Assamese Zukebox Of Duet Songs Of Bhupen Hazarika & Jayanta Hazarika.

  Рет қаралды 46,935

Assamese Old Songs অসমীয়া পুৰণি গীত

Assamese Old Songs অসমীয়া পুৰণি গীত

Күн бұрын

Assamese Duet songs of Bhupen Hazarika and Jayanta Hazarika. Songs are :
১) চুচুক চামাককৈ দিপালী জনীয়ে
কথা : ভূপেন হাজৰিকা /১৯৬৮ চন
সুৰ : ভূপেন হাজৰিকা
২) ছিলঙৰে মনালিছা
কথা : #_ভূপেন_হাজৰিকা
সুৰ : #_জয়ন্ত_হাজৰিকা
৩) চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা
কথা : ভূপেন হাজৰিকা
সুৰ : ভূপেন হাজৰিকা
৪) অট'ৰিক্সা চলাওঁ আমি দুয়ো ভাই
কথা : ভূপেন হাজৰিকা /১৯৪৩ চন।
সুৰ : ভূপেন হাজৰিকা
৫) নতুন পুৰুষ, নতুন পুৰুষ
কথা : ভূপেন হাজৰিকা
সুৰ : ভূপেন হাজৰিকা
🌿🌼🌿
#people #portrait #love #sign #outdoors #unity #illustration #actor #singer

Пікірлер: 20
@basisthaacharya6590
@basisthaacharya6590 4 ай бұрын
সচাকৈয়ে কিমান অৰ্থবহ গীত । এই মহান শিল্পী দুগৰাকীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো।
@mridularrahman1499
@mridularrahman1499 2 ай бұрын
very nice
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
সুধা কন্ঠ ড:ভূপেন হাজৰিকা দেৱৰ অমৰ সৃষ্টি। পাবলৈ অতি কঠিন এই চিৰসেউজ গীতবোৰ শুনি আপ্লুত হলোঁ।দ্বৈত কন্ঠৰ গীতকেইটি অসমীয়া সংগীত জগতৰ একো একোটা আপুৰুগীয়া সম্পদ। গীতকেইটি আপলোড কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।
@himasrichoudhury5305
@himasrichoudhury5305 5 ай бұрын
Old is gold
@maheswardeka9920
@maheswardeka9920 Жыл бұрын
Salute to the evergreen singers of Assam
@kumudgogoi2209
@kumudgogoi2209 2 жыл бұрын
ভূপেনদাৰ একক কণ্ঠৰ আৰু আৰু ৰাণাৰ লগত দ্বৈত কণ্ঠৰ এই গীত কেইটা প্ৰতিজন অসমীয়া আৰু অসমক ভালকৈ চিনি পোৱা পৃথিবীৰ যি কোনো ভাষা-ভাষী সঙ্গীত প্ৰিয় লোকৰ বাবেই গীত কেইটাত সন্নিবিষ্ট হৈ থকা অসমৰ এটা এটা যুগৰ বাৰ্তা সাঁচি ৰখা একোটা একোটা অবিস্মৰণীয় সৃষ্টি । যি সময় খিনিৰ পৰিক্ৰমাত এই কেইটা গীত সৃষ্টি হৈছিল , সেই কাল ছোৱা অতিক্ৰম কৰি অহা যি কোনো অসমীয়া মানুহকে গীত কেইটাই মোহাবিষ্ট কৰি পেলোৱাৰ আৰু গীত কেইটা সৃষ্টি হোৱা অতীতৰ সেই বিশেষ বিশেষ সময় খিনিত নিজকে নিজে অৱগাহন কৰোৱাই নষ্টালজিক কৰি পেলোৱাৰ সক্ষমতা ধৰি ৰাখিছে ।
@sujitbaruah4536
@sujitbaruah4536 2 жыл бұрын
Nostalgic কৰি তুলিলে গীতকেইটাই। বহু। ধন্যবাদ।
@digantahazarika4605
@digantahazarika4605 5 ай бұрын
All time greatest duet.
@rohitborah3077
@rohitborah3077 4 ай бұрын
অতি অৰ্থপূৰ্ণ আৰু উপদেশমূলক গীত এই বোৰ আমাৰ ডেকা বয়সৰ। আমি ইয়াৰ পৰা অনুপ্ৰাণিত হৈছিলো। এতিয়া ৰ যুবকসকলে বা কি ভাৱে !
@gitikadevi836
@gitikadevi836 2 жыл бұрын
Two maharathi of assamese song.
@sailenmallikpoltumallik4998
@sailenmallikpoltumallik4998 2 жыл бұрын
ভাল পালে ও ঈশ্বৰে মিলাই দিয়েই,,,
@girishdutta3493
@girishdutta3493 2 жыл бұрын
পুৰণি গীতবোৰ শুনি খুব ভাল লাগে ।প্ৰতিটো গীত অৰ্থ পূৰ্ণ।
@madhabanandagoswami1554
@madhabanandagoswami1554 6 ай бұрын
❤❤❤❤❤❤
@sewaligogoi3175
@sewaligogoi3175 3 ай бұрын
ৰেডিঅ'ৰ অনুৰোধৰ অনুষ্ঠান কল্পতৰুত এই গীত বোৰ অনুৰোধ কৰি কৰি শুনিছিলো । ইমান যে ভাল লাগিছিল অ,,,
@hasnatullah7561
@hasnatullah7561 Жыл бұрын
@gitikadevi836
@gitikadevi836 2 жыл бұрын
Great creations.
@sailenmallikpoltumallik4998
@sailenmallikpoltumallik4998 Жыл бұрын
Love
@girindradeka3719
@girindradeka3719 2 жыл бұрын
🙏
@PremaHandique
@PremaHandique 2 ай бұрын
Aibur .geetor tulana nai ...prema handique😅
@jnanendramahanta5603
@jnanendramahanta5603 2 жыл бұрын
🙏🙏🙏
Apple peeling hack
00:37
_vector_
Рет қаралды 113 МЛН
ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত
19:28
Jayanta Hazarika Best Assamese Songs
16:58
Rj Box
Рет қаралды 834 М.
Mrityunjoy Choudhury Presents"HITS OF JITEN DEKA"|Original sound track|
42:21
Mrityunjoy Choudhury
Рет қаралды 129 М.