No video

বঙাইগাঁও চহৰৰ ওল্ড কলোনীত শিৱ মন্দিৰৰ সমীপত সৃষ্টি হৈছে এক অস্বাস্থ্যকৰ পৰিৱেশৰ।

  Рет қаралды 453

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#BONGAIGAON | বঙাইগাঁও চহৰৰ ওল্ড কলোনীত শিৱ মন্দিৰৰ সমীপত সৃষ্টি হৈছে এক অস্বাস্থ্যকৰ পৰিৱেশৰ। ওচৰ চুবুৰীয়াৰ ৰাইজে ভালদৰে উশাহ লব পৰা নাই এই দূৰ্গন্ধময় জাৱৰ জোথৰৰ বাবে।
ৰেলৱে কৰ্তৃপক্ষই ৰাইজৰ সুবিধাৰ্থে এটি ডাষ্টবিন নিৰ্মান কৰিছিল যদিও আজি এই ডাষ্টবিন সোমাই পৰিছে জাৱৰ জোথৰৰ মাজত।
স্থানীয় ৰাইজে ৰেলৱে কৰ্তৃপক্ষক আহ্বান জনাইছে যেন অতি সোনকালেই এই সন্দৰ্ভত বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে আৰু নিয়মীয়া ভাৱে এই ঠাইডোখৰ পৰিষ্কাৰ কৰি এই অস্বাস্থ্যকৰ পৰিস্থিতিৰ পৰা ৰাইজক মুক্তি দিয়ে।
#bongaigaontimes #bongaigaon_assam #publicissues #PublicProblem #NewsUpdate #BreakingNews #news

Пікірлер
Ouch.. 🤕
00:30
Celine & Michiel
Рет қаралды 49 МЛН
Pool Bed Prank By My Grandpa 😂 #funny
00:47
SKITS
Рет қаралды 19 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 47 МЛН
Ouch.. 🤕
00:30
Celine & Michiel
Рет қаралды 49 МЛН