শৰণাচাৰ্য আৰু ব্যাখ্যাকাৰেনেজানে সনাতনধৰ্মৰইতিহাস। ধৰ্মক কৰি আহিছে বিকৃত

  Рет қаралды 450

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер: 6
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 3 ай бұрын
শিৱ শি। শব্দ অৰ্থ না শি ব। পাপ।।। ব শ ব দে মুক্তি দায় ক।।কেশৱ শিৱ শিৱ ঘূ সি ও সদায়।। শংকৰ গুৰু শিৱ মন্দিৰত পূজা দিয়াত হে জন্ম। কুষুম বৰে।মা থে জতা দশ হাত অস্ত্ৰ সহ দৰ্শন মাতৃ ক স্বপ্ন ত পিছত মহাদেৱৰ ক্ৰান্তিৰ মাজত চতুৰ্ভুজ ৰূপ দৰ্শন শংখ চক্ৰ গ দা পদ্ম।। অন নতৰে খুজি লেক হ ৰে।। আই মোক ত ব গৰ্ভে স্থান দি যুক আই।।এট্যবুজাই হে বুজিব।।শিৱ নামক গাওঁ প্ৰসাদ নাখাও।নিজে বোঁজিবনুৱাৰি ফে ত ফেট াই কী হব।আপুনি পণ্ডিত চে দিবাক নপাৰে সংশ য়।মূৰ্খ হয়া কৰে শাস্ত্ৰক বাখ্যা ন।পুৰাণৰ সূৰ্য্য মহা ভাগ ব ত ।ব্যাস মহা ঋষি আৰ কহিচা মহত্ত্ত। আৰ অন্তৰ্গত আছে।কথা যত। মোত হঁনটে পাইলা নাৰদ মহন্ত। বিদূৰে ইহা ক জা ননটো কী ন জা নন্ট।।শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ।তেওঁ বৈকুণ্ঠ। নযানে শাস্ত্ৰৰ লয় জেই আশ্ৰটাকে কৈয়।সেদিবাক নপাৰে সং সৈয়।। স মাজ ফালি যোৱা কথা কব নাপায়।।আধ্যাত্মিক।পৰ্মাথিক নকৈ নিন্দা বাণী কৈ নাম ঘৰত থকা।গুৰুজনাৰ আদূৰ্শক কথাৰ ঘাট কটমৰ পৰা সংযত হবলৈ স কিয় নি দিয়া নাই।মহন্তৰ ভকত দেশী নহব।।এই খ ন লক্ষ লক্ষ ঋষি মুনি জন্ম লোৱা দেশ।ৰাম কৃষ্ণ জন্ম লোৱা দেশ।।নাদ ৰ বভকুলি হে নে চুক ভে কুলি নিজে নাজানো।অসমৰ পৰা বেলেগ নেদখা লোকৰ হে যেন আচৰণ ভাবিব লগীয়া। সব বিলাক দেখি সি মা ব দ্ধতা গণ্ডীৰ মাজত ভক্তি ৰস পান কোৰৌক।।।।
@himanshudutta609
@himanshudutta609 15 күн бұрын
ki bolokise ??
@asomiaasom6008
@asomiaasom6008 4 ай бұрын
অসমত আবিৰ্ভাব হোৱা ত্ৰিদেৱ ত্ৰিমুৰ্তি মুখ্যগুৰু গুৰু হৰিদেৱ ,গুৰু শংকৰদেৱ আৰু গুৰু দেৱ দামোদৰদেৱ,ত্ৰি ধাৰাৰ তিনি মুখ্যগুৰু হৰিদেৱ ,শংকৰদে ,দেৱ দামোদৰদেৱ তিনিওজন গুৰুৰ ভিতৰত শংকৰদেৱে কেৱল কৃষ্ণত একশৰণ কৃষ্ণ নাম গুণ কীৰ্তনতে আবদ্ধ ৰাখি ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল যত কৃষ্ণৰ বাহিৰে শিৱ আন দেৱ দেৱীক নভজে ,গুৰু হৰিদেৱ গুৰু দেৱ দামোদৰদেৱে বেদ পুৰাণ গীতা ভাগৱতক আশ্ৰয় কৰি বিষ্ণু লক্ষ্মীনাৰায়ণ কৃষ্ণ নামত ভজাৰ উপৰিও নিত্য নৈমিত্যিক পঞ্চদেৱক একত্ৰে ভজি দেৱ দেৱীক ঈশ্বৰৰ স্বৰুপে মানি আহিছে ।গুৰু শংকৰদেৱ পন্থত শিৱ পূজাৰ স্থান নাই ।শংকৰী পন্থৰ শৰণাচাৰ্য আৰু ব্যাখ্যাকাৰেহে শিৱ পূজা দেৱ দেৱী পুজা বিৰোধী ,ঈশ্বৰৰ তপ জপ যাগ যজ্ঞ পৃজা শ্যাদ্ধ পিণ্ড দান ব্ৰত বিৰোধী তাৰ বিপৰীতে গুৰু হৰাদেৱ গুৰু দেৱ দামোদৰদেৱ পন্থত বেদাচাৰ বৈদিক ক্ৰিয়া কৰ্ম তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত আচৰণ কৰাৰ উপৰিও ভাগৱতৰ নববিধ ভক্তি ঈশ্বৰৰ শ্ৰবণ কীৰ্তন স্মৰণ পদসেয়া অৰ্চন বন্দন দাস সখ্য আত্মনিবেদন কৰে আৰু নিত্য নৈমিত্তিক পঞ্চদেৱৰ পূজা মানে শিৱ দুৰ্গা বিষ্ণু সূৰ্য গণেশ পূজা একত্ৰে কৰে সেই বাবে হৰিদেৱী দামোদৰী বৈষ্ণৱ পন্থ দুটা বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম মাৰ্গৰ ।ঔঁ🙏
@manashtalukdar8848
@manashtalukdar8848 4 ай бұрын
গীতা শাস্ত্ৰৰ শেষত কোনটো শ্লোক কৈছিল
@manashtalukdar8848
@manashtalukdar8848 4 ай бұрын
গীতাত শেষত যে কৈছিল,সৰ্ব ধৰ্ম পৰিত্যাজ ..............ইয়াৰ অৰ্থ টো কি বুজাই দিবলৈ অনুৰোধ কৰিলো।
@updeshmala2737
@updeshmala2737 4 ай бұрын
@@manashtalukdar8848 সৰ্ব প্ৰথম গীতাৰ দৰ্শন কি তাক জানিবলৈ চেষ্টা কৰাটো প্ৰত্যেকজন মনুষ্যৰ কৰ্তব্য। গীতাৰ মূল দৰ্শন হৈছে শৈৱ দৰ্শন। অৰ্থাৎ আত্মাৰ তত্ত্ব। আত্মা তত্ত্ব মানে হল শিৱ তত্ত্ব। কৃষ্ণই দিয়া গীতাৰ জ্ঞান বোৰ দেহ আৰু আত্মাৰ তত্ত্ব অৰ্থাৎ প্ৰকৃতি আৰু পুৰুষ। দেহটো হৈছে প্ৰকৃতি আত্মা হৈছে পুৰুষ। গীতাৰ জ্ঞান দাতা কৃষ্ণ নহয় শিৱ। বহল ভাৱে বুজাবলৈ অসম্ভ গতিকে ইমান খিনি জানি লওঁক যে সৰ্ব ধৰ্ম পৰিত্যাজং মামেকং শৰণং ভজৰ অৰ্থ হৈছে কাম,ক্রোধ, লোভ,মোহ,আদি,যিবোৰ ইন্দ্ৰিয়ৰ বিষয় সেইবোৰ পৰিত্যাগ কৰি কেৱল আত্মাৰুপী পুৰুষত শৰণ লোৱা। কিন্তু সেই আত্মা ৰুপী পুৰুষৰ শৰণ লৈ কৰ্তব্য কৰ্মৰ পৰা বিমুখ হব দিয়া নাই। গীতাৰ ওঠৰ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে শাস্ত্ৰৰ বিহিত কৰ্ম্ম চক্ৰ অনুসাৰে কৰ্মযোগী হুইয়া যিটো কৰ্ম্মক নকৰে ইন্দ্ৰিয়ৰ সুখৰ হেতু কৰে মাত্ৰ কৰ্ম্ম পাপ মাত্ৰ অৰ্জে সিটো ব্যৰ্থ ভৈল ধৰ্ম। । তপ যজ্ঞ দান কৰ্ম নুহি পৰিত্যাজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য তপ যজ্ঞ দানে চিত্ত বুদ্ধি শুদ্ধ কৰে জ্ঞানী গণৰ মনলৈ পৱিত্ৰতা আনে।। কৃষ্ণ এজন শিৱ সাধক। এই কথা কৃষ্ণই নিজেই অৰ্জুনক কৈছে কৃষ্ণ ঈশ্বৰ হয় কিন্তু কৃষ্ণৰ বহু উৰ্ধত শিৱ তত্ত্ব। বিশ্বৰ সৰ্ব শ্ৰেষ্ঠ দাৰ্শনিক ছক্ৰেটিছ আৰু প্লেটুৱেও শিৱ তত্ত্বক পৰমাত্মা ৰুপে স্বীকাৰ কৰিছে। গতিকে সনাতন ধৰ্মৰ ইতিহাস হিন্দুৱে নেজানে। কৃষ্ণৰ গীতাৰ জ্ঞান ভাগৱতৰ কপিলৰ সাংখ্য যোগ আত্মা চিন্তনৰেই উপদেশ দিছে অৰ্থাৎ শিৱ জ্ঞান। হিন্দুৱে নিজৰ স্বাৰ্থৰ বাবে নিজৰ আধিপত্য স্হাপনৰ বাবে শিৱ দৰ্শনক বিকৃত কৰি সাধাৰণ লোকক মতিভ্ৰম কৰি আহিছে। বিভেদ গামীৰ সৃষ্টি কৰি আহিছে। পাশ্চাত্য দৰ্শনত সত্যম শিৱম সুন্দৰম তত্ত্বকেই বিজ্ঞানৰ উচ্চ বুলি দাৰ্শনিক সকলে সিদ্ধান্ত প্ৰকাশ কৰিছে।
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
সত্য সনাতন ধৰ্ম
16:59
BANI KT CHUTIA
Рет қаралды 1,3 М.
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН