Рет қаралды 63,810
বানত বিলৈ বন্য জীৱ-জন্তুৰ। পানীৰ তলত কাজিৰঙা-পবিতৰা-ওৰাং। আলৈ-আথানি নোহোৱা হৈছে বানত আৱদ্ধ জীৱ-জন্তুৰ। পানীত আৱদ্ধ উৱাদিহ বিহীন গঁড়, ঢেকীয়াপতীয়া বাঘ, ওখ স্থানৰ সন্ধানত মানুহৰ ঘৰত আশ্ৰয়।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/