বিজেপিৰ অভ্যন্তৰৰ অসন্তুষ্টিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  Рет қаралды 16,745

DY365

DY365

24 күн бұрын

বিজেপিৰ অভ্যন্তৰৰ অসন্তুষ্টিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজনীতিৰ তোলপাৰ লগোৱা খবৰৰ পিছতে ভৱেশ কলিতাক তলব
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 35
@hemantamahanta5578
@hemantamahanta5578 23 күн бұрын
বৰ্তমান সময়ত ভবেশ কলিতাই কৰিব লগা একো নাই । নতুন নতুন মন্ত্ৰী সকলে গুৰু গোসাই নমনা বাবে এনে দশা হৈছে বুলি বহুতৰে অনুভব হৈছে ।
@funnyshots461
@funnyshots461 23 күн бұрын
হিমন্ত হাটাও BJP বাচাওঁ
@pavanvlogs2205
@pavanvlogs2205 21 күн бұрын
Himanta thikei ase pod tyag kora keita ghuskhor himanta logot thakile ghus khabo je nuware xeikarone pod tyag kori ase
@pmn20071
@pmn20071 23 күн бұрын
তিনি মোমায়ে ধ্বংস কৰিলে BJP. এইবাৰ BJP ৰ 26 ত return কৰা টান আছে। বিশেষ কৈ পীযুষ আৰু জয়ন্ত মাল্লাই BJP ৰ image বেয়া কৰিলে। এওলোকে জাতি মাটি আৰু ভেটিৰ কথা কৈ একোৱেই নকৰিলে। খালি নিজৰ সম্পতি বনালে আৰু লোক সভা Election ত মিঞাৰ ভৰিত ধৰিলে। অসমৰ মানুহে এইবাৰ গৌৰৱ গগৈৰ মুখলৈ চাইছে
@PromodBora-mj9mr
@PromodBora-mj9mr 23 күн бұрын
Mama. Mama. Sokuni. Mamana. Ki. Baru. Buza. Nai
@ayanbaruah7347
@ayanbaruah7347 23 күн бұрын
Taakei mama mama sokuni mama kansa mama kattapa mama...
@sandhiram9574
@sandhiram9574 23 күн бұрын
খকুৱা কেইজনে জনসংঘৰ অৰ্থ ৰাইজক ভালকৈ বুজাওক আগতে
@DimbanathDoley
@DimbanathDoley 23 күн бұрын
নীলা শিয়াল আৰু কেইদিন ৰজা হৈ থাকিব ।আঠ মাহ বা এঘাৰ মাহ ?তাৰ পাচত নীলা ৰং গুচি যাব আৰু তাৰ পাচত আচল ৰূপ উলাই পৰিব আৰু জীৱনবৰ পংগু।
@bakulboruah2026
@bakulboruah2026 23 күн бұрын
গৌৰৱ গগৈ এজন বাচ্ছা লৰা।এই বাচ্ছা লৰাজনে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘুৰাইছে।২০২৬ ত গৌৰৱ গগৈ মূখ‍্যমন্ত্ৰী হব।হিমন্ত বিশ্ব শৰ্মা ৰাজ‍্যসভাৰ সাংসদ হব।মইও ২০২১ লৈ এজন BJP দলৰ অনুৰাগী আছিলোঁ।কিন্তু যেতিয়াই সৰ্বানন্দ সোণোৱালৰ দৰে এজন ভদ্ৰলোকক আঁতৰাই হিমন্ত নিজে মূখ‍্যমন্ত্ৰীৰ চকীত বহিল,তেতিয়াৰ পৰাই মোৰ BJP প্ৰতি মোহভংগ ঘটিল।মই অটল বিহাৰী বাজপেয়ী দেৱৰ দিনৰ BJP কৰ্মী আছিলোঁ।বৰ্তমান মই গৌৰৱ গগৈ ডাঙৰীয়াৰ এজন ডাঙৰ অনুৰাগী।কাৰণৰ গৌৰৱৰ অহংকাৰ নাই, তিনিবাৰৰ মূখ‍্যমন্ত্ৰীৰ পুত্ৰ হৈও কোনো সম্পত্তিৰ পাহাৰ নাই।সাধাৰণ এটা ঘৰ,এডোখৰ মাটিৰ বাহিৰে একো নাই।তাৰোপৰি তেওঁ সাংঘাটিক নম্ৰ-ভদ্ৰ চৰিত্ৰৰ নেতা।সেইকাৰণে ২০২৬ ত গৌৰৱক মূখ‍্যমন্ত্ৰী বনাবৰ কাৰণে প্ৰয়োজনীয় যিকোনো পদক্ষেপ লবৰ কাৰণে সাজু আছোঁ।
@dipikaswargiary940
@dipikaswargiary940 23 күн бұрын
Good news
@IndalulKhalong...
@IndalulKhalong... 23 күн бұрын
Good news.. Original BJP leader hokolor value naikiya hoi gose.. Only Congress pora aha mla hokole BJP t value ase.. Asol BJP hokolok full support koru.. Moi 22 years pora BJP k support kori ahisu.. Piyush Hajarika, Jayanta Mallab Boruah nisina keita babei BJP Akhomor hekh hoi jabo.
@user-ie6dx5zb5i
@user-ie6dx5zb5i 23 күн бұрын
২৬ বি জে পি Big 0 হব । চিন্তাৰ কাৰন নাই ।
@apurbanath9514
@apurbanath9514 23 күн бұрын
Mojah
@RajibKashyap-yk8zc
@RajibKashyap-yk8zc 23 күн бұрын
BJP Sarkar BJP Dall r oprt Koch Rajbongshi janogosthi ba 6th Community r Raij e o .setisfy nhoi 2026 t uchit uttar pabo amr pra EVM t
@jayadass2681
@jayadass2681 22 күн бұрын
মুখ্য মন্ত্ৰী য়ে অসমত আঁচনি ওলিয়াই ওলিয়াই অসম ধ্বংস কৰিলে সেইকাৰণে জনগণৰ ৰোষত পৰিছে।
@TarunChDeka-cb4go
@TarunChDeka-cb4go 23 күн бұрын
একেটা ফৰ্মূলা কাম নিদিব A2নিদিবA3লাগিব
@narenhazarika7663
@narenhazarika7663 22 күн бұрын
Himanta, Piyush aru Jayanta aikeijonk ujjonit bjp kora manuheu val napai.
@lakheswarborah3046
@lakheswarborah3046 23 күн бұрын
একেখিনি কথাকে কিমান আৰু পেঘেনিয়াই থাকিব ?
@DigantaDaimary-oi3kr
@DigantaDaimary-oi3kr 23 күн бұрын
Mama jotte thakok bikhong baad tu hobo a
@punyeswarkachari7503
@punyeswarkachari7503 22 күн бұрын
BJP big family.so that divert internal unity.
@LazarSwargiary
@LazarSwargiary 22 күн бұрын
Okomor Bellon nisina Puli joa Mamar obosta. Ki hobo itiya.
@rajunath8070
@rajunath8070 23 күн бұрын
1ta kotha ke kimn bar kole asamor manuhe bujibo buli bhabe apunaluke
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 23 күн бұрын
পুৰনা বিজেপিক বাদ দি নতুন বিজেপি ক মিনিষটাৰ দিয়া বাবেই যদুকুল ধ্বংস হব বুলি বহুতে কয় ।
@jatindas7672
@jatindas7672 22 күн бұрын
আমি অসমীয়া বুজি পাও। Need not repeat again & again.
@santanubasumatary5944
@santanubasumatary5944 23 күн бұрын
😂😂😂😂
@mrinmoychakraborty8426
@mrinmoychakraborty8426 23 күн бұрын
Apunar lahe lahe jailoloi jaboloi ready thakok..jindina birodhit ahibo xedinai apunar carreer sesh
@dipankarkhargharia9952
@dipankarkhargharia9952 23 күн бұрын
BAN PANI MUKTO ASSAM BROHMOPUTR KHANDIM EXPRES HAIWEY SOB KAM KORILE
@pranabkhakhalary539
@pranabkhakhalary539 23 күн бұрын
Jaisi karni taisi vorni
@BISHWAJITDUTTABABA-gw5te
@BISHWAJITDUTTABABA-gw5te 23 күн бұрын
😂😂😂😂😂😂😂😂😂
@syedrekib
@syedrekib 23 күн бұрын
Muthate congresor pora jibilak goisil kheibilak hok jodi loi ami kintu kako veokha nokro...first seken third nhoi jen
@TankeswarGogoi145
@TankeswarGogoi145 23 күн бұрын
Good news
Sigma girl and soap bubbles by Secret Vlog
00:37
Secret Vlog
Рет қаралды 14 МЛН
IQ Level: 10000
00:10
Younes Zarou
Рет қаралды 10 МЛН