Assam Police News: আকৌ নগাই নাক কাটিলে অসম আৰক্ষীৰ

  Рет қаралды 98,250

ND24

ND24

Күн бұрын

Пікірлер: 561
@mithunsaikia857
@mithunsaikia857 23 сағат бұрын
ইয়াতকৈ আৰু লাজৰ কথা কি আছে I অসম পুলিচ কিছুমানে দুখীয়া অসমীয়া মানুহৰ ওপৰতহে দাদাগিৰী কৰিব পাৰে I বেলেগত যে একো কৰিব নোৱাৰে তাৰেই প্ৰমাণ এইটো I
@samiranchutia-d7y
@samiranchutia-d7y 8 сағат бұрын
Thik koise 👍👍👍
@kuddusali7415
@kuddusali7415 6 сағат бұрын
Right
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
A একদম ঠিক কথা
@SamitaraySamitaray
@SamitaraySamitaray 45 минут бұрын
I am verry poor for assam police. They are acctualy not a force for save in assam population​@@samiranchutia-d7y
@AA1981-at6
@AA1981-at6 Күн бұрын
এয়া প্ৰকৃত ছৱি! সাধাৰণ অসমৰ মানুহ হ'লে তো কথাই বেলেগ হ'ল হয় নিশ্চয় |
@bishnuprasadnath1214
@bishnuprasadnath1214 Күн бұрын
Of course....
@arundas9906
@arundas9906 Күн бұрын
Right
@SewaliGogoi-h8t
@SewaliGogoi-h8t Күн бұрын
Very true.....if you visit the areas in our area....I become confused whether it's assam or nagaland.....plz......help us know......vote bank
@HomorNog-bh8hk
@HomorNog-bh8hk 23 сағат бұрын
Assam police se akomor manuhok.maribo jane nogak kiyo maribo nowarile nogak .goli maribo kiyo.dum nai
@sumandanmuchahary5254
@sumandanmuchahary5254 12 сағат бұрын
Commando kaita kot goll
@SurojitBora-g2k
@SurojitBora-g2k Күн бұрын
অসম পুলিচ কেইটাই ৰীল বনাবহে জানে
@bishwajitthakuria3802
@bishwajitthakuria3802 Күн бұрын
Dada apuni police t join korok aru aguwai jawk ...cmnt dia to horu ktha kintu dayitto palon kra tu blg ktha ...
@bishwajitthakuria3802
@bishwajitthakuria3802 Күн бұрын
Aru ata ktha assam police a jdi vbe nagaland safa korim buli tenete 10 mnt time lgb ..
@jatinhazarika5865
@jatinhazarika5865 Күн бұрын
😂​@@bishwajitthakuria3802
@bhaskarsaikia1236
@bhaskarsaikia1236 Күн бұрын
Right kotha kole
@SIZUKA_AM
@SIZUKA_AM 23 сағат бұрын
​@@bishwajitthakuria3802gnta buli klu tumar mntoboitt...
@East4090
@East4090 Күн бұрын
অসম পুলিছ কিটা বহুত দম দেখাই অসমীয়া মানুহৰ ওপৰত।এতিয়া নাগাক কি ঘাণ্টা কৰিবি।নাগা Public/Police মানুহৰ comunity বহুত ভাল আছে,অসমৰ ঘোচখোৰ পুলিচৰ দৰে নহয়(from NL Kohima✊)
@Bitulboro13
@Bitulboro13 13 сағат бұрын
Anoka loi jola kita tenekoi a jabo Assam police ki Manu nohoi neki
@papukakoti7043
@papukakoti7043 8 сағат бұрын
Gutei hupake .. khedibo lage .. nak akol police r kota ni .. amaru katile ...
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
একদম ঠিক কথা
@lovetraveling.....
@lovetraveling..... Күн бұрын
Moja kela আজি অসমত কিমানক এনকাওণ্টাৰ কৰিলে পুলিচৰ পিষ্টল লৈ পলাবলৈ বিচাৰিছিল বুলি কৈ । আজি যে কেলা নগাৰ কাতন খাই আহিলে । অসমত খিলঞ্জী়াক যিমান অত্যাচাৰ কৰিবি নগাই কেলা কণিও কাটি কানফুলি পিন্ধাই পঠাব অসম পুলিচক । Moja
@babybasu-ef5sc
@babybasu-ef5sc Күн бұрын
Tik koisa...
@mithunbora5618
@mithunbora5618 23 сағат бұрын
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂 কণী কাটি দিব 😂😂😂😂😂😂
@Bitulboro13
@Bitulboro13 13 сағат бұрын
Assam police sok loi tur Jole neki
@Jacksparrow13963
@Jacksparrow13963 55 минут бұрын
Koni Kati nibo 😂
@binudpahar1745
@binudpahar1745 Күн бұрын
থুই কেলা লাজ পাইছোঁ,
@bishnuprasadnath1214
@bishnuprasadnath1214 Күн бұрын
Good....
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
অসম পুলিচক ঘুচ ল'ব দিয়ক কেলা😡
@RejekAli-ux7gj
@RejekAli-ux7gj Күн бұрын
অসমৰ জনসাধৰণৰ ওপৰত স্মাৰ্ট গিৰি।কিন্তু নাগা, মিজো আদিৰ আগত ভিজা মেকুৰী। সাধাৰণ মানুহৰ ওপৰত স্মাৰ্ট গিৰি দেশাই লাভ নাই ।
@commenti5459
@commenti5459 Күн бұрын
স্মাৰ্ট পুলিচ
@dulumonilahan5821
@dulumonilahan5821 Күн бұрын
ৰিল বনাব পাৰিলি নাই ? অসম পুলিচ মখাই ৰিল বনোৱাতহে পাৰ্গত ।
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂একদম ঠিক
@dulumonilahan5821
@dulumonilahan5821 Күн бұрын
😂😂😂😂😂😂😂😂 নিলাজ অসম পুলিচ ৷😂😂😂😂 তহতি পানী নথকা পুখুৰীত পৰি নমৰ কিয়।ু?
@umamili6576
@umamili6576 Күн бұрын
Good 👍
@phungkarabha6522
@phungkarabha6522 15 сағат бұрын
😂😂😂😂
@bhumikaboro7926
@bhumikaboro7926 12 сағат бұрын
😂😂😂😂😂😂
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂একদম ঠিক কেলা
@cooloil2863
@cooloil2863 40 минут бұрын
😂😂😂😂
@mohansarania8130
@mohansarania8130 15 сағат бұрын
কথাষাৰ শুনি অসমৰ লৰা হিচাপে বৰ লাজ পালো । অসমৰ সাধাৰন জনতাৰ ওপৰত ৰজা আৰু অসমৰ বাহিৰত ভিজা মেকুৰিটো । যি কি নহওক মুঠতে কেনেবাকৈ কষ্টই মষ্টই ছাকৰিটো পালেই হল । দৰমহা কেইটা লৈ ঘৰখন চলি থাকীলেই হল। পিছৰটো পিছত আছে।
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
একদম ঠিক কথা কেলা
@Adnant732
@Adnant732 6 сағат бұрын
বৰ সুখ পালো ।অসমত যিহে দম ইহঁতৰ
@bibekchangmai7472
@bibekchangmai7472 Күн бұрын
অকৰা নগাই অসম পুলিচৰ নাকত ধৰি ঘূৰালে
@Regional-i7b
@Regional-i7b 14 сағат бұрын
😆😆😆😆😛😛😛😛😛
@bhumikaboro7926
@bhumikaboro7926 12 сағат бұрын
😂😂😂
@Choudhury1474
@Choudhury1474 Күн бұрын
অসম আৰক্ষী দম অসমত।বাহিৰত হলে পিটন খাই আহে
@AkashPegu-ml5oh
@AkashPegu-ml5oh Күн бұрын
চিঃ লাজ লাগে।
@mbharali2627
@mbharali2627 23 сағат бұрын
অসমত নগা আৰক্ষীয়ে চোৰ ধৰিবলৈ এনেকৈ অহা হ'লে ভাত-পানী এৰি দিনে-নিশাই নগা পুলিচৰ তলতীয়া জোৱানৰ দৰে পাছে-পাছে ঘুৰি ফুৰিলে হেঁতেন। নগা বা নগা পুলিচ দেখা পোৱাৰ লগে লগে অসম আৰক্ষী সেও হৈ যায়। কিন্তু নগাই একো নামানে।
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
একদম ঠিক কথা😡
@Hirakjs123
@Hirakjs123 Күн бұрын
অসম আৰক্ষীৰ বন্দুকত গুলি নেথাকে নেকি, অসম আৰক্ষী ফাইন কাতাত Expert এইবোৰ কামত এটা মস্তো 0️⃣
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂একদম ঠিক কথা
@MofidurRohman-u5n
@MofidurRohman-u5n Күн бұрын
চি চি লাজৰ কথা।
@umang47
@umang47 Күн бұрын
খুব বেয়া কথা হৈছে! কেইজনমান বাইক চুৰে অসম পুলিচ ৰ এনে অৱস্থা কৰিলে। অসম পুলিচৰ এনে কান্দয়ে police ৰ ইমেজ বেয়া কৰিছে। এনেয়ে অসমৰ মানুহে অসম পুলিচ ৰ ব্যৱহাৰ, কৰ্ম কাণ্ডতত সন্তুষ্ট নহয়, তাতে আকৌ এনে অৱস্থা। অসম পুলিচ মানে ঘৰতে থাকি চাকৰি কৰিম বুলি ভবাটো ভূল(সকলোৱে নহয় দে)।মাহৰ 30দিনৰ ভিতৰত কিছুমানে টো 10দিন বা 5দিনহে নিশ্চয়?সাধাৰণ ৰাইজৰ কষ্টৰ টকা-পইছাৰ পিছত নদৌৰি ইউনিফৰ্ম ৰ মান সন্মানৰ কথা ভাবিলে ভাল হয।Basic Training বিলাক revise হৈ থাকিলে এনে অৱস্থাৰ নহল হয় চাগে।
@sjhazarika5437
@sjhazarika5437 Күн бұрын
সাধাৰণ ৰাইজৰ ওপৰত বীৰত্ব কি চাবা,নগা,মিজুৰ ওচৰত ভিজা মেকুৰী। এইবাৰ নগাৰ ঘাপ খাই আহিল নে।
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂অসম পুলিচ দেখিলেই সিহঁতক টকা কিটামান দি এইবোৰ কৈ লাজ দিব লাগে চবে
@janardanbora2803
@janardanbora2803 22 сағат бұрын
থাকিব লাগিছিল বিছনাত চুৰ আছে গৈ পুলিচ 😅😅😅
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂পুলিচ নহয় অসম পুলিচ
@biplobphukan2162
@biplobphukan2162 12 сағат бұрын
আকৌ বোলে আমাৰ অসম পুলিচে আলফা মাৰিব যাই………এতিয়াই এনে অৱস্থা😂😂😂😂😂
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂
@RINKUxFFxYT
@RINKUxFFxYT 4 сағат бұрын
এয়া অসমৰ মূখ্য‌ মন্ত্ৰীৰ বাবে‍ গৌৰৱ ‌অসম বি জে পীৰ গৌৰৱ,অসমৰ ডি জি পীৰ গৌৰৱ ,আৰু অসম পুলিচৰ বহুমূলীয়া উপহাৰ,অসম পুলিচে গ্ৰহণ কৰা উচিত।
@Dasrahull
@Dasrahull Күн бұрын
Power of Smart Assam police😂
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂
@SanjaRowtiaSanjayRowtia
@SanjaRowtiaSanjayRowtia 15 сағат бұрын
কথা টো সুনি হাঁহি উঠি যাই 😅😅😅
@rajeshhazarika1663
@rajeshhazarika1663 4 сағат бұрын
😂নাহাঁহিব নহ'লে ফাইন কাটি দিব
@SanjibKumar-gk1kq
@SanjibKumar-gk1kq Күн бұрын
Nogai thik korise 😂
@iyaruddinalli4623
@iyaruddinalli4623 15 сағат бұрын
Very good noga bhai
@manashgogoi7747
@manashgogoi7747 11 сағат бұрын
একো নহয় !! কনিষ্টবলেহে দুখ পাইছে । কোনোবা ডাঙৰ অফিচাৰে দুখ নাই পোৱা নহয় !!!
@ultra8142
@ultra8142 Күн бұрын
Anything against police i support... বহুত ভাল পাইছোঁ এতিয়া কেনে মজা, গুণ্ডামী কেৱল সাধাৰন মানুহৰ উপৰত এতিয়া নগালে কিঅ ভয় 😂😂😂😂😂
@LukuChetia98
@LukuChetia98 22 сағат бұрын
Mojja kenekua lagise😅😅
@brojenray5921
@brojenray5921 Күн бұрын
জেমাটো ,ঠেলাওলা,ৰিস্কাবালা , ড্ৰাইভাৰ, আৰু সাধাৰণ মানুহ পালে 😅😅😅😅😅😅😅😅😅
@JaiHanuman-m1r
@JaiHanuman-m1r Күн бұрын
অ অসমীয়া কেইটাৰ ওপৰত ভোটাচায্ ইমান খিনি হৈ যোৱা পিচতো কিয় এনকাউণ্টাৰ কৰি নগাক লগত লৈ আহিবলৈ সক্ষম নহল অসম পুলিচ কাপুৰুষ 😭
@bishnuprasadnath1214
@bishnuprasadnath1214 Күн бұрын
😅😅😅
@bhumikaboro7926
@bhumikaboro7926 12 сағат бұрын
😂😂😂😂
@harrisnarahcreation3355
@harrisnarahcreation3355 Күн бұрын
A mojja mojja
@ManiramKoch
@ManiramKoch Күн бұрын
Thank you naga police❤
@JaiHanuman-m1r
@JaiHanuman-m1r Күн бұрын
আনন্দ মিস্ত্ৰ চাৰ গোটেই পুলিছ বিভাগটো ৰ সাহস আছিল আজি চাৰ নাই 😭 । কিন্তু এই বিষয় টো অসমৰ কাৰনে বহুত লাজৰ বিষয় হল
@Mandeeppp
@Mandeeppp 15 сағат бұрын
Assam police politeness❤
@______________Ss23
@______________Ss23 Күн бұрын
তহঁতি reel বনা অ reel বনা 😂 অসমত থকা নগা বোৰক গৰু পিতন দিয়ক আকৌ 50/50
@tutuhira8815
@tutuhira8815 Күн бұрын
Nagai val korise
@riturajhazarika2897
@riturajhazarika2897 Күн бұрын
Commando battalion বোৰ কি কাৰনে বনাইছে। তাত পঠাই দিব লাগে ৪০০-৫০০ commando
@arupdutta2554
@arupdutta2554 23 сағат бұрын
Reels bonabole rakhise
@amazingbihu290
@amazingbihu290 16 сағат бұрын
Rells r hero kela sihot😂😂😂😂laorahe.....
@akashtai7739
@akashtai7739 10 сағат бұрын
Upai ny...
@palashbora5038
@palashbora5038 Күн бұрын
Amr axomiya manhu bilakor uprot dekhun bor mota 😂😂😂
@BikramDas-m3v
@BikramDas-m3v Сағат бұрын
Mojja
@BituSaikia-te3tk
@BituSaikia-te3tk 2 сағат бұрын
Mooja. Good job.
@SivaprasadGogoi-b5e
@SivaprasadGogoi-b5e Күн бұрын
Moja 😂
@ImanuwalKachap
@ImanuwalKachap Күн бұрын
Assam police okol assam r manuhok harahasti koribo he jane tar bahire aku koribo nuare....
@BhaskarKonwar-x6c
@BhaskarKonwar-x6c 9 сағат бұрын
থুই ৰাস্তাত আমাক বীৰ দেখাই এই পুলিচে বোৰে
@RahulAmin-qr7hu
@RahulAmin-qr7hu 8 сағат бұрын
আমাৰ খিলঞ্জীয়াৰ ওপৰত দাদাগিৰী কি চাব । কিন্তু নগাৰ ওচৰত গোটেই ৰাতি নিমাতি কইনা হৈ বহি থাকিল আমাৰ অসম পুলিচ । ছিহ: বৰ লাজ পালো দেই
@DhirajkDaimari
@DhirajkDaimari Күн бұрын
Power of Assam police .
@indian6727
@indian6727 23 сағат бұрын
😂
@MonDas-t7r
@MonDas-t7r 13 сағат бұрын
Mojja 😅😅😅😅
@MoinaGogoi-w8x
@MoinaGogoi-w8x 12 сағат бұрын
Mojja😂
@dhirajrabha1491
@dhirajrabha1491 13 сағат бұрын
অসমীয়া মানুহৰ ওপৰত হে hero দেখুৱাব পাৰে assam police 😂
@MilanBasumatary-qh5uh
@MilanBasumatary-qh5uh 6 сағат бұрын
এই বিলাক পুলিচ বিষয়া দেখোন বহিৰাগত হে!
@jaydeepsonowal8582
@jaydeepsonowal8582 9 сағат бұрын
Mojja bohut vl lagil. Black comando namor hei burok kebol reel bonabole he rakhise.
@HemantaChetia-cy7jt
@HemantaChetia-cy7jt 7 сағат бұрын
Good news
@mgnkl
@mgnkl Күн бұрын
😂😂😂😂 reels bonai Axomiya lorak mara police aukaad dekhi gol nijor, Assam police nohoi eitu Bongali/Marwari/Bihari police
@pranjaldas4049
@pranjaldas4049 23 сағат бұрын
Moja
@NewtonGogoi-x3w
@NewtonGogoi-x3w 13 сағат бұрын
প্ৰতিবাদ কৰা সাধাৰণ মানুহক গুলিয়াই মাৰিব পাৰে এতিয়া কিয় একো কৰিব নোৱাৰিলে হাই অসম পুলিচ.....
@nehasaikia16
@nehasaikia16 8 сағат бұрын
এই ৰিৰ্পটাৰ কেইটাৰ হাথিয়াৰ হে কাটিব লাগিছিল!! অসম ৰাইফলচ্ ৰ জোৱানে যেতিয়া গুলি চলাইছিল আক্ৰান্তাৰ ওপৰত যেতিয়া অসমৰ ছাত্ৰসংগঠনে মমবাতি জ্বলাইছিল। এতিয়া সংগঠন বিলাক নিমাত কিয়? ১৯৮৫ চনতো অসমপুলিচক আক্ৰমণ কৰিছিল।। পাহৰিলে নেকি অসম পুলিচে? নে অসমীয়াৰ ওপৰতহে দাদাগিৰী? অলপ দিনৰ আগতে মই হেলমেট নিপিন্ধাকৈ স্কুটি চলাই আহিছিলো। হে প্ৰভূ,, ঘৰ নোপোৱালৈকে বুকুখন ঢিপঢিপায়ে থাকিল ঐ.... পুলিচে দেখিছে নেকি,, চাই আহোঁতে আহোঁতে পৰিবই খুজিছিলো ঐ.. আৰু সেই পুলিচৰ এই দুৰ্দশা!! অসমৰ ৰাইজো নিমাত! প্ৰতিবাদ কৰিলেই অসমৰ পুলিচে বাধা দিব? এই দৰেই আমি অসমীয়া অসমীয়া কৈ চিঞঁৰি মৰিব লাগিব। আজি পুলিচৰ ওচৰত আক্ৰমণ,, কালিলৈ ৰাইজৰ ওপৰতো আক্ৰমণ কৰিব পাৰে! আমাক হিতাধীকাৰী আঁচনি লাগে। অসম খন কি হয় দৰকাৰ নাই। ছয় জনগোষ্ঠীৰ দাবী পূৰণ নহ'লে বিজেপি ক ভোট নিদিওঁ........ আমাৰ দাবী এই বোৰহে।।।। পুলিচৰ মানুহকহে মাৰিছে! আমাৰ কি!! চৰকাৰে কি কৰে কৰিব!! কিন্তু পুলিচৰ মানুহ জনো আমাৰ কাৰোবাৰ ভাই-ককাই বা কিবা সমন্ধীয় হ'ব পাৰে.. তাক আমি পাহৰি যাওঁ।।
@rajdeepgogoi7043
@rajdeepgogoi7043 8 сағат бұрын
ইয়াত কৈ আৰু লাজৰ কথা একো নাই।
@anarulrock8396
@anarulrock8396 7 сағат бұрын
অসম পুলিচে মিঞাঁ দুখীয়াৰ ওপৰত দম্ভালিব পাৰে ... অসম পুলিচ বাঘৰ দৰে হবে লাগে কিন্তু মেকুৰীৰ দৰে দেখা পালো লাজ পাইছো
@Bishnoi29-d3m
@Bishnoi29-d3m 4 сағат бұрын
Smart police ☹️
@SimantaBorgohain-b5f
@SimantaBorgohain-b5f Күн бұрын
বৰমূৰীয়া কেইজনক প্ৰেছমিট দিবলৈ কব লাগে ।
@mrinalphukan5425
@mrinalphukan5425 8 сағат бұрын
অনুমতি অবিহনে কিয়নো বেলেগ ৰাজ্যত যাব লাগে
@নলবেইৰানিপু
@নলবেইৰানিপু Күн бұрын
চালান কাটিবহে জানে😂
@GauravjyotiBaro-x6i
@GauravjyotiBaro-x6i 16 сағат бұрын
Hi hai Assam police
@anantapayeng3185
@anantapayeng3185 10 сағат бұрын
ৰিল বনোৱা, বাইক গাড়ীৰ চালান কটা আদিৰ বাহিৰে বাকী ট্ৰেইনিং পোৱাই নাই চাগে বেচেৰাহঁত।
@gogoibaba8799
@gogoibaba8799 Күн бұрын
Good naga support you❤❤❤
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 12 сағат бұрын
যি কৰিছে নগাই ভাল কৰিছে
@SungLung-x6v
@SungLung-x6v 12 сағат бұрын
Very Good News. Nagaland man ok
@pankajmakrari7981
@pankajmakrari7981 11 сағат бұрын
ভালেই হল
@kangkanroy1878
@kangkanroy1878 23 сағат бұрын
Good news ❤❤❤
@missionias7894
@missionias7894 14 сағат бұрын
দুখৰ বিষয়। আজি দুদিন আগত বাংলাদেশী মীয়াই BSF ক আক্ৰমণ কৰি অস্ত্ৰ শস্ত্ৰ কাঢ়ি লৈ যায়। কেতিয়াবা Assam Rifles ক মণিপুৰী এ আক্ৰমণ কৰে ।
@prasantdas3443
@prasantdas3443 22 сағат бұрын
Axomiyar uporot ha mota dekhuwai
@Himaashreenew-yt2pz
@Himaashreenew-yt2pz 8 сағат бұрын
Reels বনোৱাত ব্যস্ত বহু আৰক্ষী কামত শূণ্য
@BituSaikia-te3tk
@BituSaikia-te3tk 2 сағат бұрын
Mooja...
@rikuborah6375
@rikuborah6375 Күн бұрын
Black panther Commando ky hol 🤭
@S.K-Bhai
@S.K-Bhai 11 сағат бұрын
It's call unity.
@harunalrashid5642
@harunalrashid5642 3 сағат бұрын
মই পঢ়ি থকা কলেজৰ এজনী ছোৱালী আকৌ নগা ল'ৰাৰ লগত কতি মাৰা দিয়ে কি কম
@sirajali6604
@sirajali6604 14 сағат бұрын
smart police 😂😂khanapara last গেটত ধৰ্ণা দিয়া মানুহৰ ওপৰত,বৰ্বৰতা দেখাগৈ যা । নগাই বন্দুক কাঢ়ি লৈ যাব পৰা হল 😂😂😂
@KulaprasadBoruah
@KulaprasadBoruah 12 сағат бұрын
Mojjja
@utpalchutia6664
@utpalchutia6664 13 сағат бұрын
ঘৰৰ ৰজা
@JibonSaikia-q2k
@JibonSaikia-q2k Күн бұрын
অসমীয়া মানুহৰ ওপৰত পুলিচ অ না অসমীয়া ওপৰত নহয় ভয় কৰে
@bhaskarjyotigoswami9909
@bhaskarjyotigoswami9909 22 сағат бұрын
আমাৰ যোৰহাটৰ পুলিচক ISBT ত বাইক-গাড়ী ধৰিবলৈ দিয়ক। Level বেছি অকল ......
@deepukrtamuli6577
@deepukrtamuli6577 17 сағат бұрын
Assam police best and smart police. And quickly recover the magzine box .
@INSSAMptdltd
@INSSAMptdltd 13 сағат бұрын
অসমে নগাক একো কৰিব নোৱাৰে
@akanbarman5337
@akanbarman5337 14 сағат бұрын
Good
@dipankarnath4337
@dipankarnath4337 12 сағат бұрын
এই বিদেশী অসম পুলিচ অফিচাৰ কেইটাৰ কাম নাই
@janmioxm2182
@janmioxm2182 Сағат бұрын
A moja😂😂😂😂😂😂
@arundas9906
@arundas9906 Күн бұрын
Assomr hadharon manuhr uport hae dadagrie.
@dkalita1803
@dkalita1803 8 сағат бұрын
Assam pulic Kam ni
@PremaNandaMali-n1g
@PremaNandaMali-n1g 16 сағат бұрын
Val karise
@buddhagogoi8045
@buddhagogoi8045 Күн бұрын
Lovely
@putuldutta3803
@putuldutta3803 Күн бұрын
Excellent Assam police okk Indian Army onder ott 6 mah man training atadl diya bibosta kore jen
@abhijeetdeka2328
@abhijeetdeka2328 Күн бұрын
Bhal a lagise dei vai xuni..karon..Ami jdi thanat jbo.lga hoi.tetya ki utpat sihotar..ki ktha.ki dom..kot gol dom..ghrt he bagh..blgt mekuri......
@MridulRay-lf5ch
@MridulRay-lf5ch Күн бұрын
Reels bonabo val koi jane kintu
@simantadeka1601
@simantadeka1601 4 сағат бұрын
অসমৰ হিৰো গিৰি দেখুওৱা police কেইটাক অসম সীমান্তত duty dibo lage...
@DreamInstaModel
@DreamInstaModel Күн бұрын
Axom policok bhalkoi training dibo lagibo
@rahulkalita2164
@rahulkalita2164 4 сағат бұрын
সাধাৰণ মানুহৰ ওপৰত দাদাগীৰি বেয়া ব্যৱহাৰ কৰিব পাৰে। এতিয়া কেনে মজা 😂😂
@dipaksingha4136
@dipaksingha4136 14 сағат бұрын
অসম আৰক্ষী ভিদিও ৰিল হে অকল বনাব জানে আচল কামত নাই।
@vivekhazarika
@vivekhazarika Күн бұрын
This is the negligence of administration .
@mithubharali
@mithubharali Күн бұрын
Axomia uport he ddagiri korebo pare aibure.... Bonduk keita pujat ulua aselnki. Kio dea aikieta bonduk. Jode solaboi nuare
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН