Bishrut Saikia - Nuwari buli Kune Kole (Official Audio)

  Рет қаралды 408,570

Bishrut Saikia

Bishrut Saikia

Күн бұрын

Пікірлер: 859
@BishrutSaikia
@BishrutSaikia Жыл бұрын
‘What do you want to be when you grow up?’ ‘Kind’, replied the boy.
@wineelikambi824
@wineelikambi824 Жыл бұрын
and your kindness is healing a lot of us :)
@khanowarabegum5120
@khanowarabegum5120 Жыл бұрын
I want to be a Scientist 😇❤🌼
@violinaaziz2494
@violinaaziz2494 Жыл бұрын
Bht toka income korim🥺🤌🏻 maa htr karone building bonam
@delusional_devi_
@delusional_devi_ Жыл бұрын
You never fail to mesmerise me with your words 💕💕💕
@mrigankakakati813
@mrigankakakati813 Жыл бұрын
I want to be a singer like you....who knows what is the meaning of nature, life, experience etc💓😘😘😩
@sonowalentertainment4587
@sonowalentertainment4587 Жыл бұрын
এই যে মানুহ ভাগি পৰে টুকুৰা বোৰ কোনে বুটলে... এই যে মানুহে ভুল বুজে বুজিবলৈ নো কোনে খোজে... নিজক বুজি পালে সপোনক সময় দিলে বিচৰাৰ দৰে সহাঁৰি পাবলৈ নোৱাৰি বুলি কোনে ক'লে..... এই যে মানুহে এৰি গ'লে স্মৃতিবোৰে থাকি কি কৰে... ৰৈ যোৱা স্মৃতিৰ অবিহনে সোঁৱৰণী গঢ়ো কিদৰে... হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে..... নোৱাৰি বুলি কোনে ক'লে.... এই যে মানুহে ভুল হ'লে সমাজৰ হাঁহিলৈ কিয় ভয় কৰে... সমাজৰ হাঁহিৰ অবিহনে সমাজে সকাহ পাই কিদৰে... নিজৰ ভুল দেখিলে দেখিলে ভাবি মানিলে ভুল বোৰ পাহৰি ভুল বোৰ পাহৰি ভাল বোৰ ল'বলৈ নোৱাৰি বুলি কোনে ক'লে..... নোৱাৰি বুলি কোনে ক'লে..... নোৱাৰি বুলি কোনে ক'লে..... - বিশ্ৰুত শইকীয়া💗
@bikibharali5240
@bikibharali5240 Жыл бұрын
এই যে মানুহে এৰি গ'লে স্মৃতিবোৰে থাকি কি কৰে ৰৈ যোৱা স্মৃতিৰ অবিহনে সোঁৱৰণী গঢ়ো কিদৰে ! হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে ! হেৰুৱাজনৰ যদি আধা হয় জীৱন কাহিনী, সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে ! নোৱাৰি বুলি কোনে ক'লে? ভূলবোৰ পাহৰি ভালবোৰ লবলৈ নোৱাৰি বুলি কোনে ক'লে? ~বিশ্রুত শ‍ইকীয়া, সঁচাই আপুনি আমাৰ বাবে এক উপহাৰস্বৰুপ।
@realpranjalmahanta
@realpranjalmahanta Жыл бұрын
তুমি যেন অসমীয়া সংগীত জগতৰ বাবে উপহাৰ এটি 💐❤
@thedreamwannafly2000
@thedreamwannafly2000 Жыл бұрын
সঁচাকৈ 😊😊
@popidas686
@popidas686 Жыл бұрын
তেনেকৈ আৰু উপহাৰ ৰ জৰিয়তে প্ৰেম কৰিব শিকালা, মৰুভূমি ৰ জৰিয়তে বিচ্ছেদ ৰ কথা ক'লা আৰু এতিয়া এই গানেৰে পুনৰ আগুৱাই যাব শিকালা, বিশ্ৰুত তুমি অসাধাৰণ প্ৰতিভাশালী 👌💫
@SueswariAkani
@SueswariAkani 4 ай бұрын
Hosake.Bishrut daa ajon legend.❤❤❤
@lizasaikia9418
@lizasaikia9418 Жыл бұрын
হেৰুৱাজনৰ যদি আধা হয় জীৱন কাহিনী, সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে ! নোৱাৰি বুলি কোনে ক'লে? ভূলবোৰ পাহৰি ভালবোৰ লবলৈ নোৱাৰি বুলি কোনে ক'লে? ~বিশ্ৰুত শইকীয়া, ধুনীয়া গানটো উপহাৰ দিয়াৰ বাবে ধন্যবাদ! বৰ্তমান সময়ত এনেকুৱা লিখনিৰ গানৰ খুৱেই প্ৰয়োজন
@ashmasvlogs5255
@ashmasvlogs5255 Жыл бұрын
এই যে মানুহে এৰি গ'লে স্মৃতিবোৰে থাকি কি কৰে ৰৈ যোৱা স্মৃতিৰ অবিহনে সোঁৱণী গঢ়োঁ কিদৰে! হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে কলে!!
@parulborgohain7960
@parulborgohain7960 Жыл бұрын
এই যে মানুহ ভাগি পৰে টুকুৰাবোৰ কোনে বুটলে। এই যে মানুহে ভুল বুজে বুজিবলৈনো কোনে খোজে নিজক বুজি পালে সপোনক সময় দিলে বিচৰাৰ দৰে সঁহাৰি পাবলৈ নোৱাৰি বুলি কোনে কলে। এই যে মানুহে এৰি গলে স্মৃতিবোৰে থাকি কি কৰে ৰৈ যোৱা স্মৃতিৰ অবিহনে সোঁৱৰণী গঢ়ো কিদৰে হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে কলে নোৱাৰি বুলি কোনে কলে সৌ অʼ.................. এই যে মানুহে ভুল হলে সমাজৰ হাঁহিলৈ কিয় ভয় কৰে সমাজৰ হাঁহিৰ অবিহনে সমাজে সকাহ পাই কিদৰে নিজৰ ভুল দেখিলে দেখিলে ভাবি মানিলে ভুলবোৰ পাহৰি ভুলবোৰ পাহৰি ভালবোৰ লবলৈ নোৱাৰি বুলি কোনে কলে নোৱাৰি বুলি কোনে কলে নোৱাৰি বুলি কোনে কলে.......
@himashreebaruah7952
@himashreebaruah7952 Жыл бұрын
এই যে মানুহে এৰি গ'লে স্মৃতিবোৰে থাকি কি কৰে ৰৈ যোৱা স্মৃতিৰ অবিহনে সোঁৱৰণী গঢ়ো কিদৰে ! হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে !
@HiThere29
@HiThere29 Жыл бұрын
এই যে মানুহে এৰি গ'লে স্মৃতিবোৰে থাকি কি কৰে? _______________________ এই যে মানুহে প্রতিশ্রুতি দিয়ে ৰাখিবলৈ বাৰু কিয় নোখোজে? ৰৈ যোৱা প্রতিশ্রুতিৰ অবিহনে আগুৱাই যাব কিদৰে?
@techtravel4865
@techtravel4865 Жыл бұрын
হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে ??? ❤️❤️❤️❤️
@ManIshaKonwarKrishna
@ManIshaKonwarKrishna Жыл бұрын
এই যে মানুহে ইমান ধুনীয়াকৈ অনুভৱবোৰ লিখে শব্দবোৰ ক'ৰপৰা আনে ??? অনুভৱবোৰৰ কিমান গভীৰতালৈ গ'লে হৃদয়স্পৰ্শ কৰি যোৱাকৈ এটি গীতত কণ্ঠ দিব পাৰে??? 💚💚💚
@deepjyotikalita2146
@deepjyotikalita2146 Жыл бұрын
মই বুজি নাপাওঁ বিশ্ৰুত ৰ দৰে শিল্পী য়ে কিয় সেইটো deserve কৰা নাই যিটো তাৰ প্ৰাপ্য ❤️ he deserves more and more and more❤️
@banashreesworld9178
@banashreesworld9178 Жыл бұрын
কিমান খিনি অনুভৱ কৰিব পাৰিলে এনেকৈ ইমান গভীৰতাৰ মাজত গৈ গান লিখিব পাৰে, হয়তো সীমাহিন অনুভৱ কৰিব পাৰিব লাগিব🌻
@স্পন্দিতা333
@স্পন্দিতা333 Жыл бұрын
এনেকুৱা লাগিছে নিজৰ দাদাইহে যেন ভাগি পৰা মূহুৰ্ত্তবোৰত সান্ত্বনা আৰু সাহস দিছে.... সুৰ, কথা, কন্ঠ ইমান ধুনীয়া কিদৰে?🌻
@nikumoninath5554
@nikumoninath5554 Жыл бұрын
নিজক বুজি পালে সপোনক সময় দিলে বিচৰাৰ দৰে সঁহাৰি পাবলৈ নোৱাৰি বুলি কোনে কলে।।❤❤ ধুনীয়া গান , শুনিলে শুনি থাকিব মন যায়।।।
@tusmitaburagohain6662
@tusmitaburagohain6662 Жыл бұрын
প্ৰকৃত ভালপোৱা জনে সেই টুকুৰা বোৰ বুটলি ধুনীয়াকৈ সজাই জীৱনক এটা ৰঙীন তুলিকা ৰূপে সৃষ্টি কৰি দিয়ে। আৰু সঁচা ভালপোৱা মানুহবোৰে ভুল নুবুজে , হাতত হাত থৈ সমাজৰ আগত বিশেষ জনৰ বাবেহে যুঁজে 🌼 সঁচা প্ৰেমে স্মৃতি নিদিয়ে,দিয়ে লগ সমগ্ৰ জীৱনত আৰু গোটেই জীৱন হাতে হাত ধৰি আগুৱাই আৰু হয় জীয়াই থকাৰ সাহস,জীৱনৰ অনুপ্ৰেৰণা।🥺❤️ ( হৃদয় চুই গল দাদা গানটোৱে,যেন প্ৰতিটো শব্দ অনুভৱ কৰি আছো।।বহুত ধুনীয়া lyrics, বহুত ধুনীয়া সুৰ,বহুত ধুনীয়া music🌼😘!)
@rinkigogoi7455
@rinkigogoi7455 Жыл бұрын
গানটো যদি দিনটোৰ শেষত এবাৰ নুহুনো টোপনি নাহে,আচলতে সপোন ভাগি যোৱা দুখ বোৰ এই গানটোত বিচাৰি পাও।এই যে মানুহে এৰি গলে স্মৃতি বোৰে থাকি কি কৰে........😢😢
@MoiMahanta
@MoiMahanta Жыл бұрын
তিতাবৰৰ ভাল ল'ৰাটো, মুখেৰে নোকোৱা তাৰ কথাবোৰ আৰু গানৰ মাজেৰে ওলাই মানুহৰ মাজত ঠাই লোৱা তাৰ সেই সুন্দৰ অনুভৱবোৰ । প্ৰশান্তি লাগে শুনি । বেয়া দিন আৰু কেতিয়ালৈকে । ভাল সময় আহিবই ।
@rinar3003
@rinar3003 11 ай бұрын
Congratulations Bisrut on winning Best lyricist award..!! 🫰🫰
@Bookwormranjan
@Bookwormranjan Жыл бұрын
হেৰুওৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিব নোৱাৰি বুলি কোনে কলে ?????? ❤❤❤❤❤
@Bookwormranjan
@Bookwormranjan Жыл бұрын
❤❤❤
@kasturidas.4882
@kasturidas.4882 Жыл бұрын
Ekdom❤
@dhrubakalita5130
@dhrubakalita5130 Жыл бұрын
মানুহৰ মনৰ দুখ গানৰে পাহৰাবো নোৱাৰি বুলি কোনে ক'লে! 🫰
@kumargaming2.041
@kumargaming2.041 Жыл бұрын
এখনেই হৃদয়।।কিমান বাৰ জিকিবা আৰু...😩♥️
@indiradehingia4846
@indiradehingia4846 Жыл бұрын
পুৱাৰ উপহাৰ❤️ আপোনাৰ গানবোৰ বেলি ফুলৰ দৰে পোহৰমুখী🌻 মানুহে জী উঠিবলৈ সাহস পাই। বহুত বহুত শুভকামনা আপোনালৈ 🌸
@AnjanKumarRajbongshi
@AnjanKumarRajbongshi 2 ай бұрын
বহুত ভাল পাওঁ তোমাৰ সঙ্গীত,‌ তোমাৰ ব্যক্তিত্ব, তোমাৰ চিন্তাধাৰা, তোমাৰ কথোপকথন ভঙ্গী আৰু তোমাৰ গীতাংশৰ সহজ-সৰল শব্দমালা। সেই তাহানিৰ ভাল লগা অসমীয়া সঙ্গীতৰ ধাৰা তথা বাতাবৰণ প্ৰদূষিত হৈ পৰিছিল। তুমি তাক আলফুলে তুলি-তালি চিকুণাই নতুন ৰং সানিছা। ৰামধনুৰ চমক সদৃশ তোমাৰ সেই ৰঙ বোৰে মোৰ দৰে বহুতৰ শৰীৰ মন ৰঙীয়াল কৰিবলৈ সক্ষম হৈছে। তোমাৰ সেই ৰঙৰ‌ আবিৰ‌ সানি প্ৰায় সকলোৱেই উমলিছে। ৰণ যুঁজিবলৈ সাহস আৰু প্ৰেৰণা দিছে। নোৱাৰি বুলি ভাবিবলৈ লোৱা অসাধ্যকো পাৰি বুলি পুনৰ পতিয়ন গৈছে।‌ তোমালোক বৰ্তমানৰ মুষ্টিমেয় দুই এজন সঙ্গীত কৰ্মীৰ হাতত অসমৰ সঙ্গীত সুৰক্ষিত যেন বুলি বিশ্বাস ঘুৰি আহিছে। তুমি তাৰ গুৰি বঠা পাত ধৰিলে নিশ্চয় অসমীয়া সঙ্গীতে পুনৰ জগত জিনিব। আন্তৰিক অভিনন্দন আৰু শুভ কামনা প্ৰতি নিয়ত তোমালৈ।
@dubaridas5981
@dubaridas5981 Жыл бұрын
হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী, সেই কাহিনী আগুৱাই নিবলৈ, নোৱাৰি বুলি কোনে ক'লে??
@alltypesjadav3060
@alltypesjadav3060 Жыл бұрын
এই যে মানুহ বোৰ ভাগি পৰে স্মৃতি বোৰে কি কৰে 🥰🥰????
@jyotsnaboruah9123
@jyotsnaboruah9123 Жыл бұрын
সৰল শব্দবোৰ গাঁঠি ইমান অৰ্থপূৰ্ন কথাবোৰ কৈ দিয়া তুমি... প্ৰতিটো গানেই হৃদয়স্পৰ্শী ❤
@Srinayanahazarika2117
@Srinayanahazarika2117 Жыл бұрын
কিবা এটা জীয়াই থকাৰ সঞ্জীৱনী মন্ত্ৰ যেন আৰু আঘাতে টুকুৰা হোৱা হৃদয়ৰ 💔টুকুৰাবিলাক থূপ খুৱাই 💌কাম কৰাৰ এটা যেন শক্তি এই গানে আনি দিলে🎴motivative and a pure energy booster..❤❤love it🎉🎉
@bishrubhamazinder
@bishrubhamazinder Жыл бұрын
নোৱাৰি বুলি একোৱে নাথাকে,সহজ কৰিব সময় লাগে😍 মানুহ সময়ৰ দাস, নতুনবোৰক লৈ মানুহে নতুন সপোন দেখে । হয়তু এই সপোনবোৰ ক্ষন্তেকীয়া❤ আধুনিকতাৰ মাজত মানুহে সকলো পাহৰি পেলাইছে 😊 তথাপিও ভাল লগা বোৰ আজিও সযতনে লুকাই আছে বিচাৰি চাব জানিলে পাব❤ শুভেচ্ছা থাকিল ❤️
@mrinmoykumarborah7655
@mrinmoykumarborah7655 Жыл бұрын
কি কম আৰু দাদা তোমাৰ প্ৰতিটো গানেই জীৱনৰ লগত খাপ খাই পৰে । ধন্যবাদ উপহাৰটিৰ বাবে❤
@deepchetia8426
@deepchetia8426 Жыл бұрын
ভূলবোৰ পাহৰি ভালবোৰ লব নোৱাৰি বুলি কোনে ক'লে ? ❤❤
@i.am.gaurab
@i.am.gaurab Жыл бұрын
নোৱাৰি বুলি কোনে ক'লে? আপোনাৰ প্ৰতিটো গীত ৰ মাজত জীৱন ৰ সুগম পথ টো বিচাৰি পাওঁ🥺❤ নিভাজ অসমীয়া শব্দৰ যেন এখন মেলা...যত জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান লুকাই আছে
@mitradevkaku2799
@mitradevkaku2799 Жыл бұрын
Yes
@praptipujari223
@praptipujari223 Жыл бұрын
A second book's first chapter. A continued book which is on the author's life and what happened to his life after the first book.
@naba001
@naba001 Жыл бұрын
Ekdm ❤
@dipubora5237
@dipubora5237 Жыл бұрын
নিজৰ টুকুৰা বোৰ নিজে তুলি...স্মৃতি,সাহস,আত্মবিশ্বাস,আদিৰ আঠাৰে আগতকৈ কঠিনকে যোৰা দিয়ে❤ বাকী গানটো❤ 💥
@dibjyotidas4253
@dibjyotidas4253 Жыл бұрын
Hoi ou
@Progyanisarmah1111
@Progyanisarmah1111 6 ай бұрын
সমাজৰ হাঁহিৰ অবিহনে সমাজে সকাহ পাই কিদৰে!❤
@fotikrajbongshi5304
@fotikrajbongshi5304 Жыл бұрын
তোমাৰ গানবোৰ শুনি প্রশান্তি পাওঁ। মাথো এটা কথাই কওঁ বিশ্রুত "তুমি যেন উপহাৰ এটি"।❤
@bhushitaparashar5291
@bhushitaparashar5291 Жыл бұрын
Amak ankua gaan lage Bishrut da❤❤takun de,,turut turut,,aisob gaan nlage..apuni xodai jiyai thakok amak ankua gaan re xodai jipal koribole❤❤tar majote ata kotha kou-katiaba vulbur xudhorabo nuari somajor hahir patro hole udahoronswarupe axomiya web film buddies production r 13 khon..knk 3 ta jiban dhoxor mukholoi gol xomajor hahir babe bor bedonadayok..xesot opekhya thakil apunar vogobanor osthityor uporot ahibolga new song r babe❤
@monalishaneog7430
@monalishaneog7430 Жыл бұрын
পুৱাৰ বেলিটোৰ দৰেই তুমি ধুনীয়া... সাহসৰ বীজ সিঁচি পুৱাই উপহাৰ দিছা❤❤❤
@mostafakamal5027
@mostafakamal5027 Жыл бұрын
Iman dhunia gaan...xuni thaikleo xuni thakibo mon jai.
@ashonasarmah5685
@ashonasarmah5685 Жыл бұрын
আপোনাৰ প্ৰতিটো গীতেই অৰ্থপূৰ্ণ বিশ্ৰুত দা, এইটোও ইয়াৰ ব্যতিক্ৰম নহয় ☺️ পূৰ্ব গীতসমূহতকৈ কিছু পৃথক সোৱাদ পালোঁ, ভাল লাগিলে ❤️
@iridescent_vivek
@iridescent_vivek Жыл бұрын
ক'বলৈ গ'লে বহুত, এতিয়া মাথোঁ ক'ম যে তুমি অসমীয়াৰ বাবে এক পৰিৱৰ্তনৰ ধাৰা।
@shareyourwordswithrahul2532
@shareyourwordswithrahul2532 Жыл бұрын
হেৰুৱাজনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে... So refreshing...so relatable.. Perfect start of chapter 2
@deepshikhabaishya-wh2mt
@deepshikhabaishya-wh2mt Жыл бұрын
Appearing for apsc mains on 8th July... A part of me is panicking and shivering... And another part of me deep down sits and imagines what it would be like if I make through it. I needed to listen to this song at this exact moment and the universe sent me a positive message through this beautiful song of yours. May you shine bright! May I shine bright! May this world of dreamers shine bright to a beautiful morning! ❤❤
@praptipujari223
@praptipujari223 Жыл бұрын
All the best 👍
@jilmilmahanta3669
@jilmilmahanta3669 Жыл бұрын
Same here ✨️
@parthapratimb23
@parthapratimb23 Жыл бұрын
এই যে মানুহ ভাগি পৰে টুকুৰাবোৰ কোনে বুটলে !! Thank you আমাক এটি সুন্দৰ ৰাতিপুৱা দিয়াৰ বাবে ❤❤
@bikashpathak8757
@bikashpathak8757 Жыл бұрын
আপোনাৰ গানৰ এটা সুকীয়া ভাষা আছে কিয় নাজানো কিন্তু আপুনি মোৰ বাবে NOSTALGIA ❤️❤️❤️ love u bishrut daa
@walterahmed5011
@walterahmed5011 Жыл бұрын
এক সুন্দৰ হৃদয়স্পৰ্শী গীত। গীতৰ প্ৰতিটো কথা যথেষ্ট অৰ্থপূৰ্ণ। বহুতৰ বাবে ই সাহস, সকাহ, জীৱনৰ বাট হৈ পৰিব। ধন্যবাদ সুন্দৰ গীতটোৰ বাবে। আগুৱাই যোৱা ।
@mamaniahmed3387
@mamaniahmed3387 Жыл бұрын
ৰাতিপুৱাই আপোনাৰ পৰা পোৱা বিশেষ উপহাৰ এটি🤗 লঠঙা সময়বোৰত সেউজ হৈ জীপাল কৰি যাওঁক এই গীতৰ কথাই....🍃☘️
@swadeshbharadwaj5217
@swadeshbharadwaj5217 Жыл бұрын
"এইযে মানুহ ভাগি পৰে, টুকুৰাবোৰ কোনে বুটলে?" Just these two lines giving us the hint how his second book "Promaan" is going to be ❤
@Parvati_Studio23
@Parvati_Studio23 Жыл бұрын
বিস্ৰুত দায়ে গান নহয় এটা এটা গল্প লিখে🫂💓
@PRANJALHAZARIKA..2265
@PRANJALHAZARIKA..2265 Жыл бұрын
এই যে মানুহে এৰি গলে স্মৃতি বোৰে থাকি কি কৰে।
@sayanikalahan1371
@sayanikalahan1371 Жыл бұрын
বুজাব নোৱাৰা ভাল লগাবোৰ ...❤ হেৰুৱাজনৰ কাহিনী সদায় সুকীয়া.. নাজানো কি আছে আপোনাৰ কলমত... কেনেকৈ বাৰু ইমান ধুনীয়াকৈ ভাল লগাবোৰ সৰি পৰে..!!♥️
@hunkonkonwar1360
@hunkonkonwar1360 Жыл бұрын
জীৱনৰ জয়গান!.... জীৱন জীওৱাৰ Anthem হিচাপে এইটো গীতক Declare কৰিব নোৱাৰি বুলি কোনে ক'লে????
@Vargabdaz
@Vargabdaz Жыл бұрын
এই যে মানুহে এৰি গলে স্মৃতিবোৰে থাকি কি কৰে ৰৈ যোৱা স্মৃতিৰ অবিহনে সোঁৱৰণী গঢ়ো কিদৰে হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে কলে নোৱাৰি বুলি কোনে কলে,,,,, ufff🍂❤
@souravjyoti956
@souravjyoti956 Жыл бұрын
Bor dhuniya bishrut Da,adin guwahati t tair logot apunar show saisilu sardhanjali kanon t aji okole ai gaan tu feel korisu.tetiya vaal lagisil স্বাভিমান ৰাখিও aji vaal lagise vagi pora jonok ❤️‍🩹
@চৌজিতঅহম
@চৌজিতঅহম Жыл бұрын
বাস্তৱ জীৱনৰ লগত খাপ খোৱা এটি সুন্দৰ গান ❤️
@goutomg5988
@goutomg5988 Жыл бұрын
ইমান ধুনিয়া হৈচে.....😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍
@karanjyotiray8460
@karanjyotiray8460 Жыл бұрын
এই যে মানুহে ভুল বোলে,সমাজৰ হাঁহিলৈ কিয় ভয় কৰে,সমাজৰ হাঁহি অবিহনে সমাজে সকাহ পায় কি দৰে_____❤️❤️❤️
@thedreamwannafly2000
@thedreamwannafly2000 Жыл бұрын
তুমিয়েই অসমীয়া সংগীত জগতৰ শেষ আশা 😊❤ কিবা সুখ কণ তোমাৰ গানতেই পাওঁ যেন লাগে।😊🤗🥀
@anganagogoi1648
@anganagogoi1648 Жыл бұрын
Blessing to our ears ❤.... সঁচাকৈ বিশ্ৰুত উপহাৰ আমাৰ বাবে
@jinamonikakati4901
@jinamonikakati4901 Жыл бұрын
গান বোৰৰ মাজত জীৱনৰ অৰ্থ বুজিব পৰা যায় ❤️ প্ৰত্যেকটো শব্দ যেন বাস্তবিক জীৱনৰ লগত মিল আছে❤️ Masterpiece ❤
@JayshreeRoy-qq1dt
@JayshreeRoy-qq1dt Жыл бұрын
কি কম ভাষা নাই কব। আপোনাৰ গীত বিলাকত কিবা বেলেগ যাদু আছে। চকু পানী ওলাই যায় ও🥺🥺
@AnuragKalita-z3h
@AnuragKalita-z3h Жыл бұрын
বিশ্ৰুত তোমাৰ গীতত সঁচাকৈয়ে অনুৰাগ আছে।❤
@gunjongogoi8479
@gunjongogoi8479 Жыл бұрын
ৰাতিপুৱাই আন এটা শ্ৰেষ্ঠ উপহাৰ পালোঁ তোমাৰ পৰা #bishrutdaa,মন প্ৰাণ সতেজ হৈ গল...🥺❤️‍🔥 masterpiece ❤
@jyotsnabaruahhandique2325
@jyotsnabaruahhandique2325 Жыл бұрын
বেটা, এই যে তোমাৰ গানবোৰে তাপিত পৰাণত শান্তিৰ সুধা ঢালে মোৰ এহৃদয় মৰম, চেনেহ, শুভাশিস্ মাথো তোমাৰ বাবে তুমি যেন থাকা উজলি এটি নক্ষত্রৰ দৰে❤❤🥰🥰
@anupamkakati5389
@anupamkakati5389 Жыл бұрын
বেটা অসমীয়া শব্দ নেকি?
@zynx5766
@zynx5766 Жыл бұрын
@@anupamkakati5389 hoi
@BidyutHandique-nia448TP5
@BidyutHandique-nia448TP5 Жыл бұрын
​@@anupamkakati5389তেখেতৰ ইচ্ছা যি ভাষাত comment কৰে।। তই কোন কবলৈ ..
@Ritupnhz
@Ritupnhz Жыл бұрын
One request... Gaan bur 1-2 ghonta manor bonaba sun.. Hekhei hoi thake..😔
@Saikia1010ll
@Saikia1010ll 6 ай бұрын
1,2 hour r gaan kot thake hai... 😅
@MRINMOY_ff
@MRINMOY_ff 5 ай бұрын
​@@Saikia1010llbisrut da r gan 1ghonta holeu hunimmm❤❤
@Wogi4937
@Wogi4937 3 ай бұрын
Ji monjai hetu e likhi Diya noh, mogoju tu bathroom t eri thoi ahila niki.
@Saikia1010ll
@Saikia1010ll Ай бұрын
​@@Wogi4937Aii bur manuh r mogoj tu bathroom t thobole mogoj tu thakibo u lagibo nohoi😅
@jumonigohain8619
@jumonigohain8619 Ай бұрын
Hosaa😭
@hridoyjdas7528
@hridoyjdas7528 Жыл бұрын
মৰম দিবলৈও যেন শব্দৰ অভাৱ হৈ গৈছে৷
@Meekuu_official
@Meekuu_official Жыл бұрын
ৰৈ যোৱা স্মৃতিৰ অবিহনে, সুৱৰণি গঢ়ো কিদৰে !
@baruahkaustav7
@baruahkaustav7 Жыл бұрын
এই যে মানুহবোৰে এৰি গলে স্মৃতি বোৰে থাকি কি কৰে ?this line has stolen my heart
@kakaliroy3398
@kakaliroy3398 Жыл бұрын
এই যে মানুহে এৰি গলে স্মৃতি বোৰে থাকি কি কৰে ?❤ Xadai priy apuni❤
@kalyanibania3959
@kalyanibania3959 Жыл бұрын
নোৱাৰি বুলি কোনে ক'লে...... ইমান ধুনীয়াকৈ সাধাৰণ কথাবোৰক উপস্থাপন কৰিছা বহুত বেছি ভাল লাগিছে❤❤❤
@agastyabaruah1380
@agastyabaruah1380 Жыл бұрын
ৰাতিপুৱাই উঠি শুনিছোঁ। বহুত মৰম দিলো গহপুৰৰ পৰা ❤❤
@simantadoley9362
@simantadoley9362 Жыл бұрын
এই যে মানুহ ভাগি পৰে, টুকুৰাবোৰ কোনে বুটলে! ❤❤❤😢 #Bishrut da#❤
@neetahaloi3116
@neetahaloi3116 Жыл бұрын
ভাষা নাই!!!!! কি সুন্দৰ!!!!.... আপোনাৰ গীতে সদায় মন্ত্ৰমুগ্ধ কৰে......... জীৱনৰ কঠিন প্ৰশ্নবোৰে আপোনাৰ গীতত ইমান সহজ সৰল ভাবে প্ৰাণ পাই উঠে....... যিবোৰ প্ৰশ্নই হয়তো প্ৰতিজন হৃদয়বান মানুহকে জীৱনৰ কোনোৱাখিনিত জোকাৰি যায়..... সচাকৈয়ে ......অশেষ ধন্যবাদ আৰু এটি হৃয়স্পৰ্শী গীত আমালৈ আগ বঢ়োৱা বাবে....... এনেদৰেই আগবাঢ়ি গৈ থাকক আমালৈ আগবঢ়োৱা সুন্দৰ সুন্দৰ হৃয়স্পৰ্শী গীতবোৰৰ মাজেৰে........❤❤❤❤❤❤
@bishwanarayankondoli1517
@bishwanarayankondoli1517 Жыл бұрын
Bishrut, tumar ganor lyrics bur bohut dhunia. Ei gan tu u bohut dhunia hoise. It's a humble request, ei gan tu okl guitar r lgt gai ata unofficial video release koribo pariba ni.
@psychomintu5787
@psychomintu5787 6 ай бұрын
ৰক্তই বৈ গৈ হৃদয় চুই দিলে।😢
@dibya209
@dibya209 Жыл бұрын
সদায় প্ৰিয় আৰু প্ৰিয় হৈ থাকিব তোমাৰ গান সমূহ। সুন্দৰ গান সমূহ এনেকৈয়ে উপহাৰ দি যাৱা বুলি আশা থাকিল। ❤👍
@electro__negative__
@electro__negative__ Жыл бұрын
সপোনক সময় দিলে বিচৰাৰ দৰে সঁহাৰি পাব নোৱাৰি বুলি কোনে ক'লে🔥🔥
@dipashreedas5407
@dipashreedas5407 Жыл бұрын
Finally ahi gol 😭❤️❤️❤️
@pranjalpratim5431
@pranjalpratim5431 Жыл бұрын
বিশ্ৰুত দা ইমান সুমধুৰ কণ্ঠ কেনেকৈ? 😭❤️
@chabihabegam
@chabihabegam Жыл бұрын
সঁচাকৈ পুৱাৰ উপহাৰ❤🕊
@DreamArtRecords
@DreamArtRecords Жыл бұрын
Sounds so beautiful brother. Lovely bright guitars, the marching snare and your homegrown vocals definitely takes the listener to a journey. Congratulations & thank you to you and the complete team for this magical number. Aag Barhi Juwa 🔥🔥🔥
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Жыл бұрын
ভাষাবিহীন 🔥👌👌 সদায় প্রিয় আজীৱন প্রিয় হৈ থাকিবা তুমি ❤️❤️💫🤗
@mousumiborah4303
@mousumiborah4303 Жыл бұрын
এই যে তোমাৰ শব্দবোৰ ইমান শান্তিপূৰ্ণ শুনিলে শুনি থাকিবলৈ মন যায়... তুমি আৰু আগুৱাই যোৱা আৰু এনেকুৱা গান উপহাৰ দি থাকিবা....
@moitrayeekakoty9800
@moitrayeekakoty9800 Жыл бұрын
এইবাবেই ভাল লাগে আপোনাৰ গানবোৰ... শব্দবোৰে চুই যায় হৃদয়... 🌻❣️
@bulisaikia3643
@bulisaikia3643 Жыл бұрын
মোৰ মৰমৰ ভাই টিটো সদায় উজ্জ্বল নক্ষত্র হৈ থাকক। মই তাকে কামনা কৰো।
@adriburagohain8156
@adriburagohain8156 Жыл бұрын
পুৱাতে শুনিছো গানটো ,মুকলি যেন লাগিছে মনটো 💞
@adishsimonofficial8402
@adishsimonofficial8402 Жыл бұрын
Recently i lost my father. N this song ur lyrics r related to me bishrut. Thank you once again thank you
@debakshichutia3781
@debakshichutia3781 Жыл бұрын
Thank you Bishrut daa ,tumi diya ai notun upohartir babe ✨❤️,bohut aggrohere roi asilu... finally akow eti notun upohar dila ✨.. hokolure majot bilai juwa eti eti notun upohar 😊.
@ankitagogoi-cq5un
@ankitagogoi-cq5un Жыл бұрын
গানবোৰ শুনাৰ আগতেই like কৰো সদায় ❤️ শব্দবোৰে হৃদয় চুই যায় 🥺❤️
@hemantatamuli2044
@hemantatamuli2044 Жыл бұрын
পুৱা চাহ কাপ হাতত লৈয়ে গানটো শুনিছোঁ 😊 সঁচাকৈয়ে ক'বলৈ ভাষা নাই😊❤
@raktimkashyap7416
@raktimkashyap7416 Жыл бұрын
Very nice da ....tumr gaan xhuni blg ata a bhl lge ...moi likhi xeikhini prokhaxh krbo nuaru.....da xhodai anekua bhl loga gaan bur gai thka aru amr axhom bakhir mukht hahi ani thka jte ..tre blessing tumar loi ....❤❤❤❤❤love frm assam mangaldoi ❤
@AJayTHakuria
@AJayTHakuria Жыл бұрын
আপোনাৰ মাতটোৱে কিবা এটা সিহঁৰণ আনি দিয়ে দেহত...গানৰ কথাবোৰ বহুত ভাল লাগে । ধন্যবাদ দাদা ❤
@simashreesinha8816
@simashreesinha8816 Жыл бұрын
আপোনাৰ গানবোৰৰ শব্দবোৰে হৃদয় চুই যায়❤
@himasridas5384
@himasridas5384 Жыл бұрын
গীতটিৰ কথা,সুৰ,কণ্ঠ খুবেই ধুনীয়া হৈছে ধন্যবাদ যাছিলোঁ আপোনালৈ❤️
@Deekshita-x5f
@Deekshita-x5f Жыл бұрын
আপুনি আৰু আপোনাৰ গানবোৰ আমাৰ বাবে এটি উপহাৰ... আপোনাৰ প্ৰতিটো গানেই হৃদয় চুই যায় ❤❤
@Basantinath549
@Basantinath549 Жыл бұрын
This song just don't deserve a paragraph , it just deserve 4-5 books written on how amazing is his voice , the lyrics , the music....uffff 😩 , just obbssed ❤
@indian9028
@indian9028 Жыл бұрын
আপোনাৰ গান শুনি শুনি আন গায়ক বোৰৰ কথা পাহৰি যাবলৈ ধৰিছো😢😢
@naturalbeauty342
@naturalbeauty342 Жыл бұрын
Gaana itna atcha hey ki like karna vul jati hon, sunne ke liye anne ke bad 😩❤️❤️❤️❤️💞
@luhitnath286
@luhitnath286 Жыл бұрын
Best lyricist award winners Bishrut. Congratulations...
@krishnadeka6405
@krishnadeka6405 Жыл бұрын
আপোনাৰ প্ৰতিটো গানেই মোৰ বহুত ভাল লাগে ইমান অৰ্থপূৰ্ণ গান আজিৰ দিনত শুনিবলৈ পোৱা নেযায়। অতি আগ্ৰহেৰে বাত চাই থাকো আপোনাৰ আহিবলগীয়া গানলৈ ❤️❤️
Bishrut Saikia - Upohar (Official Music Video)
5:25
Bishrut Saikia
Рет қаралды 4,4 МЛН
Bishrut Saikia - Xekh Bidai ft. @trinishamukherjee  (Official Audio)
3:24
She wanted to set me up #shorts by Tsuriki Show
0:56
Tsuriki Show
Рет қаралды 8 МЛН
Hilarious FAKE TONGUE Prank by WEDNESDAY😏🖤
0:39
La La Life Shorts
Рет қаралды 44 МЛН
I Sent a Subscriber to Disneyland
0:27
MrBeast
Рет қаралды 104 МЛН
Neel Akash New Assamese Song 2025 // Assamese New Song.  New bihu song 2025.
43:03
Tanmoy Saikia Top Hits Songs । Non Stop । Assamese New Song 2024
26:59
Bishrut Saikia - Morubhumi (Official Audio)
5:19
Bishrut Saikia
Рет қаралды 517 М.
Ojaantric Sessions  - Nuwari buli Kune Kole ( Live) || Bishrut Saikia
2:46
Oasis Motion Films
Рет қаралды 35 М.
Anmol Gurung Songs Collection | Juke Box 2023
22:54
CHASUNG
Рет қаралды 1,1 МЛН
She wanted to set me up #shorts by Tsuriki Show
0:56
Tsuriki Show
Рет қаралды 8 МЛН