ভাগৱত উৎপত্তি, ভাগৱত কোনে লিখিলে ? ভাগৱত জ্ঞান প্ৰথমে কোনে পালে?

  Рет қаралды 43,345

Sriborah

Sriborah

Күн бұрын

#ভাগৱত উৎপত্তি। ভাগৱত ব্যাখ্যা#অসমীয়া

Пікірлер: 243
@girishbaishya1176
@girishbaishya1176 2 ай бұрын
❤❤❤
@devinjli186
@devinjli186 2 ай бұрын
অতি সুন্দৰ ব্যাখ্যা
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ 🙏। হয়তো ঈশ্বৰৰ কৃপা
@user-tt7zv1bb7f
@user-tt7zv1bb7f Ай бұрын
Ati sundor
@sriborah
@sriborah Ай бұрын
ধন্যবাদ কৃষ্ণ কৃষ্ণ 🙏
@jagatnath1729
@jagatnath1729 2 ай бұрын
Bahut2 dhanyvad 🙏🙏🙏🙏
@sriborah
@sriborah 2 ай бұрын
কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏
@Radhika-x6h
@Radhika-x6h 2 ай бұрын
Aponar bhagbat path shrabn kari bhut val lagil
@sriborah
@sriborah 2 ай бұрын
কৃতজ্ঞ হ'লো আপোনাৰ মন্তব্যৰ বাবে, ধন্যবাদ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
@protimaboruah682
@protimaboruah682 2 ай бұрын
কৃষ্ণ
@sriborah
@sriborah 2 ай бұрын
কৃষ্ণ 🙏
@RupaliBorah-m4w
@RupaliBorah-m4w 2 ай бұрын
Bohut janilu bap Dhanyabaad bap
@sriborah
@sriborah 2 ай бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
@dlohor3616
@dlohor3616 2 ай бұрын
Bhal lagil 🙏
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ 🙏
@user-mk4hr8gs7x
@user-mk4hr8gs7x 2 ай бұрын
Krishna Krishna, very nice.
@sriborah
@sriborah 2 ай бұрын
Thanks for liking কৃষ্ণ 🙏
@gupalgogoi4988
@gupalgogoi4988 3 ай бұрын
Bapjona hunibhal lagil kisno kisno
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ 🙏 বাপ
@dibakarbarkakaty8158
@dibakarbarkakaty8158 5 сағат бұрын
Joy sri krishna
@sriborah
@sriborah 3 сағат бұрын
কৃষ্ণ কৃষ্ণ 🙏
@munindraborgohain6054
@munindraborgohain6054 2 ай бұрын
Krishna. Parvu. Oti.hundor. Palu.huni.ami.murhamati.parvu..Akuma.najanu.🎉🎉
@sriborah
@sriborah 2 ай бұрын
আপোনাৰ ভাষাতে আপোনাৰ ভক্তি প্ৰকাশ পালে। লগতে আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏🙏
@mridulkumarsarma1679
@mridulkumarsarma1679 2 ай бұрын
Really nice explanations. wish to have much more knowledge from you.God bless you.
@sriborah
@sriborah 2 ай бұрын
Thanks a lot
@hemangakalita3273
@hemangakalita3273 2 ай бұрын
ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ মই বহুত সৰুৰ পৰা ভাগৱত পাঠ শুনিছোঁ ভাগৱত পাঠ শুনি বহুত ভাল পাওঁ। এই পাঠ শুনিলে জীৱন সুখ, শান্তিৰে ভৰি পৰে ।
@sriborah
@sriborah 2 ай бұрын
বহু ধন্যবান আপুনি। ঈশ্বৰৰ কথাত মন দিব পৰা বহু ভাগ্যৰ কথা। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
@hemangakalita3273
@hemangakalita3273 2 ай бұрын
Ram Krishna, ram Krishna, ram Krishna 🙏🙏🙏
@user-mh3ql6wz7l
@user-mh3ql6wz7l 2 ай бұрын
কণ্ঠ অতি সুন্দৰ।
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ 🙏☺️ কৃষ্ণ
@nibirbaruahvii-b-1713
@nibirbaruahvii-b-1713 4 ай бұрын
Val lagil, Krishna 🙏🙏🙏
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ
@user-nu5gf8wn8l
@user-nu5gf8wn8l 26 күн бұрын
কৃষ্ণ বৰ ভাল লাগিল আৰু শ্ৰৱন কৰিবলৈ পাম বুলি আশা ৰাখিছো
@sriborah
@sriborah 26 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ। নিশ্চয় প্ৰয়াস কৰিম
@user-ek5po6mu7g
@user-ek5po6mu7g 2 ай бұрын
Bhal palu krishna bap
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ বাপ 🙏 কৃষ্ণ 🙏
@chanchurimasaikia9133
@chanchurimasaikia9133 4 ай бұрын
Dhunia sir...waiting for next video
@sriborah
@sriborah 4 ай бұрын
Very soon
@rupadutta5939
@rupadutta5939 4 ай бұрын
নমস্কাৰ
@sriborah
@sriborah 4 ай бұрын
🙏
@cenirambora2377
@cenirambora2377 2 ай бұрын
আগলৈও এনে সমীক্ষা পোৱাৰ মানসেৰে , ধন্যবাদ
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ 🙏। নিশ্চয় প্ৰয়াস কৰিম।
@arunpathak2120
@arunpathak2120 4 ай бұрын
কৃষ্ণ। কথাখিনি শুনি সন্তোষ লভিলো। জয় গুৰু শঙ্কৰ।
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ বাপ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@runubora7492
@runubora7492 3 ай бұрын
1111111111111111111111😊 Babu😊😅😢😮​@@sriborah
@phuleswarrabha6142
@phuleswarrabha6142 2 ай бұрын
ভাগৱত হেনো মৰাসাপৰ আৰম্ভ কৰি জীয়া সাপৰ কাহিনীৰে সামৰণি পৰা বুলি কোৱা হয়৷ কাহিনী আৰু তত্ত্ব ভাগৱতৰ দুখানি চৰণ ৷ তত্ত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়ালে আমি আৰু উপকৃত হলোঁহেঁতেন ৷কৃষ্ণ৷
@sriborah
@sriborah 2 ай бұрын
ঠিক আছে বাপ জনা। অতি সোনকালেই ব্যাখ্যাৰ বাবে প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏
@ProbalKhataniar
@ProbalKhataniar 2 ай бұрын
ডেকা বনধু বাপ অতি মনোৰম
@sriborah
@sriborah 2 ай бұрын
কৃষ্ণ 🙏 ধন্যবাদ 🙏
@RajbongshiBorah
@RajbongshiBorah 4 ай бұрын
ভাল লাগিল। আকৌ কিছু কথা শিকিবলৈ পালো। ধন্যবাদ।🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@user-fl7do6pr2h
@user-fl7do6pr2h 3 ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ। কৃষ্ণ 🙏
@hemkantaborah7434
@hemkantaborah7434 2 ай бұрын
আপোনাৰ ব্যাখ্যাত অমৃত বৰষিছে।
@sriborah
@sriborah 2 ай бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏। আপোনালোকৰ আশীৰ্বাদত আৰু ঈশ্বৰৰ কৃপাত, আমাৰ তাত একো নাই বাপ 🙏। কৃষ্ণ 🙏
@bhaskarhazarika4429
@bhaskarhazarika4429 2 ай бұрын
কৃষ্ণ কৃষ্ণ,আলোচনা কৰা ভাগৱত দৰ্শণত বহু কথাই আলোচনা হল আৰু বহুত ভাল লাগিল।আগলৈ মনত খুদৱনি লাগি থকা প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাৰে সেৱা ভাগ থাকিল।কৃষ্ণ
@sriborah
@sriborah 2 ай бұрын
আমি নৰাধম সেৱাৰ যুগ্য নহয় বাপ ঈশ্বৰ। তথাপি ধন্যবাদ জনালো বাপ 🙏 পূৰ্ব সঞ্চিত পূৰ্ণ্যৰ বাবে হয়তো আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏
@jitenhazarikajitenhazari-gk6kb
@jitenhazarikajitenhazari-gk6kb 4 ай бұрын
কৃষ্ণ কৃষ্ণ,🙏🙏
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ বাপ 🙏
@hemkantaborah7434
@hemkantaborah7434 4 ай бұрын
সকলো ধৰ্মৰ মাতৃ ধৰ্ম হ'ল হিন্দুধৰ্ম বা সনাতন ধৰ্ম। এই ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম।
@sriborah
@sriborah 4 ай бұрын
সকলোৰে জ্ঞাত কথাভাগ স্মৰণ কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো বাপ।🙏
@user-jh3ik5zu6d
@user-jh3ik5zu6d 4 ай бұрын
অতি সুন্দৰ
@sriborah
@sriborah Ай бұрын
ধন্যবাদ কৃষ্ণ 🙏
@susilkalita8039
@susilkalita8039 2 ай бұрын
🙏🌹🙏🏾. Krishna krishna 🎉Bap. Aaponar bhagwat katha khuni bar bhal lagil ❤Thanks ❤
@sriborah
@sriborah 2 ай бұрын
বহু বহু ধন্যবাদ 🙏 কৃষ্ণ 🙏
@rampagelynx
@rampagelynx 4 ай бұрын
Bap aapuni continue prosar kori pathiaai thakibo dei, krishna
@sriborah
@sriborah 4 ай бұрын
আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগত চেষ্টা কৰিম, কৃষ্ণ 🙏
@user-wo3dx9ud8i
@user-wo3dx9ud8i 4 ай бұрын
Bap. Apunal. Dhynybaf
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏
@pratulgogoi4880
@pratulgogoi4880 4 ай бұрын
P
@DudulSaikia-ko2lf
@DudulSaikia-ko2lf 4 ай бұрын
Jay guru SANKAR....bora baap sundar oviprai Krishna krishna .....
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ বাপ 🙏। বহু লোকৰ ইচ্ছাত অলপ আগবাঢ়িব লগা হল। আশীৰ্বাদ কৰিব।🙏
@modanborah2333
@modanborah2333 3 ай бұрын
কৃষ্ণ, আপোনাৰ ভাগৱত সন্দৰ্ভত শুনাৰ আগতেই কৃষ্ণ বুলিছো।
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ 🙏 কৃষ্ণ 🙏
@sabitrimedhi6564
@sabitrimedhi6564 4 ай бұрын
কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@ilimasaikia1908
@ilimasaikia1908 4 ай бұрын
Bap pronam jonalu, bohut najona kotha janilu bhal lagil
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ, প্ৰণাম 🙏
@tutumonibordoloi8513
@tutumonibordoloi8513 3 ай бұрын
কৃষ্ণ কৃষ্ণ‌ বাপ ,, আগলৈ এনেকুৱা তত্ত্বৰ গধোৰ বাখ্যা পাম বুলি আশা ৰাখিলোঁ
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ 🙏 ঈশ্বৰৰ কৃপা হ'লে নিশ্চয় প্ৰয়াস কৰিম
@nawadowarah7737
@nawadowarah7737 4 ай бұрын
Om bhagawatein Bashudevay 🙏🙏
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@user-xy7ov4nz9u
@user-xy7ov4nz9u 4 ай бұрын
Bap pranam জনাইছোঁ
@sriborah
@sriborah 4 ай бұрын
কৃপা কৰিলে আমাক। কৃষ্ণ 🙏
@manashipathak1810
@manashipathak1810 3 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা
@sriborah
@sriborah 3 ай бұрын
কৃষ্ণ 🙏 ☺️ ধন্যবাদ 🙏
@nimnitamahanta7390
@nimnitamahanta7390 4 ай бұрын
Krishna Ram
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ
@Lipibora
@Lipibora 4 ай бұрын
Apunar pratitu video pora bohut najona kotha janibo pari. Moi xodai sao aru bohut kotha janibo paru.
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏☺️
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 4 ай бұрын
Krishna Krishna krishna
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@Tulikaartacademy912
@Tulikaartacademy912 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত কৌতি প্ৰনাম জনালো। প্ৰভূ নাৰায়ণে‌‌ আপোনাক আগলৈ আৰু আগুৱাই যোৱাৰ পথ দিয়ক কৃষ্ণ কৃষ্ণ।
@sriborah
@sriborah 3 ай бұрын
আমি অধম প্ৰণামৰ যোগ্য নহয়। কৃষ্ণ 🙏। আৰু ঈশ্বৰৰ কথা দুটা প্ৰকাশ কৰিবলৈ পোৱাতো পূৰ্ব পূণ্যৰে ফল চাগে।আপোনালোকৰ আশীৰ্বাদ‌ৰ বাবে নতশিৰে সেৱা কৰিছোঁ। ধন্যবাদ, 🙏 কৃষ্ণ কৃষ্ণ।
@BhabaniDas-ok6zh
@BhabaniDas-ok6zh 3 ай бұрын
​@@sriborah😅
@chiranjidas-6829
@chiranjidas-6829 4 ай бұрын
Good
@sriborah
@sriborah 4 ай бұрын
Thanks
@lohitdas63
@lohitdas63 4 ай бұрын
Best vagawat byakhya
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏
@bhadreswardeka1695
@bhadreswardeka1695 4 ай бұрын
Krishna Krishna. Right thanks.
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ বাপ 🙏।
@sriramjairamjaijairam4870
@sriramjairamjaijairam4870 3 ай бұрын
Bhot bhal lagil Dada . Ja par kripa Ram hoi ta par kripa kore sab koi. Jai gurudev 🙏 Jai sriram 🙏🙏🙏
@sriborah
@sriborah 3 ай бұрын
বহু ধন্যবাদ 🙏 কৃষ্ণ 🙏
@user-zg2tc9hl6v
@user-zg2tc9hl6v 4 ай бұрын
অতি সুন্দৰ, নজনা কিছুকথা শিকিবলৈ পালো ৷ ধন্যবাদ
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ বাপ। সহযোগ কৰিব।🙏
@bharatisaikia9848
@bharatisaikia9848 2 ай бұрын
আপোনাৰ পৰা ভাগৱত সম্বন্ধে বহু জ্ঞান লাভ কৰিলো , আপোনাক অশেষ ধন্যবাদ ও সেৱা জনালো 🙏 🙏🙏
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদেৰে সেৱা জনালো। কৃষ্ণ 🙏🙏
@user-gv5st9wr3d
@user-gv5st9wr3d 4 ай бұрын
🙏
@sriborah
@sriborah Ай бұрын
🙏🙏
@jatindas4577
@jatindas4577 4 ай бұрын
সুন্দৰ ব্যাখ্যা। অতি আপ্লুত হলোঁ। অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
@sriborah
@sriborah 4 ай бұрын
বহু বহু ধন্যবাদ জনালো। 🙏🙏🙏
@rulisaikia
@rulisaikia 4 ай бұрын
Val lagile bhut, vogobanor kotha, Tate ako apunar mukhot.... Ami bhut dinor agore pora apunak koi asilu, apunar protiva bur alop prokax korok buli.... Eibar xokolure monor vab pur hol... Dhoinabad Bap.. Next video sabole opekha korilu... 🙏
@sriborah
@sriborah 4 ай бұрын
বহু বহু ধন্যবাদ। কৃষ্ণ 🙏
@himangshuborah5865
@himangshuborah5865 4 ай бұрын
Moja DOST.
@sriborah
@sriborah 4 ай бұрын
Thank you
@ajantasharma7949
@ajantasharma7949 2 ай бұрын
সুন্দৰ উপস্থাপন ।
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ 🙏
@monihazarika7521
@monihazarika7521 3 ай бұрын
শ্ৰী কৃষ্ণায়ে নমঃ
@sriborah
@sriborah 3 ай бұрын
জয় কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@user-gh6sk7wp4d
@user-gh6sk7wp4d 2 ай бұрын
Jai shree krishna ,jai shree krishna,,,
@sriborah
@sriborah 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@jagannathsaikia7139
@jagannathsaikia7139 4 ай бұрын
Bohut dhoinbad bap... Apunar kotha bujai dia method2 xosake bhut dhunia... Next video xunkale Akon Pam buli axa rakhilu... Krishna
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏। হয় হয়। সকলোৰে তাগিদাৰত চেষ্টা এটা কৰিছোঁ।
@aratigogoi918
@aratigogoi918 4 ай бұрын
y​@@sriborah
@kamaleswarswargiary4499
@kamaleswarswargiary4499 4 ай бұрын
Bahut bahut dhanyawad
@sriborah
@sriborah 4 ай бұрын
🙏
@user-ib3gf9dq6b
@user-ib3gf9dq6b 3 ай бұрын
কৃষ্ণ বহুত বহুত ভাল ল লাগিল
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ বাপ 🙏
@jagatborah8174
@jagatborah8174 3 ай бұрын
চতুৰ্থ : #সূত আৰু #শুক == ভগৱান শ্ৰীকৃষ্ণৰ কোলাত মহৰ্ষি ৰোমহৰ্ষণ সূতৰ মূৰ তুলি লৈ কৃষ্ণই ৰোমহৰ্ষণক সুধিলে কি বৰ লাগে সূতে কলে ৭ দিন ভাগৱত শুনিব বিছাৰোঁ প্ৰভু । তেতিয়া মহৰ্ষি ব্যাসদেৱে সৌতিক ভগৱতৰ মূল আসনলৈ আমন্ত্ৰণ জনালত পিতৃৰ মৃত্যুত অশুচি হৈ থাকি শাস্ত্ৰ আদি পাঠ কৰিব নাপায় বুলি কলত ব্যাস দেৱে কয়. এনেদৰে ... ""কৃষ্ণ নিগদতি শুনিওক সৌতিবৰ তোমাৰ পিতৃ জানা মৰিও অমৰ। ভাগৱত যত দিন ভুমিত থাকিবে তব পিতৃ ভাগৱত সঙ্গত ৰহিবে। এহি শাস্ত্ৰ যি লোকে কৰায় পঠন সূতৰ আসন আগে কৰিব থাপন। মূল আসনত সূত থাপিবন্ত জানি মোৰ সঙ্গে থাকিবন্ত সূত মহামানী। এহি সময়ত যত হৈব শাস্ত্ৰগণ ৰঙ্গা বস্ত্ৰ আভৰণ সূতৰ চিহ্নন। যোহি আসনত নাথাকিলে ৰক্ত চিন সেহি সবে কৰিবেক মোৰ বাক্য হীন। " (সূত সংহিতা আদি ভাগৱত) মহামুনি ব্যাসৰ আমন্ত্ৰণ পাই ৰোমহৰ্ষণৰ পুত্ৰ সৌতিয়ে আচাৰ্য্য আসনৰ ওচৰ পাই পিতৃৰ মুখলৈ চাই কান্দিবলৈ ধৰে। পুত্ৰৰ কান্দোন শুনি পুত্ৰক গুৰু ব্যাসক মাতি দিবলৈ কলে আৰু কলে গুৰু ব্যাসদেৱে যি গুৰুভাৰ দিছিল শেষ সময়ত সেই দায়িত্ব গুৰুক অৰ্পণ কৰি যাওঁ। তেতিয়া নাৰায়ণে কলে ৰোমহৰ্ষণ সূতক কলে এনেদৰে ..... " কৃষ্ণে বুলিলন্ত সূত শুনা মোৰ বাক তুমি মোৰ কোলাত আছা ভয় কৰা কাক। যত দিন দুগ্ধ মাৱে পোৱালিক দিব যত দিন পৃথিৱীত ৰসক থাকিব। কহিলো তোমাক মই লৱ বিবৰণ চাৰি যুগে থাকিবন্ত তোমাৰ কীৰ্তন। থাকিবন্ত আকাশত মণ্ডল যত দিন যত দিন বেদ মন্ত পঢ়িব ব্ৰাহ্মণ। যত দিন আকাশত চন্দ্ৰ দেৱ ৰৱ যত দিন সূৰ্য্য বায়ুআকাশে ৰহিব। সেহি সময়তো থাকিব তোৰ গুণচয় ভাগৱত যৈতে থাকে থাকিবি তথায়। মইয়ো থাকিবাহা আসনৰ দুৱাৰে তুমি থাকিবাহা সূত আসনৰ ওপৰে। "" (আদি ভাগৱত সূত সংহিতা) তাৰ পিছত লোমহৰ্ষণ সূত গোস্বামী দেৱৰ গুৰু ব্যাস দেৱে কলে.... "ৰক্ত বৰ্ণ বস্ত্ৰ লৈব কৰি আস্বাদন মুণ্ড গোট হৈব ভাগৱত খান। নাক গোট হৈব তোৰ প্ৰসাদৰ ঘ্ৰাণ জিহ্বাখান হৈব তোৰ পাঠৰ শ্ৰৱণ। ভাগৱত বন্ধা ৰচী তোৰ কেশ হৈব চক্ষু দুটি ভাগৱতৰ আখৰে থাকিব। সৰ্ব দেহ থাকিবন্ত ভাগৱতে বহি যৈতে থাকে ভাগৱত তৈতে থাকিবিহি। " (আদি ভাগৱত, সূত সংহিতা) এই দৰে প্ৰভু শ্ৰীকৃষ্ণ আৰু মহৰ্ষি বেদব্যাসদেৱে মহৰ্ষি ৰোমহৰ্ষণ সূত গোস্বামীক বৰ দিলে ৭ দিন পুত্ৰ সৌতিকৰ ভাগৱত পুৰাণ পাঠ সফল সমাপ্তিৰ লগে লগে নিশ্বাস ব্ৰহ্মত শ্ৰীকৃষ্ণৰ শৰীৰত ৰোমহৰ্ষণ দেৱৰ আত্ম লীন হৈ গল। ভাৰতীয় সনাতন হিন্দু ধৰ্মৰ এগৰাকী আৰ্য মহৰ্ষি নৈমিষাৰণ্যত ধৰ্মৰ প্ৰথম ছহিদ হ'ল। মহৰ্ষি ৰোমহৰ্ষণ সূত গোস্বামীৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ উগ্ৰশ্ৰবা সূত ব্যাস আসনত অধিস্থিত হয়, যি জনক সকলোৱে শ্ৰীসূত গোস্বামী বুলি জনাজাত হয়। তেওৰ পিছত মনোহৰ সূত, শ্ৰুতি জনমালি সূত, মহাভাগৱত পাঠৰ ব্যাস আসনত অধিস্থিত হৈ এক ঈশ্বৰ মতবাদ, বৈষ্ণৱ ধৰ্মৰ ধ্বজা আগুৱাই নিয়ে। ক্ৰমশঃ
@sriborah
@sriborah 3 ай бұрын
বহু ধন্যবাদ জনালো বাপ 🙏 এনেদৰে আগলৈকো লিখি জনাব বুলি আশা প্ৰকাশ কৰিলোঁ।
@user-sw9qm6nq7v
@user-sw9qm6nq7v 3 ай бұрын
Krishna bap ati sundar haise Krishna
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ 🙏। কৃষ্ণ কৃষ্ণ 🙏
@Shua_098
@Shua_098 3 ай бұрын
Huni Jani bahut bhal lagil, Ane ghan amar hamajar udi aha prasanmar babe khubai praujan
@sriborah
@sriborah 3 ай бұрын
আপোনাৰ মন্তব্যত সহমত প্ৰকাশ কৰিলোঁ। ধন্যবাদ 🙏
@Lipibora
@Lipibora 4 ай бұрын
Waiting for your next video
@sriborah
@sriborah 4 ай бұрын
Thank you
@mamonidevisharma534
@mamonidevisharma534 4 ай бұрын
বৰ ভাল পালো কথা খিনি শুনি জানিও শেষ কৰিব নোৱাৰি মহা ভাগৱতৰ কথা ৷
@sriborah
@sriborah 4 ай бұрын
হয় হয়। কৃষ্ণ 🙏 মন্তব্যৰ বাবে ধন্যবাদ
@harakantatamuli1053
@harakantatamuli1053 4 ай бұрын
Krishna Krishna , Bor hundorkoi kotha khini bujai kole .🙏🙏🙏 Bor bhal lagil aru aagoloi u Aapunar jugedi Bhagawat r bikhoe janiboloi paam buli akha rakhilu .🙏🙏🙏
@sriborah
@sriborah 4 ай бұрын
আপোনাৰ মন্তব্যই আমাক আগ্ৰহ জন্মালে। ধন্যবাদ। কৃষ্ণ 🙏🙏🙏
@karabisarma3597
@karabisarma3597 4 ай бұрын
মূল হ'ল গীতা শ্ৰীমত ভগবদ গীতা বাকীবোৰ হ'ল কাহিনী,প্ৰথম ব্ৰহ্মাই জ্ঞান পাইছিল নাৰায়ণৰ পৰা,এই নাৰায়ণ হ'ল, সকলো জীৱৰ পিতৃ পৰম পিতা পৰমাত্মা শিব , ব্ৰহ্মাই‌ হ'ল সত্তযুগত শিশু কৃষ্ণ ৰূপে জম্ম গ্ৰহণ কৰিব ৰাজপাটত বহাৰ পিছত ‌বিশ্ব মহাৰাজন হৈ পুৰা‌ বিশ্ব শাসন কৰিব , গোটেই সৃষ্টিৰ বৰ্তমান ৰচনা চলি আছে এক পৰমাত্মাৰ দ্বাৰা ....
@sriborah
@sriborah 2 ай бұрын
🙏
@SikhaBorah-if1kh
@SikhaBorah-if1kh 4 ай бұрын
Anekoi likhi thakib,
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏। চেষ্টা কৰিম
@user-jp7nm8bg6e
@user-jp7nm8bg6e 5 күн бұрын
@@sriborah zoom lens
@badankalita8363
@badankalita8363 2 ай бұрын
বহু ত ভাল লাগিল।। ধন্যবাদ।।
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ 🙏
@lukumailekharu1022
@lukumailekharu1022 3 ай бұрын
Bohut bhal lagil.
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ 🙏
@dipikadevi4923
@dipikadevi4923 4 ай бұрын
বহুত ভাল লাগিল, আতিগুৰি মাৰি জানিবলৈ পালোঁ।
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ। কৃষ্ণ 🙏
@mamoniboruah2986
@mamoniboruah2986 4 ай бұрын
🙏 🙏
@sriborah
@sriborah Ай бұрын
🙏
@afreenahmed222
@afreenahmed222 3 ай бұрын
Excellent 🙏🙏🙏🙏
@sriborah
@sriborah 3 ай бұрын
Thanks a lot
@user-lm5hb1to9i
@user-lm5hb1to9i 3 ай бұрын
Krishna Krishna
@sriborah
@sriborah 3 ай бұрын
কৃষ্ণ 🙏
@JintuNeog-ld2so
@JintuNeog-ld2so 3 ай бұрын
Bohut val lagil dada
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ
@prabinchandrdeka9512
@prabinchandrdeka9512 11 күн бұрын
ৰন্তূ শইকীয়া
@sriborah
@sriborah 11 күн бұрын
ধন্যবাদ 🙏
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজন
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@user-ym5dw6ct9k
@user-ym5dw6ct9k 3 ай бұрын
Thankyou please aru adhik jonar axare
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ 🙏। নিশ্চয় প্ৰয়াস কৰিম
@mrinmoybora5520
@mrinmoybora5520 4 ай бұрын
Notun kotha jani val lagil.. Deka lora
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ ডেকা বন্ধু😊
@ranjandas1158
@ranjandas1158 4 ай бұрын
ভাল ।লাভাম্বিত হ'লো ।
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏
@jurisaikia7456
@jurisaikia7456 2 ай бұрын
Val lagil
@sriborah
@sriborah 2 ай бұрын
বহু ধন্যবাদ 🙏
@jiyashribora7697
@jiyashribora7697 4 ай бұрын
কৃষ্ণ
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 4 ай бұрын
Jai shree krishna
@deboborah5858
@deboborah5858 4 ай бұрын
আকৌ কৃষ্ণবোলে মানুহ । হয়, বিষ্ণুৰ অৱতাৰ কৃষ্ণ।আছলতে মাছ ,কাছ খাৱ নালাগে।
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@himangshuborah5865
@himangshuborah5865 4 ай бұрын
নজনা কিছুমান কথা জানিব পাৰি ভাল লাগিল।
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ
@monjurikagogoi1406
@monjurikagogoi1406 3 ай бұрын
VDO টো ভাল লাগিল ধন্যবাদ জনালোঁ
@golapbora5353
@golapbora5353 3 ай бұрын
18:14
@sriborah
@sriborah 3 ай бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@junemonidohutia3792
@junemonidohutia3792 4 ай бұрын
Krishno🎉
@sriborah
@sriborah 2 ай бұрын
কৃষ্ণ
@birendutta6306
@birendutta6306 4 ай бұрын
Hundor vl lagil In future aru vl bakhya pam buli wait korilu .God bless uu😊
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। 🙏
@phanindragogoi7306
@phanindragogoi7306 4 ай бұрын
Krishna
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@budheswarsaikia3103
@budheswarsaikia3103 2 ай бұрын
Bap jonaloi sewa nibedisu.
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ বাপ 🙏 কৃষ্ণ 🙏 আপোনালৈকো সেৱা আগবঢ়ালোঁ 🙏
@DevakantaSaikia-in4do
@DevakantaSaikia-in4do 4 ай бұрын
Bhal lagil
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@user-zl1mn5jn2k
@user-zl1mn5jn2k 4 ай бұрын
নৈ মিষা অৰণ্য আবি স্কাৰ কেনেকৈ হল?
@sriborah
@sriborah 4 ай бұрын
Video মাধ্যমেৰে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। 🙏
@dipulbordoloi1587
@dipulbordoloi1587 4 ай бұрын
ভাগৱতৰ কথা বোৰ শুনি বহুত ভাল লাগিল! জয় শ্ৰী কৃষ্ণ ।
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ 🙏
@user-sc5ev3cu4i
@user-sc5ev3cu4i 4 ай бұрын
ভাল লাগিল
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏
@subhansaikia3952
@subhansaikia3952 3 ай бұрын
অসমত শঙ্কৰদেৱে ভাগৱত প্ৰচাৰ কৰাৰ কথাটো প্ৰকাশ কৰা হ'লে ভাল হ'ল হেঁতেন ।
@sriborah
@sriborah 3 ай бұрын
নিশ্চয়। কৃষ্ণ 🙏
@piju4327
@piju4327 4 ай бұрын
সন্তোষ লভিলো। আগলৈ আশা ৰাখিলো। কৃষ্ণ। 🙏
@sriborah
@sriborah 4 ай бұрын
ধন্যবাদ 🙏 আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। কৃষ্ণ 🙏
@prasantabhatta3428
@prasantabhatta3428 4 ай бұрын
Krishna Krishna Krishna . Om nomu Bhagowate Basudevaye nomu nomoh
@sriborah
@sriborah 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏
@binadas5619
@binadas5619 4 ай бұрын
বৰ ভাল লাগিল
@sriborah
@sriborah 2 ай бұрын
ধন্যবাদ
@protimaboruah682
@protimaboruah682 2 ай бұрын
Bhagabatr artha to ako aber kai dibasun
@sriborah
@sriborah 2 ай бұрын
আপুনি video2 আকৌ এবাৰ চালেই হয়তো বুজি পাব। কৃষ্ণ 🙏🙏 । ধন্যবাদ 🙏
Angry Sigma Dog 🤣🤣 Aayush #momson #memes #funny #comedy
00:16
ASquare Crew
Рет қаралды 48 МЛН
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 6 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 119 МЛН
মন আৰু মৰম MON ARU MOROM
1:35:03
Ne TIME INDIA
Рет қаралды 159 М.