ভকতি|কৃষ্ণমণি নাথ|ভক্তিমূলক গীত|বৰদোৱা|বটদ্ৰৱা|Devotional song|Krishnamoni nath|Borduwa|Bhoktimulok

  Рет қаралды 53,880

Krishna Moni Music 'Symphony'

Krishna Moni Music 'Symphony'

Күн бұрын

Пікірлер: 50
@debojitbhai4779
@debojitbhai4779 Жыл бұрын
কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏❤️
@nabinpator4586
@nabinpator4586 Жыл бұрын
অতি সুন্দৰ, এনে ধৰণৰ ভক্তি মূলক গীত সমুহে হিয়া মন ছুই যায়। বহুত বহুত ধন্যবাদ কৃষঞ মনি।
@madhurjyaflute4520
@madhurjyaflute4520 2 жыл бұрын
Mon sui jua naam apunar mongol houk Krishna da👌👌👌❤️❤️❤️
@junumech653
@junumech653 2 жыл бұрын
কৃষ্ণ 🙏🙏কৃষ্ণ অতি সুন্দৰ নাম শুনি বৰ আনন্দ পাছে 🙏🙏কৃষ্ণ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ
@kishorenath8986
@kishorenath8986 2 жыл бұрын
অতীব সুন্দৰ, খুব ভাল লাগিল।
@AbhijitChutia-n2u
@AbhijitChutia-n2u 2 жыл бұрын
Montu jur pori jai ai vokti geet ti hunile ,,I love you krishno moni da 🥰
@gautammusic5415
@gautammusic5415 2 жыл бұрын
বৰ হৃদয় স্পৰ্শী কন্ঠ আৰু গীত।শুনিলে শুনি থাকিবৰ মন যায়।
@muninborgohain3452
@muninborgohain3452 2 жыл бұрын
বহুত সুন্দৰ হৈছে।
@njsaikia4391
@njsaikia4391 2 жыл бұрын
কৃষ্ণ 🙏🙏🙏বহুত ভাল লাগিল শুনি
@dipakkumarbora90
@dipakkumarbora90 2 жыл бұрын
অতি সুন্দৰ🙏
@pranitatalukdar8792
@pranitatalukdar8792 2 жыл бұрын
অতি সুন্দৰ ❤️❤️❤️❤️❤️❤️
@kalendas1935
@kalendas1935 2 жыл бұрын
Bohut bohut val lagil video2 sai dada🙏🙏🙏🙏 dhoinyobad
@monjilsarma7838
@monjilsarma7838 2 жыл бұрын
সুন্দৰ বাবা দা।
@indrajitpathak9278
@indrajitpathak9278 2 жыл бұрын
ভাল লাগিল কৃষ্ণ দা
@madhurjyabezbaruah4503
@madhurjyabezbaruah4503 2 жыл бұрын
সুন্দৰ হৈছে দাদা।।।
@pradipphukan1065
@pradipphukan1065 2 жыл бұрын
শুনিলে শুনি থাকিব ম জাই ইমান ধুনীয়া লাগিছে
@monusarma6138
@monusarma6138 2 жыл бұрын
Montu jur pori gol krishna da.Bor bhal lagil.🙏🙏🙏
@ASSAM-RHINO-97
@ASSAM-RHINO-97 2 жыл бұрын
Bohut Val lagil aru anekua obodan paam buli axa thakil 🙏🙏🙏🙏
@toponbora7895
@toponbora7895 2 жыл бұрын
Bohut hundor hoise
@tapannath4564
@tapannath4564 2 жыл бұрын
Dhunia Hoise
@sukanyasaikia4080
@sukanyasaikia4080 2 жыл бұрын
আপোনাৰ কণ্ঠত এই গীতটি শুনি বৰ ভাল লাগিল। এনেধৰণৰ গীতসমূহ আমাৰ জাতীয় জীৱনৰ অতি মূল্যবান সম্পদ।
@lalitgogoi5984
@lalitgogoi5984 2 жыл бұрын
Hundor dada 🙏🙏🙏
@debajitborah1673
@debajitborah1673 2 жыл бұрын
Heart touching
@chayasworld1737
@chayasworld1737 2 жыл бұрын
Jai shree Krishna ❤️
@9707875467
@9707875467 2 жыл бұрын
আপোনাৰ কণ্ঠৰ ভক্তিমূলক গীতে সদায়েই অন্তৰ চুই যায়। 🙏🙏🙏🙏🙏❤️❤️❤️
@babupator8502
@babupator8502 2 жыл бұрын
0
@ritombora687
@ritombora687 2 жыл бұрын
জয় গুৰু 🙏🙏
@jayantanath1846
@jayantanath1846 2 жыл бұрын
Montu val lagi gol de❤️👍
@phukanrajbangshi426
@phukanrajbangshi426 2 жыл бұрын
Bahut sundar hoise
@ppgboxtv
@ppgboxtv 2 жыл бұрын
Moja
@superdhrubavlogs8175
@superdhrubavlogs8175 2 жыл бұрын
কৃষ্ণ
@karabiray6152
@karabiray6152 2 жыл бұрын
🙏🙏🙏🙏💚
@dr.anjansaikia4536
@dr.anjansaikia4536 2 жыл бұрын
Excellent
@dhrubajyotisarma.6670
@dhrubajyotisarma.6670 2 жыл бұрын
🙏🙏🙏
@DimbeswarKochari
@DimbeswarKochari 11 ай бұрын
কৃষ্ণ প্ৰভু
@doriyalivlogs670
@doriyalivlogs670 2 жыл бұрын
বহুত ভাল লাগিল দাদা।🙏 সুন্দৰ কণ্ঠ আপোনাৰ❤️
@arunimadevi5280
@arunimadevi5280 2 жыл бұрын
Nice baba da
@mridulbharali3420
@mridulbharali3420 2 жыл бұрын
Khundor Kisno probhu
@sumilaboro5263
@sumilaboro5263 2 жыл бұрын
Bohut vl lsgise
@অবিনাশ-123
@অবিনাশ-123 2 жыл бұрын
বহুত দিনৰ পিছত আপোনাক দেখিলোঁ। এই ভকতৰ বস্ত্ৰৰ সৈতে আপোনাক সচাই ইমান সুন্দৰ লাগে,যে দেখিলে আধ্যাত্মিক আধ্যাত্মিক লাগে। সুন্দৰ আগন্তুক পবিত্র ভাদৰ মাহলৈ আকৌ নতুন ভক্তি মূলক গীত ৰচনা কৰিব বুলি আশা থাকিলোঁ।
@nayanmonikalita8797
@nayanmonikalita8797 2 жыл бұрын
❤️🙏
@sanjayassam9839
@sanjayassam9839 2 жыл бұрын
মজা
@arunray-gq7dz
@arunray-gq7dz 10 ай бұрын
🙏গুৰু-তুমি-পুনৰ-জনম-লোৱা-অৰুণ
@nilakashyogi6725
@nilakashyogi6725 2 жыл бұрын
Val lagise mama
@neelchoudhury3062
@neelchoudhury3062 2 жыл бұрын
🙏
@jayantasaikia3683
@jayantasaikia3683 2 жыл бұрын
Krishna probhu.
@madhurjya0177
@madhurjya0177 2 жыл бұрын
হায় কৃষ্ণমনি দা। অতীতৰে পৰা মই আপোনাৰ গীতসমূহ শুনি আহিছো। বহুত ভাল লাগে। মই নগাঁও শেনচোৱাৰ বাসিন্দা। আপোনাৰ এই ভিডিঅটোত অলপ সময়ৰ কাৰণে ময়ো অভিনয় কৰিবলৈ সুযোগ পাইছো। এই ভিডিঅটোত ওলাবলৈ পাই মই অতিকৈ আনন্দিত হৈছো। অভিনয় কৰিবলৈ মই বহুত ভাল পাওঁ। গতিকে আপোনি যদি আকৌ কিবা নতুন ভিডিঅ কৰে তেতিয়া হলে তাত অভিনয় কৰিবলৈ মোকো লব পাৰে। মই লাগিলে আপোনাক মোৰ কন্টেক নম্বৰটো দি দিম। আপোনাৰ ভিডিঅত অভিনয় কৰিবলৈ পালে মোৰো বহুত ভাল লাগিব। কিবা থাকিলে মোক এবাৰ জনাই দিব। ধন্যবাদ 🙏🙏🙏
@dimbeswarborman5468
@dimbeswarborman5468 2 жыл бұрын
Op
@gobindasaharia9529
@gobindasaharia9529 2 жыл бұрын
Krisna da আপুনি সদায় সত মানুহ ৰ লগত আছে আপোনাক অনুৰোধ কৰিছোঁ আপুনি আহিলে আমি একো দিৱ নোৱাৰি কিন্তু আহিব নাহিৱ জনাৱাছোন
@gaurangagogoi392
@gaurangagogoi392 2 жыл бұрын
সছাকৈ ‌ কবলগিযা
Puwar Harinam || Assamese Bagti geet 2021 || ভক্তিমূলক গীত ||Harinam song
25:44
Surjya Muki সূৰ্য মূখী
Рет қаралды 2,1 МЛН
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 34 МЛН
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 684 М.
ভাগৱত পাঠ-৪ কৃষ্ণমণি নাথ।
10:15
Krishna Moni Music 'Symphony'
Рет қаралды 504 М.
Assamese zubeena Bhagwat path
18:13
MAHATAm shailha
Рет қаралды 172 М.
Brindabone Bone||বৃন্দাবনে বনে||Madhurima Saikia
7:36
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 34 МЛН