Assam News: ৰাইজৰ দুৰ্যোগৰ সময়ত বহিঃৰাষ্ট্ৰত বিলাস ভ্ৰমণ বিধায়ক জিতু গোস্বামীৰ।

  Рет қаралды 30,695

ND24

ND24

Күн бұрын

এটা মাহতে তিনিটা আৰু ১২ দিনৰ ব্যৱধানত দ্বিতীয়টো বানত হাহাকাৰ বঢ়মপুৰৰ বিভিন্ন প্ৰান্তৰ লোকৰ। অথচ ৰাইজৰ দুৰ্যোগৰ সময়ত বহিঃৰাষ্ট্ৰত বিলাস ভ্ৰমণ বিধায়ক জিতু গোস্বামীৰ।
#assam #nd24assamese #nd24news #nd24live #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 134
@abhinandansaikia4780
@abhinandansaikia4780 3 ай бұрын
আকৌ এবাৰ জিকিব অৰুণোদয় বুলিলে দৌৰি কিয় যায়?????
@ranjitgowsami7891
@ranjitgowsami7891 3 ай бұрын
জাতি মাটি ভেটিৰ চৰকাৰৰ, ভালে হৈছে ৰাইজেও পাব লাগে
@dilipgogoi3682
@dilipgogoi3682 3 ай бұрын
এনেকুৱা মানুহক কিয় ভোট দিছিল? দূষ তেওৰ নহয়!
@BitupankonwarKonwarBitupan
@BitupankonwarKonwarBitupan 3 ай бұрын
Manuhbilakor
@sadeksaikia8168
@sadeksaikia8168 3 ай бұрын
ভোট লৈ পুণৰ এইজনেই জিকিব চাই থাকক। এইবোৰ বকি লাভ নাই। সময়ত সকলো পাহৰি যাব।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@pranjal1393
@pranjal1393 3 ай бұрын
বাঃ বাঃ অসমে সঁচাকৈ উন্নতি কৰিলে, ৰজাই লগুণ দিয়নি থাইলেণ্ডত পাতিব পৰা দিন আহিল। ❤ অসম ভবাতকৈ বহুত আগবাঢ়ি গল।
@pratibhasandhan
@pratibhasandhan 3 ай бұрын
সভাপতি মহোদয়ৰ পাছত ডিঙি মেলি থকাতো আছু পাত চেলেকাটো চোন
@pankajhhazarika8158
@pankajhhazarika8158 3 ай бұрын
২০২৬ ত আকৌ এই জন মানুহকে এই সকল ভোটাৰে নকে ভোট দি বিধান সভালৈ পথাব।
@manashsvlogs8194
@manashsvlogs8194 3 ай бұрын
1250 toka jindabad
@manashsvlogs8194
@manashsvlogs8194 3 ай бұрын
Lakhpoti baidow jindabad
@sashibhatta5198
@sashibhatta5198 3 ай бұрын
2026 চনত আকৌ তেৱেঁই টিকট পাব, জিকিবও ৷ চলাহী কথাৰে মুহি পেলাব ভোটাৰক ৷
@bipulborah2193
@bipulborah2193 3 ай бұрын
এনে MLA ১০ জন থাকিলে অসম আৰু উন্নতি হব।
@TridipSaikia-od3ko
@TridipSaikia-od3ko 3 ай бұрын
ৰাইজ আপোনালোকে ৫০০ টকা দেখা পালেই আকৌ ভোত দিব ...
@binoykalita7597
@binoykalita7597 3 ай бұрын
ৰাইজৰ ধনেৰে বিলাস।লগুন দিয়নি পতাটো ব্যক্তিগতভাবে পাতিব পাৰে তাত কাৰোৱেই দ্বিমত থাকিব নোৱাৰে। কিন্তু তেওঁ ৰাইজৰ প্ৰতিনিধি, গতিকে সমষ্টিৰ কথা ভাবিব লাগে।
@bkp9774
@bkp9774 3 ай бұрын
আহিব , বানপানী হৈছে, থাইলেণ্ডৰ পৰা কেনেকৈ আহিব। নাও বিচাৰি পোৱা নাই ।
@junjyotigogoi5074
@junjyotigogoi5074 3 ай бұрын
ভালেই হৈছে । বানপানীৰ পৰা তেখেতে নিৰাপদ দূৰত্বত অৱস্থান কৰিছে । Self sefety first.
@JIRI138
@JIRI138 3 ай бұрын
এনেকুৱা অপদাৰ্থ ফফলাকান্তক নেতা পাতিলে ৰাইজে ইয়াতকৈ কি বেছি আশা কৰিব পাৰে.
@ganeshmazumdar6053
@ganeshmazumdar6053 2 ай бұрын
এনেকুৱা দায়িত্বহীন মানুহক ভোট দিয়াৰ প্ৰায়চিত্ত কৰক ভোটদাতাই।
@ManasSarmah
@ManasSarmah 3 ай бұрын
প্ৰফুল্ল কুমাৰ মহন্তই ভাল আছিল।
@nabanitadas3198
@nabanitadas3198 3 ай бұрын
Gupto hoitar nayak
@RanjitDeka-b9i
@RanjitDeka-b9i 3 ай бұрын
মাইকী মাছ খাই খুউব ভাল পাইছিল বোলে !
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
​@@RanjitDeka-b9i😂
@RatulBorah-xk6ir
@RatulBorah-xk6ir 2 ай бұрын
মহন্তই দলৰ টিকট নাপালেও নির্দলীয়কৈ 26ত নির্বাচত অৱর্তীন্ন হওক.. ৰঘুমলা দল বাদ দিয়ক
@probinkumarkakati6151
@probinkumarkakati6151 3 ай бұрын
এইমানুহখিনিৰ বাবেই BJPৰ দলৰ বিপদঘন্তা বাজিব কিন্তুু মনত ৰাখিৱ ?
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
সাধু কথাত শিয়ালৰ নিচিনাকৈ শহাকো বৰ টেঙৰ বুলি দেখুৱাই।আকৌ শহাই খুব কথা পাহৰে বুলিও এটি জনৰব আছে।ঠিক তেনেকৈ অসমীয়া মানুহে খুব কথা পাহৰে বুলিও মোৰ"বোধেৰে কয়।ইয়াৰ কাৰণটো বোধহয় অসমীয়া জাতিটো/সম্প্ৰদায়টো অন্য"সম্প্ৰদায়ৰ তুলনাত এলেহুৱা;পৰমুখাপেক্ষী;আঠুমূৰাত সোণ বিচৰা বিধৰ। সেয়ে অলপ টোপ দেখুৱালেই সহজে ভোল যায়।বোধহয় ২০২৬ ত এইবোৰ একেবাৰে পাহৰিব"যেন লাগিছে।বাৰু মইয়ো পৰীক্ষা"কৰিম!!!
@hritamkashyap
@hritamkashyap 3 ай бұрын
পাটায়াত লগুণ দিয়নি হে ৰাম অসমত মঠ মন্দিৰৰ অভাৱ হল নেকি
@bkp9774
@bkp9774 3 ай бұрын
লগুণ দিয়া দিনত কিয় বানপানী আহিব লাগে ? গতিকে বানপানীৰ হে দোষ । এজন মহান MLA ৰ পুতেকৰ লগুণ দিয়া হৈছে, তাকো ফৰেইনত, বুজিব লাগে 😊😊😊
@hritamkashyap
@hritamkashyap 3 ай бұрын
@@bkp9774 বেছিভাগে পাটায়াত কি কৰিব গৈছে সেইটো কাৰো পৰা লুকাই থকা নাই
@assamlifestyleinvillage9099
@assamlifestyleinvillage9099 3 ай бұрын
Thailand t thakok 😂😂😂mal ase tate
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂মালিচ কৰি আছে আকৌ
@dasp1232
@dasp1232 3 ай бұрын
অসমৰ কিছুমান ভোটাৰৰ কথানো কি কম।😢😢
@ipshita9737
@ipshita9737 2 ай бұрын
গোঁসাই বামুন এইবোৰ বহুত লেতেৰা বস্তু
@kishoridas6447
@kishoridas6447 3 ай бұрын
সময়ত আমি সকলো পাহৰি যায়।
@Rana-hg8hg
@Rana-hg8hg 3 ай бұрын
😮
@ktamuli6
@ktamuli6 3 ай бұрын
Aru lagibone unnoyan . Bujibor hall raij .
@ramenbasumatary591
@ramenbasumatary591 3 ай бұрын
Thiland malish kori goise .rammmmmmmmmmmm
@girishchtalukdar2574
@girishchtalukdar2574 3 ай бұрын
Nonsense MLA
@Randeep-kb1xh
@Randeep-kb1xh 3 ай бұрын
এইবোৰে ৰাজনীতি কৰে জীৱন উপভোগ কৰিব লৈ ৰাইজৰ সেৱা বাবে নহয় । এইবোৰে জানে বুজে যে এবাৰ কিবা কৈ বিধায়ক হৈ লব পাৰিলে কি লাগে ৫ বছৰত কিমান কোটি টকা লুটি লয় হিচাপ কৰা টান তাৰ পিছত কেইবা পুৰুষে দিন ৰাতি শুই বহি মাছে মঙহ দৈ ক্ৰীম মাখন খাব দেশ বিদেশ সকলোতে বিলাসী ঘৰ, বাহন কি লাগে আৰু জীৱনত ।
@mayurranjan2889
@mayurranjan2889 3 ай бұрын
Election hole sob pahori jao…
@dipmoninath2141
@dipmoninath2141 3 ай бұрын
টিকেট দিব নালাগে আৰু পিছৰ বাৰ
@JulieBorah-n8q
@JulieBorah-n8q 3 ай бұрын
26 t doliyai dibo lge
@SaratiPraja
@SaratiPraja 2 ай бұрын
Sellute my repoter brothers
@manabbaishya9877
@manabbaishya9877 3 ай бұрын
এনে বিধায়কক গৰু পিতন দিব লাগে।
@bkp9774
@bkp9774 3 ай бұрын
BJP চৰকাৰ হয়, গৰু পিতিলে জেলত ভৰাই দিব।😊😊😊
@rajubaruah6140
@rajubaruah6140 3 ай бұрын
অসমৰ যে উন্নতি হৈছে এয়াই প্ৰমান।
@debasishbora7611
@debasishbora7611 2 ай бұрын
Next congress
@madanchandrakarjee2283
@madanchandrakarjee2283 3 ай бұрын
বিদায় দিলে হে ৰাইজৰ দুখ পাতলিব।
@mukulchetia5609
@mukulchetia5609 3 ай бұрын
প্ৰফুল্ল মহন্তক আতৰাই এইজনক টিকট দিছিল
@AnilDutta-l5s
@AnilDutta-l5s 3 ай бұрын
Bonora mla
@Udiptakumarsarmah
@Udiptakumarsarmah 3 ай бұрын
যোৱা কালি বানাক্ৰান্তই কলিয়াবৰত ক্ষোভ দেখাই দিলে। বঢ়মপুৰবাসী নিমাত হ'লে পিছত অসুবিধাত পৰিব
@DebojitkrboraBora
@DebojitkrboraBora 2 ай бұрын
।।আহা 2026ৰ বিধানসভা নিৰ্বাচনত ভোট বিচাৰি গ'লে হাতত চেন্দেললৈ খেদিব পাহৰি নাজাব।।
@ratuldekaraja7323
@ratuldekaraja7323 3 ай бұрын
অন্ধভক্ত কিটাই এইবোৰ মানি নলয়।
@muned6442
@muned6442 3 ай бұрын
বানপানীৰ সময়ত সমষ্টি বাসিৰ ৰাইজৰ ওচৰত থাকিব লাগে , নহ'লে কি বিধায়ক
@pushparajan9084
@pushparajan9084 3 ай бұрын
Mlak online attendence diok...... Publikor servent hoi ki kori ase
@paragjyotihazarika6218
@paragjyotihazarika6218 2 ай бұрын
মানৱ জাতীয়ে এশেকা পাবও লাগে।।। বেপাৰীক যেতিয়া শাসন ভাৰ গতাই।।।।
@dkkumardhiraj6920
@dkkumardhiraj6920 3 ай бұрын
মহন্ত এৰি তাক দিয়া ভাল কৰিছে
@KDiam1234
@KDiam1234 3 ай бұрын
বঢ়মপুৰৰ ৰাইজৰ বাবে গৌৰৱৰ কথা😅😅…… বাকী যিসকলে ২০২৬ ৰ কথা কৈ আছে😂😂😂
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e 3 ай бұрын
বেপাৰী সকলক বাই বাই দিয়াৰ সময়
@pgoswami5378
@pgoswami5378 2 ай бұрын
এজন জননেতাৰ পিচত ইমানকৈ লাগি থাকিব লাগেনে বাৰু? চাৰিওফালে কিয় যে বৰবেয়াকৈ সমালোচিত হৈ আছে। এখন্তেক ফুৰিবলৈ যাবও নোৱাৰি। পিতপিতাই চাই থাকে। কি যে আচৰিত! বানপানীটোও যে আৰু.....জননেতাজনে ফুৰিবলৈ যোৱা সময়ছোৱাতহে আহিবলৈ পালে। অহাবাৰ আকৌ পদুমফুলৰ ছবিতেই ছাপটো মাৰিব লাগিব হে।বুজিছে?
@umanondaboruah3415
@umanondaboruah3415 3 ай бұрын
আকৌ এবাৰ জিকাই দিলেই হল ।
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Axom khon atia amuthimaan sayambhu eswarar hatot. Sayambhu eswar a raijor upakar nakore. Ihat hol prithibir vitarat no1 swarthi.
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e 3 ай бұрын
ই ভি এম থাকিলে এই বোৰ জিকিব
@GhanashyamSarma-h7g
@GhanashyamSarma-h7g 2 ай бұрын
This is the character of rightist. Having least knowledge of political science no one will stay with bjp. They should read some books of political science, they should know different forms of governments......
@BabuDas-ci7mi
@BabuDas-ci7mi 3 ай бұрын
Tansfar dibo lagibo 26
@rahulaxom2603
@rahulaxom2603 3 ай бұрын
Ahok Raij.. Ako ebar dole bole goi BJP k vote di jikau... Aru nije khabole napai maru.. 🙏🙏
@ashishdas9636
@ashishdas9636 3 ай бұрын
He should be kicked out from his constituency.
@siranjibsaha518
@siranjibsaha518 2 ай бұрын
If MLA is enjoying their life or not doing their work for public or nation then Assam is not to be developing state.. it's became flood prone area soon.
@nabindas7409
@nabindas7409 3 ай бұрын
Aru vote di jikabo. Kene moja pale
@prasantarai3921
@prasantarai3921 3 ай бұрын
26 loi apekha karak.
@Theuncutnature2023
@Theuncutnature2023 3 ай бұрын
Val kora nai
@prasantarai3921
@prasantarai3921 3 ай бұрын
Dota koi raije vote diba lage, MLA,mp bipadat ajono nai,moja,okil sakalar abasta.
@dibyahazarika7411
@dibyahazarika7411 3 ай бұрын
Raiz ye vote dise ....Karu maat matibor adhikar nai. Raiz r kunu problem nai..sob pahori jabo
@Mojahar677
@Mojahar677 3 ай бұрын
BJP go back
@bkp9774
@bkp9774 3 ай бұрын
তাৰ বেংক লোণ কেলেং আছিল বুলি কোৱা শুনিছোঁ,কেনেকৈ টিকট পালে, অৱশ্যে মামাৰো সাৰদা কেলেং @~~~ 😊😊😊
@bhu856
@bhu856 3 ай бұрын
Himanta ki vai ki hoi ase eisob bjp t answer dibo
@manashkalita8546
@manashkalita8546 3 ай бұрын
😅 enjoy
@529gjjjbbbjhgvgguoppkhcx
@529gjjjbbbjhgvgguoppkhcx 3 ай бұрын
😅MLA imnu salary npai j thailand with frnds family sbke loi jbo pre ..i.investigation hbo lge kot ple imn ppisa😊
@shankarborah6040
@shankarborah6040 3 ай бұрын
Aibilk sur hoi aku kam or MLA nhoi jontar poisar ee bilaxi jibon kotai
@Theuncutnature2023
@Theuncutnature2023 3 ай бұрын
Real representative nhoi.
@amiyokumardas9048
@amiyokumardas9048 3 ай бұрын
Very bad It shoud not be
@shamimakhter6409
@shamimakhter6409 3 ай бұрын
Ami bhugi asu baanpani t. Aru ami vote di ai hokolok gaddi t bohai , amak bhugibo loi dise. Jagrat howk raij . Flood basare basare ahe , fund r Toka loi ura mare .
@radhachura11
@radhachura11 3 ай бұрын
Smart mla😂
@PKAssamTech
@PKAssamTech 3 ай бұрын
Verry nice
@latifali9650
@latifali9650 3 ай бұрын
Himantar chamsa bure aru ki koribo
@a.kbhuyan7489
@a.kbhuyan7489 2 ай бұрын
Jai sree Ram
@bipulkalita9799
@bipulkalita9799 3 ай бұрын
BJP k vote dib aru
@ktalukdar3681
@ktalukdar3681 3 ай бұрын
Kokal ghurai ghurai lakhpoti baideu e vot diyok aru😂😂😂
@dipakbora4867
@dipakbora4867 3 ай бұрын
Public wrong again winer
@Usersatsight123
@Usersatsight123 3 ай бұрын
2026 t tak o banpanit utai dile hol
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂
@SahilKhan-u8h1t
@SahilKhan-u8h1t 3 ай бұрын
😂😂jene raij tene mla pise moja eta akw loksabha t xui thke 😂😂ajab desh ki gajab news neet secam, guwahati university🎓🎓 secam 😅😅moja lagisa dei,, 😂😂
@northeastunitedlivestock.6303
@northeastunitedlivestock.6303 3 ай бұрын
Sur atak ticket dila
@rahulaxom2603
@rahulaxom2603 3 ай бұрын
Eku laav nai aai bur dekhuai.. Ako aai jonei jikibo oha bar election t. ... 😮😮
@anirudhakalita4041
@anirudhakalita4041 3 ай бұрын
কোনোবা‌ বিধায়ক বিদেশত গলে বিধানসভাৰ অধ্যক্ষৰ পৰা noc লব লাগে নিয়ম মতে।
@pintuzofficial4252
@pintuzofficial4252 3 ай бұрын
Hey Bhogoban 🙏 Plz help 🙏
@anjalimajumder
@anjalimajumder 3 ай бұрын
Ablik m.l..k.vote dib na lage..
@bedantagoswami8237
@bedantagoswami8237 3 ай бұрын
Gunda mla
@kabitabhuyan545
@kabitabhuyan545 3 ай бұрын
বিনাশ
@rlrajibhussain4244
@rlrajibhussain4244 3 ай бұрын
Good
@himangshudas544
@himangshudas544 3 ай бұрын
আকৌ এবাৰ
@puspendradas-b7g
@puspendradas-b7g 3 ай бұрын
Banpani kampurot bare bare aahie thake lorar biya jibonot ebar he hobo deutak hisape teou lorar biyat nathakibo ne ki
@bharagavbhattacharjya6500
@bharagavbhattacharjya6500 3 ай бұрын
Nijar samsa keitai o khab napab dekhon
@BhupenBhuyan-r4j
@BhupenBhuyan-r4j 3 ай бұрын
Raijor poisa
@sanjeebbokalial8668
@sanjeebbokalial8668 3 ай бұрын
Poise bahise
@gakulsonowal6019
@gakulsonowal6019 3 ай бұрын
K9it pale eman taka raijak hichab hi
@trikenkalita9784
@trikenkalita9784 2 ай бұрын
BJP 😂😂
@budheswarsaikia3103
@budheswarsaikia3103 3 ай бұрын
Borhompurot pani thokr babe Thailandote patisegoi.
@RajeevNath-d1i
@RajeevNath-d1i 3 ай бұрын
🤣🤣🤣🤣🤣🤣
@haritj3915
@haritj3915 3 ай бұрын
😂😂 aibar voot debo na raijj
@DimbeswarRai
@DimbeswarRai 2 ай бұрын
Jitu goswami hihi , bjp hihi.
@sudiptapurkayastha5524
@sudiptapurkayastha5524 3 ай бұрын
Howraghat😂
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 83 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 122 МЛН
哈哈大家为了进去也是想尽办法!#火影忍者 #佐助 #家庭
00:33
atanu bhuyan"s  video
5:53
Satya - The Truth India
Рет қаралды 122 М.
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 83 МЛН