No video

কিয় বিজেপি এৰিলে জ্যেষ্ঠ নেতা যুধিষ্ঠিৰ গগৈয়ে?

  Рет қаралды 47,522

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️পাহাৰৰ শিখৰত বৰষুণ হ'লে ভৈয়ামত বানপানী হয়েই। ২০২৬ৰ পূৰ্বে উজনিয়েই নহয়, সমগ্ৰ অসমত পৰিৱৰ্তন অৱশ্যম্ভাৱী। এয়া আগজাননী মাত্ৰ...কিয় বিজেপি এৰিলে জ্যেষ্ঠ নেতা যুধিষ্ঠিৰ গগৈয়ে?

Пікірлер: 105
@dhormendradoley7382
@dhormendradoley7382 Ай бұрын
যুধিষ্ঠিৰ গগৈ সঁচা যুধিষ্ঠিৰ , তেওঁৰ ত্যাগে বি জে পিৰ অপুৰন্ত ক্ষতি হ'ব।
@janardanbora2803
@janardanbora2803 Ай бұрын
2026 চনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰূপে শপত লব বুলি আশা কৰিলোঁ
@PujaBarman-fh7sk
@PujaBarman-fh7sk Ай бұрын
Right
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
বাংলাদেশত নে পাকিস্তানত? অসমত আশা নকৰাই ভাল। 😂😂😂😂😂
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
@@kumudbaruah2001 26 ot toi u jail jabi naki Saroda mamar lgt
@ranatalukder1837
@ranatalukder1837 Ай бұрын
Akou Rakesh Paul, Rhino poaching, check gate, forest encroachment, constable appointment scam etc. etc
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
@@ranatalukder1837 hai gutai scam cyndicat kora kaita bortoman bjp taa humai ase dakhun
@abhilashamainavlogs3241
@abhilashamainavlogs3241 Ай бұрын
২০১৪ ত কংগ্ৰেছৰ একাংশ দগবাছ নেতাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি অসম বসীয়ে BJP k ভোট দিছিলো। কিন্তু Bjp এই দগবাদ নেতাবোৰকে ৰজা পতিলে।
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
অনুপম দেবে আতৰৰ পৰা ইমান সুন্দৰ খা-খবৰ ৰাখে! সেয়ে আপুনিহে ধন্যবাদৰ পাত্ৰ,,।।যুধিষ্ঠিৰ গগৈ এজন সৎ;উদ্যমী;সু-বক্তা ওআধ্যাত্মিক দিশতো বেচ জ্ঞান থকা ব্যক্তি।গতিকে তেনে এজন ব্যক্তিয়ে বিজেপিত থকাত আমিও অস্বস্তি বোধ কৰিছিলো।এতিয়া আমাৰ সেইভুল আতৰিল। গগৈ দেবলৈ অশেষ ধন্যবাদ।তেখেত যি দললৈকে নাযাওক;তেখেতৰ আসন খনেই সুকীয়া!!
@Rana-hg8hg
@Rana-hg8hg Ай бұрын
চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Now congress is most powerful🎉❤
@anonymous_assamese4838
@anonymous_assamese4838 Ай бұрын
গৌৰৱ গগৈ ❤ জয় কংগ্ৰেছ 🎉
@NP-gf7fo
@NP-gf7fo Ай бұрын
Gaurav Gogoi game changer
@tengatita
@tengatita Ай бұрын
এইবাৰ শদিয়াত নিবাচন জুই হব যেন পাওঁ
@monidhargogoi3913
@monidhargogoi3913 Ай бұрын
Gogoiji bhal kotha
@navajyotisaikia7481
@navajyotisaikia7481 Ай бұрын
Vari good sir 🎉🎉
@devdas8542
@devdas8542 Ай бұрын
2026 ত যুজিষ্ঠিৰ গগৈক 100% জিকাম শদিয়াৰ পৰা... হাজাৰ হাজাৰ মানুহৰ মৰম আশীৰ্বাদ আছে এই নম্ৰ ব্যক্তি গৰাকীৰ প্ৰতি তেওঁ সঁচাকৈ ৰাইজৰ কাম কৰিব পৰা এগৰাকী ব্যক্তি ❤❤
@myway3433
@myway3433 Ай бұрын
যুধিষ্ঠিৰ দা কংগ্ৰেছত আপোনাৰ কাৰণে দুৱাৰ খোলা আছে ।
@bipulgogoi247
@bipulgogoi247 Ай бұрын
বহুত ভাল লাগিল
@dulengogoi3309
@dulengogoi3309 Ай бұрын
যুধিষ্টিৰ বৰ চিধা চিধি মানুহ অসত্য সহি থাকিব নোৱাৰে
@user-lm6ih9lk9p
@user-lm6ih9lk9p Ай бұрын
Next CM ahi ase gaurav Gogoi
@tridibbaruah1494
@tridibbaruah1494 Ай бұрын
Good person
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Congress zindabad
@lomix6099
@lomix6099 Ай бұрын
Sarbananda sir k lage amak#PM
@kishoridas6447
@kishoridas6447 Ай бұрын
BJPৰ মূল মন্ত্ৰৰ প্ৰথমটো ব্যক্তি নিৰ্মান বুলি জানিলো। ব্যক্তি নিৰ্মান BJPত সুন্দৰকৈ হৈছে। ধন্যবাদ।
@ubdengineers1660
@ubdengineers1660 Ай бұрын
26 ot Congress Sarkar hobo.Gaurav Gogoi next CM. BJP aru naahe.
@kushalbaruah7185
@kushalbaruah7185 Ай бұрын
ভাল লাগিছে ।আপোনাৰ দৰে মানুহে বি জে পি ৰ ভেটি গঢ়িছিল ।
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
2026 Gaurav gogoi cm
@Bnb717
@Bnb717 Ай бұрын
তেখেত সত্যবান মানুহ ভৱিষ্যত কংগ্ৰেছ দলটো আগুৱাই নিয়াৰ কামনা কৰিলো।
@SatymevaJayate007
@SatymevaJayate007 Ай бұрын
পবিত্ৰ গগৈ (মাৰ্ঘেৰিটা) ভাল সুযোগ পালে ৷ সুবিধা ললে ৷ চল চাই কঠিয়াও পাৰিলে 😊
@nayan_2472
@nayan_2472 Ай бұрын
I love BJP Ideology ..but I don't like Jayanta fupulaah Baruah n Piyush Gunda Hazarika
@parakhmoni21
@parakhmoni21 Ай бұрын
Duyota haribo aibar
@Ladydevil-y5t
@Ladydevil-y5t Ай бұрын
Etiaa xokoluurei etaai complaint all over Assam 😂😂😂
@sahidulsvlogs7862
@sahidulsvlogs7862 Ай бұрын
এইবিলাক অৰজিনাল বিজেপি নহয়। এওঁলোক দ'ল কৰে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়াৰ কাৰনে।
@nabajitbordoloi9009
@nabajitbordoloi9009 Ай бұрын
পৰিৱৰ্তন
@user-dy5kq1pg2e
@user-dy5kq1pg2e Ай бұрын
যুধিষঠীৰ গগৈ ক আমি বহুত দিনৰপৰা চিনি পাওঁ। তেওঁ এজন জ্ঞানী গুনী লোক। তেওঁ চিন্তা চৰ্চা কৰা লোক। তেওঁ সামাজিক ক্ষেত্ৰতো বহুত আগবঢ়া। তেওঁ নাটক অভিনয় পৰিচালকৰ ক্ষেত্ৰতো অভিজ্ঞ লোক। তেওঁ যি দলতে যোগদান নকৰক লাগে বহুত বহুত শুভেচ্ছা থাকিল।
@user-fo9fq6zi8m
@user-fo9fq6zi8m Ай бұрын
Bjp khatom
@likhannarah4629
@likhannarah4629 Ай бұрын
Very good Gogoi da
@user-cs6sj7dx5c
@user-cs6sj7dx5c 20 күн бұрын
বিজেপিক ধঙস কৰিহে এৰিব মামাই কাৰন উঠি ৰজা বহি ৰজা হৈ আছে মামাই কোন থাকিব জনা বুজা মানুহে এইজনৰ লগত নাথাকে
@user-jd3cm1qm6t
@user-jd3cm1qm6t Ай бұрын
Bolin gele hobo aru,bolinot koi ekhet bohut uporot best of luck Dangoria
@SatymevaJayate007
@SatymevaJayate007 Ай бұрын
বহুদা বিভক্ত আহোম জনগোষ্ঠীৰ নেতা ব্যক্তি সকল নিজেই নিজৰ শত্ৰু ৷
@rekiburzaman2909
@rekiburzaman2909 Ай бұрын
Nice ❤❤
@user-yo9hn4md4j
@user-yo9hn4md4j Ай бұрын
যেতিয়া ই তেতিয়াই খাকী হাফপেন্ট পিন্ধায় বাবে |
@pranjallahan1930
@pranjallahan1930 Ай бұрын
@user-kd1ft7vi8f
@user-kd1ft7vi8f Ай бұрын
Judhistir gogoi a bahut sundar katha koise
@bishaldas3964
@bishaldas3964 Ай бұрын
2026 sarkar bjp r sarkar kunukaranate nahe...hobo ekhon hindu Muslim,join,khrist,bodhy,adi assamiya jatir khusthir sarkar...
@TuleswarTuleswar-f4o
@TuleswarTuleswar-f4o Ай бұрын
Vall vall bohut vall
@emanali4528
@emanali4528 Ай бұрын
Judistir Gogoi Assamr ajon weight thoka bekti.
@jatinkonwar883
@jatinkonwar883 Ай бұрын
যুধিষ্ঠি নহয় আপুনি ধমৰাজ আহক I.n.c দললৈ জয় অনিবায
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
বি জে‌‌‌‌‌‌ পি‌‌ৰ ভেটি নিৰ্মাণ কৰা সকল এতিয়া বহুত দুৰত আৰু দল বাগৰা নেতাসকল বি জে‌‌‌‌‌‌ পিত উঠি ৰজা বহি ৰজা
@dijuhandique253
@dijuhandique253 Ай бұрын
Nice , Good
@tamanna2813
@tamanna2813 Ай бұрын
Now politics is going to divide into two parts lower assam and upper assam.
@BijoyPanging-hk7gc
@BijoyPanging-hk7gc Ай бұрын
O Mama sintah koribor hol😢
@j.d.enterprices4785
@j.d.enterprices4785 Ай бұрын
Dhunia kotha.puroni bjp jindhabad
@gaurangaburagohain7451
@gaurangaburagohain7451 Ай бұрын
Gaurav gogoi ...jen notun manuh loi....purona dol bagora manuh noloi
@bijoydeka9134
@bijoydeka9134 Ай бұрын
Xocha kotha.
@user-th8ps7ef8o
@user-th8ps7ef8o Ай бұрын
🎉
@debanshibhuyan2055
@debanshibhuyan2055 Ай бұрын
Congress means Miya sarkar
@Bnb717
@Bnb717 Ай бұрын
BJP by by
@njyotinjyoti7541
@njyotinjyoti7541 Ай бұрын
অনুপম চক্ৰবতি বিজেপিয়ে দেখুন হিন্দু মুছলিম কৰি থাকোতেই গৈছে।
@bttjjjg
@bttjjjg Ай бұрын
Tiket. Napale sage😂😂
@debanshibhuyan2055
@debanshibhuyan2055 Ай бұрын
Bjp jindabad
@dipankarkhargharia9952
@dipankarkhargharia9952 Ай бұрын
THIKE KORISE CONG B TIM SOLAI ASE B JP JI DOL COSTORE GOHISL KAM NAI JEN PAISU
@PulokBora-d8j
@PulokBora-d8j Ай бұрын
Go Back Bjp
@radhachura11
@radhachura11 Ай бұрын
Hadai ki himasuror sun sada botol hoi thakiboneki, ne gujarati mugamboo rajar bhori dhuai thakibo😊
@tomyaryan9124
@tomyaryan9124 Ай бұрын
Talk about dee merit list
@tamanna2813
@tamanna2813 Ай бұрын
Without himanta BJP big zero my dear
@dhansharma7520
@dhansharma7520 Ай бұрын
ই ফকটিয়া
@sumidas7381
@sumidas7381 Ай бұрын
Any time b j p zindabad
@user-fo9fq6zi8m
@user-fo9fq6zi8m Ай бұрын
Gourob k ji dujoni e gobekhona katha koisil takei koisu
@umeshkardong6116
@umeshkardong6116 Ай бұрын
যুধিষ্ঠিৰ গগৈয়ে তিনি গগৈৰ লগত এতিয়া চাৰি গগৈ কৰিব বিচাৰিছে ।
@r.p7883
@r.p7883 Ай бұрын
Ticket napua karonae to jaboi😂
@jibansangrami4919
@jibansangrami4919 Ай бұрын
Manu Jon kotha bur val lage, gentel man
@nayan.j
@nayan.j Ай бұрын
১৪ত প্ৰথম প্ৰথম মোডীক দেখি আৰু কংগ্ৰেছীৰ উৎপাতত বিজেপিক সমৰ্থন কৰা আৰম্ভ কৰিছিলোঁ৷ প্ৰথম কোবতো অসমীয়াক কোবাই-মেলি, ১৪৪ ধাৰাত ৰাখি হ’লেও বাংলাদেশীক নাগৰিকত্ব দিবই, তেনে এটা এটিটিউড দেখি পৰিছিল৷ তাৰপাছত এটাৰ পাছত এটা যি দগাবাজ দুৰ্নীতি পৰায়ণ কংগ্ৰেছীক ঘিণ কৰিছিলো, সেইবোৰো সোমোৱাই ল’লে৷ সেইবোৰৰ পাছে পাছে “দাদা দাদা“কে নেজত ধৰি ফুৰা কুত্তাৰ বাচ্ছাবোৰো সোমাল৷ এতিয়া সিহঁতেই উঠি ৰজা বহি ৰজা৷ 😂😂 আগদিনা হিন্দুক সমালোচনা কৰি পাছদিনা “মই সলনি হ’লো“ ডায়লগ মাৰি বিজেপিত সোমোৱা হ’ল আৰু এই আইটি চেলৰ কুকুৰবোৰেও ডিফেণ্ড দিয়া হ’ল এইবোৰ কাৰ্যক, বোলে কংগ্ৰেছ চাফা হৈ আছে ভাল হে পাব লাগে৷ এই ১৫০০টকীয়া আঁচনি দি লাভ নাই, অযোধ্যাত কাণ ফাটি যোৱাকে চৰ এটা পালে৷ ২৬ৰ যুঁজখন কঁকাল ভাঙি যোৱা যুঁজ হওঁক৷ তাৰ কামনা কৰিলো৷
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
Bordinath too haresa kali manuha gom paisa ja ram nam a pat novore buli
@jitusaikia331
@jitusaikia331 Ай бұрын
এই জন ধৰ্ম জুযিস্থিৰ নে পকেত জু যিস্থিৰ
@user-fo9fq6zi8m
@user-fo9fq6zi8m Ай бұрын
Mota. Mas. Maikee mas. Kua hokol & Lang. Mora. Hokol Kongres R Name Nuluai Bhal Aei bure Cong. Tu Gelabo
@HemantaNath-yf9ce
@HemantaNath-yf9ce Ай бұрын
Bjp kam ni r
@dadugogoi5548
@dadugogoi5548 Ай бұрын
ধন্যবাদ যুধিশ্ঠিৰ দা। 👍👍👍
@abulbasarmohiuddin6993
@abulbasarmohiuddin6993 Ай бұрын
Very nice decision
@assamnoobgamer9752
@assamnoobgamer9752 Ай бұрын
তোৰ কাম নাই কাৰনে কতো একো কৰিব নোৱাৰা।😅😅😅😅
@user-nq5kb7dh4y
@user-nq5kb7dh4y Ай бұрын
😂😂😂
@Hemantaphukan-xo7dc
@Hemantaphukan-xo7dc Ай бұрын
এইটো সাংবাদিক BJP Agent।।
@kausikdeka8380
@kausikdeka8380 Ай бұрын
জয় জয় শ্ৰীৰাম ৷
@pradipgowala3651
@pradipgowala3651 Ай бұрын
2026,2031ত বিজেপি চৰকাৰ থাকিব ।
@dipj.b6642
@dipj.b6642 Ай бұрын
Axomia xinike BJP k vote dibo
@bhoveshpathak9782
@bhoveshpathak9782 Ай бұрын
এইজন সাংবাদিক আৰু দলবাগৰা নেতা একে
@tamanna2813
@tamanna2813 Ай бұрын
HBS sobe hobo nuare
@C.Barman7
@C.Barman7 Ай бұрын
Congress zindabad
@user-lm6ih9lk9p
@user-lm6ih9lk9p Ай бұрын
Congress zindabad
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 159 МЛН
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 11 МЛН
SPONGEBOB POWER-UPS IN BRAWL STARS!!!
08:35
Brawl Stars
Рет қаралды 20 МЛН
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
00:21
Паша Осадчий
Рет қаралды 1,5 МЛН
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 159 МЛН