বৃহস্পতি বাৰ এক বৃহৎ চমৎকাৰ।ছোৱালী জনীৰ শৰীৰৰ পৰা কৃষ্ণ কেনেকৈ উলাই গ'ল/চকু কপালত উঠিব /হাজাৰ ৰাইজৰ

  Рет қаралды 452,046

Papu & Puja Vlogs

Papu & Puja Vlogs

Күн бұрын

Пікірлер: 1 400
@KESHABCHANDRASAIKIA-b5z
@KESHABCHANDRASAIKIA-b5z Жыл бұрын
বিজ্ঞানৰ প্ৰভাৱত আমি যে ভগৱানক আওকাণ কৰিবলৈ লৈছো,প্ৰকৃত আধ্যাত্মিকতা যে ক'ৰবাত নাইকীয়া হৈছে, সেয়ে এয়া আমাৰ অবচেতন মনটোক প্ৰভূৱে চেতনা যোগাইছে বুলি মই ভাবো। "ওম্ নমঃ ভগৱতে বসুদেৱায় "
@parikshitdeka415
@parikshitdeka415 Жыл бұрын
vogoban ni buli nkou kintu teu nirakar .science r jug hua babe ai news tu sbei pale jdi science nthkil hoi kunu gm nple hoi.ki khsa ki misa nedekha jne bujibo.krishna hoi teu manuh naribo njai blv krilu hoi kintu teu kisuman misa ktha koisil khei babe blv nkru
@jibonbhuyan3285
@jibonbhuyan3285 Жыл бұрын
Fevicol r video ata bonai diya
@education-urr
@education-urr Жыл бұрын
​@@parikshitdeka415 right
@education-urr
@education-urr Жыл бұрын
মৈয়ো ভগৱানক বিশ্বাস কৰোঁ , কিন্তু এইবোৰ faltu
@prbgamingzone5606
@prbgamingzone5606 Жыл бұрын
একো চেতনা যোগোৱৱা নাই ৷ভগৱান ভগৱান বুলি আমাৰ মৰমৰ গামোচা খন হে গচকিলে৷অবশেষত হেইটুহে দেখিলো৷
@Unique__world__1
@Unique__world__1 Жыл бұрын
অভিনয় সুন্দৰ হৈছে , পৰিচালনাও সুন্দৰ হৈছে , সকলোখিনি সুন্দৰ হৈছে 👌
@padmapatirabha6517
@padmapatirabha6517 Ай бұрын
Dhike koise 😂
@DibyaNath-cb3vk
@DibyaNath-cb3vk Жыл бұрын
ভগৱান শ্ৰী কৃষ্ণক বিশ্বাস কৰোঁ বাবেই এইবোৰ কাৰ্য ত বিশ্বাস কৰিব টান পাও🙏কাৰণ বাকী শিৱ ,দুৰ্গা ,কালি , গোসাঁনী ক পালেও ৰাধাকৃষ্ণন ক পাবলে ইমান সহজ নহৈ,তেওঁক পাবলৈ হলে খং, মোহ, মায়া সকলো ত্যাগ কৰি হে পোৱা যাব😢এনেকুৱা কৰি প্ৰভু জনাৰ মিছা প্ৰচাৰ নকৰিব.. কবো কৰিছো সকলোকে🙏
@subhagyanrock3297
@subhagyanrock3297 Жыл бұрын
Kolki obotar hoise buli koleu biswakh korilu hoi,karon kolit kolkir obotar buli hunisu
@parijatgogoi5272
@parijatgogoi5272 Жыл бұрын
Exactly 👍
@MonikaSaikia9328
@MonikaSaikia9328 Жыл бұрын
Same
@sangmonkonwarsangmonkonw-cn4dp
@sangmonkonwarsangmonkonw-cn4dp Жыл бұрын
এতিয়া সম্পূৰ্ণ কলি যোগ চলি আছে, গতিতে বৰ্তমান সময়ত প্ৰায় পাপিস্থ, অসুৰ,নিজকে সৰ্বোচ্চ ভবা মানুহৰ অভাৱ নাই গতিকে কত বিশ্বাস কৰিব মহাপ্ৰভু শ্ৰী কৃষ্ণৰ আৰ্বিভাব হৈছে বুলি, সঁচাকৈ কলি যুগ যি কলি যুগ দেই, কিবা প্ৰকাৰে প্ৰভু কৃষ্ণৰ আৰ্বিভাৱ হলেও বিশ্বাস কৰা মানু্হ নাই।
@assameseentertainment9361
@assameseentertainment9361 Жыл бұрын
আপুনি মোৰ মনৰ কথা কথাখিনি ক'লে দেই ভাল লাগিল।এচাম মানুহে ভগৱানৰ নামত ভুৱা প্ৰচাৰ চলাইছে।ইমান সহজ নহয় ভগৱান কৃষ্ণক পোৱা টো।
@snehanath1295
@snehanath1295 Жыл бұрын
কলিযুগত শ্ৰী কৃষ্ণৰ দৰ্শন নোপোৱা মইনা। সত্য যুগতে শ্ৰী কৃষ্ণৰ দৰ্শন কোনো নাপালে আৰু এইটো হৈছে কলিযুগ। পঢ়া শুনাত মন দিয়া। ভগৱান আছে সকলোৰে মঙ্গল কৰক আৰু কৰিব কিন্তু কাৰো গাত এনেকৈ নাহে । জয় শ্ৰী কৃষ্ণৰ জয় সকলোৰে মঙ্গল কৰক প্ৰভু
@TINGKOMONIOfficial
@TINGKOMONIOfficial Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@jharna_gogoi134
@jharna_gogoi134 Жыл бұрын
পৃথিৱীত জন্মগ্ৰহণ কৰা কোনো মানুহ ইমান পৱিত্ৰ নহয় যে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ গাত বিৰাজিত হ'ব কিয়নো ৰাধাই কৃষ্ণৰ প্ৰেম লাভ কৰিবলৈ বহুতো পৰীক্ষাৰ পাৰ কৰি নিজৰ খং, মোহ,মায়া সকলো ত্যাগ কৰিব লগা হৈছিল। ভগৱান শ্ৰীকৃষ্ণক অত্যন্ত বিশ্বাস কৰো কিন্তু ভগৱানৰ নামত এনেকুৱা কাৰ্য্য কৰাটো যুগুত নহয়।
@Nsdilawjan244
@Nsdilawjan244 Жыл бұрын
bhogobanor hokti he ase tair gat bhogoban ahi humai luya nai apunalukor monubhab bur aru
@pratikxakisna8
@pratikxakisna8 Жыл бұрын
Radharani Krishna e kora xokolu bur teulukor leela hoi ami manav xokolok bujabole.. Radharani amr thakurani hoi.. Shri Krishna e nije teur dhyan kore. Mahadev Shiv e nije Radharani stuti kore! Aru Bhogobaan e bhal k jane kun kimn pobitra aru kar lgt ki leela Katya knke krbo lage. Aru teur matro eta onkho h haat xumai jiman khni amr xamortho. Ami murkho hoi.. ami buji npam ishwar r leela try r ichha nhole!
@DB-tm9qx
@DB-tm9qx Жыл бұрын
Agar rishi muniye kota hajar hajar basar tapasya kori bhagabanar sadhana labh korisil attiya aghanta ba duighantar bhitorate bhaga banai paise aiya satta ne asaritt dai
@jharna_gogoi134
@jharna_gogoi134 Жыл бұрын
@@Nsdilawjan244যিজন ভগৱানে নিজ শক্তি তেওঁৰ পুত্ৰক প্ৰদান কৰা নাছিল তেনে ক্ষেত্ৰত সাধাৰণ বালিকা এগৰাকীক তেওঁৰ শক্তি কিয় অৰ্পন কৰিব !! প্ৰত্যেক বিপদত ভগৱানে সংসাৰক উদ্ধাৰ কৰি আহিছে মানুহৰ শক্তি ৰূপে মানুহৰ মনত তেওঁ সদায় আছে কিন্তু কোনো ক্ষণে নিজ শক্তি অৰ্পন কৰা নাই আৰু মনোভাৱ সৃষ্টিকৰ্তাজনো ভগৱানেই; ভগৱানৰ বিপক্ষে ক'বলৈ যোৱা নাই তেওঁক অত্যন্ত বিশ্বাস কৰো সেয়েহে তেনেহেন এটি পৱিত্ৰ পৰমাত্মাক ইমান সহজে পোৱা নহয় বুলিও বিশ্বাস কৰো।
@kalpanaborah3219
@kalpanaborah3219 Жыл бұрын
ভগৱান বিশ্বাস কৰো গতিকে ঘটনাটো একো অবিশ্বাস্য যেন লগা নাই। পৱিত্ৰ স্থানত তেওঁৰ মহিমা প্ৰকাশ কৰিলে। 🙏🙏
@abhijitbora3010
@abhijitbora3010 Жыл бұрын
Bishakh nuhua bure like kora 🙏🙏
@As23BhaxkarAxom-w2c
@As23BhaxkarAxom-w2c Жыл бұрын
"ৰাধে-ৰাধে".....ইয়াত যি দেখিলো ভোলানাথক জোঠা বটলৰ পৰা গাখীৰ ধালি অপমান হে কৰা হল। আৰু শিৱ মন্দিৰ বা ধামত হাতচাপৰি বজোৱাটো অশুভ বুলি মনা হয় কিয়নো বাবা ভোলানাথ ধ্যানমগ্ন হৈ থাকে বুলি ভবা হয়। যিকেইটা বটল দেখিলো One time uses আছিল। দৰাচলতে ভোলানাথক বা লিংগত দুগ্ধ অৰ্পণ কৰোতে নতুন বাচন ব্যৱহাৰ কৰা হয়। যথাসম্ভৱ পিতল অথবা ৰূপৰ। বাকীখিনি "ৰাধে-ৰাধে"
@subhagyanrock3297
@subhagyanrock3297 Жыл бұрын
Right
@ahommax4644
@ahommax4644 Жыл бұрын
Apuni bhut jane mohasoi 😂
@Jintu-tv8on
@Jintu-tv8on Жыл бұрын
Aai O dehi. Najira Mondir goisene nai. Tat doba kah honkha hakalu bajai.
@Monika_Shill
@Monika_Shill Жыл бұрын
একদম সঁচা কথা কৈছে আপুনি
@As23BhaxkarAxom-w2c
@As23BhaxkarAxom-w2c Жыл бұрын
​@@Jintu-tv8onবজাব পাৰে যদি শিৱ পুজা কৰা হয়। সেইবুলিয়েই আৰু জোঠা বটলৰ পৰা গাখীৰ ধালি!
@samudrapator2087
@samudrapator2087 Жыл бұрын
dhuniya laagise video sai dey Papu daa❤❤❤🎉🎉🎉🎉😊😊😊😊
@prbgamingzone5606
@prbgamingzone5606 Жыл бұрын
কৃষ্ণই শিৱ পূজা কৰে আজিহে গম পালো
@SushmitaGogoi-wv2ox
@SushmitaGogoi-wv2ox Жыл бұрын
আপুনি নিজৰ পৰিচয় নিজেই দিছে কিমান জ্ঞানী। মহাভাৰত পঢ়ি চাব যদি পঢ়িব জানে, তাতে লিখা আছে। শিৱভক্ত শ্ৰীকৃষ্ণৰ কথা।
@UrbashiChetia
@UrbashiChetia Жыл бұрын
Bhogoban je aeii prithibite asei tarei proman eia. Jai shree Krishna...🙏🙏🙏🙏
@kanghonrongchihonpi4293
@kanghonrongchihonpi4293 Жыл бұрын
ৰাসৰ দিনা খনৰ পৰা আজিলৈকে কৃষ্ণ ভগৱানে কিন্তু ছোৱালী জনীৰ গাঁত লম্ভী ছোৱালী জনীক খুব নচুৱালে ভাগৰ লগাই দিলে সেইটো বাৰু ভালকৈ দেখিলোঁ বুজিলো। কিন্তু আচৰিত হব লগীয়া একো দেখা নাপালোঁ। মানে এই ধৰক ছোৱালী জনীৰ মুখেৰে ভাগৱতৰ কথা মানে কৃষ্ণ প্ৰভু মুখেৰে তেনেকুৱা ভাগৱতৰ একোৱে শুনি নাপালোঁ। আৰু যি দিনা জাবগৈ সেই দিনা কিবা এটা দি থৈ যাব বুলি কৈছিল সেইটো দেখা নাপালোঁ । কৃষ্ণ প্ৰভু তুমি আকৌ কেতিয়া আহিবা ? এইবাৰ আহিলে সকলোৰে বিশ্বাস কৰিব পৰাকৈ আহিবা। এইবাৰ কিন্তু মইও বিশ্বাস কৰিব নোৱাৰিলো প্ৰভু 🙏🙏 এই মহা পাপিক ক্ষমা কৰি দিবা 🙏🙏🙏🙏 কৃষ্ণ প্ৰভু 🙏🙏🙏🙏 কৃষ্ণ 🙏🙏🙇🙇
@ritumoniroy1607
@ritumoniroy1607 Жыл бұрын
Hoy de hoy😂
@anjugogoi6536
@anjugogoi6536 Жыл бұрын
একমত । ভগৱান কৃষ্ণ এনে নে ? ? ? একো এটা উপৰাকৰৰ কথা বা ভাল এষাৰ ভাগৱাতৰ কথা শুনা নাপালো ' বা ভাগৱাতৰ কথা আলোচনা কৰা নেদেখিলো । মোৰ বিশ্চাষ নাই হোৱা !
@bhanita.pathak
@bhanita.pathak Жыл бұрын
Krishna 🙏Tetiya a koisile sun beleg aku nidiye teu sokti he di jabo soktik kunubay dekha pay ni baru Krishan 🙏🙏
@pabitradas2209
@pabitradas2209 Жыл бұрын
Manuhe besi upport utha dile suwalijonik
@deepshikhamoran5459
@deepshikhamoran5459 Жыл бұрын
Next year mur gat lombhibo buli koise Krishna...... 🤣🤣🤣
@dipjyotimahanta6131
@dipjyotimahanta6131 Жыл бұрын
Shree krishna Bihu dance mojjjaaahhh.....😢😅😢😅😢😅
@ranumonibaruah3182
@ranumonibaruah3182 Жыл бұрын
ছোৱালী গৰাকী সুষ্ঠ হৈ উঠা বাবে ভাল লাগিল।
@violeenalaskar3742
@violeenalaskar3742 Жыл бұрын
-বিষয়টো ৰহস্যজনক 'গবেষনাৰ স্থল আছিল 'ভগরান ক খেদি - দিযা হ 'র্ল৷ কিছুমান কথা ই আমনি কৰিছে। ভগৱন্তয় ভকতৰ কিবা ক্ষতি কৰে নেকি? কৃষ্ণ .।
@BinaDutta-wm2vg
@BinaDutta-wm2vg Жыл бұрын
Krishna provu. Val.Houk.🙏🙏🙏
@shyamalsvlogs405
@shyamalsvlogs405 Жыл бұрын
Bhout dhuniakoi videotu dekhwala val lagil,krishna🙏
@jhimleesaikia3916
@jhimleesaikia3916 Жыл бұрын
গামোচাৰ অপব্যৱহাৰ 🙏
@RimaDutta-sh6uh
@RimaDutta-sh6uh Жыл бұрын
Hundor mama bhaginor abhinoi
@rijumoninathneog7065
@rijumoninathneog7065 Жыл бұрын
Soi shree Krisna🙏🙏🙏🙏🙏
@ranjanneog245
@ranjanneog245 Жыл бұрын
Hosa misa Najanu but moi bhagawanak bohut blv koru so har har mahadev, jai sreekrishna..❤❤❤
@KhanjurikaGogoi-v8s
@KhanjurikaGogoi-v8s Жыл бұрын
@DHARMESWARSaikia-mk4dw
@DHARMESWARSaikia-mk4dw Жыл бұрын
Krisno krisno...heua he dhorisu...
@m.cborah7600
@m.cborah7600 Жыл бұрын
শ্ৰী কৃষ্ণ এই পৃথিৱীত থকা সময়ত কিছুমান দাম্ভিক আৰু অহংকাৰীয়ে তেওঁৰ বিপক্ষে হাতত অস্ত্ৰ লৈ যুদ্ধ কৰিছিল ঈশ্বৰ বুলি ভবা নাছিল । এতিয়াও কিছুমানে শব্দৰ যুদ্ধ চলাইছিল । ঈশ্বৰ আছে । সেইবাবেই তেওঁৰ কোনো প্ৰিয় ব্যক্তিৰ যোগেদি নিজৰ অস্তিত্বৰ প্ৰমান দি যায় । জয় শ্ৰী কৃষ্ণ ।।
@SushmitaGogoi-wv2ox
@SushmitaGogoi-wv2ox Жыл бұрын
হয়। ঠিকেই কৈছে
@rashmirekhaengtipi9724
@rashmirekhaengtipi9724 Жыл бұрын
Right 👍
@monisaikia9087
@monisaikia9087 Жыл бұрын
Yes ,it is true .
@Rajbora2025
@Rajbora2025 Жыл бұрын
Education is most important xaikarona ami bohot pispora
@NiruNiru-oo9pg
@NiruNiru-oo9pg Жыл бұрын
Hocha kotha
@momiborahneog2958
@momiborahneog2958 Жыл бұрын
ভগৱানে মানুহ গোতখাব বুলি চাদৰ মেখেলা পিন্ধীম বুলি কলে নেকি,মানুহ হ'ল বুলিয়ে সচা হব যে কি কথা আছে,100% মিচা ভগৱান হয় ভগৱান ভুত নহয় গাত লম্ভীবলে,😂😂😂😂😂😂😂😂অভিনয়
@suchengohain2368
@suchengohain2368 Жыл бұрын
Right
@himateronpi6747
@himateronpi6747 Жыл бұрын
Right
@KDas-pv6wf
@KDas-pv6wf Жыл бұрын
Right
@PRASANTABARMAN-e4o
@PRASANTABARMAN-e4o Жыл бұрын
World records in 2023.❤❤❤❤❤. Krishna lombha buli❤❤❤❤❤❤..... love from GOSSAIGAON 🤗🥰❤️
@axmprofessoryt1647
@axmprofessoryt1647 Жыл бұрын
*জয় শ্ৰীকৃষ্ণৰ জয়* ❤ *প্ৰভু মঙ্গল কৰক* 🥹💕
@champadaimary6309
@champadaimary6309 Жыл бұрын
🙏🌹Jai Shree Krishna🙏🙏 🌹. Radhe krishna. Radhe Radhe.
@mrinmoybora5520
@mrinmoybora5520 Жыл бұрын
Ajir dinot andho bissakh r xima serai goisa tumalukeu bro..
@kabitaborabhakatgaon
@kabitaborabhakatgaon Жыл бұрын
বহুত ধুনীয়া কথা কলা পাপু মানুহৰ বিসয়ে ভাল কৱ নোৱাৰিলে বেয়াও কৱ নালাগে আমি ভগৱান বিশ্বাস কৰো কিন্তু মই যাৱ নোৱাৰিলো শ্ৰী কৃষ্ণাই নমঃ
@chukumon9203
@chukumon9203 Жыл бұрын
Krishna nason ata diya hole vl lagil hoi kiba bihu nosa nisina lagile
@Bipasha700
@Bipasha700 Жыл бұрын
Kune Kune Misa buli vaba aibur like ata kriba dei
@ParashmoniBora-m7h
@ParashmoniBora-m7h Жыл бұрын
😅 finally cinema khon hekh hol ru deii.....vogowan k hdai biswakh kru ..kintu ankua hua tu biswakh krib pora ny
@SDVLOGES123
@SDVLOGES123 Жыл бұрын
Haha emoji di raijok upolunga korise kintu apuni nijor hole he buji pay sobe
@ParashmoniBora-m7h
@ParashmoniBora-m7h Жыл бұрын
@@SDVLOGES123 mana mana ,
@RiturajDulakashria
@RiturajDulakashria Жыл бұрын
11:46
@neharika__baruah
@neharika__baruah Жыл бұрын
Kuno Manu a anekua nis essa mte nkre .. so plz manuhk aneke kbo nalagee
@jintu7420
@jintu7420 Жыл бұрын
Tahati eibur banai banai poisa gati thak aji ei papa r duniyat bhagaban ahiba aji assamer pagal bur r para Assam Khan khatam hoi gal
@kamanabarowa1463
@kamanabarowa1463 Жыл бұрын
অসমৰ মানুহে যদি এনেকুৱা বহুমূলীয়া সময় কামত খটুৱা হ'লে অসমখন বহুত উন্নতি হ'ল হেতেন।
@deepshikhagogoi2154
@deepshikhagogoi2154 Жыл бұрын
Apuni thike koise
@nishitanath7046
@nishitanath7046 Жыл бұрын
Akebare xosa kotha kole apuni
@Nsdilawjan244
@Nsdilawjan244 Жыл бұрын
ki kam kotha bo lagibo lagisil apuni kouk sun hunu....kenakua dhoronor kam koribo lagisile
@DipshikhaBorah-bx5tz
@DipshikhaBorah-bx5tz Жыл бұрын
Gos Puli rua jota tota . plastic naikia kra .nijr axom khn produxon mukto kra .aru xokoluka vall xikha dia aru xmaj khn aibur andhobisax naikia kraa🙏🙏🙏🙏🙏
@banajitkalita160
@banajitkalita160 Жыл бұрын
Thik kotha koise kisomn pagol youtuber r babe aibor aji kli besi ke dekhibole pbo loga hoise
@anamikabordoloi9761
@anamikabordoloi9761 Жыл бұрын
Vogoban ase buli ami u Manu kintu anekuwa vogoban fast time dekhilu amar eatu Krishna aha Manu ase tai jenekuwa kori ase tenekuwa nkore Krishna Krishna 🙏🙏
@PutulPawe-sf1ck
@PutulPawe-sf1ck Жыл бұрын
Sri krishna boikunta proyan aji.jai sri krishna👃
@A-2024DebangeeKashyap
@A-2024DebangeeKashyap Жыл бұрын
the future of Assamese film industry is good with actors like this. Keep it up.
@SushmitaGogoi-wv2ox
@SushmitaGogoi-wv2ox Жыл бұрын
Apuni vut blv kore ne ny?? Jodi nkore tente muk kobo amar fale experience lua Thai ase, aaru Jodi blv kore then vogobanu je ai prithibite ase blv kri louk. Teu kijani Tair upart kiba provab pelaisil aapuni ba moi njanibou paru but enekua comment nkoribo.
@gourangarajneog4366
@gourangarajneog4366 Жыл бұрын
​​@@SushmitaGogoi-wv2ox vutok j moi langta kori douram🤤maiki vut hole Tu.... 🤣
@spices_sprikle3921
@spices_sprikle3921 Жыл бұрын
Thik koise 😂😂
@Yoheyhi
@Yoheyhi Жыл бұрын
Oh f*** so real 😂
@Itsmeeee678
@Itsmeeee678 Жыл бұрын
​@@SushmitaGogoi-wv2oxsaok... positive energy, negative energy sobote ase.... living and non-living...ai sbte bhogoban thake..but manuh r gaat bhogoban ktya u lombhibo nware...ami bhogowan k hewa koru so called 1ta positive energy k...but ai manuh r gaat bhogoban lgise bli manuh k ami dhup dhuna jolai hewa nkru....ru ai manuh r gaat vut lge bli koi j...heibur u but nlge...jst 1ta voi humai jai....sap pore bli koi j heibur a .....n honestly I don't believe in all this superstitions
@User654-s2m
@User654-s2m Жыл бұрын
Joi sri krishna 🙏🙏🙏
@anjubhattacharyya9472
@anjubhattacharyya9472 Жыл бұрын
ভগৱানে ছোৱালীজনীৰ ভবিষ্যত্ জীৱনটো সুখৰ কৰি দিয়ে যেন
@bhonitarabha256
@bhonitarabha256 Жыл бұрын
এই কথাটো ভাগৱতত লিখা আছিল নেকি বাৰু 🙄এদিন শ্ৰী কৃষ্ণ পৃথিৱীলৈ আহিব আৰু ছোৱালী এজনীৰ গাত লম্মিভব । কথাটো বিশ্বাস হোৱানাই মোৰ এতিয়াও। 🙁🙄 কৃষ্ণ 🙏😊
@gitanjalidevi9556
@gitanjalidevi9556 Жыл бұрын
ঠিক কৈছে
@ahommax4644
@ahommax4644 Жыл бұрын
Bishak nai apuni kio sale baru video to
@gitanjalidevi9556
@gitanjalidevi9556 Жыл бұрын
@@ahommax4644 video2 sabo napai buli kot lixa ase mohaxoi
@JatinNarzary-mi1ii
@JatinNarzary-mi1ii Жыл бұрын
Apur ghrt jetiya adin Letha lagibo nh hei dna khn he apuni realise kribo..hei dna khn doctoreu vl kribole nuaribo so olp believe kribole hikok
@JatinNarzary-mi1ii
@JatinNarzary-mi1ii Жыл бұрын
Apunar
@HimankhuNath-fx1wr
@HimankhuNath-fx1wr Жыл бұрын
Morigaon lora moi dada❤❤❤❤
@ainuchutia4461
@ainuchutia4461 Жыл бұрын
Natok khon sai vall lagil 😂😂😂😂😂😂😂😂
@nilakhisonowalnilakhison-en7pd
@nilakhisonowalnilakhison-en7pd Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🥺😔
@sadnandabora3844
@sadnandabora3844 Жыл бұрын
পৃথিবীৰ সকলো প্ৰানীৰ গাতে ভগৱান বিৰাজ মান ।মানুহ নামৰ প্ৰানী বিধও তাৰ ব্যতিক্ৰম নহয় ।ভগৱানক সকলোতকৈ মানুহে বেছি বিস্বাশ 'সন্মান আৰু ভয় কৰে ।সেই ছোৱালী জনীৰ কলেৱৰটো ভগৱান বিৰাজ মান আছিল কিন্তু এই ৰাসত তেঁওৰ হৃদয়ত বিৰাজ মান হৈ থকা কৃষ্ণ ভগৱান বিতুস্তু হৈছিল । হয়তু তেঁওৰ অমোঘ অপৰাধ হৈছিল নিশ্চয় সেয়েহে তেওৰ হৃদয়ৰ কৃষ্ণ অঁতৰি গৈছিল আৰু লগে লগেই সেই হৃদয়ত অন্য কোনোবা শক্তিয়ে দখল কৰিলে । কৃষ্ণ নহয় অন্য অপ শক্তিয়েহে ছোৱালী জনীক আক্ৰমন কৰিছিলে চাগে । এই খিনিতে কৈ থও যিমান মানুহৰ দৰ্শন হৈছিল সেই সকলোৰে আৰ্শিবাদ আছিল বাবেই তেঁওৰ হৃদয়লে কৃষ্ণ পুণৰ ঘূৰী অহিল বাবেই বৰ্তমান স্বাভাবিক অৱস্থা হৈছে । ইয়াত কাৰো অঁৰি হনা নাই অৰিহনা কেৱল ইশ্চৰৰ হে আছে । এতিয়াও সেই কাণ্ডটোক লৈ ছোৱালী জনীৰ আত্মীয়ই যদিহে পুনৰ আত্ম অভিমানত ওফন্দি পৰে -" মোৰ ছোৱালীৰ গাত স্বয়ং কৃষ্ণ ইশ্বৰে দেখা দিলে বুলি ' বা মোৰ ছোৱালীৰ ওছৰলে হাজাৰ হাজাৰ লোক আহি ধন ঘটাই ধন ঘটিলে সেৱা পুজা কৰাই সেৱা পুজা কৰিলে আমাৰ হে জয় হ'ল -এই বোৰ মনো ভাৱ ৰ মন বোৰ ছিন্তা বোৰ পৰিহাৰ নকৰিলে পুনৰ অমৃত গৰল হৈ পৰিব কিন্তু ।
@suchengohain2368
@suchengohain2368 Жыл бұрын
You are right
@ajitkuli1309
@ajitkuli1309 Жыл бұрын
কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏❤️❤️
@prbgamingzone5606
@prbgamingzone5606 Жыл бұрын
চিনেমাৰ অভিনয় কিৰব পাৰিব
@siboramtayungsiboramtayung217
@siboramtayungsiboramtayung217 Жыл бұрын
Jai shree krishna 🙏🌼🌼🌼
@shauravdas580
@shauravdas580 Жыл бұрын
ভগবান শ্ৰী কৃষ্ণ আকৌ কেতিয়াৰ পৰা শিব পুজা কৰা হ'ল ,
@SushmitaGogoi-wv2ox
@SushmitaGogoi-wv2ox Жыл бұрын
কিয় ভগৱান শিৱ আৰু শ্ৰী কৃষ্ণ শত্ৰু আছিল নেকি?
@DebojitBori-dq4jc
@DebojitBori-dq4jc Жыл бұрын
Abe sale shive ko jante nehiho salla kuta
@DebojitBori-dq4jc
@DebojitBori-dq4jc Жыл бұрын
​Hj
@shauravdas580
@shauravdas580 Жыл бұрын
@@SushmitaGogoi-wv2ox কোন শন শাস্ত্ৰত পাইছে আপুনি ভগৱান শ্ৰীকৃষ্ণই শিৱ পুজা কৰা ,
@bkvlogs5034
@bkvlogs5034 Жыл бұрын
মহাশয় আপুনি নাজানে নেকি যে শ্ৰীকৃষ্ণ আৰু মহাদেৱ দুয়োজন ইজন আৰু আনজনৰ আৰাধ্য বুলি আৰু দুয়োজন একেই বুলি
@tinabezbaruah3162
@tinabezbaruah3162 Жыл бұрын
Woww😂😂😂 krishna bihuu nasee..... I knw vogobn aseee vgbn bht blv kruu... Kin222 daporjugot kimnn vokot parthona kri shri krishna k nplee ruu koli joog... Krishna vgbnn brindaban asew bopai...
@shyamalsvlogs405
@shyamalsvlogs405 Жыл бұрын
Krishna prabhu🙏
@rabiblog3417
@rabiblog3417 Жыл бұрын
Krishna 🙏🙏🙏🙏🙏🙏🙏🙏
@pramadutta8320
@pramadutta8320 Жыл бұрын
,ভগৱান আছে মই বিশ্বাস কৰো......... কিন্তু ভগৱান লম্ভাটো কিবা বিশ্বাস হোৱা নাই,আৰু কিবা অভিনয় কৰা নিচিনা লাগিছে......... ভূলকৈ নুবুজিব মোৰ মতামতটো হে কৈছোঁ দে.................
@SatyajitDas-nw7zk
@SatyajitDas-nw7zk Жыл бұрын
Right 👍
@prastutihazarika2357
@prastutihazarika2357 Жыл бұрын
Om Namo Bhagwate Vasudevaya 🙏❤️✨
@ruprup2644
@ruprup2644 Жыл бұрын
তহঁতৰ video চাইছিলো আগতে ভাল লাগিছিল but এনিকোৱা মিছা নাটক বোৰ দেশাই মানুহক বিপথে যাবলৈ বাধ্য কৰোৱা ফটোৱা youtebr video nosowai val
@sukanyadevi5716
@sukanyadevi5716 Жыл бұрын
Nasabi
@mahendrarabha3021
@mahendrarabha3021 Жыл бұрын
Toi nasali ki hb eyar mohima kiba Buji paisa toi j tat njaw k KZbin dekh paisa ghrt buhe buhe hetu he dagur kotha kt voguban taki kot nathaki ami janu gum paisa Ani jat ta bujib nalgi vogubank opoman kora nisina hoi ebor kotha nkobi de aji pora
@SushmitaGogoi-wv2ox
@SushmitaGogoi-wv2ox Жыл бұрын
যদি আপোনাৰ বিশ্বাস হোৱা নাই তেনে নকৰিব কিন্তু এনেকুৱা মন্তব্য কৰি বিশ্বাস কৰা সকলক অপমান নকৰিব। কাৰণ এনেকুৱা অভিজ্ঞতা মই নিজে প্ৰত্যক্ষ কৰিছো আৰু বহুত প্ৰমাণ পাই থৈছো।
@ruprup2644
@ruprup2644 Жыл бұрын
Sukanyadevi 5716 ,,, নমস্কাৰ comnt reply কৰিবৰ বাবে ৰাখি থোৱা suruni বাইদেউ 😂😂😂
@ruprup2644
@ruprup2644 Жыл бұрын
Sushmita gogoi-wv2ox right thik ase baru 👍👍👍
@Paridhritee10
@Paridhritee10 Жыл бұрын
Swalijoni agor jonomot bor val asil sage dei❤aioo mur gatu jodi Saraswati lombha hole oo😢
@phukanalex3509
@phukanalex3509 Жыл бұрын
পাপু তুমি শেষত কোৱা কথা শাৰী বহুত ভাল লাগিল । কাৰোবাক ভাল কৰিব নোৱাৰিলে বেয়া ও কৰিব নালাগে । Jai Hind ❤❤❤❤ Form Dibrugarh
@Jayanta526
@Jayanta526 Жыл бұрын
জয় শ্ৰী কৃষ্ণ,
@sktiko4048
@sktiko4048 Жыл бұрын
Om namah bhagabate bashu Deva namah,bhal lagil apunar Katha suni, Om Sai Ram,bhanti Jani dirgha ayu kamana karilu
@svlog1414
@svlog1414 Жыл бұрын
এইবোৰ মামাকৰ প্লেন যেন ধাৰণা হয় , ছোৱালী জনী পৰি গৈছে, পানী দুনী ছটিয়াই উঠাই সুস্থ কৰিবলৈ চেষ্টা কৰিব লাগিছিল , কিন্তু বেলেগ ৰূপ হে দেখা পালো।
@RupaDeka-sr4ev
@RupaDeka-sr4ev Жыл бұрын
Jai.sree krisno
@rajashree906
@rajashree906 Жыл бұрын
😂😂নাটকৰ সামৰণি মাৰিলে
@SushmitaGogoi-wv2ox
@SushmitaGogoi-wv2ox Жыл бұрын
সাপেহে সাপৰ ঠেং দেখে বুলি কয়,‌আপুনি চাগে আগে-পিছে এনেকুৱা নাটক কৰি পাইছে সেইকাৰণে ইমান ডাঠি ক'ব পাৰিছে।
@anukulkalita1605
@anukulkalita1605 Жыл бұрын
Right
@SayaSuman
@SayaSuman Жыл бұрын
হে ভগৱান কি হৈছে এইবোৰ,ভগৱান শিৱ ভক্ত ,কৃষ্ণ কৃষ্ণ
@Niddhinr
@Niddhinr Жыл бұрын
8:43 ai manuh jone bohut val kotha ata kole kintu❤❤❤
@PranjitDeka-x8q
@PranjitDeka-x8q Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ❤❤❤😭😭😭🙏🙏🙏
@meenaxisaikiavlogs1790
@meenaxisaikiavlogs1790 Жыл бұрын
O কৃষ্ণ গাৰ নোম সিয়ৰি গল🥹 কৃষ্ণ🙏🙏🙏🙏
@jyotirekhadas3893
@jyotirekhadas3893 Жыл бұрын
Muru khiori uthise vdo tu saute
@AkhilRajkhowa-sv2rv
@AkhilRajkhowa-sv2rv Жыл бұрын
Mur Jaa sut ha uthi goisa pagolami bur dekhi .......vogoban Krishna nam loi amr moromor siro senhi gamusa khn Jaa gosokibola dila ..... Jii khn gamusa loi ami vogobanor usrt hewa law
@AnkurDas-s5q
@AnkurDas-s5q Ай бұрын
Krisno 🙏
@prbgamingzone5606
@prbgamingzone5606 Жыл бұрын
যিখন গামোচাক আমি সন্মান কৰি আহিছো হেই গামোচাখনৰ ওপৰে এজনী ছোৱালীৱে গচকি পেলালে
@Gobinda814
@Gobinda814 Жыл бұрын
Bhut dhuniya lagil krisna lomva natok khn👍
@RAJU285K
@RAJU285K Жыл бұрын
ভাল লাগিল ছোৱালী জনী আগৰ অৱস্থালৈ ঘুৰি আহিল । মানুহে বিশ্বাস ঘাটকতা কৰিব পাৰে দেৱ-দেৱীয়ে কেতিয়াও নকৰে । এইখন পৃথিৱীত মানুহৰ বাহিৰে বেয়া আন কোনো জীৱই নাই জিয়ে সৃষ্টি কৰ্তা জনৰ ওপৰতো সন্দেহ কৰিবলৈ এৰা নাই । মোৰ মনৰ কামনা পূৰন কৰিলে । নেদেখা জনে প্ৰাৰ্থনা শুনিলে । আপোনাক শত-শত প্ৰণাম প্ৰভু ।🙏🙏🙏
@rgadvanture6249
@rgadvanture6249 Жыл бұрын
vogoban asy bt krishna ru shiv kotha bur hjom nhoi , krishna vokti mojot shiv confuesd😂
@RAJU285K
@RAJU285K Жыл бұрын
@@rgadvanture6249 Krishna Siv akejonei iyat bhinno nai . Krishna hoise sotto, rojo, tomo tinio gunore adhikari. Matro teonloke zuge-zuge avater dharon kore ai bokhumoti aik papor pora uddhaar koriboloi he. Krishnar bohut name ase. Tare bhitort Krishna naam2 diyar karan jetiya nondo joshodai gurudev matichhil teonlokor putror name rakhiboloi. Tetiya gurudev ahi sokolo khini niti niyom palon kori dhyan kori janisil sei shishuto sadharon shishu nasil. Asil ak asadharan aru ashyarik shoktire purno shishu. Teon bhobixyote bohut doya momotashil antoror byokti hobo. Ane shishur name Krishna howatoye usit buli koi Krishna name rakhisil. Krishna namor artho hoise kripar sagor. Asolote ai sokolobor probhure lila khela. Amibor ako akota sabi diya putola he. Aru ata kotha prithivir somostho shokti siv parvatir logote thake. Tar mane ai2 nohoy ze teonlok beleg aru shoktishali dev-devi. Zenekoi amar bhorir shokti khini bhorite thake aru hator shokti khini hatote thake thik tenekoi. Hate bhoriye mili jenekoi ami ata jivo thik tenekoi teonlokeo ijone anjonor logot jorito hoi thake. Krishna.🙏🙏🙏
@PronamiGogoi-vw7xv
@PronamiGogoi-vw7xv Жыл бұрын
Bohut Val lagil
@yogeshzade-
@yogeshzade- Жыл бұрын
Jay shree krishna....🙏🏻🙏🏻🙏🏻
@momiboruah355
@momiboruah355 Жыл бұрын
ভগৱানক সকলোৱে বিশ্বাস কৰে। কিন্তু ভগৱানে মানুহৰ গাত লম্ভে বুলি কোৱাত
@prasantoprasanto4719
@prasantoprasanto4719 Жыл бұрын
Krishno 🙏🙏
@moondihingia1041
@moondihingia1041 Жыл бұрын
কলী যুগত পাপীস্থ নৰ ফিকা অখোৰ বিলাক বেছিকৈ জন্ম হৈছে সৈয্য হোৱা নাই ভগৱন্তৰ, সেইবাবে এনেকৈ প্ৰভু ভগৱন্তৰ পৃথিৱীৰ ধৰা বুকুৰ লৈ নামি আহিছে...এই ঘোৰ কলিযুগত সকলোৱে শুদ্ধ অন্তৰে, শুদ্ধ মনেৰে সকলোৱে প্ৰভু ভগৱন্তৰ নাম লওক...কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰিবা তুমি প্ৰভু 🙏🏼
@DibyaNath-cb3vk
@DibyaNath-cb3vk Жыл бұрын
কলী যুগৰ অন্তত আহিব পাপী ক বিনাশ কৰিব কল্কি অৱতাৰ লৈ বুলি লিখি থৈ গৈছে ভাগৱতত শেষ অধ্যা়টো ত ভালদৰেই লিখা আছে.. তেওঁ তাৰে আগত কেতিয়াও পাপীক ভয় খুৱাবলৈ নাহে..আৰু কলিযুগৰ আৰম্ভনি হে হৈছে পাঁচ লাখ বছৰ আছে আৰু সমাপ্ত হব..
@rupjyotidas750
@rupjyotidas750 Жыл бұрын
Apunio views r babe a vdo bor di ase diyok 🤓, 300k/400k views pai ase aru ki lage, next vdo to anekoi dibo "কৃষ্ণ গুচি যোৱাৰ পিছত এতিয়া কেনে আছে কৃষ্ণ লোম্ভা ছোৱালী জনী" tmm views pbo 😎
@sumisaikia459
@sumisaikia459 Жыл бұрын
Jegat dise😂
@Bharotidas377
@Bharotidas377 Жыл бұрын
Mjh jegat disa
@gamar7057
@gamar7057 Жыл бұрын
😅 mojja
@princhihazarika3856
@princhihazarika3856 Жыл бұрын
😂😂
@dipjyotirimpy9550
@dipjyotirimpy9550 Жыл бұрын
Xosake...cinema khon sesh hol jetia ehote next video ki bonabo Matha maribo hoise...
@JyotshnaborahJyotshnaborah
@JyotshnaborahJyotshnaborah Ай бұрын
Krishna Krishna Krishna ❤❤❤❤❤
@Three_Sister26
@Three_Sister26 Жыл бұрын
Film khn khub dhuniya lgile dei . Next part lge 😐
@antisocial_07
@antisocial_07 Жыл бұрын
100% asombhob kotha..Karo gat vogoban nolombhe Kali yug hoi Bhai ..Mukha manab kela😂
@KARTIKDAS-ow6lt
@KARTIKDAS-ow6lt Жыл бұрын
Jai shree krishna❤
@samarjitray1527
@samarjitray1527 Жыл бұрын
Provui swali jonik agor obosthaloi ghuri ane jate tare kamona korilu vale vale rakhok joy sri krishna 🙏🙏🙏
@RashmiSaikia-l8w
@RashmiSaikia-l8w Жыл бұрын
Vogoban gar pora gusi najani . Vogoban hokolu jior ontorot thake .vogobane Ari dile jiibo jiyai natake🙏🙏 val houk hokolure vale thakok
@bhanita.pathak
@bhanita.pathak Жыл бұрын
Jay shri krishna 🙏🙏🙏
@Nsdilawjan244
@Nsdilawjan244 Жыл бұрын
মই এটাই কথা কম কলি যুগত যদি সাক্ষাৎ ভগৱনো পৃথিৱীলে নামি আহে ন তেতিয়াওঁ মানুহে বিশ্বাস নকৰে,কব যে এইবোৰ নাটক কোনোবা জধা মূৰ্খৰ। ছোৱালী জনীৰ গাত স্বয়ং ভগৱান আহি সোমাইছে বুলি মইয়ো ভৱা নাই কিন্তু ভগৱানৰ এটা শক্তি প্ৰদৰ্শিত কৰি দেখালে আচলতে সঁচা অন্তৰৰ পৰা ভগৱানক মানুহে বিচাৰে নে নিবিচাৰে।আপুনি যদি ভগৱানক অন্তৰৰ পৰা বিচাৰে বা অনুভৱ কৰে সকলটোতে পাব পাৰে।ঠিক তেনেকৈ ছোৱালীজনীৰ গাত যে ভগৱান শক্তি নাছিল বুলি মই ভবা নাই আৰু আছিলে।ভৱনৰ অন্তৰৰ পৰা আৰাধনা কৰক বিতৰ্ক নকৰিব।কিছুমানে কৈছে ছোৱালী গাত ভগৱান কেনেকৈ সোমাৱ আমাক কোনে জন্ম দিছে ভগৱানে তেতিয়া হলে।ছোৱালী লৰা বুলি একো নাই সকলোৰে মাজতে বিৰাজমান হৈ আছে।বিশ্বাসখে সকলো।।
@tinagogoi22
@tinagogoi22 Жыл бұрын
Thik koisa 👍 moi bisakh koru bohot mur nijor vontir logotu hoisil Tai atya husto hoi biya humale honkhar kori ase swali Joni bhaigiban hoi hebabe isoror hokti ahise hokolure logot nhoi 🙏🙇ji hoi hokolu vogobanor Isha 😊ru ji hoi vlor babe hoi
@renugogoibarukial1169
@renugogoibarukial1169 Жыл бұрын
মোৰ হলে এই দৃশ্য দেখি চকুৰ পানী বৈ আহিল।জয় শ্ৰী কৃষ্ণ।
@HimaSaikia-sh3uo
@HimaSaikia-sh3uo Жыл бұрын
উফ্ ভগৱান একদম গা শিয়ৰি উঠিছে ,,,চকু পানী ওলাই গৈছে কৃষ্ণ প্ৰভু
@nistha_vlog
@nistha_vlog Жыл бұрын
The script was so funny ☠️
@Learnwith-me122
@Learnwith-me122 Жыл бұрын
😂
@jyotishmanborkotoky
@jyotishmanborkotoky Жыл бұрын
🙏🙏🙏 ❤ frm Bokakhat
@kalpanadas8869
@kalpanadas8869 Жыл бұрын
🙏 Jai Shree Krishna 🙏
@sunimarabha6234
@sunimarabha6234 Жыл бұрын
Khrisno tmi ahar pora jwaloike bissakh korisu ❤❤swali jnir logote teur ghor khon ,voctopran raij k aashirbad korok probhu
@champakdeka4133
@champakdeka4133 Жыл бұрын
এইবাৰ নতুন নাটক চাবলৈ সাজু হোৱা বান্ধৱ সকল
@BishalKalita-
@BishalKalita- Жыл бұрын
Apuni jodi bisshakh nokore tenehole aibur nokobo🙏🙏🏻🙏🙏🙏🙏🙏
@puniborah9919
@puniborah9919 Жыл бұрын
একেবাৰে ভাল কথা কৈছে দেই
@mrinmoybora5520
@mrinmoybora5520 Жыл бұрын
Vogoban sri krishna a. Suli meli mur jukari thoka kot kune dekhisila???.. Ty lgte hokolu raijor manoxik helth r val hua tu kamona korisu 🙏
@champakdeka4133
@champakdeka4133 Жыл бұрын
@@BishalKalita- Gita vagobotot Likha Ase jee vgbn Karu gat drxn nkre . Krishnoi koi goise jee vokotok khusrokha koriley muk pabo kintu ajoni suwalik katiyau vgbn ndhre ek kolom likhi dim krishna katiyar pora bhoirov kundot goi gakhir dhali nijor thailoi juwa khunisey are apunaluk valkoi vagobot Gita khunisai aibur janiu Jodi vul korey tatiya holey apuni moha murkho diok bohut besi nokou etai Kom Krishna dhora first khunilu scnd Krishna gaar pora bidai luwa timot vutey dhora manuhor dore matha lorai aitu Kotha gom Pai khub anondito holu Hoi diok apunaluk seng mass tuk magur mass bonai bht vl korisey aru Krishna dhora jonik aji bihu NASA dekhilu Krishna radhar dore nase Krishna nasiboi najanisil aitu bujilu krishna
@mrinmoybora5520
@mrinmoybora5520 Жыл бұрын
Seriously yaar. I mean krishna a suli jukari thakibo kio.. Eitu ki aloukik ghotona hol??
@PompiDas-c5v
@PompiDas-c5v Жыл бұрын
বৈজ্ঞানীক যুগ হক বা কলি যুগ কিন্তূ ভগৱান আছে মোৰ বিশ্বাস আছে বহুত ভাল লাগিল দাদা ভিদিঅটো চাই
@evilmafiya5787
@evilmafiya5787 Жыл бұрын
Papu da kamot lagok aibor t lgi lv nii aibor xokolu miss apuni siyori siyori Mori gole o kunu a bisakh nokore vogaban sobe mane but tair gat je vogaban ase Aku Prof a nohol
@jannath1912
@jannath1912 Жыл бұрын
Radhe radhe
@palkiborah7902
@palkiborah7902 Жыл бұрын
তোমালোক গাওঁৰ মানুহসেইকাৰণে গাওঁ পৰভাব থাকিব
@ankitboruah2355
@ankitboruah2355 Жыл бұрын
Natok khon hamoroni hol
@kittyb989
@kittyb989 Жыл бұрын
এইখন অসম । ইয়াত কৃষ্ণও লম্ভে , ডাইনী হত্যাও হয় । অন্ধবিশ্বাসৰ পোহাৰ আৰু কিমান দিনলে????
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
ভগৱান নাই বুলিকোৱা মানুহ বিলাক নাস্তিক ছোৱালী ভাল তাইৰ জীৱনত বহুত ভাল হব উন্নতি হবkrishna krishna 🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤❤❤❤❤❤❤
@user-sx8pi9vs1s
@user-sx8pi9vs1s Жыл бұрын
Radhe krishna
@KamalDeka-h1g
@KamalDeka-h1g Жыл бұрын
জয় শ্ৰী কৃষ্ণ🙏🙏🙏🙏🙏
@ranadas1755
@ranadas1755 Жыл бұрын
জয় শ্ৰী কৃষ্ণ
@chukumon9203
@chukumon9203 Жыл бұрын
Papu da krishno kenekoi ulai goldekhila nki but krishnoi gakhir kio dhalile riply diba
@PhunuNathBora-uz9vj
@PhunuNathBora-uz9vj Жыл бұрын
কৃষ্ণ, গায় নোম শিয়ৰী গ'ল। প্ৰভু গ'লাগৈ, ছোৱালীজনীক কুশলে থাকিবা এতিয়া।জগতৰ মঙ্গল কামনা কৰিবা প্ৰভূ।
@pinkypriya7672
@pinkypriya7672 Жыл бұрын
তই মে বেলেগ youtuber ক content ৰ কাৰণে video বনাব যোৱা বুলি কৈছ, তইও চোন সেই একেটা content ৰ ওপৰতে video বনালি
@shibaniramchiary7204
@shibaniramchiary7204 Жыл бұрын
Jai shree krishna 🌼🙏❤️
@Pranabvlogsss
@Pranabvlogsss Жыл бұрын
কৃষ্ণ যদি হয়ই তেন্তে শিৱলিঙ্গত আকৌ কিয় গাখীৰ ঢালিছে। শিৱথানত হে কৃষ্ণই দেখা দিয়ে নেকি? কি যে নাটক এইবোৰ।🤧
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН