সদন কঁপাইছে গৌৰৱ গগৈয়ে। গৌৰৱৰ ভাষণত মৌন হৈ পৰিছে শাসকপক্ষ

  Рет қаралды 205,879

Asom Live 24

Asom Live 24

6 күн бұрын

সদন কঁপাইছে গৌৰৱ গগৈয়ে। গৌৰৱৰ ভাষণত মৌন হৈ পৰিছে শাসকপক্ষ। গৌৰৱৰ কথাই শলঠেকত পেলাইছে NDA চৰকাৰক। গৌৰৱ গগৈৰ এটা ভাষণ বৰ্তমান ভাইৰেল সামাজিক মাধ্যমত।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 458
@renasharma8968
@renasharma8968 4 күн бұрын
আশীৰ্বাদ আছে ৰাইজৰ গৌৰৱ গগৈৰ ওপৰত। গৌৰৱ গগৈৰ উজ্বল ভৱিষ্যত আছে। এজন অতি সৎ আৰু নিষ্ঠাবান লোক যে হয় দেশবাসীয়ে ভালকৈয়ে বুজি পায়।
@kakoligayan2065
@kakoligayan2065 4 күн бұрын
মোৰ ভাষা প্রাতেকটো চৰকাৰি অফিছত হেড মুৰবি মানুহ জন অসমীয়া হব লাগিব সেইয়া গৈৰব ক আমি জনাব লাগিব
@rajumonibaruah8389
@rajumonibaruah8389 4 күн бұрын
গৌৰৱ গগৈৰ উজ্জ্বল এটি নক্ষত্ৰ। আশাকৰোঁ কৰোঁ সুন্দৰ কাম কৰিব
@BhunuDeka
@BhunuDeka 3 күн бұрын
Axa koro koro koro.......
@ranjitbora734
@ranjitbora734 4 күн бұрын
যোৰহাট বাসী হিচাবে গৌৰৱ অনুভৱ কৰিছো।
@renubegum3639
@renubegum3639 4 күн бұрын
Ajon val neta pale aponaloke Jorhatbakhi khub bhagyaban buli kobo khojo ..... 👌👌👌
@user-zi9fh7ne2s
@user-zi9fh7ne2s 4 күн бұрын
​@@renubegum3639 হয় আমি যোৰহাট বাসি গৌৰবক লৈ গৌৰব
@niranjansarma4729
@niranjansarma4729 4 күн бұрын
Tor barir jorhat ,himanta nahale ? Pelthi hoi thakileheten ,😁😁😁😁😁😁😁😁😁😁😁😁😁😆😆
@user-zi9fh7ne2s
@user-zi9fh7ne2s 4 күн бұрын
@@niranjansarma4729 tohotr necena aondha vokt nohy
@prabinmallabaruah8845
@prabinmallabaruah8845 4 күн бұрын
যোৰহাট বাসীৰ লগতে সমগ্ৰ অসম বাসীও গৌৰবাম্বিত । বিজেপি আৰু সহযোগী দলৰ কোনোবা এজনো সদস্যই এইদৰে উদাত্ত ভাষণ দিয়াৰ ক্ষমতা আছে জানোঁ?
@nripenborgohain201
@nripenborgohain201 4 күн бұрын
গৌৰৱ গগৈ এদিন প্ৰধানমন্ত্ৰী হ’ব ৷ অসমৰ সুসন্তান বুলি গুণীজ্ঞানী নদাইভদাই আশা কৰে ৷ ভৱিষ্যত সুন্দৰ
@binoddeka8594
@binoddeka8594 4 күн бұрын
Gaurav assam
@reyonchakravarty9462
@reyonchakravarty9462 4 күн бұрын
😂😂😂😂😂😂😂 prandhan mantri????? Jorhat 10 bosore ki korile
@DipDas-vi8ki
@DipDas-vi8ki 4 күн бұрын
jorhator mp 10 basar Kun asil​@@reyonchakravarty9462
@pronabjyotigogoi6901
@pronabjyotigogoi6901 4 күн бұрын
Bapero mur2 korila maksudai BJP ki sat dal korisa nu ​@@reyonchakravarty9462
@ytdesert3581
@ytdesert3581 4 күн бұрын
Hopun tu besi dangor huwa nai ne?
@dilowarhussain7319
@dilowarhussain7319 4 күн бұрын
গৌৰৱ গগৈ জিন্দাবাদ
@manajardeuri4179
@manajardeuri4179 3 күн бұрын
Gorb gogoi jindabad
@manajardeuri4179
@manajardeuri4179 3 күн бұрын
@user-iw8kc9jq9e
@user-iw8kc9jq9e 4 күн бұрын
গৌৰৱ গগৈৰ ভাষণৰ বিৰুদ্ধে মন্তব্য দিয়া সকল বৃটিছৰ এজেন্ট।
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 4 күн бұрын
লগতে মুৰ্খও
@arifazom7864
@arifazom7864 21 сағат бұрын
You are right
@bhabensaikia5028
@bhabensaikia5028 4 күн бұрын
গৌৰৱ গগৈ সদায় অসমৰ গৌৰৱ হৈ থাকিব ৷
@anupdas739
@anupdas739 4 күн бұрын
গৌৰৱ গগৈ সমষ্টি মানুহ বোৰে খচাই গৌৰৱ কৰিব লগা কথা কিন্তু ।
@amolgogoi4988
@amolgogoi4988 3 күн бұрын
যোৰহাট ৰ মানুহে জানে কাক ভোট দিব লাগে। বাকী সমষ্টি মানুহে নাজানে
@xzaxe
@xzaxe 4 күн бұрын
Gourab Gogoi Jai Ho!
@prabinmallabaruah8845
@prabinmallabaruah8845 4 күн бұрын
প্ৰধান মন্ত্ৰীয়ে এইবোৰ কাৰণেই গৌৰৱ গগৈক যোৰহাট সমষ্টিত গতিৰোধ কৰিবলৈ বহু কৌটি টকা খৰচ কৰিও তথা প্ৰশাসন, মন্ত্ৰী বিধায়ক নিয়োগ কৰিও কামত নাহিল ।
@user-iw8kc9jq9e
@user-iw8kc9jq9e 4 күн бұрын
ভেঞ্চাৰ স্কুল-কলেজ চৰকাৰী কৰণ কৰিছে কংগ্রেছ চৰকাৰে হে। আজি ৯৯℅ লোকে কংগ্রেছে দিয়া চাকৰি কৰি আছে। আৰু গুণ গাই আছে বেলেগৰ।
@arifazom7864
@arifazom7864 21 сағат бұрын
আৰু আজি বিজেপিক ভোট নিদিলে আঁচনি কাটি দিব বিজেপিয়ে
@bhabakantanath
@bhabakantanath 4 күн бұрын
শাসক পক্ষ ই মাননীয় সাঙসদ গৌৰৱ গগৈৰ বক্তব্যৰ যথাযথ উত্তৰ দিবলৈ আহ্বান জনালোঁ।
@niranjansarma4729
@niranjansarma4729 4 күн бұрын
Uttar pai ase ,,apuni ,India tv Sai thauok ,akal asamia vakha janilei apuni khabar janiba noare , sikak ,😁😁😁😁😁😁😁😁😁😁
@niranjansarma4729
@niranjansarma4729 4 күн бұрын
Oi bahin suda ? Des ko kon badal dia ,ja raha hai ? Tumara bap? Saram nahi ati ? Des ko modi ji ne badalta rahe he ? Tumahara congreshiwala ,medam tustikaran Nehi ? Ullu? Agar me sangsad ho sakta tha na ? Tumko ? Pura mukh me Kali lepet deunga ,???
@dipakbaruah8987
@dipakbaruah8987 4 күн бұрын
​@@niranjansarma4729অসমীয়াত লিখা কোন বিশ্ববিদ্যালয়ৰ পৰা কি ডীগ্ৰী পাইছে আপুনি ?
@adityakalita5560
@adityakalita5560 4 күн бұрын
আমাৰ গৌৰৱ, যোৰহাটৰ গৌৰৱ, অসমৰ গৌৰৱ ,গৌৰৱ গগৈ।
@user-dg4vz2sl1k
@user-dg4vz2sl1k 4 күн бұрын
গৌৰৱ গগৈ দাঙৰিয়াৰ দৰে নেটাক ৰাইজে বিচাৰে হিন্দু, মুচলমান হিন্দু মুছলমান কৰা নেটা নালাগে ৰাইজক
@hanseali1924
@hanseali1924 3 күн бұрын
ৰাইজে এতিয়া নিবিছাৰিলেও সময়ত সাম্প্ৰদাইক মন্তইব্যৰে বিজেপিয়ে ৰাইজৰ মাথা নষ্ট কৰিব আৰু ৰাইজে সাম্প্ৰদায়িকতা কৰা নেতাকে ভোট দিৱ।
@AbhaRaniBorah-y2b
@AbhaRaniBorah-y2b 3 күн бұрын
গৌৰৱ গগৈ অসমৰ ৰাইজৰ হিতাৰ্থে মাত মাতি আগবাঢ়ি যোৱা এক সাহসী কন্ঠ ।
@RojitaDas
@RojitaDas 4 күн бұрын
My fvrt MP Gourav ji..🙏🙏🙏
@rajsarmavlogs6233
@rajsarmavlogs6233 4 күн бұрын
অসমৰ গৌৰৱ ❤❤❤❤
@riyajulhussain5682
@riyajulhussain5682 4 күн бұрын
Good speach from assam jorhat goroub gogoi
@user-jc6ht7co4c
@user-jc6ht7co4c 4 күн бұрын
গৌৰৱ ❤❤❤❤আ
@nirmalhazarika
@nirmalhazarika 17 сағат бұрын
গোটেই ভাৰত কপাঁই আছ, আমাৰ অসমৰ গৌৰৱ গৌৰৱ গগৈয়ে ! যোৰহাট বাসীলৈ অশেষ ধন্যবাদ !
@CRAZYNOOByt-oi3or
@CRAZYNOOByt-oi3or 4 күн бұрын
ধন্যবাদ গৌৰব গগৈ।
@prahladdanah6629
@prahladdanah6629 4 күн бұрын
আমাৰ গৌৰৱ।
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 4 күн бұрын
আমি যোৰহাটৰ 3:38 3:39 3:40
@Rhino-taekwondo-academy.9997
@Rhino-taekwondo-academy.9997 4 күн бұрын
এখন ৰাজ্যি ভাল দৰে চলিবৰ বাবে বিৰোধী দলৰ ভূমিকা যঠেষ্ট আছে
@PushpendraBorah-vd7wg
@PushpendraBorah-vd7wg 4 күн бұрын
Good speech Respected sir Mp Gourav Gogoi(Assam)
@KhagenChGogoi
@KhagenChGogoi 4 күн бұрын
Best of nice thinking and expression
@durgatelenga3597
@durgatelenga3597 4 күн бұрын
🙏 Good
@tapanswargiary5839
@tapanswargiary5839 4 күн бұрын
Thank you Gaurav sir. Akha karu future Chief minister aponi hoke. Himanta sir o beya nohoi. Valkoi solai goise Assam k
@sapaintmixingmatching7267
@sapaintmixingmatching7267 4 күн бұрын
খেতিত ভাল শস্য ৰুলে ভাল ফল
@nirmalhazarika
@nirmalhazarika 3 күн бұрын
গৌৰৱ অসমৰে নহয় ভাৰতৰেই গৌৰৱ ! যোৰহাট বাসীলৈ ধন্যবাদ
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 4 күн бұрын
❤❤❤ অসমৰ গৌৰৱ, গৌৰৱ গগৈ❤❤❤
@luhittaid9059
@luhittaid9059 4 күн бұрын
আমাৰ দিনত গৌৰৱ গগৈৰ দৰে সাংসদ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পোৱাৰ কথা আমি নাজানো৷ গৌৰৱ গগৈ উত্তৰ-পূৰ্বাঞ্চলৰে নহয় সমগ্ৰ দেশৰে এনেকুৱা এগৰাকী সাংসদ যাৰ যুক্তিপূৰ্ণ ভাষণক অনিচ্ছাস্বত্বেও ক্ষমতাত থকা দলেও মানি ল’বলৈ বাধ্য হয়৷ গৌৰৱ গগৈ হীৰা হয়৷ মহামূল্যবান হীৰা৷
@aminulislam2286
@aminulislam2286 4 күн бұрын
অসমৰ গৌৰৱ, গৌৰৱ গগৈ
@ranjitadeori6018
@ranjitadeori6018 4 күн бұрын
,, যোৰহাট ৰ গৌৰৱ গৌৰৱ গগৈ❤❤❤🎉🎉🎉
@_Aesthetic_world_07
@_Aesthetic_world_07 4 күн бұрын
Thank you gourav
@faridaahmed5968
@faridaahmed5968 4 күн бұрын
Gourav gogoi imman dhunia koi kotha bor jukti sahkare bujab pare. Ami proud koribo lage je teo assom santan. Salute gaurav gogoi.
@gutungdipakpegu2134
@gutungdipakpegu2134 4 күн бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ আৰু লোকসভাৰ মজিয়াত অসম কণ্ঠ ।
@ziaburrahman9591
@ziaburrahman9591 4 күн бұрын
Next CM assam
@Xxhxjxjx
@Xxhxjxjx 4 күн бұрын
Amar Gauravei hol GAURAV❤
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 4 күн бұрын
হয় সচাঁ মইও যোৰহাটৰ
@hemjeet2023
@hemjeet2023 4 күн бұрын
Gaurav gogoi is proud of india
@TBMKalondi
@TBMKalondi 4 күн бұрын
যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ
@amalbaruah4498
@amalbaruah4498 2 күн бұрын
গৌরভ গগৈ ভারতর ভিতরত উঠি আহা যুক্তি বাদী যুব নেতা। আমি থেকেতর quality ক সম্মান করু 🙏🏾
@ajoygohain2470
@ajoygohain2470 4 күн бұрын
Good,
@sukuraliahmed1107
@sukuraliahmed1107 4 күн бұрын
অসমৰ গৌৰৱ।।
@sachidharpegu7618
@sachidharpegu7618 4 күн бұрын
Next CM Assam
@user-ol3sr5iw1c
@user-ol3sr5iw1c 4 күн бұрын
Gourob gogoi dangoria Amar babe akhom gourob❤❤❤❤❤❤❤❤❤❤
@excusemeofficial799
@excusemeofficial799 3 күн бұрын
অদূৰ ভবিষ্যতে প্ৰধান মন্ত্ৰী হবগৈ পাৰিব,যদিহে অসমৰ প্ৰতিজন ব্যক্তিয়ে দলৰ ব্যক্তি বুলি নাভাবি এজন সৎ আৰু উপযুক্ত ব্যক্তি বুলি ৰাইজে তেওঁক সমৰ্থন কৰে। তেওঁ প্ৰধান মন্ত্ৰী হ'লে নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰে গৌৰৱ নহয়, সেয়া হ'ব অসমৰ গৌৰৱ।
@AjitHazarika-uc5qb
@AjitHazarika-uc5qb 4 күн бұрын
গৌৰৱ গগৈ জিনদাবাদ
@BabitaPokhrel-so5vb
@BabitaPokhrel-so5vb 4 күн бұрын
Very good ledar gaurv gogoi zindabad congress party zindabad next Cm Goruv gogoi zindabad
@user-dg4vz2sl1k
@user-dg4vz2sl1k 4 күн бұрын
গৌৰৱ গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয় গৌৰৱ গগৈ দাঙৰিয়াৰ লগত ফেৰ মাৰিব পৰা নেটা মন্ত্ৰী অসমত নায়ে
@moshmibarman7661
@moshmibarman7661 4 күн бұрын
Gaurub assamar gaurub
@moshmibarman7661
@moshmibarman7661 4 күн бұрын
Gaurub gogoi jindabad
@ZakirHussain-uz9os
@ZakirHussain-uz9os Күн бұрын
Very Weldone Gogoi ji... আপুনি অহা সময়ৰ অসমৰ ভৱিষ্যত।
@AnjaliMedhi-ff5on
@AnjaliMedhi-ff5on Күн бұрын
গৌৰব অসম বাৰ্ষি কাৰণে এক উজ্জল নক্ষত্ৰ l তেওঁ অসম ৰ কাৰণে কাম কৰিব l ♥ ❤
@Mchkretismili
@Mchkretismili 4 күн бұрын
❤❤❤❤❤❤❤😮😮😮😮gaurav gogoi jindabad jindabad ❤❤❤❤❤
@user-pz1vy1jz6g
@user-pz1vy1jz6g 4 күн бұрын
Gourav gogoi is the diamond of Assam .🙏🙏
@bhaswatisaikia8294
@bhaswatisaikia8294 4 күн бұрын
Thanks you gorov
@binagohai5624
@binagohai5624 4 күн бұрын
গৌৰৱ গগৈৰ জিন্দাবাদ
@boruahhoren4850
@boruahhoren4850 4 күн бұрын
Gaurav is not only a name but he is the pride of Assam.
@DebeswarSwargiary
@DebeswarSwargiary 4 күн бұрын
GOOD
@emdadulhoque9408
@emdadulhoque9408 4 күн бұрын
Strong leader
@mohendradohutia-dj5km
@mohendradohutia-dj5km 4 күн бұрын
অসমৰ গৌৰৱ,অসমৰ সঞ্জীৱনী গৌৰৱ গগৈ।অসমৰ দ্ৰৰিদ্ৰ ৰাইজৰ একমাত্ৰ অন্নদাতা গৌৰৱ গগৈ।।
@AnjaliMedhi-ff5on
@AnjaliMedhi-ff5on Күн бұрын
গৌৰব এক অসম বাৰ্ষি বাবে উজ্জল নক্ষত্ৰৰ l তেওঁ অসমৰ হৈ কাম কৰি যাও l তাৰে হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো l
@user-yw7hv7nk6y
@user-yw7hv7nk6y 2 күн бұрын
গৌৰৱ গগৈৰ অসমৰ সম্পদ দুখীয়াৰ জনগনৰ বাবে কাম কৰক
@user-dv5oo8zv5u
@user-dv5oo8zv5u 4 күн бұрын
গৌৰৱ গগৈক কোনো শক্তিয়ে ৰখাব নোৱাৰে। সঁচাকৈয়ে তেওঁ দেশৰ গৌৰৱ ❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 күн бұрын
আমাৰ শুভেচ্ছা আৰু আশীৰ্বাদ জনপ্ৰিয় যুৱ ৰাজনৈতিক নেতা গৰাকীৰ লগত সদায় থাকিব। এগৰাকী ভদ্ৰ , অমায়িক, সাহসী, তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু নবপ্ৰজম্মৰ আদৰ্শনীয় ৰাজনীতিবিদ। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। অনাগত দিনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে পোৱাৰ আশা কৰিলো।❤❤❤ এগৰাকী সুদক্ষ আৰু অধ্যয়নপুষ্ট সাঙসদ।। সুযোগ্য পিতৃৰ সুযোগ্য পুত্ৰ।
@minahazarika7578
@minahazarika7578 4 күн бұрын
অসম গৌৰৱৰ কেৱাঁ আঙুলি যোগ্য নহয়
@binodtawofficial1122
@binodtawofficial1122 3 күн бұрын
Good speech Respected sar M p Gourav Gogoi Assam
@pulumonidas5201
@pulumonidas5201 Күн бұрын
গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ যোৰহাটৰ ৰাইজৰ গৌৰৱ ❤
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 4 күн бұрын
অসমৰ অবৈধ লোকৰ ৱিষয়েও মাত মাতক সদনত ৷ গৌৰৱ সদায় গৌৰৱেই ৷
@khalilrahman1054
@khalilrahman1054 4 күн бұрын
গৌৰব গগৈ আমাৰ অসমৰ গৌৰব
@jahangirali3597
@jahangirali3597 4 күн бұрын
Gaurab gogoi ji love you.
@user-yl4no2gz3k
@user-yl4no2gz3k 4 күн бұрын
Good
@BalenDas-dt8fq
@BalenDas-dt8fq Күн бұрын
গৌৰব গগৈক বাদে বাকী যি সকল সাংসদ আসমৰ পৰা গৈছে সেয় সকলে দৰমহা খাই বহি থাকিব নালাগে।অসমৰ স্বাৰ্থত মাত মাতিব লাগে।
@pompiadhikari377
@pompiadhikari377 4 күн бұрын
Future PM of India 🇮🇳 🔜..
@sailendraboro-zz3ik
@sailendraboro-zz3ik 4 күн бұрын
Our next CM,..
@probudhborah4821
@probudhborah4821 4 күн бұрын
Gourav Gogoi is a Great.Leader of Assam 😊
@hemonta9300
@hemonta9300 4 күн бұрын
গৌৰৱ গগৈক লৈ অসম হৈ গৌৰৱ কৰিছো
@ranujdoley3927
@ranujdoley3927 2 күн бұрын
গৌৰৱ গগৈ জিন্দাবাদ❤❤❤
@jibongogoi6940
@jibongogoi6940 4 күн бұрын
গৌৰব গগৈ জিন্দাবাদ l
@user-fp6ud8ym5k
@user-fp6ud8ym5k 4 күн бұрын
Best parliamentarians of Assam as well as India. We are proud of him.
@kandarpa2622
@kandarpa2622 3 күн бұрын
Gaurav is pride of Assam and India.
@bimalbora4971
@bimalbora4971 4 күн бұрын
সুন্দৰ-👍👌
@abhijitchetia23
@abhijitchetia23 4 күн бұрын
অসমৰ বলিষ্ঠ কণ্ঠ🔥💪
@habibgoldie3758
@habibgoldie3758 4 күн бұрын
gaurav gogoi axom r gaurav.... Thank you jorhat❤❤❤Thank u jorhat people
@nishansarma6266
@nishansarma6266 2 күн бұрын
গৌৰৱ ❤
@basantakalita5369
@basantakalita5369 4 күн бұрын
Gourav gogoi jindabad ✌✌😊
@mainabora7948
@mainabora7948 4 күн бұрын
গৌৰব গগৈ। অসমৰ গৌৰব।
@jatinsaikia1436
@jatinsaikia1436 3 күн бұрын
গৌৰৱ গগৈ মানে অসমৰ গৌৰৱ
@RajumoniRajumonidas
@RajumoniRajumonidas 4 күн бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ । 👍
@9M_View
@9M_View 3 күн бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ,
@akbarhossain2179
@akbarhossain2179 4 күн бұрын
Gaurav Gogoi is an ideal politician. We want him to be our future C. M of Assam
@bimalboruah9507
@bimalboruah9507 3 күн бұрын
We are very much appreciated of his valuable speech in parliament . We are really proud of you .
@TCF573
@TCF573 4 күн бұрын
Welcome. Gourov gogoi... NEET NET r kelengkari Akhomor doggee bure nai buja dei.. Ehote Chemical diya saul 12 lakh toka khety hamori puwa poisatuhe sini pai.. Amar usorote hei pranibur ase.. Aibar election pise hihotoru fai uthil nidile nohoi Vote hihotok.... Heye jomi thakil 😅😅😅
@RikiBorah-gk7jx
@RikiBorah-gk7jx 4 күн бұрын
God bless you gogoi dada
@rubikoch5083
@rubikoch5083 3 күн бұрын
অসমৰ গৌৰৱ।
@NumalChanda
@NumalChanda 12 сағат бұрын
We have already seen a bright future in politics of Assam.
@LakshyajitAmchi
@LakshyajitAmchi 4 күн бұрын
আমাৰ গৌৰৱ ❤🎉
@user-rw3pv9dw1j
@user-rw3pv9dw1j 3 күн бұрын
গৌৰৱ গগৈ কেৱল যোৰহাটৰ নহয় কেৱল অসমৰ নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এজন শক্তিশালী নেতা ৷ইয়াৰ বাবে আমি সকলোৱে এক মুখে ধন্যবাদ দিব লাগিব যোৰহাটৰ শিক্ষিত ৰাইজক শিক্ষিত ভোটাৰক তথা ৰাজনৈতিক ভাবে দূৰদৰ্শী ৰাইজক ৷ ধন্যবাদ সেই দুজন স্বনামধন্য ধন্য পিতৃ-মাতৃক যিয়ে জন্ম দিলে এনে এজন সিংহ সদৃশ পুত্ৰ সন্তান যিজন বৰ্তমান দেশৰ সম্পদ ৷৷
@humensaikia7914
@humensaikia7914 4 күн бұрын
Strong leader of India🎉🎉🎉
@ruhitdihingia8210
@ruhitdihingia8210 3 күн бұрын
সুবক্তা জন্ম হয় কঠোৰ পৰিশ্ৰম, কঠোৰ অধ্যয়ন, কঠোৰ অনুশীলন আৰু কঠোৰ অনুশীলন ভিত্তিক বাক - শক্তি ,মগজু সঞ্চালন ইত্যাদি ইত্যাদি শক্তিৰ দ্বাৰা ।গৌৰৱৰ ঘৰুৱা ৰাজ্যৰ বহু পৰমুখাপেক্ষী আৰু তথাকথিত নেতাৰ উপলুঙা কৰা সকলে মৌন হৈ থকাই ভাল পুনৰ: পুন: উপলুঙা কৰাতকৈ।
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 35 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 1,8 МЛН
Мы никогда не были так напуганы!
00:15
Аришнев
Рет қаралды 6 МЛН
DINLIPI WITH ATANU BHUYAN || EPISODE OF JULY 9 PART 5
7:03
atanubhuyan"s news video
Рет қаралды 3,1 М.
atanu bhuyan"s  video
5:53
atanubhuyan"s news video
Рет қаралды 79 М.
MP Gaurav Gogoi | Reply to President's Address 2024
11:37
Gaurav Gogoi
Рет қаралды 49 М.
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 35 МЛН