Assam: To what extent has state politics gone? War of words betwn Himanta Biswa, Gaurav, Piyush

  Рет қаралды 40,528

Prag News

Prag News

21 күн бұрын

Assam: To what extent has state politics gone? War of words betwn Himanta Biswa, Gaurav, Piyush
Watch the full clip to know more about this story.
#pragnews #assamflood #statepolitics #himantabiswasarma #gauravgogoi #pijushhazarika
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 165
@JohirulIslam-fb1en
@JohirulIslam-fb1en 19 күн бұрын
তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা সময়ত হিমন্ত বিশ্ব শৰ্মা কোন দলৰ নেতা আছিল?
@dijenborthakur1393
@dijenborthakur1393 13 күн бұрын
😂😂😂😂😂😂😂😂😂
@user-hw6ul5ut2j
@user-hw6ul5ut2j 19 күн бұрын
হিমন্ত বহুত চতুৰ মানুহ ৷ আৰু ভোট নিদিওঁ হিমন্তক ৷ গৌৰৱ গগৈক আনিব লগে এতিয়া ৷
@user-yp5mo8fn8j
@user-yp5mo8fn8j 19 күн бұрын
Umm bpkr dnt lower Assam dubil... Bangladeshi r htt.... Eibar upper Assam r paal.
@user-vh9gg3yc2e
@user-vh9gg3yc2e 18 күн бұрын
Thik koisa Bro.. Tarun gogai ki kori goisy gotei lowar akhom manu gom pai...2nd Bangladesh bonai thoi gol etiya Beta ahisy...ei ba 3rd poison ki kory... Gourv Gogai 1ta kotha hudibi sun tr Bapek dint jetita Banpani hoisil tetiya ki beybostha korisil tr Bapeky..aru tr Bapek dint 4lnd over bridge aru gaon rasta bilak poka asil ney...!
@user-yp5mo8fn8j
@user-yp5mo8fn8j 18 күн бұрын
@@user-vh9gg3yc2e Assamese mnh emotional hoi... So emotion dhali fool bnbo pare
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 18 күн бұрын
Toi ajot au vote ny dia aru atia u nedau. Miya puali😂
@animecontent8296
@animecontent8296 19 күн бұрын
কংগ্ৰেছৰ দিনত বনোব়া মঠাউৰিৰ দিনত এই দুজন বাৰু কোনটো দলত আছিলে নিজেই পাহৰিলে।ৰাইজ এই দুয়োজনক আপোনালোকে মনত পেলাই দিব চোন। সাংবাদিক সকলৰ মনত পেলাবলৈ সেইকন সৎ সাহস থাকিব লাগিব নহয়।
@user-pe1pq9zk4x
@user-pe1pq9zk4x 19 күн бұрын
লাজ লাগে।আগৰ পৰাই কৈছোঁ।তহতকে কৈছোঁ। দেউতাকৰ পাছফালে তহতেই আছিল।
@manjubarman1855
@manjubarman1855 19 күн бұрын
আগৰ পৰা হলেও আপোনালোকেও আছিল সেই চৰকাৰত।
@janardanbora2803
@janardanbora2803 19 күн бұрын
পিয়াজে বচাব আহিছে নেকি কাৰোবাক গৌৰৱ গগৈ নোম এডালৰ মানুহ নহয় পিয়াঁজ বোলা টো খালি চিন্দিকেতৰ মেইঁন কিন্তু😅😅😅
@kinaramdas5198
@kinaramdas5198 18 күн бұрын
কংগ্ৰেছে বেয়াকৈ মঠাউৰে বান্ধিছিল কিন্ত আপোনালোকে যোৱা দহ বছৰত কিয় ভালকৈ বান্ধিব পৰা নাই কিয় আৰু আগতে আপোনালোক সেই সময়ত কংগ্ৰেছৰই নেতা আছিল তেতিয়া কি কৰিছিল মনত ৰখা দৰকাৰ ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে এইষাৰ ডাকৰ বচন।
@Rana-hg8hg
@Rana-hg8hg 19 күн бұрын
সাৰদা লুই বাৰ্জাৰ কংগ্রেচৰ দিনতেই ফুলিছিল
@debakumar5124
@debakumar5124 18 күн бұрын
আগতে দেখুন আপোনালোকেই আছিলে ্্্্
@entertainmentandexercies415
@entertainmentandexercies415 19 күн бұрын
প্রয়াত গগৈক পৃতি বুলি নবিজেপি হিমন্তই কৈছিল এক সাখ্যাৎকাৰত পৃতিৰ বিষয়ে এনেকৈ কব পাৰে নে।এতিয়াৰ নবিজেপি খিনিয়ে তেতিয়াৰ মন্ত্রী,বিধায়ক আছিল কেলেংকাৰী কৰি বিজেপি washing machine ত সোমাই চাফা হৈ গ'ল বুলি ভাৱিছে।সচেতন ৰাইজে মনত থৈছে।
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh 19 күн бұрын
দলৰ সমালোচনা কৰিলে বান পানীৰ সমস্যা দুৰ নহয়৷ অন্তত এইখিনি সময়ত কোনো দলৰ সমালোচনাৰ কথা ভাল নেলাগে।
@MrinmayChakravarty-jf4nr
@MrinmayChakravarty-jf4nr 18 күн бұрын
True
@jadukoch7576
@jadukoch7576 19 күн бұрын
আনক সমালোচনা কৰাৰ আগতে নিজক সমালোচনা কৰি নিজে শুদ্ধ হৈ লওক। নিজৰ পোকৰ তেপতেপিয়া। আনৰ পোকৰত ধুলি চতিওৱা।। নি????
@basunandanhandique6015
@basunandanhandique6015 19 күн бұрын
Himanta Biswa Sarma and Piyush Hazarika, having switched political allegiances and now vocally criticizing the previous governments, appear to overlook their own roles in those administrations. It's somewhat ironic and disingenuous for them to place blame on the very institutions they once actively participated in and supported. Their current criticisms might come off as attempts to distance themselves from their past associations rather than offering genuine, constructive political discourse. It's crucial for leaders to acknowledge their entire political journey and contributions, both positive and negative, to maintain credibility and foster genuine accountability in governance.
@harshitdas2040
@harshitdas2040 19 күн бұрын
Right brother 👍
@dibyajyotigogoi4801
@dibyajyotigogoi4801 19 күн бұрын
ইহঁতৰ কাম অকল লোকক সমালোচনা কৰা।
@juggiiij
@juggiiij 19 күн бұрын
তৰুণ গগৈৰ অৱদান অসমত একেবাৰেই যে নাই সেইটো নহয় কিন্তু,, বেছি বেছি টেক্স নলগোৱাৰ বাবেহে বেয়া 😢😢 বুলি ধৰিছে
@xzaxe
@xzaxe 19 күн бұрын
অতীতৰ কথা নোকোৱা ভাল হব😊😊😊
@user-wv1ev5dp1h
@user-wv1ev5dp1h 19 күн бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ
@user-dh9yn8gy7j
@user-dh9yn8gy7j 19 күн бұрын
Himontra ata Rhino killer
@hun380
@hun380 18 күн бұрын
Himanta ,pijush r bohut besi holge ......vote paaam buli vabiso2 dekhuam aami raijee ..........
@BornilDas-mh8ox
@BornilDas-mh8ox 19 күн бұрын
যি কেইজন ব্যক্তিয়ে কংগ্ৰেছৰ দিনৰ মাথাউৰি বুলি কৈছে তেওঁ লোক জানো কংগ্ৰেছ দলৰ নাছিল? কথাখিনি কওঁতে অতীতলৈ এবাৰ মনত পেলোৱাটো ভাল বুলি ভাবো। 5:06
@kulenchpathak
@kulenchpathak 19 күн бұрын
ভোটৰ সময়ত মনত নৰখাসকললৈ তেনে মন্তব্য দিয়া একো ডাঙৰ কথা নহয় ৷ এতিয়া বোকা চতিওৱাৰ সময় নেকি ?
@elasonowal2378
@elasonowal2378 18 күн бұрын
CMOr kothabur bor beya huniboloi. Criticize koriboloi nere dead person also
@michaeldoley2738
@michaeldoley2738 18 күн бұрын
Nilaj piyuj a ketia politics eribo?
@jrbanamali
@jrbanamali 19 күн бұрын
কি থেকেতলোক আমি লোক কৰি আছোঁ মিছা কথা কোৱাৰ সীমা থাকে । তইয়ে তো আছিলি কংগ্ৰেছত ওপৰৰ মালটো ৰাজনীতি ত্যাগ কৰিব লাগিছিলে ইমান নিলাজ mnuh থাকে জানো । গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰে হেনো 😂😂😂😂 সেইকাৰণে বোকাখাট ৰ বংকোৱালত গৰু খেদন খালি 😂😂😂😂 নাপাই দেই। এটা কথা এশ গৰু মাৰিলে বাঘ ৰু মৃত্যু হৈ আকৌ দেই।
@user-br3do2yv9c
@user-br3do2yv9c 18 күн бұрын
ৰাজনীতি এৰিম বুলি কোৱা জনৰ লাজ লগা নাই নে বাৰু
@Mynagogoi123
@Mynagogoi123 19 күн бұрын
Ako harebo upper Assam...😂😂😂😂😂.... Eh jee te kotha bur koi koi
@bhaviks5213
@bhaviks5213 19 күн бұрын
Ki faltu aru dui numberi statement..third class labour type kotha eta cmor mukhot
@sanudeka8766
@sanudeka8766 18 күн бұрын
Tahate 8basare ki kari aasa.
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 18 күн бұрын
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসন কালৰ আগ মূহুৰ্তৰ অসমৰ পৰিস্থিতি অতি শোচনীয় আছিল। ১৯৮৩ চনৰ নিৰ্বাচন বৰ্জ্জন আন্দোলনত বহুত দলং ধ্বংস কৰা হৈছিল। ১৯৯৬ চনৰ চনৰ অকংগ্ৰেছী চৰকাৰে নিজৰ এল অ' চি কেলেংকাৰী বাবে জেললৈ যোৱাৰ পৰা ৰক্ষা পাবলৈ বুজা- বুজি কেন্দ্ৰৰ লগত চুক্তি কৰি বহুত হ'ব লগীয়া বিদ্যালয় চৰকাৰী কৰণ নকৰি সেই উপযুক্ত শিক্ষক শিক্ষয়িত্ৰীৰ জীৱন অন্ধকাৰ কৰিলে। অৱশ্যে অসমৰ জাতীয় স্বাৰ্থত বহুতে অশেষ ত্যাগ স্বীকাৰ কৰিছে। হিমন্ত বা পিয়ুষৰ দক্ষতা আছে কিন্তু ত্যাগ শূন্য। এখেত সকলে ত্যাগ মনোভাৱেৰে কাম কৰিলে অসমৰ মানুহে সুখ শান্তি সমৃদ্ধিৰে উপচি পৰিল বুলি ভাবোঁ 🙏।
@rajassam1822
@rajassam1822 19 күн бұрын
Gaurav Gogoi Zindabad
@bhubannortheast4615
@bhubannortheast4615 19 күн бұрын
Klaa Ehote banpanitu Rajniti nere... Okol politics sini pai
@hairprasaddeori2325
@hairprasaddeori2325 18 күн бұрын
Aibur kathai vote r percentage komib, jorhat is a example.
@TCF573
@TCF573 19 күн бұрын
Ki khobor.. Sarda lui berger uttor kachar kelenngkari. Ukaise neki????? 😅😅
@sbnam7519
@sbnam7519 13 күн бұрын
ai dujonor nisina okoman Jodi nilajgiri muru thkil heten hoitu bohut uporot jbo parilu hoi.....
@dipankarboro1109
@dipankarboro1109 15 күн бұрын
Keyal hoi 2 jnow.
@rohimakhatun4312
@rohimakhatun4312 18 күн бұрын
mama ajir pora 23 bosor dhori minister hoi ase . Mama tumi jui
@nipendranarayanmedhi876
@nipendranarayanmedhi876 13 күн бұрын
সেই সময়ত আপোনালোকে কেৱল লুটিছিল, আপোনালোকৰে চৰকাৰ আছিল।
@indianjourney5049
@indianjourney5049 18 күн бұрын
❤C.M Hbo di Gogoik ❤❤nice hb think
@DebojitkrboraBora
@DebojitkrboraBora 18 күн бұрын
জনসাধাৰণে কাৰ কথা কিমান সত্য বুজি পাই।।এই জনে ৰাজনৈতিক ত্যাগ কৰিলে নহয়।।
@bhabeshdas4733
@bhabeshdas4733 18 күн бұрын
Who was congress then ??
@Smart8hd-ds1pm
@Smart8hd-ds1pm 18 күн бұрын
Bhartat Nehru aru Assamor Tarun Gogoik dukh di duoyu khon sorkar choli ase
@asvolgs7221
@asvolgs7221 15 күн бұрын
Moi atai ktha kwo thki ase agte cng bonaichla atya vagi gol.. Aku ni.. Atya sorkar khn kar kune atya val kreb lgechla.. Cng kimn bosr agte agte bonai chla hei to vabi swok.
@ipgneutral
@ipgneutral 18 күн бұрын
CM r eibar last ...upper assamt Public k eibar Gold dileu 2026 vote napai
@taniyachangmai7034
@taniyachangmai7034 18 күн бұрын
Nonsense cm
@educationtipsticksbysusend6719
@educationtipsticksbysusend6719 19 күн бұрын
Aibur bad di val kam korok .. akol lukok ji ti koi thokatke..
@PhilosopherAssam
@PhilosopherAssam 14 күн бұрын
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳 জয় আই অসম ❤️
@mrigangkabezbaruah2001
@mrigangkabezbaruah2001 18 күн бұрын
1yr baki ase 10 yr hobo thtr kla atia Mora mnuh tuk dhoriso ...
@sauravsworld1998
@sauravsworld1998 18 күн бұрын
মুখ্য মন্ত্ৰী দাঙৰীয়া আপুনি আগতে কোন দলত আছিল বাৰু ?
@DKD-co3be8mg4j
@DKD-co3be8mg4j 18 күн бұрын
CM dangoriya aru P Hazarika dangoriya proyato Tarun gogoi dangoriya sarkar dinat bonuwa purona mathauri bur repairing korato ki apunalukor katoiba nohoini ... Ki joker dori adbhoot kotha koysi apunaluki
@rajenborah6629
@rajenborah6629 12 күн бұрын
পাহৰি পেলাইছিলে তেতিয়া মন্ত্ৰী কোন😅😅
@user-qf8si1cg1k
@user-qf8si1cg1k 18 күн бұрын
গৌৰৱগগৈ জয়✌
@user-fo9fq6zi8m
@user-fo9fq6zi8m 13 күн бұрын
Gourob. Gogoi. Jindabad
@user-xi9og8sb1h
@user-xi9og8sb1h 18 күн бұрын
সেইফালৰ পৰা এইখন চৰকাৰৰ কাম কাজক 10 বছৰ পিছত জয়ন্ত মল্ল বা পিযুষ হাজৰিকাই সমালোচনা কৰিব পাৰিব,কাৰণ তেওঁলোক বৰ্তমান মুখ্যমন্ত্ৰী নহয়
@bimangogoi2512
@bimangogoi2512 18 күн бұрын
2014 চনৰ পৰা এটাও মথাউৰী মেৰা মতি নকৰিলে নেকি মহোদয় ।আৰু তেতিয়াৰ গগৈ চৰকাৰত কোন কোন মন্ত্ৰী আছিল বাৰু........
@user-zl9xo7yl4o
@user-zl9xo7yl4o 18 күн бұрын
একদম সঁচা কথা। ইহঁতৰ ক্ষমতাই মুৰত ধৰিলে। বানপানীক‌ লৈ ৰাজনীতি কৰে।
@12bvlogs
@12bvlogs 18 күн бұрын
Podh tyag kora nai mane😂
@kamalkrishnaasomiya2396
@kamalkrishnaasomiya2396 15 күн бұрын
Ai 10 bsr ki krli .mri juwa manuh tuk kamuri asa
@NurulIslam-sj4bv
@NurulIslam-sj4bv 9 күн бұрын
Ji janhitakar kam bina sehra, kapur dekhi kore, teuhe prakrita neta. Nitin Gadkariye koisil je teu bjp, non bjp xhakalure prati nyay koriba. Xhakalue bikash xhamabhabe koriba. .
@sanjibdas3774
@sanjibdas3774 18 күн бұрын
ইহতৰ এই চৰিত্ৰৰ কাৰনে এইবাৰ হাৰিব।
@awesomedidar
@awesomedidar 18 күн бұрын
Pijush Hazarika Estapak Deok agota ki koiselo
@user-dn6we3xo2y
@user-dn6we3xo2y 18 күн бұрын
Ake Ake apunalukor kotha majot mat mati aku napaw ....tothapiu kow gogoi da aru Sharma da apunalok asil hei sarkart... gogoi da apunalokok arewai belag neta dorkar
@pradipsarma1964
@pradipsarma1964 18 күн бұрын
Tarun Gogoi dhowa tulakhir pat asil nki.
@wr1572
@wr1572 19 күн бұрын
Uporor maale election haarile party dim
@Mr.Rana_As
@Mr.Rana_As 18 күн бұрын
ওপৰৰ মাল দেখোন মন্ত্ৰী আছিল দে
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr 18 күн бұрын
Gaurav Gogoi zindabad zindabad
@min2screation
@min2screation 19 күн бұрын
ধেৎ অভদ্ৰ
@user-vh9gg3yc2e
@user-vh9gg3yc2e 18 күн бұрын
Tarun gogai 15 bosar ki vhal kam korisil kunba kobo paribo neki...? Baapkey lowar Akom 2nd Bangladesh bonai thoi gol etiya Beta ahisy Burbok bonaboli Akomt.. tair Bapek dint keny asil Akhom rasta ghat Gari uthibo voi lagy Puja sabo voi lagy train uthibo voi lagy Booma futibo neki any lagisil... tr Bapek dint 4land over bridge gaon rasta ghat kenykuw asil .. State government sakori kiman jon poisil ...
@PBFilms-od2kj
@PBFilms-od2kj 18 күн бұрын
Taake nokori aru atia koribo kii 😅😅😅
@nicolbaglari6163
@nicolbaglari6163 18 күн бұрын
Blame kori lab nai...Pisa apuni bonaba nuyarenaki ki agor kotha nilak koi thake
@user-tk3sv6rs3l
@user-tk3sv6rs3l 12 күн бұрын
১০ বছৰে কি কৰিলে মামা আপুনি 😂😂😂😂
@bakulboruah2026
@bakulboruah2026 18 күн бұрын
যিমান যি কব আছে কৈ থাক।আমি ২০২৬ ত গৌৰৱক মূখ‍্যমন্ত্ৰী বনামেই।দম আছে যদি ৰখাই দেখাওঁক।
@azadali7590
@azadali7590 18 күн бұрын
সাত বছৰত কিয় মথাউৰি মেৰামতি নকৰিলে। তেন্তে আপোনাৰ চৰকাৰে কি কৰি আছে। নিলাজ সকল।
@bakulboruah2026
@bakulboruah2026 18 күн бұрын
হিমন্ত বিশ্ব শৰ্মা গগৈ চৰকাৰৰ দিনত মূখ‍্যমন্ত্ৰীৰ পিচতে দুই নম্বৰ মন্ত্ৰী আছিল।পিযুছো সেই সময়ত মন্ত্ৰী আছিল।সেই সময়ত কি ঘণ্টা ডাল কৰি আছিল ইহঁতবোৰে।
@INDIANGAMINGKING2
@INDIANGAMINGKING2 18 күн бұрын
Letera raj niti
@user-tj5yz4uo7l
@user-tj5yz4uo7l 14 күн бұрын
sambadike ji sudhib lage nuchudhe ehote doler bogori
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 10 күн бұрын
হাঁহি টো কেনে দেখে ৰাইজ ,
@pradipchetua3898
@pradipchetua3898 18 күн бұрын
পগলামি বোৰ ৰাইজে চাই আছে সময়ত উওৰ দিব।
@azadali9794
@azadali9794 18 күн бұрын
Gaurav Gogai zindabad
@mukutborah4081
@mukutborah4081 16 күн бұрын
কংগ্রেছ দিনত তৰুণ গগৈ দেৱ সেনাপতি আছিল, এতিয়া ৰজা হল।
@dulallborah3933
@dulallborah3933 18 күн бұрын
Tente congese bhut kam korisil assomot
@AnnoyedIndoorPlant-yt9lt
@AnnoyedIndoorPlant-yt9lt 9 күн бұрын
Gourav Gogoi zindabad congress zindabad himnto😮😮😮😮😮😮😮😮😮😮😂😂😂😂😂😂😂😂😂
@beria842
@beria842 18 күн бұрын
Cong😊
@SeniChetia
@SeniChetia 15 күн бұрын
A tohoti anei raijok don lagi dekhuwa godhuni ake logt mal ba sulai khuwa
@Abdulrazak-so2jq
@Abdulrazak-so2jq 18 күн бұрын
নিজৰ বিয়ৰ্থা মানি নলৈ, ইতিহাসৰ দোহাই দিয়া লোকৰ ই এটা ভাল কাম হব নোৱাৰে। মহিষী ২জনৰ অতীত মনত নাই চাগে, সাপে মোট সলাই সঁচা কথা কিন্তু আকৌ একে মোট এই পৰিধান কৰে। নিজৰেই লাজ লগা অবস্থা ইনে বিলাক দায় সৰা মন্তব্য শুনি।
@purabidas2186
@purabidas2186 18 күн бұрын
সৰ্বকালৰ বাবে মুখ্যমন্ত্রীৰ আসনখন কলংকৃত হল....এনে এজনক লৈ...সৰ্বসাধাৰণৰ দুৰ্দশাৰ সময়ত এজন মুখ্যমন্ত্রীৰ মুখত গুৰুত্বহীন বাৰ্তালাপ !!!
@biswanathtanti4385
@biswanathtanti4385 19 күн бұрын
Too low thinking cm .
@user-br3do2yv9c
@user-br3do2yv9c 18 күн бұрын
Himonta hosaka pagol hoisa
@user-dy3fr6mu7q
@user-dy3fr6mu7q 18 күн бұрын
Bapekar pisfale Kone aail
@anjubegum6320
@anjubegum6320 14 күн бұрын
ৰানিং চৰকাৰৰ এনেকুৱা ভাষ্য শোভা নেপাই চালা দলাৰ বগৰী হত।
@TrendTalkssss
@TrendTalkssss 18 күн бұрын
26T POHU KHEDA DIM EYAK
@BhumidharNath-im7ml
@BhumidharNath-im7ml 12 күн бұрын
এই নিলজ্জ মন্ত্রী কেইটা সেই সময়ত কোন দলত আছিল। এই বিলাক চেলচেলিয়া অকামিলা চাৰ্থলোভী মন্ত্রী।
@GHANASHYAMBORDOLOI-u6p
@GHANASHYAMBORDOLOI-u6p 18 күн бұрын
ওপৰলৈ থূ পেলালে নিজৰ গাতে পৰে
@kochanews4706
@kochanews4706 18 күн бұрын
Bohut bochor Tarun Gogoiye CM hoise.....tetiya Kendrot Congrssor Chorkar asil......Gaurav dangoria monot asene..??
@user-jq1ub2lu7v
@user-jq1ub2lu7v 18 күн бұрын
হিমন্ত তুমি ও তু কম নহয় পিয়াঁজ হাজৰীকা তুমি ত লাজ নথকা মানু
@nehakaman1518
@nehakaman1518 15 күн бұрын
Oi কথাবোৰ mama
@JJB-uc5ev
@JJB-uc5ev 18 күн бұрын
Tarun Gogoi CM thakute tohot congress te asili. Tar mane tohotew bhag paisili.😂😂 Aru ata kotha Tar mane Tarun gogoi a Mathauri bohut bonaisil. Kintu tohot BJP sorkare hei bur repairing korat byortho
@NurulIslam-mn1qn
@NurulIslam-mn1qn 18 күн бұрын
Pagal CM
@sahidulsvlogs7862
@sahidulsvlogs7862 12 күн бұрын
বাচচা ল'ৰা।
@ruhitmili5247
@ruhitmili5247 13 күн бұрын
কংগ্ৰেছৰ দিনত তহত দুয়োজনো কংগ্ৰেছীৰ দালাল আছিলে।
@bhu856
@bhu856 12 күн бұрын
Sai lom bjp k 2026 t
Каха и суп
00:39
К-Media
Рет қаралды 6 МЛН