সকলোৱে নিজ নিজ ভাষা সংস্কৃতি ৰক্ষা কৰিলে কিন্তু আমি আহোমে ভাষা সংস্কৃতি কত বেছিলো আমাক টাই ভাষা ঘূৰাই লাগে। আৰু সকলো আহোম একত্ৰিত হওক । চুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্য শেষ হ'ল কি আমাৰ ধৰ্ম আৰু কৃষ্টি সংস্কৃতি নিজা এটা ভাষা আছে নহয়। সকলো আহোম একত্ৰিত হওক
@monitabty52054 ай бұрын
Right
@abdulhamid51443 жыл бұрын
মহাশয় অতি সুন্দৰ উপস্থাপন।এনেকুৱা লাগিছে যেন আপোনাক এটা প্ৰনাম কৰিব পাৰিলে মোৰ জীবনটো সাৰ্থক হলে হয়।জয় আই অসম এইটোৱেই অসমৰ ইতিহাস।
@NEBOY73 жыл бұрын
অসমৰ ইতিহাসত বাংলাদেশীক বৰপিৰা পাৰি দিয়াৰ দৃষ্টান্ত নাই , বঙালক কচু কটা দিয়াৰ হে আছে জয় আই অসম
Ahoms and the cognate groups were medieval migrant settlers from Western Yunnan Province of China. They had no option but to gradually intermix with the local populace to keep their agricultural economy growing. Prior and after the Ahoms at different timelines different social groups settled. Occupational groups and religious figures with land grants were settled by the Koch and Ahom monarchs with the highest occupational groups settled by the East India Company to exact revenue from opium, tea, agriculture, forestry, railway and administration. The population in situ during the EIC were reported in the census report of 1921 as lethargic and given to opium addiction leaving the wastelands to be brought under cultivation by the settlers from Mymensingh and other districts of East Bengal for whom Asom under EIC was a promised land. Much notably the consumption of opium by the local indigenous population spiked between 1911 and 1921.
@hayuvlog3 ай бұрын
Khub soondar kotha koise... Sir you are very knowledgeable men... Good Speech
@uttambhuyan6635 Жыл бұрын
হয় সৎ সত্য সনাতন মন আত্মা প্ৰকৃতি হৃদয়ৰ সচা কথা ( বৰ্তমান সময়ত সুন্দৰ যুক্তি কথা কৈছে )
@balenkalita70613 жыл бұрын
প্ৰাগ্যোতিষপুৰ হৈ থাকিব লাগিছিল বুৰঞ্জী মতে , অসম নাম ৰখা কাৰণে আজি মিয়া ও অসমীয়া হৈছে যাৰ বাবে শান্তি ৰ প্ৰাগ্যোতিষপুৰ গৈ সাত ভঙা হল, সেহে আকৌ প্ৰাগ্যোতিষপুৰ নাম ৰাখি গোটে পৰিবৰ্তন কৰিব লাগে। জয় প্ৰাগ্যোতিষপুৰ
@juwenaahmed31373 жыл бұрын
Thnx.. Good process👍 sir
@sofiqurrahman14203 жыл бұрын
You are a wise and broad minded person. Thanks to you for your valuable oration
সুন্দৰ ধেমালি কৰি দিলে দে এই জনে নিজৰ দেশত বোৰো লোক শৰনাৰ্থী হৈ কেবা বছৰ থাকিব লগা হ ল মাদকদ্ৰব্য সৰবৰাহ কৰি আমাৰ যুৱক যুৱতীসকলক শাৰীৰিক আৰু মানসিক ভাৱে ধংস কৰিবলৈ উঠি পৰি লাগিছে অনিয়ন্ত্ৰিত ভাবে জনসংখ্যা বৃদ্ধি কৰি ৰাজ্যৰ ভাৰসাম্য নস্ট কৰা এক কুটিল ষড়যন্ত্ৰত লিপ্ত আছে আজি বহু বছৰ আগৰ পৰা অথছ কি আশা কৰে কিছুমান লোকে ময় বুজিব পৰা নাই।।।।।
@lohitrabha94224 ай бұрын
ভাৰত স্বাধীনতাৰ অন্দোলনত মোছলমান সকলৰ অবদান আছে
@AnwarHussain-il6if3 жыл бұрын
বহুত ধোনীয়া কথা কৈছে আপুনি অতি সুন্দৰ নিদৰ্শন 👌
@najminsultana64963 жыл бұрын
আপুনাৰ দৰেও যদি এই একেখিনি কথা সকলোৱে বুজিলে হয় thank you so much sir
@phanidharrabha80573 жыл бұрын
বৰগোহাঁই ছাৰ ধন্যবাদ
@galileomissong40313 жыл бұрын
বহু ভাল লাগিল চাৰ,
@rashidulislam9913 жыл бұрын
Khubbe valo lagile 💞💞💞💞
@helendeka15663 жыл бұрын
Xundor.lot of thnx.
@ratulgowala69884 ай бұрын
ধন্যবাদ ছাৰ।
@hafizurrahmansarkar33683 жыл бұрын
You are the real Man Sir. Thank u so much
@MridulHussain-o3l4 ай бұрын
অসমত আহোম আৰু মুছলমান থকা লৈ অসমীয়া জাতি থাকিব,
@abdullotif64963 ай бұрын
Aponi 100% Right kotha koyse thenks
@Kuldeep-d1l4 ай бұрын
সুন্দৰ মন্তব্য
@satyajitmoran82063 жыл бұрын
আহক আমি সকলোৱে বৰগোহাঁই ছাৰৰ লগত আগবাঢ়ি যাও।
@rukeyaali95303 жыл бұрын
অতি সুন্দৰ কথাবিলাক ।
@dadulali21853 ай бұрын
মাননীয় দয়ানন্দ বৰ গোঁহাই মহাশয় গৰীয়া সকল আহোম হয়নে নহয় উত্তৰ দিবচোন। আমি কিন্তু গড়গঞা গৰীয়া।
@nivashpegu99263 жыл бұрын
আমি আপোনাৰ কথা একমত ছাৰ
@bhargabsfitnessbeautylifes27003 жыл бұрын
সম্পূৰ্ণ শুদ্ধ কথা কৈছে। মোৰ মনৰ কথা খিনি আপুনি আজি কলে। আশা কৰোঁ বুজি পাব অসমৰ সকলো ৰাইজে।
@mr___x42813 жыл бұрын
Respect for you sir
@TamenNarzary4 ай бұрын
ছাৰ বৰ সুন্দৰ, ধন্যবাদ
@nankubordoloi14363 жыл бұрын
Apunar kotha bur xune mon tu bahut vhal lagil ..moi o bisaru Assam Khan r xakalu asomiya manuh aaglog hoi ayekhan xundor axom gahar ..
@ramdhenu72153 жыл бұрын
Bah bohut dinor murot aaji val kotha hunilu
@bipinch.thakuria23683 жыл бұрын
Very very good message to the indegenious people of Assam. Borgohai sir many many thanks All the Bjp leaders should accept such type of lesson from learned people.