Рет қаралды 197,998
📌নুমলীগড়ৰ ৰাজপথত দুই বন্যহস্তীৰ তয়াময়া যুঁজ। কেমেৰাত বন্দী শিহৰণকাৰী দৃশ্য। প্ৰায় এঘণ্টাৰ বাবে স্তব্ধ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত। হাতী খেদিবলৈ শূন্যলৈ গুলীচালনা বনকৰ্মীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/