নাম-অপৰাধ। কি কি ক্ষেত্ৰত নাম অপৰাধ ঘটে ? প্ৰভৃতি...।

  Рет қаралды 48,989

Sriborah

Sriborah

28 күн бұрын

#নাম অপৰাধ #পদ্ম পুৰাণ #কীৰ্তন #ভাগৱত #knowladge #দৰ্শন

Пікірлер: 263
@probinasonowal1610
@probinasonowal1610 19 күн бұрын
তুমি বহুত ভাল কথা কলা।এইটো kiliyar হব পাৰি ভাল লাগিল ।ধন্য তুমি।
@sriborah
@sriborah 19 күн бұрын
ধন্য ঈশ্বৰ অথবা পৰমেশ্বৰ, ধন্য সৎ ভকত জন, আমি কেৱল প্ৰয়াস হে কৰিছোঁ। তদুপৰি কথাখিনি সৎ ভাবে লোৱা বাবে ধন্য আপোনাৰ চিত্ৰ। আপোনাৰ মন্তব্যৰ বাবে আমি কৃতজ্ঞ হ'লো, কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@RajbongshiBorah
@RajbongshiBorah 21 күн бұрын
আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ বাবে অপেক্ষা কৰি থাকো। শ্ৰদ্ধাৰে আপোনাক সেৱা আগবঢ়ালোঁ 🙏🙏। আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ তত্ত্ব সমূহে আমাক নতুন জ্ঞানৰ সন্ধান দিয়ে। ধন্যবাদ বাপ 🙏🙏🙏
@sriborah
@sriborah 21 күн бұрын
আপোনালোকৰ আশীৰ্বাদত কৃতজ্ঞ হ'লো প্ৰভূ 🙏🙏 কৃষ্ণ কৃষ্ণ 🙏
@paruldas2375
@paruldas2375 19 сағат бұрын
কৃষ্ণ কৃষ্ণ। বহুত ভাল লাগিছে।
@binabora5025
@binabora5025 23 күн бұрын
Krishna Krishna 🙏🙏 xuni val lagil xewa jonisu 🙏
@sriborah
@sriborah 23 күн бұрын
ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@gitabaruah712
@gitabaruah712 5 күн бұрын
Nam oporadh huni bohut val lagil
@sriborah
@sriborah 5 күн бұрын
ধন্যবাদ কৃষ্ণ 🙏🙏
@gitabaruah712
@gitabaruah712 5 күн бұрын
Krisno krisno🙏🙏🙏🙏🙏
@sriborah
@sriborah 5 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@himanibanikya8168
@himanibanikya8168 15 күн бұрын
krishna krishna বাপ বহুত ংভাল লাগিল
@sriborah
@sriborah 15 күн бұрын
কৃষ্ণ 🙏, ধন্যবাদ থাকিল আপোনালৈ
@all_in_one4315
@all_in_one4315 9 күн бұрын
কৃষ্ণ ,আপোনৰ নাম অপৰাধ আলোচনা ভাগি শুনি ভাল লাগিল । ভগবানৰ নাম প্ৰচাৰ হোৱাটো ভাল ।ক
@sriborah
@sriborah 7 күн бұрын
ধন্যবাদ কৃষ্ণ 🙏
@munindraborgohain6054
@munindraborgohain6054 25 күн бұрын
Bhut.val.lagil. bap.Krishna🙏🏻🌄🙏🏼
@sriborah
@sriborah 25 күн бұрын
ধন্যবাদ, কৃষ্ণ 🙏
@RanjuBora-ui3wi
@RanjuBora-ui3wi 8 күн бұрын
জানিব পাৰি ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 7 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@robinborah5848
@robinborah5848 5 күн бұрын
Sundar bhaykha❤❤❤
@sriborah
@sriborah 5 күн бұрын
কৃতজ্ঞ হ'লো আপোনাৰ আশীৰ্বাদৰ বাবে 🙏 কৃষ্ণ
@binaprovasaikia8555
@binaprovasaikia8555 7 күн бұрын
,বহুত বহুত ধন্যবাদ কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 6 күн бұрын
কৃষ্ণ কৃষ্ণ। আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@AmusedElephant-oc7ne
@AmusedElephant-oc7ne 24 күн бұрын
সুন্দৰ পৰিবেশন কৰা হৈছে কৃষ্ণ কৃষ্ণ সেৱা জ্নালো
@sriborah
@sriborah 24 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ 🙏
@binapanichetia582
@binapanichetia582 18 күн бұрын
বৰ সুন্দৰ ❤😂❤
@gunadharsaikia2818
@gunadharsaikia2818 18 күн бұрын
Prabhu. Sarwan. Kari. Anandra. Lagil. ❤😊
@sriborah
@sriborah 18 күн бұрын
অতি আনন্দ পালোঁ। কৃষ্ণ 🙏
@user-xh5wm9qx5w
@user-xh5wm9qx5w 25 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 সেৱা নিবেদিছু বাপ 🙏 আপুনি সকলোৱে মংগল হোৱাকৈ বহুত গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে 🙏 আমাৰ মনৰ আন্দিত হৈছোঁ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾🌺🌷🪷
@sriborah
@sriborah 25 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ 🙏। আপোনালোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো, কৃষ্ণ 🙏
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 19 күн бұрын
কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 19 күн бұрын
কৃষ্ণ 🙏
@anjalidutta3807
@anjalidutta3807 19 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏 সুন্দৰ ব্যাখ্যা,🙏🙏
@sriborah
@sriborah 19 күн бұрын
কৃষ্ণ 🙏
@user-eq3kn5xd8l
@user-eq3kn5xd8l 18 күн бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@sriborah
@sriborah 17 күн бұрын
কৃষ্ণ 🙏
@pradipdas4146
@pradipdas4146 16 күн бұрын
আপোনাৰ নাম অপৰাধৰ বাখ্যা শুনি অতিকৈ ধন্য হলো ।
@sriborah
@sriborah 16 күн бұрын
আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@sumitradeka3599
@sumitradeka3599 15 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@sriborah
@sriborah 15 күн бұрын
কৃষ্ণ 🙏
@LovelyDreamCatcher-xu8vh
@LovelyDreamCatcher-xu8vh 9 күн бұрын
Sondar hoise bora bap
@sriborah
@sriborah 9 күн бұрын
আন্তৰিকতাৰে ধন্যবাদ জনালো বাপ 🙏🙏
@jonaramkakoti
@jonaramkakoti 21 күн бұрын
বহুত ভাল লাগিল , কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 21 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ কৃষ্ণ
@devinjli186
@devinjli186 22 күн бұрын
বৰ সুন্দৰ বাখ্যা আগবঢ়াইছে 🙏🙏
@sriborah
@sriborah 22 күн бұрын
ধন্যবাদ 🙏 আৰু আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
@atulborah1665
@atulborah1665 24 күн бұрын
কৃষ্ণ। সুন্দৰ বিশ্লেষণ।
@sriborah
@sriborah 24 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ 🙏
@hemchandrahazarika5509
@hemchandrahazarika5509 8 күн бұрын
🙏🙏🙏
@sriborah
@sriborah 7 күн бұрын
কৃষ্ণ 🙏
@soonmonikalita5832
@soonmonikalita5832 25 күн бұрын
Bohut vl lgil sir ❤
@sriborah
@sriborah 25 күн бұрын
ধন্যবাদ দেই ☺️
@mukheswarkonwar9754
@mukheswarkonwar9754 25 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@sriborah
@sriborah 25 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏
@prabinsaloi7541
@prabinsaloi7541 15 сағат бұрын
ৰাম কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏🌹
@alakadeka-bf4ui
@alakadeka-bf4ui 7 күн бұрын
Sundar. Katha. Vallagil
@sriborah
@sriborah 6 күн бұрын
ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
@minatimedhi591
@minatimedhi591 21 күн бұрын
বহুত ভাল লাগিল ❤
@sriborah
@sriborah 20 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@prasantadas984
@prasantadas984 21 күн бұрын
Bast hundor lagil.
@sriborah
@sriborah 21 күн бұрын
আপোনাৰ মন্তব্যত কৃতজ্ঞ হ'লো প্ৰভূ 🙏। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@utpalborah6858
@utpalborah6858 20 күн бұрын
Aponak dhanyabad bahut najana katha janilu 🙏🙏🙏
@sriborah
@sriborah 20 күн бұрын
ধন্যবাদ 🙏 । আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
@user-hq3sh9ed7u
@user-hq3sh9ed7u 24 күн бұрын
Bahut val lagiise
@sriborah
@sriborah 24 күн бұрын
ধন্যবাদ, কৃষ্ণ 🙏
@TarunBorah-bl8ci
@TarunBorah-bl8ci 19 күн бұрын
ভাল লাগিল কৃষঞ.
@sriborah
@sriborah 19 күн бұрын
ধন্যবাদ। কৃষ্ণ 🙏
@Artoemorion
@Artoemorion 25 күн бұрын
Sir emn dhuniya
@sriborah
@sriborah 25 күн бұрын
ধন্যবাদ দেই, 😀
@nizarabora8203
@nizarabora8203 22 күн бұрын
ভাল লাগিল চাৰ 🙏🙏
@sriborah
@sriborah 22 күн бұрын
ধন্যবাদ ☺️
@pranjalbharali2560
@pranjalbharali2560 20 күн бұрын
Krishna 🙏🙏🙏
@sriborah
@sriborah 20 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@gaurikalita4976
@gaurikalita4976 23 күн бұрын
Krishna bap ...........
@sriborah
@sriborah 23 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏
@manuramabaruah1266
@manuramabaruah1266 20 күн бұрын
,😁🙏🙏🙏bor val koise
@sriborah
@sriborah 20 күн бұрын
Thank you
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 18 күн бұрын
কৃষ্ণ
@sriborah
@sriborah 18 күн бұрын
কৃষ্ণ 🙏
@munindraborgohain6054
@munindraborgohain6054 8 күн бұрын
Akola.abar.sarban.ai.vag..jnibar.bhut.eshsa.asil.Krishna. Krishna. 🙏🏻🙏🏻🙏🏻🙏🏻
@sriborah
@sriborah 7 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏। আপোনাৰ আগ্ৰহৰ বাবে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@JuriKonwarRay
@JuriKonwarRay 17 күн бұрын
🙏🙏
@sriborah
@sriborah 17 күн бұрын
কৃষ্ণ 🙏
@lukumailekharu1022
@lukumailekharu1022 25 күн бұрын
Bohutbhal lagil.
@sriborah
@sriborah 25 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@hemchandrahazarika5509
@hemchandrahazarika5509 8 күн бұрын
🙏🙏🙏🙏 27:34
@sriborah
@sriborah 8 күн бұрын
🙏
@user-ux1rp6sh2e
@user-ux1rp6sh2e 10 күн бұрын
@dancer_krishna_baruah5952
@dancer_krishna_baruah5952 13 күн бұрын
ভাল লাগিল প্ৰভূ কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 13 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@amritkumarnath6463
@amritkumarnath6463 21 күн бұрын
সুন্দৰ
@sriborah
@sriborah 21 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@meghali__sharma5339
@meghali__sharma5339 13 күн бұрын
Bhut val lagil 🙏🏼🙏🏼🙏🏼🙏🏼
@sriborah
@sriborah 13 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@BobyboruahBobyboruah-jr8nv
@BobyboruahBobyboruah-jr8nv 15 күн бұрын
Krishna Krishna
@sriborah
@sriborah 15 күн бұрын
কৃষ্ণ 🙏
@dristimahanta2072
@dristimahanta2072 23 күн бұрын
সুন্দৰ হৈছে
@sriborah
@sriborah 23 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 25 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
@sriborah
@sriborah 25 күн бұрын
আপোনালোকলৈও সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
@priyadoleypegu597
@priyadoleypegu597 11 күн бұрын
Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@sriborah
@sriborah 11 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏
@Hemkantha
@Hemkantha 23 күн бұрын
Krishna baap 🙏🙏🙏
@sriborah
@sriborah 23 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏
@ranjitdutta3411
@ranjitdutta3411 22 күн бұрын
হৰি চৰণ সদা আৰাধান্ত ব্ৰহ্মা হৰ পুৰন্দৰ । হেন হৰি পদে শৰণ নলৱে কিনো বুদ্ধিহীন নৰ ।।(২৭৯ ) জগতৰ নাথ সংসাৰৰ আদিমূল । বিষ্ণুকেহে পূজি প্ৰথমতে দিবো ফুল ।। বিষ্ণুতে অৰ্পিবো যত পূজা যজ্ঞ দান । বিষ্ণু ব্যতিৰেকে দেৱ নাজানোহো আন ।। ২৬ ইয়াত শিৱৰ কথা ক'ৰ পৰা আহিল !!!
@sriborah
@sriborah 22 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏। হয় হয় ইয়াত শিৱৰ নাম উল্লেখ নাই। আমি নাম অপৰাধৰ কাৰন সমূহ হে ব্যক্ত কৰিছোঁ। কোন শ্ৰেষ্ঠ,, কাক পূজা কৰিব, কাক নকৰিব সেই কথা প্ৰকাশ কৰা নাই। কেৱল কোনো জনক নিন্দা নকৰা কথাটোৱে প্ৰকাশ কৰা হৈছে। তথাপি অজ্ঞাতে যদিও আপোনাৰ অন্তৰত কষ্ট দিলোঁ তেন্তে অপৰাধ বিনাশন 🙏🙏🙏 কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
@probinasonowal1610
@probinasonowal1610 21 күн бұрын
Bor hundor khotha
@sriborah
@sriborah 21 күн бұрын
ধন্যবাদ 🙏
@bineetadutta4754
@bineetadutta4754 23 күн бұрын
Val lagil pravu
@sriborah
@sriborah 23 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ 🙏🙏☺️
@swabinachutia1475
@swabinachutia1475 25 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@sriborah
@sriborah 25 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏
@user-ie3ko9gw3i
@user-ie3ko9gw3i 25 күн бұрын
Bor hundor koi baakkhya kora hoise.
@sriborah
@sriborah 25 күн бұрын
ধন্যবাদ 🙏
@user-rj7nf1fj8z
@user-rj7nf1fj8z 16 күн бұрын
অতি জানিব লগা কথা কৈছে
@sriborah
@sriborah 16 күн бұрын
ধন্যবাদ 🙏। কৃতজ্ঞ হ'লো। কৃষ্ণ 🙏☺️
@lakhipatar6362
@lakhipatar6362 10 күн бұрын
কৃষ্ণ বাপ শতকৌটি প্ৰনাম জনালোঁ নাম অপৰাধৰ বিষয়ে অৱগত কৰা কাৰনে ধন্যবাদ জনালোঁ৷কৃষ্ণঃ৷
@sriborah
@sriborah 10 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
@bhabanikalita6075
@bhabanikalita6075 25 күн бұрын
Thanks bahut val lagise
@sriborah
@sriborah 25 күн бұрын
ধন্যবাদ 🙏
@Lipibora
@Lipibora 20 күн бұрын
Bohut kotha janu dei apunar video pora
@sriborah
@sriborah 20 күн бұрын
ধন্যবাদ 🙏☺️ কৃষ্ণ
@rupadehingia5595
@rupadehingia5595 22 күн бұрын
Krishna🙏
@sriborah
@sriborah 22 күн бұрын
কৃষ্ণ
@AnimaSonuwal-oj3es
@AnimaSonuwal-oj3es 20 күн бұрын
Kirichna.kirichna❤❤❤.val.lagil.
@sriborah
@sriborah 20 күн бұрын
ধন্যবাদ। কৃষ্ণ কৃষ্ণ 🙏🙏
@bharatikalita898
@bharatikalita898 25 күн бұрын
Krishna krishna krishna
@sriborah
@sriborah 25 күн бұрын
কৃষ্ণ 🙏
@user-if6wp6od8d
@user-if6wp6od8d 14 күн бұрын
Krishna 🙏
@sriborah
@sriborah 14 күн бұрын
কৃষ্ণ 🙏🙏
@bdcreation1222
@bdcreation1222 20 күн бұрын
Krishna 🙏🙏🙏🙏
@sriborah
@sriborah 20 күн бұрын
কৃষ্ণ 🙏🙏
@saratmedhi3923
@saratmedhi3923 22 күн бұрын
কৃষ্ণ 🙏
@sriborah
@sriborah 22 күн бұрын
কৃষ্ণ 🙏
@RanuBorah-pm9ni
@RanuBorah-pm9ni 25 күн бұрын
Xundor
@sriborah
@sriborah 25 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@user-ps8tm1vx4i
@user-ps8tm1vx4i 20 күн бұрын
সুন্দৰ ব্যাখ্যা
@sriborah
@sriborah 20 күн бұрын
ধন্যবাদ 🙏
@manasdeka6801
@manasdeka6801 10 күн бұрын
Joy guru Shanker 🙏🏻❤
@sriborah
@sriborah 10 күн бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@shridharsarkar
@shridharsarkar 18 күн бұрын
কোন কোন নামে প্ৰাকিতিক দুৰ্য্যুগৰ পৰা ৰক্ষা কৰিব পাৰে ? ___ যেনে:--- বানপানী , গড়া খহনীয়া , ভুমিকাস্প , ধুমুহা, অতি খৰাং বতৰ , আৰু (কলেৰা , কৰুণা মহামাৰী) |
@sriborah
@sriborah 18 күн бұрын
তাৰ কাৰণে মানৱৰ কৰ্ম হে জগৰীয়া বাপ। আপুনি ব্যক্ত কৰা বানপানী, গড়া খহনীয়া, ভূমিকম্প, অতি খৰাং আদি সমস্যা সমূহ কিয় হৈছে, তাৰ কথা ভাগ চিন্তা কৰিলেই, আপোনাৰ উত্তৰতো পোৱা যাব। কৃষ্ণ 🙏
@NabinChDeka
@NabinChDeka 26 күн бұрын
সুন্দৰ ভাল লাগিল
@sriborah
@sriborah 26 күн бұрын
ধন্যবাদ, কৃষ্ণ 🙏
@PallabiboruahPallabiboruah
@PallabiboruahPallabiboruah 20 күн бұрын
Krishna Krishna Krishna
@sriborah
@sriborah 20 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@pradiptalukdar7798
@pradiptalukdar7798 24 күн бұрын
আচলতে বিষ্ণু আৰু শিৱ ভিন্ন দুই নাম কিন্তু দুয়োৰে স্বৰূপ এক অৰ্থাৎ দুই ভিন্ন নাম ব্যক্তি এজনেই ৷
@sriborah
@sriborah 24 күн бұрын
একেবাৰে শুদ্ধ সত্য, সেই তত্ত্ব কথা ভাগেই জনা প্ৰয়োজন। কৃষ্ণ 🙏
@Paulbasumatariy
@Paulbasumatariy 23 күн бұрын
আপোনাৰ প্ৰত্যেকটো ভিডিঅ' এ চাও । বৰ সুন্দৰকৈ ব্যাখ্যা কৰে আপুনি বাপ 🙏 কৃষ্ণ
@sriborah
@sriborah 23 күн бұрын
ঈশ্বৰৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো, কৃষ্ণ 🙏🙏
@tutumonibordoloi8513
@tutumonibordoloi8513 26 күн бұрын
কৃষ্ণ কৃষ্ণ‌ বাপ আপোনাৰ লৈ সেৱা। নিবেদিলো ।
@sriborah
@sriborah 26 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ আপোনালৈকো সেৱা আগবঢ়ালোঁ 🙏
@anantabarman-6652
@anantabarman-6652 26 күн бұрын
Namaparadhar 10 Lakshanto. Aru Aber dibo krishna
@sriborah
@sriborah 23 күн бұрын
​@@anantabarman-6652, নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏
@jiyashribora7697
@jiyashribora7697 26 күн бұрын
সুন্দৰ ছাৰ 🙏
@sriborah
@sriborah 26 күн бұрын
ধন্যবাদ
@runumidas8664
@runumidas8664 20 күн бұрын
Krishna. Najana Katha janilu.
@sriborah
@sriborah 20 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ কৃষ্ণ 🙏
@boomcomics8745
@boomcomics8745 24 күн бұрын
Jugal::::::::::::Kun bidh naam shrestha.jonabosun.
@sriborah
@sriborah 23 күн бұрын
কলি যুগত শ্ৰেষ্ঠ কেৱল এক হৰি নাম। কিন্তু সেই এক হৰি নাম ল‌ওতে বেলেগৰ নিন্দা নহ'লে ভাল হয় বুলি আমাৰ ব্যক্তিগত অভিমত।
@rupamdutta5042
@rupamdutta5042 23 күн бұрын
Krishna
@sriborah
@sriborah 23 күн бұрын
কৃষ্ণ 🙏
@biswajitbaruah3564
@biswajitbaruah3564 25 күн бұрын
Kisu Luke koi hastrar katha bilak besikoi janile pagal habo lagiba , hakalure mat bilak janile kheli meli lagi jai ,kak erim kak dharim , asal katha bilak kune bujai kabo , ami ati adham prbhu , khyma kariba manat bahu prasnar khelimeli lagi ase , agate najanisilu tetiai bhal asil ,alpo bidyai mur vakatir pathtu khelimeli lagaise kio janu , moi brahmania hamajar ,moi jag,jagya,puja patal eibilak hakalu bad di ishar krisnak bhajana karu belegak nakaru mur bhul hoise neki baru , parthana bilakeu takei koi ase ,
@sriborah
@sriborah 23 күн бұрын
আপোনাৰ খোলা অন্তৰৰ কথাখিনি প্ৰকাশ কৰা বাবে কৃতজ্ঞ হ'লো প্ৰভূ 🙏। আপুনি যুগ ধৰ্ম হিচাপে উপযুক্ত পথ গ্ৰহণ কৰিছে। কলিত মূলতঃ এক ঈশ্বৰ কৃষ্ণ হৰি নামেই শ্ৰেষ্ঠ। এক হৰি নামৰ সমানতা পূজা, যাগ-যজ্ঞ হ'ব নোৱাৰে। আপুনি যুগ ধৰ্ম হিচাপে উপযুক্ত আৰু শ্ৰেষ্ঠ মাৰ্গত আছে। মনৰ সংসয় দূৰ কৰি একমাত্ৰ কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰক 🙏🙏। আপোনালৈ আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@user-ui5cm4fw3u
@user-ui5cm4fw3u 14 күн бұрын
কৃষ্ণ কৃষ্ণ বাপজন কীৰ্তনৰ শ্লোকটো ব্ৰাখা দিব চোন ।আপোনাৰ এনে ব্ৰাখাই বহুত উপকৃত কৰিব।
@sriborah
@sriborah 14 күн бұрын
আপোনালোকৰ আশীৰ্বাদত সোনকালে প্ৰয়াস কৰিম। কৃষ্ণ 🙏
@gnd1382
@gnd1382 23 күн бұрын
মহাপুৰুষ শংকৰ গুৰুজনাই সদাশিৱ মহাদেৱৰ সুকীয়া কীৰ্ত্তন ৰ ব্যৱস্থা কৰা নাই। অন্য দেৱ দেৱী বুলিলে কাক বুজাই জনাব চোন অনুগ্ৰহ কৰি।
@sriborah
@sriborah 23 күн бұрын
গুৰুজনাই নিন্দা কৰিবলৈও কোৱা নাই সুধিজন প্ৰভূ🙏🙏। নিনিন্দিবা নভজিবা বুলি কথা এষাৰো আছে। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
@arunpathak2120
@arunpathak2120 22 күн бұрын
0:46 শিৱ আৰু বিষ্ণুৰ গুণ নামৰ ভিন্ন দেখিলেহে নাম অপৰাধ হয়।
@sriborah
@sriborah 22 күн бұрын
হয় হয়। কৃষ্ণ 🙏 সেই কথা ভাগৰে তত্ত্ব অনধাৱন নকৰি সমাজত ভুল ব্যাখ্যা হৈ থাকে।
@minuchekanidhara8163
@minuchekanidhara8163 25 күн бұрын
এনেকৈ বুজাই দিয়া বাবে উপকৃত হৈছোঁ৷কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 25 күн бұрын
কৃষ্ণ
@profullakalita1818
@profullakalita1818 22 күн бұрын
THANKS
@sriborah
@sriborah 22 күн бұрын
Welcome
@mukulkolita5959
@mukulkolita5959 16 күн бұрын
পাঠৰ অপৰাধৰ ওপৰত এটি VDO পালে নিশ্চয় কৃতাৰ্থ হব কৃষ্ণ।
@sriborah
@sriborah 16 күн бұрын
নিশ্চয় সোনকালে প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏
@BhoktaSonowal
@BhoktaSonowal 16 күн бұрын
😊😊😊
@taramaiphukan8785
@taramaiphukan8785 14 күн бұрын
হে বাপ একেখন শাস্ত্ৰকে সকলোৱে পঢ়ে। তথাপিও একাংশই কিয় শিৱ আৰু কৃষ্ণক ভেদ কৰি দেখুৱাই ভাগ ভাগ কৰিছে।সেইসকল নাম অপৰাধত পাৰিবনে নপৰে?মহ প্ৰসাদকে ধৰি ছোৱালী বিয়া দিয়া লৈকে। সিহঁতৰ কি হ'ব?নৰকত বস হ'ব নে নাই জনাব চোন। কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 14 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏। নাৰায়ণ বা কৃষ্ণ শ্ৰেষ্ঠ, সেই ভাগ কথা সৰ্ব্ববিদিত। মনুষ্যৰ মতি অনুসৰি কৃষ্ণ আৰু শিৱক যি জনে যাকে ভজনা কৰে, সেই হিচাপে ফল পাব। কিন্তু এজনক শ্ৰেষ্ঠ দেখুৱাবলৈ গৈ আনজনক নিন্দা কৰিলে নাম অপৰাধত পৰিব বুলি পদ্ম পূৰাণ আৰু শঙ্কৰ গুৰুৰ কীৰ্তনতো উল্লেখ আছে। … (বাকী বিবাহ আৰু মাহ-প্ৰসাদৰ কথা নক‌ও, যিহেতু সমাজ ভেদে নীতি আৰু সংস্কাৰ বেলেগ হ'ব পাৰে।, কিন্তু শাস্ত্ৰ আৰু ঈশ্বৰ বেলেগ হ'ব নোৱাৰে) কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@utpalkrgogoi7430
@utpalkrgogoi7430 17 күн бұрын
দাদা নমস্কাৰ গ্ৰহণ কৰিব । আপোনাৰ যোগাযোগ নম্বৰ টো দিব নেকি,,,,,
@sriborah
@sriborah 17 күн бұрын
WhatsApp number 6001568867
@utpalkrgogoi7430
@utpalkrgogoi7430 13 күн бұрын
@@sriborah ধন্যবাদ
@bogiboro783
@bogiboro783 22 күн бұрын
🙏🙏🙏🪔JAYGURU
@sriborah
@sriborah 22 күн бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
@mridusmitaboruah9108
@mridusmitaboruah9108 26 күн бұрын
পাসন্দ মন্থনৰ কথা জনাব
@sriborah
@sriborah 26 күн бұрын
নিশ্চয় প্ৰয়াস কৰিম 🙏 কৃষ্ণ
@kalyaniborah3940
@kalyaniborah3940 20 күн бұрын
Bapjon bhokate jetia aniyam kore seitu apotikorileu namapradh hoineki sidina pitry barsikat sarai orihona 1400 bisarise
@sriborah
@sriborah 20 күн бұрын
সেই ভাগ, ভকতৰ হে অপৰাধ, নামক আশ্ৰয় কৰি ব্যৱসায় কৰিলেও নাম অপৰাধত পৰে। কৃষ্ণ কৃষ্ণ 🙏
@nirjurajgogoi319
@nirjurajgogoi319 23 күн бұрын
বেদৰ বিহিত যত আছে ধৰ্ম সঙসাৰত সবে হৰি নামৰ কিঙকৰ ..... বুলি কয় যদিও বেদৰ প্ৰয়োজনীয়তা আছে।
@sriborah
@sriborah 23 күн бұрын
হয় , জ্ঞানৰ কাৰণে আছে। কৃষ্ণ 🙏
@nirjurajgogoi319
@nirjurajgogoi319 21 күн бұрын
ভাগৱতত লিখা আছে " ......হেন দেৱ ত্য়জি যিটো আন দেৱ পূজৈ ৰাক্ষস অসুৰ সি একোৱে নুবুজৈ " এইপদফাকিয়ে সমাজ ধঙ্স কৰিছে নেকি! যদি পদফাকিয়ে সমাজ ধঙ্স কৰিছে বুলি আপুনি ভাৱে, আপোনাৰ মতামত আগবঢ়ায় যেন। কৃষ্ণ।
@sriborah
@sriborah 21 күн бұрын
সামগ্ৰিক ৰূপে কবলৈ গ'লে ভাগৱত ৰ ক'তো শিৱক নিন্দা কৰা কথা প্ৰকাশ কৰা নাই। কৃষ্ণ 🙏🙏
@nirjurajgogoi319
@nirjurajgogoi319 21 күн бұрын
হয় শিৱক বা আন দেৱ দেৱীক যে নিন্দা কৰিব লাগে সেইটোও নাই কোৱা । কিন্তু এজন মহাপণ্দিতে কৈছে যে ভাগৱতৰ সেই পদফাকিয়ে সমাজ ধঙ্স কৰিছে বুলি এটা ভিডিঅ'ত কৈছে আৰু পদফাকি ব্য়াখ্য়া কাৰ্জনক টো তীব্ৰ ভাষাৰে কৰ্কথনা কৰিছেই লগতে লিখাজনকো আঘাত কৰিবলৈ কোণ্ঠাবোধ কৰা নাই। কৃষ্ণ।
@phuleswarrabha6142
@phuleswarrabha6142 26 күн бұрын
হৰি হৰৰ যুদ্ধ হৈছিল দেখোন৷ ভেদজ্ঞান নাথাকিলে যুদ্ধ হ’লহেঁতেন নে ? বুজিবই নোৱাৰি দেখোন৷
@sriborah
@sriborah 26 күн бұрын
ভক্তক অথবা আশ্ৰয় গ্ৰহণ কৰা জনক ঈশ্বৰ ভগৱন্ত সব্বক্ষনে সহায়ক হিচাপে থাকে। হৰি-হৰৰ যুদ্ধ এটা বিশেষ কাৰ্য সম্পন্ন কৰা হেতুহে হৈছিল। কৃষ্ণ 🙏
@lilibarua-lc1pv
@lilibarua-lc1pv 26 күн бұрын
kridna3
@Jmahanta644
@Jmahanta644 26 күн бұрын
শ্ৰদ্ধাৰ বক্তা জনৰ ৪নং আৰু ৬নং অপৰাধ ৰ আগবঢ়োৱা ব্যাখ্যাটিৰত সন্তোষ্ট হ'ব নোৱাৰিলো দেখুন? কৃষ্ণ কৃ্য,
@sriborah
@sriborah 26 күн бұрын
অপৰাধ ক্ষমিব, যদি আপোনাৰ হৃদয়ৰ ক'ৰবাত কষ্ট দিলোঁ 🙏🙏। আপোনালৈ অনুৰোধ হে 🙏 যে পদ্ম পূৰাণ আৰু শঙ্কৰ গুৰুজনাৰ কীৰ্তন ঘোষা ভাগ অলপ গভীৰকৈ চাব। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@lilibarua-lc1pv
@lilibarua-lc1pv 26 күн бұрын
ktisna3.
@sriborah
@sriborah 25 күн бұрын
কৃষ্ণ
@_rock_dhiraj2958
@_rock_dhiraj2958 15 күн бұрын
Krishna Krishna🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@sriborah
@sriborah 15 күн бұрын
কৃষ্ণ 🙏
@updeshmala2737
@updeshmala2737 26 күн бұрын
নাম অপৰাধ কি কি কাৰণত হয় 1) শিৱ প্ৰসাদ গ্ৰহণ নকৰো 2)শিৱ ভকতৰ গৃহত অন্ন গ্ৰহণ কৰিলে ধৰ্ম ব্যাভিচাৰ হব 3)শিৱ মন্দিৰত সেৱা ললে ধৰ্ম ব্যাভিচাৰ হব 4) শিৱ ভগৱান নহয় দেৱতাহে এনেধৰনৰ প্ৰকাশ কৰাটো 5)শিৱ ভক্তক দেখিলে ভঙৰুৱা বুলি ভৱাটো। 6) কৃষ্ণ বুলি কৈ সেৱা লৈ শিৱ বুলি সেৱা লবলৈ ভয় লগাটো। অৰ্থাৎ উচ্চ আসনত বহি একাংশ লোকে ধৰ্ম প্ৰচাৰ কৰি থকা গুৰু আৰু ভকত সকলোৱে নাম অপৰাধি। শুনিবলৈ অশুৱনি হলেও সত্য। কৃষ্ণ হৰ হৰ মহাদেৱ
@sriborah
@sriborah 26 күн бұрын
আপুনি এক পক্ষৰ মতবাদ দিছে বাপ।🙏 আপুনি কোৱা কথাখিনি স্বয়ং মহাদেৱে নাম অপৰাধৰ ১০ লক্ষণৰ ভিতৰত প্ৰকাশ কৰা নাই। আপুনি নিগম শাস্ত্ৰ, পূৰাণ সমূহ গভীৰকৈ চোৱাৰ প্ৰয়োজন আছে বাপ। 🙏 কৃষ্ণ 🙏 অপৰাধ ক্ষমিব যদি আপোনাৰ হৃদয়ৰ ক'ৰবাত কষ্ট দিলোঁ।
@updeshmala2737
@updeshmala2737 26 күн бұрын
@@sriborah আপোনাৰ মতে মই কোৱা কথাখিনি নাম অপৰাধত নপৰে নহয়নে? গভীৰ ভাৱে আপোনাসবে চিন্তা কৰা দৰকাৰ।মই কোৱাবোৰ কীৰ্ত্তন ঘোষাত শিৱই কোৱা দহ নাম অপৰাধৰ লগত সামঞ্জস্য আছে। আপুনিও এক পক্ষ হিচাপে বুজিবলৈ এৰিলে মোৰ কথাবোৰ বুজি পাব।
@nirjurajgogoi319
@nirjurajgogoi319 23 күн бұрын
শৈৱপন্থী সকলে কৃষ্ণৰ নাম নলয় কিন্তু বৈষ্ণৱ পন্থীসকলে পাৰ্থক্য নাৰাখি নাম কীৰ্তন কৰে যেনে " ও হৰি দেহু দৰিশন শিৱ সনাতন ....."
@updeshmala2737
@updeshmala2737 23 күн бұрын
@@nirjurajgogoi319 শিৱ প্ৰসাদ নিন্দা কৰা পাষণ্ড সকলে কিবা জানেনে? শিৱ প্ৰসাদ নিন্দা কৰা সকল মনুষ্যৰ লেখত নপৰে। এইটো মই কোৱা নাই সনাতন পুৰাণ শ্রুতি সমুহে প্ৰকাশ কৰিছে। সাধুক চিনি নোপোৱা অহংকাৰী সকলে কি জানিব সাংখ্য দৰ্শনৰ বিষয়ে।ভকত হলে নহব সাধু হব পাৰিব লাগিব।
@sriborah
@sriborah 23 күн бұрын
​@@updeshmala2737 ভকত আৰু সাধু সকলে আনৰ নিন্দা নকৰে, বাক্যত উদণ্ডতা নানে । কিন্তু বাপ, আপোনাৰ বাক্য খিনিত নিন্দা আৰু অহংকাৰ দুয়োটা দেখা গ'ল। কৃষ্ণ কৃষ্ণ 🙏 মনোকষ্ট দিলোঁ যদি অপৰাধ বিনাশন। কৃষ্ণ কৃষ্ণ 🙏🙏
Finger Heart - Fancy Refill (Inside Out Animation)
00:30
FASH
Рет қаралды 18 МЛН
DAD LEFT HIS OLD SOCKS ON THE COUCH…😱😂
00:24
JULI_PROETO
Рет қаралды 15 МЛН
Finger Heart - Fancy Refill (Inside Out Animation)
00:30
FASH
Рет қаралды 18 МЛН