কীৰ্ত্তন ঘোষাৰ প্ৰমাণ, শংকৰ দেৱৰ মতে কৃষ্ণ বিষ্ণুৰ অৱতাৰ।

  Рет қаралды 2,739

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер: 66
@hindusanatan0474
@hindusanatan0474 22 күн бұрын
Bor sundorbaikha ohut ohut gyanpaisu🙏🙏🙏🙏🙏🙏🙏🙏
@HabakKaman
@HabakKaman 21 күн бұрын
Har har Mahadev
@bulusaikia2659
@bulusaikia2659 9 күн бұрын
সুন্দৰ ব্যাখ্যা।ভাল লাগিল।
@pranabnath3362
@pranabnath3362 20 күн бұрын
ৰাম কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰদেৱ, মাধৱৰ।
@P_r_i_n_c_e652
@P_r_i_n_c_e652 27 күн бұрын
বহুত ভাল লাগিল।
@baniktchutia2259
@baniktchutia2259 24 күн бұрын
prabhu ai odham sabak hangbadmelot bohiboloi ahban janauk.moi apunar logat thakim.aihupak hekh nokorile assamkhan dhangkha nisit.thank.
@Manikanta-q2y
@Manikanta-q2y 27 күн бұрын
বহুত ভাল লাগিল চাৰ। নমস্কাৰ।
@MunindraSarma-n3j
@MunindraSarma-n3j 27 күн бұрын
বহুত ভাল লাগিল প্ৰভু ……
@DasDas-on2vk
@DasDas-on2vk 27 күн бұрын
Pranam. Pravu
@asomiaasom6008
@asomiaasom6008 27 күн бұрын
ঔঁ ।সুন্দৰ ।
@SantoshDas-b3m
@SantoshDas-b3m 27 күн бұрын
Om 🕉 Hare Krishna Hare Rama
@DasDas-on2vk
@DasDas-on2vk 27 күн бұрын
Har. Har Mahadev
@asomiaasom6008
@asomiaasom6008 27 күн бұрын
প্ৰণাম প্ৰভু ।আপুনি সুন্দৰকৈ শুদ্ধ সত্য তত্ব দাঙি ধৰি আলোচনা কৰিলে ।আপোনাৰ এই তথ্য প্ৰমাণ সম্বলিত আলোচনা শুনি একাংশ অন্ধ ভক্ত আৰু নিন্দাবাদী ভণ্ড বেপাৰী ব্যাখ্যাকাৰ শংকৰী বৈষ্ণৱে এই তথ্য শুদ্ধ নহয় বুলি নিজ গুৰু ভজা শঙ্কৰদেৱকে অজ্ঞ কৰি নিন্দা অবজ্ঞা কৰিব ।
@PranjalBaishya-q9g
@PranjalBaishya-q9g 26 күн бұрын
ভুল
@PranjalBaishya-q9g
@PranjalBaishya-q9g 26 күн бұрын
কীৰ্তন খন ভালকৈ মাতি চাবি চোন গুৰুজনাই তেনে কথা তাতেই উল্লেখ কৰাই নাই এই খন কীৰ্তন তুহুন নিজেই উইলেচা নেকি😢
@asomiaasom6008
@asomiaasom6008 23 күн бұрын
​@@PranjalBaishya-q9gকীৰ্তনঘোষা কেইখন ?
@asomiaasom6008
@asomiaasom6008 23 күн бұрын
​@@PranjalBaishya-q9gশংকৰী সকলে ঈশ্বৰ ভক্তি ধৰ্ম কৰে নে পুৰাণ গীতা ভাগৱতৰ পদ বিকৃত অপব্যাখ্যা কৰি নিন্দাবাদধৰ্ম কৰে ?
@parsworoy5044
@parsworoy5044 26 күн бұрын
Brindabonot gole he gom pabo...krishnyoi sorboshwo
@AnantaNath-uj4rj
@AnantaNath-uj4rj 26 күн бұрын
যাহাক শৰণ এক বোলয়। তাহাৰ তও্ব কহো শুনা নিৰ্ণয়।। কেৱল কৃষ্ণত শৰণ লই। ঈশ্বৰ ভজিয়া তৰিবো মই।। ১৩৫৮ মোক ভজে মাএ এহি সকলে। শৰণ যে এক ইহাক বোলে।। প্রভূ ঈশ্বৰ গীতাৰ এই পদ ভাগে কি কৈছে বুজাই দিয়ক চোন?
@baniktchutia2259
@baniktchutia2259 24 күн бұрын
krishna kun prathame jani naloy kiya.beyake kole gat lage nokoleu buji napay.krishna kun krishna rup kiman aibur nojonakoi krishna krishna kori ninda bhabat narokot poribiyei aitu khatang.
@kanhaiyameena8860
@kanhaiyameena8860 27 күн бұрын
Ram Ram guruji
@pranabhazarika3408
@pranabhazarika3408 23 күн бұрын
ভাঙৰ দৰে এবিধ সূৰা। শিৱক কিয় দিয়া হয়। ভগৱন্ত সূৰা সেৱক নেকি? বুজাই দিৱ চোন।
@updeshmala2737
@updeshmala2737 23 күн бұрын
@@pranabhazarika3408 আপোনাক ভাং দিবলৈ কোনে আদেশ দিছে? আপোনাক ভাং খাবলৈ কোনে কৈছে? শিৱই ভাং নাখাই। শিৱ ভক্তিক একাংশই বিকৃত ৰূপ দিয়াৰ কাৰণ হৈছে যাতে মনুষ্যই শিৱ ভক্তি ত্যাগ কৰি হৰি ভক্তিলৈ আগমণ হয়।কেৱল আধিপত্য স্হাপনৰ বাবে ঈশ্বৰকো দুৰনাম কৰিবলৈ এৰা নাই। সেই বাবেই সনাতন ধৰ্মৰ পতন ঘটিছে। শিৱৰ অভিশপ্ত হৈ আছে।
@pranabhazarika3408
@pranabhazarika3408 13 күн бұрын
@updeshmala2737 যদি শিৱ পসাদ ভাঙ নহয় তেন্তে আপোনালোকে এই প্ৰচলিত নীতি ৰ বিৰূদ্ধে মাত মতা নাই। শিৱ ৰাতি দিনা ভাঙৰধূৱাই ধূৱলি কুয়লি হয়।
@updeshmala2737
@updeshmala2737 13 күн бұрын
@pranabhazarika3408 আপোনাৰ নিজৰ সমান খনক কিমান পৰিস্কাৰ কৰিব পাৰিছে? তাত ধ্যান দিয়ক। আপুনি কিমান নিজৰ ধৰ্মত পৰিপূৰ্ণ তাকো বিশ্লেষণ কৰক। অনুমান কৰিব পাৰিব আপুনি খালতনে বামত ।
@pranabhazarika3408
@pranabhazarika3408 13 күн бұрын
@updeshmala2737 মহোদয় মই কোনো সমাজ সংস্কাৰকনহয়। মই কোনো পন্ঠ বাদী নহয়। মই আপোনালোকৰ দৰে ইওতিওবত বৰ পান্ডিত্য কৰি থকা সকলক কব বিচাৰিচো। ধৰ্ম নামত পচলিত কুসংস্কার লুন্ঠন ৰাজ। বিৰূদ্ধে কিয় মাত নামাতে। কিয় মদ ভাঙ বলি বিধানৰ বিৰূদ্ধে নকয়। আপোনাৰ মতে সমাজত এই বোৰ বৰ্ত্তি থকাতো বিচাৰে নেকি।
@kanchanchetia732
@kanchanchetia732 27 күн бұрын
Nissoi Krishna Vishnu re purna avatar hoi aru Vishnu a Parambrahman, Paramatma, Bhagawan hoi
@lnbora7529
@lnbora7529 27 күн бұрын
Bhal bakhya karise
@MohanBordoloi4
@MohanBordoloi4 27 күн бұрын
Mrita sarir agni sangskarart dikh nirnoyor video eta bonaok, sir
@DudulSaikia-ko2lf
@DudulSaikia-ko2lf 26 күн бұрын
Sorbo. Dhorma Ari ekko, sorono. Sakhyat .... Bap jon....
@jitendranathsaikia9341
@jitendranathsaikia9341 27 күн бұрын
Apunar kotha bur brivantikar Moha bhagawat puthi bhagi bhaloki adhyan korok
@updeshmala2737
@updeshmala2737 27 күн бұрын
@@jitendranathsaikia9341 কাম নাই আপোনাৰ ভাগৱত।
@HaradattaMahanta
@HaradattaMahanta 27 күн бұрын
ত ই তেজপুৰত গৈ মানসিক চিকিৎসা কৰা ভাল
@updeshmala2737
@updeshmala2737 27 күн бұрын
@@HaradattaMahanta হেৰ ম্লেছ, ইমানেই যদি তত্ত্ব আছে খোল।তোৰ দৰে পাষণ্ডই মহন্ত লিখিব আহিছা।
@asomiaasom6008
@asomiaasom6008 23 күн бұрын
@Haradattamahanta- আন লোকক তেজপুৰত গৈ মানসিক সিকিৎসা কৰাবলৈ উপদেশ দিয়াতকৈ নিজেই গৈ মানসিক সিকিৎসা কৰা ।তোকহে সিকিৎসাৰ প্ৰয়োজন কাৰণ মানসিক বিকৃতিৰ বাবে সত্যক নামানি অসত্যক মানি আছা ।
@PobitraBora-h1c
@PobitraBora-h1c 27 күн бұрын
Siva bulk krishnak koise. Apuni ulta buja manuh. Nina ulta bujok anok ultake nubujab bapjon.
@Khagengogoi123
@Khagengogoi123 18 күн бұрын
কৃষ্ণ কৃষ্ণ কি গাইছে এইবোৰ।আৰু এজন উদ্ভত লোক ইউ টিউবত দেখিছো।তেওঁ শহুৰেকৰ ঘৰৰ বিৰুদ্ধেহে কৰিছো বুলি কৈছে।আপোনাৰ একা।আপোনাক এটা অনুৰুধ জনাও,আপুনি আনক মূৰ্খ বুলি ভবাতো বাদ দিয়ক।আপুনী হয়তো নাজানে,কাৰণ বহুলোকে চাই আৰু ব্যঙ্গ কৰে কিনতু কমেন্ট নকৰে।
@upengogoi5095
@upengogoi5095 27 күн бұрын
বুধুৱা বাপ,কৰযোৰ দুয়ো মানে দুই হাতেৰে বুলি বুজোৱা হৈছে ব্যাখ্যা বান্ধৈ।
@updeshmala2737
@updeshmala2737 27 күн бұрын
@@upengogoi5095 গৰু কৰযোৰ মানে দুয়ো হাতেৰে ভাত খাবলৈনে গান গাবলৈ বাবে হাতযোৰ কৰিছে? গৰু,সত্য সন্মুখত আহিলেই তহঁত বুজিব নোৱাৰিবা। কাৰণ কুকুৰি কণাই সন্মুখত দুৱাৰ খন থাকিলেও ঘৰত সোমাব নোৱাৰে
@PranjalBaishya-q9g
@PranjalBaishya-q9g 26 күн бұрын
ভুল বাখ্যা ত্ৰিভুবন বন্দন দৈৱকী নন্দন যৌ হৰি মাৰল কংস জগ জন তাৰন দেৱ নাৰায়ণ শংকৰ তাক এৰি অংশ সেই জনা এই অসম ভূমিত জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা এক শৰণ নাম ধৰ্মৰ মই এজন বৈষ্ণৱ যি জনা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক আপুনি আতো দিনে অপমান কৰি আছে সেই জনা ভগৱান বিষ্ণুৰ অৱতাৰ এই বাৰে বাৰে গুৰুজনাক অপমান নকৰিব শাস্ত্ৰ পঢ়িব নাজানে যদি নপঢিব এনেকৈ ভুলকৈ নপঢ়িব আপুনাক পুনৰ সোৱৰাই দিও যে সত্য যুগে ধিয়ান ত্ৰেতা যুগে যোগ্য দ্বাপৰ যুগত পূজা কলিৰ যুগত হৰিৰ কীৰ্ত্তন কৰিবা তেহে বৈকুণ্ঠ পাইবা কলিৰ যুগত হৰিৰ নাম ধৰ্মৰ প্ৰচাৰ কৰিবলৈ ভগৱান বিষ্ণই পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল তেওঁ এক শৰণ শংকৰী ধৰ্ম প্ৰচাৰ কৰিছিল ভগৱান বিষ্ণুৰ সৰ্বশ্ৰেষ্ঠ আছিল আৰু থাকিবও আপুনাৰ শিৱ বা মহাদেৱ নহয আপুনি কি ভুল বাখ্যা কৰি কৰি ভগৱান বিষ্ণুৰ তল পেলাব খুজি আছে নেকি শ্ৰীমদ্ভাগৱত লিখাই আছে ভগৱান বিষ্ণুৰ সৰ্বশ্ৰেষ্ঠ আপুনি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰুজনাৰ দাৰা বিৰচিত কীৰ্তন পুথি খন ভুলকৈ কিয মাতিছে গুৰুজনাই পুথি খনত তেনেধৰণৰ কোনো কথাই লিখা নাই
@baniktchutia2259
@baniktchutia2259 24 күн бұрын
tahatar ai bhul arthai narak gaman karabo khatang.Hadasiba obatar krishna jijone kongkhak badh korisil.krishna ongkha obatar hangkardev.burbakhat tahatar pora upai nai.khali hakolu khali.
@bhagyeswarnath5840
@bhagyeswarnath5840 26 күн бұрын
Najanila panditali Kariba nalaga pap hay
@updeshmala2737
@updeshmala2737 26 күн бұрын
@@bhagyeswarnath5840 জাত বেছি, ধৰ্ম বেছি খোৱা তই কৰপৰা আহিলি?আপোনাৰ মোৰ লগত শাস্ত্ৰৰ তৰ্ক কৰিবলৈ ঔকাদ আছেনে? যদি আছে আঁহা। তই যে নাথ উপাধি লিখিছা। নাথ কোন হয় বিশ্লেষণ কৰ।
@durgeswarhira8398
@durgeswarhira8398 27 күн бұрын
Buji nepalu je kisno jodi porm atma nohoi Gita vagot keneke arjunok bisrup dekhale khadharn kisno jone .
@updeshmala2737
@updeshmala2737 27 күн бұрын
@@durgeswarhira8398 শংকৰদেৱৰ কীৰ্ত্তন ঘোষাৰ প্ৰমাণ দিয়াৰ পিছত আপোনাৰ কোনো যুক্তি থাকিব নালাগে। কাৰণ পুৰাণ সমুহ এতিয়াও বাকী আছে। তাৰ পৰা যুক্তি দিলে আপোনাৰ আৰু ৰাষ্টা নাইকিয়া হব
@DilipKumarphukan
@DilipKumarphukan 27 күн бұрын
ভুল ব্যাখ্যা৷ কেশৱ ৰূপী শিৱ৷অৰ্থাৎ শিৱ হৈছে কৃষ্ণৰ গুণময় নামহে
@updeshmala2737
@updeshmala2737 27 күн бұрын
@@DilipKumarphukan প্ৰমাণিত কৰিব নোৱাৰে। আপোনাৰ কীৰ্ত্তন ঘোষা ভাগ যদি ভূল হয় তেন্তে আপোনাৰ শংকৰদেৱক আপুনি নিজেই অপমান কৰিছে।
@DilipKumarphukan
@DilipKumarphukan 27 күн бұрын
@@updeshmala2737 আপুনি কীৰ্তন ঘোষা ভালকৈ অধ্যয়ন কৰক৷ গেৰুৱা বসন পিন্ধি নহয়৷ হৰিত আশ্ৰয় কৰি মহাপুৰুষীয়া দৰ্শনৰ ওপৰত শ্ৰদ্ধা ৰাখি৷ তেহে বুজিব৷
@asomiaasom6008
@asomiaasom6008 27 күн бұрын
@Dilipkumarphukan-7চন্দ্ৰমোহন শৈৱ প্ৰভুৰ ব্যাখ্যা যদি ভুল তেন্তে শংকৰদেৱ ভুল অজ্ঞ মুৰ্খ আৰু শঙ্কৰদেৱে লিখা কীৰ্তনঘোষা খন ভুল গ্ৰন্থ ।কাৰণ শঙ্কৰে লিখা কীৰ্তনঘোষাৰ কথা ভুল শঙ্কৰদেৱ অজ্ঞ মুৰ্খ হয় তেন্তে চন্দ্ৰমোহন শৈৱৰ ব্যাখ্যা ভুল এতিয়া কোনটো সচা দিলিপ কুমাৰ ফুকন ?
@durgeswarhira8398
@durgeswarhira8398 27 күн бұрын
Bap o kison jon purn aatma hoi .bisnu puny aatma hoi .narayn porm aatma hoi .aannt aantohin aatma hoi khib moha aatma hoi borma bohmo aatma hoi .eyar badeu aaru ata aatma aase nirakar anadi aatma khe.kotha khar Gita madhome arjunk kisnoi koi goise bap o..kisnok ...aakakh buli kuya hoi ....................bisnuk ..bayu buli khuya hoi.......narayonk ...jol buli kuya hoi.....aanntok ...ogni kuya hoi ....mohamayak ..pithibi buli kuya hoi .ai 5 ta vut niyakar anadi purukhor he vut hoi .mane niyakar purukhor 5 ta vut 5 jon vogoban hoi olp val ke buji b buli aakha thakil
@updeshmala2737
@updeshmala2737 27 күн бұрын
@@durgeswarhira8398 হেৰ আপোনাৰ দৰে দালালৰ পাক চক্রত চন্দ্ৰমোহন শৈৱ নপৰে। শাস্ত্ৰৰ তথ্যৰ ওপৰত প্ৰমাণ দি শাস্ত্ৰৰ কথা কব। এই বিলাক মূৰ্খৰ দৰে কথা কৈ লাভ নাই।
@PobitraBora-h1c
@PobitraBora-h1c 27 күн бұрын
Agora 3ta jugot vagaba. Nasilne bapjon. Apunar sastra khon balagna ki.
@dipakphukan2920
@dipakphukan2920 26 күн бұрын
ভাগৱত বিকৃত বুলি কবলৈ আপুনি কোন?
@updeshmala2737
@updeshmala2737 26 күн бұрын
@@dipakphukan2920 আপোনাৰ ভাগৱতত বিকৃত পদ নাই বুলি আপুনি প্ৰমাণিত কৰক পাৰিবনে? মই সাজু আছো।
@ranjitbora4127
@ranjitbora4127 25 күн бұрын
কোন এইজন
@updeshmala2737
@updeshmala2737 25 күн бұрын
@@ranjitbora4127 পৰিচয় দিয়া আছে। ইয়াতকৈ বেছি পৰিচয় পাবলৈ ইচ্ছা থাকিলে ওচৰত আহিব।
@GitumoniDas-l1f
@GitumoniDas-l1f 27 күн бұрын
Vul baakhaya karishe
@asomiaasom6008
@asomiaasom6008 27 күн бұрын
চন্দ্ৰমোহন শৈৱ প্ৰভু যদি ভুল ব্যাখ্যা কৰিছে তেন্তৃ শঙ্কৰদেৱে কীৰ্তনঘোষাত ভুল লিখিছে ।কীৰ্তনঘোষা ভুলকে লিখা শঙ্কৰদেৱ অজ্ঞ মুৰ্খ হব । কাৰণ ইয়াত ব্যাখ্যাকাৰে শঙ্কৰদেৱে লিখা কীৰ্তনঘোষাৰ পদ পঢ়ি ব্যাখ্যা কৰিছে ।
@Ajit-m9g
@Ajit-m9g 26 күн бұрын
Gita vagat krishnoi aaydhay 18.sluk 62 .koise tameba saranam gassa sarba vaben bharata .tatprasadat param hanti sthanam paypaasi sashatam.krisna Jodi Purna paramaatma hoi. Tatiya hole krishnoi Kun jon paramattmar usorolo jaboloi koise.hai karone koise ..ved hamara bhad hai.vedo se me milu nahi..jis vedo se me milu ush ved ko koi jante nahi..Krishna bishnu paramattma nohoi ..rik vedat Kabir anghari kobir bomvari likha asse ..arthat kabirai paap nasok kabirai uudhar karok..
@updeshmala2737
@updeshmala2737 26 күн бұрын
@@Ajit-m9g কবিৰ পৰমাত্মা নহয়। তাৰ ভিডিঅ দিয়া আছে। ধৰ্মক বিকৃত নকৰিব। পৰমাত্মা হৈছে এক সনাতন শিৱ। ৰামপালক লৈ আহিব। ঔঁৰ বিশ্লেষণ কৰক। লগতে ঔঁৰ তত্ত্ব কবিৰ মুখে বাজ হৈছিল নেকি ?
@KrishnaNiranjan68
@KrishnaNiranjan68 25 күн бұрын
আপুনাৰ মাথাটো পাগল হʼল
@updeshmala2737
@updeshmala2737 25 күн бұрын
@@KrishnaNiranjan68 সত্য শুনি তহঁতৰ মূৰটো আৰু বেয়া হব
@KrishnaNiranjan68
@KrishnaNiranjan68 25 күн бұрын
@updeshmala2737 বেছি বুজিদে আপোনাৰ নিচিনাই হʼব মাধৱদেৱৰ নামঘোষাত আছে কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আন।(দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰু প্ৰণাম।) ভাগৱতৰ এক কৃষ্ণ দেৱ কৰিয়োক সেৱ ধৰিয়ো তাহান নাম এইহোৰ আপুনি নাপাই।
@BipulborahBipulborah-c1j
@BipulborahBipulborah-c1j 26 күн бұрын
পাগল পথম‌পঢ়িবলৈ শিক
Непосредственно Каха: сумка
0:53
К-Media
Рет қаралды 12 МЛН
SATURDAY FILIPINO LIVE MASS TODAY II JANUARY 18, 2025 II FR. JOWEL JOMARSUS GATUS
44:42
Непосредственно Каха: сумка
0:53
К-Media
Рет қаралды 12 МЛН