ভাওনা প্ৰতিযোগিতা | প্ৰথম পুৰস্কাৰ | শ্রীৰামৰ অৰণ্য গমন | Shri Ramor Aranya Gaman Bhaona Competition

  Рет қаралды 12,531

Anupom Bitupon

Anupom Bitupon

Күн бұрын

ভাওনা প্ৰতিযোগিতা | প্ৰথম পুৰস্কাৰ | শ্রীৰামৰ অৰণ্য গমন | Shri Ramor Aranya Gaman Bhaona Competition
সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা
নতুন ৰঙাগড়া গুইজান গাঁও , তিনিচুকীয়া
প্ৰথম পুৰস্কাৰ । অৰুণোদই সাংস্কৃতিক গোষ্ঠী । ফুলপানীছিগা, শিৱসাগৰ জিলা
Shri Ramor Aranya Gaman
Bhaona competition guijan
Vauna
bhavna
#Shri_Ramor_Aranya_Gaman
#bhaona
#vauna_competition
#guijan_vauna_competition

Пікірлер: 50
@Sewalihazarika23
@Sewalihazarika23 2 күн бұрын
তাৰাকাৰ অভিনয় অতি সুন্দৰ❤🎉
@gautamsaikia1044
@gautamsaikia1044 Күн бұрын
❤🎉অনবদ্য অভিনয় শৈলী । দোহাৰৰ পৰিবেশন উৎকৃষ্ট মানদন্ডৰ । ভাল লাগিল ।
@rahulgogoi7272
@rahulgogoi7272 2 күн бұрын
কি সুন্দৰ ❤.. সত্যম দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় 🎉 ভাওনা ভাগে যি বিচাৰিছে কণ্ঠই পৰিপূৰ্ণ কৰি দিছে প্ৰত্যেকটো দৃশ্য ❤❤❤❤❤❤। সকলোৰে কি অপূৰ্ব অভিনয়❤ জয় অৰুণোদয় নাট্য গোষ্ঠী ❤
@PranjitgayanPranjit-jm6vo
@PranjitgayanPranjit-jm6vo Күн бұрын
ধন্যবাদ ৰাহুল
@shoundaryasvlog2012
@shoundaryasvlog2012 Күн бұрын
সকলো ভাৱৰীয়াৰ নিখুঁত অভিনয়। নাট্যকাৰ উৎপল খনিকৰ দেৱৰ মহান সৃষ্টিক শতকোটি প্ৰণাম।
@bjdassam2823
@bjdassam2823 Күн бұрын
খুব ভাল লাগিল ❤ সকলোৰে অভিনয় খুব সাৱলীল হৈছে।❤❤
@NINJABISWA
@NINJABISWA 2 күн бұрын
দুখ প্ৰকাশ কৰা লগতে, দুখ বোৰ ৰাইজলৈ আগবঢ়োৱা টো বহুত ধুনীয়া হৈছে অপূৰ্ব
@rupam8629
@rupam8629 2 күн бұрын
বৰ মনোগ্ৰাহি এখন নাট উপহাৰ নাট্যকাৰৰ ।বিচাৰকৰ দৃষ্টিত শ্ৰেষ্ঠ হোৱাৰ ওপৰিও প্ৰতিজন দৰ্শকৰ বাবেও এখন শ্ৰেষ্ঠ নাট,,,, প্ৰতিজন অভিনেতাৰে দুৰ্দান্ত অভিনয় ❤❤❤❤
@অনুপমবিতোপন
@অনুপমবিতোপন 2 күн бұрын
🙏🙏🙏
@DipaliGhowin
@DipaliGhowin Күн бұрын
Val lagil sai uff ❤😊😊😊
@rubulborah5810
@rubulborah5810 Күн бұрын
অতি সুন্দৰ অভিনয় সকলোৰে ।❤❤❤
@prasantabgohain7032
@prasantabgohain7032 2 күн бұрын
মুখা শিল্প সুন্দৰ হৈছে ।।।
@DigantaDas-u4i
@DigantaDas-u4i 2 күн бұрын
সচাকেঁ সত্যম দা আপোনাৰ কণ্ঠ অপূর্ব 🙏❤
@mamu_saikia
@mamu_saikia Күн бұрын
Bhut hundor hoise❤
@nayandeepdutta6213
@nayandeepdutta6213 6 сағат бұрын
@pinkuhazarika899
@pinkuhazarika899 22 сағат бұрын
Fulpani siga sivsagar❤❤
@PranjitgayanPranjit-jm6vo
@PranjitgayanPranjit-jm6vo 20 сағат бұрын
হয়
@Opbhai676
@Opbhai676 2 күн бұрын
জয় গুৰু শংকৰ
@fluteprasantagogoi6528
@fluteprasantagogoi6528 2 күн бұрын
বাঁহী সুৰ যেন বিতুল দা বজাইছে শুনি অনুভৱ কৰিছোঁ 💚💚💚
@ljk6618
@ljk6618 Күн бұрын
আদৰ্ষণিয় নাট্য দল , মৰমৰ নাট্য দল। অসমীয়াৰ সংজ্ঞা বিচাৰি আৰু যাব লাগে জানো দূৰলৈ 🌱🙏🏾🤗।
@PranjitgayanPranjit-jm6vo
@PranjitgayanPranjit-jm6vo Күн бұрын
❤️❤️
@ljk6618
@ljk6618 Күн бұрын
@@PranjitgayanPranjit-jm6vo ভৰতক চাবলৈ ৰৈ আছো । Frm ~গোলাঘাট 🙏🏾
@PranjitgayanPranjit-jm6vo
@PranjitgayanPranjit-jm6vo Күн бұрын
❤️
@bobisaikia8954
@bobisaikia8954 2 күн бұрын
❤❤❤
@krishnadas3624
@krishnadas3624 2 күн бұрын
Val lagil sai❤❤❤❤❤
@AnimeshLahon
@AnimeshLahon 2 күн бұрын
Styom daa everything 💕💕💕🔥🔥🔥🔥🔥
@MousumKonwar-j4x
@MousumKonwar-j4x 2 күн бұрын
Bht dhuniya hoise ai team to Manisu kintu ❤😢
@PranjitgayanPranjit-jm6vo
@PranjitgayanPranjit-jm6vo Күн бұрын
ধন্যবাদ
@svcgauravduarah9549
@svcgauravduarah9549 2 күн бұрын
🙏🙏
@deepjyotiphukon3788
@deepjyotiphukon3788 2 күн бұрын
Pranjit da ovinoi🔥🔥 uff❤❤
@PranjitgayanPranjit-jm6vo
@PranjitgayanPranjit-jm6vo Күн бұрын
❤️
@nilakhisonowal5032
@nilakhisonowal5032 2 күн бұрын
Bohut hundor ❤❤❤
@shilpi6936
@shilpi6936 2 күн бұрын
Moi salu bohut val lagil amr gawte hoisil ❤
@phukon....jorhat7978
@phukon....jorhat7978 Күн бұрын
Nyandep da❤❤
@nayandeepdutta6213
@nayandeepdutta6213 6 сағат бұрын
Tqqq❤
@rahulneog3243
@rahulneog3243 2 күн бұрын
সীতা গৰাকী ৰ আৰু অভিনয় আৰু বচ্চন আৰু অলপ গহীন গম্ভীৰ হোৱা হ'লে আৰু ভাল লাগিল হয়।
@gjhazarika
@gjhazarika 2 күн бұрын
❤👌
@mayurvloge5502
@mayurvloge5502 2 күн бұрын
ধ্ৰৱ চৰিত্ৰ লাগে
@অনুপমবিতোপন
@অনুপমবিতোপন 2 күн бұрын
aji dm
@vloggerpriyansu
@vloggerpriyansu 2 күн бұрын
Voice🚩
@vloggerpriyansu
@vloggerpriyansu 2 күн бұрын
1:00:08 🔥
@vloggerpriyansu
@vloggerpriyansu 2 күн бұрын
38:17 ❤
@ankuraxom1822
@ankuraxom1822 2 күн бұрын
Saityam da voice 🥺❤️
@MuhonPuspa
@MuhonPuspa 2 күн бұрын
Frist liker ❤
@jituborgohain9308
@jituborgohain9308 2 күн бұрын
❤️❤️❤️🌹🌹🌹
@santoshsaikiya9699
@santoshsaikiya9699 2 күн бұрын
Hundor hoise.
@phuke8915
@phuke8915 14 сағат бұрын
@nipulboruah22
@nipulboruah22 2 күн бұрын
❤❤❤
@rajdeepnathofficial1031
@rajdeepnathofficial1031 2 күн бұрын
@LachitDas-wc4jy
@LachitDas-wc4jy 2 күн бұрын
❤❤❤
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 94 МЛН
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,6 МЛН
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 94 МЛН