চীনৰ সৰগৰ দৰ্জাৰ পিছফালে কি আছে ?😮 Exploring Heavens Gate Tianmen Mountain china. by Bhukhan Pathak

  Рет қаралды 310,143

Assamese Mixture

Assamese Mixture

Күн бұрын

Пікірлер: 1 000
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 17 күн бұрын
বহুত ধুনীয়া লাগিছে। তোমাৰ পৰাই চীনৰ বহুত ধুনীয়া ঠাই দেখিবলৈ পালো। তোমাক বহুত বহুত ধন্যবাদ জনালো লগতে সদায় তোমাক ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা। শিৱসাগৰ পৰা চাই আছো।
@BinodPathak-dv9zj
@BinodPathak-dv9zj 17 күн бұрын
এনেকুৱা দীঘলীয়া চিৰি বগোৱা অভিজ্ঞতা মোৰো আছে, বহুত ভাগৰ লাগে গতিকে তুমি ইমান কষ্ট কৰি ভিডিঅ' দিয়া বাবে ধন্যবাদ।
@biswajitdeka2253
@biswajitdeka2253 17 күн бұрын
সুন্দৰ।অতি মনোমোহা দৃশ্য। তোমাৰ কাৰনে চীনৰ দেশৰ মনোমোহা দৃশ্য দেখা পালো ।
@dhrubajyotikoch2440
@dhrubajyotikoch2440 16 күн бұрын
বহুত ভাল লাগিছে। অসমীয়া ইউটিউবাৰ চীন দেশত তুমিয়েই প্ৰথম চাগৈ? তোমাৰ উন্নতি হওক , তাকেই কামনা কৰিলো।
@kalpanachoudhury3973
@kalpanachoudhury3973 17 күн бұрын
ভূষণ সুন্দৰ লাগিছে তুমি নিজ চকুৰে দেখিছা কিমান সুন্দৰ দেখিছা
@SurendraSingha-de2eo
@SurendraSingha-de2eo 17 күн бұрын
সঁচাকৈ চাব লগীয়া ঠাই,বৰ ভাল লাগিল। যাওঁ যাওঁ লাগি যায়,কি মনোমোহা দৃশ্য
@amritdeka1653
@amritdeka1653 17 күн бұрын
চীন দেশৰ বিভিন্ন স্থানৰ ওপৰত ইমান ধুনীয়াকৈ ভিডিও বনাই সুন্দৰ উপষঠাপন কৰি ঘৰতে বহি চীন দেশ চোরার আশা পূৰ কৰা বাবেধন‌্যবাদ। God bless you ❤
@bimansaikia4305
@bimansaikia4305 16 күн бұрын
ভূষণ তোমাক অশেষ ধন্যবাদ। আমাৰ ভাৰত বৰ্ষৰ চৰকাৰে কেতিয়া এনেকুৱা যোগাবোৰ চিনৰ দৰে কৰিব ভাবিলে বৰ দুখ লাগে ।আমি ইমান পিচ পৰি আছো তাৰ পাছতো ভাৰতৰ ধনী মানুহ কিছুমানৰ ইমান অহংকাৰ। ভাবিলে বৰ দুখ লাগে।
@narentaid9530
@narentaid9530 Күн бұрын
bohut duniya lagise
@dikshitmohan
@dikshitmohan 17 күн бұрын
1 and only Assam KZbinr this Bhukan Daa🫂🫴☺️
@kamalakantanath2896
@kamalakantanath2896 14 күн бұрын
আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।আপোনাকৰ চেনেলৰ জৰিয়তে বহুত বিদেশৰ ঠাই দেখিছো পুনৰ ধন্যবাদ জনালো।নগাঁও চাপৰমুখ।
@srikhitishdas9923
@srikhitishdas9923 15 күн бұрын
আপোনাৰ চেষ্টা আৰু কষ্ট ফলত বহু কথা গম পালোঁ দেখা পালোঁ ধন্যবাদ
@dipanwita8774
@dipanwita8774 15 күн бұрын
Bhukhan daa apuni amar karone eman kasoto korise thank you ❤❤❤❤
@AnandaRabha-d8e
@AnandaRabha-d8e 17 күн бұрын
ভূষণ ভাই ভিদিওবোৰ যে ইমান কষট কৰি নিজৰ পিতৃ-মাতৃক আৰু বন্ধু-বান্ধৱীসকলোক আৰু গোতেই অসম ৰাইজক দেখুৱাই থকাৰ বাবে বহুত বহুত আপোনাক ধন্যবাদ🙏🙏🙏❤️❤️❤️।
@AssameseMixture
@AssameseMixture 17 күн бұрын
Thank you so much 🙏
@bantidutta7191
@bantidutta7191 17 күн бұрын
অহ কিজে কম ইমান সুন্দৰ ভিডিঅ'বহুত বহুত ধন্যবাদ জনালো দেই ভুষন আৰু ভগৱানে সদায় ভালে ৰাখক তোমাক ❤
@PampiBora-l3m
@PampiBora-l3m 15 күн бұрын
Dhuniya lagise Bhai ❤❤❤❤❤❤
@arunmusahari8914
@arunmusahari8914 17 күн бұрын
Bhukhan daa No 1 KZbinr from Assam
@ratuldas4116
@ratuldas4116 16 күн бұрын
Homoy gogoi no 1 youtuber in assam
@LuhitChetia-dy7pl
@LuhitChetia-dy7pl 16 күн бұрын
খুব সুন্দৰ, আমি নেদেখা বস্তু তোমি ইমান কষ্ট কৰি V D O জৰিয়তে দেখুওৱালা,তোমালৈ অশেষ ধন্যবাদ জনালো। জয় আই অসম।
@bipinbora838
@bipinbora838 17 күн бұрын
সুন্দৰ। তোমাৰ বাবে চীন দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাই চাবলৈ পালো। তোমাক বহুত বহুত ধন্যবাদ। ভগৱানে তোমাক ভালে ৰাখক।
@jayantiboruah2469
@jayantiboruah2469 7 күн бұрын
তোমালৈ বহুত বহুত ধন্যবাদ ভাইতি কাহানিও নেদেখা ঠাই আৰু আকৰ্ষণীয় বস্তুবোৰ দেখুওৱা বাবে।
@KrishnaDas-v5v
@KrishnaDas-v5v 15 күн бұрын
Bhukhan da namber 1 you tuber Assam ❤
@anjanaofficial9394
@anjanaofficial9394 16 күн бұрын
বহুত ধুনীয়া...জয় আই অসম💪 ভাৰত মাতা কি জয়
@Kra-frybtwy-girl
@Kra-frybtwy-girl 17 күн бұрын
Beutiful place, beutiful video 💚 Eman kosto kori apuni video bur upohar dise tar babe thank you so much😊 Apuna loi advance congratulation 1m r♥️
@minakshihazarika6591
@minakshihazarika6591 10 күн бұрын
বহুত ধুনীয়া লাগিছে ।তোমাৰ যোগেদি চীনৰ ধুনীয়া ঠাই দেখিব পালোঁ।তোমাক thankyou । এনেদৰে আৰু আগুৱাই যোৱা।
@manuborah4135
@manuborah4135 17 күн бұрын
বহুত ধুনীয়া ভিদীও কিন্তু glassar দলং দেখি বহুত ভয় লাগে ।
@user-lt7in4ce6p
@user-lt7in4ce6p 16 күн бұрын
বৰ ধুনীয়া ঠাই।।। আপোনাক অশেষ ধন্যবাদ। ভগৱানে কুশলে ৰাখক 🙏🙏
@mridulneog7034
@mridulneog7034 15 күн бұрын
চীনা সকলে নিজা ভাষাক সন্মান কৰে । সেইহে তেওঁলোক আমাতকৈও শ বছৰ আগত ।
@radhakumar9130
@radhakumar9130 5 күн бұрын
Mind blowing . ❤
@rajubora5628
@rajubora5628 17 күн бұрын
বহুত ধুনীয়া ❤
@kiron837
@kiron837 16 күн бұрын
বহুত ভাল লাগিল ভিডিঅ টি ভূষণ,যি চাইনা দেশৰ বিষয়ে আমি শুনিছিলো এতিয়া তোমাৰ পৰা নেদেখা নেদেখা places দেখিবলৈ পাইছো।ধন্যবাদ থাকিল, (from Digboi)
@SandhyaLini
@SandhyaLini 17 күн бұрын
বহুত ভাল লাগিল চাই। কোনো দিন নেদেখা বহুত বস্তু আৰু বিভিন্ন ঠাই তোমাৰ দ্বাৰা দেখা পালোঁ। আগলৈও দেখা পাম বুলি আশা ৰাখিলোঁ।
@jyotisharma4296
@jyotisharma4296 17 күн бұрын
Bhtt bhttt dhnyobad dada iman nedkha thai dekhuwar krnay🥹apuni bhut kosto kri video bonai amak dekhaise tar krnay bhtt bhttt thnqq❤️🥰apunak log pam buli adin ...akha thakil🥰
@GunuBoro-y4z
@GunuBoro-y4z 17 күн бұрын
Moja lagishe de❤
@amalhazarika4184
@amalhazarika4184 2 күн бұрын
যোৰহাটৰ পৰা চাই আছো, বহুত ধুনীয়া লাগিছে, আপোনাক অশেষ ধন্যবাদ , ভগৱান আপোনাৰ সহায় হওক❤️👍🙏🙏🙏
@Lungbart
@Lungbart 17 күн бұрын
বহুত বহুত ধন্যবাদ ভুখন দা ইমান ধুনীয়া ধুনীয়া video দিয়াৰ বাবে❤
@LakhimaiBordoloi-nk1zx
@LakhimaiBordoloi-nk1zx 16 күн бұрын
Bhal lagil videutu sai aru natun natun video di thakibo . Thank you❤❤❤
@RanjumoniBora-u2g
@RanjumoniBora-u2g 17 күн бұрын
Very2 thanks .tumar bhut kasta hoisy.ami garotey bohe sy asu .
@guleswarmoran5666
@guleswarmoran5666 8 күн бұрын
তোমাৰ পৰাই চীন দেশৰ বহু ঠাই দেখিলোঁ যেতিয়া বহুত বহুত ধন্যবাদ দিলো।
@chandiramkhatowal9632
@chandiramkhatowal9632 17 күн бұрын
Bohut bhal lagil Love from bordolai Nagar Tinsukia Assam
@konamiborah3383
@konamiborah3383 10 күн бұрын
বহুত ভাল লাগিছে। ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগবাঢ়ি যোৱাত সহায় কৰক।
@Lakhya600
@Lakhya600 17 күн бұрын
Joi ai axom
@krishnabaruah4707
@krishnabaruah4707 17 күн бұрын
খুব ভাল লাগিল চাই God always bless you 💐
@Manav031
@Manav031 17 күн бұрын
Eman thowga thowga api asy Chinat 😊🎉❤
@aditibthakur3406
@aditibthakur3406 11 күн бұрын
ইমানবোৰ youtuber দেখিছো... কিন্ত্ত ভুকনৰ দৰে clearly details ত দেখুৱা নাই ..Thank u for ur smart presentation
@kartikkalita5772
@kartikkalita5772 17 күн бұрын
OMG😮Moi hole matha ghurai pori golu hoi glue.r dolong xon dekhi a voi lgise apuni j khahokh krise manisu, apunar krnei dekhilu emn dine reels burot he dekhi asilu, ta dada emn dhuniya video amak upohar diyar babe tmi bhut aguwai juwa xeyai parthona 🙏
@manjumedhi6157
@manjumedhi6157 2 күн бұрын
ভূখন ইমান কষ্ট কৰি অসমৰ মানুহক চীনৰ বিশেষ ঠাইবোৰ লগতে science Technology ত যে চীনদেশ ভাৰততকৈ ইমান advanced সঁচাকৈ বহুত ভাল লাগিল। তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ভগৱানে যাতে তোমাক আৰু শক্তি দিয়ক এনেবোৰ ধুনীয়া ভিডিঅ বনাবলৈ। আমিও যাতে এনে নেদেখা ঠাইবোৰ চাবলৈ পাও নজনা কথা বোৰ জানিব পাম।
@indrasaikia3594
@indrasaikia3594 17 күн бұрын
ইমান কষ্ট কৰি প্ৰকৃতিৰ মনোমোহা বস্তু বিলাক দেখুৱাই আছে সচায় ভাল লাগিছে, অতি সোনকালেই 1 মিলিয়ন হওক তাৰেই কামনা কৰিলোঁ ❤️🙏🙏
@AssameseMixture
@AssameseMixture 17 күн бұрын
❤❤❤
@lasyanandiniborah7302
@lasyanandiniborah7302 17 күн бұрын
অশেষ ধন্যবাদ তোমালৈ , ভিডিঅ' ৰ জৰিয়তে নেদেখা দেশসমূহৰ বিভিন্ন ঠাই বিলাক চাবলৈ পোৱাৰ বাবে। ভগৱানে তোমাক সদায়েই কুশলে ৰাখক।
@HorribleG
@HorribleG 17 күн бұрын
Advance Congratulations For 1million Subscriber
@chimpineog6730
@chimpineog6730 4 күн бұрын
Hundor
@assamesestatus-q3q
@assamesestatus-q3q 17 күн бұрын
❤Assamese Mixture ❤জয় আই অসম 🙏🏼 BRICS 🇧🇷🤝🏻🇷🇺🤝🏻🇮🇳🤝🏻🇨🇳🤝🏻🇿🇦
@Ranju-t7j
@Ranju-t7j 14 күн бұрын
Bhukhan tumak dhanyabad disu cina khon bhalkoi dekhua karone❤❤❤
@songitadevi1632
@songitadevi1632 17 күн бұрын
সঁচা বহুত কষ্ট কৰি ভিডিঅ’ বনাছে । ছাই ভাল লাগিছে । ভিডিঅ’বোৰ
@mamitasaikia6194
@mamitasaikia6194 16 күн бұрын
বহুত সুন্দৰ। ধন্যবাদ জনাইছো দেখুওৱা বাবে
@SurujPhukan-yd9fk
@SurujPhukan-yd9fk 17 күн бұрын
Jaldi jaldi video dibo❤❤
@PinkuRabha-d9v
@PinkuRabha-d9v 17 күн бұрын
bohut moja lagil place to satisfied❤❤
@AtulchandraBoro-q5e
@AtulchandraBoro-q5e 17 күн бұрын
অকলে অকলে ইমান ভাগৰ লগাইছে মোৰ চিন্তা লাগিছে।
@debajanisaikia3422
@debajanisaikia3422 16 күн бұрын
Bohut bhal lagil sai
@TuntunRabha-x1o
@TuntunRabha-x1o 15 күн бұрын
Apuni amar karone video koribo eman kosto koribo lage
@missLija-z1b
@missLija-z1b 13 күн бұрын
বহুত ধুনীয়া লাগিল চাই ,ভূষণ দা।
@ponkhigogoi7321
@ponkhigogoi7321 17 күн бұрын
পিছৰ ছোৱালী জনী পোৱা হলে বুলি ভাবি থকা লৰা সকলে LIKE এটা কৰি জাবা 🥰🥰🥰
@BasanthBhaiVillas
@BasanthBhaiVillas 17 күн бұрын
পিছৰ জনীক নালাগে তোমাক লাগে ফোন নম্বৰ দিবা
@RemadyVlogstar
@RemadyVlogstar 17 күн бұрын
😅😅
@Meghali369
@Meghali369 16 күн бұрын
Protitu dikhot emn sincere emn emn discipline mane bhakhare bujabo nuware ❤
@durgadas1078
@durgadas1078 16 күн бұрын
Vaiti video bor sai bohut bohut bhal lagil tumar babe bohut nedekha thai dekhilo👍👍👍
@rubuldas25
@rubuldas25 17 күн бұрын
ভূষণ দা তাত অসমৰ মানুহ এটা নাই চাগে ন,
@berozgarxyz
@berozgarxyz 17 күн бұрын
Arunachalr bhut ase sage
@kakumonikakumoni1730
@kakumonikakumoni1730 16 күн бұрын
বহুত ভাল লাগিল দেই Vdo টো। বহুতো নেদেখা ঠাই দেখিছোঁ তো মাৰ vdo জৰিয়তে 👍🏻
@ParagSarma-f2w
@ParagSarma-f2w 17 күн бұрын
Bengaluru FC 1 - 2 North East United FC 🔥🔥
@ranjankumarray1122
@ranjankumarray1122 17 күн бұрын
Bhushan tumi nandanik dridhya dekhuala maja lgseKimanjan mnhar je unexpected Tu expect kori dekhuala so thanks
@tajminabegum4179
@tajminabegum4179 15 күн бұрын
Bht bht val lgil sai❤️..pare jodi tar hospital, School,clg..anekua bur dekhbo sn❤️tar mdcl sabo bht mon ase..🤔
@hemantadutta7443
@hemantadutta7443 16 күн бұрын
Emazing video জয় আই অসম৷
@junalihazarika319
@junalihazarika319 15 күн бұрын
Bohut Val lagise
@simadeka9014
@simadeka9014 16 күн бұрын
Yes Right kotha koise. Val bilak aami hodai follow koribo lage
@DimbeswariDeka-n1r
@DimbeswariDeka-n1r 7 күн бұрын
ইমান ধুনীয়া লাগিছে। তোমাক অশেষ ধন্যবাদ।
@songmishrandipaliborah1360
@songmishrandipaliborah1360 16 күн бұрын
Bohut dhuniya place. , Chai bor bhal lagil
@bhargabsarma4691
@bhargabsarma4691 16 күн бұрын
Bahut bahut bhal lagil
@jyotimonibokatial1243
@jyotimonibokatial1243 16 күн бұрын
Thank you bohut val lage tumar vidio bur sai
@jayantadeka9876
@jayantadeka9876 17 күн бұрын
শলাগ লৈছোঁ তোমাৰ চীনৰ বহুত ধুনিয়া ঠাইবোৰ চায় বৰ ভাল লাগিল ।
@Meghali369
@Meghali369 16 күн бұрын
Protitu dikhot emn sincere emn dhuniya discipline mane bhakhare bujabo nuware ❤
@RajibSaikia-s8p
@RajibSaikia-s8p 12 күн бұрын
Ane ai thai bur khapun khapun lge.....kn2 aji apunr video jugedi sai real dekha jen feel korilu ..bhut dhuniya achorit emn xundor place....
@CHOTA_ARTIST
@CHOTA_ARTIST 15 күн бұрын
বহু ত ভাল লাগিল
@bijukalita9426
@bijukalita9426 16 күн бұрын
বহুত ধুনীয়া ঠাই, সঁচাই ভাল লাগিল
@bhaitichungkrang1219
@bhaitichungkrang1219 16 күн бұрын
Bohut bohut val lagise nojana kotha bohut janu apunar video sai❤
@urenchandranath4413
@urenchandranath4413 15 күн бұрын
Video tu sai val lagil,pisaloi val val video sowar hepah thakil
@aJn26
@aJn26 16 күн бұрын
❤❤❤ thanks dada ..gutai china r technology bur dekhuwar bbe..
@Jayanticooks88
@Jayanticooks88 17 күн бұрын
Thank you so much Bhukhan eman dhuniya dhuniya jega bur dekhu r karne. 👌👍
@jinabora6050
@jinabora6050 13 күн бұрын
Bhut hundor prokiti bhut vl lgil Ane lgil jbo pra hle sbloi.
@monuranjandoley2386
@monuranjandoley2386 16 күн бұрын
Bohut dhuniya
@ApurbaHazarika-k6n
@ApurbaHazarika-k6n 15 күн бұрын
Apunar video to Val lagil logote gamusa khone Akhomiak sinaki desae.
@MKHAHIFURTI
@MKHAHIFURTI 17 күн бұрын
Droon shots eta Val lagil hoi🎉🎉🎉🎉🎉🎉
@sadhonbordoloi1227
@sadhonbordoloi1227 17 күн бұрын
I watched the video earlier; However, I was very happy to see the video from our Assamese KZbinr. Bhukhan da is the first in Assam that no one has visited. thank you
@AssameseMixture
@AssameseMixture 17 күн бұрын
❤❤❤😊
@SUMAAN-v1r
@SUMAAN-v1r 17 күн бұрын
Waw ! Wonderful paradise and beautiful.Thank you sir your most hard working. Your blogs are nice n very good.
@pranamikabarman4139
@pranamikabarman4139 6 күн бұрын
Thank you so much apuni iman kasta Kari Chine r iman dhunia soundarya dekhuwale.....
@Meghali369
@Meghali369 16 күн бұрын
সকলো ৱে ইমান ধুনীয়া কৈ নী হাও বুলি কৈ সম্ভাষন জনাইছে, যদিও চীন দেশৰ মানুহ, সকলোৱেই কিন্তু ভাল দেই ❤❤❤❤
@ManjuBorah-z6g
@ManjuBorah-z6g 10 күн бұрын
Bahut dhuniya Thai ekhon dekhiboloi palu ❤❤❤
@KapilnathKapilnath-y5z
@KapilnathKapilnath-y5z 17 күн бұрын
Bohut val lagil God bless you
@TarunHandique
@TarunHandique 16 күн бұрын
বহুত ধন্যবাদ। আৰু আগ বাঢ়ক ।
@monjulahazarikadas8802
@monjulahazarikadas8802 16 күн бұрын
Thanks for caring. God bless you 🙏.
@RajashreeDuarah-xz6ob
@RajashreeDuarah-xz6ob 17 күн бұрын
Thank you dada apuna video tu sai Ane kuwa lagise Moi apuna log goi asu bohut dhunia jega poisa hole adin jam💕
@satyajitmajulimusical133
@satyajitmajulimusical133 17 күн бұрын
Heaven of gate fast assamese video. Thank you dada🎉❤❤ Tinsukia pora morom jasilo🎉❤❤❤
@sharmajoydev7496
@sharmajoydev7496 16 күн бұрын
Xundor xplore by chine......well
@ranjandas1158
@ranjandas1158 15 күн бұрын
বহুত ভাল লাগিল ।ধন্যবাদ ।
@padumikalita3899
@padumikalita3899 17 күн бұрын
Dhanyabad disu. Ag barhi jua.
@anisaikia8348
@anisaikia8348 17 күн бұрын
ধন্যবাদ ইমান ধুনীয়া চাফা।
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 162 МЛН
Amazing remote control#devil  #lilith #funny #shorts
00:30
Devil Lilith
Рет қаралды 16 МЛН
Disrespect or Respect 💔❤️
00:27
Thiago Productions
Рет қаралды 42 МЛН
Real Man relocate to Remote Controlled Car 👨🏻➡️🚙🕹️ #builderc
00:24
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 162 МЛН