বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়-চুমি বৰা

  Рет қаралды 101,193

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়। বিশাল ফুকনৰ ইনভেষ্টৰ কোন হয় মই কাকো চিনি নাপাওঁ, নাজানোঁ। ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগতো মোৰ ভাল নহয়, ভাল হোৱা হ'লে আজি মোৰ এই অৱস্থা নহয়। সবেই মোক চিনি নাপাওঁ বুলি কৈছে দেখোন। তেনে মানুহে মই ক'লো বুলিয়ে পইচা ইনভেষ্ট কৰিব নেকি? মোৰ জীৱনটো ইনেই থকা জীৱন নহয় বুলি দাবী চুমি বৰাৰ।

Пікірлер: 809
@bhabengogoi4634
@bhabengogoi4634 5 күн бұрын
এই বিপদৰ সময়ত বায়েক জনিয়ে ভায়েক টোক এনেকৈ কয় নেকি , কম চে কম ডুবাই ভ্ৰমণৰ কথা এবাৰ মনত পেলা বাইদেউ ।
@manjugogoi5366
@manjugogoi5366 5 күн бұрын
10 din Jail t thoka lora tuloi olpu beya loga nai tur , kihot bayek vayek selai asile eman din Bishal hunor koni pora hah asile aru atia nijor family babe kandiso sarthopor toi life t kundin happy hobo nuaribi .
@shaktiborah
@shaktiborah 5 күн бұрын
Thik koise. Eibur maikir namot dhabba hoi. Sunor sitiki dibo lage ihotok. Paisa liar homoyot Bhai Bhai aru atiya. Nasi, reel bonai kei Toka ahe nu. Biya Khanor khoros tair ghoror mati bikri kori paise sage​@@manjugogoi5366
@biswajitsaikia335
@biswajitsaikia335 5 күн бұрын
এইজনি বহুত ওপৰৰ মাল তাইৰ অলপো লাজ লগা দেখা নাই । তাই প্লেন বনাই গাঁতৰ পৰা উলাইছে।যদি ইমান চিম্পল আছিল চুৰুনি কিয় পলাই ফুৰিছিলি ।
@Unuser23-l6v
@Unuser23-l6v 5 күн бұрын
Point 👍
@Himadree_Gogoi_678
@Himadree_Gogoi_678 5 күн бұрын
Akdom right 👍👍
@prabalbharadwaj27
@prabalbharadwaj27 5 күн бұрын
100% political.karon besi bhag mediak akol political manuhe target kora dekha jai
@RUPAK06
@RUPAK06 5 күн бұрын
Tai poluwa nai lukai he furise 😂
@jitumanikalita4637
@jitumanikalita4637 5 күн бұрын
Right
@jiitofficial3131
@jiitofficial3131 5 күн бұрын
যদি একো দোষ নাছিল পলাই কিয় আছিল।।
@dibyojyotiray6715
@dibyojyotiray6715 5 күн бұрын
Haha. Polai asil Karon বুদ্ধি panyi asil.. 😂😂 ki kowa jay . Ki kowa jay..
@babaguitarist3723
@babaguitarist3723 5 күн бұрын
Dokh not dukh
@DibyaRanjanSaikia-q5x
@DibyaRanjanSaikia-q5x 5 күн бұрын
Best
@rajibgogoi2215
@rajibgogoi2215 5 күн бұрын
তাই পলাই থকা নাই, মিছা কথা নকব, তাই লুকাই হে আছিল 🤣
@UdhabDeka-z8p
@UdhabDeka-z8p 5 күн бұрын
Biya pati taru tu furibo mon jai no furibo goi sil aru takei nu lukai ase buli kio koi aso
@user-ow4vf2hl6t
@user-ow4vf2hl6t 5 күн бұрын
দেওবাৰৰ ADRE পৰীক্ষাত চুমি বিশালক লৈ প্ৰশ্ন আহাটো খাটাং কেলা চাই থাকা 🙄🙄 আৰু কোনে কোনে ADRE পৰীক্ষাত মোৰ দৰে ফেইল মাৰিম বুলি sure হৈ আছা হাত ডাঙা✋✋🤣🤣
@munurajkhowa1099
@munurajkhowa1099 5 күн бұрын
🙋‍♀️
@monishaborah3324
@monishaborah3324 5 күн бұрын
🙋🤚
@Alpaizoo
@Alpaizoo 5 күн бұрын
Moi
@yogibipulnath3081
@yogibipulnath3081 5 күн бұрын
এইক গৰু পিতন দিয়ক সঁচা কথা উলাই যাব ।
@youtubetv9392
@youtubetv9392 5 күн бұрын
😂 তই টকা দিছিলি চাকে কিমান গ'ল
@Rhythmdillse
@Rhythmdillse 5 күн бұрын
Dangor xasti hobo lage
@dibyojyotiray6715
@dibyojyotiray6715 5 күн бұрын
@@yogibipulnath3081 goru piton nhy o. Gai piton hobo.. 🤣
@manojtalukdar1502
@manojtalukdar1502 5 күн бұрын
আনৰ দোষ খুচৰি থকা অসমিয়া ।কাম বন নাই
@urenmaut3812
@urenmaut3812 5 күн бұрын
Businessor logot jorito nohoi,bisonar logot jorito, bonori....
@DkalitaAssam
@DkalitaAssam 5 күн бұрын
Bonori e Imaan horu lora tuk bondhu buli mani loleu thik asile ..pati lua bhaity buli porichoy dii tole tole iman lutile giriek e sage iman kora nai tair karone ... kolonko eiijoni
@rumagogoi1204
@rumagogoi1204 5 күн бұрын
দৰং জিলাৰ এজন ল'ৰা ৰাজনিশ বৰুৱা UPSC CDS পাছ কৰিছে ৭ নম্বৰ বাৰত ,ইমান কষ্ট আৰু ধৰ্য্যৰ পিছত । বাতৰি সেইটো প্ৰদৰ্শন কৰক। আজিৰ প্ৰজন্মই ক'ৰ পৰা শিকিব , কি কৰিব , কি পঢ়িলে এনেধৰণৰ পদ পাব পাৰি সেইবোৰ দেখাওক। চুমী বৰাৰ নামত TRP VIEWS বহুত গোটালে । সামৰণি কৰক আৰু
@PongkhiBorsaikiaminivlog
@PongkhiBorsaikiaminivlog 5 күн бұрын
সহমত❤️🕉️
@youtubetv9392
@youtubetv9392 5 күн бұрын
❤ ঠিক কথা কৈছে ❤❤❤
@TCF573
@TCF573 5 күн бұрын
Akdom right .. Ai notinibur dekhuxai kar ki lav ???
@MofizurHussain
@MofizurHussain 5 күн бұрын
Heaitu separate bikhoi,aitu u ata separate bikhoi baideou, oparadhik anekoi ari dibo kole oparadhiyea oparadh koribole hahok hea pabo.kiman manuhok hopun dekhai dekhai hihoti tezz huhi khale komsekom kotha tu vabok.
@sashibhatta5198
@sashibhatta5198 5 күн бұрын
ঠিক কথা কৈছে, সমৰ্থন দিছোঁ ৷
@bishalbivaanlaskar8433
@bishalbivaanlaskar8433 5 күн бұрын
এইখনি কথা নপলাই কলে ভাল লাগিল হৈ
@tulumonichetia7189
@tulumonichetia7189 5 күн бұрын
Sob plan kori atia ulai ahiso...eneke basi jai dukhi bur...
@Randeep-kb1xh
@Randeep-kb1xh 5 күн бұрын
ইমান দিন পলাই পলাই বহুত ৰৌ বৰালিক বন্দবস্ত কৰি লৈ শিকি বুজি আহিছে সাংবাদিকক কি কব । অই চুমি তাৰ্কিক তহঁতৰ দৰে প্রবঞ্চক এটাক মই জেলৰ ভাত খোৱাই দিছোঁ এক বছৰ পলাই আছিল তাৰ পাছত তাক ধৰাইছিলো ।
@barshabharadwaj7070
@barshabharadwaj7070 5 күн бұрын
তই যদি একো নাজন' তেনেহলে তোক ২ লাখ টকীয়া teddy bear এনেই gift দিলে হৈ😂তাই বোলে একো নাজানে কথা কব আহিছ' bonori 😂
@S.hazarika
@S.hazarika 5 күн бұрын
Point to be note😅 right
@success_mindmanstar
@success_mindmanstar 5 күн бұрын
যি দেখিছোঁ, নাটক খন বৰ মজা লাগিব। পাতি লোৱা ভায়েকৰ ওপৰত মৰমবোৰ কমিচে যেন লাগিছে।😅😢
@pahidas34859
@pahidas34859 5 күн бұрын
অ শেষ , বাইদেউৰ এইখিনি কথা শুনিবলৈ মই মানে পৰীক্ষাৰ সময়খিনিত ২/৩ দিন সময় বৰবাদ কৰিলোঁ ।এতিয়া এইটো ভাবিহে বেয়া লাগিছে ।কিমান gb খৰচ কৰিলোঁ অ এই নিউজ চাই ।বাকি এইটো হে জানিলোঁ তাই গাত দুখেই নাই । বিশাল কোনো নহয় ।😭 ধেৎ নেপায় দেই ।মামা বিচাৰ কৰা আৰু
@jyotirmoyborah7615
@jyotirmoyborah7615 5 күн бұрын
তাকেহে simple logic হেনো
@satyaranjanbaruahsatyaranj9176
@satyaranjanbaruahsatyaranj9176 5 күн бұрын
Tuk kantoliya sor dibor mon goise 😂😂
@sumivlogs1607
@sumivlogs1607 5 күн бұрын
Aibur sob mili ashe ai basi juar plan bonai ahise imn dine lukai thaki
@rinkigogoi7455
@rinkigogoi7455 5 күн бұрын
নাপাই দেই,এই বিপদৰ সময়ত সোণৰ কুমুদ উপহাৰ দিয়া ভাই টোক এনেকৈ এৰি দিব।তাৰ লগত যদি ইমান হলিগুলি নাই তেন্তে ডুবাই লৈ লগত নাচি বাগী ফুৰ নে
@manjugogoi5366
@manjugogoi5366 5 күн бұрын
No 1 R....... hahi boloi laaj loga nai beti tur olpu anuhusona nai sihhhh horu loratur life borbad kori dile .
@football_shorts274
@football_shorts274 5 күн бұрын
ৰেন্দি এটা তই , বিশালে টোৰ ফুটা বহল কৰি দিছি _____ এতিয়া কৈছে মই বিশালক ভালদৰে নাজানো _____ 10 ইঞ্চি ভৰাই দিলে সচা কথা ওলাই পৰিব ___
@digantadeka7201
@digantadeka7201 5 күн бұрын
Voluka bah he kamot dibo😂
@parthaprotimdas2128
@parthaprotimdas2128 5 күн бұрын
Tumi goi 10 nc vori diya😅😅😅
@bipulkalita3732
@bipulkalita3732 5 күн бұрын
ঠিক কথা কৈছে
@football_shorts274
@football_shorts274 3 күн бұрын
@@parthaprotimdas2128 mor 12 inchi tair fati jabo 🤣
@nilkamalsonowal1728
@nilkamalsonowal1728 5 күн бұрын
Training লৈ ওলাই আহিছে যেন পাও....
@nilakhigayan2867
@nilakhigayan2867 5 күн бұрын
অসমীয়া বহুত পুৰণা অভিনেতা অভিনেত্ৰী আছে আৰু তেওঁলোকৰ family background ও বহুত ভাল কিন্তু ইমান পইছা তেওঁলোকৰৰো আছে বুলি শুনা নাই যিমান sumi borah ৰ শুনিছোঁ।তেন্তে তাই কত পালে ইমান পইচা ? তাই বিয়া ত যেতিয়া ইমান পইছা খৰচ কৰিছিল তেতিয়াই income tax e investigation নকৰিলে কিয়??
@SankarjitGogoi-z9j
@SankarjitGogoi-z9j 5 күн бұрын
তাৰ লগতে দুবাই গলি বিয়াত কোটি খৰচ কৰিলি, এতিয়া একো নাজান, তোক পইচা দিছো বলি কোন মূখই কব , ইনকাম চেক্সৰ আওতাত নপৰিবনে, আগতে সঁচাকৈ জনা নাচিলো এই ইমান চালু বুলি, কোতি কোতি টকা ৰীল বনাই কমাইচিলি বান্দৰী, আমাক বুবক পাইচ,
@vickysen3703
@vickysen3703 5 күн бұрын
Akdom right
@tarikaziz6153
@tarikaziz6153 5 күн бұрын
Besto jibon...kla Dubai furibo jbo pra ..pati loa bhai ek or lgt...ru tor husband tarkik xi ata hijra .xi nijor wife k pati loa bhaiek r lgt Dubai jbo diye...bepar korise tok loi
@artworld6596
@artworld6596 5 күн бұрын
100% Right
@jbcreationofficial6135
@jbcreationofficial6135 5 күн бұрын
নাওঁ বুৰিলেও কেলা টিঙ ৰ পৰা নামিব নিবিচাৰে।।।
@panging303
@panging303 5 күн бұрын
যদি অপৰাধ কৰা নাই তেন্তে কিয় ইমান দিনে লুকাই আছিলি? লুকাই থকা মানে নিজৰ অপৰাধ স্বীকাৰ কৰা।
@papunath2309
@papunath2309 5 күн бұрын
এজনক টকাৰ কাৰণে আৰু এজনক ফটোৰ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰিলে।
@BB-df9ko
@BB-df9ko 5 күн бұрын
মেনেজ কৰিলে যেন লাগিছে । চব্ ইমান চিম্পল আছিলে যদি পলায়ন কিয় কৰিছিলা ? অ' নহয় লুকাই কিয় আছিলা 🫢 ?
@bhanitabayandas8157
@bhanitabayandas8157 5 күн бұрын
ওপৰৰ সকলোকে মেনেজ কৰি আত্মসমৰ্পনৰ এইখন যে নাটক কৰিছে তাইৰ কথাতেই ধৰিব পাৰি। আইন কানুন দোষ শাস্তি এইবোৰ টকা নথকা দুখীয়া সকলৰ বাবেহে।
@nayan.j
@nayan.j 5 күн бұрын
ৰীল্‌ছ বনোৱাতো বহুত “ব্যস্ত“ৰ কাম নহয় চুমি বুঢ়ী
@Deepb97
@Deepb97 5 күн бұрын
হে ভগৱান। কিমান মিছা মাতিব পাৰে মানুহে। ইমানৰ পাছতো তল নপৰে 😮😢
@healthiswealth8231
@healthiswealth8231 5 күн бұрын
তদন্ত সঠিক ভাৱে হলে - আয় আৰু ব্যয়ৰ ব্যৱধান তে সকলো পৰিষ্কাৰ হৈ যাব।
@tinsukiarloramoi7085
@tinsukiarloramoi7085 5 күн бұрын
ভায়েৰক ফচাই দিলি ন এতিয়া ।। তই একো নজনাকে কিয় তাৰ পইচা খৰচ কৰিলি ।। #বনৰপখী
@EleeseKum
@EleeseKum 5 күн бұрын
Actually she was preparing herself in these 10 days, she is not a fool that she was hiding somewhere n doing nothing ridiculous..everything is preplanned n scripted, took advices from seniors n all of them who are helping her, after discussing from all sides now she is coming in front of media n saying she don't know vishal properly.. she is fully packed n prepared what to say n what not to say.. She is showcasing herself as a pitiful person..but its just a matter of time what big event they are going to show us only god n she knows.. Because i think she has done each n every possible way to defend herself n waiting for the correct time to show her power..
@mrityunjoytalukdar5276
@mrityunjoytalukdar5276 5 күн бұрын
True😂
@S.M.8439
@S.M.8439 5 күн бұрын
সাংবাদিক ভাই সকলৰ ভাল কৰ্মৰ কাৰণে ধন্যবাদ জনাইছো।
@TutumoniNeog-r9s
@TutumoniNeog-r9s 5 күн бұрын
ফটো বোৰে মিচা কথা নকয় নহয় ডামী বিয়া পতা বিদেশত ফুৰিব যোৱা হীৰা আঙুঠি পিন্ধা সেইবোৰ কি তেতিয়া সাংবাদিক দুখ দিচা যে চুৰনী বাইদেউ
@Himadree_Gogoi_678
@Himadree_Gogoi_678 5 күн бұрын
Obviously tumak atia sini napau buli kobo . Tumar logot enei enei kele fosibo manuh bur
@rayylifee
@rayylifee 5 күн бұрын
Ajikali dinot social media bohut strong. Juntu mediar through e di tai famous hol, tair kaam bur prokaax hol xeitu mediake etia ultai dhorise j eibur opoprosar kio solaise. Ajileke henu etau vaal kaam show kora nai mediai, tenehole tai eman fame aru naam kor pora pale. Logote j dibrugarh manuh khinir kotha koise, j olopu support nokore, arehh bhaiii bihu functions burot invite kio kore taik tenehole, ei gari launch bur j kore, taik kio mate tenehole. Aru eta ktha, prothom obosthate jetia bishal phukon k aatok krisil aru tair naam xangur khaisil, tetiai kio tai arokhir logot xohojug nokorile. Ei 10 din lukai nathaka heten, tetia social mediai taik eman troll nokorile heten. Aru etia mediak duxarup koratu vul. Muthote, usit todonto houk.
@aakashgogoi3870
@aakashgogoi3870 5 күн бұрын
ৰাজকীয় বিয়াখনৰ পইচাসোপা তোৰ নিজৰ আছিল নেকি?যদি আছিল পইচা উপাৰ্জনৰ উৎস কি?
@Chandrama__tamuly
@Chandrama__tamuly 5 күн бұрын
Eman dine ei sob rasta clear kori police r usrot dhora dise hi😂😂😂
@purabpayengofficial3322
@purabpayengofficial3322 5 күн бұрын
Thike koise baru kuwatu kintu polai furibo nelagisile Sumi ba a ..
@pdworld024
@pdworld024 5 күн бұрын
🫡🫡🫡বাকীবোৰে তাই লগত কৰা খিনি ঠিকেই শুনালে পিছে মৰমৰ ভাই টোক এতিয়া তাই কোৱা খিনি বা কি! কিয় এৰি দিছে ইমান মৰমৰ ভাই টোক এনেকৈ!!!! আৰু বিয়াৰ টকা কৰ পৰা পালে সেইটো কিয় একো নকলে
@probinkumarkakati6151
@probinkumarkakati6151 5 күн бұрын
পাষণ্ডী বহুত ফাকি কথা কৈছে ?হনিমুনত নিজৰ পতিক এৰি বিশালৰ লগত যাব পাৰ ?এতিয়া বিশালক কিয় জগৰিয়া কৰিছ ধুৰন্ধৰ ।
@DibyaJyoti-lq1gw
@DibyaJyoti-lq1gw 5 күн бұрын
পোৰা প্লেন কৰি আহিছে পোলিচ উকিল চব গোলমাল
@user-do3tm9qq1s
@user-do3tm9qq1s 5 күн бұрын
ইমান কিহৰ দম দম কথা চিধাঁ গৰু পিটন দি দিয়াত ভোট জলকীয়া দি ওলাই যাব
@jintudas2280
@jintudas2280 5 күн бұрын
বাৰু চব ঠিকেই আছে , চুমি অপৰাধী নহয় ॥ কথাটো তেখেত যদি অপৰাধী নহয় , লুকাই কিয় আছিল ॥ তেখেতে কৰা প্ৰশ্নৰ উত্তৰ মিদিয়াই দিব , আমি কৰা প্ৰশ্নৰ উত্তৰ তেখেতে দিলে হ'ল ॥ কিয় পলাই আছিল ॥
@khanindas4586
@khanindas4586 5 күн бұрын
ভুল কৰাই নাই বাৰু মানিলো তেন্তে পলাই ফুৰীছা কিয় আগতে কব লাগিছিল অসমৰ ৰাইজক বুৰ্বক বনাব আহিলা তোৰ লাজ নাই
@kailashkashyap6364
@kailashkashyap6364 5 күн бұрын
কেলা confidence টো ভাল লাগিল
@codmobilegames
@codmobilegames 5 күн бұрын
চুৰুণী বৰা
@pallabiboro6808
@pallabiboro6808 5 күн бұрын
এটা কথা মূৰৰ ওপৰেদি গ'ল ,পলাই কিয় আছিল নহ'লে 🤔🤔🤔🤔
@chandansarma0
@chandansarma0 3 күн бұрын
পলাই নহি, লুকাই আছিল😡
@AkashDas034
@AkashDas034 5 күн бұрын
Xaikarone suwali khinik olop bissak koribo taan hoi Xihoti olop kiba pressure ba facile direct change hoi jai . Aitu bya kotha hoi asolote bohut suwale ase anekuwa pot kori change hoi jai (sob swalik kowa nai aku dei )
@S.hazarika
@S.hazarika 5 күн бұрын
Right...horu loratu jnke dukhi taiu homane dukhi nohoba ajir dinot pati lua baek kune kuti kuti toka free te dbo
@BijuGogoi-uf9nv
@BijuGogoi-uf9nv 5 күн бұрын
ইনেই শব্দ২ ভাল লাগিছে 😂😂😄😄।।।কেলা তই‌ নিজকে কি বুলি ভাৱ ।কম সুন্দৰি‌‌ নে তই 😂
@dbaruah3999
@dbaruah3999 5 күн бұрын
Waahhh aijonir karone sobe mat matibo lage atia dei..
@nilastomigogoi8559
@nilastomigogoi8559 5 күн бұрын
Eijoni misoliya ek number.
@rakeshpegu2138
@rakeshpegu2138 5 күн бұрын
Wow sumi wow,😮!!Bishal k tumi u val k najana hole ne😂.Hosai amr police kejone iman simple logi k tu buji napale😂😂
@DibyaRanjanSaikia-q5x
@DibyaRanjanSaikia-q5x 5 күн бұрын
তাই গণতন্ত্ৰৰ চতুর্থ স্তম্ভক অপমান কৰিছে
@resabresab2536
@resabresab2536 3 күн бұрын
2024 madam absolute right
@kornokumardoley1514
@kornokumardoley1514 5 күн бұрын
পলাই থকা নাই, লোকাই আছিলো। মই মাংস নাখাও, জোলটোহে খাও।। চোৰনি
@marketznews2516
@marketznews2516 5 күн бұрын
Sundori...make up artist ok dhonyobad dibo lage...
@youtubetv9392
@youtubetv9392 5 күн бұрын
হ'ব ৰো পাই নিউজ চেনেল বোৰে বহুত মিছা নিউজ দি থাকে, সঁচা মিছা আমি নাজানো সময়ে ক'ব আইনে ক'ব যদি চুমি নিদুখি হয় নিউজ চেনেলে চাকৰি দিব কাম দিব
@user-mq1fx7zl8r
@user-mq1fx7zl8r 5 күн бұрын
এটা ফোল দুই গিলাছ
@axomiakristi
@axomiakristi 5 күн бұрын
কোন এজনী ইমান পেক পেক কৰি আছে, পিছফালে ভেকুলী এটাই ইমান ধুনীয়া গান গাই আছে এইৰ কথাত একো শুনিব পৰা নাই।
@samalaygolaghat9706
@samalaygolaghat9706 5 күн бұрын
তাৰ টকা বিয়াত লগালা, তুনি কষটৰ টকাৰে পাৰিলাহেতেন
@hirenthakuria1474
@hirenthakuria1474 5 күн бұрын
ও মা, বৰ আচৰিত বস্তু দেই। এই পাৰিব।
@ujjaljyotideka9513
@ujjaljyotideka9513 5 күн бұрын
নাচনী আছিল তাই চাবাচোন আকৌ নচুৱাব
@KakumoniBora-jf7kf
@KakumoniBora-jf7kf 5 күн бұрын
উফ বণৰি কিয়া লুকাই অচিলা ইমান দিন
@Bhaskar-k123s
@Bhaskar-k123s 5 күн бұрын
0:31 তাইৰ চকু দুটা চা । তোৰ জীৱন টো এনেই থকা জীৱন নহয় যদি মৰিয়েই যা
@radaliassame3397
@radaliassame3397 5 күн бұрын
নহলে ইমান দিন কিয় পলাই আছিলি। 😂 এটাই কথা কম বাল বুলি কৈ মই মোৰ চমু ব্যক্তিত্ব সামৰিনি মাৰিলো
@jharnachutia5396
@jharnachutia5396 5 күн бұрын
জেইলট পঠাব লাগে সচা কথাবোৰ ওলাই পৰিছে যে নাকত ইজ্জতে আঘাট কৰিছে তাইৰ লেবেল চাট
@goalparaboyvlog2468
@goalparaboyvlog2468 5 күн бұрын
চাকৰি কৰা মানুহ এজন ডুবাই যাবৰ কাৰণে চিন্তা কৰে টো এই বৰ সব মিছা কথা 3ৰ্ড ডিগ্ৰী দিলে সব কব
@pihudutta5823
@pihudutta5823 5 күн бұрын
তাই গাত এতিয়া একো দোষেই নাই 😅। ভায়েকটোৱে মিছাকৈ হে ললে তাইৰ নাম 😅। ১০দিন তাই পলাই থকা নাছিল লুকাই লুকাই এইখনেই ৰচনা ৰচিছিল আকৌ 😅😅। তলে তলে সকলোবোৰ টকাৰে মেনেজ কৰি এতিয়া দোষমুক্ত হʼল তাই 😅😅। বেচেৰা ভায়েকটোক এতিয়া চিনিয়ে নোপোৱা হʼল😅।
@rikikashyapbora8914
@rikikashyapbora8914 5 күн бұрын
Bom dm di ktha koi sun be surni joni a ,mar na ajonik
@katappa7406
@katappa7406 5 күн бұрын
Request Modi ji Sumi should be investigated by ED
@MoniSankarPator
@MoniSankarPator 5 күн бұрын
দুইখন গালত ভাল কৈ চাৰিটা মান চৰ সুধাই দিলেই সকলোঁ পাগলৰ দৰে কৈ দিব।
@bharatichangmai9703
@bharatichangmai9703 5 күн бұрын
যদি একো নাচিলেই ইমান দিনে পলাই ফুৰাৰ কাৰণ কি সেইটোহে বুজি নাপালো😮
@sabirali7402
@sabirali7402 5 күн бұрын
তই কুন ফাইলে পৰা সুন্দৰী তকৰী
@Sunny-borah
@Sunny-borah 5 күн бұрын
তাই প্লান বনাই গাঁতৰ পৰা ওলাই আহিছে😂😂😂
@bitupandihingia5214
@bitupandihingia5214 5 күн бұрын
মোৰ চাইকেল এখন আছিল , ২০০৫ মডেলৰ । কোনোবাই কিনিব নেকি ? দাম ‌২৫০০ টকা ।
@ASSAM-b2w
@ASSAM-b2w 5 күн бұрын
যদি তাইৰ গাত দোষ নাই কিয় পলাই আছিল 😂😂
@bishnulalung7643
@bishnulalung7643 5 күн бұрын
তই অকল পইচা চিনি পাওঁ
@priyankasaikia5302
@priyankasaikia5302 5 күн бұрын
মোৰBF ওচৰত থকা হেতেন মোকেই বম চৰ এটা সোধালে হেতেন। তাৰ বৰ খং😂😂😂😂😂😂
@pronoshreebharali4222
@pronoshreebharali4222 5 күн бұрын
Dehi,master plan ata bonai ulai ahise
@jkcreation1992
@jkcreation1992 5 күн бұрын
Basi gol ru aigta..emn dhunia k hiki buji dangor manuhr lgt consult kori ulai ahi koise..dhemali nki😞ru news sai lav nai..dangor manuhor axhirwad ase..ako reel bnabo ru photo tulibo..axomia manuhe sb pahori ako sabo..podcast koribo muk bhutt kosto dile buli..views pabo..haiblke soli ase..youtube instagram krnei aiblk sb...axomiai axomiak khai ase..miai kio gann nagabo..axom tur baperor nki buli..ses sb..😢😢😢😢
@dibyajyotihazarika6231
@dibyajyotihazarika6231 5 күн бұрын
এইক হালোৱা এছাৰিয়ে কোবালেই সঁচা কথা কব
@LukumoniBorah-b2b
@LukumoniBorah-b2b 5 күн бұрын
ডুবাইত কিয় আছিলি পলালি কিয পাপিনী ৰাইজৰ তেজ খাইছ ।
@DulumoniDas-f4x
@DulumoniDas-f4x 5 күн бұрын
যদি দুখ নাছিল আপোনাৰ ইমান দিনে কিয় পলাই আছিলে
@mb.divine5992
@mb.divine5992 5 күн бұрын
এয়াই জদি হয় তেন্তে ইমানদিনে লুকা ভাকু খেলিলি কিয় ????
@welsonwronqfar1079
@welsonwronqfar1079 5 күн бұрын
Last ending i like it simple 😅😅😅😅😅
@S.M.8439
@S.M.8439 5 күн бұрын
এইজনীক কোনে ইমান দিনে পৰামৰ্শ দিলে?
@debasishbaruah776
@debasishbaruah776 5 күн бұрын
এইজনিৰ লেবেল কমাই নাই।
@purnimagogoi4230
@purnimagogoi4230 5 күн бұрын
সাত জন্ম কৰিঅগাফ কৰিলেও ইমান টকা গোটাব নোৱাৰ পাখৰী
@TheHirak
@TheHirak 5 күн бұрын
Well trained.... Baki eku nkou ru...
@DibyaRanjanSaikia-q5x
@DibyaRanjanSaikia-q5x 5 күн бұрын
এতিয়াও ইমান ওপৰত কথা কৈ আছে
@Djdutta6457
@Djdutta6457 5 күн бұрын
যদি নিৰ্দোষীয়ে তুমি,পলাই দিয়া নাই বাৰু, লুকাই দিলানো কিয় ? অৱশেষত উপাই নাপাই আত্মসমৰ্পন কৰি দিলা ।
@tinku2.0koch5
@tinku2.0koch5 5 күн бұрын
কেইতা ৰূপ ওলাব আৰু এই জনী 😂😂😂
@hemantatumung4084
@hemantatumung4084 5 күн бұрын
টোপ দি লুটি খোৱাৰ জীৱন ৷
@BikuKonwar
@BikuKonwar 5 күн бұрын
Atiya bhaikor kotha aku najona hol
@PRASANTACHUTIA-ij2gq
@PRASANTACHUTIA-ij2gq 5 күн бұрын
Dehi hoi . Bohut dhuniya natok koriso
@RahulGohain-ly9yn
@RahulGohain-ly9yn 5 күн бұрын
Surni Jolohosti krha kbo ahiso axomiya hoi axomiyak thogo..aejonik 20 bosor man jelot vorabo lage ..nhly raijok agot suli kati gute axom ghurabo lage
@Nazmin-f7g
@Nazmin-f7g 5 күн бұрын
Aioo ..koi di jdi himmat ase biya khn t tor kosto r Poisa invest kra buli ..ru jdi Vishal a krise thn Abar o nuxudhili nki je kor pra ahil imn toka ..as a elder sister responsible hoi xudhibo lgisile na
@bakulboro8831
@bakulboro8831 5 күн бұрын
চি চি বাইদেউ Step brother with a lot of 💰 With honey
@rupalipegu2443
@rupalipegu2443 5 күн бұрын
Hasti paboi lage.tumiw jorito hoise enei kolei hbone.
@parthadas1533
@parthadas1533 5 күн бұрын
আই ও দেহি একো এ নাজানে বায়েকে ভায়েকৰ কথা। কাপোৰ আকৌ পিন্ধে 2লাখ টকীয়া বিয়া পাতে বাহিৰত।এখন উৰাজাহাজ অকলে বুক কৰিবলৈ ক'ত পালা পইচা বাইদেউ।ভাইটিয়ে দিলে 😅😅
@DebajitGogoi-ly7fl
@DebajitGogoi-ly7fl 5 күн бұрын
তাৰ লগত যদি অকো নাই আপুনি পলাই আছিল কীয়
Angry Sigma Dog 🤣🤣 Aayush #momson #memes #funny #comedy
00:16
ASquare Crew
Рет қаралды 50 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 61 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 15 МЛН
Angry Sigma Dog 🤣🤣 Aayush #momson #memes #funny #comedy
00:16
ASquare Crew
Рет қаралды 50 МЛН