এগৰাকী মাতৃৰ জীৱন কাহিনী

  Рет қаралды 81,061

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Ай бұрын

এগৰাকী মাতৃৰ জীৱন কাহিনী#পুত্ৰ SP, কি কথাই কষ্ট দিয়ে মাতৃক
• এজন পিতামহৰ অমৃত বাণী,...

Пікірлер: 95
@runuchutia4464
@runuchutia4464 Ай бұрын
বহুত ভাল লাগিল উঠি অহা প্ৰজন্মই নিশ্চয় আদৰি লৈ আগুৱাই যাব
@parismitabordoloi754
@parismitabordoloi754 Ай бұрын
ভাল লাগিল । আইগৰাকীলে প্ৰণাম জনাইছোঁ 🙏
@sharmisthagogoi9411
@sharmisthagogoi9411 Ай бұрын
মোৰ মৰমৰ আইতা❤ আইতাৰ নীতি আৰু আদৰ্শ সদায় অনুকৰণীয়। সদায় ভালে থাকক আইতা😘🙏
@advika...8603
@advika...8603 Ай бұрын
ধূনীয়া কথা আলোচনা কৰি ধন্যবাদ
@madhukantakhakhlari1476
@madhukantakhakhlari1476 Ай бұрын
এগৰাকী হফল মাতৃ সাক্ষাৎকাৰ শুনি বৰ ভাল লাগিল। বৰ্ত্তমান সময় বোৱাৰী সকলে অনুকৰণ কৰা বৰ দৰকাৰ বুলি মই ভাবো।
@JyotiL.Rajbongshi-nt4wz
@JyotiL.Rajbongshi-nt4wz Ай бұрын
বৰ ভাল লাগিল। আদৰ্শ আৰু সংস্কাৰে অনুপ্ৰাণিত কৰিলে । আইগৰাকীলৈ শ্ৰদ্ধা জনালোঁ ।
@rumidutta146
@rumidutta146 Ай бұрын
আপোনাৰ অনুস্থানটো চাই বহুত ভাল লাগিল। আগলৈও এনেকুৱা সুন্দৰ সুন্দৰ অনুস্থান চাবলৈ বাটৰ চাই ৰলো।
@joyaborgohain892
@joyaborgohain892 Ай бұрын
মাতৃ গৰাকীয়ে ল’ৰা ছোৱালীৰ কেইটাক ইমান সুন্দৰ নীতি শিক্ষা দিছে আৰু আগবাঢ়ি যাওঁক ৷
@rashmidutta1383
@rashmidutta1383 Ай бұрын
এনে পৰিয়াল আমাৰ আদৰ্শ স্বৰূপ । ধন্যবাদ
@user-ob7zi3jf4j
@user-ob7zi3jf4j Ай бұрын
আই গৰাকীলৈ শ্ৰদ্ধা জনালোঁ ।
@chinukataki4419
@chinukataki4419 Ай бұрын
সু যোগ্য পিতৃ-মাতৃৰ সু যোগ্য সন্তান ।ঘৰৰ সংস্কাৰ মুখী হ'লে সন্তানৰ ফল এনেকুৱা দিব ঈশ্বৰে ।সচাকৈয়ে সংস্কাৰ আৰু আধ্যাত্মিকতাই সু সন্তান গঢ় দিবলৈ সক্ষম হব ।ঈশ্বৰ নিৰাকাৰ কিন্তু মানুহৰ কৰ্মই ঈশ্বৰে দেখা দিয়ে বেলেগ ৰুপত ।খুউব ভাল লাগিল ।❤
@DipaBorah-nq1vj
@DipaBorah-nq1vj Ай бұрын
, আইগৰাকীৰ চৰণ যুগলত সেৱা জনাইছো লগতে আপোনাকো আগলৈ এনেকোৱা ‌video পাই যাম বুলি আশা থাকিল
@JowadurRahman
@JowadurRahman Ай бұрын
Bhal lagil
@reemaahamed9228
@reemaahamed9228 Ай бұрын
Madhusmrita tur maak dekhi kotha khini xuni bohut bhal lagil🙏🙏🙏
@munmisdailyvlogs797
@munmisdailyvlogs797 Ай бұрын
মাতৃ গৰাকীলৈ প্ৰণাম🙏 কথাখিনি শুনি ভাল লাগিল।
@MousumiozahSaikia
@MousumiozahSaikia Ай бұрын
বৰ ভাল লাগিল
@anjanapegu484
@anjanapegu484 Ай бұрын
সকলো পুলিচ নিশ্চয় একে নহয় ।আজিও বহুত ভাল মানুহ( পুলিচ) আছে ।
@kharkhuaokhomia5949
@kharkhuaokhomia5949 Ай бұрын
এই মাতৃগৰাকীৰ গৃহলৈ ভাগৱত চৰ্চাৰ সম্পৰ্কতে বহুকেইবাৰ যোৱাৰ সৌভাগ্য হৈছ।কিন্তু ইচ্ছা থাকিলেও জানিব নোৱাৰা কথাখিনি জানি বহুত ভাল লাগিল।সঁচাকৈয়ে এখন আদৰ্শপূৰ্ণ গৃহ।
@ranjanadutta7536
@ranjanadutta7536 Ай бұрын
Hundor anushthan..sai val lagil 🙏🙏🙏
@malikasaikia3912
@malikasaikia3912 Ай бұрын
Bohut val lagil sujugya mattir sujugya santan
@BinaGohain-un2ot
@BinaGohain-un2ot Ай бұрын
Sir bht vl lagil matry goraki loi shordha jonalu
@khagenbhuyan6727
@khagenbhuyan6727 Ай бұрын
Bohut val lagil,
@shubhadradas919
@shubhadradas919 Ай бұрын
Bahut val loga Adarkha
@sikharaniborgohain2337
@sikharaniborgohain2337 Ай бұрын
বাইদেউ বহুত দিনৰ বিৰতিত আপোনাক দেখা পায় লগতে সকলো কথা আপোনাৰ মুখেৰে জানিব পাৰি অত্যন্ত ভাল লাগিল।কুশলে ৰাখক ভগৱন্তই। কৃষ্ণ।
@promudgogoi5111
@promudgogoi5111 Ай бұрын
ছাৰ আপোনাৰ মা বহুত মৰম লগা ❤ইমান ধুনীয়া কথোপকথন ❤
@ramayaprasadbordoloi1379
@ramayaprasadbordoloi1379 Ай бұрын
Bhal lagil program chai,
@ranjanadutta7536
@ranjanadutta7536 Ай бұрын
Hundor anushthan sai val lagil Krishna 🙏🙏🙏
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 Ай бұрын
মাতৃ গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথাখিনি বৰ ভাল লাগিল 🙏🙏
@user-dv5oo8zv5u
@user-dv5oo8zv5u Ай бұрын
সুন্দৰ মনোগ্ৰাহী আলোচনা বহুত ভাল লাগিল। আদৰ্শ পৰিয়াল এগৰাকী আদৰ্শ মাতৃ । এখেতৰ পৰা বহু শিকিব লগা আছে।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
ভাল লগা আলোচনা। আদৰ্শ আৰু অনুকৰণীয় পৰিয়াল।
@BijuBorah-yn4iw
@BijuBorah-yn4iw Ай бұрын
Bor bhal lagil
@horensaikia6988
@horensaikia6988 16 күн бұрын
কৃষ্ণ!জয় গুৰু শঙ্কৰ!আই গৰাকী, তেখেতৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ লগতে সাক্ষাৎকাৰ গ্ৰহণ কৰোতা বাপজনালৈ ধন্যবাদ লগতে সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ!!
@MayurGogoipics
@MayurGogoipics 28 күн бұрын
Bhal lagil.Bharati.
@anowara.begum23
@anowara.begum23 Ай бұрын
খুব ভাল লাগিল তেখেতৰ বক্তব্য ❤❤❤🙏🏻🙏🏻
@paporichutiagogoi1577
@paporichutiagogoi1577 Ай бұрын
Val lagil aponalokar kathupa kathan . Samajar babe ata aadarsha matri aru pariyal.
@user-qf6hd4yh6u
@user-qf6hd4yh6u Ай бұрын
Bohut val lagil apuni vaigot ban bohut🙏
@umanandaduwarah3324
@umanandaduwarah3324 Ай бұрын
Bidew apunak bahut dhanybad apunar Katha huni ajjir jugat anukaran karak buli vabu
@LipiSaikia-nc3fe
@LipiSaikia-nc3fe Ай бұрын
অভিন্দন জনালো
@tileswaryein1295
@tileswaryein1295 Ай бұрын
আইতাৰ কথাবোৰ সঁচাকৈ বহুত ভাল লাগিল। আমিও এচাৰিৰ কোব খাই তৃতীয় শ্ৰেণী উত্তীৰ্ণ হৈছিলো। এঢাৰিৰ কোব খাই শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছিলো। গতিকে কথাবোৰ সম্পূৰ্ণ সমৰ্থ ন জনাইছো। আইতাক দীৰ্ঘয়ূ কামনা কৰিলোঁ।🎉🎉🎉।
@manjuborah3500
@manjuborah3500 Ай бұрын
Bohut val lagil
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Ай бұрын
কৃষ্ণ 🙏🏻 খুব ভাল লাগিল আই গৰাকীৰ জীৱনৰ আদৰ্শ,ব্যক্তিত্ব, সংগ্ৰাম আদিৰ সম্পৰ্কে জানিবলৈ পায় ❤❤❤❤ ভগৱানৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ 🙏🏻 🙏🏻 🙏🏻 🙏🏻😊❤️❤️
@bulbulibuli1795
@bulbulibuli1795 Ай бұрын
আমৈ ৰ কুশল কামনা কৰিলো। ভাল লাগিল অনুষ্ঠান টো।
@antudas501
@antudas501 Ай бұрын
ধনাত্মক কথোপকথন,বহুত ভাল লাগিল
@syedasofikarahman7435
@syedasofikarahman7435 14 күн бұрын
Very nice video
@bkalita3283
@bkalita3283 Ай бұрын
বৰ ভাল লাগিল। বাইদেউ এজনী আদৰ্শ নাৰী ও আদৰ্শ শিক্ষয়িত্ৰী। সুযোগ্য সন্তানৰ মাতৃ। শঙ্কৰদেৱ সঙ্ঘৰ সঙ্গী কাৰনে ইমান আগ বাঢ়ি গৈছে। ভগৱন্ত ই পৰিয়ালটোক কূপা কৰক।লগতে চাৰক এইmessage তো দিয়া বাবে ধন্যবাদ ।😊
@AbhijitGogoiCreation3880
@AbhijitGogoiCreation3880 Ай бұрын
val lagil sai ❤️👍
@dipalisonowal2432
@dipalisonowal2432 Ай бұрын
সুন্দৰ উপস্থাপন । ভাল লাগিল।
@debikaborpujari6748
@debikaborpujari6748 Ай бұрын
সকলোৱে এই ভিদিও চোৱা দৰকাৰ, কি সুন্দৰ কথা বতৰা আৰু সন্তানক সু শিক্ষা দিয়াৰ বাবেই আজি তেখেত সুখী। তেখেতৰ সু স্বাস্থ্য কামনা কৰিলো।
@mousumisaikiasdailyvlog3827
@mousumisaikiasdailyvlog3827 Ай бұрын
Bohut bhal lagil sundar podokhep
@jyotiprasadsaikia3740
@jyotiprasadsaikia3740 Ай бұрын
মোৰ অতি প্রিয়, শ্ৰদ্ধাৰ!বৰ ভাল ব্যক্তিত্ব। তেখেতৰ সু-স্বাস্থ্য প্ৰাৰ্থনা কৰিলোঁ।
@dilipbaruah1655
@dilipbaruah1655 Ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏আই সেবাহে
@AbhikSaikiaR
@AbhikSaikiaR Ай бұрын
Moromor aita maa ❤
@user-cc6hp4vd8m
@user-cc6hp4vd8m Ай бұрын
আই গৰাকী লৈ প্ৰণাম জনালোঁ কৃষ্ণ
@minakshisaikia9683
@minakshisaikia9683 Ай бұрын
এটা সংস্কাৰী পৰিয়াল গঢ় দিয়া এগৰাকী মাতৃ।তেখেতলৈ সহস্ৰ প্ৰণাম 🙏🏻🙏🏻। তেখেতৰ সৰু পুত্ৰ সৌৰভ আমি একে শৈক্ষিক বৰ্ষৰ। ডাঙৰ জী মধুস্মৃতা মোৰ হোষ্টেলৰ কণিষ্ঠ ভণ্টী আছিল।
@KamalaBhuyan-ug5de
@KamalaBhuyan-ug5de Ай бұрын
সুন্দৰ এক কথোপকথন । শুনি বৰ ভাল লাগিলে। আই গৰাকীক সেৱা জনাইছোঁ। এই খিনিতে আপোনাক কথা এটা কওঁ বেয়া নাপাব । আপুনি স্মৰণিকা খন লৈ আপোনালোকক দেখাইছোঁ বুলি কৈছে । দেখুৱাইছোঁ বুলি কলেহে শুৱনি হব।
@srimantamotivatoranushilan8846
@srimantamotivatoranushilan8846 Ай бұрын
আধা ঘণ্টা কথোপকথনত দুই এটা শব্দৰ উচ্চাৰণ খেলি মেলি হ'ব পাৰে... ভৱিষ্যতে সজাগ হ'ম, ধন্যবাদ জনাইছোঁ
@user-sw1im3ho3l
@user-sw1im3ho3l Ай бұрын
Aitab bhal lagil
@rbhuyan4140
@rbhuyan4140 Ай бұрын
Video 2 sai bahut val lagil.
@foodandtravel3152
@foodandtravel3152 Ай бұрын
আপোনালোকৰ অনুষ্ঠামনটো চাই বৰ ভাল পালোঁ। আইতা গৰাকী কথা বোৰ বৰ মৰমিয়াল।
@kamaldas6429
@kamaldas6429 Ай бұрын
Very Nice Discuss.
@nizarabaruah978
@nizarabaruah978 Ай бұрын
Val lagil aponalokar kathipa kathan
@charulatakalita1905
@charulatakalita1905 Ай бұрын
Pranam jonaiso ene eti porialor pratijon sadashyloike.
@user-dx3mb9uo3s
@user-dx3mb9uo3s Ай бұрын
Val lagil pahi apunar kotha bilak
@SopunBorah-zh6ds
@SopunBorah-zh6ds Ай бұрын
Val laghel maa vala thakok
@MrinalineeSaikia
@MrinalineeSaikia Ай бұрын
আমৈদেউৰ interview টো চাই সচাকৈয়ে বহুত ভাল লাগিল ৷ ❤
@nabamallika23
@nabamallika23 Ай бұрын
বৰ ভাল লাগিল ৷
@ratulbaruah4598
@ratulbaruah4598 Ай бұрын
Khuri, bohut dinor murot apunak dakhi hosakey bhal lagil. Moi Khogen Chutiya, r lora, apunar hakhyatkar tu sai bohut kotha a monot bhayee ahil. Apunaluk hokolu loi key dirghyu kamona korilu. With lots of ❤ n best wishes. God Bless You All. Interview luwa jon sini napalu, but a special thanks to the person. Thanks a lot.
@nirmalikhanikar7081
@nirmalikhanikar7081 Ай бұрын
বহুত ভাল লাগিল ।
@nirupamaborah3186
@nirupamaborah3186 Ай бұрын
সুন্দৰ কথোপকথন
@mrinalvlog6679
@mrinalvlog6679 Ай бұрын
Mon sui juwa ATI kahini bujaihe bujibo
@assamesesongs4495
@assamesesongs4495 Ай бұрын
Bhal lagil, matri hisaba apunar drighau kamona karilu. Suren Saikia ex. Teacher
@mamonipator7640
@mamonipator7640 Ай бұрын
aai gorakiloi 🙏🙏❤ ,bar bhal lagil chai Krishna 🙏🙏
@korobibora7267
@korobibora7267 Ай бұрын
Val largla। bidau
@jinurajkonwar9338
@jinurajkonwar9338 Ай бұрын
খুড়ীদেউক বহুত দিনৰ পিছত দেখা পালোঁ। তিনিচুকীয়াত তেখেতৰ হাতৰ দৈ জলপান খোৱা আজি ও মনত আছে।
@subhachekanidhara9241
@subhachekanidhara9241 Ай бұрын
Bohut val lagil ❤
@rupalidutta9157
@rupalidutta9157 Ай бұрын
Krishna kapi ata kenekoi pam
@user-fb1om4zs1b
@user-fb1om4zs1b Ай бұрын
Ankua aai matrik satakuti pranam
@malobikagogoi8727
@malobikagogoi8727 Ай бұрын
আমাৰ মামী আইতা
@amiyabaruah3534
@amiyabaruah3534 Ай бұрын
আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী আদৰ্শ মাতৃ হোৱাতো ভগবানৰ কৃপা । আমাৰ আপোনাৰ প্ৰতি সেবা থাকিল ।
@jinurajkonwar9338
@jinurajkonwar9338 Ай бұрын
খুড়ীক সেৱা জনালো। তেখেতৰ পুতেকৰ তত্বাৱধানত মোৰ ছোৱালীৰ ও চাকৰি হয়।চাৰলৈও এই আপাহতে সেৱা জনালো 🙏
@user-fz1tv2pw8k
@user-fz1tv2pw8k Ай бұрын
,❤❤❤❤
@gaurikalita4976
@gaurikalita4976 Ай бұрын
Kishna aai.....
@xin2830
@xin2830 Ай бұрын
❤❤❤
@amiyabaruah3534
@amiyabaruah3534 Ай бұрын
আপোনাৰ প্ৰশ্ন কাৰকলৈ বিনম্ৰ ভাৱে জনালোঁ যাতেএনেধৰনে আদৰ্শ মাতৃৰ সমাজত আৰু প্ৰচাৰ হব লাগে ।তেতিয়াহে আইসকলেক। কিছুমান কথা বুজিব পাৰিব।
@srimantamotivatoranushilan8846
@srimantamotivatoranushilan8846 Ай бұрын
নিশ্চয় চেষ্টা কৰিম
@user-ig3zz8vg7w
@user-ig3zz8vg7w Ай бұрын
Bht vl lagil 👍
@rinkukumarkarjee7052
@rinkukumarkarjee7052 Ай бұрын
তেখেতলৈ প্ৰণাম জনালোঁ।
@asmigomgaming7960
@asmigomgaming7960 27 күн бұрын
কি DR আৰু ইঞ্জিনিয়াৰিং বেছি ভাগ মা আৰু দেউতাক নাছাই এই বুৰ কি
@budheswarsaikia3103
@budheswarsaikia3103 Ай бұрын
Where is her home, you didn't addressed her?
@hemkantaborah7434
@hemkantaborah7434 Ай бұрын
আজিৰ শিক্ষা নীতিয়ে কয়, ল'ৰা ছোৱালীক পিতিব নোৱাৰিব। ফেল কৰাব নোৱাৰিব। সেয়ে কিছুমান ল'ৰা ছোৱালীয়ে ইংৰাজী বৰ্ণমালা সাধাৰণ শিক্ষা নোহোৱাকৈয়ে দশম শ্ৰেণী পায়গৈ।
@SunsunTai-kn3jb
@SunsunTai-kn3jb Ай бұрын
🙏💖🚩
@munmunhazarika7211
@munmunhazarika7211 Ай бұрын
বৰ ভাল লাগিল
@dalimiboruah4100
@dalimiboruah4100 29 күн бұрын
বৰ ভাল লাগিল
HAPPY BIRTHDAY @mozabrick 🎉 #cat #funny
00:36
SOFIADELMONSTRO
Рет қаралды 18 МЛН
ছাগলী চুবুৰী বনীয়া নামঘৰ তেজপুৰ @jyotimoy6018
43:38