No video

বিয়াৰ ৫ মাহৰ পিছত মাৰ ঘৰলৈ বিশেষ কাৰণত | Barsha Rani Bishaya

  Рет қаралды 2,126,041

Barsha Rani Bishaya

Barsha Rani Bishaya

Күн бұрын

For home Baked Cakes
Soni's Cakery - 8011064440
For Handloom Mekhela Chadar
Contact Moon Bishaya - 7002811604
Follow Barsha Rani Bishaya on
Facebook: / barsharaniofficial
Instagram: / barsharani_bishaya_off...
Twitter: / barshabishaya
Business Inquiries: barsharani.bishaya.new@gmail.com
Follow Bhaskar Boruah on
Facebook: / bhaskar.boruah.5
Instagram: / bhaskar__boruah
Twitter: / bhaskar__boruah
#barsharanibishaya #home
© All rights are reserved to Barsha Rani Bishaya.
[Any kind of not permitted downloading, uploading, copying, or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]

Пікірлер: 2 400
@RedRamdhenuaxam
@RedRamdhenuaxam 3 жыл бұрын
কমেন্ট পঢ়া সকলোৰে মা - দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা 🙏
@tuntunhazarika113
@tuntunhazarika113 3 жыл бұрын
Tq👍
@ranjitahazarika2140
@ranjitahazarika2140 3 жыл бұрын
Vl lagil ghoror vidiotu konu extra rohon nothokar babe
@dilimavlogs867
@dilimavlogs867 3 жыл бұрын
@@ranjitahazarika2140 ❤️❤️
@mithubaruah5305
@mithubaruah5305 3 жыл бұрын
Tq
@abhijeetgogoi1704
@abhijeetgogoi1704 3 жыл бұрын
Thanks
@manalishahazarika1104
@manalishahazarika1104 3 жыл бұрын
মোৰ প্ৰিয় অভিনেত্ৰী তুমি বা,, সদায় সুখী হৈ থাকা,,মহাদেৱে তোমাৰ মংগল কৰক,,, তোমাৰ নতুন ঘৰখন ( home tour) দেখুৱাবা বুলি আশা ৰাখিলোঁ,,।
@anjudutta4109
@anjudutta4109 2 жыл бұрын
সুন্দৰ ভগৱানে তোমালোকৰ মঙ্গল কৰক। ইমান সুন্দৰ কৈ পুজা কৰা বৰ ভাল লাগিল ❤️👌
@devilgril2958
@devilgril2958 3 жыл бұрын
যোনেবৰষা বাক ভাল পায় এটা like কৰক👍👍👍
@tonushmitasharma4073
@tonushmitasharma4073 3 жыл бұрын
কমেণ্ট পঢ়া সকল মা দেউতা সুকলে থাককক
@gayatrirajguru6854
@gayatrirajguru6854 3 жыл бұрын
আপুনি কৰা শাওনৰ ব্ৰত সম্পর্কে জানিবলৈ মোৰো বৰ মন আছিল বা।আপুনি বৰ সুন্দৰকৈ ক'লে।লগতে শিৱ বাবাৰ পূজা কৰাৰ দৃশ্য দেখি ভাল লাগিল।সকলোৰে মংগল কৰক শিৱ বাবাই।ওম নমঃ শিৱায় 🙏🏻
@narayankhanikar8180
@narayankhanikar8180 3 жыл бұрын
UK
@tridipborah8345
@tridipborah8345 3 жыл бұрын
Baa tumi jodi muru kunuba family member huwa hoii 🙂.. Bohut vl pau tumak.. Xodai happy thaka tumi.. God bless you ❣
@barshabishaya
@barshabishaya 3 жыл бұрын
Awwwww thankyou dear bhale thaka
@abhijitbora250hbz8
@abhijitbora250hbz8 3 жыл бұрын
Baa apunak mani goisu. Being a super star , you are so much down to earth. Love you baa and big respect
@jhornachetiaofficial6970
@jhornachetiaofficial6970 3 жыл бұрын
বহুত ভাল লাগিল চাই বা মীনাক্ষী বাকো আজি বহুত ভাল কে দেখিলোঁ 🥰 ইবোকো দেখিলোঁ ,,,অলপ দীঘল দীঘল কে বনবা চূণ ভিদেও বহুত ভাল লাগে চাই🥰
@ranjankrdas7695
@ranjankrdas7695 3 жыл бұрын
হৰ হৰ মহাদেৱ,ওঁ নম: শিবায় | ধন্যবাদ/ শুভেচ্ছা থাকিল, বৰ্ষা ভন্তী লৈ | শুভ শাওন মাহৰ ব্ৰত সফল হওক | ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো |
@rimpipegu6513
@rimpipegu6513 3 жыл бұрын
Minakshi bht dinr pist dekhisuge ❤️
@_NE_07
@_NE_07 2 жыл бұрын
Tmk xoru pora dakhi ahisu. 🥰bohht vl lge ba tumk hohoj holor baa joni God bless you❤😊
@korobidowari1461
@korobidowari1461 3 жыл бұрын
মিনাক্ষী বা হ'বনে ভনী নাজানোঁ।বহুত মৰম লাগে তাইক😍😍
@sushmitabora2790
@sushmitabora2790 3 жыл бұрын
ওম নামঃ শিৱায়ে🙏🙏🙏🙏 মনতো ভাল লাগি গল বৰষা বা❤️❤️❤️lots of love from যোৰহাট
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@simiskitchen9022
@simiskitchen9022 3 жыл бұрын
তোমাৰ মনৰ আশা পূৰণ হওঁক ..... শাওন মাহৰ এই পবিত্ৰ মাহত....🙏
@dikhitadas1836
@dikhitadas1836 3 жыл бұрын
The best part of your video is your presentations the way u speak proper assamese word its just flawless..I get emotional because it reminds me my days in assam specially in guwahati🥰
@barshabishaya
@barshabishaya 3 жыл бұрын
Thankyou so much 🙏🏻💕
@ajitkalita5373
@ajitkalita5373 2 жыл бұрын
@@barshabishaya ba tomar number to diba
@shikhadas5536
@shikhadas5536 3 жыл бұрын
পেহী ভতিজা ৰ মৰম বহুত ভাল লাগে
@jeetborahassam2013
@jeetborahassam2013 3 жыл бұрын
পবিত্ৰ শাওণ মাহত ব্ৰত কৰা শুনি ভাল লাগিল__মহাদেৱ🙏
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@AssamesgirlSwapnali
@AssamesgirlSwapnali 3 жыл бұрын
Lots of love baa ❤️
@shaswatiborah1154
@shaswatiborah1154 3 жыл бұрын
আপোনাৰ মা ক ইমান ধুনীয়া লাগে।এতিয়াও ইমান ধুনীয়া হৈ আছে।Love you cute বৰমা
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@Kairavlog
@Kairavlog 3 жыл бұрын
kzbin.info/www/bejne/kGXTgn-vdt9ppck
@travelerslakhiminath9325
@travelerslakhiminath9325 3 жыл бұрын
Love baaa ❤️ Bhut besi Val lge aponk ...
@sukaynarakhi7443
@sukaynarakhi7443 3 жыл бұрын
বৰষা বাক চালে চাই থাকিব মন যাই হেঁপাহ নপলাই তেঁও মাত শুনিলে শুনি থাকিম যেন লাগে
@jyotilove7421
@jyotilove7421 3 жыл бұрын
👍❤️
@lotifaskitchenvlogs7996
@lotifaskitchenvlogs7996 3 жыл бұрын
আই অ লৰা তো পেহীয়েকক পাই ইমান ফুৰ্তি কৰিছে খুব ভাল লাগিল দেখি ❤️❤️ বহুত মৰম😘😘😘
@chumeesvlogs5241
@chumeesvlogs5241 3 жыл бұрын
ডাঙৰৰ লগত ডাঙৰ, সৰুৰ লগত সৰু হব পৰা গুণটো খুব প্রিয়।ইবুলৈ মৰম😍
@barshabishaya
@barshabishaya 3 жыл бұрын
💕
@mahindradeka7988
@mahindradeka7988 3 жыл бұрын
হয়
@nilutpalmorang5394
@nilutpalmorang5394 3 жыл бұрын
Lot
@foodiepatron851
@foodiepatron851 3 жыл бұрын
kzbin.info/www/bejne/oIbInn97eruhi5I
@arunkalita2562
@arunkalita2562 3 жыл бұрын
আপোনাৰ এই কামবোৰ বৰ ভাল লাগে,,, আপুনি যে মানিব পাৰিছে সময় উলিয়াই,, আচলতে শ্ৰদ্ধা লাগে মানুহক।
@chintudutta6280
@chintudutta6280 3 жыл бұрын
অতি কম সমযৰ ভিতৰতে 202K S.. গতিকে ইযাৰ পৰাই গম পোৱা যাই বৰষা বা অমাৰ অতিতৰ শৈশৱতো আছিল আৰু আজিও আমাৰ মাজত বৰষা ৰাণী হৈ আছে 🥰🥰🥰🥰🥰🥰🥰
@bipulyein2199
@bipulyein2199 3 жыл бұрын
S
@bipulyein2199
@bipulyein2199 3 жыл бұрын
Sss
@bonditasvlog2792
@bonditasvlog2792 3 жыл бұрын
বহুত বহুত ভাল লাগিল ইমান ধুনীয়া কৈ পূজা কৰিছে মনটো শান্তি লাগি গল 🙏❤️
@jitukumargoalpara7488
@jitukumargoalpara7488 3 жыл бұрын
Cinema চোৱা যেন লাগিল।।👌👌
@hamidurkhan3848
@hamidurkhan3848 3 жыл бұрын
Val lagil
@manishagohainsonowal4155
@manishagohainsonowal4155 2 жыл бұрын
@@hamidurkhan3848 -gioj
@fannyboys9292
@fannyboys9292 2 жыл бұрын
@@jitukumargoalpara7488 ৱ
@tikusarmah1910
@tikusarmah1910 2 жыл бұрын
@@jitukumargoalpara7488 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
@pallabisaikia7050
@pallabisaikia7050 3 жыл бұрын
বা আপোনাৰ video বোৰ বহুত ভাল লাগে 👍👍 ❤️❤️ From jorhat 😘
@nipukumardas4607
@nipukumardas4607 3 жыл бұрын
ঈশ্বৰৰেই মঙ্গলে কুশলে ৰাখক এইদৰে সদায় তাৰেই কামনাৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত কৰিছোঁ প্ৰাৰ্থনা।
@jasminesultana4184
@jasminesultana4184 2 жыл бұрын
U r a nice human being Barsha baa..U r my favourite actress of all time.Apunar xokolu cinema, gaan aru serial saisu. Kintu KZbin channel tu aji bisari pai ekeloge 6 ta man video salu .bohut val lgil. Love u so much Baa..respect u a lot
@Sikhaborah381
@Sikhaborah381 3 жыл бұрын
মা দেউতাৰ মৰমবোৰ সচাই বৰ সুকীয়া ন বা,মা দেউতা বুলিলেই যেন হিয়াভৰা মৰমৰ চাবিকাঠি।
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@nikunjasarkar6702
@nikunjasarkar6702 2 жыл бұрын
Hi by ki kori asa
@nikunjasarkar6702
@nikunjasarkar6702 2 жыл бұрын
Hi ba 2mar nambar to diba ha
@tirthadeka
@tirthadeka 3 жыл бұрын
বৰষা এটি কেৱল মাত্ৰ নাম নহয়, এগৰাকী অনুকৰণীয় ব্যক্তি।
@jituborah8018
@jituborah8018 3 жыл бұрын
জই আই অসম আপোনালোক সদায় সুখী হৈ থকক।
@blackdogg710
@blackdogg710 3 жыл бұрын
Barsha baa ur my one n only fevorite Actreeeeeeeeeessssss..God bless u..
@vns1994
@vns1994 3 жыл бұрын
বহুত ভাল পাওঁ আপোনাক..আপোনাৰ ফটো আপোনাৰ video সকলোবোৰৰ বহুত বেছি পাগল মই....❤️❤️ ভাস্কৰ দাদা ৰ ভন্টি জনী খুব মৰমলগা❤️❤️
@DIPJYOTI_NATH123
@DIPJYOTI_NATH123 3 жыл бұрын
মোৰ প্ৰিয় অভিনেত্ৰী বৰষা বা।বহুত ভাল লাগে মোৰ। বা ভাল লাগিল এনেকে দেখি। ভিনদেউ আৰু তুমি সদায় সূখী থাকা।
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@raagandgeetvlogs1600
@raagandgeetvlogs1600 3 жыл бұрын
❤️❤️❤️
@bimaladas7306
@bimaladas7306 2 жыл бұрын
তোমাক বহুত ভাল লাগে
@Gulabofficials
@Gulabofficials 3 жыл бұрын
Nice moments..i don't know assamis but i watch continue and fillings cooll
@rosmidutta7317
@rosmidutta7317 3 жыл бұрын
Boroxa ba ibu jenedore apunalukr pranbindu tenedore apuniu mur bhut moromor hoi mane parnbindu ❤️❤️❤️😘😘😘. Bhut morom
@barshabishaya
@barshabishaya 3 жыл бұрын
Aiyooo oxekh dhonyobad Rosmi 💕😘
@reenachoudhury4527
@reenachoudhury4527 3 жыл бұрын
বৰষা,,,,,অভিনন্দন। তোমাৰ মংগল হওঁক। ভগৱানে আশীৰ্বাদ বৰ্ষণ কৰক,,,,তাৰেই প্ৰাৰ্থনা কৰিছোঁ।
@dipenbaruah8676
@dipenbaruah8676 3 жыл бұрын
😴
@officialbandita8598
@officialbandita8598 3 жыл бұрын
@@dipenbaruah8676 qq
@baruahjayantaofficialboy4175
@baruahjayantaofficialboy4175 3 жыл бұрын
সচাই বা নিজৰ ঘৰ খনৰ কথা কলে কিমান যে ভাল লাগে 🤗🤗🤗🤗
@sweety-shreyavlogs3678
@sweety-shreyavlogs3678 2 жыл бұрын
Dislike kora bur mane ki manuh moi buji napao. Ur so so down to earth ❤
@premjitsingha736
@premjitsingha736 2 жыл бұрын
I watch your bihu gaan always time and you are my one of the favorite actress in the north-east.... may got bless you! baideu...
@nabanitasaikia8749
@nabanitasaikia8749 3 жыл бұрын
অকনমানিটোক বৰ মৰম লাগিছে❤️❤️ ঘৰতে থাকি ইমান সুন্দৰ মন্দিৰ এটা দৰ্শন কৰোৱাৰ বাবে বহুত বহুত ধন্যবাদ তোমালৈ ❤️
@pragyakashyap9263
@pragyakashyap9263 3 жыл бұрын
মইও শিৱ ভক্ত বা..ব্ৰতত আছো শিৱ লিংগত জলাভিষেক কৰা দেখি মনটো ভাল লাগি গল
@JMRsmaya
@JMRsmaya 3 жыл бұрын
মোৰ অতিকৈ মৰমলগা প্ৰিয় অভিনেত্ৰী বাগৰাকী সকলোতে আগবঢ়া । ভাললাগিল ভিডিঅতো চাই ।
@jitulssikia3942
@jitulssikia3942 3 жыл бұрын
বৰ্ষা বা,,, আৰু ভাস্ক ভিনদেউ আপোনালোক সদায় হাঁহিৰে থাকক তোৰেই কামনা কৰিলো বা
@ChinguPrityFromKdrama
@ChinguPrityFromKdrama 3 жыл бұрын
One of my favourite Assamese actores 🥰🥰🥰. Love you borsha ba
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@raagandgeetvlogs1600
@raagandgeetvlogs1600 3 жыл бұрын
❤️❤️❤️
@kangkanachaudhury684
@kangkanachaudhury684 3 жыл бұрын
You are such a positive and happy soul.
@upasonasaikia
@upasonasaikia 3 жыл бұрын
Bohot bhal lagil video Tu sai. Apunak bohot besi bhal paw you are my always favorite ❤❤❤❤
@gayaterythapa4776
@gayaterythapa4776 3 жыл бұрын
Ba ....bhut val lagil ....aru tumar vatija r nisinakoi mur vatijai u pehakok k tenekoi koisl ....love from charaideo borhat
@sanjibnath2142
@sanjibnath2142 3 жыл бұрын
নমস্কাৰ বা আপোন volg বোৰ ছাই খুব ভাল লাগে. আগলৈ যেন এনেকুৱা video পাই যাও.
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/h3TaeJh3bqZ_fbc
@raagandgeetvlogs1600
@raagandgeetvlogs1600 3 жыл бұрын
❤️❤️❤️
@alakeshvlogs3661
@alakeshvlogs3661 3 жыл бұрын
Lots of love Barsha baaa .. from Morigaon 💗💗
@alakeshvlogs3661
@alakeshvlogs3661 3 жыл бұрын
Ba moi tumar biggest fan...💗💗
@ruhul627
@ruhul627 3 жыл бұрын
Unique excitement 🤓, pura enjoy koribo .. 👍
@VIRATKOHLI-kh3ds
@VIRATKOHLI-kh3ds 2 жыл бұрын
ধুনীয়া লাগিছে বা সদায় যেন এনেকৈ হাঁহি ধেমালি কৰি জীৱনটো পাৰ কৰে। Love from rangia ❤️
@binanarzary1570
@binanarzary1570 3 жыл бұрын
God bless you both and your families always. Be happy always. 🙏🙏🙏👍👍👍💕💘❤️
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@jdart6352
@jdart6352 3 жыл бұрын
@@newsall1533 zz
@poridas2661
@poridas2661 3 жыл бұрын
ইবি আৰু মিহি বহুত enjoy কৰিছে দেই । সকলোকে একেলগে দেখি বহুত ভাল লাগিল । আপোনাৰ বৌৰ পৰা মইও কাপোৰ এযোৰ লম দেই বৰষা বা 🤗❤️ দিব নে মোক 🤔😂😃💓😍🥰❣️
@abinashrajkhowa2091
@abinashrajkhowa2091 3 жыл бұрын
ভাস্কৰ আৰু তুমি সদায় এনেকৈ হাঁহি হাঁহি নিৰোগী হৈ সুখত থাকি জীৱন টু আগুৱাই নিয়া ।
@devaramkro4169
@devaramkro4169 3 жыл бұрын
My fvrt assamese actress forever.good personality
@scienceawareness2308
@scienceawareness2308 3 жыл бұрын
Bhaskar kot....😁 Eman cute vaiti 2 bohut bohut morom taloi♥️♥️♥️
@dhrubajittalukdar5489
@dhrubajittalukdar5489 3 жыл бұрын
বহুত বহুত মৰম যাঁচিলো বা ❤😊বহুত ভাল লাগিল বা।ইমান ধুনীয়াকৈ পূজা কৰিছে বা, দেখি ভাল লাগি গ'ল😊😊❤
@NangPallavi
@NangPallavi 3 жыл бұрын
Kio je apunak eman bhal lage Baa .....You are my All time favourite lady.... Respect you Adore you....❤️❤️❤️
@barshabishaya
@barshabishaya 3 жыл бұрын
Thanks dear
@dutta22
@dutta22 3 жыл бұрын
*baidei voice always clear* মিহিক ভাস্কৰে লৈ গল 😅 ভাস্কৰ বেয়া😍 সৰুৰ মৰম এইয়াই । যেতিয়া তাৰ প্রিয়জনক কোনোবাই গালি পাৰে,কোনোবাই লৈ যাব বিচাৰে তেতিয়া সেইজন বেয়া বুলি ভাবে❤️এইয়াই শৈশৱ*
@debangachutia1245
@debangachutia1245 3 жыл бұрын
ডাইনিং টেবুলত কফি খাই থকাজন অাপোনাৰ দাদা নেকি??… "যৌৱনে অামনি কৰে" চিনেমাখনত কৰা "ভাই" চৰিত্ৰটো মোৰ এতিয়াও মনত অাছে…তেখেতৰ কুশল মংগল কামনা কৰিলো…
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@chandanahazarika2085
@chandanahazarika2085 3 жыл бұрын
"বুকুৰ মাজত জ্বলে" তেওঁ ভাই হৈছিল। "যৌৱনে আমনি কৰে" ত অংকুৰ। খুউব ভাল লাগে অংকুৰ কুমাৰ বিষয়া আৰু বৰ্ণালী পূজাৰীক, চিনেমা নহ'লেও কমচেকম এওলোকক এতিয়াও serial এখনত হ'লেও চাবলৈ মন যায়
@swaraj9316
@swaraj9316 3 жыл бұрын
Hii friends kzbin.info/door/Ho4KsmhT1isDozY0Im8MGQ
@swaraj9316
@swaraj9316 3 жыл бұрын
kzbin.info/door/Ho4KsmhT1isDozY0Im8MGQ
@iludutta255
@iludutta255 3 жыл бұрын
Mon tu kiba ata val lagi gol... thank you so much for the video ❤️
@JIBONOREITUHITU-MADHURIMA
@JIBONOREITUHITU-MADHURIMA 3 жыл бұрын
সঁচাকৈয়ে বহুত বহুত ভাল লাগিল চাই। অকণমানো আমনি নেলাগিল।
@palkirampal4721
@palkirampal4721 3 жыл бұрын
Bor bhal lagil baidew ❤️🙏• Om Namah Shivaya Namah 🙏🙏
@priyankakachari7711
@priyankakachari7711 3 жыл бұрын
Bohut bhal lagil vlog tu ba...stay blessed and happy😘
@mitalibharali6650
@mitalibharali6650 3 жыл бұрын
May God bless u baa , I feel very happy to say that now it becomes possible to interact you in this way ,luv u baa
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@raagandgeetvlogs1600
@raagandgeetvlogs1600 3 жыл бұрын
❤️❤️❤️❤️
@mr.cyclerider162
@mr.cyclerider162 3 жыл бұрын
মোৰ ভাগিনতোৰ নিছিনা দুষ্ট powali tuuu 😍😍😍😍😍😄
@gitumonibordoloi5868
@gitumonibordoloi5868 3 жыл бұрын
Ghrt puja je patisil bhaskar lgt je lora Jnr phto dkhislu seitu kaju nki
@pranatikalita7180
@pranatikalita7180 3 жыл бұрын
সহজ-সৰল মৰম চেনেহেৰে পৰিপূৰ্ণ পৰিয়ালটি দেখি মন ভৰি গ'ল। ভাস্কৰ বৰষাৰ সুন্দৰ সুখী জীৱন কামনা কৰিছোঁ।❤️❤️ বৰ ভাল লাগে ভিডিঅ'বোৰ চাই।
@juribaruah2659
@juribaruah2659 3 жыл бұрын
So nice..maa r ghoroloi juwa mojai beleg..
@niranjankalita5620
@niranjankalita5620 3 жыл бұрын
:কি হা : কি এ কি খবৰ এ
@monikuntalgautom9164
@monikuntalgautom9164 3 жыл бұрын
The only bad thing in your vlogs is they end too soon🥺🥺🥺. Lots of love from Jorhat❤❤❤
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@ikinternational3337
@ikinternational3337 3 жыл бұрын
Enjoy your life as like you.... so....sweet moment 🥰🥰
@artwithrajlakhi6305
@artwithrajlakhi6305 3 жыл бұрын
Tumar video bur sai khub Bhal lage বৰষা বা You are the best actress
@nitulbaruah
@nitulbaruah 3 жыл бұрын
সুন্দৰ
@raagandgeetvlogs1600
@raagandgeetvlogs1600 3 жыл бұрын
❤️❤️❤️❤️
@mainuray6357
@mainuray6357 3 жыл бұрын
বহুত ভাল লাগিল ভিদিঅটো চাই
@snehatmikavlog.253
@snehatmikavlog.253 3 жыл бұрын
ভবাই নাছিলো আপুনি যে ইমান নিতী নিয়ম মানি চলে।মইও শিৱভক্ত।বহুত ভাল লাগিল ভিডিওতো চাই। টিকলা ইমান মৰম লগা,ভগৱানে পৰিয়ালৰ সকলোৰে সদায় মঙ্গল কৰক।
@kattarhindugirl.9799
@kattarhindugirl.9799 3 жыл бұрын
Really we want Baby soon.we Will pray for it.
@gungungogoi9688
@gungungogoi9688 3 жыл бұрын
বহুত বহুত মৰম জাছিলো বা তুমাক আৰু ভিনদেউ লগতে তুমাৰ মৰম লগা নন্দা গৰাকীক।💞💞💞
@suravibasumatary2215
@suravibasumatary2215 3 жыл бұрын
Ba tumak bohut bohut morom jasilu
@tiyerikasonowal8820
@tiyerikasonowal8820 3 жыл бұрын
বৰষা বা আপুনি বহুত ভাল । i love u
@ambalikaburagohaingawliyas6635
@ambalikaburagohaingawliyas6635 3 жыл бұрын
Apunar kam bur Val lage bohut...apuni khub dharmik❤️ai gun bur apunr ase babri apunk kunu Bea pabo nuare...
@kakolikalita852
@kakolikalita852 2 жыл бұрын
Bohut bohut val lagil eman dhuniyake puja korisa montu xanti lagi gol🙏🙏🙏
@namitadeka3890
@namitadeka3890 3 жыл бұрын
Beautiful ❤️
@Maths_explained_in_Assamese
@Maths_explained_in_Assamese 3 жыл бұрын
আপোনাৰ জীৱন আনন্দময় হ‌ওঁক 🙏 শুভকামনা জনালোঁ 💐💐
@dipanbiswas4116
@dipanbiswas4116 3 жыл бұрын
Apunar video tu chai Val lagil....Lord Sai baba bless your all the wishes...Love from Kolkata , West Bengal.....
@RatulSarma-ic8xx
@RatulSarma-ic8xx 2 ай бұрын
বা তোমাক ভগবানে মঙ্গল কৰক
@twoassamesesisters6124
@twoassamesesisters6124 3 жыл бұрын
বহুত ভাল লাগিল দেই বৰষা বা🔥❤️❤️❤️
@nilavlog9210
@nilavlog9210 3 жыл бұрын
বৰষা তোমাৰ মাহি নিকুমনিবাৰ কি খবৰ? এবাৰ দেখাবাচোন বাক
@pinkikalita6106
@pinkikalita6106 3 жыл бұрын
Bht vl lgegele ba tumr ktha bhur huni😘😘😘love u ba
@neetadeka4708
@neetadeka4708 3 жыл бұрын
সদায় হাঁহি থাকিব বাইদেউ 😊❤️
@pallavi..5499
@pallavi..5499 3 жыл бұрын
ইমান বেছি Possitiveness সঁচাই। একেবাৰে সৰুৰ পৰা মোৰ প্ৰিয় অভিনেত্ৰী গৰাকী। বহুত ইচ্ছা আছিল দিঠকত নিজ চকুৰে চোৱাৰ, অৱশেষত women's college tinsukiaত দেখা পাইছিলো। আজীৱন প্ৰিয় বা গৰাকী।সহজ সৰল গুণটোৱে একেবাৰে মোহি‌ পেলায়।।সুখী হৈ ৰ‌ওঁক সদায়। শুদ্ধ আত্মাক‌ ভগৱানে সদায় আশীৰ্বাদ কৰি যাওঁক,অযুত শুভ কামনা। Love you love you love you love you love you so much baa😘😘😘😘😘😘😘😘😘😘😘😘😘😘
@barshabishaya
@barshabishaya 3 жыл бұрын
Thanks dear
@ashamonisaikia7818
@ashamonisaikia7818 3 жыл бұрын
Bhut vl lge ba tumk...lots of love from Majuli...always keep shining like the star among us nd keep enjoying❤️❤️❤️☺️☺️
@raagandgeetvlogs1600
@raagandgeetvlogs1600 3 жыл бұрын
👍❤️❤️
@Sunsuni785
@Sunsuni785 3 жыл бұрын
বা তুমি অনবৰতে কঢ়িয়াই লৈ ফূৰা হাঁহিতো দেখিলেই বহুত ভাল্ লাগে ❤️❤️তোমাৰ দৰে মইয়ো সোমবাৰে সোমবাৰে শিৱ পুজা কৰোঁ 😊আজিও মন্দিৰত গৈ লিংগত জল অৰ্পন কৰিলো ❤️❤️ওঁম নমঃ শিৱায়🙏💖
@newsall1533
@newsall1533 3 жыл бұрын
kzbin.info/www/bejne/eXSmf2mMe6-an7c
@sumanbhowal3769
@sumanbhowal3769 3 жыл бұрын
Baideu apunak dekhile khub bhal lage .. aami khub support korim .apuni aru blog bonaba ...we all love you .
@anamikahaloi1068
@anamikahaloi1068 3 жыл бұрын
Apunar Maa bor dhunia baa.Apunalukor tikla tuk dekhi bor val lagil. Bor morom loga. Ghorr Mondir Tu bor dhunia k rakhise apunaluke. Lots of love❤❤❤
@barshabishaya
@barshabishaya 3 жыл бұрын
Thanks dear
@anamikahaloi1068
@anamikahaloi1068 3 жыл бұрын
@@barshabishaya welcome baa🥰🥰❤
@rimpakalita2824
@rimpakalita2824 3 жыл бұрын
Apunk bht bht Val poa baa.... love from Nalbari ❤️❤️😘😘
@aditideka9477
@aditideka9477 3 жыл бұрын
Ba ❤️♥️ aponi iman dhuniya 😍
@sanmihalivlogs3874
@sanmihalivlogs3874 3 жыл бұрын
আপোনালোকৰ ঘৰখনলৈ যোৱাৰ খুব হেঁপাহ আছে। বৰ জীৱন্ত যেন লাগে ঘৰখন।
@ranjitachakraborty7997
@ranjitachakraborty7997 3 жыл бұрын
সকলোলৈ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ।
@snehasunam2838
@snehasunam2838 3 жыл бұрын
Such a beautiful soul you are, stay blessed baa ♥️
@sumishaikia9714
@sumishaikia9714 3 жыл бұрын
Love u ba ....apunar video bur sai bohut val lage ❤❤😘😘
@namitahazarika8204
@namitahazarika8204 3 жыл бұрын
Hundor video to sai khub bhal lagil.. Apuni khub moromiyal aru apunar khotha botora acting khub bhal lage... Khule thakok tar kamonare😘😘
@srikrishnapatar9918
@srikrishnapatar9918 3 жыл бұрын
আপুনি ইমান সহজ সৰল বা । এতিয়া আপুনি কেনেকৈ আছা তেনেকৈ থাকা ❤️❤️
@barshabishaya
@barshabishaya 3 жыл бұрын
Just keep loving n blessing
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 38 МЛН
Survive 100 Days In Nuclear Bunker, Win $500,000
32:21
MrBeast
Рет қаралды 160 МЛН
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 49 МЛН
The Joker saves Harley Quinn from drowning!#joker  #shorts
00:34
Untitled Joker
Рет қаралды 65 МЛН
How did Barsha Rani Bishaya fall in love with Bhaskar Baruah!!!
7:33
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 38 МЛН