ল'ৰা ছোৱালীক এলেহুৱা কৰি তোলাত আমি মাক দেউতাক | এঞ্জেলা চাংমাই | Anjela Changmai |

  Рет қаралды 203,006

ভক্তিৰ  সাগৰ Bhaktir Sagor

ভক্তিৰ সাগৰ Bhaktir Sagor

Күн бұрын

Пікірлер: 192
@karunaborah7212
@karunaborah7212 23 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি আপ্লুত হৈ পৰিলোঁ। আপোনাক ঈশ্বৰে বহু ত আগবঢ়ায় ই লৈ যাওক।
@UGABSlpAxom658
@UGABSlpAxom658 Ай бұрын
সুন্দৰ সেৱিকা আই এঞ্জেলা চাংমাই শ্ৰী মুখেৰে আদৰ্শৰ বক্তৃতা শ্ৰৱণ কৰিবলৈ পাই আমি ধন্য আমাৰ জীৱন অতিকৈ ধন্য ঈশ্বৰৰ বাণী শ্ৰৱণ কৰিবলৈ পাই আচলতে আমি শ্ৰেষ্ঠ জনাৰ ভক্তি কৰিলেহে আমাৰ শ্ৰেষ্ঠ জীৱ ৰ প্ৰয়োজন এক ঈশ্বৰত ভক্তি কৰিলেহে ঈশ্বৰৰ প্ৰাপ্তি হব। নৱ প্ৰজন্মৰ বাবেই অতি প্ৰয়োজনীয় ও গুৰুত্বপূৰ্ণ এই বক্তৃতাৰ বাক্য সমূহ জীৱনত ব্যবহাৰ লগতে অন্নৰ বিচাৰ ও সঠিক হব লাগিব তেতিয়াহে মনৰ শুদ্ধতা অন্তৰ শুদ্ধতা থাকিব হিংসা ধৰ্ম ত্যাগ কৰিবই লাগিব তেতিয়া সকলো মন,চিন্তা, সকলোকে ঈশ্বৰৰ জ্ঞান কৰিব পাৰিব আচলতে এজন , ভকত এজনী আই হোৱা উচিত🙏🏻 নামেই শ্ৰেষ্ঠ বাকী বোৰ এই যুগত কৰি লাভ নাই সেই কৰিলে অযথা সময় অতবাহিত হব মানে বাকী বোৰ ভেলকি মৰা মায়া বুলিহে কৈছে যুগ ধৰ্ম কথা আছে
@babulbora8034
@babulbora8034 Ай бұрын
ইমান ধুনীয়া ভাষণ শুনিলে এৰিব নোৱাৰি আগ বাঢ়ি যোৱাআৰু বহু দূৰ
@AdityaKrRabha
@AdityaKrRabha Ай бұрын
সুন্দৰ, সুন্দৰ মনোমোহা, ভাষণ,ধন্য,বাদ, ধন্যবাদ ধন্যবাদ ❤❤❤❤❤❤
@ConfusedCookingApron-cu6nc
@ConfusedCookingApron-cu6nc Ай бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ। 🙏
@debenborah2905
@debenborah2905 Ай бұрын
এঞ্জেলা, আপুনি প্ৰভু শ্ৰীকৃষ্ণৰ বিষয়ে ভক্তিপূৰ্ণ তথা ভক্তিৰসৰ সম্পৰ্কে যিখিনি ৰসাল অৰ্থাৎ সাৰুৱা ভাষণ প্ৰদান কৰিলে তাৰ বাবে অশেষ ধন্যবাদ। আধ্যাত্মিকৰ বিষয়ে উল্লেখ কৰা কথাখিনি অতিকৈ গুৰুত্বপূৰ্ণ। জীৱনত আৰু বহুদূৰ আগবাঢ়ি যাওক, প্ৰভু ভগৱন্তৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
@upamanath6244
@upamanath6244 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ,🙏🙏🙏🙏🙏
@KrishnaBaruah-r3w
@KrishnaBaruah-r3w Ай бұрын
জয় গুৰু শংকৰ
@BiswajitKalitaBiswajitKa-ik1py
@BiswajitKalitaBiswajitKa-ik1py Ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤❤❤
@romakantarabha2328
@romakantarabha2328 Күн бұрын
Thankyou my sister. Aponar kotha suni mor mon bhuri jay.from goalpara
@nirupamaborah3186
@nirupamaborah3186 Ай бұрын
ইমান ধুনীয়া ভাষণ 🙏
@amiyabaruah3534
@amiyabaruah3534 Ай бұрын
কৃষ্ণ। তোমাৰ ভাষণ যোগেদি সমাজখন পৰিৱৰ্তন হব ৷তোমাক ভগৱানে কৃপা কৰিব ৷
@runjunsaikia6246
@runjunsaikia6246 Ай бұрын
ইমান সুন্দৰ ভাষণ শুনিলে শুনি থাকিব মন যায়।আপোনালৈ সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ,।
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ আই আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ
@khewaliborah544
@khewaliborah544 Ай бұрын
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে 🙏🙏🙏🙏
@pranabkumarbrahma2746
@pranabkumarbrahma2746 27 күн бұрын
Bahut bahut dhanyabad Angela bhanti. Jiban dhanya manilu tumar uchit uchit bakya totha xaruwa bhaxon bur xuni. Juba prajanmor addhyatmik chetanabudhor aboshyakotar uporot gurutta pradan kori ji xaruwa bhaxon bhantie agborhale, xeya xuni jen mur mon pur nohoi, aru xuniboloi kiba jen baki thaki gol.
@Mollikaborgohain
@Mollikaborgohain Ай бұрын
আপোনাৰ কথাবিলাক শুনি বৰ ভাল লাগে । ল'ৰা -ছোৱালীক কেন্দ্ৰ কৰি আপুনি যিখিনি বক্তৃতা আগবঢ়ালে শুনি ভাল লাগিল । ভগৱানে আপোনাক কোশলে ৰাখক।
@madhusmitagogoi7380
@madhusmitagogoi7380 Ай бұрын
আগুৱাই যোৱা কথাবোৰ শুনিলেই মনটো ভাল লাগি জায। ইমান মৰ লগা ভাষণ।
@jugeshphukon3875
@jugeshphukon3875 Ай бұрын
কৃষ্ণ,🙏 জয় জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰ
@Nezukoxhetia
@Nezukoxhetia Ай бұрын
কৃষ্ণ কৃষ্ণ আই 🙏🙏
@rujdipborah7771
@rujdipborah7771 4 күн бұрын
🙏🙏🙏
@dekastudyedu1030
@dekastudyedu1030 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@arotitanti2537
@arotitanti2537 Ай бұрын
ইমান সুন্দৰ ভাষন🙏❤️
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🙏🙏🙏🙏
@DhanadaDeka-rp8oo
@DhanadaDeka-rp8oo Ай бұрын
ইমান ধুনীয়া বক্তৃতা
@KhagenBora-c9l
@KhagenBora-c9l Ай бұрын
সুন্দৰ, কৃষ্ণ কৃষ্ণ ‌ আই
@AnupravaNath
@AnupravaNath Ай бұрын
Bohut val lagil dei
@akashdeepdutta1978
@akashdeepdutta1978 Ай бұрын
ইমান ধুনীয়া কৈ koy kotha khini❤❤😊 😊
@kushalgogoi9200
@kushalgogoi9200 Ай бұрын
!!! কৃষ্ণ কৃষ্ণ কৃষ্ণ !!!
@arunrabha6206
@arunrabha6206 Ай бұрын
কৃষ্ণ ইমান সহজ সৰল ভাষাৰে কথা খিনি কৈছে, বহুত ভাল লাগিল কৃষ্ণ।
@gitaliborah1234
@gitaliborah1234 Ай бұрын
Bar hundar lagise hadai vale thaka
@udishPegu-d4f
@udishPegu-d4f Ай бұрын
Krishna Baideu Apunaloi Bohut Dhoinybad Thakil
@AbhijeetPayun
@AbhijeetPayun Ай бұрын
❤❤❤❤❤
@MoromiGayan
@MoromiGayan Ай бұрын
Sundor ❤❤❤
@PrasannaHazarika-z1z
@PrasannaHazarika-z1z Ай бұрын
Sundor boktita. Dhanyabad.
@MridleSaikia
@MridleSaikia Ай бұрын
সুন্দৰ, কি কম কবলৈও একো নাই। ইমান সৰল সহজ ভাষা শুনিলে শুনি থাকিব মন যায়। তুমি আগুৱাই যোৱা ,ভগৱানে তোমাক ভালে ৰাখক তাৰেই কামনা কৰিলো । ধন্যবাদ।
@Janmonigogoi1233
@Janmonigogoi1233 Ай бұрын
কলিজা জনি ❤ ভগৱান ওচৰত প্ৰাৰ্থনা জনালোঁ তুমি সদায়েই জিলিকি থাকা 🥰
@TiluDas-w6s
@TiluDas-w6s Ай бұрын
Sister you realy cam from haven.kanthat maa saraswati.live long.live long.god be with you. Om.om om.
@Babita.k.b
@Babita.k.b Ай бұрын
Radhe Krishna 🎉🎉
@Siddhartha56789
@Siddhartha56789 Ай бұрын
Najanaa katha janoki bhal lagil baideu❤❤❤
@subhrajitvlog2748
@subhrajitvlog2748 Ай бұрын
Huni bohut val lagil baideo
@RajkumarGautam-q9d
@RajkumarGautam-q9d Ай бұрын
You are a well speaker.Every assamese will get inspiration from your speach.I think you are a women from whome assamese youngsters get knowledge forever.I wish , you will get a brighter future.Thank you very much.
@BhaskarBoruah-e7c
@BhaskarBoruah-e7c Ай бұрын
Gobinda mahaparuva krishna ❤❤❤❤
@nalinisaharia4856
@nalinisaharia4856 Ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম🙏🙏🙏🙏
@swapnaneog-n5r
@swapnaneog-n5r Ай бұрын
ইমান ধুনীয়া বক্তব্য
@nibirnibir342
@nibirnibir342 Ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ আই আপুনি সত্যক বৰ সুন্দৰকৈ উপলব্ধি কৰাই আছে । আই আপোনাৰ সুন্দৰ বৰ্ণনা ও ব্যাখ্যা শুনি আমি পৰম আনন্দ অনুভৱ কৰিছোঁ কৃষ্ণ
@chitralekhatalukdar8435
@chitralekhatalukdar8435 Ай бұрын
সুন্দৰ
@DipenSaikia-z7c
@DipenSaikia-z7c Ай бұрын
Krishna Joy guru Sankara bhout hundor kotha koise welcome jonaisu God bless you 🙏🙏
@amalrabhaygg9106
@amalrabhaygg9106 Ай бұрын
সুন্দৰ ভাষণ শুনিব মন জায়
@indrakonwar4230
@indrakonwar4230 Ай бұрын
ধুনীয়া লাগিছে আই গৰাকী , আগবাঢ়ি যোৱা, আশীৰ্বাদ কৰিলোঁ। কৃষ্ণ কৃষ্ণ।।
@NadiniRabha
@NadiniRabha Ай бұрын
hore krishna
@rekhakonwar1955
@rekhakonwar1955 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ ভাল আপোনাৰ ভাষণ ধন্যবাদ ।
@DoloiKalita
@DoloiKalita Ай бұрын
kisna❤
@dimbeswarsaikia7360
@dimbeswarsaikia7360 Ай бұрын
সুন্দৰ নিদৰ্শন দাঙি্ ধৰিলে নমস্কাৰ জনালো। কৃষ্ণ। কৃষ্ণ।
@BasantiDeka
@BasantiDeka Ай бұрын
Krishna❤❤❤
@jogendranathsaikia5321
@jogendranathsaikia5321 14 күн бұрын
Krishna.Krishna.
@BrindaKalita-bw9dm
@BrindaKalita-bw9dm Ай бұрын
এনজেলা তোমাক বহুত বহুত শুভেচ্ছা জনোৱা হৈছে। উতপল কলিতা মঙ্গলদৈ।
@basantanath3551
@basantanath3551 27 күн бұрын
এই মূল্য ৱান কথা বোৰৰ মূল্য দিব পাৰিলেই আমাৰ জীৱন সাৰ্থক হ'ব বুলি ভাবো । কৃষ্ণ ।।
@BHUBANESWARSAIKIA-tf8me
@BHUBANESWARSAIKIA-tf8me 23 күн бұрын
Krishna, dhanyawad baidew
@dehirambaruah6505
@dehirambaruah6505 Ай бұрын
ভগৱান আপোনাৰ মঙ্গল কৰক
@GayatriDas-e2x
@GayatriDas-e2x Ай бұрын
Krishna. .. Eman dhunia koi kothabur koise. Bohut besi val lagil.. apuni vale thakok..
@jinkuranidas6383
@jinkuranidas6383 Ай бұрын
Bohut bhal lagil. Aru aguai jua.
@happytime960
@happytime960 Ай бұрын
amer axhomt besi sole aibur probhed. very good motivational vdo❤❤🙏🙏
@DepakHandique
@DepakHandique Ай бұрын
যোৱা কালি লগ পাই ভাল লাগিল
@sambarukumardas1357
@sambarukumardas1357 Ай бұрын
সুন্দৰ বক্তব্য ।
@Subash.CheruwaCheruwa
@Subash.CheruwaCheruwa Ай бұрын
💪💪👍👍🌷🌷🌹🌹🙏🙏🙏
@junmonidas-b3r
@junmonidas-b3r Ай бұрын
Anjela aru agbahi juwa, hundor bhahon dise
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
অতি সুন্দৰ তত্ব পূৰ্ণ ভাষণ।
@MDs-qh3km
@MDs-qh3km Ай бұрын
অতি সুন্দৰ উপস্থাপন কৰিছে। আশাকৰো অনাগত দিনত ৰাইজৰ হকে বহুতো ধৰ্মীয় অনুষ্ঠান আয়োজনত আপোনাৰ উপস্থিতিওঁ অতি গুৰুত্বপূৰ্ণ ভূমিকা। কৃষ্ণ কৃষ্ণ।
@rumidevi5870
@rumidevi5870 Ай бұрын
@monsingmaslai
@monsingmaslai Ай бұрын
Shri krishna krisha🌺🌺🌺🙏🙏🙏
@GopalGogoi-s7d
@GopalGogoi-s7d Ай бұрын
Apunar ei adhyatmic kothabur moi bohut dhanyabad disu...aru eia enarjijukta.
@dimpiozah6059
@dimpiozah6059 Ай бұрын
🙏🙏🙏🙏🙏
@BadanBorah-t8b
@BadanBorah-t8b Ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন কৰা হৈছিল সুন্দৰ নিদৰ্শন, নাৰায়ন,❤
@achiyakhatun1091
@achiyakhatun1091 Ай бұрын
তুমি স চাঁই মহান। বাংগালোৰৰ পৰা। আমাৰ দোৱা তোমালৈ সদাই থাকিব।
@rekhagogoi322
@rekhagogoi322 Ай бұрын
Krishna Krishna Krishna.
@rakhihandique1701
@rakhihandique1701 Ай бұрын
Krishna ai aguwai goi thakok ❤🙏🙏🙏 hahokhere
@makhan-m9c
@makhan-m9c Ай бұрын
কৃষ্ণ কৃষ্ণ ভাল লাগিছে
@binodbaishya7261
@binodbaishya7261 Ай бұрын
KRISHNA ❤❤🎉🎉❤❤🎉🎉❤❤
@navajyotisaikia7481
@navajyotisaikia7481 Ай бұрын
Krishna 🎉🎉
@BinatahuHazarika
@BinatahuHazarika Ай бұрын
Anjala a sanghmi ik Val lagil
@ManikantaKutum-jm1um
@ManikantaKutum-jm1um Ай бұрын
Ram krishn
@JavierSoren-e4j
@JavierSoren-e4j Ай бұрын
Hundor❤❤❤
@ManashiBorah-e1q
@ManashiBorah-e1q Ай бұрын
Krishna .
@AruniSaikia-to5ti
@AruniSaikia-to5ti Ай бұрын
Krishna🙏🙏🙏🙏
@pabitradeka461
@pabitradeka461 Ай бұрын
Krishna Krishna aai
@JunmoniPhukan-zc1oo
@JunmoniPhukan-zc1oo 10 күн бұрын
Thanks
@JunakDutta-fz4fj
@JunakDutta-fz4fj Ай бұрын
Krishna hundar
@cgogoi7658
@cgogoi7658 Ай бұрын
God bless you anjala
@sarbeswarbhuyan2031
@sarbeswarbhuyan2031 Ай бұрын
কৃষ্ণ কৃষ্ণ !! ভগাবনে তোমাৰ সফল মংগল কৰক !!! তোমাৰ দীৰ্ঘায়ু কামনা কৰিলো ।।
@janajyothi7544
@janajyothi7544 Ай бұрын
Very nice God bless you Madam
@ebendamoran1188
@ebendamoran1188 Ай бұрын
Kisno kisno kisno
@durgeswarsaikia1368
@durgeswarsaikia1368 Ай бұрын
Excellant
@rekhadutta3241
@rekhadutta3241 Ай бұрын
বৰ সুন্দৰ হৈছে ।তুমি সদাই জিলিকী থাকা আৰু ভালে থাকা ।
@kusumdas9620
@kusumdas9620 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@উত্তমঅভিমানবৰদলৈ
@উত্তমঅভিমানবৰদলৈ Ай бұрын
কৃষ্ণ
@ebendamoran1188
@ebendamoran1188 Ай бұрын
Krishnan Krishnan Krishna.
@JatinBora-iu1ul
@JatinBora-iu1ul Ай бұрын
Ba ki moja kotha tome joi huwa
@mrinalkalita7442
@mrinalkalita7442 Ай бұрын
অহাকালি নামখলা ৰাসত এঞ্জেলা চাংমাই বাইদেউ আহিব
@binabaladevi7088
@binabaladevi7088 Ай бұрын
কূষন ৰাম ৰাম
How to treat Acne💉
00:31
ISSEI / いっせい
Рет қаралды 108 МЛН
ঢকুৱাখনা ন-কপহুৱা part3 @জ্যোতিময়Jyotimoy
32:14
জ্যোতিময় Jyotimoy
Рет қаралды 18 М.
Duliajan|| Kamalabari Namghar@jyotimoi
28:09
জ্যোতিময় Jyotimoy
Рет қаралды 1 МЛН
15 November 2024
8:33
Gun jong blogs
Рет қаралды 61 М.
سورة البقرة كاملة, رقية للبيت, وعلاج للسحر | القارئ علاء عقل - Surah Al Baqarah
3:56:21