ভাগৱতৰ বক্তা শ্রোতা সর্ম্পকে। নাৰদ-ব্যাস থকাৰ পাছতো ৰজা পৰীক্ষিতকহে শ্ৰেষ্ঠতম বুলি কিয় কোৱা হয় ?

  Рет қаралды 5,643

Sriborah

Sriborah

Күн бұрын

ভাগৱতৰ তিনি জোড়ীৰ বক্তা আৰু শ্ৰোতা কোন ?
দেৱৰ্ষি নাৰদ, মহাপণ্ডিত,ব্যাসমুনি থকাৰ পাছতো ৰজা পৰীক্ষিতকহে শ্ৰেষ্ঠতম বুলি কিয় কোৱা হয় ?

Пікірлер: 64
@dimbeswari_patar
@dimbeswari_patar 3 күн бұрын
Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 Ай бұрын
🙏🙏🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@debojitborah2551
@debojitborah2551 Ай бұрын
কৃষ্ণ
@sriborah
@sriborah Ай бұрын
কৃষ্ণ বাপ 🙏
@munindraborgohain6054
@munindraborgohain6054 Ай бұрын
Parvu. Oti.hundor. Palu.huni.parvu.vagbtr.lgte.aru.apuni.ki.kare.janible.man.jai.beya.napab.Krishna Krishna ❤❤❤
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 অধ্যাপক
@JyotiPrasadThakuria-te4cu
@JyotiPrasadThakuria-te4cu 2 күн бұрын
Krishna Kumar
@SantushBorah-z3h
@SantushBorah-z3h Ай бұрын
সুন্দৰ ।
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@narensaikia2671
@narensaikia2671 Ай бұрын
কৃষ্ণ 🙏 সুন্দৰ ব্যাখ্যা
@sriborah
@sriborah Ай бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@SumiBaishya-g6q
@SumiBaishya-g6q 23 күн бұрын
Krishna bohut bhal lagile ❤❤❤❤
@Bikram_creation-o2d
@Bikram_creation-o2d Ай бұрын
Krisnalrisna
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@ChitraranjanHandique
@ChitraranjanHandique Ай бұрын
Krishna krishna krishna
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏☺️
@AnilTantibhagawat
@AnilTantibhagawat Ай бұрын
Krishna
@sriborah
@sriborah Ай бұрын
কৃষ্ণ বাপ 🙏
@RatulBorah-bo5fr
@RatulBorah-bo5fr Ай бұрын
Krishan
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@rudrakantaborah410
@rudrakantaborah410 Ай бұрын
কৃষ্ণ বাপ জন বৰ সুন্দৰ ব্যাখ্যা আগবঢ়োৱাৰ বাবে বহুতো চেনেহ আশীৰ্বাদ ধন্যবাদ জনালো ভাগৱত বাখ্যাকাৰ সকলৰ বিচাৰহৈ শ্ৰেষ্ঠ , শ্ৰেষ্ঠতৰ শ্ৰেষ্ঠত্বম ৰায়শুনি সন্তোষীত হৈ সেৱা জনালো এনেকুৱা আলোচনা আগতে শুনা নাই এৱে প্ৰথম বহুত ভাল হৈছে ভক্তসকলে শুনি ভাল পোৱালি নহয় ঊপকৃত হ'ব
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏। আপোনাৰ স্নেহ, আশীৰ্বাদত কৃতজ্ঞ হ'লো প্ৰভূ 🙏। কৃষ্ণ কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@sriborah
@sriborah Ай бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏 কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@biswajitbaruah3564
@biswajitbaruah3564 Ай бұрын
Prabhu janar usarat pranam janaisu, gobindra Krishna.
@sriborah
@sriborah Ай бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
@pankajdas2387
@pankajdas2387 Ай бұрын
কৃষ্ণ 🙏🙏🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@munmigogoi2377
@munmigogoi2377 Ай бұрын
Krishna 🙏🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@asomiaasom6008
@asomiaasom6008 Ай бұрын
সত্য যুগৰ পৰা চাৰি শ্লোকৰ ভাগৱত আহি আহি নাটকীয় ভাবে হঠাৎ নাৰদ ব্যাসৰ দৰ্শন হৈ নাৰদৰ নিৰ্দিষ্ট নিৰ্দেশত কৃষ্ণ নাম গুণ লীলাক প্ৰাধান্য দি আন বেদ পুৰাণ ঈশ্বৰৰ স্বৰূপক এলাগী কৰি ভাগৱত ৰচিবলৈ দিয়া উপদেশত লিখা ভাগৱত নিৰপেক্ষ নিস্বাৰ্থ উদাৰনে ? স্ববিৰোধী বিপৰীতমুখী দুমুখীয়া সন্দেহজনক ৰহস্যময় মায়াময় পদ উপদেশ যুক্ত শ্ৰীমদ্ভাগৱত পুৰাণ খনৰ ওঠোৰ হাজাৰ শ্লোক ব্যাসে ৰচা হয়নে ?ব্যাসে শিৱ ,দুৰ্গা দেৱ দেৱী ব্ৰাহ্মণ বেদ বিহিত ঈশ্বৰ দেৱকৰ্ম বিৰোধী পদ উপদেশযুক্ত ভাগৱত ৰচিব পাৰেনে ?নে ব্যাসৰ নাম লৈ কোনো লোকে ওঠোৰ হাজাৰ শ্লোকত স্ববিৰোধী বিপৰীতমুখী বিভ্ৰান্তকাৰী মতিভ্ৰম কৰা ভাগৱত খন ৰচিছিল ?ভাগৱতত যিমান শুদ্ধ সত্য ভক্তি ধৰ্ম আছে সিমান ৰসস্যময় মায়াময় বিভ্ৰান্তকাৰী পদ উপদেশ আছে ।ভাগৱতত বৰ্ণিত মতে আঠাইশ হাজাৰ ঋষিয়ে সহস্ৰ বছৰ যজ্ঞ কৰা বাবে আৰু তাৰে একাংশ ঋষিয়ে পৰিক্ষীতৰ লগত ভাগৱত শুনাৰ পিছতো কেৱল পৰিক্ষীতেহে মুক্তি পালে বাকী ঋষি মুনি সকলে মুক্তি নাপালে এই কথা শুদ্ধ সত্যনে ?এই কথাৰ বিশ্বাসযোগ্যতা কিমান ?উক্ত বাক্যটো কিবা ৰহস্যজনক মায়াময় নহয়নে ?২৮ হাজাৰ ঋষি মুনিয়ে যজ্ঞ কৰোতে ঈশ্বৰ বিষ্ণুৰ নাম জপ কৰি যজ্ঞ কৰিছিলনে চোৰ দকাইত গুণ্ডা তিৰিচোৰ ধনচোৰ হত্যাকাৰী পাপীৰ নাম লৈ লৈ যজ্ঞ কৰিছিল নেকি যাৰ বাবে মুক্তি নাপালে ? ভাগৱত খনৰ ওপৰত বহু প্ৰশ্ন আহে যাৰ উত্তৰ দিলেই ভাগৱতৰ নিৰপেক্ষা নিস্বাৰ্থতাৰ ওপৰত প্ৰশ্ন সন্দেহ আহে ।নিৰপেক্ষভাবে প্ৰথমে উক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিবচোন ? উত্তৰ দিব সকলোৱে উপকৃত হব ।
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd Ай бұрын
কৃষ্ণ বাপ 🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏☺️
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Ай бұрын
কৃষ্ণ কৃষ্ণ।
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@madhabdas3036
@madhabdas3036 Ай бұрын
কৃষ্ণ কৃষ্ণ ভগবান শ্রী শ্রী কৃষ্ণ অমিতময় কথা আপোনাৰ,মখে শুনি আনন্দ উপভোগ কৰালে বৰ ভাল লাগিল ধন্যবাদ🙏🙏🙏🙏
@sriborah
@sriborah Ай бұрын
আপোনালৈ আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏। ঈশ্বৰৰ কৃপাত হে প্ৰকাশ হৈছে।
@utpalkrgogoi7430
@utpalkrgogoi7430 Ай бұрын
খুব সুন্দৰ,, কৃতাৰ্থ হলো,,
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏☺️
@SagarVidya-o3x
@SagarVidya-o3x Ай бұрын
কৃষ্ণ কৃষ্ণ ভাল । লাগিল
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ কৃষ্ণ
@nibirbaruahvii-b-1713
@nibirbaruahvii-b-1713 Ай бұрын
Bohut sundor kotha 👍🏻🙏👌
@sriborah
@sriborah Ай бұрын
আন্তৰিকতাৰে ধন্যবাদ জনালো কৃষ্ণ 🙏
@sunalideka1524
@sunalideka1524 15 күн бұрын
সময় উপযোগী বাাখা হলেও আমাক গাহৰি লগত তুলনা কৰিছে।
@RajbongshiBorah
@RajbongshiBorah 15 күн бұрын
আমিতো video ত তেনে কথা প্ৰকাশ কৰা দেখা নাই। অলপ ভালকৈ চাবলৈ অনুৰোধ জনালোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏
@junuhazarikadihanam375
@junuhazarikadihanam375 Ай бұрын
কৃষ্ণ বাপজন নমস্কাৰ এই শিতানত প্ৰকাশৰ মাধ্যম সমূহৰ ভিতৰত অন্যতম আছিল।
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏, আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ 🙏🙏
@abhiraj0707
@abhiraj0707 Ай бұрын
8r axomiya please dibo sun plsssss🙏🙏🙏🙏🥺🥺🥺
@sriborah
@sriborah Ай бұрын
😀
@asomiaasom6008
@asomiaasom6008 Ай бұрын
মায়া আৰু ভক্তিধৰ্ম যুক্ত ভাগৱতৰ মায়া পদক সাৰ কৰি আশ্ৰয় কৰি আলোচনা কৰিলে নাৰদ ব্যাসতকৈ বক্তা সুত আৰু শ্ৰোতা পৰিক্ষীত শ্ৰেষ্ঠ এই কথা শুদ্ধনে ? নাৰদ ব্যাস সুত পৰিক্ষীত কোন কিমান শ্ৰেষ্ঠ সেই কথা বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতত উল্লেখ গ্ৰহণযোগ্যনে ? এতিয়া আহো ভাগৱত প্ৰকাশ ভাগৱত ৰচনা ৰ স্থান সময় ।নাৰায়ণৰ পৰা ব্ৰহ্মা ,ব্ৰহ্মাৰ পৰা নাৰদ ,নাৰদৰ পৰা ব্যাস ,ব্যাসৰ পৰা সুক ,সুকৰ পৰা আঠাইশ হাজাৰ ঋষি আৰু পৰিক্ষীৰ পৰা নৰলোকে ভাগৱত পালে পিছত অসমত ১৪০০ শতিকাত শংকৰদেৱে বৈকুণ্ঠৰ ভাগৱত নমাই আনি লিখি কলিৰ লোকক দি ভাগৱত প্ৰচাৰ কৰিছিল ।ব্যাসে নাৰদৰ পৰা চাৰিশ্লোকৰ ভাগৱতৰ জ্ঞান পাই ব্যাসে ধ্যানত কি ৰূপত কেনে ভাবত ভাগৱত বহলকৈ ৰচি পুত্ৰ শুকক দিলে,ব্যাসে শুকক দিয়া ভাগৱতত কেনেকৈ শুকৰ দ্বাৰা আঠাইশ হাজাৰ ঋষি সহিতে পৰিক্ষীতক ভাগৱত দিলে ভাগৱত পাই আঠাইশ হাজাৰ ঋষিয়ে মুক্তি নাপালে কেবল পৰিক্ষীতেহে মুক্তি পালে লগতে পৰিক্ষীতৰ নাতিলৈ ভাগৱতত কেনেকৈ উল্লেশিত হল উক্ত কথা ব্যাসে ৰচা ভাগৱতত আছিলনে ?নে ব্যাসে পৰিক্ষীত মৰাৰ পিছত পৰিক্ষীতৰ নাতিৰ সময়তহে নাৰদৰ পৰা ব্যাসে ভাগৱত জ্ঞান পাই বৰ্তমান আমি পঢ়িব পোৱা শংকৰদেৱে লিখা ধৰণে ভাগৱত খন ব্যাসে লিখিছিলনেকি বৰা বাপ ?ভাগৱতৰ ৰচাৰ সময় গুৰি ভালকৈ মোক লগতে অসমবাসীক আটিগুৰি জনাবাচোন ?তেতিয়াহে তোমাৰ এই আলোচনা শুদ্ধ সত্য আৰু সফল হব ।মোৰ প্ৰশ্ন সংশয়ৰ উত্তৰ কমেণ্টেৰে জনাবা বৰা বাপ ।ঔঁ🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ বাপ জনা 🙏, প্ৰথমে আপোনালৈ শ্ৰদ্ধাৰে সেৱা আগবঢ়ালোঁ। এটা দিশৰ পৰা আপোনাৰ কথাত যুক্তি আছে আৰু সাম্প্ৰতিক কালত ই প্ৰাসঙ্গিকো। কিন্তু এভাগ কথাহে, একান্ত ঈশ্বৰ ভক্তিত যুক্তিৰ কোনো স্হান নাই বাপ 🙏। আনহাতে comment ৰ মাধ্যমেৰে সকলো প্ৰকাশ কৰিবলৈ অসুবিধা, গতিকে পৰৱৰ্তী কালত video মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম। লগতে এভাগ ইচ্ছা হে জন্মিছে,,, আপোনাৰ সৈতে সাক্ষাৎ হৈ কিছু আলোচনা কৰিবলৈ। কৃপা কৰিলে আমাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@PrahladDas-cw2hh
@PrahladDas-cw2hh Ай бұрын
যুগ ধৰ্ম অনুষ্ঠেয় যস্মিন যুগে যথাস্থিত --- যুগ ধৰ্মৰ জ্ঞান আপোনাৰ আছে জানো ?
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏, প্ৰথমে আপোনালৈ শ্ৰদ্ধাৰে সেৱা আগবঢ়ালোঁ। আপোনাৰ প্ৰশ্নৰ বাবে কৃতজ্ঞ হ'লো। আমি নৰাধম, নিজে এজন আধ্যাত্মিকতাৰ ছাত্ৰ হে। তথাপি যুগ ধৰ্ম বিধান আৰু কৰ্ম সম্পৰ্কে জ্ঞাত। পৰবৰ্তী কালত video মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম। কৃষ্ণ 🙏
@PrahladDas-cw2hh
@PrahladDas-cw2hh Ай бұрын
শঙ্কৰ আমাৰ গুৰু হয় নে ? যদি হয় কেনেকৈ হ'ল আৰু যদি নহয় কিয় নহয়? গুৰুৰ ৰূপ কি? সাকাৰ নে নিৰাকাৰ ? যদি সাকাৰ তেন্তে শঙ্কৰ আমাৰ গুৰু নহয়। যদি নিৰাকাৰ কৃষ্ণ,ৰাম,নাৰায়ণ আদিও গুৰু। মূল কথা সাকাৰ গুৰুৰ তিৰোভাৱ এ বছৰে হওক বা ১০০০ বছৰেই হওক, নিৰাকাৰে, সদা নিৰাকাৰে । তেনে স্থলত ৰাম কৃষ্ণক বাদ দি শঙ্কৰদেৱক কিয় প্ৰাধান্য দিয়া হ'ল? শঙ্কৰ- মাধৱে সমাজত বহুতো উপদেশ দি গৈছে -- তাৰে কিছুমান পালন কৰা দেখা যায় আৰু আন কিছুমান পালন কৰা দেখা নাযায় এয়া কেনেধৰণৰ গুৰু ভক্তি। এটা সৰু উদাহৰণ -- শাস্ত্ৰ পঢ়ি তত্ত্ব লোকে অনেক জানয়। দৃশ্যমান গুৰু বিনে শৰণ নোহয়।। মাধৱদেৱ দৃশ্যমান গুৰু কেনে হব লাগে --- বেদৰ ৰহস্য তত্ত্ব সকল জানন্ত। কৃষ্ণক ভকতি বলে সাক্ষাত কৰন্ত।। সেহিসে উত্তম গুৰু সেহিসে ভকত। ভক্তি উপদেশ দিবা হোৱয় শকত।। -- শঙ্কৰদেৱ-- তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক। অৰ্ন্তয্যামি গুৰু ৰূপে তাকে সত্য কৰা মোৰ তযু নামে সদা ৰতি হৌক।। -- মাধৱদেৱ-- ইয়াত বাহিৰত গুৰু ৰূপে বাক্য শাৰীয়ে সাকাৰ ৰূপী সদগুৰুৰ কথা কৈছে। অৰ্ন্তয্যামি গুৰু ৰূপে বাক্যশাৰী নিৰাকাৰ গুৰুৰ কথাকে বুজাইছে। তযু নামে বাক্যশাৰীয়ে সাকাৰৰূপী সদগুৰুৰ শিষ্যক প্ৰদান কৰা যুগোপযোগী বীজ নামৰ কথাকে নিৰ্দ্দিষ্ট কৰি বুজোৱা হৈছে। কিয়নো নিৰাকাৰ ব্ৰহ্মই কাকো শৰণ বা কোনো উপদেশ নেদিয়ে। আনফালে বীজ নামটো কোনো শাস্ত্ৰৰ পৰা নিজে নিজে গুৰুহৈ লোৱা বা আনক প্ৰদান কৰা বস্তু নহয়। এইখিনিতে নিশ্চয় যুগ ধৰ্ম, যুগাৱতাৰ গুৰু আৰু যুগ উপযোগী নামৰ বিষয়ে সম্যক জ্ঞান থাকিব লাগিব। নহনে বাপ। অন্যথা কুঞ্জৰৰ স্নান। কিয়নো পাঠক সমাজত এইবোৰ শ্লোকৰ ভাঙনি কৰা দেখা নাযায়। এয়া এক প্ৰকাৰ গুৰু অৱজ্ঞা।
@sriborah
@sriborah Ай бұрын
কৃষ্ণ বাপ 🙏🙏 পৰৱৰ্তী কালত video মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হ'ব। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম
@nizarabora8203
@nizarabora8203 Ай бұрын
❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🙏🙏🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏☺️
@RitaMonisaikia-ol5pq
@RitaMonisaikia-ol5pq Ай бұрын
কৃষ্ণ
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
পাচশ বছৰ পাৰ হল অসমমূলুকত ভাগৱতৰ জন্ম হোৱা । কিন্তু ভাগৱতৰ কথাবোৰ মানিবলৈ টান পাই। বিশ্বাস নকৰে ।
@sriborah
@sriborah Ай бұрын
যাৰ যেন মতি, বুলি শাস্ত্ৰয়ে কৈছে। কৃষ্ণ কৃষ্ণ 🙏🙏
@afreenahmed222
@afreenahmed222 Ай бұрын
🙏🙏
@sriborah
@sriborah Ай бұрын
🙏🙏
1 сквиш тебе или 2 другому? 😌 #шортс #виола
00:36
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
Having Kids? Antinatalism and Veganism । Podcast - 11
54:58
Psyche Talk
Рет қаралды 5 М.
Episode 01 ☪️ In tha name of Allah 💖 #islam #love #ramzan #quran #quotes
48:48
Geethamma & Sarathkrishnan Stories
Рет қаралды 515 М.
1 сквиш тебе или 2 другому? 😌 #шортс #виола
00:36