চাৰি শ্লোক ভাগৱতৰ পৰা বঞ্চিত হল মনুষ্য ।গুপুত কৰিলে কোনে?

  Рет қаралды 881

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
শুদ্ধ সত্য তথ্যৰে তত্ব প্ৰকাশ কৰিলেও মতিভ্ৰম বিভ্ৰান্ত মলমতি নুগুচে ।শুদ্ধ সত্য প্ৰকাশ কৰিলেও নামানে কাৰচ শংকৰ মাধৱে চাৰি শ্লোকৰ ভাগৱত কোৱা নাই নহয় কৈছে ওঠোৰ হাজাৰ শ্লোক চাৰিহাজাৰ কাটি পেলাই চৈধ্যহাজাৰ পদত লিখা ভাগৱতহে অসমত শুদ্ধ সত্য । ঈশ্বৰৰ শ্ৰীমুখে প্ৰকাশ চাৰি শ্লোকৰ ভাগৱতে যি কলেও চাৰি শ্লোকৰ ভাগৱতক নামানে মানে চৈধ্য হাজাৰ পদৰ অসমীয়া ভাগৱতহে বেছি শুদ্ধ মানে । চাৰি শ্লোকৰ ভাগৱত মিছা কাৰণ চাৰি শ্লোকৰ ভাগৱতত আন দেৱ দেৱী নভজিবা মুৰ্তিকো নাচাইবা প্ৰসাদ নাখাইৱা গৃহকো নপসিবা তাৰ ধৰ্ম হব ব্যভিচাৰ ,সত্যত তপ ত্ৰেতাত যজ্ঞ দ্ৰাপৰত পূজা কলিত হৰি নাম সাৰ ,বেদৰ বিহিত ভক্তি কৰ্মবোৰ সকাম সাকাৰ সগুণ কৰ্ম গতিকে সগুণ সাকাৰ সকাম বেদকৰ্ম ত্যাগ কৰা কেৱল কৃষ্ণ নাম গোৱা ,ব্ৰহ্মা হৰ কৃষ্ণৰ পূজক ভক্ত গতিকে ব্ৰহ্মা হৰ শিৱক পূজেনে ব্ৰহ্মা হৰ দেৱ দেৱীক নিন্দা ঘৃণা অপমান কটুসমালোচনা কৰি কৃষ্ণ ভক্ত শংকৰী শিষ্য ভকতকহে ভজিব লাগে তেহে অসমৰ লোকে মুক্তি বৈকুণ্ঠ গতি পাব এই কথা থকা ভাগৱতহে শুদ্ধ চাৰি শ্লোকৰ ভাগৱত মিছা ।চাৰি শ্লোকৰ ভাগৱত দিয়া নাৰায়ণ সি কোন নাৰায়ণ দৈৱকী নন্দন বাসুদেৱ কৃষ্ণহে পৰম ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ । আজিৰ অসমীয়াক বুজাই লাভ নাই । শংকৰ মাধৱে কোৱা লিখাহে শুদ্ধ সচা ।বাকী গকলো মিছা অসাৰ । আপোনাৰ সত্য উপস্থাপনে এজন লোকক উপকাৰ কৰিলেও আপোনাৰ শ্ৰম উদ্দশ্য সফল সাৰ্থক হব । আগুৱাই যাওক ।ঔঁ🙏
@kalpanarabha4424
@kalpanarabha4424 3 ай бұрын
Krishna Krishna 🙏🙏 om namah shivay 🌺🌹🌺🌹
@youtuber-xw1tb
@youtuber-xw1tb 3 ай бұрын
God,god,,parbhu
@baniktchutia2259
@baniktchutia2259 3 ай бұрын
prabhu bhalbur koli jugar manuhe hunileu aku buji napay bujiboloi sestau nakore.bujai thakatu amar kotabya karma ami kori jaba lagibo.Har har parboti pate namu namah.om tat sat.
@dulalborah1924
@dulalborah1924 3 ай бұрын
Good
@BituBoruah-l3p
@BituBoruah-l3p 3 ай бұрын
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 3 ай бұрын
নমস্কাৰ জ্ঞান বিজ্ঞান তদং ৰহস্য।চাৰি শ্লোক ভাগৱত ব্ৰহ্মাক দিলে। কৃষ্ণ শ্ৰেষ্ঠ দেৱ নাম ধৰ্ম সাৰ। ই হাকে মাত্ৰ লিখিলে শংকৰ দেৱে কৰিলা লোক ত প্ৰচাৰ।।চৈধ্য শাস্ত্ৰ 18 পূৰাণ ৰ শেষ। সি ধান্ত।।।শিৱ শ ব্দৰ অৰ্থ শি শ ব্দে না শিৱ পাপ ব শব্দে মুকুটি দা য় ক।। ব্ৰহ্ম বৈবৰ্ত্ত পূৰাণ।।কোটি সূৰ্য্য সম জ্যোতি আচিলা বিদ্যমান ।হৰি শৰীৰৰ ক্ৰান্তী ভৈ ল ন্ত। বিস্তাৰ। দক্ষিণে পঞ্চাশ কোটি যোজন অন্তৰ পঞ্চানন ট্ৰিনেত্ৰ ধাৰী দেখি তে সুসুভন।।একে কলেৱৰে আমি ভয়লো উৎপন্ন। তুমিও ঈশ্বৰ সৰ্ব জগতৰ।।যাৰ জন্ম মৃত্যু নাই তাক অজ বোলে।। আদি দেৱ মহাদেৱ।। উৰ্ধৱক কৈছিল ব্ৰহ্মা হৰ হলায়ো ধ লক্ষ্মী প্ৰি য় জা যা।। জয় জয় কৃষ্ণ কৃপাময় ।যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ।। ট্ৰিগুণা ময়াবৃত বিষ্ণু।। জানি বা বিষ্ণু সে স মস্ত জগতে সাৰ।। বন্দে বিষ্ণু ভবঃ ভয় হৰম সৰ্ব লোকেইব্য নাত্থম।।ব্ৰহ্মা বিষ্ণু মহেশ তিনিও ঈশ্বৰ।তথাপি তো। বিষ্ণু তে সে পূজ্জ্য মনু স্যৰ।। ৰত্নাৱলি।।ইদম্ অখি লম্ বিষ্ণু ময়্ম।।বৈষ্ণৱ মালা ।।সেৱক ইন্দ্ৰ কান্ত ল স্কৰ।ভাগৱত বাখ্যা সাৰ্য অসম বৈদিক বৈষ্ণব মহা সভা ও অসম সত্ৰ মহা সভা।।
@updeshmala2737
@updeshmala2737 3 ай бұрын
@@IndraKantaLaskar-g1c নমস্কাৰ, আপুনি বৰ্ত্তমান মায়াত আবদ্ধ। চাৰি শ্লোক ভাগৱতৰ তত্ত্ব শিৱই বিষ্ণুক ,বিষ্ণুৱে ব্ৰহ্মাক দিছিল আদি কালত। বৰ্ত্তমান যিখন ভাগৱত প্ৰচলিত সেই ভাগৱত খন চাৰি শ্লোক ভাগৱতৰ তত্ত্ব নহয়। আপুনি কত টোপনি মাৰি আছে মহাশয়? যদি আপুনি চাৰি শ্লোক ভাগৱতৰ তত্ত্ব জানিছে তেন্তে চাৰিটা শ্লোকে কি কৈছে তাক ভালকৈ বুজি লওঁক । আপোনাৰ অসমীয়া ভাগৱত খ্ৰীষ্ট পুৰ্ব দহ শতিকা আৰু 13 শতিকাৰ ভিতৰত লিখিত।তেতিয়া লৈকে এই পৃথিৱীত বেদ ব্যাস নাছিল। কোনে লিখিলে ভাগৱত?মহাশয় উত্তৰটো দিব চোন?
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
@user-zl1mn5jn2k অসম সত্ৰ মহা সভা কি কেনেকুৱা ?অসম সত্ৰ মহা সভা ধৰ্মীয় নিৰপেক্ষনে একপক্ষীয় স্বাৰ্থপৰ বস্তুত বুজাই দিবচোন প্ৰভু ?
@pranabdas7121
@pranabdas7121 3 ай бұрын
@@updeshmala2737 আপুনি নিজেই বহুত পণ্ডিত বুলি ভাবিছে,,আপোনাৰ দৰে মূৰ্খ নাই
@himanshudutta609
@himanshudutta609 3 ай бұрын
sankaradevei guput korile aru kune
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
এক শৰণ নাম ধৰ্ম কি ?
22:12
Updesh Mala
Рет қаралды 11 М.