অসমখন গেল বুলি সকীয়াই যোৱা অসম কেশৰীৰ কাহিনী

  Рет қаралды 6,160

Tridib Bhagabati

Tridib Bhagabati

Күн бұрын

Пікірлер: 34
@himangshudeka331
@himangshudeka331 12 күн бұрын
তোমাৰ এই অকৃত্ৰিম জাতীয়তাবাদ, জাতিৰ প্ৰতি মৰম ভালপোৱাক মই সাদৰেৰে সন্মান জনাইছোঁ আগুৱাই যোৱা তুমি। বহুত মৰম তোমালৈ
@achyutbora7746
@achyutbora7746 12 күн бұрын
সুন্দৰ বিশ্লেষণ তৃদীৱ। আজি জ্যোতিপ্ৰসাদ আগৰৱালৰ মৃত্যু বাৰ্ষিকী। তেখেতৰ উপৰত এটা Video লাগে।।
@mgnkl
@mgnkl 12 күн бұрын
Borhiya bhaity, next Heerak Jyoti Mahanta kotha jonabo sun
@BRAJEN_MALAKAR_CREATIONS
@BRAJEN_MALAKAR_CREATIONS 12 күн бұрын
সুন্দৰ ত্ৰিদিব । অম্বিকাগিৰী ৰায়চৌধুৰীৰ ওপৰতো এটা ভাল আৰু সময়োপযোগী ভিদিঅ' হ'ব। প্ৰস্তুত কৰিবাচোন।🎉🎉🎉
@Kalita4185
@Kalita4185 12 күн бұрын
One of my favourite person of modern Assam history.
@PranjalBorgohain
@PranjalBorgohain 9 күн бұрын
তেজত উঠিছে পিৰিৰণি ৰক্তস্নানৰ মন। জাতিৰ পিঠিত মৰণ সংকট অন্দ্ব জনগণ- ৰাজীৱ গগৈ। অসমত অনুপ্ৰৱেশকাৰী মাথো বাংলাদেশীয়েই নহয় সকলোফালৰ পৰা- বিশিষ্ট সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য। অসমৰ ভাষা-সংস্কৃতি,অৰ্থনীতি সকলো বাহতল মাথো অসমীয়াই জগৰীয়া নহয়।
@jahnubharadwaj
@jahnubharadwaj 12 күн бұрын
Good. Thoughtful, articulate and in-depth. Solid work.
@hemantadas2357
@hemantadas2357 12 күн бұрын
Vaiti Tridib bohut val lagil katha khini, Horu lora holeo tumar video bur bohut dorkari, Bohut mulyaban,
@sofun728
@sofun728 11 күн бұрын
সুন্দৰ আৰু সঁচা কথা ❤। ধন্যবাদ তুলি ধৰাৰ বাবে
@user-kt8mm5kt7l
@user-kt8mm5kt7l 12 күн бұрын
ভাল লাগিল
@ankursaikia1145
@ankursaikia1145 12 күн бұрын
সুন্দৰ দাদা
@abinashdeka1217
@abinashdeka1217 12 күн бұрын
সুন্দৰ বন্ধু 🤩👍
@ProbalKhataniar
@ProbalKhataniar 12 күн бұрын
মনপৰশা বিশ্লেষণ ভাৱগধুৰ🎉🎉
@TridipDoley-ro3rr
@TridipDoley-ro3rr 8 күн бұрын
❤️🙏❤️
@koushikdas5140
@koushikdas5140 12 күн бұрын
🙏❤️
@TCF573
@TCF573 11 күн бұрын
Hundor boktyabya from singapure
@dibyajyotideka402
@dibyajyotideka402 12 күн бұрын
✨✨
@SimantaSaikiaFlute
@SimantaSaikiaFlute 9 күн бұрын
অসমৰ মহান ব্যক্তি সকলৰ ওপৰত এনেকৈ ভিডিঅ লৈ আহিব | চাবলৈ ৰৈ আছোঁ.
@SimantaSaikiaFlute
@SimantaSaikiaFlute 9 күн бұрын
❤️
@plabanjyotisharma7534
@plabanjyotisharma7534 12 күн бұрын
Chabbas, Tridibid. Keep it up.
@Krishnidha441
@Krishnidha441 5 күн бұрын
Apuni UGC NET exam Paper 1 aru Paper 2( Political Science)r babe kenedore, ki ki porhisil ata video prostut kori dibosun
@dibyadnr7460
@dibyadnr7460 12 күн бұрын
,👍👍👍👍
@millionairestories1m
@millionairestories1m 10 күн бұрын
হীৰকজ্যোতি মহন্তৰ কথা এবাৰ চক্ৰপাণি পৰাশৰৰ আলফা (স্বাঃ) ৰ সেনাধক্ষ পৰেশ বৰুৱাৰ লগত হোৱা আলোচনাৰ ভিদিওত সুধিছিলো । একো সঁহাৰি নাপালোঁ। তেওঁৰ কথা প্ৰায় নাইকিয়া হৈছেহি আজি। আপুনি নেক্সট ভিদিওত ক'বছোন । প্লিজ দেই 😅
@TCF573
@TCF573 11 күн бұрын
Roopkuwar Jyotiprosad Agorwallar kothau kuwa ......... Singapure
@protivaphukon5840
@protivaphukon5840 12 күн бұрын
Sub titile t কিয় বাঙালী ভাষা আহিছে এইটো মন কৰিব লগীয়া বিষয়।
@dkdk5486
@dkdk5486 12 күн бұрын
Yes Assamese caption youtube t nai jodi english hindi e dile hoi
@OmarFaruk18171
@OmarFaruk18171 12 күн бұрын
Auto generated by youtube
@patrickwilliamson9842
@patrickwilliamson9842 8 күн бұрын
Why Assamese is not on KZbin have you ever thought ​@@dkdk5486
@ujjalpanging2290
@ujjalpanging2290 7 күн бұрын
অসমীয়াৰ কাম নাই মাথোঁ সমালোচনা কৰিব জানে আজিৰ দিনত। নিজৰ মাজত সমালোচনা।
@thecrunchlator2500
@thecrunchlator2500 10 күн бұрын
Ami tu nijor majot kalita, ahom, bamun koriye asu
@becomingunstoppable1144
@becomingunstoppable1144 7 күн бұрын
সঁচাই বহুত নজনা কথা জানিলো । আশা কৰোঁ আগলৈও এনে ভাল ভাল video আনিব❤
@sbmagasbmaga
@sbmagasbmaga 11 күн бұрын
Tumer তাত আসমীয়া ডেকাক যোগাই তোলাৰ দম আছে
@ujjalpanging2290
@ujjalpanging2290 7 күн бұрын
অসমীয়াৰ কাম নাই মাথোঁ সমালোচনা কৰিব জানে আজিৰ দিনত। নিজৰ মাজত সমালোচনা।
@omieducationalvideo923
@omieducationalvideo923 12 күн бұрын
kzbin.info/www/bejne/mZfMo2dqh5VgkKcsi=fONOQHdkEDy-WvA5
Чувашский язык: тюркский-булгарский
31:20
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН