ডাঙৰ খবৰ।অসমীয়াক ঠাট্ৰা কৰা মৰসাহ ক'ত পালে।এই দুটা শাস্তি কি হ'ব।/virel news

  Рет қаралды 157,643

Shyamal's vlogs

Shyamal's vlogs

Күн бұрын

Пікірлер: 157
@manuarabegum527
@manuarabegum527 23 күн бұрын
প্ৰথমে মিয়া গান শুনিবলৈ পালো এছেমলিত, এতিয়া সেই মিয়া গানৰ ভিত্তি ত আৰু মিয়া গান ৰচিত হব ধৰিছে ।সৰুৱে সদায় ডাঙৰক অনুকৰণ কৰে ।
@iamTakla
@iamTakla 22 күн бұрын
Eya.babey.bjp.sarker responsible
@rupenchowdhury922
@rupenchowdhury922 22 күн бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@rupenchowdhury922
@rupenchowdhury922 22 күн бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@rupenchowdhury922
@rupenchowdhury922 22 күн бұрын
😊😊
@rupenchowdhury922
@rupenchowdhury922 22 күн бұрын
😊
@manjubarman1855
@manjubarman1855 23 күн бұрын
মুখ্যমন্ত্ৰীয়ে নিজৰ গাডীৰ স্বাৰ্থত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে।উচতনিমূলক বক্তব্যই জনসাধাৰণক উত্তেজিত কৰিব।তেখেতৰ হাততেই সকলো ক্ষমতা আছে তাৰ পিছতো কিয় সীমান্ত ছীল কৰা নাই?কিয় অসম চুক্তি ৰূপায়ণ কৰা নাই?
@ahmedali-nr6ks
@ahmedali-nr6ks 21 күн бұрын
কিছুমান কথা ভাল ধন্যবাদ জনালোঁ
@Littlefinger2126
@Littlefinger2126 20 күн бұрын
Hon'ble,assam chief Minister is taking some good decisions for our indigenous people of assam.People of assam should follow the guides of Hornbeck chief minister.
@nuruddinahmed2609
@nuruddinahmed2609 23 күн бұрын
বিজেপি চৰকাৰ থকাৰ পিচতু বাংলাদেশী সমস্যাটো সমাধান নহল ই পৰিতাপৰ কথা.বঙালীৰ ইয়াত কোনো ধৰণৰ অসুবিধা নাই কা, ৰ কাৰণে.বাকি সমস্যাটো হ'ল মিয়াক লৈ.NRC ৰ দ্বাৰা সমাধান হলহেতেন, কিন্তু নহল.যাৰ বাবে মিয়াঁ মানুহখিনি সন্দেহৰ আবর্তত থাকিব আৰু সাম্প্রদায়িক শক্তিয়ে কাম কৰি থাকিব,যেনেকৈ এজন পেনালিষ্টে তথ্যবিহীন বাবে মিয়াঁক টাৰগেট কৰিছে.অনাহকত ভাগ ভাগ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেচি.জনগাথনি সলনি হোৱাৰ প্রধান কাৰণ মিয়াঁ সনাজত জন্ম হাৰ অত্যন্ত বেছি, যাক নিয়ন্ত্রণ কৰিব নেৱাৰিলে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হব ই খাটাং.কঠোৰ আইন প্রনয়ন কৰি ইয়াক আয়ত্তত আনিব লাগে.
@KundonKondon
@KundonKondon 23 күн бұрын
বাহ অসমীয়া বাহ। লাচিতৰ দেশৰ মানুহ, আচে হেংদান উলিওঁৱা নাই, উলিয়ালে হেংদান ৰক্ষা নাই। কিন্তু কেতিয়া উলিয়াবি হেংদান। আজি মিঞাই কব পৰা হল। মিঞা জাগিলে অসমীয়াৰ নাম পাহৰি যাব। বাকী থাকিলে কি। বহুত হোলে আৰু, এতিয়া কমচেকম উঠক।
@RofiqueMiah-j7z
@RofiqueMiah-j7z 23 күн бұрын
প্রথমে হিমন্ত শুরু করেছে, তার বিচার টো প্রথমে কড়ক
@AbulSarkar-zw7js
@AbulSarkar-zw7js 23 күн бұрын
এতিয়া আমি অমৰ হ'ব লাগিব। কিয়নো নৰেন্দ্ৰ মোদীৰ লগত স্বয়ং জনৰ বুজা বুজি আছেই তাক হেনু মছজিদ,মাদ্ৰাছা বোৰ ভাঙি ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ হে পঠিয়াইছে। গতিকে অসমৰ এই খিলঞ্জীয়া অসমীয়া এজনৰো যেন মৃত্যু নহয় তাৰ সজাতি দল এটা উলিয়াব লাগে।জয় আই অসম।
@anowarhussain-pj3kb
@anowarhussain-pj3kb 4 күн бұрын
জয় আই অসম
@pranabkhakhalary539
@pranabkhakhalary539 23 күн бұрын
দুটাতকৈ অধিক সন্তান হ'লে চৰকাৰী চাকৰি নাপায় বুলি কৈ ভাল কাম কৰিছে নে? এয়া খিলঞ্জীয়াৰ বাবে হে হ'ল, আনহাতে বেলেগৰ কাৰণে একো কামত অহা নাই কাৰণ তেওঁলোকৰ বাবে চৰকাৰী চাকৰি ডাঙৰ কথা নহয়। গতিকে দুটা সন্তানৰ ধাৰণাই আমাৰ কিবা লাভ কৰিছে নে? দুটা সন্তান বা তাতোকৈ কম সন্তান থকা সকলোৱে চাকৰি পাইছে নে?
@baharuddinlaskar8300
@baharuddinlaskar8300 11 күн бұрын
NRC খনত আমাৰ বহুত ভাৰতীয় মানুহৰ নাম অহা নাই
@KafiluddinAhmed-l6l
@KafiluddinAhmed-l6l Күн бұрын
নামনি অসম ললেই তাৰ মানে দিলেই ,মিঞাই দেশ বিছৰা দেই এনে নকব গুজেই,গাছহৈ যাব পাৰে,মিঞাই সপোনত নেভাবা কৈ আছে
@Meaowpaw
@Meaowpaw 7 күн бұрын
Absolutely correct sir
@lutforrahman7801
@lutforrahman7801 14 күн бұрын
Power is not parmanent.It is transferable every one should remaid it.
@golapislam5223
@golapislam5223 21 күн бұрын
মুখ্যমন্ত্ৰীক সুধি ল'ৰা ছোৱালীৰ জন্ম দিব লাগিব নেকি । নিয়ম বনা । ধৰ্শনৰ নিয়ম কিয় বনোৱা নাই, ধৰ্শন কৰিৰ বাবে ফাচিৰ নিয়ম বনালে ভাল হব ।
@somnathmudoi969
@somnathmudoi969 21 күн бұрын
আজিৰ আলোচনাত গোস্বামী ডাঙৰিয়াৰ বাদে কোনো এজনৰ মুখত অসমৰ আচল সমস্যা বোৰৰ কথা আলোচনাত শুনা পোৱা নগল। অসমৰ খিলঞ্জীয়া মুছলিম,আৰু গৰিয়া,মৰিয়া সকলৰ বাবে বৰ বিশেষ অশুবিধা হোবা নাই। অসমত বংগমুলীয় মিঞাৰ পৰাইযে যি কোনো ঠাইত বিপদৰ আশংকা আহিছে সোইটৈ অসমৰ ৰাইজে অনুভব কৰিছে।ইয়াৰ ফলতেই বিভিন্ন দল সংগঠনৰ বা ৰাইজৰ প্ৰতিবাদ কম পৰিমানে হলেউ আৰম্ভ হৈছে। অসমৰ ৰাইজ বংগ মুলীয় মিঞাৰ পৰা অতিষ্ঠ হোৱাৰ কাৰন সমুহ উল্লেখ কৰিলোঁ। (১) অসমৰ চৰকাৰি মাটিয়েই হওক বা পট্টাৰ মাটিয়েই হওক বাংলাদেশি মিঞাৰ ভুমি আগ্ৰাসন। (২) বালাদেশি মিঞাৰ অসমৰ চুকে কোনে অবাধ গতিত ড্ৰাগছ ব্যাৱসায় ইয়াৰ প্ৰমান, সৌ সিদিনা লক্ষীম পুৰত SP আনন্দ মিশ্ৰৰ ওচৰত শ,শ, বা্ংলাদেশি মিঞাই কৰা আত্ম সমপন। ড্ৰাগছ সেৱনৰ ফলত অসমত বহুত শ,শ, পৰিয়াল আজি ধংশ হৈ গৈছে। (৩) অসমত বৰ্তমান জিয়ৰি বোৱাৰি মুকলিকৈ ঘুৰিব নোৱাৰাৰ অৱস্থা হল এক মাএ বংগ মুলীয় মিঞাৰ পৰাই। (৪) অসমৰ ৰাইজে বৰ্তমান গৰু ,ছাগলি পুহিব নোৱাৰা অবস্থা হল। ৰাতিটো বাদেই দিনতেই গাড়িত গৰু,ছাগলি চুৰি কৰিবলৈ ধৰিলে।এক ৰাতিত ৩,৪, খন গাৱৰ পৰা ৭০ টাকৈ গৰু চোৰ কৰি লৈ গৈছে , লক্ষীমপুৰ জিলাৰ, অন্তগত, শিৱসাগৰিয়া ,শ্ৰীভুঞা, পানবাৰী,কছাৰিপথাৰ অন্সলৰ পৰা। এইবোৰ সমস্যাৰ বাবে অসমৰ ৰাইজ ভিতৰি, ভিতৰি অতিষ্ঠ হৈ পৰিছে।ইয়াৰ ফলতেই ৰাইজে প্ৰতিবাদলৈ নামি পৰিছে। এইবোৰ প্ৰতিবাদৰ বাবে, অসমৰ জাতিয় সংগঠন সমুহক জগৰিয়া বা মুখ্য মন্ত্ৰীয়ে উচতনি দিছে বুলি বুদ্ধিজিৱি মহলে এচি ৰুমত বহি চিঞৰ বাখৰ কৰিলেই নহব।অসমৰ গাওঁ অঞ্চলত অসমৰ ভিতৰ অন্সলত কি ঘটি আছে অলপ পৰ্যবেক্ষণ কৰিব লাগিব। আমি আজিৰ আলোচনাত গোস্বামী ডাঙৰিয়াৰ বাদে কোনো এজনৰ অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত পৰ্যবেক্ষণ নাই বুলি অনুমান কৰা হৈছে। এটা কথা সত্য...., ঘৰৰ বাৰীখনৰ পুখুৰী টোৰ মাছ ধৰোতে দুই একক শিঙিৰে বিন্ধিবই.....ইয়াৰ অৰ্থ এইটোৱেই.... যে বংগমুলীয় মিঞাৰ ক্ষেত্ৰত, দুই এক আমাৰ খিলঞ্জীয়া মুছলিম, গৰিয়া,মৰিয়া সকলে অশুবিধা পাব পাৰে , সেই খিনি বুজা বুজি হলেই ঠিক হৈ যাব,.......তাকে লৈ বেছি কৈ মানে....অতি ভক্তি কৰিবলৈ গৈ.....বুদ্ধি জিবি মহলে , চোৰৰ লক্ষন নলব। নহ'লে অসমিয়া বুলিবলৈ একো চিন নাথাকিব। উদাহৰণ হিচাবে এই কেইদিনৰ বাংলাদেশি মিঞাৰ ভিডিঅ'আৰু গান বোৰেই। আসমৰ বুদ্ধি জিবি মহলক আৰু এটা কথা কও, বাংলাদেশৰ শ্বেখ হাচিনাক গাদী চুত কৰাৰ পাছত বাংলাদেশৰ ছাএ সংগঠনে সামাজিক মাধ্যমত এটা কথা স্পষ্ট ভাবে কৈছিল যে , অসম, ত্ৰিপুৰা,আৰু পশ্চিমবঙ্গ বাংলা দেশৰ মানচিত্ৰৰ ভিতৰত নোসোমোৱা লৈকে বাংলাদেশ শ্বাধীন নহয় , বাংলাদেশ পৰাধীন। এইটো তেওঁ লোকৰ কিহৰ ইংগিত। ইয়াৰেই কুজ কাৱাজ অসমত থকা বাংলাদেশি মিঞাই কৰি আছে বুলি অনুমান কৰিব পৰা নাযায় নে বাৰু। শেষত অসমৰ সমুহ জাতিয় সংগঠনক জনাও‍ , অসমত হোৱা CA আন্দোলন টো যি দৰে এছামে নিশেষ কৰিবলৈ উঠি পৰি লাগিল , এতিয়াও এই প্ৰতিবাদ নিশেষ কৰিবলৈ এচামে উঠি পৰি লাগিব। গতিকে সঠিক ভাবে প্ৰতিবাদ আগুৱাই নিব লাগিব। জয় আই অসম।
@mostafakamalpasha7396
@mostafakamalpasha7396 23 күн бұрын
খিলঞ্জীয়াৰ সঙ্গা কেতিয়াবা ঠিক কৰা হব।
@KalamKalam-do1vy
@KalamKalam-do1vy 18 күн бұрын
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী মীয়া আছিল
@AbulKalamAzad-c9t
@AbulKalamAzad-c9t 22 күн бұрын
সম্পূৰ্ণ খিনি ছালো! এওঁলোকৰ প্ৰতিগৰাকী ক মোৰ অন্তৰংগ কৃতজ্ঞতা জনাইছোঁ। আহ্বান জনালোঁ এখেত সকলক কেৱল মেডিয়াতে নাথাকি, সাধাৰণ মানুহ ৰ মাজত কষ্ট হ'লেও ওলাই আহিব বুলি! মই আমি বিলাক আছো আপোনাৰ লগত।জয় আই অসম।
@3aInformersOfficial
@3aInformersOfficial 21 күн бұрын
There was Assam was undivided in 1951 , But now Assam divided into seven states Muslim percentage becomes more.
@salmibegum5017
@salmibegum5017 22 күн бұрын
Right you are currect
@FujailAlam-l3t
@FujailAlam-l3t 23 күн бұрын
Good আলোচনা
@sahiraahmed5592
@sahiraahmed5592 2 күн бұрын
ভালেই কৈছে
@KalamKalam-do1vy
@KalamKalam-do1vy 18 күн бұрын
আদিল হুছেইন মীয়া মুছলিম আছিল অসমীয়া ছৱি নাছাৱ
@golapislam5223
@golapislam5223 21 күн бұрын
বৰ ধুনীয়া বক্তব্য দিছে ।
@Bijurabha-c8j
@Bijurabha-c8j 23 күн бұрын
Hoi dada kintu bangla desor pora miya aahise je ....
@bijukumarpegu773
@bijukumarpegu773 22 күн бұрын
Assamor Pora Bengali Bhasha Aatorai Dibo Lage West Bengalot Assamese Bhashatu Nochole Eikarone School, Collegjor Pora Bengali Bhashatu Utai Diyatu Uchit
@sahiraahmed5592
@sahiraahmed5592 2 күн бұрын
আপোনী ভাল কৈছে
@Khalil123-e8w
@Khalil123-e8w 20 күн бұрын
cm মিয়াক কিকলে সেইটো নাম খোন্দ নাই
@gajenhira5585
@gajenhira5585 19 күн бұрын
Hemant biswa sarma is the best cm than others cm.... for me...he is god all' assam people... this is the correct opinion.... hundred percent.
@SukurAli-p1c
@SukurAli-p1c 17 күн бұрын
Good news
@AbulSarkar-zw7js
@AbulSarkar-zw7js 23 күн бұрын
অসমৰ খাচ মাটিখিনি আমাৰ কীৰ্তন ঘৰৰ হ'ল ঠায়ে ঠায়ে চব আমাৰ গোসাঁই ঘৰৰে মাটি এইটোও হ'ল, এতিয়া এইখন চৰকাৰে কৰিবলৈ বাকীয়াছে আমাৰ খিলঞ্জীয়া সকলৰ যেন মৃত্যু নহয়।
@villagephenomena1062
@villagephenomena1062 22 күн бұрын
অসমীয়াৰ অযুক্তিকৰ ব্যৱহাৰৰ বাবেই অসমীয়া ভাষাৰ পতন হোৱাটো স্বাভাৱিক।
@KalamKalam-do1vy
@KalamKalam-do1vy 18 күн бұрын
ফখৰুদ্দিন আলি আহমেদ মীয়া আছিল
@nabajitpatowary4681
@nabajitpatowary4681 23 күн бұрын
অসমৰ চুকে কোনে চোৰ দকাইত বঢ়াতো কিন্তু সচা
@ImranHussain-rm8nu
@ImranHussain-rm8nu 11 күн бұрын
Ajir hoba ashomor utkristo hikibo logia hantir hoba ami hokole ashomia joy ai ashom
@JalalUddin-cy9kn
@JalalUddin-cy9kn Күн бұрын
Target 26 nirbason baki aku nahoy, Miya khini kiya AUDF Ari Congress koriba lage,Aitoyei 26 nirbasonor samasha.
@FulapUddin
@FulapUddin 23 күн бұрын
উপায় হীন হৈ মিঞা ৰ গান গোৱা জন যি গাইছে এনেই গোৱা নাই। উচিত উত্তৰ হে দিয়া যেন লাগে।
@nironjanlahon97
@nironjanlahon97 23 күн бұрын
You are right sir
@NajidAli-we4px
@NajidAli-we4px 20 күн бұрын
আমাৰ।চি। এম। ছাৰ।ধুৱআ।তুলসীৰ।পাত। যেন। লাগিছে
@anupomdowarah1381
@anupomdowarah1381 23 күн бұрын
NRC খন কাৰ ঢালনাত গাপ দি ৰাখিছে?
@MitaleeBorgohaingogoi
@MitaleeBorgohaingogoi 22 күн бұрын
Aji hastag tu satisfactory
@DIGENNATH-u4l
@DIGENNATH-u4l 19 күн бұрын
Right
@golapislam5223
@golapislam5223 21 күн бұрын
কোন জন হিন্দু মানুহৰ 5/6/7 জন নাই , নিজৰ ভাই ভনী কৈ জন আগে ছোৱা , যিবিলাকে ভাসন দি আছে ।
@laksheswarbaruah4494
@laksheswarbaruah4494 22 күн бұрын
শৰাইঘাটৰ শেষ ৰণখন শেষ হল নে আৰম্ভ হৈছে?
@AzizulHoqueAnchary
@AzizulHoqueAnchary 22 күн бұрын
Good and currect talking Mr bora.Good thinking
@shyamlalchouhan9969
@shyamlalchouhan9969 12 күн бұрын
Ahom Mane homan nahay
@iswarpatar3842
@iswarpatar3842 23 күн бұрын
আবিদ ডাঙৰীয়া খীলঞ্জীয়া জাতি ধৰ্ম নিৰ্বিশেষে কোনোলোক নহয় কেতিয়াও নহয় হব নোৱাৰে। তেওঁলোকৰ বিবেকে বাধা দিবই । আজি সেইসকল লোকেও আজি সমানে অশান্তি ভোগ কৰিছে। তেখেতসকেলও এই ক্ষেত্ৰত সহযোগ কৰিছে আৰু কৰিব।
@golapislam5223
@golapislam5223 21 күн бұрын
অসম খনত bjp চৰকাৰে অশান্তি কৰিব বিচাৰিছে, ইংৰাজৰ নিয়ম চলাবলৈ বিচাৰিছে, নেজানে সময় সলনি হৈছে ।
@SonmoniHira-zt2yw
@SonmoniHira-zt2yw 23 күн бұрын
Bare bare vul karibo tar pasat khama khujibo khama khujilei kheh hai jai neki
@BUBU..FROM..KARBIANGLONG
@BUBU..FROM..KARBIANGLONG 19 күн бұрын
Axom. K kuneu bosabo nuware aru bjp a houk ba congres houk😢 aru 50 yers pisot ki boni jabo 😢😢
@lnbora7529
@lnbora7529 23 күн бұрын
Population must be control rmidiatly
@hemantahemanta4926
@hemantahemanta4926 23 күн бұрын
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে আলোচনা নহয় কিয়?ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'লেহে অসমৰ সমস্যা সমাধান হ'ব। কিন্তু,দুখৰ বিষয় এয়ে যে এই বিষয়টো প্ৰায় সকলো দল সংগঠনে এৰাই চলিব বিচাৰে। অসমৰ প্ৰায় সকলোবোৰ সংবাদ গোষ্ঠী বৰ্ণহিন্দুৰ হাতত। যিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে।
@Qari_ajmol-fg9no
@Qari_ajmol-fg9no 23 күн бұрын
Thanks dada ❤
@anandmahondas5581
@anandmahondas5581 23 күн бұрын
মিয়া কথা কৈ বহূ অনুসন্ধান কৰা হল
@Mobarak-or8iy
@Mobarak-or8iy 22 күн бұрын
speeches of M Bora Sir appreciated.
@GoneshPayeng-ko7xx
@GoneshPayeng-ko7xx 22 күн бұрын
Hemanta mama great of the Besh
@narayanbiswas6012
@narayanbiswas6012 20 күн бұрын
Khura. Rakibule. Ki. Kam. Karicjil. Jati. Hichape. Jilkile. Manat. Rakiba
@MeherBadhsha
@MeherBadhsha 23 күн бұрын
Hokolur kothakei Dhonniobad MashaAllah
@mukutborah4081
@mukutborah4081 22 күн бұрын
মিৰা মানুহ বিলাক অসীমিয়া ভাষা জীয়াই ৰাখিব কিন্তুু বঙালী ভাষাৰে অসমীয়া ভাষা গ্রাহ কৰি পেলাব। তেতিয়া কত যাব।
@harendradeka7814
@harendradeka7814 23 күн бұрын
আমাৰ ঘৰ সঙখাৰ তিৰি চলি শেষ হল চৰকাৰ কাক বোলে চাকৰি কৰা কেইজনেই চৰকাৰ আমাৰ খবৰ নাই
@kathitahatibaruah3984
@kathitahatibaruah3984 23 күн бұрын
LONG LIVE ASOM N OUR MATRIBHASA ASOMIYA.
@nekiburrahman8117
@nekiburrahman8117 22 күн бұрын
Good analysis
@ShidharthaMoran
@ShidharthaMoran 19 күн бұрын
Himanta biswa sarma dangariai 100 percent hosa kotha koise,i agree with cm
@DebojitkrboraBora
@DebojitkrboraBora 23 күн бұрын
।।অসমৰ জনসাধাৰণ সুৰক্ষিত নহয়।।
@AbdurRahman-ke6yn
@AbdurRahman-ke6yn 23 күн бұрын
এই সাঙবাদিক ভাই অসমৰ সকলোয়ে শুনিছে তুমি ইয়াত দালালি কৰি লগাই আছা
@HobibAhmed-k8k
@HobibAhmed-k8k 21 күн бұрын
Ahomoth mia na takile ahom asol hoi jan bujisa dear c m in the assam
@mijanurrahmanprodhani1233
@mijanurrahmanprodhani1233 22 күн бұрын
Moi Ajon muslim manuh. Miah ba muslim manuhor pora voy kio khaise ? CM pod aru 80 ta MLA pod reservation nokore kio ?
@juganandagogoi3216
@juganandagogoi3216 23 күн бұрын
Congress keitai fen khai ase kya???
@ImranHussain-rm8nu
@ImranHussain-rm8nu 11 күн бұрын
Homani sir hokol karu jonogustik agat di jukabo nalage karon bage jodi,goru,ba mohk jukai basibor babe goru mohe nuwarileo khup,abeg dekhai upai napai
@AliKhad-pl1nj
@AliKhad-pl1nj 23 күн бұрын
আলোচনা নকৰি দোষী ক শাস্তি দিয়ক
@DIGENNATH-u4l
@DIGENNATH-u4l 19 күн бұрын
Mama Assomiar enemy
@devrajdutta5179
@devrajdutta5179 22 күн бұрын
এনে বিলাক কথা লৈ আলোচনা আৰু বিতৰ্ক কৰি থাকিলে সমাধান হবনে? চৰকাৰ আৰু দল সংগঠন বোৰৰ কৰণীয় কি?আমাক সদিচ্ছা লাগিব।হিন্দু মুছলমান মিঞা এইবোৰ কৈ বিভেদ বাঢ়ি গৈছে।অসমৰ মূখ্যমন্ত্ৰীয়ে সদিচ্ছা সহকাৰে কামখিনি হাতত লব লাগে।সমাধানৰ সূত্ৰ উলিয়াবই লাগিব।নহলে অসমৰ মাটিত স্বঅভিমানী জাতিটো নিঃশেষ হব লাগিব।জোৰ পুৰি হাত পালেহি।বৃহত্তৰ অসমীয়া জাতি জাগিবৰ হ'ল।আমি অসমীয়া নহওঁ দখীয়া বুলি ভাবি থাকিলে নহব।কৰ্মৰে বুজাই দিব পাৰিব লাগিব।🙏🙏ৰীতা দত্ত।
@PrashantaGogoi-ju9dk
@PrashantaGogoi-ju9dk 23 күн бұрын
Sibsagor okhomiya ajanpir okhomiya aami okhomiya t vab vawna amar data (poisa) khor s.. Sih. Laj lagea hi,. Hi okhiomiyaya.,.. Moimorila mur poo roja houk
@abdurrouf2996
@abdurrouf2996 23 күн бұрын
Mayur Bora is correct
@DevMachary
@DevMachary 20 күн бұрын
Assom + Miya assomiya tetiya hole assomore Miya .assomor cm.akhon district jabonuyara khotha val nohoi. Mutkho he tenekuh kotha koi. Thanks
@MohammedAli-u1c
@MohammedAli-u1c 22 күн бұрын
Thank you Bhai.
@jamaluddiinasjamaluddin1345
@jamaluddiinasjamaluddin1345 5 күн бұрын
Saug Ami Hyderad cam kri Aso Amak manuhe jediya kode Amar gor kod h,oi dediya Ami Asamd gor kou Ami beleg dekor Nam ndro Assam boli koiahiso
@AbdurRazzak-tt6ss
@AbdurRazzak-tt6ss 22 күн бұрын
Good talk show.
@RajatMazumdar-ed7ol
@RajatMazumdar-ed7ol 21 күн бұрын
यहां जो चार पांच विश्लेषक है इनसे पूछे कि यह लोग आज का दिन में मिलने वाला हजीरा 700 देकर आसाम का लोकल लड़का से काम करवाना चाहेंगे या 300 हजीरा देकर बांग्लादेशी मियां से? शायद यहां पर बोल सकता है कि हम असम का लोकल लड़का से काम करवाएंगे लेकिन असल में नहीं। यह हजीरा 300 बांग्लादेशी को देंगे ताकि 400बचा सके। सारे बड़े बड़े असम का प्रोजेक्ट में यही हो रहे हैं चाहे रेलवे का भी क्यों ना हो
@rupanjalimahanta1758
@rupanjalimahanta1758 23 күн бұрын
C. M. Assam develooment kam karile val hob. Tekhotor bahut abilities ase. So teo ai kotha vabi assam k protection korok. Aru assomiya jati mati vati rakhsa korok.
@kathitahatibaruah3984
@kathitahatibaruah3984 23 күн бұрын
Be practical.
@mahantatarun6808
@mahantatarun6808 23 күн бұрын
❤❤❤❤❤
@monojboruah7069
@monojboruah7069 22 күн бұрын
অই তই কোন srinkhal.
@salmabegum6475
@salmabegum6475 23 күн бұрын
I want to say one thing to all of us, everyone stay together, stay well and stay healthy, I pray to God. Thank you all from the bottom of my heart.❤❤❤🎉🎉🎉
@RobisonPegu
@RobisonPegu 23 күн бұрын
Sir C. M Himonto has got Minya disease. But Bangoli and Minya must be controlled by family planning and protect foreign people's.
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp 23 күн бұрын
Political agenda এই বিষয়ে আলোচনা বন্ধ কৰি দিলে অসমৰ ৰাইজে ভাল পাব?
@rafikakhtoonsaikia8716
@rafikakhtoonsaikia8716 21 күн бұрын
Kio increase nohoi ahomiya?
@amarendranarzari2222
@amarendranarzari2222 23 күн бұрын
Ekhon gharor garjene jodi nijei njor ghoini lora sualir majot kajia logai thake khei ghor khan ghar ba parial hoi thakibone?
@riderdeep1681
@riderdeep1681 21 күн бұрын
Hosakei apuni bujisene kotha tu ne acting. Korise
@AnantaGohain-k1l
@AnantaGohain-k1l 23 күн бұрын
মোৰ এজন ৰসিক বন্ধুয়ে কথাৰ মহলাত কয় ; বিজে পি মানেই ...ভাৰত জ্জলোৱা পাৰ্টি....। কথাখিনিৰ অৰ্থ অৱশ্যেই আছে ....।
@AzizulHoqueAnchary
@AzizulHoqueAnchary 22 күн бұрын
How develop Assam thinking allcitezn. Take bassic education .Gandhiji.
@abutalebkhan6905
@abutalebkhan6905 23 күн бұрын
ন অসমীয়া । অনা- অসমীয়া কিয় ? খিলঞ্জীয়া নিজে নিজে লোৱা বস্তু নহয়।
@binudas8708
@binudas8708 23 күн бұрын
এই গীতৰ কিয় খিলন্জীয়া মুচলমানে প্ৰতিবাদ নকৰে?
@amarendranarzari2222
@amarendranarzari2222 23 күн бұрын
Nijor gharor barir jodi jerua thik thake karu gru sagali khumuano nuare kenebakoi jodi karubar barit kenebakoi khumale tak kargaru karsagoli kenekoi khumal ittadi hoi soi nakori grihothoe khedi uliai di bhanga jeruatu botidilei letha khekh iake nakori jodi eaitu mosalmanor garu eaitu bangolir sagoli kori thakile khamoisa khekh hobo ne barhibo raije bisar karok
@Gahibul
@Gahibul 10 күн бұрын
👌👌👌👌
@abutahereusuf5345
@abutahereusuf5345 23 күн бұрын
2child norms compulsory karan, janajati sakalak badedi.
@kathitahatibaruah3984
@kathitahatibaruah3984 23 күн бұрын
🙏🙏
@ManashranjanBuragohain
@ManashranjanBuragohain 21 күн бұрын
Act r mote eku success hua deka pua ni.
@ManashranjanBuragohain
@ManashranjanBuragohain 21 күн бұрын
Amar akhomor manuh kiman jon miyar thait kam koribo parise
@KarunaBoruah-k9y
@KarunaBoruah-k9y 22 күн бұрын
Sundar.kotha.ata.koledei
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 103 МЛН
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,7 МЛН
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 103 МЛН