Рет қаралды 51,180
মাজুলীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। উপস্থিত হৈ মাজুলীৰ কমলাবাৰী-পহুমৰা সংযোগী মথাউৰীৰ জুগুনিধাৰী অংশত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে যোৱা ১ জুলাইত চিঙি নিয়া অংশটো পৰিদৰ্শন কৰে সাংসদ গৰাকীয়ে।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews