ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম

  Рет қаралды 425,185

News Live

News Live

2 жыл бұрын

ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম। মুখ্যমন্ত্ৰীৰ এই স্পষ্ট বাৰ্তা
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 516
@minukalita7577
@minukalita7577 3 күн бұрын
অসমৰ মুখ্যমন্ত্ৰী মহাশয় সদায় স্পট। বঢ়িয়া। সশ্ৰদ্ধ প্ৰণাম মহাশয়।
@LinamoniGogoi-pt8dz
@LinamoniGogoi-pt8dz 2 күн бұрын
Pp
@manabkonwar423
@manabkonwar423 2 жыл бұрын
মুখ্য মন্ত্ৰী ডাঙৰীয়া যি পদশে লৈছে ভাল লাগিলে
@user-ps9px1ub1g
@user-ps9px1ub1g 2 жыл бұрын
1lakh sakori kot baba
@gitarthazgmedhi.
@gitarthazgmedhi. 2 жыл бұрын
আমাৰ গাওঁত ধনী বিলাকেহে চৰকাৰী ঘৰ পাই, দুখীয়া পৰিয়ালক একো নিদিয়ে, সেইবোৰত অলপ চকু দিলে ভাল পাম 🖤
@YouTubeboy-tf8uv
@YouTubeboy-tf8uv 2 жыл бұрын
Right
@arjunsaikia4673
@arjunsaikia4673 2 жыл бұрын
Right
@bhaskaraxom2305
@bhaskaraxom2305 2 жыл бұрын
সচা কথা
@jayantaborah7835
@jayantaborah7835 2 жыл бұрын
পালিনেতা বোৰৰ নেগুৰ ধৰা বোৰে পায়
@harishdasray1637
@harishdasray1637 Жыл бұрын
W
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
মুখ্যমন্ত্ৰী মহাশয় ,,বহুত বহুত ধন্যবাদ জনালোঁ।।আমাক এটা হেল্প লাইনৰ নম্বৰ দিব ।। অসমৰ সকলো চৰকাৰী চাকৰি কাৰ্য্যালয়ত চলি থকা দুৰ্নীতিবোৰৰ খবৰ জনাব পৰাকৈ ।।
@debenborah1326
@debenborah1326 2 жыл бұрын
মাননীয় মূখ্য মন্ত্রী মহোদয়ক ধন্যবাদ। অসম চৰকাৰে লোৱা পদক্ষেপ বহুত ভাল হৈছে, জয় আই অসম।
@dewantibasfor
@dewantibasfor Жыл бұрын
F
@Chkgdyuiiigdkjn
@Chkgdyuiiigdkjn Жыл бұрын
Gt
@minukalita7577
@minukalita7577 17 күн бұрын
শ্ৰদ্ধাৰ ৰাইজ সকলোৰে সহায় সহযোগেৰেহে সফল হ'ব পাৰি। সকলোকে আহ্বান জনালোঁ।
@gunakantabaruah6243
@gunakantabaruah6243 2 жыл бұрын
ভাল পাম আৰু ভাল ‌পালে ভোট দি জিকামো ।কাম কৰা চৰকাৰ লাগে ।
@labanyadharbaniah5251
@labanyadharbaniah5251 2 жыл бұрын
জাইকা,লুইচবাৰজাৰ,শাৰদা, কাৰ্বি আংলং জিলাৰ 1000কোটি,ওডালগুৰীৰ জলসিঞ্চনৰ 7,12কোটিৰ ক্ষেত্ৰত টো বাঘৰ দৰে ধৰিলে আৰু ভাল হ'ব
@gautamdas1457
@gautamdas1457 2 жыл бұрын
Right koisy..aapuni
@nktv7588
@nktv7588 2 жыл бұрын
মূখ্য মন্ত্রীয়ে এইটো কাম কৰিলে মই নিশ্চিত ১০ বছৰৰ কাৰণে ৰিজাৰ্ভ। cm sirok salute
@minukalita7577
@minukalita7577 17 күн бұрын
চকুপানী ওলাল মহাশয়। সকলো ৰাইজে এনে এজন মুখ্যমন্ত্ৰীৰে অসমখন সুন্দৰ কৰোঁ আঁহক।
@rupam8912
@rupam8912 2 жыл бұрын
পৰিৱৰ্তন হওঁতে হওঁতে আৰু চৰকাৰ এ পৰিৱৰ্তন হৈ যাব ১ লাখ নিযুক্তিৰ 60 হাজাৰ কেতিয়া বাচনি পৰ্বত সোমাল মহোদয় কি কলে আপুনি নিজৰ দেশৰ উন্নতি মই ও বিচাৰো দেশৰ ভাল হোৱাতো মই ও বিচাৰো but নিবনুৱাক ঠগি এনে দৰে ঠগিব নাপাই 60 হাজাৰ কেতিয়া বাচনি প্ৰক্ৰিয়াত সোমাল বিজ্ঞাপন কত কেৱল tet আৰু police ৰ বাদে কত দিলে বিজ্ঞাপন Helath ত ও পঞ্জীয়ন প্ৰক্ৰিয়া চলিহে আছে 60 হাজাৰ কত সোমাল ,??
@ajitdey3423
@ajitdey3423 2 жыл бұрын
righ8
@jitendrabarman6577
@jitendrabarman6577 2 жыл бұрын
অসমৰ যিকোনো ঠাইৰ জলমিছন আচনিৰ কি অৱস্থা হৈ আছে আগতে চাই লওক মহাশয় মুখেৰে ডাঙৰ ডাঙৰ কথা কৈ থাকিলে কি হ’ব ৷
@user-su4dr5vg1h
@user-su4dr5vg1h 2 жыл бұрын
পানী নোলোৱাকৈ ভাঙিয়ে থাকিল
@uttamdoley9134
@uttamdoley9134 2 жыл бұрын
সোনকালেই দিয়ক, আমাৰ বহুত অভিযোগ আছে।🙏🙏🙏 Secretly দিম❤️❤️❤️ । চৰকাৰী কামো টকা লয় কৰা অব্যাহত ্্্জনাম ক'ত,,,,,
@khaninsarma5522
@khaninsarma5522 2 жыл бұрын
Excellent step mama... Best CM in India... Proud of you Sir...
@bijusvlogcreation9219
@bijusvlogcreation9219 2 жыл бұрын
Our CM Sir is doing the appreciation work to demolish the corruption of the state.
@mili_moon_44
@mili_moon_44 2 жыл бұрын
বহুত ভাল পদক্ষেপ।
@nalinisaharia4856
@nalinisaharia4856 Жыл бұрын
মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ।
@KaoriMai
@KaoriMai 2 жыл бұрын
আমাৰ অসম খনক এবাৰ ভাল দৰে চাওক পিছপৰা গাঁৱত এতিয়াও অনাময় আৰু পানী নাই। কথা কলেই নহ'ব field visit কৰক চব ওলাই পৰিব।যদি আমাক কয় আমি গাওবোৰ দেখুৱাই দিব পাৰিম।
@boyz8011
@boyz8011 2 жыл бұрын
নাটকৰ নিচিনা কথা কৈ থাকে । অসমৰ মুখ্য মন্ত্ৰী আজি আমাৰ গাওঁত চকাৰৰ একোটা ঘৰ পোৱা নাই । আৰু Arunadoi আঁচনিৰ একো কাম হোৱা নাই । এইয়াই হল । main পৰিচয় সংবাদমাইল আগত বহুত ডাঙৰ কথা কৈ কাম কোনো মূলৈ নাই
@gboruah6460
@gboruah6460 2 жыл бұрын
Cm r akonu vul nai.tolor burok dhora
@KrishnaDas-re6yf
@KrishnaDas-re6yf 2 жыл бұрын
God bless you our respected CM 🙏
@Nayanchutia-3
@Nayanchutia-3 4 күн бұрын
ভাল পদক্ষেপ ছাৰ।
@priyanshiworld3942
@priyanshiworld3942 2 жыл бұрын
কিছু মান বিষয়ায় কেবল পইচা চিনি পায়
@kushaldas3027
@kushaldas3027 2 жыл бұрын
Bahut val lagil sir kathakhini xuni.
@minukalita7577
@minukalita7577 17 күн бұрын
ৰাইজৰ বাবে কাম কৰি অলপ ধন্য হৈ --।
@priyanshiworld3942
@priyanshiworld3942 2 жыл бұрын
খুব ধুনীয়া পদক্ষেপ গ্রহণ কৰিছে আমি চৰকাৰী কামত গলে চৰকাৰী কাম কৰা মানুহবোৰে বহু পইচা লয়
@arvlogs1184
@arvlogs1184 2 жыл бұрын
কথা মতে কাম হলে টু কথাই নাছিল আমাক কামৰ মানুহ লাগে দল বল জাতি জনজাতিৰ লগত ন' কি কথা আছে কাৰোবাক নহয় কাৰোবাক ভোটটো দিবই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া পিছে জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ নিৱনুৱা যুৱক যুৱতীৰ বাবেও অকণমান চিন্তা কৰক এয়া মোৰ তৰফৰ পৰা আপোনালৈ সৰল গোহাৰি 🙏
@nikuahmedvlog9439
@nikuahmedvlog9439 2 жыл бұрын
মামা অসম আৰক্ষী এ বাইক চুৰ ধৰা পিছতো বাইক উলিয়াই দিব নোৱাৰে ।আজি দুমাহ হল মোৰ বাইক চুৰ হোৱা কিন্তু চুৰ ধৰিলে গোলাঘাট আৰক্ষীয়ে বাইক খন হে হেনো recovery কৰিব নোৱাৰে মামা ।আপুনি কিবা এটা কৰি দিব নেকি বৰ কষ্ট কৰি বাইক খন লৈছিলোঁ 🙏🙏🙏🙏😭
@binodchbarman157
@binodchbarman157 2 жыл бұрын
যেতিয়া লৈকে পুৰনা কৰ্ম চাৰি শেষ নহয় তেতিয়ালৈকে সহজ নহয় ৰাইজৰ পাবলগীয়া সুবিধা খেলিমেলি কৰিয়ে থাকিব
@pranitabarmandas6809
@pranitabarmandas6809 2 жыл бұрын
টকাৰ ওপৰত লোভ, মানুহ ৰ মানসিক তা হেৰাই গল।
@mamonirava6122
@mamonirava6122 16 күн бұрын
যিয়ে পাইছে ঘৰৰ সকলোৰে নামত পাইছে আৰু যিয়ে পোৱা নাই তেওঁৰ একো য়ে নাই 😢 অল ব চাব লাগে মামা 🙏
@chayanikapathak9601
@chayanikapathak9601 2 жыл бұрын
Sasakoi a bhal lagil kotha Keita kairjokari hole aaru bhal lagibo thanks
@rekib120
@rekib120 2 жыл бұрын
Great Sir!! salute 🥰
@renuphukanbaruah463
@renuphukanbaruah463 2 жыл бұрын
বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
@befluentinenglish6921
@befluentinenglish6921 2 жыл бұрын
Bohut val decision
@jahirulislam4311
@jahirulislam4311 2 жыл бұрын
আপুনি হেল্প লাইন নাম্বৰ ঘোষণা কৰাৰ আগতেই টকা লৈ থয়ছে একাংশ পঞ্চায়তৰ সভাপতি সকলে।
@sanjayassambattalion5656
@sanjayassambattalion5656 2 жыл бұрын
Apuni dekhiso janu lua
@rajenm3777
@rajenm3777 2 жыл бұрын
Ai kam buror babei CM , Himonta sir , hokolurei favourite hoiche. CM sir long live.
@emotionBaba
@emotionBaba 2 жыл бұрын
Always love you Mama ❣️
@user-yz7nm1zn7z
@user-yz7nm1zn7z 22 күн бұрын
Prothom vol hoise very very good
@anjanaofficial9394
@anjanaofficial9394 2 жыл бұрын
thank you Sharma Sir🙏🙏🙏apunar eikhini kotha tu khunibole bohut dinor pora opekha Kori asilu 1000 time thank you❤🙏🙏🙏
@mdazmirhussain1785
@mdazmirhussain1785 2 жыл бұрын
ধন্যবাদ জানাই মুখ্যমন্ত্রী মহাশয় আপনাকে
@sabetrichetri2934
@sabetrichetri2934 2 жыл бұрын
Thakai koysa CM sir👍
@himashrudas6706
@himashrudas6706 Жыл бұрын
Best disision,,,,, thank you PM sir,,
@bharattanti9115
@bharattanti9115 2 жыл бұрын
Apuni okole poriboton ketiyaw koribo nuware sir , sorkari department wise r kormosariu (90%) nika bhavmurtir hobo lagibo .apuni nijor falor pora sesta korise thikay kintu ghus luwa protha atiyaw soli aase aaru hombhov aagoloyu soli thakibo.ditiyo kotha , juwa hoptahot moi panchayat office loi bixex kamot puwa 9.00 ta man bojat goisilu , kintu office khulile 1.30 p.m t .derikoi ohar karon hudhat egalman ojuhat dekhuwai bixoi tur pora falori kati dile .atiya apuniyay kowk enekuwa aaru kiman obohela Axom khonot hoi aase ! apuni gomoke napabo , kewol dukhiya raije gom pai .gotike usit byobostha lowk nohole poriborton huwar aaxa ekebare nai .sorkari kormosari r (90%)asol roop tu dukhiya raije he dekhise, apuni dekhai nai .
@himangshugoswami8652
@himangshugoswami8652 2 жыл бұрын
সুন্দৰ। সঠিক ৰূপায়ণ হওক।
@hdcaraction2.098
@hdcaraction2.098 2 жыл бұрын
Absolutely beautiful and amazing Desison.
@digantamili693
@digantamili693 2 жыл бұрын
বহুত বহুত ধন্যবাদ CM ছাৰ সুন্দৰ পদক্ষেপ কিন্তু ছাৰ টিংখং সমষ্টিৰ নখাট পঞ্চায়তৰ অন্তৰ্গত নতুন লাছন মিছিং গাঁৱৰ ৰাস্তা বেয়া হোৱাৰ কাৰণে ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈ পৰিছে
@anamikakavyambarman4476
@anamikakavyambarman4476 2 жыл бұрын
Hlp. No. Joldi🌷🌷🌷🌷
@sewalikalita2706
@sewalikalita2706 Жыл бұрын
CM sir SO SO GOOD NEXT15 yrs you will Must be come
@kaberigogoi8054
@kaberigogoi8054 2 жыл бұрын
Good sir
@user-ml5eb4hq8q
@user-ml5eb4hq8q 2 жыл бұрын
ধন্যবাদ মূখ্য মন্ত্ৰীমহোদয়
@rajibdeka3925
@rajibdeka3925 2 жыл бұрын
সুন্দৰ
@promudsing8677
@promudsing8677 2 жыл бұрын
Joy aai axom aneke vale thakok
@MisingMaster
@MisingMaster 2 жыл бұрын
অশেষ ধন্যৱাদ..জনালো মন্ত্ৰী মহোদয়...
@RahulRaj-dt7gc
@RahulRaj-dt7gc 2 жыл бұрын
নায়কৰ ফিল্মখন দৰে কৰিব খুজি আছে হিমন্ত মামা 👏👏👏🎉🎉🎉
@user-fv6ll9dd7m
@user-fv6ll9dd7m 2 жыл бұрын
😄😄
@jibendradaimari6339
@jibendradaimari6339 2 жыл бұрын
Very Good Steps Honorable CM Sir Thanks
@pabitraborgohain3327
@pabitraborgohain3327 2 жыл бұрын
Sir bhut val hoise apunar kambur
@user-jb6qy9tx1p
@user-jb6qy9tx1p 18 күн бұрын
Sir _nagon bengena atit sakori Kora manuh jonor wife r namot ghor pise but kenekoi ghor pise _sir apuni olp action lok_plz sir
@amirmondol3925
@amirmondol3925 2 жыл бұрын
So Beautiful Decision
@riturajdas4576
@riturajdas4576 2 жыл бұрын
ধুনীয়া ছাৰ
@firoj9618
@firoj9618 Жыл бұрын
Zindabad sir long life cm sir
@nivaray3817
@nivaray3817 2 жыл бұрын
Yes....Good prodokhap..... CM sir...
@mrigenroy5984
@mrigenroy5984 2 жыл бұрын
Aitu val lagil kotha tu
@jituhandloom1969
@jituhandloom1969 2 жыл бұрын
আমাৰ মঙ্গলদৈ ছাৰকোল অফিছত অলপ চকু দিয়ক ।
@BhumidharNath-im7ml
@BhumidharNath-im7ml 4 күн бұрын
খোৱা লোৱা তো এক প্রকাৰে প্রতিযোগিতা লাহে পৰিনত হৈছে। কাৰণ সকলোৰে লক্ষ্য টকা কেনেকৈ সৰকাব পাৰি? যিমানেই যি নহওক কিয় চোৰৰ বাট কোনেওঁ বন্ধ কৰিব নোৱাৰে।
@najmulchoudhury6163
@najmulchoudhury6163 2 жыл бұрын
Mama apuni 100% right decision loise
@biswajitdhar8507
@biswajitdhar8507 2 жыл бұрын
ভাল লাগিলে। কিন্তু বিভিন্ন কমিটিৰ লাখ লাখ টকাৰ চান্দা বিষয়া কৰ পৰা দিব। এইটো অলপ চালে ভাল হব।
@bhupennath3368
@bhupennath3368 2 жыл бұрын
Best decision
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
মুখ্যমন্ত্ৰী মহাশয় ,, এক লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া কেতিয়া হ'ব বাৰু জনাব চোন । মোৰ এটা চাকৰি প্ৰয়োজন হৈছে ।।😭😭😭
@Wow-kn9tb
@Wow-kn9tb 2 жыл бұрын
Ma kosom...mojja...👍👍👍
@ritulgogoi4576
@ritulgogoi4576 Жыл бұрын
Excellent step sir ,🙏
@nipubhuyan458
@nipubhuyan458 2 жыл бұрын
Mama tumi jui🔥
@wahidulshikdar9695
@wahidulshikdar9695 2 жыл бұрын
Buhut val decisions loise sire
@boomcomics8745
@boomcomics8745 2 жыл бұрын
Bold decision by c m sir. Thanks
@jintukalita5505
@jintukalita5505 2 жыл бұрын
Mama Rock
@AkashDas-fi2yo
@AkashDas-fi2yo Жыл бұрын
Dhanyvad himanta mama Aitbaar moja
@akpegu6801
@akpegu6801 2 жыл бұрын
Moja good information cm sire
@diduboro7867
@diduboro7867 2 жыл бұрын
Hemonto sir jinda bad.
@krillkalita5413
@krillkalita5413 2 жыл бұрын
Cm sir zindabad.good step.
@d.p.experiment549
@d.p.experiment549 2 жыл бұрын
বহুত বহুত ধন্যবাদ মামা।
@bipuldas5827
@bipuldas5827 2 жыл бұрын
বহুত বহুত ধন্যবাদ।
@prabindeka5498
@prabindeka5498 2 жыл бұрын
Congratulations CM sir you are great so weproud of you .
@btcbaksa6180
@btcbaksa6180 2 жыл бұрын
Sir apuni he amr Assam khon nika ba safa krib parib amr 100% akha ase blg minister re nuware
@updatebodoland
@updatebodoland 2 жыл бұрын
Sir, BTR t hoise luthon raaj... Ghus nohole kaam nidiye ai rodh apunihe paribo sir i believe u
@jyotibora7911
@jyotibora7911 9 күн бұрын
Good job ,pabi moja
@Samarjyoti440
@Samarjyoti440 2 жыл бұрын
Very good step sir...
@shibanath4741
@shibanath4741 2 жыл бұрын
Right decisions
@pakijamoina3036
@pakijamoina3036 2 жыл бұрын
Good decition cm sir
@b.kbloge8084
@b.kbloge8084 2 жыл бұрын
ধন্যবাদ CM sir 🙏🙏
@anantanath4986
@anantanath4986 2 жыл бұрын
Sir good strep
@priyamtaye7930
@priyamtaye7930 2 жыл бұрын
Good step loise apuni.. jonohadharonor help line nmbr ata dile nischoi axom khon poriborton hbo
@ramenswargiary8546
@ramenswargiary8546 Жыл бұрын
Mama mukh khon nohole dinote hiyale khale hoy.1 no misoliya cm after pk mahanta
@surendrachauhan9608
@surendrachauhan9608 2 жыл бұрын
Good job cm sir
@pintusaha3378
@pintusaha3378 2 жыл бұрын
Apuni kole gaon Panchayat alekat ghor nirman korile permission nalage GP pora NOC lobo gole toka lage aru TDA permission lobo gole 20k to 30k loi govt fees n under the tables what about this
@bipulroy3196
@bipulroy3196 2 жыл бұрын
Thanks c m
@sitadeviray5007
@sitadeviray5007 2 жыл бұрын
Sir request, Goalpara mahila case bor sawok,. ......
@dhruvajyotidas5215
@dhruvajyotidas5215 2 жыл бұрын
Great CM great initiative. We already should have bribe complaint helpline number Like we have for central government.
@anukulrabha5766
@anukulrabha5766 9 ай бұрын
হিমন্ত বাঘটো নহয়েই নিগনিও নহয় ।
@totalinformation2003
@totalinformation2003 2 жыл бұрын
Real Nayak of Assam state
@rathindrasutradhar4477
@rathindrasutradhar4477 2 жыл бұрын
Hbs Sir right sir
@prafullabasumatary8493
@prafullabasumatary8493 2 жыл бұрын
Mama apuni bohut bhal podokhep loise🌷🌷🌷
Did you believe it was real? #tiktok
00:25
Анастасия Тарасова
Рет қаралды 33 МЛН
OMG😳 #tiktok #shorts #potapova_blog
00:58
Potapova_blog
Рет қаралды 4,3 МЛН
Пробую самое сладкое вещество во Вселенной
00:41