ভূপেন বৰাৰ লগত মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত ২০২৪’

  Рет қаралды 37,304

Pratidin Time

Pratidin Time

Ай бұрын

৪ জুনৰ পিছত ভূপেন বৰা সভাপতি হৈ থাকিবনে?
৪ জুনৰ পিছত বিৰোধী মিত্রজোঁট ছেদেলি-ভেদেলি হ’ব নেকি?
লোকসভা নিৰ্বাচনত কোনে কোনে টকাৰ বিনিময়ত প্রাৰ্থিত্ব পাইছিল?
’২৬ৰ আগত বিজেপিত যোগদান কৰিবলৈ বাধ্য হ’ব নেকি বৰা?
ভূপেন বৰাৰ নেতৃত্বত তিনিখনৰ পৰা আসন বৃদ্ধি হ’ব নে হ্রাস পাব?
কেৱল কৰিমগঞ্জ, ধুবুৰী, নগাঁও জিকিলে কংগ্রেছ শলঠেকত পৰিব নেকি?
এনে কিছু প্রশ্ন লৈয়ে ভূপেন বৰাৰ লগত আজিৰ ‘জনমত ২০২৪’
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত ২০২৪’
#PratidinTime #Janamat #assam #talkshow #NitumaniSaikia

Пікірлер: 89
@rawandreal99
@rawandreal99 Ай бұрын
ভূপেনে ভাল যুঁজ দিছে এইবাৰ... কংগ্ৰেছে ৬ খন পোৱাৰ সম্ভাৱনা প্ৰকট ।
@Swapnashreee
@Swapnashreee Ай бұрын
লিখি ৰাখক ১পাব
@rawandreal99
@rawandreal99 Ай бұрын
@@Swapnashreee মোদীৰ চুনামী থাকোতেই ৩ খন আছিল সেইটো জানি থোৱা ভাল ।
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
2 khn pbo congress
@assa516
@assa516 Ай бұрын
5 খন ফাইনেল কংগ্ৰেছৰ৷দুখন ফাইনেল BPF ৰ৷
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
@@assa516 2 khn congress
@user-rw3pv9dw1j
@user-rw3pv9dw1j Ай бұрын
ভূপেন বৰা মানসিক ভাবে যথেষ্ট শক্তিশালি ব্যক্তি আাৰু প্ৰদেশ কংগ্ৰেছৰ উপযুক্ত সভাপতি বুলি ভাবো যিজনৰ বিপৰীতে মাইণ্ড গ্ৰেম খেলি খেলি চতুৰ হিমন্ত হাৰি গ’ল ৷
@kanaklalsutradhar6998
@kanaklalsutradhar6998 Ай бұрын
Barpetar babe kio kheli-meli decision hol ? Talukdar,Bayan+Ahmedr hotuai vote bibhajon kune korile...mysterious fact.
@Bhunomali
@Bhunomali Ай бұрын
Hoi Himanta biswas sharma ai game tu khile hokoluyai Jane sarbananda snwl central minister hoi u kanekoi dibrugarh homostit election khelibo parile 🤬
@mukundadeka3213
@mukundadeka3213 Ай бұрын
ভূপেন বৰাৰ মুখত অবাইচ নোলায়। কথাবোৰ পানী নসৰকা আৰু সহনশীল।
@misterdevilff
@misterdevilff Ай бұрын
Congress zindabad ❤❤❤❤❤
@biswajitkalita4830
@biswajitkalita4830 Ай бұрын
ভাল লাগিল, বিৰোধী জয় জয় ময় ময় হওক
@AAMIRKHANAHANAOFFICIAL
@AAMIRKHANAHANAOFFICIAL Ай бұрын
ভূপেন দা আপোনাক এটা অনুৰোধ জনাওঁ যে নিজকে জাতীয়তাবাদীৰ মূল উৰ্ধত বুলি নাভাবিব, ভৱিষ্যতৰ কথা ভাবি দেশ,জাতি ৰক্ষাৰ বাবে জাতীয়তাবাদী ঐক্য বিৰোধী শক্তি একত্ৰিত হৈ থাকিব, তেতিয়া আপোনাৰ আৰু অসমৰ ভৱিষ্যত ভাল হব👍👍
@subhashsut2215
@subhashsut2215 Ай бұрын
আমি শুনা পাইছো বহুত বিজেপিয়ে কঙগেছক ভোট দিছে । আমি ওচৰ পাজৰ মানুহৰ মুখে গম পাইছো । বিজেপি ক ডোবাব ‌।হিমনতয় ।
@jutikadas9316
@jutikadas9316 Ай бұрын
কংগ্ৰেছ জয়ী হোৱাটো নিশ্চিত ।
@prvawatipegu8359
@prvawatipegu8359 Ай бұрын
আমাৰ সভাপতি ভূপেন বৰাৰ কথাবোৰ প্ৰকৃত সত্য ।
@devakantaborah2973
@devakantaborah2973 Ай бұрын
বহুত সুন্দৰ কথা কৈছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভবাতকৈ এইবাৰ অসমত বেছি ভাল ফলাফল আহিব । কংগ্ৰেছে এই বাৰ অসমত আঠখন খাটাং পাব ।
@subhashsut2215
@subhashsut2215 Ай бұрын
কঙগেছে 6/7খন চিট পাব এখন বেছি হ'ব পাৰে কম নহয় ।‌‌ যোৰহাট নগাঁও দৰঙ+ওদালগুৰি ‌ধুবুৰী গুৱাহাটী কাজিৰঙা আৰু ডিব্ৰুগড় ডিফু ব কৰিমগঞ্জ। মোৰ সম্পূৰ্ণ বিশ্বাস।
@nikhilsarmah9656
@nikhilsarmah9656 Ай бұрын
Counting r dina switch off kore nothobi mobile tu
@bishalsarma5306
@bishalsarma5306 Ай бұрын
😂😂
@dipakmaina6913
@dipakmaina6913 Ай бұрын
ডিব্ৰুগড় বিৰোধী ভোট 2 ভাগ দাদা
@kalpanadeka6201
@kalpanadeka6201 Ай бұрын
খালেক ডাঙৰীয়া ঠিকেই আছে | স্বাৰ্থপৰ নহয়। আগতে বিধান সভা তো ভাল কথা কৈছিল । গৌৰব গগৈ সাংঘাতিক ভাল মনৰ মানুহ | আপুনি কিন্তু আগতে সৰু লৰাৰ নিচিনা কৰে | বিশেষকৈ আজমলৰ চতুৰালি অখিল গগৈয়ে বুজি পাই সতর্ক কৰি দিয়াত আগতে গুৰুত্ত্ব দিয়া নাছিল | এইবাৰ হে ভালকৈ বুজি পাইছে চতুৰালি |
@kishorbarman3411
@kishorbarman3411 Ай бұрын
ভূপেন বৰা জিন্দাবাদ ❤❤❤❤❤
@ipgneutral
@ipgneutral Ай бұрын
Bhupen Borah Good politician
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl Ай бұрын
আশাময় সংসাৰ হব৷
@asomiaasom6008
@asomiaasom6008 Ай бұрын
বিজেপি দল চৰকাৰ আৰু ভৃত্য বহতীয়া নিৰ্বাচন আয়োগে ইভিএমত বিজেপিৰ ভোটৰ সংখ্যা সৰ্বাধিক কৰি নিৰ্ধাৰিত কৰি থৈছে গতিকে কংগ্ৰেছে এখন আসনো নিজিকাটো একো অস্বাভাবিক নহয় ।কংগেছে আসন লাভ কৰিলেহে অচৰিত হব কাৰণ নিখুত ভোট চোৰ কৰিছে যদিও সুৰুঙা ৰৈ গৈছে প্ৰমানিত হব ।
@raaginitv6585
@raaginitv6585 Ай бұрын
কথা বোৰ বহুত ভাল লাগিছে ❤
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
ইমান এজন প্ৰতিপত্তশালী, ক্ষমতাবান ৰজাক সাধাৰণ নিৰিহ জনতাই আঁতৰাব নোৱাৰে। আসন কম হলেও ৰজা ৰজা হৈয়েই থাকিব।
@rajiblochandas955
@rajiblochandas955 Ай бұрын
জনমত ভাল লাগিল
@dipak7876
@dipak7876 Ай бұрын
Good speech
@durgeswarphukan8498
@durgeswarphukan8498 Ай бұрын
Best regards
@pnameswar9
@pnameswar9 Ай бұрын
লখিমপুৰত ৰাণী নৰহ ক টিকট দিব লাগিছিল তেতিয়া কংগ্ৰেছ জিখিলে হয়।
@dulalkhanikar9853
@dulalkhanikar9853 Ай бұрын
Right
@Yoyo60204
@Yoyo60204 Ай бұрын
Gaurav gogoi jodi hare janim kiba tu kheli meli hoise khatabg
@homenborah5634
@homenborah5634 Ай бұрын
O8
@dipabhagawati2722
@dipabhagawati2722 Ай бұрын
G gogoi jindabad
@user-rw3pv9dw1j
@user-rw3pv9dw1j Ай бұрын
আমি ভোট দিছো হাতত যদি ইভিএমৰ ভিতৰত থকা ভূতে সময়ত ওলট-পালট কৰি পেলাই তেন্তে বিকল্প হিচাপে গণতন্ত্ৰ ৰক্ষাৰ বাবে বেলট পেপাৰ বিচাৰি আন্দোলন কৰিম ৷কংগ্ৰেছ জিন্দাবাদ ৷
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr Ай бұрын
Congress zindabad
@girishchandrasharma5023
@girishchandrasharma5023 Ай бұрын
প্ৰতিদিন টাইমৰ দূৰদৰ্শনৰ অনুষ্ঠানলৈ সঘনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা ডাঙৰীয়াক মতাৰ কিবা ৰহস্য ?
@jbbhai0133
@jbbhai0133 Ай бұрын
Bhupen borah sir zindabad ✊
@tarunboravlogs333
@tarunboravlogs333 Ай бұрын
এইবাৰৰ নিবা'চনৰ আগত কংগ্ৰছৰ বেহুৰ ভিতৰত সোমাই অভিমন্যুৰ দৰে আক্ৰমণ কৰিছিল । আৰু হিমন্ত বিশ্ব জযী হৈ আহিছিল । কংগ্ৰেছৰ পজিতিভ মাইন আৰু একতা নাছিল । তাৰোপৰি হিমন্ত বিশ্বৰ কে লংকাৰীৰ কথা কলেই মাত নামাতে বা বেলেগ কথা কৈ লুকুবাবলৈ যত্ন কৰে । সংবাদিকে হিমন্ত বিশ্ব শমাক সেই কথাটোকে বাৰে বাৰে সুধি থাকিব লাগে । সংবাদিকেহে কথাবিলাক উলিযাবলৈ যত্ন কৰিব লাগে । মুখ্যমন্তীক খং উঠাব পাৰিলেই সংবাদিক সকল সফল হব ।🎉🎉🎉🎉🎉🎉
@Swapnashreee
@Swapnashreee Ай бұрын
😢😢😢
@parag01
@parag01 Ай бұрын
সাহসী নেতা 👏
@user-ps8gc5qw1n
@user-ps8gc5qw1n Ай бұрын
Lakhumpur vot bohato Satya bena pote dondeta
@akmasalaindustry4808
@akmasalaindustry4808 Ай бұрын
Hoil
@user-cw3xr3pb1w
@user-cw3xr3pb1w Ай бұрын
কংগ্ৰেছ এইবাৰ Big zero
@mohankumarsingh1040
@mohankumarsingh1040 Ай бұрын
ভাল লাগিছে, মিডিয়াৰ নেৰেটিভ সলনি হৈছে । মনত পেলাওঁক ১৯ এপ্ৰিলৰ আগত মিডিয়াত ৰাতিপুৱাৰ পৰা ৰাতিলৈ অকল গেৰেণ্টীবাজৰ গেৰেণ্টী আৰু বিৰোধীক ঠাট্ট, বিদ্ৰুপ আৰু উপলুঙা । ৰাইজৰ চিন্তাধাৰা সলনি হৈছে শাসক দলৰ বিৰোদ্ধে এইবাৰ ৰাইজ ঠিয় দিছে ডিব্ৰুগড় আৰু যোৰহাটৰ ভোটদানৰ প্যাটার্ন দেখিলেই গম পাব । বিজেপিয়ে টকাৰ জোৰত জিকিবও পাৰে । ৰাইজৰ কিন্ত নেতাৰ ভাষণে আমুৱাইছে । এইবাৰ ৰাইসিনা হিল চাউথ ব্লকৰ পাৱাৰ চেন্টাৰ সলনি হোৱাটো নিশ্চিত। শেষত, ১ জুনৰ পিছত বিভিন্ন পল্টুৰাম আবির্ভাব হোৱাটোও নিশ্চিত।
@bishalsarma5306
@bishalsarma5306 Ай бұрын
Bjp zindabad ❤ 400 paar
@juridutta3670
@juridutta3670 Ай бұрын
5
@karunachutia-mx1zf
@karunachutia-mx1zf Ай бұрын
আমাৰ লখিমপুৰত প্ৰাৰ্থী ঘোষণাত কিয় ইমান পলম কৰিলে কংগেছে ? কিবা পইচাৰ কোচকাৱাজ নিশ্চয় নহয় জানো? সাধাৰণ ভোটাৰ হিচাপে ভাবিবলৈ বাধ্য হৈছো যে অসমৰ কংগেছৰ লিডাৰে কেৱল নিজৰ পকেট গৰমৰ বাবেহে ভাবি কংগেছ কৰি আছে
@gonjanboruah6988
@gonjanboruah6988 Ай бұрын
2026 লৈ আমাৰ চাৰ থাকিবনে।
@akmasalaindustry4808
@akmasalaindustry4808 Ай бұрын
Ekebare hoil
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
জ্যোতিষী দুজনমানক 1 তাৰিখৰ আগতে মাতি আনি কথা পাতক। কি কয় চাওচোন।
@gonjanboruah6988
@gonjanboruah6988 Ай бұрын
6 খনৰ ঠাইত কিমান বেছি পাব।
@user-ky4su9le6k
@user-ky4su9le6k Ай бұрын
ভুপেনে ভুৱে নাপায় হাৰিবো যে।
@pabitrasharma3233
@pabitrasharma3233 Ай бұрын
Borah sir zindabad
@shyamolikabora2924
@shyamolikabora2924 Ай бұрын
‌নিতুমনি থিক প্ৰশন কৰিছে
@NituDas-md1py
@NituDas-md1py Ай бұрын
Hii
@anupkalita8322
@anupkalita8322 Ай бұрын
Ni2mani Dangariya Athiti nahay atithi he
@Danirojasfc6
@Danirojasfc6 Ай бұрын
কংগ্ৰেছ জিন্দাবাদ। 🇮🇳🌹🙏
@dipkamaldeka9696
@dipkamaldeka9696 Ай бұрын
Congress এ ৭ খনত জিকিব।
@M.G.615
@M.G.615 Ай бұрын
এইবাৰ ভূপেন বড়া ডাঙৰীয়া নাওঁৰ টিংঙৰ নামিবিব। আগন্তুক বিধান সভা নিৰ্বাচনৰ আগে,আগে,বিজেপি ত যোগদান কৰা নিউজ টো চাবলৈ আগ্ৰহেৰে চাবলৈ ৰৈ থাকিম,যদি জীৱন বাছি থাকে। ই,ভি,এম,ক দোষ দিয়া স্বভাৱ ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ পৰম্পৰা।
@ronjitsaikia-wy3le
@ronjitsaikia-wy3le Ай бұрын
Congress jikok, desh, jonota basi jauk.
@KIRANSAIKI
@KIRANSAIKI Ай бұрын
Bhupan Bora ajan bhal manuh bhut poittyhaban takhata par korisa amibura auporat koi lav nai
@UttamBorojaypwbwnraj
@UttamBorojaypwbwnraj Ай бұрын
Kongres beya nasil kisuman beya lidar karone eman bosor jikiboparnai karon raije roja nijok roja buli bhabibonalage
@bitulphukan2812
@bitulphukan2812 Ай бұрын
Congress matro Congres t vote dia manuh r karone he baki BJP AGP k aku hubidha nedea
@PuspakBhuyan
@PuspakBhuyan Ай бұрын
Bjp=8/9, cong=4/5,oth=1
@jayantabora8560
@jayantabora8560 Ай бұрын
এইটো ভোল ভুপেন ডাঙৰীয়া গাচ লেভেলত আপোনালোকৰ ভোটেই নাই আপোনালোকে মাত্ৰ দুটা চিট পাৱ।
@Kamalkamal-jj7xz
@Kamalkamal-jj7xz Ай бұрын
কংগ্ৰেছে তিনিখনৰ ওপৰত জয়ী নহয়.. তেওঁলোকে ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জ এই কেইখন আসনেই এইবাৰ পাব ৷
@sss-cq6lx
@sss-cq6lx Ай бұрын
Bjpt jabo bhupen bora challenge
@user-jo3bf4mg2r
@user-jo3bf4mg2r Ай бұрын
😂😂😂😂😂congress or kisuman murkhoi khopun dekhi ase. Bjp jindabad
@Deka2243
@Deka2243 Ай бұрын
Bhupen Bora rajnitit kechua
@Yoyo60204
@Yoyo60204 Ай бұрын
Vhal candidate dise...aiebar. Congress a
@bishalsarma5306
@bishalsarma5306 Ай бұрын
Congress 15 akhon pab... Fix
@bhupensaharia8474
@bhupensaharia8474 Ай бұрын
People of Assam allready rejected Congress Party and will reject near future,
@gonjanboruah6988
@gonjanboruah6988 Ай бұрын
ভূপেন বৰা চাৰৰ কথা শুনিলে হাঁহিয়ে উঠে ।
@jayantabora8560
@jayantabora8560 Ай бұрын
ডাঙৰীয়া অসমত I n d I a কাম নহৱ
@jayantabora8560
@jayantabora8560 Ай бұрын
কঙগেছ মূদ্ৰা বাদ
@promodrabha1619
@promodrabha1619 Ай бұрын
BJP - 10 AGP - 1 UPPL - 1 CON - 1/2 AIUDF - 1/0
@rawandreal99
@rawandreal99 Ай бұрын
BJP - 6 CON - 5 AJP - 1 AGP - 1 BPF - 1
@tarunboravlogs333
@tarunboravlogs333 Ай бұрын
বি জে পি 6 খন , কংগ্ৰেছ মিত্ৰজোট 6 খন , বিপিএফ 1 খন , ইউ ডি এফ 0 খন । প্ৰধানমন্তী ৰাহুল গান্ধী ।। 🎉🎉🎉🎉🎉🎉🎉
@Bhunomali
@Bhunomali Ай бұрын
Congress 7+ Bjp 4+ AGP 1+ AAP 1+ AUD 0+
@Bhunomali
@Bhunomali Ай бұрын
​@@tarunboravlogs333💯 PM Rahul Gandhi hobo ❤
@amritjyotisharma3459
@amritjyotisharma3459 Ай бұрын
😊 আপুনি বাংলা দেশী নেতা।
@assamryanchanel1118
@assamryanchanel1118 Ай бұрын
Bangladeshe Kota he kb paribo kin2 emn j dam bahise khai2 hle dekha npai....
@prvawatipegu8359
@prvawatipegu8359 Ай бұрын
শৰ্মা হলেই এনেকৈ কয় নেকি ?
@bhupendrachaliha2902
@bhupendrachaliha2902 Ай бұрын
YOUNG COUPĹE BHOGOBAN BLESS BOTH OFYÒU . I'M 94.2 + AĢE. ON 910 +ÀGÈ 1ST BÌRTH ĎAY AÑĎ CONTINUÈ...
Женская драка в Кызылорде
00:53
AIRAN
Рет қаралды 418 М.
Mom's Unique Approach to Teaching Kids Hygiene #shorts
00:16
Fabiosa Stories
Рет қаралды 28 МЛН
Gym belt !! 😂😂  @kauermtt
00:10
Tibo InShape
Рет қаралды 14 МЛН
Mejmel with Prasanta Rajguru ft. Sarbananda Sonowal | Prag News
46:40