Assam News: গুণ্ডাগিৰিত নমা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ DGP

  Рет қаралды 111,533

ND24

ND24

10 күн бұрын

গুণ্ডাগিৰিত নমা একাংশ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ DGP জি পি সিং। অভদ্ৰামীৰ সীমা চেৰাই যোৱা কেইবাগৰাকীও আৰক্ষী বিষয়া, কনিষ্টবলক নিলম্বনৰ নিৰ্দেশ DGPগৰাকীৰ। নিশা সুৰাপান কৰি সাধাৰণ লোকক প্ৰহাৰ কৰাৰ অভিযোগ এইসকল আৰক্ষীৰ বিৰুদ্ধে।
#assam #assamesenews #nd24live #livenews #nd24news #nd24assamese
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 538
@jantihira9356
@jantihira9356 8 күн бұрын
এতিয়া নিলম্বন হোৱা কেইটাক ভৰি ভাঙি যোৱাকৈ কোবাব লাগে
@manindradas3511
@manindradas3511 8 күн бұрын
Right
@lovitarajbongshi802
@lovitarajbongshi802 8 күн бұрын
Hosa ke.. Kukurr dore kubabo lge
@prabinmallabaruah8845
@prabinmallabaruah8845 8 күн бұрын
নিলম্বন আৰু ৰিজাৰ্ভ ক্লোজ শাস্তিয়ে নহয় । আৰক্ষী বিভাগতে আটাইতকৈ বেছি নিলম্বন হয় । কিন্তু তদন্ত হোৱাৰ পিচত নিয়ম মাফিক এটা সাবধান বাণী শুনাই পুনৰাই চাকৰি বাহাল ৰাখে। ইতিমধ্যে কথা বোৰ সংবাদ মাধ্যম আৰু ৰাইজে পাহৰি যায় । চাকৰিৰ পৰা কিমান জন বৰখাস্ত হৈছে খবৰ ললে ওলাই পৰিব । সেইবাবে আৰক্ষীৰ কোনো লোকেই ভয় নকৰে।
@akashkonwar2975
@akashkonwar2975 8 күн бұрын
Thik kotha koise ekebare sakori khtm kori dibo lage
@bupdhanbania2131
@bupdhanbania2131 7 күн бұрын
Hat vori vangib lage xihotok
@Anonyoy
@Anonyoy 7 күн бұрын
নতুনকৈ চাকৰি পোৱা SI আৰু Constable কেইটাই নিজকে IPS যেন ভাৱে।
@damansaikia3583
@damansaikia3583 3 күн бұрын
100%right.
@Tinkudas007
@Tinkudas007 Күн бұрын
Um
@bikiboro6522
@bikiboro6522 14 сағат бұрын
Hosa kotha
@user-fb6ji8qi6m
@user-fb6ji8qi6m 8 күн бұрын
DGP মহোদয়ে তাৎক্ষণিক ভাৱে অনুশাসন মূলক ব্যৱস্থাৰ লোৱা বাবে তেওঁক ধন্যবাদ জনালোঁ। কিন্তু নিলম্বন নহয় অনুসন্ধান কৰি সিহঁত আটাইকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। লগতে এনে ব্যৱস্থা লওঁক যাতে সিহঁতে আৰু কোনো চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে আৰু ব্যৱসায় কৰিবলৈ অনুজ্ঞা বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কোনো বিত্তীয় অনুদান বা ঋণ আদি নাপায়। Thank you Mr DGP.
@myyoutube5267
@myyoutube5267 8 күн бұрын
Ek mot...
@user-vq6ly9ud7z
@user-vq6ly9ud7z 8 күн бұрын
Right,, kotha koi sa apuni,, nilmbon mne just 10 din man office t ha jb nuarib job to blg t transfer dib 😁😁ru to eku nii alp paisa khb office r aitu ki punishment oi aitu hol gram r bandh ha bole sob veku veona 😂😂
@bupdhanbania2131
@bupdhanbania2131 7 күн бұрын
Ek Mot
@somirbhaitipstrick6602
@somirbhaitipstrick6602 7 күн бұрын
​@@user-vq6ly9ud7zSuspend hole Sakori terminate huar saanch thake.Aru Promotion huat prblm hoi sallery increment nhoi.3 no bar Suspend hole Sakori terminate hoi jai.
@user-cu3uw8so1j
@user-cu3uw8so1j 7 күн бұрын
Ek mot
@suarsuar747
@suarsuar747 8 күн бұрын
নগা, মিজো, খাছী, অৰুণাচলীৰ আগত ভিজা মেকুৰী, কিন্তু সাধাৰণ অসমীয়া ৰাইজৰ ওপৰত আকৌ বৰমতা। কেলা এনেকুৱা পিতিব লাগে নহয় এনেকুৱা police বোৰক....লেউৰা ভকিচুদা কেইটা কেলা....থুই.....
@prabinmallabaruah8845
@prabinmallabaruah8845 8 күн бұрын
এনে ঘটনা পোহৰলৈ আহিলে নিলম্বন কৰি দিয়ে । কথাটো তল পৰিলেই নিলম্বন প্ৰত্যাহাৰ কৰি আন থানালৈ বদলি কৰে। এইয়া হল বিভাগ টোৰ শাস্তিৰ নমুনা ।
@user-fb6ji8qi6m
@user-fb6ji8qi6m 7 күн бұрын
হয়। তাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে , সমাজে তেনে গুণ্ডা প্ৰকৃতিৰ ব্যক্তিক উদাহৰণ মূলক শাস্তি দিবলৈ দোষী জনৰ গাওঁ পয্যায়লৈ গৈ সামাজিক শাস্তিৰ (বৰ্জন, বহিস্কৰণ) ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব লাগে। এনে ব্যৱস্থা কৰিব পাৰিলে সমাজলৈ এটা সুস্থিৰতা আহিব বুলি আশা কৰিলো।
@user-uq4pm4te1c
@user-uq4pm4te1c 8 күн бұрын
এতিয়া বৰ্তমান পুলিচে অসমত বেয়া কামত লিপ্ত
@parameswarnath-ps1fb
@parameswarnath-ps1fb 8 күн бұрын
কি দোষত মাৰিলে সেইটো নকলে । ৰিজাৰ্ভত থলে কি হ'ব আৰু চাকৰিত যোগদান কৰিব ।
@readtolearn2832
@readtolearn2832 8 күн бұрын
They should be dismissed.
@djrock5500
@djrock5500 7 күн бұрын
নিলম্বন কৰিলে কি হ'ব বৰ্খাস্ত কৰিব লাগে , তেতিয়া বেলেগ আৰক্ষী বোৰে এইবোৰ কৰিব সাহস নকৰিব।
@Kumud-lk2lo
@Kumud-lk2lo 8 күн бұрын
Kom boyokht fokotiya k sakori ple enekua a hoi.
@user-bp1zo9zk5p
@user-bp1zo9zk5p 8 күн бұрын
নিলম্বনতে ক্ষান্ত নেথাকি বৰ্খাস্ত যেতিয়া কৰিব,তেতিয়াহে চিধা হব
@amritkalita7315
@amritkalita7315 3 күн бұрын
সুন্দৰ পদক্ষেপ ডি জি পি মহোদয় আৰক্ষীৰয়ে আৰক্ষীৰ বদনাম কৰা সকলক চাকৰিৰ পৰা নিলম্বন কৰক
@Contentssss
@Contentssss 7 күн бұрын
Bold move thanks to... Our DGP SIR.... STANDING ovation
@user-nb3qf4on5l
@user-nb3qf4on5l 8 күн бұрын
Manners, etiquette, values etc should be part of their training. Sometimes some of them don't consider even age while interacting with common people.
@irfanhoque1346
@irfanhoque1346 8 күн бұрын
DGP Jon bohut bhal Hoi superb 💝💝💝
@Free99.a
@Free99.a 8 күн бұрын
বেছি তেল হ'লে বিৰিঙি যাই বোপাই হত ঔ 😅 DGP Sir Zindabad
@hemalatachetia3765
@hemalatachetia3765 4 күн бұрын
DGP মহাশয়,,নিলম্বন কৰিলে কি হ'ব,,,,পিছত বেছিকৈ হে উগ্ৰ হ'ব,,গতিকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব বাবে অনুৰোধ জনাইছো ছাৰ। 🙏🙏
@user-nx3bf1tr9f
@user-nx3bf1tr9f 8 күн бұрын
Powere murot dhorise
@manjirava7241
@manjirava7241 8 күн бұрын
Gud job sir.
@randeep0201
@randeep0201 8 күн бұрын
Bht val kam karise ...
@user-ve6bg2hz2h
@user-ve6bg2hz2h 5 күн бұрын
Good bgp shar
@user-nw5ol5ek7v
@user-nw5ol5ek7v 8 күн бұрын
DGP zindabad
@therhythms7092
@therhythms7092 7 күн бұрын
অত্যন্ত গৰ্হিত কাম। অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰ্ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰক।অসম আৰক্ষী অধিক দায়িত্বশীল হোৱাৰ প্ৰয়োজন।
@A2_to_Z
@A2_to_Z Күн бұрын
Good... Life t sakori koribo nidibo
@dhrubajyotiacharyya1885
@dhrubajyotiacharyya1885 8 күн бұрын
খুব সুন্দৰ
@rakhimonitumung5368
@rakhimonitumung5368 8 күн бұрын
So great action.....
@user-yd9ss4jf5l
@user-yd9ss4jf5l Күн бұрын
Goodsir
@ranjitdutta3411
@ranjitdutta3411 8 күн бұрын
পুলিচৰ মূল্যবোধ শিক্ষাৰ অভাৱ।
@d.a.channel7471
@d.a.channel7471 8 күн бұрын
Good discussion
@aminrahul1977
@aminrahul1977 8 күн бұрын
Thanks A Lot SIR🙏
@pradiprabha5067
@pradiprabha5067 8 күн бұрын
Good job
@hrfunnyvlogs
@hrfunnyvlogs 6 күн бұрын
Mojja
@cutemanishashorts3003
@cutemanishashorts3003 2 күн бұрын
Very good 💯🙏🙏
@gourangagogoi5401
@gourangagogoi5401 7 күн бұрын
পুলিচক training ত manners শিকাব লাগে। বহু অভিজ্ঞতা আছে বহু ঠাইত পাইছো, ঐ,তই বুলি সম্বোধন কৰে,ব্যৱহাৰ নাজানে নতুন বুলি নহয় মোৰ দেউতাৰ বয়সৰ বহুত পুলিচেও manners নাজানে। ক্ষমতাত বলিয়ন হৈ সকলো পাহৰি যায়। সকলো মানুহকে চুৰ দকাইতৰ দৰে ব্যৱহাৰ কৰিবলৈ বিচাৰিলে নহ'ব নহয়।চাকৰীটোৱেই শেষ কথা নহয়,আজিকালিৰ পুলিচে চাকৰিটো পায়েই ময়েই ৰজা বুলি ভাবি লয়,তেওতকৈ যেন শিক্ষিত কোনো নাই।সাধাৰণ HS pass কৰি বেটেলিয়ান হোৱাকেইটাৰ ফিট কি চাবা। চিনেমাত যিদৰে দেখোঁ Randi ৰ পুতেকক যদি বন্দুক দি দিয়ে সি গুণ্ডা হয়। ইয়াতো একেই মস্তিস্কৰ উৰ্বৰতা নথকা,আৱৰ্জনা এচামক ক্ষমতা দিলে গুণ্ডা হ'বই।
@user-se5yz7zc6o
@user-se5yz7zc6o 3 күн бұрын
Very good 👍
@user-xi5nr5is6x
@user-xi5nr5is6x 4 күн бұрын
Good all the best
@user-ze1sj6gw6c
@user-ze1sj6gw6c 7 күн бұрын
Thanks DGP sir
@bhubanhazarika8109
@bhubanhazarika8109 7 күн бұрын
Great job...
@educationalnews11
@educationalnews11 8 күн бұрын
Thanks to DGP
@SubhroJvlog
@SubhroJvlog 2 күн бұрын
Bohut val korise
@baastobik489
@baastobik489 7 күн бұрын
Good step by Assam Govt. And Respected DGP Sir.
@user-tj3os2ss1j
@user-tj3os2ss1j Күн бұрын
Valei hoisei ama karonei post khali hoiseii 🎉
@JIRI138
@JIRI138 7 күн бұрын
সুবিধা পালে ইহঁত কেইতাকো ফলা বাহেৰে কোৱাই হাত ভৰি ভাঙি দিব লাগে
@dhanjitr7519
@dhanjitr7519 7 күн бұрын
DGP sir selut 🙏
@krishnabarman5328
@krishnabarman5328 4 күн бұрын
Thank you sub
@RaWPiZtoN
@RaWPiZtoN 8 күн бұрын
Very good sir🙏
@jogodas9031
@jogodas9031 2 күн бұрын
good step DGP sir.
@Urza161
@Urza161 7 күн бұрын
Moja sir , sakori koriboloy Bohut lora swali aney pori ase
@rajibaliali8967
@rajibaliali8967 8 күн бұрын
Very good DGP sir
@mofidrohman6393
@mofidrohman6393 3 күн бұрын
এতিয়া মজা পালি।
@mukutbaruah2354
@mukutbaruah2354 8 күн бұрын
Aine sakol orei babe saman. Dukhi eai uchit hasti pb lage. Jai hind.
@asvolgs7221
@asvolgs7221 8 күн бұрын
God
@debashishsharma1117
@debashishsharma1117 3 күн бұрын
অসম আৰক্ষীৰ নাম মাটিত মিলাই আছে এই এনেকুৱা আধা পাগল কেইটামানে। আৰক্ষীৰ প্ৰশিক্ষণত জনগণৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লগে এই বিষয়তে শিকি আহিছিল নে নাই। এনেকৈ যদি গুণ্ডাগিৰি কৰি থাকে কি হব ৰাইজৰ? DGP মহোদয়ে বাৰে বাৰে কৈ আহিছে আৰক্ষীৰ ব্যৱহাৰ জনতাৰ লগত সদায় ভাল কৰিবলৈ। সেয়া পাহৰি এইয়া কাণ্ড কৰিছে।
@user-xg4hd1iv1d
@user-xg4hd1iv1d 8 күн бұрын
Good👍
@lankeswardas1596
@lankeswardas1596 4 күн бұрын
Good news
@paporidas1496
@paporidas1496 8 күн бұрын
DGP sir GD blsd you
@pulinjitdas8656
@pulinjitdas8656 8 күн бұрын
Mozaaaaaaaàaa
@dipaksharaniya7608
@dipaksharaniya7608 4 күн бұрын
Salute DGP
@jinkuh
@jinkuh 7 күн бұрын
Bahut bhal lagil. Aru sasti kiba ase jodi dibo Lage. Uniform pindhi jui ajone kora kamor karone, general public ke police beya sakure Sai. Thanks DGP
@asinayang6189
@asinayang6189 3 күн бұрын
চাকৰি পোৱা ২দিন হৈছে এতিয়াৰ পৰাই নিজকে ওপৰৰ মাল বুলি ভাবি সাধাৰণ মানুহক মানুহ বুলি নাভাবে।তেনেকৈ নকৰিবি POLICE ফুল ফৰ্ম তো respect কৰিবা।
@bijitneog4406
@bijitneog4406 7 күн бұрын
Great job sir salute
@KhiromohanRabha
@KhiromohanRabha 8 күн бұрын
Mja
@MunindraSaikia-ug7ws
@MunindraSaikia-ug7ws 8 күн бұрын
Vl kotha,,,ghorete bohi thak goi
@hiraksaikia158
@hiraksaikia158 2 күн бұрын
Probation period তে এই অৱস্থা, Fully Charge পালে কি হ'ব... আচলতে এনেবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ আগতে প্ৰাৰ্থী সকলৰ ব্যক্তিত্ব, মানসিক সক্ষমতা সাক্ষাৎকাৰ এটা অন্তৰ্ভুক্ত কৰিব লাগে। যিদৰে NDA ত Army বিষয়া নিৰ্বাচনৰ আগে কৰে।
@koustavborah2855
@koustavborah2855 5 күн бұрын
নতুনকৈ নিযুক্তি পোৱা SI সকলৰ অধিকাংশই অভদ্ৰ ।
@axomrhino8576
@axomrhino8576 6 күн бұрын
Bhal lagil
@prodipdoley5945
@prodipdoley5945 7 күн бұрын
DGP Sir 🙏
@horensaikia9048
@horensaikia9048 8 күн бұрын
Ghosh dee sakari pale dam gondagiri Paisa loboi lagiba
@madhabmedhi1322
@madhabmedhi1322 3 күн бұрын
নিলম্বন কৰিলেও কি হব, কেইদিনমান পিছত আকৌ যোগদান কৰিব। ইঁহতক কাণত ধৰি উঠা বহা কৰি প্ৰতিজ্ঞা লব দিব লাগে যে এনেকুৱা ভুল ভৱিষ্যত নকৰে বুলি
@kamalthakuria317
@kamalthakuria317 7 күн бұрын
Good ❤
@Contentssss
@Contentssss 7 күн бұрын
Finally
@user-mo6uw8sh3q
@user-mo6uw8sh3q 7 күн бұрын
Gd sir proud of you
@LuhitboniaBonia
@LuhitboniaBonia 4 күн бұрын
Good
@abinashpathak2119
@abinashpathak2119 8 күн бұрын
যিটোহে লেবেল নতুনকৈ পুলিচত চাকৰি পোৱা কেইজন মান‌ৰ ।‌ বালৰ ধকৰা হতে পাহৰি যায় কৰ পৰা আহি কি পালাক ।
@myyoutube5267
@myyoutube5267 8 күн бұрын
Aibur sakori ami mati ni dile u nokore
@netrakamaldeka4151
@netrakamaldeka4151 7 күн бұрын
​@@myyoutube5267tenekua ata sakori kori ajon manuhe akhon ghor salai ase aru jibur beya pura action hobo lage kheitu khosa kotha kintu aneke kobo nalage.moi monor kothatu tumak kolu tarbabe muk khoma koriba bro ne sister najanu.
@mplanetiri9988
@mplanetiri9988 8 күн бұрын
Good job sir dgp
@sanjibdas3774
@sanjibdas3774 7 күн бұрын
সুন্দৰ পদখেপ
@ub7471
@ub7471 5 күн бұрын
নিলম্বন নহয় বৰ্খাস্ত কৰিব লাগে। নিলম্বন কৰিলে কিছুদিন পাছত আকৌ বাহাল তবিয়তে চাকৰিত যোগদান কৰিব ।
@bitusharma2928
@bitusharma2928 3 күн бұрын
Legal action lobo lagisil.
@MontumoySenapati-cp1dh
@MontumoySenapati-cp1dh 4 күн бұрын
👍
@adarshdutta5042
@adarshdutta5042 8 күн бұрын
Gute Assam Police Department Corrupt hoi . Suspension tu ata public majot shanti bonai rakhiboloi. After last warning given Ako metaal haathi hoi pore. Sorkari sakori paboloi jiman taan Dismissed koriboloi himan taan. Assam police Hai Hai
@luhiturang5831
@luhiturang5831 6 күн бұрын
ভাল খবৰ।।
@user-wv1ev5dp1h
@user-wv1ev5dp1h 7 күн бұрын
Very good
@bikashHazarika-xb7kd
@bikashHazarika-xb7kd 7 күн бұрын
Dgp sir salute ...june anekua kam kore soboke sakori pora out koribo lage
@padmakantamili1644
@padmakantamili1644 7 күн бұрын
Very good decision
@jaishreeram22003
@jaishreeram22003 5 күн бұрын
Departmental proceeding kori terminated kori diok
@bikashhazarika8580
@bikashhazarika8580 8 күн бұрын
Very Very
@abvlog8857
@abvlog8857 6 күн бұрын
Thanks to DGP sir👮‍♂️. Nowadays police personnel are busy with making reels over duty
@user-zu5kz9ed1k
@user-zu5kz9ed1k 5 күн бұрын
Bhut val hoise
@bipulsaikia5319
@bipulsaikia5319 7 күн бұрын
Good sir
@nabajitsarania854
@nabajitsarania854 8 күн бұрын
Salute DGP Sir
@ajoyhandique9872
@ajoyhandique9872 7 күн бұрын
আৰক্ষী শব্দটো এইবোৰ কাৰণতে বহুজনে ঘৃণ কৰে। জীৱনত যিমান পাৰি তেনে মানুহৰ পৰা আঁতৰি থাকিবৰ বাবে যত্ন কৰে। আৰক্ষীবোলা এনে বহুত আছে যিসকল নিজকে সদায়ে আৰক্ষী হোৱা মানে চৰকাৰী গুন্দাগিৰি লাইচেঞ্চ পোৱা ভাৱে। বহুত ভাল পুলিচো যিসকলৰ এই গুন্দাগিৰিৰ তাণ্ডৱত তল পৰে।
@manashjyotinah3420
@manashjyotinah3420 2 күн бұрын
ভালে কৰিলে, এনেধৰণৰ আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে
@phungkarabha6522
@phungkarabha6522 5 күн бұрын
Not suspend Terminate koribo lage
@hrny2514
@hrny2514 5 күн бұрын
কাম নাই অকল নিলম্বন কৰি কি হʼব। ৰাইজে আৰু সংবাদ মাধ্যমবোৰ পাহৰিলে আকৌ চাকৰিত যোগদান কৰিব।
@rakashdas9087
@rakashdas9087 5 күн бұрын
Super sir
@gautamdebnath8141
@gautamdebnath8141 8 күн бұрын
Olop panir mas besi panit porise j olop kokboksise
@nabajyotipaw3237
@nabajyotipaw3237 6 күн бұрын
very good step
@ggos2277
@ggos2277 7 күн бұрын
Good job DGP sir.... aru bohut lora suwali asei sakori paboloi.. suspend koribo lagei
@sundarkalita5564
@sundarkalita5564 7 күн бұрын
Very good action
@nabakumardas5747
@nabakumardas5747 4 күн бұрын
চাকৰিৰ পৰা বৰ্খাস্ত নকৰালৈ এইবোৰ চলি থাকিব৷৷