ভগৱানৰ ঘৰত ভূত! চাওক কেমেৰাত বন্দী ভূতৰ LIVE দৃশ্য!

  Рет қаралды 63,626

NB News

NB News

Күн бұрын

ভগৱানৰ ঘৰত ভূত! চাওক কেমেৰাত বন্দী ভূতৰ LIVE দৃশ্য! মানুহে ভূত-প্ৰেত বিশ্বাস নকৰে যদিও অশৰীৰি আত্মাৰ উৎপাতত থাকিব নোৱৰা হৈছে এটা পৰিয়াল! দৃশ্যসমূহ সম্পূৰ্ণকৈ চাই আপুনি কি ভাবে, সেয়া জনাবলৈ নাপাহৰিব
#nbnews #nbnewsdigital #bhoot #paranormal
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 269
@aparajitatamuli7273
@aparajitatamuli7273 4 сағат бұрын
ভূত থাকক বা নাথা কক অন্তৰ ৰেৰে ভাল দৰে ভগৱন্তৰ নাম কীৰ্তন ,গীতা পাঠ সদায় কৰি থাকক,সকলো ভাল হব❤কৃষ্ণ❤
@ViralOfficial-jh6bm
@ViralOfficial-jh6bm 8 сағат бұрын
সাংবাদিকৰ কথামতে বাটিটো তেনেকৈ পেলাইছে আমি বাটি পৰুতেই গম পাইছোঁ কিমান সঁচা , মাৰ ইহঁতক all the best ভূত
@bikmouvlogs7667
@bikmouvlogs7667 7 сағат бұрын
Hahahaha
@gouranga9471
@gouranga9471 6 сағат бұрын
ভূত মই বিশ্বাস কৰো কাৰণ প্ৰমাণ পাইছোঁ
@bishnubordoloi736
@bishnubordoloi736 6 сағат бұрын
মই দেখাত বাতিটো ধৰা অসাবধানাতাৰ বাবে হে পৰা পৰিলক্ষিত হয় । এবাৰ আপোনালোকেও চাবচোন। যদিহে হয় লায়ক‌ কৰিব ।
@pryka4
@pryka4 5 сағат бұрын
Hoi , vlkoi dhra nsile 4 time salu
@abinashbarman5304
@abinashbarman5304 4 сағат бұрын
​@@pryka4tai nije felai dise
@ManashHandique-uo2ot
@ManashHandique-uo2ot 3 сағат бұрын
Hoi
@MousumiDas-cz1es
@MousumiDas-cz1es 2 сағат бұрын
Bati to kathake nhoi Ghar r baleg bostu bur tu plai dise
@7gc970
@7gc970 6 сағат бұрын
ভুক্তভোগীৰ হে বুজি পাই আনক কথাবোৰ কবলৈ সহজ ।
@jitudas5617
@jitudas5617 5 сағат бұрын
Right
@binoydeka7916
@binoydeka7916 8 сағат бұрын
বোৱাৰী জনীৰ Himglobin পৰীক্ষা কৰাওক ৰহস্যটো ওলাব পাৰে
@MamaniBoro-r5u
@MamaniBoro-r5u 6 сағат бұрын
Right
@MJToonz11
@MJToonz11 4 сағат бұрын
Heito kotha moio vabi aso, Dr'k dekhabo lage...bohut durbal hoise heito babe enekia feel ahibo pare.
@kabitabehzjjshbd
@kabitabehzjjshbd 6 сағат бұрын
মিউজিক বঢ়িয়া হৈছে
@sanjitgoswami599
@sanjitgoswami599 9 сағат бұрын
Bati khon Val koi nodhori nijei matit pelay dile😅
@Joyeecreation
@Joyeecreation 8 сағат бұрын
😂 mojja
@Koushikjyoti
@Koushikjyoti 6 сағат бұрын
Bira bula bos2 2 anekuwai।।puhe মানুহে।।। ভূত নহয় এইটো
@kishordeka2017
@kishordeka2017 6 сағат бұрын
​@@Koushikjyotibira puhibo pora hole ajir jugot doctor engineer r eko kamei nathakil heten.. Hokolue aramot ghorot bohi khabo parileheten
@user75677
@user75677 5 сағат бұрын
​@@kishordeka2017, আচলতে বীৰা মানুহে পুহিব বিচাৰিলেই পুহিব পৰা বস্তু নহয় ৷ এইবিলাক পুহিব পাৰে বেজালি কাম কৰা মানুহেহে আমাৰ দৰে সাধাৰণ মানুহে নোৱাৰে ৷ কাৰণ বেজালি কাম কৰা মানুহৰ এতিয়াও কিন্তু অভাৱ নাই ৷ মই তিনিবছৰ আগত এজন মানুহ লগ পাইছিলো মানুহ এঘৰত সিহঁতে খুউব বেজৰ লগত লাগি থাকে ৷ সেই বেজ জনে বীৰা পুহে বীৰাৰ দ্বাৰাই বেজালি কামবোৰ কৰি থাকে ৷ নিজে দেখিছো বাবে কলোঁ বেয়া নাপাব অৱশ্যে মই এই বেজৰ লগত লাগি ফুৰা মানুহৰ পৰা সদায় আতঁৰত থাকো মই ভয় কৰোঁ এইবিলাক কিছুমানে মানুহক হিংসাতে বেজক লগাই অনিষ্ট কৰে বাবে ৷ 🙏
@user75677
@user75677 5 сағат бұрын
​@@Koushikjyoti, কথাটো হয় ৷ কিন্তু বীৰা মাত্ৰ বেজালি কৰে মানুহজনেহে পুহিব পাৰে আমাৰ দৰে সাধাৰণ মানুহবোৰে নোৱাৰে ৷ কাৰণ বীৰা বোৰক মন্ত্ৰৰ দ্বাৰা কামত লগাই বেজে ৷ ইহঁতক খোৱাবস্তুৰো প্ৰয়োজন হয় যেতিয়া কোনোবাই পোহপাল দিব নোৱাৰা হয় তেতিয়া এৰি দিয়ে য’তে ত’তে সেয়ে কিছুমানৰ ঘৰত বা ৰাস্তাত আমনি কৰে মানুহক
@nayankalita5219
@nayankalita5219 5 сағат бұрын
Hanuman chalisa bojua pua godhuli Jay Shri Ram
@HJ-borah
@HJ-borah 5 сағат бұрын
দে ভগৱান কপালখন ফুলাই দে❌ দে ভূত কপালখন ফুলাই দে ✅
@krishnakakati6417
@krishnakakati6417 3 сағат бұрын
আমাৰ ঘৰৰ ওচৰত এজনি ১৯ মান হব,গাত তেজ একেবাৰে নাই। অলপ সময় থিয় হলেই মুৰ ঘূৰাই পৰে। ভুতে ধৰিছে বুলি বেজৰ লগত কিমান হাজাৰ খেদিলে। বহুত মন্দিৰত শৰাই ও দিলে। কিন্ত ভাল নহল। আমি যদি কও Doctor ওচৰত নিয়ক ভাল হব। উলোতাই আমি হিংসাত কও বুলি গুৰুত্বই নিদিয়ে। সকলো কৰি যেতিয়া বিফল হল উপায় নাপাই Doctor ওচৰত গৈ হে বাছিছে
@Nishamanitalukdar-ql1hk
@Nishamanitalukdar-ql1hk 8 сағат бұрын
মুছলমান ৰেপ কৰিব ঘৰত আনি সুমালে ৷
@aijonimech9868
@aijonimech9868 9 сағат бұрын
বাতি টো নিজৰ হাতৰ পৰা পৰিছে, কাম নোহোৱা পাগল বোৰ
@one8mixer
@one8mixer 8 сағат бұрын
Tiri tur Guwahati r varaghorot thakibor mon akou😅
@Pinuri2222
@Pinuri2222 5 сағат бұрын
Thik kaise 👌😅
@yourpranjal3992
@yourpranjal3992 3 сағат бұрын
😂
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 3 сағат бұрын
এইয়া এক পৰিকল্পিত নাটক যেন অনুমান হৈছে বাকীবোৰ যি নহওক বাতিটো হাতৰ পৰা নিজে এৰিদিয়াটো স্পষ্টকৈ দেখাপোৱা গৈছে।মোৰ বাছনিয়ে শাহু বোৱাৰীৰ অন্তকলশৰ অথবা কোনোবা সদস্যৰ এই ঘৰত থকাৰ অনিশ্চাৰ বাবে এই বিৰাৰ উৎভৱ হৈছে বুলিহে কয়।
@dipaksharaniya7608
@dipaksharaniya7608 5 сағат бұрын
তাইৰ মানসিক ভাবে ভয় খাইছে অলপ যদি কোনোবাই সাহস দিয়ে এইবিলাক ভূত কিবা কিবি একো নোহোৱা হব ভয়ে ভূত,
@AdventurousLens318
@AdventurousLens318 5 сағат бұрын
মানুহ গৈ চন্দ্ৰ পালেগৈ আৰু আমাৰ অসমত আক এইবোৰ ফটোৱামি আজিলৈকে এদাই হোৱা নাই
@krishmipatar206
@krishmipatar206 2 сағат бұрын
Take ki j hb ao dei🙄🙄
@ranjitbrahma908
@ranjitbrahma908 9 сағат бұрын
Juni vhugese hi he Jane. Coment cora bilake na hahibi ketiyaba tumar logote hoba pare
@mamonichetia306
@mamonichetia306 4 сағат бұрын
ভাৰত তথা অসমত বহুত তন্ত্ৰ মন্ত্ৰ, ভূত বীৰা যাদুৰ ঢেৰ পন্ডিত,যাদুকৰ আছিল বা এতিয়াও আছে,তথাপিও মোগল আৰু ইংৰাজসকলে ভাৰত ত কিমান অত্যাচাৰ চলাইছিল, যাদু মন্ত্ৰৰে তেওঁলোকক একো কৰিব নোৱাৰিলে কিয়,নোম এদালো লৰাব নোৱাৰিলে দুশ বছৰ ৰাজত্ব কৰা ইংৰাজ সকলৰ ,মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ কাৰণেহে ভাৰতে স্বাধীনতা পালে।যাদু মন্ত্ৰ, বীৰা জপাই দি খেদিব পৰা হলে লাখ লাখ ভাৰতীয়ৰ মৃত্যু নহলহেঁতেন ।
@niranjansinghniranjansingh-v5b
@niranjansinghniranjansingh-v5b 8 сағат бұрын
2024t atiau andho bishak si si sih😮
@PinkuDeka-c8y
@PinkuDeka-c8y 8 сағат бұрын
Background music to aru olp voi loga k dibo nwari ne?
@alexrupamkashyap128
@alexrupamkashyap128 5 сағат бұрын
😂😂😂
@Omprakash-d1w2l
@Omprakash-d1w2l 4 сағат бұрын
Right
@rohitnath8717
@rohitnath8717 4 сағат бұрын
😂😂😂
@mitalinath6601
@mitalinath6601 4 сағат бұрын
😂😂
@sanjitgoswami599
@sanjitgoswami599 10 сағат бұрын
Natok
@rupjyotidas750
@rupjyotidas750 3 сағат бұрын
বাটিটো ধৰাই নাই দেখোন বাইদেউ 😂😂, ধৰি লওক আগত
@rupjyotinath3222
@rupjyotinath3222 3 сағат бұрын
Prabhu Jesus r prayer t bhoot kandi kandi jbo...amen ❤🙏
@lipikagogoi4434
@lipikagogoi4434 Сағат бұрын
Praise the Lord 🙏🙏
@rupjyotidas750
@rupjyotidas750 3 сағат бұрын
বাইদেউ দেখোন দেশৰ ভৱিষ্যত অভিনেত্ৰী 😂😂
@dehamonibora5217
@dehamonibora5217 8 сағат бұрын
Bati tu nijei he pelai dile dekhun😅
@astro9475
@astro9475 6 сағат бұрын
Thanda loga tu moi uu acting koribbo parim😂
@JanaliBrahma-s9c
@JanaliBrahma-s9c 10 сағат бұрын
Nam sam ru puja patal krok
@sarojgogoi2685
@sarojgogoi2685 7 сағат бұрын
Misa, tai batitu bhalkoi dhorai nai, poriboi
@ThomasDas-ns6lv
@ThomasDas-ns6lv 3 сағат бұрын
Bhut ase😊😊😊
@jitendrarabha4660
@jitendrarabha4660 Сағат бұрын
ভগৱানৰ আবাসতেই এই অৱস্থা,তেনেহলেচোন আমি সাধাৰণ মনুস্যই কৰিম কি?আমি ভষ্ম হলো!হাঃহাঃহাঃ --- পূজা নাপাই ভগৱানৰ পত্নীৰ স্বাস্থ্যৰ এই অৱস্থা,গতিকে দেহৰ সিৰা নাটানি হ’ব কি?চাই থাকক,ভূতে যিমান ক্ষতি কৰিছে -- তাতোকৈ বহুগুণে ক্ষতি কৰিব ভূত খেদিবলৈ অহা ভণ্ড তান্ত্ৰিক বা বেজে৷বেজ বা তান্ত্ৰিক মানেই দুইনম্বৰী,ফাঁকিবাজ,বদমাছ,দকাইত৷
@amritborah4757
@amritborah4757 9 сағат бұрын
😮😮😮 uuuu Bhagabanai hurokhito nhoi
@madhuri_gogoi
@madhuri_gogoi 8 сағат бұрын
😂
@rupjyotidas750
@rupjyotidas750 3 сағат бұрын
তান্ত্ৰিক বাবাই KZbin ত চাই বীৰা খেদিছে ।
@rahulpathak3306
@rahulpathak3306 4 сағат бұрын
Music tu ultimate kintu
@uttamsaikia7731
@uttamsaikia7731 5 сағат бұрын
ভগৱানৰ ঘৰতে যদি চাৰিটাকৈ ভুত আমাৰবোৰ ঘৰত বহুত ভুত চাগে😳
@MostafijurRahman-k1k
@MostafijurRahman-k1k 27 минут бұрын
Music to val hoise
@AspirantsAxom2024
@AspirantsAxom2024 3 сағат бұрын
Background music tu vl lgise😅😅
@user-iw7kf8to5t
@user-iw7kf8to5t Сағат бұрын
Krishna provu 🙏🙏🙏
@DailyDozzzzze
@DailyDozzzzze 4 сағат бұрын
Advut hokti loy jonmo grohon korise vut kheda manuh jon🤦🏻
@rovimiliofficial
@rovimiliofficial 37 минут бұрын
Background music 😂😂😂 কিন্তু pura boi কুৱাই se দেই 😂😂😂
@BibhaBodo
@BibhaBodo 5 сағат бұрын
Probhu jesur namat ulai ja ... cheitan sala tur aikhan ghrt kunu humabo kunu odhikar ni.....ula....Amen
@pritam.rabha770
@pritam.rabha770 5 сағат бұрын
Positive thakile negative energy thake janu but background music he besi voy loga
@binaykumar7820
@binaykumar7820 4 сағат бұрын
এইবিলাক মিছা বুলি কব ও confuse লাগে সঁচা বুলি কব ও confuse lage কিন্তু হাতৰ পৰা কেনকৈ ....🤔 আৰু বেলেগ t ও শুনিছোঁ এনেকুৱা ঘটনা ঘৰত problem দিয়া Science ৰ মতে হলে bad energy bui kowa hinisu
@TheAaeeeee
@TheAaeeeee 9 сағат бұрын
Wife k psychologist r tat loi jaok
@dhanjitrabha5809
@dhanjitrabha5809 8 сағат бұрын
তিৰিটোৰ হিচতোৰিয.। হ ইছে। সুচিকটচা কৰা ওক
@Jaanu-x6c
@Jaanu-x6c 3 сағат бұрын
Voi lagise mur😢
@hritamkashyap
@hritamkashyap 10 сағат бұрын
কৰ কি এইবিলাক ভূত চূত একো নাই
@bishalyt4311
@bishalyt4311 9 сағат бұрын
Ase o hun ni dekha sage jibur mnuhe suicide kore tar atma bur dhori pelai montro jop kori dhore taku purnima dins rati 12 bojat
@Dhruba7856
@Dhruba7856 3 сағат бұрын
Background music dhunia dise media e😂
@ratultaro6391
@ratultaro6391 7 сағат бұрын
বোৰ্বক হত... মিছা কথা ক'বলৈ লাজ লগা নাই... ক'ত ভুত আছে...অলগধ্ব হত ।।।।
@raktotpalhazarika4131
@raktotpalhazarika4131 6 сағат бұрын
এটা সৰু অনুৰোধ মহাশয়, মাত্ৰ এক ৰাতি তেওঁলোকৰ ঘৰত থাকি আহি তেওঁলোকৰ অভিযোগ ক মিছা বুলি প্ৰমাণিত কৰি দিয়ক। মই ও বিচাৰো আপুনি কোৱা কথাই সত্য। Comments section t কিবা এটা টাইপ কৰি দিয়াটো খুবেই সহজ
@travellife662
@travellife662 6 сағат бұрын
Toi teu lukor ghrt adin okle hubahi ratri hobo
@ratultaro6391
@ratultaro6391 5 сағат бұрын
@@travellife662 আমি স্মশানত মৃত দেহ জ্বলাই জ্বলাই ভুতলৈ বা ভুত যে .. আছে মোৰ বিশ্বাস নহয়... কাৰণ আমি ৰাতি ও চচানতে থাকো । তাতে আমাৰ জীৰণি ঘৰ বা ..ৰেচ হাউচ আছে.....
@Dps3111
@Dps3111 37 минут бұрын
Har har Mahadev r nam loyok mahadev stotram korok kiba nisyoi poriborton hobo
@simpipathak917
@simpipathak917 6 сағат бұрын
Vogobanor gharte bhoot...😂
@nitunzaborah5902
@nitunzaborah5902 4 сағат бұрын
এইবোৰ কচুতলিৰ পৰা খেদোৱা মিয়াৰ কাম।।😊😊😊
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 3 сағат бұрын
ধেৎ মানুহ ঘৰ মিঞা নহয়।কচুতলিৰ পৰা মামাই মিঞা উলিয়াইছেহে তুমি আকৌ ইয়াত সুমুৱাই দিছা।
@itz_sumon154
@itz_sumon154 Сағат бұрын
Bhogoban r ghrt vut 😂
@carshortz5161
@carshortz5161 5 сағат бұрын
Xi vut khedibo ahi bomb fute dibo dei vlke 😂
@rohitnath8717
@rohitnath8717 4 сағат бұрын
Enekua eta din moi sokur agot dekhisilu , jitu automatic fire 🔥 lagi jai vija kapurotu
@AshphaltGameplay
@AshphaltGameplay Сағат бұрын
ভগৱানৰ ঘৰতেই ভূত আমাৰ কি হ'ব আও তেন্তে 😂
@NishantaKalita-pc3uz
@NishantaKalita-pc3uz 3 сағат бұрын
NB news❌❌ Bati news ✅✅
@anupmoran7100
@anupmoran7100 5 сағат бұрын
কি ফাল্টু news কেলা,,, সচা ভুত থকা হলে পৰিয়ালটো 1মিনিটৰ কাৰণে নাথাকিল হয়। news বজোৱাৰ বাবে কিমান পালে?
@rmfashion4457
@rmfashion4457 3 сағат бұрын
প্ৰথমবাৰ শুনিলো ভগৱানৰো surname আছে 😂😂
@KunalBasu-oh4gu
@KunalBasu-oh4gu 2 сағат бұрын
Vogobanor ghorot vut ki moja
@simantadas2564
@simantadas2564 4 сағат бұрын
প্ৰথমে এই বেজক ধৰি lockupt ভৰাওক
@KamalakantaHazarika-b9w
@KamalakantaHazarika-b9w 3 сағат бұрын
O hori o ram
@RiyanKashyab
@RiyanKashyab 13 секунд бұрын
Batito nijei pelai dise
@MOVIEEXCEL18
@MOVIEEXCEL18 Сағат бұрын
Media +TRP+HORROR😂😂😂
@Priti_monideka
@Priti_monideka 5 сағат бұрын
Bati to nijey pelaleu.bira bostu to ase kintu misa nhy aytu.
@PoddarCarworld-f4d
@PoddarCarworld-f4d 3 сағат бұрын
Bhoot kot? Camerat bule bhoot bondi korise apnaluke😅😂😅😂
@denny8116
@denny8116 3 сағат бұрын
বাতি টো নধৰাকৈ এৰি দিলে দেখোন ।
@abhijitborthakur2716
@abhijitborthakur2716 2 сағат бұрын
Honoman ji photo lowgaok Shiv ji ka photo lowgaok
@SatyanikiDas
@SatyanikiDas Сағат бұрын
ভগৱাণৰ ঘৰতে ভূত 😀
@PranjalKalita-bj5yx
@PranjalKalita-bj5yx 3 сағат бұрын
Bhut cameratu aha hole ki din ahi gole.Bhut buru manuhor nisinai hole .Camera dekhile nasa arambho kri die
@nayankakatinayankakati6939
@nayankakatinayankakati6939 8 сағат бұрын
ভুতক হে ভুত এই পাই,,, সাংবাদিক ক জেলত পঠাব লাগে,সিহত এই কব বিজ্ঞান যুগ তহতে কিয় প্ৰচাৰ কিয় কৰিছা, পেলাই দিবলৈ দি নাটক ছা
@manjubarman1855
@manjubarman1855 4 сағат бұрын
মাজে মাজে অসমত কি হয় এইবোৰ।
@saifulalomchoudhury5618
@saifulalomchoudhury5618 6 сағат бұрын
That kabiraj should be arrested
@KKsVlogSapatgram
@KKsVlogSapatgram 3 сағат бұрын
*ভগৱানৰ ঘৰত ভূত* ! 😂
@tumalukolemurhodymorom5080
@tumalukolemurhodymorom5080 4 сағат бұрын
Bhwgounr ghoroto bohut ulaisun
@deepanjalidas33
@deepanjalidas33 6 сағат бұрын
Enekua khabor diboloi channel tueiu laj pabo lage
@jeakgamingyt2120
@jeakgamingyt2120 5 сағат бұрын
Vut nohy himoglobin kom ase buwari jonir
@rajkishorBorpatra
@rajkishorBorpatra 8 сағат бұрын
Hanuman chalisa paath korok
@nirusgohonacollection1807
@nirusgohonacollection1807 Сағат бұрын
Moi biswas koru.... 😊
@brainwise8592
@brainwise8592 2 сағат бұрын
Hypoglycemia hoise bhut time nukhuar krne valke😂
@jitudas5617
@jitudas5617 5 сағат бұрын
Amar yaatew ejonor hoise .kotha to misa nohoi
@DipenDeka-gg3fg
@DipenDeka-gg3fg 6 сағат бұрын
Prabhu jesu r naam lowa eku kariba nowere vot pikhase
@pankajbezbaruah8241
@pankajbezbaruah8241 2 сағат бұрын
Birar family likha, pujla o ase kijani
@NishantaKalita-pc3uz
@NishantaKalita-pc3uz 3 сағат бұрын
bhagaban r gharot a voot olse. amar ki hobo .
@dipanjalidutta2454
@dipanjalidutta2454 4 сағат бұрын
Misa kotha
@SirajulIslam-jd4jl
@SirajulIslam-jd4jl 3 сағат бұрын
প্ৰেতৰ কাম এইবোৰ মোৰ লগত যোগাযোগ কৰিব পাৰে
@debajitsaikia1046
@debajitsaikia1046 10 сағат бұрын
Ki kotha koi he bhut bishakh Nokore manuhe Kinto moi koru bujise aru bhl Dre jnu prithit bhoot seur. Ase . Karon vogoban ase jetiya nki bhootu nisoi ase norora hklr babe I think nathakibo pare kinto moi jnu j bhoot ase nai .
@kishordeka2017
@kishordeka2017 6 сағат бұрын
Ghoror bowari joniye main bhut.. Kali police oha dekhi etiya ghorot nai kobat polai ase 😂😂😂..
@Pinuri2222
@Pinuri2222 5 сағат бұрын
Buji napao kiyo 🤣 manuhbure misa katha koi vaal pai😅 aamak live dekhale maani lom bisana batahat uthi jua
@junmanidas8447
@junmanidas8447 5 сағат бұрын
aneka amar gaot hoysil sem
@anuraganup3320
@anuraganup3320 4 сағат бұрын
খুব পিটিলে ভূত ভাগি যাব কেলা
@kishordeka2017
@kishordeka2017 6 сағат бұрын
Okol bowari joni thokathe bira aru bhut ahe.. Baki ghoror manuhor agot bhute eku nokore bole.. 😂😂😂Tate akou buwarijoni agote dubar biya hoi kheda khua bulio hunisu 😂😂
@teenpatti1853
@teenpatti1853 3 сағат бұрын
Bhogobanor ghorot bhut?
@SmilingCardinal-cl8el
@SmilingCardinal-cl8el 2 сағат бұрын
Bati tu vlke dhorai ni 😂😂😂😂poreboi noh
@nomiborah8300
@nomiborah8300 2 сағат бұрын
Bhagwan r gharat bhoot ulaise Atori diok Atori diok😂😂😂😂😂😂😂😂😂😂😂😂
@mrinmoibordoloi5661
@mrinmoibordoloi5661 4 сағат бұрын
Maiki jonir hemoglobin kom ase Paro Mangso, patha mangso khawa.vl hoi jabo
@nitugogoi8133
@nitugogoi8133 2 сағат бұрын
Vogobanor ghprt vut lagise....😅😅😅😅
@assam8744
@assam8744 2 сағат бұрын
Bira bur danger
@Suravikhakhlary
@Suravikhakhlary 8 сағат бұрын
Hoi de
@NWJWRDvlog
@NWJWRDvlog 9 сағат бұрын
🤣🤣😂😂😂 no no no ye ho mwhi sakta
@lakhyadas7880
@lakhyadas7880 Сағат бұрын
Moi bira ketak dutokaman d meli NB news channel tu bongalu hoi
WORLD BEST MAGIC SECRETS
00:50
MasomkaMagic
Рет қаралды 46 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 15 МЛН
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 6 МЛН
Teaching a Toddler Household Habits: Diaper Disposal & Potty Training #shorts
00:16
Ong Bak | Fight Club Scene
15:05
Cinewatch
Рет қаралды 73 МЛН
WORLD BEST MAGIC SECRETS
00:50
MasomkaMagic
Рет қаралды 46 МЛН