জয় শিৱ শঙ্কৰ❤🔱🔱 🙏যিসকলে দেবাদিদেব মহাদেৱক নিন্দা কৰে বা পূজা নকৰে তেওঁলোকৰ সেইয়া পূর্ব জন্মত কৰি থোৱা পাপ কৰ্মৰ হে ফল তেওঁলোক আচলতে মহাদেৱক পূজা কৰাৰ যোগ্য এ নহয়। কাৰন শ্রী শ্রী শিৱ গীতা, শিৱ মহা পুৰাণত উল্লেখ আছে যে মনুষ্যই পূর্ব জন্মত কৰি থোৱা শত কোটি পূণ্যৰ ফলত হে ভগৱান শিৱৰ ভক্ত হয়। 🙏
@@abanikantachetia9468 চাৰি শ্লোক ভাগৱতৰ অৰ্থ ভাঙনি কৰক । গীতাৰ মূল তত্ত্ব কি এটা বাক্যত প্ৰকাশ কৰক। মুক্তিৰ মূল মন্ত্ৰ কি সেই বিষয়ে বিশ্লেষণ কৰক। পাৰিবনে? মূৰ্খ হৈ জীৱন কটাওক
@dipakborah8184Ай бұрын
এই জন এজন বলি কটা শাক্ত এওঁ আমাৰ গুৰু জনাত কেও ওপৰৰ বুলি দেখাব বিচাৰিছে
@bdcreatures1796Ай бұрын
কোনখন কিতাপত জগত গুৰু মহাদেৱ/শঙ্কৰ পাইছে। জনাবচোন
@updeshmala2737Ай бұрын
@@bdcreatures1796 তই যে অলগৰ্ধ, আৰু সনাতনী যে নহয় তোৰ প্ৰশ্নই প্ৰমাণ দিছে।
কৃষ্ণ কৃষ্ণ শৈৱ ডাঙৰীয়া আপুনি কি ভাগ পুথি পাঠ কৰি আছে নাম কি ? লিখকৰ নাম কি ? প্ৰভূ এই পৃথিৱী খন আদিতে কোনে সৃষ্টি কৰিলে সেই জন কোন ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কোনে সৃষ্টি কৰিছিল।এই বিলাক কলি যুগত কি কৈ আছে।কলি যুগত একমাত্ৰ বিষ্ণু প্ৰভু নাৰায়ণে আপোনাৰ গতি মুক্তি দিব বাকী কলি যুগত একো নাই। পিছে নাৰায়ণে ধেন নকৰে ব্ৰহ্মা আৰু মহেশ্বৰে কাক ধেন কৰে বাৰু নাৰায়ণক । তেওঁৱেই আদি নিৰনজণ । আপুনি সেই খন কি পুথি পাঠ কৰিলে হে কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@DebaDekaraja-i5pАй бұрын
যোগৰ ধৰ্ম প্ৰচাৰ ও পালন কৰক।নাম ধৰ্ম শংকৰদেৱৰ দাৰা প্ৰচলিত ও প্ৰচাৰিত ভুল ব্যাখ্যা নকৰিবা। অধ্যয়ন কৰক আৰু বহুত বাকী আছে।
@niyarfunnyvlog5518Ай бұрын
আপুনি বাৰে বাৰে ৰাম নাম কিয় লৈ থাকে শিৱৰ নাম লব লাগে
@padmeswarsagra51233 ай бұрын
Dhuniya
@KhagenchDeka-g7uАй бұрын
কলিত হৰি নমেই সাৰ শিৱ দেৱতা এক নাম নহয়
@updeshmala2737Ай бұрын
@@KhagenchDeka-g7u হৰি কোন?জানেনে? হৰ আৰু বিষ্ণুক হৰি বুলি কোৱা হয়। মূৰত কিবা আছেনে?বিষ্ণুক প্ৰকৃতি বোলা হয় শিৱক পুৰুষ বোলা হয়। ভালকৈ আদি তত্ত্ববোৰ চাই লব।হৰিৰ ওপৰত আৰু এজন আছে।
@updeshmala2737Ай бұрын
@@KhagenchDeka-g7u ধৰ্মৰ জ্ঞান নথকা শাস্ত্ৰৰ জ্ঞান নথকা লোকে আৰু কি ভাৱিব পাৰে
@ProbinaSonowal-h3t3 ай бұрын
Tumi dhoinyo probhu..
@J.BBorah27 күн бұрын
ধেইত জধামূৰ্খ কিদাল বকি আছ অ !
@updeshmala273727 күн бұрын
@@J.BBorah ম্লেছ জাত কিবা কব খুজা নেকি ?
@HiraBora-d9lАй бұрын
হে মহাপ্ৰভৃ হৰমোহনৰ দুৰ গতিখিনিৰ লগতে ভশ্ম লোচনৰ অধ্যাতু পঢ়ি বাখ্যা ভাগ আগ বঢ়াব বুলি আশাৰে বাত ছাই থাকিম এক নামে যত পাপ সংহৰিতে পাৰে 😂😂😂
@@ramajitbordoloi167 নমস্কাৰ,আপোনাৰ কমেন্ট পঢ়ি মোৰ বুজিব বাকী নাই যে আপুনি এজন বিষ্ণুৰ মায়াবীৰ গুৰুৰ আদৰ্শত ভ্ৰষ্ট এজন দৈত্য। যেনেদৰে হৰিয়ে বুদ্ধ অৱতাৰে বেদ পথ ছন্ন কৰিছিল আৰু দৈত্য সকল বিনাশ হৈছিল আৰু ছদ্মবেশী গুৰুৱে যেনেকৈ বেণ ৰজাক মতিভ্ৰম কৰিছিল। পুনৰ বেণ ৰজাক মথি পৃথুক জন্ম দিছিল। তেতিয়াহে পুনৰ বেদ ধৰ্ম বৃদ্ধি পাইছিল। এই তত্ত্ব সমূহ আপোনাৰ ধৰ্ম গ্ৰন্থৰ মাজতো প্ৰকাশ আছে। ইয়াৰ পৰা স্পষ্ট হয় যে বেদ পথ বা বেদৰ বিহিত কৰ্ম্ম কৰ্তব্য নকৰা সকলেই ম্লেছ বা বৌদ্ধগণ হয়।এই বাক্যসাৰক আপুনি নুই কৰিব নোৱাৰে।আপোনাৰ সাহস নাই। কাৰণ এইয়া আপোনাৰ ধৰ্ম গ্ৰন্থত প্ৰকাশ আছে। এই কথা জানিও আপুনি পুনৰ বেদৰ বিহিত কৰ্ম্ম কৰ্তব্যৰ পৰা দূৰ হব বিচাৰিছে কেৱল শংকৰদেৱৰ প্ৰলোভনত পৰি। আপুনি জানে যে শংকৰদেৱো ছদ্মৱেশী গুৰু আৰু এই কথা শাস্ত্ৰত উল্লেখ আছে তথাপিও কিন্তু আপুনি মায়াত মোহিত। ইয়াৰ প্ৰমাণ দিওঁ শুনক। শ্ৰীমন্ত শংকৰদেৱে কৈছে সহস্ৰ নাম বৃতান্তত যে এড়িলেক আপোনাৰ ধৰ্ম নকৰে বেদৰ যত কৰ্ম কেৱলে কৃষ্ণৰ নাম লৱে মুকুতিক মহাসুখে পাৱে।। অৰ্থাৎ শংকৰদেৱে বেদৰ বিহিত কৰ্ম্ম কৰিবলৈ বাধা কৰিছে। এতিয়া প্ৰশ্ন হৈছে ম্লেছ কোন? অধৰ্মী কোন? বেদ পথ ছন্ন কৰিছে কোনে? অলপ ভালকৈ অনুভৱ কৰক। আনহাতে শ্রীমদভাগৱত গীতাৰ অনুসৰি কৃষ্ণই শংকৰদেৱ হওঁক মাধৱ দেৱ হওঁক বা অন্য যিমানেই জ্ঞানী যোগী নহওঁক কিয় সকলোকে অজ্ঞ বুলিহে কৈছে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে সাংখ্যবাদী কয় কৰ্ম মাত্র দুষণীয় সেহি হেতু বোলে সৰ্ব কৰ্ম বৰ্জনীয়। । মীমাংসাবাদীয়ে কয় কৰ্মসে আচল তপ যজ্ঞ দান কৰ্ম নহয় বিফল। । কিন্তু মোৰ মত শুনা ভৰত শ্ৰেষ্ঠাৰ্জ্জুন মোৰ ব্যতিৰেকে ত্যাগ নজানয় আন। । ব্ৰাঘ্য পুৰুষ তুমি শ্ৰেষ্ঠ কুৰু মাজে ত্যাগৰো তিনি প্ৰকাৰ বিভাগৰো আছে ।। যজ্ঞদান তপ ৰূপ কৰ্ম নুহেত্যজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য। । যজ্ঞ দান তপে চিত্ত বুদ্ধি শুদ্ধ কৰে জ্ঞানী গণৰ মনলৈ পৱিত্ৰতা আনে। । উপৰৰ গীতাৰ শ্লোক অনুসৰি আপুনি এজন অধৰ্মী ম্লেছ। আপুনি মায়াবীৰ গুৰুৰ প্ৰভাবত বেদৰ বিহিত কৰ্ম্মবোৰক ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। শংকৰদেৱৰ যুগ ধৰ্ম্মও প্ৰচাৰ কৰাৰ মূল কাৰণ এইটোৱেই যাতে দৈত্যক বেদৰ পূণ্য কৰ্মৰ পৰা বিৰত কৰিব পাৰি যাতে দৈত্যই স্বৰ্গ প্ৰাপ্ত কৰিব নোৱাৰে। এইয়া মই কোৱা নাই। আপোনাৰ ধৰ্ম গ্ৰন্থত প্ৰকাশ আছে। তত্ত্ব দৰ্শী নিজৰ ইচ্ছামতে হব নোৱাৰে। বহুত কষ্টৰ মূৰত প্ৰাপ্ত কৰিব পাৰি।চাপৰি বজাই মুখে নাম ললেই মুক্তি পোৱা হলে, মুছলিম, খ্ৰীষ্টীয়ান আদি সকলোৱে মুক্তি পালে হেঁতেন। পুনৰ কৃষ্ণই কৈছে দুখকৰ হব বুলি ভাৱি শৰীৰৰ নকৰে কৰ্তব্য কৰ্ম বিহিত শাস্ত্ৰৰ নোৱাৰে লভিব ফল প্ৰকৃত ত্যাগৰ জানিবাঁহা ৰাজসিক ত্যাগ নাম তাৰ। । আপুনি এজন ৰাজসিক ব্যক্তি মহাশয় ।ৰাজসিক বনাইছে আপোনাক শংকৰদেৱ আৰু মাধৱদেৱে। আপুনি কৈছিল কলিযুগত শিৱ ভক্ত সকলে বেদ পথ ত্যাগ কৰি পাষণ্ড আচাৰ কৰিব। এই বাক্যসাৰ শুনি মই স্পষ্ট হলো যে আপুনি এজন সঁচাকৈ গাধ। আপুনি যিজন ঈশ্বৰক পাবলৈ শাস্ত্ৰ তত্ত্ববোৰ পঢ়ি আছে বা জ্ঞানী ব্ৰহ্ম জ্ঞান প্ৰাপ্ত কৰি আহিছে সেই জ্ঞান তত্ত্ব সমূহ স্বয়ং মহাদেৱ শংকৰৰ মুখে মুখৰিত। সেয়েহ তেওঁক জগত গুৰু বুলি কোৱা হয় ।সেই শিব শংকৰ গুৰুৰ চৰণত ৰাম,কৃষ্ণ, বিষ্ণুকে ধৰি দেৱতা গন্ধৰ্ব মনুষ্য আদি সকলোৱে শৰণ লয়। তেওঁক ত্যাগ কৰি কোনো ভক্তি সিদ্ধ নহয়। আপুনি কাক জ্ঞান দিব আহিছে ? যিখন পদ্ম পুৰাণৰ উদাহৰণ দি শিৱ ভক্তক নিন্দা কৰিছা সেই খন পদ্ম পুৰাণৰ পাতাল খণ্ডত কৈছে ধ্যায়ে ন কিঞ্চিত গোবিন্দ ন নমস্যেহ কিঞ্চন নোপাস্যকং স ন হৰে ন জপিস্যেহ কিঞ্চন ।। (পদ্ম পুৰাণ পাতাল খণ্ড) শিৱই কৈছে যে মই কাকো ধ্যান নকৰো, মোৰ কোনো উপাস্য নহয়,মই কাকো জপ নকৰো। আৰু কূৰ্ম্ম পুৰাণৰ ২৯ অধ্যায়ত কৈছে মোহয়নতি জনান সৰ্বান দৰ্শয়িত্বা ফলানি চ তমসাবিষ্টমনসো বৈডালবৃতিকাধমাঃ।। ৩১ কলৌ ৰুদ্ৰ মহাদেৱো লোকনামীশ্বৰঃ পৰঃ ন দেৱতা ভৱেনৃনাং দেৱতানাম চ দৈৱতম ।। অৰ্থাৎ কলিযুগত তামসিক লোকে মোহত পৰি মহাদেৱক ঈশ্বৰ জ্ঞান নকৰিব। অসুৰৰ দৰে কৰ্ম কৰিব, দেৱ দেৱতাক তুচ্ছ তাচ্ছিল্য কৰিব। লগতে এটা কথা কৈ থও ভাগৱত ভাগ বেদ ব্যাসৰ লিখা হয়নে তাক প্ৰমাণ কৰি দেখুৱাওঁক। মই খুব শুনকালে আপোনাৰ মাজলৈ আহি আছো।কব লগা বহু আছ।
@RambhaDasRajkhuwa9 ай бұрын
আমি জনাত শিৱ আৰু শংকৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। শিৱ মহাদেৱ এজন তপশী। তেওঁ নিজে শিৱ পাৰমাত্মক ধ্যান কৰে।
@updeshmala27379 ай бұрын
ৰামে কোন শিৱক পুজা কৰিছিল?কৃষ্ণই কোন জনা শিৱক পুজা কৰিছিল? অৰ্জ্জুনে কোন জনা শিৱক পুজা কৰিছিল?
@pranabdas7121Ай бұрын
@@updeshmala2737 কৈলাশ পতি শিৱক,
@youtuber-xw1tb3 ай бұрын
Muhan,parbhu,apunar,katha,bur,bahut,bahut,Val,lagisei,amar,parbhu,amak,kebal,khasa,to,he,lagei,baki,beleg in bap,burar,aje,baje,katha,bur,amak,nalagei,,amar,hatat,khamoi,bar,kam,ami,,baba,bhula,nathar,para,gati,pam,ne,nai,
@@abanideka9836 স্ব বিৰুধী শাস্ত্ৰ পঢ়ি আপুনি নৰকৰ ৰাস্তাহে তৈয়াৰ কৰি আছে। আপোনাৰ ধৰ্ম গ্ৰন্থই কোনো এটা সঠিক সিদ্ধান্ত দিব নোৱাৰে। প্ৰথম আপোনাৰ ধৰ্ম গ্ৰন্থক প্ৰশ্ন কৰক। নতুবা অকণমান ধৈৰ্য্য ধৰক। আৰু কেইদিনমানৰ পিছত সকলো পৰ্দাপাছ কৰিম। উত্তৰ দিবলৈ সাজু হৈ থাকক।
@sunilpatar65642 ай бұрын
your wring masage
@assamesecreationpd9772Ай бұрын
Sankardev ye prosar kora sonatan dhormo bhul ne huddho baru ?
@updeshmala2737Ай бұрын
@@assamesecreationpd9772 শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটো যদি সনাতন ধৰ্ম হয় তেন্তে এক শৰণ নাম ধৰ্ম বুলি নাম কিয় দিলে? সনাতন ধৰ্ম বুলি নাম কিয় নিদিলে? উত্তৰ ইয়াতেই আছে। আচলতে সনাতন ধৰ্ম শংকৰদেৱে প্ৰচাৰ কৰা নাই। ভাৰতৰ সিন্ধু উপত্যকাৰ সনাতন সংস্কৃতি হৈছে শৈৱ সনাতন ধৰ্ম। যত শিৱকহে শ্ৰেষ্ঠতা দিয়া যায়। বিষ্ণু আৰু কৃষ্ণক নহয়। বৈষ্ণৱ আৰু নৱ বৈষ্ণৱ পাৱত গজা ধৰ্ম। ইতিহাস চালেই বুজিব। বৈষ্ণৱ আৰু নৱ বৈষ্ণৱ ধৰ্মত পাশ্চাত্য দৰ্শনে পৰিপূৰ্ণ। পাশ্চাত্য দৰ্শনক কেন্দ্ৰ কৰি মূল ভাৰতীয় সনাতন সংস্কৃতিক নশ্যাত কৰি আহিছে।
@tulumonimech85424 ай бұрын
আপুনি এজন আধুনিক যুগৰ মহা মুৰ্খ গুৰু
@updeshmala27374 ай бұрын
@@tulumonimech8542 তহঁত কুকুৰি কণা। সনাতনী নহয়।
@renukarayrenukaray1278Ай бұрын
Vondo vokot ai bilak kai pap sopai nolobo
@jitendranathsaikia9341Ай бұрын
Apunar ki hoise motibhram hoise apunar Mahapurush jonok apuni ki buli bhabe pap kori ase apuni Apuni asolote bhonda Homajok apuni bipothe porisalit nokoribo Apunar ki hoise pandit buli nijoke bhabe neki Nörokot jabo bisarise neki
@BimanMahanta-i5hАй бұрын
জয় গুৰু শঙ্কৰ,সৰ্ব গুনাকৰ,যাকেৰি নাহিকে উপাম। তোহাৰি চৰনে, ৰেণু শতকোটি,বাৰেক কৰোহো প্ৰনাম।। এই ভাগ মাধৱ দেৱৰ গুৰু ভটিমাৰ অংশ। মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক গুৰু ৰূপে বন্দনা কৰিছে। অপ ব্যাখ্যা নকৰিব।
@BidyutRajkonwar-hy4df22 күн бұрын
Thik koisa guru hoi kintu esor nohi apunia koisa guru hoi buli mouk bhul nodhribo ako
@BimalMalakar-p4dАй бұрын
You are trying to get publicity.but it is not possible