বান-গৰাখহনীয়াৰ ‘ৰিপ’ৰ্টিং’ সাংসদ গৌৰৱৰ

  Рет қаралды 26,365

The CrossCurrent

The CrossCurrent

18 күн бұрын

#graphiccontent
‘সাংবাদিক’ৰ ৰূপত সাংসদ গৌৰৱ গগৈ। বান-গৰাখহনীয়াৰ ‘ৰিপ’ৰ্টিং’ সাংসদ গৌৰৱৰ। বান-গৰাখহনীয়া ৰোধৰ বাবে কিমান টকা ব্যয় কৰিলে কেন্দ্ৰীয় চৰকাৰে? কেমেৰাৰ আগত বান-গৰাখহনীয়াক লৈ কি কি ক’লে ‘সাংবাদিক’ গৌৰৱ গগৈয়ে?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 27
@AdityaNarah-o8k
@AdityaNarah-o8k 16 күн бұрын
Good
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs 16 күн бұрын
Good 👍 Gogoi sir 🙏
@fakaruddinahmed3785
@fakaruddinahmed3785 16 күн бұрын
মাননীয় গৌৰব গগৈয়ে কোৱা কথাবোৰ সছা ।
@KoustavBoruah103
@KoustavBoruah103 10 күн бұрын
মাননীয় গৌৰৱ গগৈৰ নিচিনা নেতা থকাৰ বাবে আজি প্ৰতিটো সমস্যাৰ যোৰহাটত সমাধান হৈছে । সেইকাৰণে গৌৰৱ গগৈ অসমৰ বাবে গৌৰৱ তেওঁৰ নিচিনা নেতা অসম t প্ৰয়োজন । মাননীয় গৌৰৱ গগৈক মোৰ ফালৰ পৰা কোটি কোটি প্ৰণাম জাছিলো । 🙏❤️
@ayotriphukonmohan5638
@ayotriphukonmohan5638 13 күн бұрын
গৌৰৱ গগৈ দেৱলৈ চেল্যুট জনালোঁ ৷
@ajjimili3961
@ajjimili3961 16 күн бұрын
Good news ❤❤❤❤
@mahendradas1610
@mahendradas1610 16 күн бұрын
ধুনীয়া । সাংবাদিকে নেদেখাটো গগৈ ডাঙৰীয়াই দেখাই দিছে ।
@hamidulali7436
@hamidulali7436 16 күн бұрын
গৌৰব গগৈ জিনদাবাদ বিজেপি মোৰদা
@user-pv9sm5kx8x
@user-pv9sm5kx8x 16 күн бұрын
good
@mantajali11
@mantajali11 16 күн бұрын
We are with Gourav
@hare0435
@hare0435 15 күн бұрын
❤❤❤
@RajeshBiruah
@RajeshBiruah 14 күн бұрын
Anakua neta pua tu luck lagibo.happy jurhat or jonota
@prandiphazaika1882
@prandiphazaika1882 16 күн бұрын
Gaurav Gogoi jindabad
@bobitabhuyan3260
@bobitabhuyan3260 15 күн бұрын
Good sir
@sarojgogoi2685
@sarojgogoi2685 16 күн бұрын
Right
@user-fp6ud8ym5k
@user-fp6ud8ym5k 16 күн бұрын
Why this news reporter is calling MP Gaurav Gogoi as a reporter ? It's his part of a duty to see the flood situation in Assam and take information from the affected people as a moral duty.
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr 16 күн бұрын
Gaurav Gogoi zindabad
@mostafizurrahman9115
@mostafizurrahman9115 13 күн бұрын
Love you sir ❤ congress Zindabad
@pgoswami5378
@pgoswami5378 16 күн бұрын
কথাবাৰ্তাৰ ঢং, দম্ভ আৰু চৰ্দাৰী দেখোন একেই আছে,সেই ৩০৩খন আসন পোৱাৰ দৰে।কতা? দূৰ্বলতাতো নাই। মূল সহযোগী দল দুটাকো পৰোৱাই কৰা নাই। বিচৰামতে এই দুই দলক মন্ত্ৰীত্বও নিদিলে,অধ্যক্ষপদটিও নিদিলে। দুইটা দলকে কায়দাৰে কাবু কৰি লগত ৰাখি চলাই যাব ৰাজ।দুই দলে বিশেষ ৰাজ্যৰ মৰ্যদা খুজি খুজি ভাগৰি যাব,কিন্তু দিব যে আশা কম। এনেয়ে সময়বোৰ খেদি থাকিব,লগত কব্জা কৰি ৰাখিব,দপদপাই ৰাজত্ব চলাই যাব। ৰাইজে তাকেই যেন অনুধাৱন কৰি সৰ্বত্ৰ আলোচনা কৰি আছে।
@tapasmali813
@tapasmali813 16 күн бұрын
Best MP
@hamidulali7436
@hamidulali7436 16 күн бұрын
বিজেপি য়ে আমাক বহুত ঠগিলে আৰু ঠগিব নিদিও
@JakirHussain-nh7ho
@JakirHussain-nh7ho 16 күн бұрын
প্রধান মন্ত্রী অসমৰ গামুচাৰ মুলল দিবনে। বান পানীত কক বকাই থকা পেতট গামুচা বানধী থাকা বান পিৰিত ৰাইজক
@pgoswami5378
@pgoswami5378 16 күн бұрын
অসমীয়া শব্দৰ বানান বোৰ শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিলে আগলৈ ভালদৰে শুদ্ধকৈ লিখিব পাৰিব।
@assamecomedy2275
@assamecomedy2275 16 күн бұрын
গৌৰৱ গগৈ ,কংগ্ৰেছৰ দিনত কি কৰিছিল?কংগ্ৰেছৰ দিনত বানপানী হোৱা নাছিল নেকি?নগাঁও বানপানী হোৱাৰ এলেকাত কিয় বৰদলৈক দেখা নগল ?
@MunnaBhai-e7q
@MunnaBhai-e7q 16 күн бұрын
Andha vakt
@piyarashik2020
@piyarashik2020 16 күн бұрын
Good
@user-wh4vw4sp9k
@user-wh4vw4sp9k 16 күн бұрын
Good
ПРОВЕРИЛ АРБУЗЫ #shorts
00:34
Паша Осадчий
Рет қаралды 6 МЛН
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 60 МЛН
ПРОВЕРИЛ АРБУЗЫ #shorts
00:34
Паша Осадчий
Рет қаралды 6 МЛН