বানাক্ৰান্তক আৰক্ষীৰ প্ৰহাৰক লৈ খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী। কিয় খঙত অগ্নিশৰ্মা হ'ল মুখ্যমন্ত্ৰী?

  Рет қаралды 13,915

ND24

ND24

2 жыл бұрын

বানাক্ৰান্তক আৰক্ষীৰ প্ৰহাৰক লৈ খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী। মুকলিকৈ ককৰ্থনা কৰিলে দৰঙৰ উপায়ুক্তক। কিয় খঙত অগ্নিশৰ্মা হ'ল মুখ্যমন্ত্ৰী?
News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: t.me/ND24Updates

Пікірлер: 25
@safiullah6989
@safiullah6989 2 жыл бұрын
যিটো মানুহে লাত মাৰিছে তাৰ ভৰি দুখন কাটি দিব লাগে
@tajulislam1727
@tajulislam1727 2 жыл бұрын
দাইলকতু ভাল লাগিল মামাৰ (বিয়া পাতিছো মই দৰা আহিব মোৰ ঘৰত পোলাউ বনাব দিছো মই বি লোৱা সকলে হাত এৰি নিদিয়ে।)
@prabhatkumargogoi2717
@prabhatkumargogoi2717 2 жыл бұрын
ভোকাতুৰৰ সমান খঙাল প্ৰাণী আন কোনো নাই, সেয়ে বানৰ তাণ্ডৱত সৰ্বস্ব হেৰোৱা তথা এসাঁজ খাই এসাঁজ নেখাই ভোকেলঘোণে দিন পাৰ কৰা জনগনৰ প্ৰতি সহানুভূতিশীল আৰু সংবেদনশীল হওক ৷ ৰাজকৰ্মচাৰী হিচাপে সাধাৰণ অৱস্থাত দেখাপোৱা গপ ভেম ইগ’ প্ৰেষ্টিজ বোৰ বানাক্ৰান্তৰ ওচৰলৈ যাওঁতে পকেটত ভৰাই ৰাখিব ৷
@puspadhardowarah1932
@puspadhardowarah1932 2 жыл бұрын
মানুহক বিশ্বাস কৰিবলৈ বৰটান।মহৰ্ষি ব্যাসৰ"মতে সাধাৰণতে কাকো বিস্বাস নকৰিবা আনকি নিজৰ পত্নীকো। নে কোনোবাই বেয়া পাইছে?
@basisthaacharya6590
@basisthaacharya6590 2 жыл бұрын
কিয়নো এই খেলিমেলি ? সকলোখিনি ৰাইজ আপোনাৰ পৰিয়ালৰ দৰে। এবাৰ ভাবি চাওকচোন নিজৰ যদি এনেধৰণৰ পৰিস্থিতি হ'ল হেতেন।
@simantavlog4497
@simantavlog4497 2 жыл бұрын
Axom police laj lagibo lage
@minudey7657
@minudey7657 2 жыл бұрын
মামালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
@MahidulIslam-me9tt
@MahidulIslam-me9tt 2 жыл бұрын
পুলিচক পানীৰ তলত ডুবাই ধৰিব লাগিছিল ।
@dimbeswarbordoloi970
@dimbeswarbordoloi970 2 жыл бұрын
জাৰি দিয়ক মামা
@pankajmedhi6771
@pankajmedhi6771 2 жыл бұрын
Suspend all vip DC u hv guts...all vip giri admins including police officer if any
@ramenchoudhury851
@ramenchoudhury851 2 жыл бұрын
Right
@anishborah7429
@anishborah7429 2 жыл бұрын
Moi ata kotha buja nai ji ajon mhanu kiman khine rason pai ..aru mithatel kiman gm pai .aru ajon mhanu kiman..dalie kiman gm pai...?
@bishawjitburagohain9888
@bishawjitburagohain9888 2 жыл бұрын
মাননীয় মুখ্যমন্ত্ৰীৰ এই পদক্ষেপটো দেখি সছাই ভাল লাগিল 🙏🙏 এজন জননেতাৰ কৰ্ম সদায় এনে হোৱা উচিত 👍👍
@tapansonowal6322
@tapansonowal6322 2 жыл бұрын
assam 6
@ranjansarkar9219
@ranjansarkar9219 2 жыл бұрын
Police lath mare E kela manuhar category t nopore
@RB-po2tc
@RB-po2tc 2 жыл бұрын
Bor dukh loga kotha dei....help bisari aahise.....vikhaari nohoi euluk
@khodezanazneen1768
@khodezanazneen1768 2 жыл бұрын
Physically handicap manuhjonok ki karone marile
@mainamaina2808
@mainamaina2808 2 жыл бұрын
আগতে জনসাধাৰণক সভ্যতাৰ পৰিচয়ৰ শিকাওক ্্ ৰাইজ যদি ভালেই তাত পুলিচৰ কাম কি ?
@rlrajibhussain4244
@rlrajibhussain4244 2 жыл бұрын
Aru de kela hot aru de bjpk vote gompali oil pale 2.50
@prasantakumardas9082
@prasantakumardas9082 2 жыл бұрын
Salute CM Himant Biswas Sarma EXCELLENT
@dattabaro7704
@dattabaro7704 2 жыл бұрын
Paltu kotha cm H.B Sarma
@anjaliray1706
@anjaliray1706 2 жыл бұрын
Right
Mom's Unique Approach to Teaching Kids Hygiene #shorts
00:16
Fabiosa Stories
Рет қаралды 36 МЛН
Alex hid in the closet #shorts
00:14
Mihdens
Рет қаралды 17 МЛН
Ouch.. 🤕
00:30
Celine & Michiel
Рет қаралды 23 МЛН
პოლიციის ფაილები - ყაჩაღობა მცხეთაში
36:08
შინაგან საქმეთა სამინისტრო
Рет қаралды 161 М.
Ip Man 2 | The Boxing Competition
15:57
Cinewatch
Рет қаралды 6 МЛН
When A Gang Leader Confronted Muhammad Ali
11:43
Boxing After Dark
Рет қаралды 5 МЛН
Mom's Unique Approach to Teaching Kids Hygiene #shorts
00:16
Fabiosa Stories
Рет қаралды 36 МЛН