আগন্তুক ৫দিনলৈ ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ।

  Рет қаралды 6,065

Asom Live 24

Asom Live 24

6 күн бұрын

আগন্তুক ৫দিনলৈ ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ। ৰাজ্যত বতৰে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি। কেইবাখনো জিলাত এলাৰ্ট জাৰি।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 8
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 3 күн бұрын
একেবাৰে কৈ দিয়ক চোন কেইমাহ। ৩/৫ দিন কৰি বঢ়াই থকাতকৈ।নে বতৰ দেখিহে কব পাৰে।
@majnurhussain9732
@majnurhussain9732 3 күн бұрын
Dualgurit brukhun nai
@bimalboro401
@bimalboro401 3 күн бұрын
প্ৰকৃতিৰ খবৰ দিব পৰা কোন অ' !! আতংকৰ সৃষ্টি নকৰিব ৰাইজৰ মাজত । বতৰ বিজ্ঞান বিভাগ গোকাট মিছলীয়া , আগলি-বতৰা মিনিটে মিনিটে সলনি হয় , তেনেক্ষেত্ৰত আগজাননী দিয়াতো সম্ভব নহয় । আৰু এটা কথা , বাৰিষাৰ বতৰত বৰষুণ নপৰে যদি কি পৰিব ! ইয়াৰ সমাধানো নাই । গতিকে মুখ বিষ কৰি নলব ।
@deephazarika887
@deephazarika887 3 күн бұрын
ঘৰৰ বাহিৰ নোলাবলৈ কৈছে ভিতৰতে শাগিম নেকি বাকী বোৰ নকবেই বাৰু কি যে গছত গৰু উঠা কথাবোৰ কয়
@user-ok4ks3vk7l
@user-ok4ks3vk7l 3 күн бұрын
😂😂😂😂😂
@HsobdlojBksobd
@HsobdlojBksobd 3 күн бұрын
😂😂😂😂
@HsobdlojBksobd
@HsobdlojBksobd 3 күн бұрын
😂😂😂😂
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 48 МЛН
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 44 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 48 МЛН