Dora thakibo lagibo
@dkonwar2844
@dkonwar2844 3 ай бұрын
Tar hahi sa betA
@Deepamoni.saikia
@Deepamoni.saikia 2 ай бұрын
Takhata.kola.takhator.hodo....tao.kola..tao.hodo...ki...kuw....doshokol..............
@rupalibaruah5479
@rupalibaruah5479 Ай бұрын
পঢ়ি শুনি চোকা মানুহ বোৰে কেতিয়াও ভাল চিন্তা কৰিব নাজানে ৷সংসাৰ খনেই ভালদৰে চলাব নাজানে দেশ ৰক্ষা কৰে অভদ্ৰ
@chandankalita9519
@chandankalita9519 3 ай бұрын
Kom dagar neta bllr
@nirmalanarzary5697
@nirmalanarzary5697 2 ай бұрын
Giriek ghwinikor Kota ? Hosa! Birat duk lage * Tumi maiki hoa hole bhal ashil ; Bhal bibehona korok Allai Asirbad koribo Thank you
@nayanjitdas3375
@nayanjitdas3375 3 ай бұрын
Lurinjyoti gogoi is not a factor in aasam politics ... so i dont think political issue exists. Its your family problem. You trying to Manipulate in political arena
when you have plan B 😂
00:11
Andrey Grechka
Рет қаралды 67 МЛН
How Strong is Tin Foil? 💪
00:26
Preston
Рет қаралды 135 МЛН
Nastya and balloon challenge
00:23
Nastya
Рет қаралды 69 МЛН
when you have plan B 😂
00:11
Andrey Grechka
Рет қаралды 67 МЛН