বিচাৰকে ঠিয় হৈ দিলে।। বোৱাৰী গৰাকীয়ে গগনা সকলোতকৈ বেলেগ ইষ্টাইলত।। আপুনিও চালে চাই থাকিব

  Рет қаралды 155,544

Pallabi Gogoi

Pallabi Gogoi

Күн бұрын

বিচাৰকে ঠিয় হৈ দিলে।। বোৱাৰী গৰাকীয়ে গগনা সকলোতকৈ বেলেগ ইষ্টাইলত।। আপুনিও চালে চাই থাকিব#assam #2024 ‪@nbnewstv‬

Пікірлер: 58
@seujsaikia6565
@seujsaikia6565 3 ай бұрын
মনিকা দাস কলিতা আপোনাৰ বিহু নাচ চাই বহুত আপ্লুত হলো। সুন্দৰ হৈছে। অশেষ শুভ কামনা জনাইছোঁ , টনচিল হৈছে বুলি কোৱা বাবে সহতে ঘৰতেই পোৱা এটা ঔষধৰ কথা মনত পৰিল বাবে কথাটো নকলে দুখে চুব,এনেও ঔষধ জনা লোকে কাৰোবাৰ বেমাৰ হৈছে বুলি গম পালে যদি মনে মনে থাকে বা শিকাই নিদিয়ে বা এপালি খাবলৈ নিদিয়ে সেইজনৰ ঔষধি গুণ শিকা নিশিকা কোনো মূল্য নাথাকে । সেই বাবেই ম‌ই জনাতো নকৈ নোৱাৰো । এতিয়া ঔষধ পালি হৈছে টণচিল হৈ থকা সময়ত বাৰীৰ ঢাপত পোৱা তিনিটা ধান জলকীয়া চিঙি আনি একেলগে তিনিওটা মুখত লৈ চোবাই চোবাই দুবাৰ মান ওপৰলৈ মূৰ কৰি ডিঙিৰ (যি ঠাইত টণচিল হয় ) সেইখিনি ঠাইত সেইখিনি চুবলৈ দিব লাগে । কিন্তু ,,, গিলি দিব নালাগে কেতিয়াও । অলপ সময় এনেকৈ থকাৰ পাছত বাহিৰত গৈ কোনোবা এঠাইত তললৈ মূৰ কৰি মুখখন মেলি থাকিব লাগে সম্পূৰ্ণ লেলাউটি খিনি ওলাই শেষ হোৱালৈকে । তাৰ পাছত মুখখন ভালকৈ ধুব লাগে । অলপ জলকীয়াৰ জালে পুৰিব কিন্তু ধয্য ধৰিব লাগিব সেইখিনি সময়ত । ভগৱানৰ কৃপাত দুনাই হোৱাৰ সম্ভাৱনা নাই বুলিয়েই ক'ব পাৰি । খুব সোনকালেই ভাল হ'ব । যদি ঔষধে ভাল ফলাফল দিয়ে মোক জনাব । সেউজ শ‌ইকী‌য়া তিনিচুকীয়া ৮৪ ৫৩৫ ২১২ ৯০ ধন্যবাদ।
@pallabigogoi6674
@pallabigogoi6674 3 ай бұрын
ধন্যবাদ জনালোঁ আপোনাক ইমান সুন্দৰকৈ বুজাই দিয়াৰ বাবে নশ্চিয় ব্যবহাৰ কৰিম ভাল হ'লে ফোন কৰি জনাম মই ফোন কৰিম বাৰু
@hiranyajyotigayan
@hiranyajyotigayan 3 ай бұрын
বৰ সুন্দৰকৈ নাছিলা👌👌
@junuhazarika5234
@junuhazarika5234 3 ай бұрын
Khub val lagil
@AjitGogoi-u1u
@AjitGogoi-u1u 3 ай бұрын
Bohut val lagil❤❤❤👌👌👌👌👌👌👌
@AnjaliMedhi-ff5on
@AnjaliMedhi-ff5on 3 ай бұрын
বহুত বহুত ধন্যবাদ বৰ ধুনীয়া কৈ নাছিলা
@sadanandagogoi1880
@sadanandagogoi1880 3 ай бұрын
বহুত ভাল লাগিল। শুভেচ্ছা থাকিল।
@PonimaGogoi
@PonimaGogoi 3 ай бұрын
Bahut vall hoyse day
@bijulidas6789
@bijulidas6789 3 ай бұрын
ইমান ধুনীয়া
@heojychannelvlog6347
@heojychannelvlog6347 4 ай бұрын
Val lagil 👌
@monidipakonwar1778
@monidipakonwar1778 3 ай бұрын
Bah bah Monika Congratulations Digboi Gaurav hoi
@Lalit_dutta_
@Lalit_dutta_ 3 ай бұрын
Bor dhunia lagese
@bhupensaikia4837
@bhupensaikia4837 3 ай бұрын
❤❤❤❤❤❤❤
@dipaborah8479
@dipaborah8479 3 ай бұрын
@dijenborthakur1393
@dijenborthakur1393 3 ай бұрын
❤👌
@allone2175
@allone2175 3 ай бұрын
Very good
@PrabinHazarika-xl7nw
@PrabinHazarika-xl7nw 3 ай бұрын
প্ৰনাম জনাইছো মই তোমাৰ শাহু আৰু সমাজখনৰ।
@tulshigogoi7019
@tulshigogoi7019 3 ай бұрын
টনসিলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব এটা সুলভে পোৱা দৰৱ। দৰৱটো হৈছে দুলবনৰ আগ কেইটামান কুমলীয়া আগ লৈ তাৰ লগত ৭/৯ টা মান জালুক পিহি লৈ কেঁৱা আঙুলৰ সমান বৰী বনাই তিনটি এটা এটা কৰি ৰসখিনি জিভাৰে চুপি ৰসখিনি ডিঙিয়ে গিলি দি চোৱা তিনি টি মুখৰ পৰা পেলাই দিব। প্রায় আধা ঘন্টা মানৰ পিছত বা আহাৰ খোৱা পিছত ও বন দৰৱ টি খাব পাৰিব । ধন্যবাদ। শিৱসাগৰ পৰা।
@rashmirekhasoon3878
@rashmirekhasoon3878 4 ай бұрын
Ami salu bhal lagile tekhetor nas sai.
@tulshigogoi7019
@tulshigogoi7019 3 ай бұрын
আচলতে । দোণ বন বুলি কোৱা হয়।কিন্তু দুলবন বুলি সহজে কলো।
@RekhaHazarika-wh5xw
@RekhaHazarika-wh5xw 3 ай бұрын
I😅loved😅you😊n😊thanks
@housewifebornali2020
@housewifebornali2020 4 ай бұрын
Val lagil ❤️❤️
@LalitBorah-r7u
@LalitBorah-r7u 3 ай бұрын
Heart touching Bihu dance, welcome,
@kamalsaikia9351
@kamalsaikia9351 3 ай бұрын
Bht bht vl lagil
@MamoniBoruah-p4w
@MamoniBoruah-p4w 3 ай бұрын
Bihua xkolor logot sahaguk tu Kom hoise akole nashi tkokar dore lagishe.
@DipaBaruah-m8l
@DipaBaruah-m8l 3 ай бұрын
এই পগেমটো চাইয়ে থাকো
@RatneswarRatneswarpachar
@RatneswarRatneswarpachar 3 ай бұрын
Very nice .❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉
@RanuDutta-dt2ph
@RanuDutta-dt2ph 3 ай бұрын
Bohot bohot aakhibad disu
@tileswaridevi4341
@tileswaridevi4341 3 ай бұрын
বৰ সুন্দৰ বিহু নৃত্য । সুভেচ্ছা থাকিল ।
@anilgogoi8636
@anilgogoi8636 3 ай бұрын
বহুত আশীৰ্বাদ থাকিল মাজনী
@piolikardong7639
@piolikardong7639 3 ай бұрын
6o DC
@RAHASHYA_777
@RAHASHYA_777 4 ай бұрын
সুন্দৰ ❤
@NarendraDeka-fj4jm
@NarendraDeka-fj4jm 3 ай бұрын
ভাল লাগিছে
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
❤❤❤❤❤ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। অতি সুন্দৰ পৰিৱেশন। তেওঁৰ কন্ঠও অতি সুন্দৰ আৰু শুৱলা। ভগৱানে কুশল কৰক।❤❤❤❤❤
@senswasvlog2795
@senswasvlog2795 4 ай бұрын
Xundr ❤ friend holu dei muru hoba buli akha korilu 🥰
@pallabigogoi6674
@pallabigogoi6674 4 ай бұрын
Thank you🙏ok
@RunimaVlogs
@RunimaVlogs 4 ай бұрын
Hundor video 🎉🎉🎉
@ArunHazarika-xi9ep
@ArunHazarika-xi9ep 3 ай бұрын
বাহঃ
@back-bancher-gaming5606
@back-bancher-gaming5606 4 ай бұрын
Bhut bhal lagil tumer nash say 16:27
@diptirealvlogster6804
@diptirealvlogster6804 4 ай бұрын
Hundar❤❤
@mobilephone6298
@mobilephone6298 3 ай бұрын
Monika Das Kolita K 10 Number diboi lagibo.
@Jantideka9864
@Jantideka9864 3 ай бұрын
❤❤❤ ভাল লাগিল,
@RoshmiDas.
@RoshmiDas. 3 ай бұрын
Mur ba hoi
@pallabigogoi6674
@pallabigogoi6674 3 ай бұрын
Hoi neki
@pradipgogoi3182
@pradipgogoi3182 3 ай бұрын
অতি সুন্দৰ নাচ , আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্। শুভেচ্ছা জনালোঁ।
@amiyagogoi9537
@amiyagogoi9537 3 ай бұрын
Val lagil
@RitaSarmah-f2o
@RitaSarmah-f2o 3 ай бұрын
নম্বৰ দিবলৈ আমাৰ অভিজ্ঞতা নাই বাকী নাচনীৰ নাচ সুন্দৰ। ধন্যবাদ ♥️ মই তেজপুৰৰ পৰা চাই আছো।
@pallabigogoi6674
@pallabigogoi6674 3 ай бұрын
Thank you
@junmoniburagohain-vi5zj
@junmoniburagohain-vi5zj 3 ай бұрын
Val lagil
@NabanitaDas-oq1yc
@NabanitaDas-oq1yc 3 ай бұрын
Val lagil ❤❤
@bontigohain6398
@bontigohain6398 3 ай бұрын
বৰ সুন্দৰ কৈ বিহু নাচিলে ভাল লাগিল
@JunudasPathak
@JunudasPathak 3 ай бұрын
Sundar Bibu
@KuntiRajak-z9c
@KuntiRajak-z9c 3 ай бұрын
প্ৰথম স্থান অধিকাৰ কৰিবলগীয়া বোৱাৰী ❤️❤️❤️
@pallabigogoi6674
@pallabigogoi6674 3 ай бұрын
হয় হয়
@SumuLahon
@SumuLahon 3 ай бұрын
❤❤❤val lagil.
@KakatiKakati
@KakatiKakati 3 ай бұрын
Waw bah bahut dhuniya hoi cute
The selfish The Joker was taught a lesson by Officer Rabbit. #funny #supersiblings
00:12
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 43 МЛН
How To Get Married:   #short
00:22
Jin and Hattie
Рет қаралды 25 МЛН
মৰিগাৱৰ তিৱা মহিলা সকলৰ দ্বাৰা ভাওনাৰ প্ৰস্তুতি
7:48
pannyashi : the wonder girl from assam
59:42
Satya - The Truth India
Рет қаралды 4,3 МЛН
The selfish The Joker was taught a lesson by Officer Rabbit. #funny #supersiblings
00:12